ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Great madam.👍
Bhut dhuniya baideo hoise hekai desa ajkaly hekai nedaiye badio..
👍
Baideo 🙏😍
আমাক এনেকুৱা বিচাৰক হে দৰকাৰ 🙏❤ইমান সহজ সৰল আৰু সত্যবাদী 🙏🙏
হয় দিয়ক🙏🙏🙏🙏
@@SabitaDeka-w9ca
Hundr bisark vl lgill
Valke koise
vaal
100% right
বিচাৰক বাইদেউক ধন্যবাদ।।।ভাল লাগিছে।।।বিচাৰকে ভূল ধৰিছে এইকাৰণে যে ভূল হোৱা বাবে।।।❤❤❤
কিন্তু আপোনাৰ 'ভূল'টো ভুল হৈছে।
Monsat bisarakak opaman kora jen lagil, bisarake giyan aruhan kora pasat he xei axan khan pai,karan teo adin mansat asil xei babe bujai diyat tew axubidha huwa nai,bisarak mohudaiya xalagar xarai jasilu🎉🎉🎉🎉🎉,,,retd Army
বিচাৰক বাইদেউ ঠিকেই কৈছে
Hundor ❤
Mojaa nasise. Aru. Bisarkeu dhuniya koi koise
তেখেতৰ ধৈৰ্য আৰু সহনশীলতাৰ শলাগ লৈছোঁ। ❤ ইমান ধুনীয়াকৈ বুজাইছে
Bohut dhunia baideo jukor mukhot sun dile
Judge 100% right
Very good
এইয়া সচা বিচাৰক
good 👍 bisarock ❤
bisarok thik aase
❤❤ bisarock jon salute 🫡
মনিকাঞ্চন বা য়ে বৰ ধুনীয়াকৈ বুজায় দিলে❤, বিচাৰক হলে এনেকুৱা হব লাগে।
😊
বিচাৰকে হৃদয় জয় কৰা ঘটনা এয়াই প্ৰথম চাগে।
Nice
আজিকালি প্ৰায়ে বাহু ভঙা দেখা পাও ।কিন্তু বাহু নহয় ককালহে ভাঙিব লাগে মনিকাঞ্চনে ভালকৈ বুজাই দিলে।
I just love it ❤❤❤.... Nic explanation 😊😊😊
Tengor buli kobo nlagisil
Ji2 a koise tar makok ram sudon diya ase moi😅😅
🙏🙏🙏👏👏👏👌👌👌💐💐💐
বহুত ভাল কথা কৈছে মনিকাঞ্চনে❤👌👍
পুৰস্কাৰ আচল নহয়,শিক্ষা প্ৰধান।মণিকাঞ্চন বা ধন্যবাদ আপোনাক।পাছৰ পৰা চিঞৰা জনক কি কম,বুজাই বুজিছে।নাচনীজনীক ইমান ভাল কথা এটা কৈছে তেখেতে আকৌ....... ল'ৰা আৰু ছোৱালীজনী গোৱা স্কেলৰ মিল নাই প্ৰথমৰ পৰা....
নাচনীৰ সচাকৈয়ে ককাল ভাঙা নাই৷ বিচাৰকে ঠিক কথা কৈছে৷ লক্ষ্য কৰিছো নাচনীৰ নাচ৷
যিকোনো কথা অলপ মাৰ্জিতভাৱে কব লাগে ,পিছৰ পৰা চিঞৰি অভদ্ৰামিৰ কথা কোৱাটোৱাই আপোনাৰ পৰিচয়। মনিকাঞ্চন বা , এনেই judge হোৱা নাই, এবাৰ চাই লব তেওঁৰ অভিজ্ঞতা। তথাপিও তাইৰ অলপ অহংকাৰ নাই।
বিচাৰকৰ বিচাৰত ভুল দেখা নাপালোঁ।আজি কালি বিহুৱতী সকলে ককাল ভঙাৰ পৰিৱৰ্তে শৰীৰৰ অংগ বোৰহে বেছিকৈ ভঙা দেখিবলৈ পোৱা যায় লগতে আৰু এটা কথা কওঁ নাচিব জানিলেই নহয় কণ্ঠটোও সুন্দৰ হʼব লাগিব।
পিছৰ পৰা কোৱাজনক ধৰি আনি কপৌচেলাই দিব লাগে।
বিচাৰক গৰাকী মন্তব্য বৰ সহজ আৰু সৰল।।।বিচাৰক এনেকোৱা সত্যবাদী হব লাগে।।।।
মণিকাঞ্চনে সুন্দৰকৈ বুজাই দিলে
Great judge....huge respect to you ❤
Moni baideowe hosa koise,
সকলো বিচাৰক একেই নহয়, তেওঁ ভুলটো কৈ আছে তাত পাছফালৰ পৰা উদ্ভণ্ডামি কৰি চিঞৰ বাখৰ কৰিব নাযাবিহত। চেহেৰা কেইটা দেখিয়ে গম পাইছোঁ তহঁতৰ😂
Akebare beya nasise suali joniye
মনিকাঞ্চনে সুন্দৰ কথা কৈছে, বিচাৰ সুন্দৰ
Bisaroke bor dhuniya bisar korise
Very nice🎉
Extreme judge.
Mur mote anekuwa bisarok a hbo lge emn vl ktha koise mam joniye I am proud of you 💫✨
Hosa
Bisaroke ekdom xosa kotha koise
Voice tu beya hoise😢
সুন্দৰ বিচাৰক বাইদেউ ❤❤🙏
বিচাৰকে বৰ সুন্দৰ কথা কৈছে , আমিও দেখিছোঁ তেখেতে আঙুলিয়াই দিয়া ভুল সমূহ ❤
সুন্দৰ মন্তব্য বিচাৰকৰ
স্পষ্টৱাদী বিচাৰক । ♥️♥️♥️♥️
পিছফালৰ পৰা যিজনে চিঞৰি কৈছে সেইজন বৰ অভদ্মামি কৰিছে,,,,,বাইদেউ গৰাকীয়ে শুধৰাই দিছে ভাল হে পাব লাগে,,,
বিচাৰক গৰাকীয়ে ঠিকেই কৈছে নাচনী গৰাকীয়ে ককালত কে বেছি বাহু ভাঙিছে
Singing a huya nai ❤❤❤❤❤
বিচাৰকে শুধৰাই দিলে তাক শিকিবলৈ চেষ্টা কৰিব লাগে বাকী কোনে কি কয় প্ৰয়োজন নাই আৰু বিচাৰকৰ আসনত তেওঁ যোগ্যতা থকাৰ বাবেই বহিছে সেইবাবে পাছফালৰ পৰা চিঞঁৰি কৈ অভদ্ৰামি কৰাতকৈ আগলৈ আহি কি ভুল হৈছে দেখুৱাবলৈ কোৱা হলে তেওঁ নিশ্চয় দেখাই দিলে হয়
Vl lagil kotha bur huni❤
এনেকুৱা বিচাৰকৰ বিচাৰক শ্ৰদ্ধা কৰোঁ 🙏🙏
Moni baa tmi bhul kua nai...tmi ji dekhisa heitu hudhorai disa...Aru Moni ba moi horure pra bihu nasisu kintu jetiar pra tmk Lg pai hikisilu tetiapa he hudho k nasibo janisu ☺️thank you so much baa ... Love from Dergaon
সুন্দৰ মন্তব্য। এনেধৰণৰ বিচাৰকে মন জয় কৰে। ইমান সুন্দৰ সহজ সৰল ভাৱে বুজাই দিলে। স্পষ্টবাদী বিচাৰক। ভবিষ্যতলৈ আপোনাৰ পৰা গঠন মূলক দিহা পৰামৰ্শ আশাৰে,,।
Ajir pora keitaman dinr pora dekhi ahisu je bihur judger lgt kajia lagi cool jen feel kore but its not good for society...
ইমান ধুনীয়াকৈ বুজাই দিছে। পাছৰ জনে কিয় চিঞৰি আছে😂ভূল বোৰ শুধৰাই দিলে কিয় বেয়া পায়। ককালটো ঠৰঙা হৈ বাহু ভঙাটো মইও ধৰিব পাৰিছো।
Moni baaa ✨🙌
ভাল বিচাৰক যেন লাগিছে
বিহু নৃত্য গাওঁৰ পৰা মঞ্চলৈ আহিছে ইয়াত কিহৰ classical কথা আছে।ই স্বতফুত ইয়াত শিকিবলৈ অসমীয়া জাতিক শিকিবলৈ school collage লাগিব নেকি বিহু অসমীয়াৰ স্বাভিমান। ইয়াক বেপেৰুৱা নকৰিব
সুন্দৰ লাগিল বিচাৰকৰ মন্ত্যৱ শুনি ।❤❤
সুন্দৰ মন্ত ব্য শুনি ভাল লাগিল বা কথাবোৰ তেওঁ কৈছে যে নাচনী ভুল বোৰ ধৰিব বহুত কঠিন যদিও তেওঁলোকে ভুল বোৰ বাচি উলিয়ায় ডাঙি ধৰিছে আমি ভুল কৰোঁ বহুতে কাৰণ আমাৰ বিহুৰ নাচনী জনি ধুনীয়া হলে হাহিলে যে লৰি ঢাপৰ কৰি নাচি লে তেওঁ পাৰফেক্ত নহয় বুজিলে
মণিকাঞ্চন বা এ বহুত ধুনীয়াকৈ বুজাই দিছে ❤
তেনেকুৱা হ'লে বিচাৰকেও ভালকৈ নাচিব নাজানিলে।
আমাক এনেকোৱা বিছাৰক লাগে বিছাৰক জনিয়ে বহুত ভালকে বুজাই দিছে ❤❤
উপযুক্ত বিচাৰক
Eibur panigunda…. Busaoroke kiba voltu tu hudhori dise… eituye bisarokor kam… ihote pisfale bohi sioribi jane
Bisharok jonik val lagile 👌👌👌👌👌
Nice 👍
বিহু সুত্ৰ কোনে আৱিস্কাৰ কৰিছে
😊😊😊
কিমান সুন্দৰকৈ বুজায় দিলে।লগতে ব্যৱহাৰ সুন্দৰ বাইদেউ গৰাকীৰ
Judge is absolutely correct. If judges will correct than our new generation will teach the right mooves.
Best dle..siora tu enei..vokit dom nai..public major pora hilguti mara bidhor hoi
Dhunia kotha koise baideo
Good advice
Pasoe pora sior mora manuhjonor mogojur bikar ase...osovyo ase manuhjon
সুন্দৰ বাদেও। আপুনি প্ৰকৃত তথা ওপযুক্ট বিচাৰক 🙏🙏
Nice besarok
Bisark hole anekuwa hb lage ❤
মজা
100% right judgement
বিচাৰক এ যি কলে মই একমত। দেখিয়ে কব পাৰি যে নাচনীৰ উদ্যম টো লাহে লাহে কমি গৈছে লগতে ককাল একেবাৰে থৰ
বিচাৰক হলে এনেকুৱা হব লগে
Bisarok madam katha't jukti asey.
Mojaa.
Nasonir gaat vul hoii ...bisarok gorakia right kotha koise ❤👍🏿
Aji kali sb buisness i'm 30 years old kintu aji loi function sbo juwa nai kutu
বিহুত এনেকৈ নাচিব এনেকৈ নহয়, এই যে নিয়ম বিলাক কত কোনে কেনেকৈ কেতিয়া লিখি থৈ গৈছে নাজানো, এই বিলাক টু মহা পণ্ডিতসকলে বনাই লোৱা কিছুমান ফালটু নিয়ম ।বিহু হেন সংস্কৃতি ক নীতি নিয়মেৰে বান্ধি শেষ কৰাৰ উঠি পৰি লাগিছে কিছুমান মহা পণ্ডিত।বিহু মঞ্চ লৈ যোৱাটোৱেই দুখ আছিল এতিয়া নিয়ম বান্ধি আৰু শেষ কৰিব।বিহুক শুদ্ধ ৰূপত জীয়াই থাকিবলৈ দিয়ক
Ty kun
Thik kotha🎉
Moni baa your judgement are always best ♥️ Aru June June judger bhul buli koi ase nasoni joni nas tu Sai louk nije gom pabo
ইমান ধুনীয়া কৈ বুজাই দিছে 🥰🥰
স্পষ্টবাদী অতি সুন্দৰ।
বিচাৰক মণ্ডলী য়ে লগত নাচনী লৈ আহে বাবে চপ খেলি মেলি

Moni baa your judgement are always best ♥️
Aru June June judger bhul buli koi ase nasoni joni nas tu Sai louk nije gom pabo