ৰাজশ্ৰী নাথে বিহু মঞ্চতে " কি বুলি ক'লে | বৰষা ৰাণীয়ে নাচনী গৰাকী বিয়া কথা সুধিলত কি উত্তৰ দিলে ,
ฝัง
- เผยแพร่เมื่อ 16 เม.ย. 2024
- ৰাজশ্ৰী নাথে বিহু মঞ্চতে " কি বুলি ক'লে | বৰষা ৰাণীয়ে নাচনী গৰাকী বিয়া কথা সুধিলত কি উত্তৰ দিলে ,
#Lotasil বিহু ৰাজশ্ৰী নাথে বিহু মঞ্চতে " কি বুলি ক'লে | বৰষা ৰাণীয়ে নাচনী গৰাকী বিয়া কথা সুধিলত কি উত্তৰ দিলে ,
গুৱাহাটী লতাশিল বিহু সন্মিলনীৰ ২০২৪ বৰ্ষৰ বিহু সম্ৰাজ্ঞী, বিহুৰাণী, বিহু কুঁৱৰীৰ ফলাফল ঘোষণা।
📌ধেমাজিৰ শিৰোশ্ৰী শইকীয়ালৈ বিহু সম্ৰাজ্ঞীৰ সন্মান।
📌ধেমাজিৰ পাহাৰী বুঢ়াগোঁহাইলৈ বিহুৰাণী বঁটাৰ খিতাপ।
📌ডিব্ৰুগড়ৰ ৰিতুপৰ্ণা দাসলৈ বিহু কুঁৱৰীৰ খিতাপ।
📌চিৰঞ্জীৱ বৰ্মণে শ্ৰেষ্ঠ ঢুলীয়াৰ বঁটা,
✅যদূমণি গগৈয়ে শ্ৰেষ্ঠ পেপুৱৈৰ খিতাপ লাভ কৰে। - บันเทิง
2025t ৰাজশ্ৰী বিহু সমাগ্ৰী হব। আশীৰ্বাদ থাকিল
বৰষা বা আপোনাৰ মাত খাৰ সৰুৰে পৰা একে শুনি আহিছোঁ ভগৱানে সদায় এনে দৰে ৰাখক ।
মই যোৰহাটৰ পৰা কলো - জাকৈ প্ৰশ্নৰ উত্তৰ টো জাকৈ পোন বুলিহে জানিছিলো ককা-আইতা হতঁৰ পৰা।
বৰ সুন্দৰ হৈছে। প্ৰশ্ন কেইটা বৰ জটিল। সুন্দৰ নাচিও এনেবোৰ প্ৰশ্ন পালে বেয়া লাগে।
ৰাজশ্ৰী তোমাক বহুত ভাল লাগে।আগুৱাই হোৱা। আৰ্শীবাদ থাকিল
3:56
Rajashree bhut dhuniya nase❤❤❤
Borokha ba apunar Assamese language bohut hundor
সুন্দৰ প্ৰদক্ষেপ ভাল লাগিল অভিনন্দন জনালো 💯👍🏼
আগতীয়াকৈ যুগ্ম জীৱনৰ শুভেচ্ছা বন্ধু
বৰ ধুনীয়া নাচিছা।
জাকৈ পুৰণা হল অ আজি কলিৰ কাৰণে ।❤
সুন্দৰ প্ৰদৰ্শন, ভাল লাগিছে।
ইমান ধুনীয়াকৈ নাচিছে
Rajashree baa r bihu nas bohut besi hundor hoi. May God bless you baa❤
বৰ সুন্দৰ
অসমৰ questions শেষ হ'লে ছাগে লাহেকৈ ,,,, ভবিষ্যতে আদি মানৱৰ questions সুধিব।
ধুনীয়া নাচিছে তাই
Borokha 2me jui 🤸🔥🔥🔥💯
Ba tumi jui....tumi winner hoba❤❤
1st question2 thikai asila 2nd question2 bohut hard asil tothapi2 rajashree ba ari nidiba nupuwaloika lagi thaka adin nhoi adin hofol hobo a lagibo tumi ru hoba a tumi keep it up❤️❤️❤️
Bohut dhunia nasisa rajoshree,ru aguai jua Tumi,ru borokha tumiu hodai anedore hahi hahi amr majot akebare horu suwali Joni hoi thaka,tumar ovinoi bur mur bohut val lage Jana,Tumi ovinoi kora cinema moi khub sau,jene senai mur dhulia ,maggot mamoni biya mur bor priyo,❤❤❤❤❤❤
Tumar Nas bohut dhunia rajoshree,ru aguai just ❤❤❤❤❤
Hundor jodu vai pepa aru val lagise🥰🥰
Wahhhh bahut dhuniya nasisa 👌👌👌👌👌👌👌👌👌♥️♥️♥️♥️♥️♥️♥️😘🥰😋 from Assam guwahati
Bohut dhunia nasisa❤
ধুনীয়া
Bht dhunia nasise de ❤❤
ধুনীয়া তাই
Khasake baa, bhut val haise..... Apuni aguwai jaok, from baihata chariali
কি যে প্রশ্নবোৰ সুধিছে😢
God bless your dreams and our bless always with you.
❤ vl lagi
Hundor
Bahut dhunia hoise baa
Rajashree ba tumi bhut dhunia nasa agbahi jua
Thanks
বৰ কঠিন আছিল অ তাই প্ৰশ্ন কেইটা
❤❤vl lagi
Dhunia ❤❤
Bahut Dhunia
Ba tumi nasi juwa 2025winner
Bya lgise ba jonik dei .. ahbr pobo bli pray krisu
Best val
বিচাৰক সকলে এইবোৰ প্ৰশ্ন সুধি থকাতকৈ ঢোলৰ চেওৰ ওপৰত সুধিব লাগে ।
🙏🙏🙏🙏
Nice very very nice
ৰিহা খন গুৰুত্ব দিয়া
Thanks to my all subscribers ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
🎉🎉❤❤Mojj
এনেবোৰ প্ৰশ্ন নকৰিলে নহয় নেকি? এইবোৰ আচলতে সকলোৱে জানিব লাগে। নাঢৰ লগত কি সম্পৰ্ক বুজি নেপালো।
❤❤❤❤❤❤❤
আমি তলিচা বুলি কোৱা শুনিছোঁ আইটা হতৰ মুখত।
🎉🎉🎉🎉🎉🎉
You can if you believe you Can rajashree 👍👍👍
Tumar nass bohut dhunia
Rajosri bihu nas sai ahisu agor porai,val nase tai
Ba naci juya 2025 winner hoba
Ako nai baideu apuni nasi joa. Adin nohy adin pabai kostor fol.
Question bur beleg holeu eke stylore hb lge.
Dhuniya ❤❤
ধোনীয়া
Tumi bohut val nasisila. Question duta bohut tan pala.
আমাৰ শিবসগৰৰ ছোৱালী
এইবিলাক একো দৰকাৰী প্ৰশ্ন নহয় ।
Bahut val naci ase ahabeli pabo tai..
Rajeshree Ba 2025 t hoboe lagibo
বা তোমাৰ হাহি আৰু নাচ বহুত ভাল লাগে।
Tumi nasi juwa ba
Better luck next time
Jakoi pun buli janu ami
তুমি যোগ্য আছিলা কপালে লগ নিদিলে। এৰি নিদিবা
2025 r winner tumi
Tew dhunia nase theikei.
Morom loga u suwali joni .
Kintu gogona tur ankho keitar nam jani lobo lagisil.
Question answer bur u nasor logot prepare kori bonai lobo lage.
😂
Making Aibur sob 😅 haat jaat puroskar taar 🤣🤣
Poisa thakile bihu homragi hua tu aku dangor ktha nhoi
Oha bosorole pabai tumi
জাকৈ ৰ প্ৰশ্ন টোৰ উত্তৰ "পোন" হে , ঠাই বিশেষে ইয়াৰ নাম বেলেগ বেলেগ হব পাৰে। এনেধৰণৰ প্ৰশ্ন এৰাই চলাই ভাল।
Thik kaise
Bohut dhunia nasisa ❤❤
Your dance is verry nice