Report@30 || তামোলৰবাৰীত ৰোপণ কৰিব পাৰি চকলেট গছ || বান্দৰ কে‍ঁকোৱাৰ পৰা উপাৰ্জন ১ৰ পৰা ডেৰ কোটি টকা

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ธ.ค. 2024

ความคิดเห็น • 986

  • @mukulchandrabaruah3631
    @mukulchandrabaruah3631 3 ปีที่แล้ว +9

    ভাল লাগিছে। অসমৰ মানুহ আগবাঢ়ি যোৱা দেখিলে, exceptional কিবা কৰি উন্নতি কৰা দেখিলে বহুত বহুত আনন্দ লাগে।

  • @basisthaacharya6590
    @basisthaacharya6590 4 ปีที่แล้ว +1

    এইটো এটা উল্লেখযোগ্য প্ৰেৰণাদায়ক অনুষ্ঠান। অসমৰ বহুকেইখন গাঁৱত এই কামটো কৰিবলৈ সুবিধা আছে, পিছে এই অজাত শত্ৰু বান্দৰৰ জাকৰ পৰা ইয়াক ৰক্ষা কৰা সম্ভৱ নহয়। গতিকে বান্দৰৰ পৰা কিদৰে এই খেতি বাতি বোৰ ৰক্ষা কৰিব পাৰি তাৰ বাবে কিছুমান উপায় প্ৰচাৰিত কৰিলে ৰাইজৰ বহুত উপকাৰ হ'ব। উদ্যোগী ব্যক্তি সকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছো।

  • @nomadicassamese618
    @nomadicassamese618 6 ปีที่แล้ว +95

    সুন্দৰ পদক্ষেপ!!
    এই গছৰ বীজ কেনেকৈ পোৱা পোৱা যাব!! এই বীজবোৰ আৰু এই খেতিৰ প্ৰক্ৰিয়াটো আমাৰ নৱপ্ৰজন্মক যোগান ধৰি প্ৰশিক্ষণ দিলে অসমৰ অৰ্থনীতিত যথেস্ট উন্নত হ'লহেতেন!!
    চৰকাৰে skill devlopmnt ৰ নামত কি কৰি আছে সিহঁতে জানিব!!

    • @UjjaldasBubul
      @UjjaldasBubul 6 ปีที่แล้ว +3

      ভাল কথা কৈচা তুমি

    • @ranarabha2547
      @ranarabha2547 6 ปีที่แล้ว

      Atiya kot jai pam ami ei bustu bor

    • @paragborah7998
      @paragborah7998 6 ปีที่แล้ว +7

      বাতৰিটো প্ৰচাৰ কৰিছে ভাল পাইছোঁ । কিন্তু বাকী সহায় সহযোগিতাবোৰো যদি কৈ দিলে হয় ভাল লাগিল হয় ।

    • @RupamKamrup
      @RupamKamrup 6 ปีที่แล้ว +2

      বলক হে এদিন যাওঁগৈ | লগ কৰোগৈ

    • @bijuphukan5634
      @bijuphukan5634 6 ปีที่แล้ว

      Hh

  • @Sarat933
    @Sarat933 6 ปีที่แล้ว

    সচাকৈয়ে অতি সুন্দৰ পদক্ষেপ ।।। সাধাৰণতে সঠিক যোগাযোগৰ অভাৱতে বহুতে ইচ্ছা আৰু সামৰ্থ থাকিও এইক্ষেত্ৰত আগুৱাই যাবলৈ কুণ্ঠাবোধ কৰে ।।

  • @rebotnath7962
    @rebotnath7962 6 ปีที่แล้ว +47

    বহুতে মতামত দিছে সকলোৱে সুধিছে কি দৰে বীজ পোৱা যাব কিন্তু দুখৰ কথা যে dy365 ৰ ফালৰ পৰা কোনো সহাৰি পোৱা নাই আপোন লোকক অনুৰোধ কৰিছোঁ যে কথা খিনিৰ উত্তৰ দিয়ক আৰু আমাৰ দৰে নিবনুৱা লৰা ছোৱালী বোৰক প্ৰেৰণা জনাব যাতে আমি তাৰ খেতি কৰি স্বাৱলম্বী হব পাৰো ধন্যবাদ

    • @futurelife5828
      @futurelife5828 6 ปีที่แล้ว

      🙏 কৃষ্ণ

    • @garimadeka3771
      @garimadeka3771 5 ปีที่แล้ว

      Amar gaont bandor kekua ase dada..

    • @garimadeka3771
      @garimadeka3771 5 ปีที่แล้ว +2

      @@rupeshrabhaswargiary1444 nai nuari..gaat kibakoi lagilbo lagile moribo lagibo😊

    • @garimadeka3771
      @garimadeka3771 5 ปีที่แล้ว

      @@rupeshrabhaswargiary1444 hoi neki..etat 1000 dile nissoi ksto kori holeu anim😁😁

    • @garimadeka3771
      @garimadeka3771 5 ปีที่แล้ว

      @@rupeshrabhaswargiary1444 ki korubo aapuni kini loi??

  • @himanibanikya8168
    @himanibanikya8168 3 ปีที่แล้ว

    সুচিল পাটোৱাৰী আপুনাৰ কথা বোৰ খুবভাল ধিৰ স্থিৰ আজিৰ পৰা বহুত কথা জানিব পাৰিলো বৰভাল লাগিল আমি নজনা কথা বহুত আচে সকলোৰে ভাল হওক খেতি কৰা জুবক কেইজনক শুভেচ্চা দিলো তেওলোকৰ উন্নতি কামনা কৰিলো

  • @jeetoxom3897
    @jeetoxom3897 6 ปีที่แล้ว +7

    Great job. This is what people actually want. Keep it up. 💯

  • @adityanath2552
    @adityanath2552 6 ปีที่แล้ว +2

    ২ কেজি গুড় ২০০ লিটাৰ পানী ৰ লগত ২০ টকা দামৰ এটা বটল মিহলাই মাটিত দিলে মাটিৰ উৰ্বৰতা বাঢ়ে । বাঃ ইমান ধুনীয়া informetion । ধন্যবাদ

  • @dhrubajyotigogoi2228
    @dhrubajyotigogoi2228 6 ปีที่แล้ว +6

    thanks .... kin2 bojar kot ase kwa hole vl asil .....

  • @niyoresmiofficialmusic8161
    @niyoresmiofficialmusic8161 6 ปีที่แล้ว +1

    বহুত ধুনিয়া লাগিল

  • @dambaruspersonalblog5541
    @dambaruspersonalblog5541 6 ปีที่แล้ว +37

    আমাৰ অসমৰ মানুহে বিভিন্ন খেতি কৰে যদিও উপযুক্ত বজাৰ তথা মধ্যভোগী আৰু বিভিন্ন কাৰণৰ বাবে উপযুক্ত মূল্য নাপাই মাজতে এৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।গতিকে যিকোনো খেতি কৰাৰ আগতে চৰকাৰে নিদিষ্ট ব্যৱস্থাপনাৰ যোগেদি কৃষকৰ বাবে সুলভ বজাৰ এখন সৃষ্টি কৰিব নোৱাৰিলে যিমান খেতি কৰিলেও লাভ নাই।আশা কৰিছোঁ ৰাইজে কৃষি বিপ্লৱত অংশগ্ৰহণ কৰি এনেকুৱা অনুষ্ঠান বোৰৰ পৰা লাভবান হ‌ওঁক।

  • @bkumar1288
    @bkumar1288 4 ปีที่แล้ว +2

    We should encourage unemployed youths to grow with guidance.Nice programme

  • @chandonpaponborah.4240
    @chandonpaponborah.4240 6 ปีที่แล้ว +6

    সুন্দৰ প্ৰচেষ্টা আপোনালোকৰ। এইবোৰ আৰম্ভ কৰিবলৈ হলে কেনেকৈ আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰিম।

  • @hiteshgogoi9409
    @hiteshgogoi9409 4 ปีที่แล้ว +1

    বৰ সুন্দৰ নিদৰ্শন, আমাৰ নৱপ্ৰজন্মই এইবোৰৰ প্ৰতি আকৰ্ষিত হব,আৰু নিবনুৱা সমস্যা দূৰ হব,চৰকাৰৰ লগতে তেখেতে বাট দেখুৱাবলৈ প্রাৰ্থনা জনাইছোঁ(ঠিকনা দিব বুলি অনুৰোধ জনাইছোঁ)🙏🙏🙏

    • @bhabensahariah8526
      @bhabensahariah8526 2 ปีที่แล้ว

      প্ৰগেমটো ধাৰাবাহিক ভাবে দি থাকি অসমৰ খেতিয়কক আগবঢ়াই নিয়াত সহায় কৰে যেন ।

  • @Bhattapapu
    @Bhattapapu 6 ปีที่แล้ว +5

    One of the best programmes by Dy

  • @priorava1902
    @priorava1902 6 ปีที่แล้ว +1

    Wow.....bht bhal concept dada

  • @kirihanse2403
    @kirihanse2403 6 ปีที่แล้ว +3

    Xundor idea koribo lagibo

  • @rueeborah8033
    @rueeborah8033 3 ปีที่แล้ว

    সুন্দৰ পদক্ষেপ

  • @anupamsaikia735
    @anupamsaikia735 6 ปีที่แล้ว +7

    তেওলোকক লগ কৰিব বিছাৰো ৷ তেওলোকৰ ঠিকনা দিলে উপকৃত হলো হয় ৷

    • @Bikram12344
      @Bikram12344 6 ปีที่แล้ว +1

      সাৰ খোৱা অসমীয়া অ' কোনো নকয়।

    • @jyotishmedhi4116
      @jyotishmedhi4116 ปีที่แล้ว

      @@Bikram12344 sob Pakistani hoí

  • @munindrasarma2508
    @munindrasarma2508 4 ปีที่แล้ว

    apunar anusthan tur pora manuh khosai lavambito hobo thank you

  • @palashkakati7166
    @palashkakati7166 3 ปีที่แล้ว +4

    Amar কুঁহিয়াৰ খেতি বাৰিৰ বান্দৰ কেঁকোৰা বহুত আছে

  • @Gunda0506
    @Gunda0506 6 ปีที่แล้ว

    Bahut encouraging video.......Aakha koru natun projonmoi bahut kotha hikibo paribo

  • @trikendrajitkalita9511
    @trikendrajitkalita9511 6 ปีที่แล้ว +4

    All time good Vedio l am interested l am science graduate and have nursery firm also l hope if a proper counseling is initiated then it can promote our poor firmer....

  • @SriCCDas
    @SriCCDas 4 ปีที่แล้ว

    ধন্যবাদ আপোনাৰ এই চকলেট খেতি কৰাৰ বাবে।

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 4 ปีที่แล้ว

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻

  • @deepankarchutia1413
    @deepankarchutia1413 6 ปีที่แล้ว +6

    Coffee gos jupak j bandor kekura koi moi dy365 pora hey gom palu..by d way dy365 a bandor kekura use kori sabo adin

  • @krishnakathar7472
    @krishnakathar7472 ปีที่แล้ว

    Supper all the best ,god bless u, be continue

  • @sujitchutia-x3y
    @sujitchutia-x3y 6 ปีที่แล้ว +11

    Enekua news sabo mn jai

  • @JituAssam564
    @JituAssam564 6 ปีที่แล้ว

    Bhut vl lagil jani kinie...

  • @mohammadabdulmotalibhussai1713
    @mohammadabdulmotalibhussai1713 5 ปีที่แล้ว +3

    Allah is only one (1) ek

  • @B.Sarmah1
    @B.Sarmah1 4 ปีที่แล้ว

    আপোনালোকৰ এই প্ৰচেচ দেখি সচাকৈয়ে ভাল লাগিছে ।আৰু বহলভাবে কৰক তাৰেই কামনা কৰিছো ।লগতে দ্ৰেগন ফ্ৰুইতৰ খেতিতো কৰিলে বহুত লাভজনক বুলি জানো । পাৰিলে দ্ৰেগন ফ্ৰুইট লগাওক । মই জানুৱাৰী মাহত ২ কিলো দ্ৰেগন ফ্ৰুইট আনিছো ৯৫০ টকাত দুকিলোট ৮ টা উঠিছে।গতিকে পাৰিলে চেষ্টা কৰক চোন ।

  • @nitubayan7092
    @nitubayan7092 6 ปีที่แล้ว +26

    Bhal lagil bekar Lora babe bhal khbr

    • @sihvadeka6825
      @sihvadeka6825 6 ปีที่แล้ว

      Jane aapuni....

    • @anupamboruah2862
      @anupamboruah2862 6 ปีที่แล้ว

      Original assamese

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 4 ปีที่แล้ว

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻।

  • @dabajitgogoi9581
    @dabajitgogoi9581 6 ปีที่แล้ว

    very precious report...expect more report like this...superb.

  • @bikashbarman5748
    @bikashbarman5748 6 ปีที่แล้ว +6

    আমাৰ ঘৰত আছে বানদৰ কেকুৰা আপোনালোকৰ তাত বেছিব খুজু

  • @prabalbharali376
    @prabalbharali376 5 ปีที่แล้ว

    Great reporting... Very very Awesome , Knowledge oriented.

  • @adityanath2552
    @adityanath2552 6 ปีที่แล้ว +14

    news টো হয়তু সচাঁ । কিন্তু এনেধৰনৰ news এ কাৰো উপকাৰ কৰিব নোৱাৰে ।

    • @indprajit1590
      @indprajit1590 3 ปีที่แล้ว +1

      Hoi naki bupa...tumak game kheli poisa lage

  • @bidyasingengleng1014
    @bidyasingengleng1014 6 ปีที่แล้ว

    Kheti kori Raijor dekuwar babe bohut bhal lagise gotike apunalukok bohut bohut dhaibad namaskar..

  • @himangshukashyap3365
    @himangshukashyap3365 6 ปีที่แล้ว +30

    aneke news korile lav nai ...bitong kotha jonabo lage ...lgt xokolu jugajug ba bazaar xnr kotha o janibo lgibo ..nhle Ami jdi sojina Pat 1kg besibo jao kune kinibo ..pagol buli hahibo najana manuhe

    • @ranarabha2547
      @ranarabha2547 6 ปีที่แล้ว +2

      Ohh hy de luwa manuh ase jdi kimn ase na bhai

    • @Joyee590
      @Joyee590 6 ปีที่แล้ว +1

      Ya

    • @pranajitchangmaji7379
      @pranajitchangmaji7379 5 ปีที่แล้ว +1

      Hoi khosa kotha hahibo manuhe amak

    • @garimadeka3771
      @garimadeka3771 5 ปีที่แล้ว +2

      Umm thiky koise kothakhar

    • @ruralblog
      @ruralblog 4 ปีที่แล้ว +1

      Thik kotha ke koise

  • @rajneeshhowborah411
    @rajneeshhowborah411 2 ปีที่แล้ว

    ভাল লাগিল ॥ ইয়াৰ বাবেকেনেকুৱা মাটি লাগ লগতে ফোন Notu দিব ॥

  • @pinkuutpal6032
    @pinkuutpal6032 6 ปีที่แล้ว +3

    গুটি/পুলি বাৰু হৈ যাব। মাৰ্কেট টো কত? সেইটো গুৰুত্ত নিদিলে ভিডিঅ টোত।

  • @lachithazarika1142
    @lachithazarika1142 6 ปีที่แล้ว

    ধন্যবাদ DY365 এনে তথ্য জনোৱাৰ বাবে

  • @mohammadabdulmotalibhussai1713
    @mohammadabdulmotalibhussai1713 5 ปีที่แล้ว +4

    Allah ek hai
    Allah ka akhiri rasul Hazrat Mohammad s.a.w hai

  • @narjinaparbin7406
    @narjinaparbin7406 4 ปีที่แล้ว +1

    Supper program, thanks

  • @bidyabaruah3226
    @bidyabaruah3226 6 ปีที่แล้ว +7

    আমাৰ ঘৰত আছে বন্দৰ কেকূৰা

    • @tankeswardas8175
      @tankeswardas8175 6 ปีที่แล้ว +1

      bidya baruah kot tumar ghr

    • @a2ztechandfun241
      @a2ztechandfun241 6 ปีที่แล้ว

      bidya baruah বহুত ভ'য় লাগে মোৰ এইবিধ বস্তু ।

    • @hirakjyotisonowal3941
      @hirakjyotisonowal3941 4 ปีที่แล้ว

      আপোনাৰ ঘৰ কত

  • @hridoydeka2150
    @hridoydeka2150 6 ปีที่แล้ว +2

    ভাল পদক্ষেপ....

  • @upantapathak5346
    @upantapathak5346 6 ปีที่แล้ว +11

    চজিনা পাট বোৰ কত আৰু কেনেকৈ বেচিব পাৰি এইবোৰ কোনে কিনে।

    • @manashaxom578
      @manashaxom578 6 ปีที่แล้ว +1

      আমি কিনো।। supply দিয়াৰ দায়িত্ব আমাৰ।।

    • @AbdulMannan-lf9hx
      @AbdulMannan-lf9hx 6 ปีที่แล้ว

      Manash pls give me ur mobile phone number

    • @realassamenjoylife6751
      @realassamenjoylife6751 6 ปีที่แล้ว

      @@manashaxom578 .
      pls share ur contac no

    • @hirakjyotisonowal3941
      @hirakjyotisonowal3941 4 ปีที่แล้ว

      মানচ দা‌ কত বিক্ৰি কৰে কব নেকি? ফোন নম্বৰটো দিব চোন।

  • @mriduldas1032
    @mriduldas1032 6 ปีที่แล้ว

    Excellent steps for the benefits of our farmers...congratulations and go ahead...nature will definitely help you along with our farrmers...

  • @rajuronghang6941
    @rajuronghang6941 6 ปีที่แล้ว +4

    marketing link tu he diyak.

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 4 ปีที่แล้ว

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻।

  • @ayatullahsheikh3118
    @ayatullahsheikh3118 4 ปีที่แล้ว

    মোৰ মৰমৰ সুশীল দা আজি বহুত দিনৰ মূৰত দেখা পাইছো, ভাল লাগিল আমাৰ ওচৰত দাদাৰ ঘৰ, ভালে থাকক কুখলে থাকক.

  • @kasinathtanti1155
    @kasinathtanti1155 6 ปีที่แล้ว +15

    বহুতৰ coment চাইছোঁ কিন্তু dy বা কাৰো reply নাই।
    kindly reply বা যোগাযোগৰ ঠিকনা দিয়ক

    • @advlog432
      @advlog432 5 ปีที่แล้ว

      Faltu khamkori homoi nosto nokora Jan .aruki ki balor Khan ASA.jubokburok maybe gilanokoribo

    • @arabpragoti9744
      @arabpragoti9744 5 ปีที่แล้ว

      fal2

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 4 ปีที่แล้ว +1

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻

    • @jyotishmedhi4116
      @jyotishmedhi4116 2 ปีที่แล้ว +1

      @@গাঁৱলীয়ালৰামই-ষ৫ষ Sir , Mok dibone apunar mushroom training , Kamrup (r) . Jodi diye Moi apunak contact korim

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 2 ปีที่แล้ว

      @@jyotishmedhi4116 okk call me

  • @mehmudhassan5382
    @mehmudhassan5382 4 ปีที่แล้ว

    Very useful vdo

  • @ahmedadil1334
    @ahmedadil1334 6 ปีที่แล้ว +8

    মই খেতি কৰিম বুলি ভাবিছো পুলি কত পাম

  • @florenceamsong8987
    @florenceamsong8987 4 ปีที่แล้ว

    Thankyou sir aponar nasari ekdin saboloi jai

  • @a2ztechandfun241
    @a2ztechandfun241 6 ปีที่แล้ว +5

    চজিনাৰ পাত ক'ত কেনেকৈ বিক্ৰী কৰিব পৰা যাব?
    #a2ztechandfun

    • @AsadAli-du3hg
      @AsadAli-du3hg 5 ปีที่แล้ว

      চজিনার পাত কত বিক্ৰী করিম

    • @ekramhussainmir3903
      @ekramhussainmir3903 5 ปีที่แล้ว

      No reply nai, this is problem

  • @bhupenkakati5973
    @bhupenkakati5973 6 ปีที่แล้ว

    Moi Bhupen kakateye apunar natun poyashar babe bohut bahut Thanks,

  • @sanjaibasumatary8203
    @sanjaibasumatary8203 6 ปีที่แล้ว +6

    moi vabu xokolu kerela'r pora xiki goise ..karon kerela't xokolu bostu kamot lage 1'ta bostu peloniya bostu nai....aru moi atiya keralat prai 3 years par hoise

    • @manjitr.4391
      @manjitr.4391 5 ปีที่แล้ว

      Tumi tate i thaka etiao?

    • @manjitr.4391
      @manjitr.4391 5 ปีที่แล้ว

      Sanjai Basumatary ktha eta kua sun axom t chocolate kheti khon HBO pare ne nai, thaikhonot boroxun pani joma hole HBO janu?

    • @sanjaibasumatary8203
      @sanjaibasumatary8203 5 ปีที่แล้ว

      oo ...hobo kio nohoi seshtar oxaidho eku nai

    • @sanjaibasumatary8203
      @sanjaibasumatary8203 5 ปีที่แล้ว

      5'6 years above hol..

    • @sanjaibasumatary8203
      @sanjaibasumatary8203 5 ปีที่แล้ว

      pani joma hobo nihibo pani joma hobo diley gos mori jabo.karon pani xarot"koi besi xokti korey..

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 6 ปีที่แล้ว

    🌿 🌴🌳 Agote najona kotha bur Janilu , Bujilu
    ▪Huni Val lagil .

  • @palashrabha4398
    @palashrabha4398 6 ปีที่แล้ว +3

    100g dam 1300 toka... 1kg dam 101300 toka faltu DY365..... aponalokok bandor kekowa logai dibo loga hoise...

  • @mexi1344
    @mexi1344 4 ปีที่แล้ว

    বুজি পাইছোঁ ৰবৰ্ খেতি কি হল মাৰ্কেট নাই অসমৰ বস্তু সদাই দাম নাই বুজা শেষ ভাল idea ।খেতি কৰিম আনে ক্ৰীম খাব সুন্দৰ idea thank you sir

  • @rebiccasonowal8749
    @rebiccasonowal8749 6 ปีที่แล้ว +7

    Dada apunar contracts number aru full address Pamnaki, guwahati city pora Kun rootot jam.

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 4 ปีที่แล้ว

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻।।

  • @assammusicalworld4374
    @assammusicalworld4374 5 ปีที่แล้ว

    Bohut val lagil. Amar axom etia dukhia nohobo kn2 jodile eibur r pra xothik mullaya amar krixok bure pai. Moiu vabisilu eibur r khetir bixoie...kn2 monole ahil j kheti korat xokolue koribo paribo kn2 supply kot dibo. Jdi kunubaai ene kiba details dibo pare plz eta vedio anuxare dekhaok...

  • @utpalmodularkitchen937
    @utpalmodularkitchen937 6 ปีที่แล้ว +22

    যোগাযোগৰ ঠিকনা দিব নিকী ।।

    • @nirengogoi4665
      @nirengogoi4665 3 ปีที่แล้ว

      যোগাযোগৰ ঠিকনা, আৰু ছাৰহতৰ মবাইল নং দিয়কচোন

    • @bg_gayero9267
      @bg_gayero9267 3 ปีที่แล้ว +1

      Bandor kekua pabor babe adress dile upoker hobo

    • @utpalmodularkitchen937
      @utpalmodularkitchen937 3 ปีที่แล้ว

      @@bg_gayero9267 7892574541

  • @janubaruah7363
    @janubaruah7363 3 ปีที่แล้ว

    Lovely video

  • @shaanali6072
    @shaanali6072 6 ปีที่แล้ว +4

    Dy365 ,আপোনালোকে news টু দিলা ভাল লাগিছে লগতে যোগাযোগর number টু দিবা নে? Please দিয়া,,

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 4 ปีที่แล้ว +1

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻

    • @jyotishmedhi4116
      @jyotishmedhi4116 2 ปีที่แล้ว

      @@গাঁৱলীয়ালৰামই-ষ৫ষ Trining ketiya hobo , 12 month khati koribo parine ? Please reply

  • @AliKhan-jy2tm
    @AliKhan-jy2tm 6 ปีที่แล้ว

    Greet jod..moi khub val lagil sai jiheto nibonuwa homoisiya alop kisu komibo plzz sir ai bikhoi amaku alop valke jonabo..

  • @bikug1610
    @bikug1610 6 ปีที่แล้ว +6

    Kebol kolpona Kori bohe pari kintu reality t sage noho bo 😐😐⚠️

  • @lakulakurajput6886
    @lakulakurajput6886 4 ปีที่แล้ว

    Moja lagil

  • @adityaboruah9529
    @adityaboruah9529 6 ปีที่แล้ว +5

    তেখেত লোকৰ লগত যোগাযোগ কৰিব বিচাৰো।। অনুগ্ৰহ কৰি ম'বাইল নম্বৰটো দিয়কচোন।

  • @ritulahmed3713
    @ritulahmed3713 5 ปีที่แล้ว

    Bhut vl lagisy sai

  • @faridurrahman1731
    @faridurrahman1731 6 ปีที่แล้ว +44

    ১00 গ্ৰামৰ দাম ১৩০০ টকা হলে
    ১কেজিৰ দাম কেনেকৈ ১লাখ ৩০ হাজাৰ হয় ?
    এয়াই নেকি আমাৰ অসমৰ বাতৰি।

    • @GangofRobul
      @GangofRobul 6 ปีที่แล้ว +1

      Oi ghadaa aitu medicine or damm

    • @lupumoni3438
      @lupumoni3438 6 ปีที่แล้ว +1

      a mojjjjjjjjjjjjjjjjjjjjjjjja disa

    • @raghunathdasdas8815
      @raghunathdasdas8815 6 ปีที่แล้ว

      math ok

    • @faridurrahman1731
      @faridurrahman1731 6 ปีที่แล้ว +4

      Moi a atya gadha holo.
      Valke sa line to pohri.

    • @rrc7055
      @rrc7055 6 ปีที่แล้ว

      Bhal disa kin2

  • @jaandoley
    @jaandoley 6 ปีที่แล้ว +1

    Enekua dhoronor news bure bahut help koribo. Keet it up

  • @babachetia3876
    @babachetia3876 6 ปีที่แล้ว +3

    Kiba link axe nki bikibo porakoi mr usart guti 1 kg mn axe

    • @manashaxom578
      @manashaxom578 6 ปีที่แล้ว

      Ami kinu.. Supply dia kaam amar..

    • @sd-ru3fg
      @sd-ru3fg 6 ปีที่แล้ว

      @@manashaxom578 price kiman diba 1 kg t??

    • @manashaxom578
      @manashaxom578 6 ปีที่แล้ว

      @@sd-ru3fg per kg 1000.. Kiman ase.. Address dia

  • @newlifelessonassamese4032
    @newlifelessonassamese4032 6 ปีที่แล้ว

    বহুত ভাল খবৰ।

  • @jitulnj
    @jitulnj 6 ปีที่แล้ว +5

    Teo lokor mobile number dibo nki

  • @dreamprojectofindia
    @dreamprojectofindia 6 ปีที่แล้ว +1

    Well-done Good information.
    Negative r majh Di positive news.
    Jai Aai Axom.

  • @biswajitgogoi6583
    @biswajitgogoi6583 6 ปีที่แล้ว +4

    Phone number tu dela val asel

  • @atulchandragogoi7716
    @atulchandragogoi7716 4 ปีที่แล้ว

    Wow!!! It's an amazing program for all of us

  • @anantakumarnathanantakumar8077
    @anantakumarnathanantakumar8077 6 ปีที่แล้ว

    Dy365 loi dhanyabad anekua ata hundar dikh dekhuor babe. Aagaloi o anekua pragram sabo pam buli axa karilu

  • @ah6493
    @ah6493 6 ปีที่แล้ว +1

    Salute to our farmers

  • @everythingsmix87
    @everythingsmix87 6 ปีที่แล้ว +2

    Sir, bohut dhuniYa video dixe... agoleu ane kuwa video d jai jen

  • @voiceofpeace9821
    @voiceofpeace9821 5 ปีที่แล้ว

    Very good progressive farmer and inventor of new variety of high value plantation for the Assamese people. Need modelization and unification for this farming

  • @someswarbrahma2406
    @someswarbrahma2406 3 ปีที่แล้ว

    wow ! Feeling so much proud ,watching this video !
    Cordial thanks to tween Discoverer ;

  • @amitgour5649
    @amitgour5649 4 ปีที่แล้ว

    বৰ ভাল

  • @greentomato2638
    @greentomato2638 4 ปีที่แล้ว

    Great job

  • @assamwildlifeanimals2421
    @assamwildlifeanimals2421 6 ปีที่แล้ว

    Dhunia

  • @digantadas6507
    @digantadas6507 5 ปีที่แล้ว

    Good concept,go forever and give us advice

  • @debajitkonwar709
    @debajitkonwar709 4 ปีที่แล้ว

    Great job sir .

  • @roncartoon3407
    @roncartoon3407 6 ปีที่แล้ว

    Vl lgil..

  • @vibration7071
    @vibration7071 6 ปีที่แล้ว

    wow..very nice

  • @PrabinBLimbu
    @PrabinBLimbu 6 ปีที่แล้ว

    very nice job

  • @hafizabdul7713
    @hafizabdul7713 5 ปีที่แล้ว

    Very very good

  • @ftrsongs905
    @ftrsongs905 6 ปีที่แล้ว

    Hosa bht vl lagesa 👌👌👌

  • @litulbhuyan8963
    @litulbhuyan8963 6 ปีที่แล้ว +1

    Nice video

  • @startingpointslife1422
    @startingpointslife1422 6 ปีที่แล้ว

    I salute you sir keep it up

  • @colorsne
    @colorsne 6 ปีที่แล้ว

    Wow... Great....

  • @migolpegumigolpegu3717
    @migolpegumigolpegu3717 6 ปีที่แล้ว

    verry nice new.....

  • @ratulbhuyan8768
    @ratulbhuyan8768 6 ปีที่แล้ว

    Good job. Assam Agriculture department r karma karta sakale aibor Katha najaneneki. Jodi Jane tente tekhet sakale eman din ki Kari ase ??? Sadharan yubakehe aibilak kari dekhuwaba Laga hoise. Tekhet sakalak bahut bahut dhanyabad jonalu.

  • @rimaborah6242
    @rimaborah6242 6 ปีที่แล้ว +1

    Great 👍

  • @ranarabha2547
    @ranarabha2547 6 ปีที่แล้ว

    Thanks u jonuwa karne

  • @namratamedhi9966
    @namratamedhi9966 6 ปีที่แล้ว

    The farmer seems well educated

  • @romanticvideo485
    @romanticvideo485 6 ปีที่แล้ว

    Very nice