ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
এই বোৱাৰী গৰাকীয়ে কোৱা কথাবিলাক আমাৰ সমাজত প্ৰয়োজন আৰু ভাল বাৰ্তা এটা দিয়াৰ বাবে ধন্যবাদ থাকিল
Bohut Val lagil video tu
🙏🙏🙏bhal Lagil
অতি সুন্দৰ আৰু কুইনৰ পৰিৱেশন শৈলীও ব্যতিক্ৰম। কুইনৰ সুন্দৰ কথাবোৰে আমাৰ সমাজলৈ এক নতুন বাৰ্তা প্ৰেৰণ কৰিব। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন। এয়েই কামনাৰে। শেষত তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।❤❤❤ ধন্যবাদ সহকাৰে। ❤❤❤
আমাৰ টেঙাখাতৰ ছোৱালী দুলীয়াজানৰ বোৱাৰী গৌৰৱ অনুভৱ কৰিছোঁ আগুৱাই যোৱা কুইন❤❤❤
মাক জনি আমাৰ গাওঁ
Thank you
@@queenkonwar4939 জামিৰা গজাই গাওঁ শাহুমা
ধন্যবাদ তোমাৰ লগতে, তোমাৰ সেই পৰিয়ালটোলৈ। আগলৈ এনেকৈ সহায় উৎসাহ মৰম দি থাকিব বুলি আশা ৰাখিলোঁ।
বহুত ভাল লাগিল।আৰু তাইৰ সংসাৰৰ কথা ইমান ভাল লাগিছে ।মোৰো চকুপানী ওলাই গৈছে।সকলোৰে এনেকুৱা সংসাৰ এখন হলে কিমানযে ভাল লাগিব।
শুভেচ্ছা থাকিল। মাতৃ গৰাকীক 🙏🙏🙏।
তোমালোকৰ জিৱনতো সোমায় হৌক আৰু এনেদৰে আগুৱাই যোৱা
সোখময় হৌক
Very nice suveswar জনালোঁ আগ বাঢ়ি যাওঁক ঘৰৰ এটাই লৈ সেৱা জনালোঁ 🙏
সুন্দৰ । আশীৰ্বাদ থাকিল ,আগুৱাই যোৱা।
শাহু ভালেই বোৱাৰী ভাল বুলি কথা এষাৰ আছে, শাহু গৰাকীয়ে বোৱাৰী চলাব জানিছে সেই কাৰণে বোৱাৰীগৰাকীয়েও ভাল আদৰ্শ লৈছে
❤❤❤ bhal lagil agoloi aguai jaok.
অতি সুন্দৰ উপস্থাপন, আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ 👍
Heart touching video. We're proud of you queen. Go ahead way to your journey. All the best wishes to you and your family.God bless you and your family. With thankful regards ❤❤❤
Video tu bor vaal lagil dei😊
Hundor buwari❤
Hundor video hundor berta Dipar kotha ktai aru mon sui gole all the best ❤❤❤
শাহু শাহু মৰম পালেও কিছু বোৱাৰী বুলিও নুবুজে, কেৱল বোৱাৰী প্ৰতিক টো কেৱল জন্মদাতা কহে জ্ঞান কৰে। এইয়া বহুত সুখৰ পৰিয়াল জন্মদাতা আৰু শাহু শাহু এটা মুদ্ৰা হিচাবে গ্ৰহণ কৰিছে ।সঁচাই দুখ লাগিল শুনি,বিপৰিতে বহু লগ পাইছো
Val lagil.
Bahut val lagil.tumaluke hodai hukhere thaka.
Thank you so so much hokoluke muk eman morom diar babe
❤❤❤❤
Best Performance ❤❤❤ val Lagil Aru Aguwai Juwa
Bohut val lagile dai
সুন্দৰ এক বাৰ্তা সমাজলৈ।
Val lagil ba
We looking from Hyderabad tq you so much God bless your all family members 🙏
Vl lagile sai❤❤❤
শাহুৰ ঘৰখন এনেকুৱাই হ'ব লাগে।
বহুত ভাল লাগিল❤
ভাল লাগিল ❤
So nice.. Love from Tengakhat
Khub val lagile video to Sai. Moro sakupani olai gol.
বহুত ভাল লাগিল
এই চকু পানী আচলতে সুখৰ।পৰিয়ালটিলৈ সুভকামনা কৰিলো।
Most beautyfull and very cute Assamese lovable buari,thank you
আজিৰ সমাজৰ বাবে এইখন ঘৰ আজি আদৰ্শৰ ঘৰ হওঁক । মই সকলো পুত্ৰ সন্তানৰ মাতৃকেই অনুৰোধ জনাওঁ যে এইগৰাকী মাৰ দৰে হৱলৈ চেষ্টা কৰে যেন 🙏 ।
Bojut bhal lagil ,aguyai jua .Hubhesha thakil. Thanks
So beautiful ❤️❤️ So proud moment ❤❤ বহুত ভাল লাগিল অনুষ্ঠানটো, emotional kori dile alop🎉🎉
Dhoinyobad. Aru agbarhi juwa bonti
এনেকুৱা শাহু শহুৰ স্বামী পাবলৈ ভাগ্য লাগিব আৰু মই ভাবো তেওৰ সেই ভাগ্য খন সচাই ভাল সমাজত এনেকুৱা মানুহ লাগে জাতে নতুন প্ৰজন্মই ভাল খিনী শিকী বেয়া খিনী উলিয়াই দিয়ে তেতিয়াহে ভাল হব সমাজৰ চিন্তা ধাৰা বোৰ
বৰ মৰম লগা এটা পৰিয়াল ভাল লৰা
Val lagil
Love you sister logote ma papa and bro eyai moram ❤❤❤
বহুত ভাল লাগিল কথা কেইটা। শাহু গৰাকীক 🙏🙏🙏
Wow bohut dhuniya ❤
বৰ ভাল লাগিল।
বহুত বহুত ধন্যবাদ
f
শাহুৰ ঘৰখন এনেকুৱাই হব লাগে। আপোনালোক সকলোকে ধন্যবাদ জনালোঁ 🙏
Very very nice .Val lagil.
Xosai vl lgil
Good 👍
Nice sharing new friend holu dei
Hosakoi val lagil bihu nas sai ,hosa valpuar homan aku hobo nuware .
Nice
Salute 🎉🎉🎉🎉
অতি সুন্দৰ হৈছে
অতি সুন্দৰ ❤❤❤
1kdamSuper👌👌👍👍
বহুত সুন্দৰ
❤❤❤❤❤❤❤ bohut Sundar val lagise
মাক গৰাকীক🙏🙏🙏🙏🙏🙏🙏
All the best n happy journey
Bohot bohot val lagese
Hahu ma tumar Dora hokolu haha tumar 😘😘😘🙏🙏🙏🙏😘😘
বহুত বহুত ধুনীয়া লাগিল
Very nice
বহুত ভাল লাগিছে সকলোখিনি।নাছ কথা বতৰা।
It's very nice❤
লখিমী আজলী সংস্কাৰী আজীৱন হৈ থাক থাকা কাৰো প্ৰৰোচনাত তন মন বেয়া নকৰিবা সমাজত এটা ভাল বাৰ্তা দিলা❤❤❤আগুৱাই যোৱা🙏🙏🙏
সচাই ভাল লাগিল নাচনিগৰাকী মানুহ গৰাকী শাহু শহু ।
Hundor poribekhon
বহু বছৰ আগতে এটা কৌতুক শুনিছিলোঁ।___মোৰ ছোৱালী জনি ইমানেই ভাগ্যৱতি_ জোঁৱাই মোৰ ছোৱালী জনিক একো কামেই কৰিৱ নিদিয়ে।বাচন ধোৱা, কাপোৰ ধোৱা সৱ কাম জোঁৱাই কৰে।পাছে বোঁৱাৰী জনিহে ভাল নাপালো তাই ঘৰখনৰ এটা কামও নকৰে সৱকাম লৰাই কৰিব লাগে।😢😢😢😢😢😢😢😢😢😢😢
Very good interview, thanks
All the best
Rimpik buhut val laga
মোৰ শাহু এই গৰাকী এনেকুৱাই❤❤❤
❤❤❤Good
Dhuniya bihu nasese👍👍
Hahu ma joni bohut val ❤❤❤❤
বৰ ধুনীয়া নাচিছে
So beautiful sister
VERY... NICE.
Mojja
Dhuniya lgise❤❤❤❤❤
Very very nice most beautiful
All the best❤.
সুন্দৰ
সুন্দর, অতি সুন্দৰ
Nice sharing beautiful
Bor dhunia nasoni.
Kotha keita bohut guruttopurno,sokolury mon koribologiya d,,,,,
Queen kuwar vall lgil dei
এইয়া আনন্দৰ চকু পানী -- যিনেকি সকলোৰে ভাগ্যত নিমিলে।
Nice sharing
Videotu to Sai bhot onu panit hol
সছা বহুত বেছি ভাল লাগিল বিহুৰ যোৱা
Best performance
Val hoisa
Nice sharing ❤
Very beautiful Ba
Bohut khundor hoise nas aguai jaok tare kamna krisu
Good
এই বোৱাৰী গৰাকীয়ে কোৱা কথাবিলাক আমাৰ সমাজত প্ৰয়োজন আৰু ভাল বাৰ্তা এটা দিয়াৰ বাবে ধন্যবাদ থাকিল
Bohut Val lagil video tu
🙏🙏🙏bhal Lagil
অতি সুন্দৰ আৰু কুইনৰ পৰিৱেশন শৈলীও ব্যতিক্ৰম। কুইনৰ সুন্দৰ কথাবোৰে আমাৰ সমাজলৈ এক নতুন বাৰ্তা প্ৰেৰণ কৰিব। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন। এয়েই কামনাৰে। শেষত তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।❤❤❤ ধন্যবাদ সহকাৰে। ❤❤❤
আমাৰ টেঙাখাতৰ ছোৱালী দুলীয়াজানৰ বোৱাৰী গৌৰৱ অনুভৱ কৰিছোঁ আগুৱাই যোৱা কুইন❤❤❤
মাক জনি আমাৰ গাওঁ
Thank you
@@queenkonwar4939 জামিৰা গজাই গাওঁ শাহুমা
ধন্যবাদ তোমাৰ লগতে, তোমাৰ সেই পৰিয়ালটোলৈ। আগলৈ এনেকৈ সহায় উৎসাহ মৰম দি থাকিব বুলি আশা ৰাখিলোঁ।
বহুত ভাল লাগিল।আৰু তাইৰ সংসাৰৰ কথা ইমান ভাল লাগিছে ।মোৰো চকুপানী ওলাই গৈছে।সকলোৰে এনেকুৱা সংসাৰ এখন হলে কিমানযে ভাল লাগিব।
শুভেচ্ছা থাকিল। মাতৃ গৰাকীক 🙏🙏🙏।
তোমালোকৰ জিৱনতো সোমায় হৌক আৰু এনেদৰে আগুৱাই যোৱা
সোখময় হৌক
Very nice suveswar জনালোঁ আগ বাঢ়ি যাওঁক ঘৰৰ এটাই লৈ সেৱা জনালোঁ 🙏
সুন্দৰ । আশীৰ্বাদ থাকিল ,আগুৱাই যোৱা।
শাহু ভালেই বোৱাৰী ভাল বুলি কথা এষাৰ আছে, শাহু গৰাকীয়ে বোৱাৰী চলাব জানিছে সেই কাৰণে বোৱাৰীগৰাকীয়েও ভাল আদৰ্শ লৈছে
❤❤❤ bhal lagil agoloi aguai jaok.
অতি সুন্দৰ উপস্থাপন, আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ 👍
Heart touching video. We're proud of you queen. Go ahead way to your journey. All the best wishes to you and your family.God bless you and your family. With thankful regards ❤❤❤
Video tu bor vaal lagil dei😊
Hundor buwari❤
Hundor video hundor berta Dipar kotha ktai aru mon sui gole all the best ❤❤❤
শাহু শাহু মৰম পালেও কিছু বোৱাৰী বুলিও নুবুজে, কেৱল বোৱাৰী প্ৰতিক টো কেৱল জন্মদাতা কহে জ্ঞান কৰে। এইয়া বহুত সুখৰ পৰিয়াল জন্মদাতা আৰু শাহু শাহু এটা মুদ্ৰা হিচাবে গ্ৰহণ কৰিছে ।
সঁচাই দুখ লাগিল শুনি,বিপৰিতে বহু লগ পাইছো
Val lagil.
Bahut val lagil.tumaluke hodai hukhere thaka.
Thank you so so much hokoluke muk eman morom diar babe
❤❤❤❤
Best Performance ❤❤❤ val Lagil Aru Aguwai Juwa
Bohut val lagile dai
সুন্দৰ এক বাৰ্তা সমাজলৈ।
Val lagil ba
We looking from Hyderabad tq you so much God bless your all family members 🙏
Vl lagile sai❤❤❤
শাহুৰ ঘৰখন এনেকুৱাই হ'ব লাগে।
বহুত ভাল লাগিল❤
ভাল লাগিল ❤
So nice.. Love from Tengakhat
Khub val lagile video to Sai. Moro sakupani olai gol.
বহুত ভাল লাগিল
এই চকু পানী আচলতে সুখৰ।পৰিয়ালটিলৈ সুভকামনা কৰিলো।
Most beautyfull and very cute Assamese lovable buari,thank you
আজিৰ সমাজৰ বাবে এইখন ঘৰ আজি আদৰ্শৰ ঘৰ হওঁক । মই সকলো পুত্ৰ সন্তানৰ মাতৃকেই অনুৰোধ জনাওঁ যে এইগৰাকী মাৰ দৰে হৱলৈ চেষ্টা কৰে যেন 🙏 ।
Bojut bhal lagil ,aguyai jua .Hubhesha thakil. Thanks
So beautiful ❤️❤️ So proud moment ❤❤ বহুত ভাল লাগিল অনুষ্ঠানটো, emotional kori dile alop🎉🎉
Dhoinyobad. Aru agbarhi juwa bonti
এনেকুৱা শাহু শহুৰ স্বামী পাবলৈ ভাগ্য লাগিব আৰু মই ভাবো তেওৰ সেই ভাগ্য খন সচাই ভাল সমাজত এনেকুৱা মানুহ লাগে জাতে নতুন প্ৰজন্মই ভাল খিনী শিকী বেয়া খিনী উলিয়াই দিয়ে তেতিয়াহে ভাল হব সমাজৰ চিন্তা ধাৰা বোৰ
বৰ মৰম লগা এটা পৰিয়াল ভাল লৰা
Val lagil
Love you sister logote ma papa and bro eyai moram ❤❤❤
বহুত ভাল লাগিল কথা কেইটা। শাহু গৰাকীক 🙏🙏🙏
Wow bohut dhuniya ❤
বৰ ভাল লাগিল।
বহুত বহুত ধন্যবাদ
f
শাহুৰ ঘৰখন এনেকুৱাই হব লাগে।
আপোনালোক সকলোকে ধন্যবাদ জনালোঁ 🙏
Very very nice .Val lagil.
Xosai vl lgil
Good 👍
Nice sharing new friend holu dei
Hosakoi val lagil bihu nas sai ,hosa valpuar homan aku hobo nuware .
Nice
Salute 🎉🎉🎉🎉
অতি সুন্দৰ হৈছে
অতি সুন্দৰ ❤❤❤
1kdam
Super👌👌👍👍
বহুত সুন্দৰ
❤❤❤❤❤❤❤ bohut Sundar val lagise
মাক গৰাকীক🙏🙏🙏🙏🙏🙏🙏
All the best n happy journey
Bohot bohot val lagese
Hahu ma tumar Dora hokolu haha tumar 😘😘😘🙏🙏🙏🙏😘😘
বহুত বহুত ধুনীয়া লাগিল
Very nice
বহুত ভাল লাগিছে সকলোখিনি।নাছ কথা বতৰা।
It's very nice❤
লখিমী আজলী সংস্কাৰী আজীৱন হৈ থাক থাকা কাৰো প্ৰৰোচনাত তন মন বেয়া নকৰিবা
সমাজত এটা ভাল বাৰ্তা দিলা❤❤❤
আগুৱাই যোৱা🙏🙏🙏
সচাই ভাল লাগিল নাচনিগৰাকী মানুহ গৰাকী শাহু শহু ।
Hundor poribekhon
বহু বছৰ আগতে এটা কৌতুক শুনিছিলোঁ।
___মোৰ ছোৱালী জনি ইমানেই ভাগ্যৱতি_ জোঁৱাই মোৰ ছোৱালী জনিক একো কামেই কৰিৱ নিদিয়ে।বাচন ধোৱা, কাপোৰ ধোৱা সৱ কাম জোঁৱাই কৰে।
পাছে বোঁৱাৰী জনিহে ভাল নাপালো তাই ঘৰখনৰ এটা কামও নকৰে সৱকাম লৰাই কৰিব লাগে।
😢😢😢😢😢😢😢😢😢😢😢