ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীমুখে ভাগৱত কথা শ্ৰৱন কৰিব পায় জীৱন ধন্য মানিছো সদায় ভাত ৰান্ধোতে হোক বা অন্য কাম কৰি থাকোতে হওক কেৱল কৃষ্ণৰ কথা শুনিবলৈ মন যায় আৰু ময় শুনি জিমানখিনী জ্ঞান পাইছো লৰা ছোৱালীহতকো বুজাবলে শখ্যম হৈছো কৃষ্ণ
প্ৰভু আপোনাৰ চৰণত প্ৰণাম ।আমাক ঈশ্বৰৰ মধূৰ বাণী শুনাবলৈ আপোনি দীঘায়ু হক এয়ে ভগৱানৰ ওচৰত প্ৰাথনা।
নিৰবধি বদনে ৰহোক হৰি নাম। দিয়ো আমাক এহি দান।।কৃষ্ণ।
হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ সাগৰ অনু এক কৰা দিয়া মায়া হৌক দূৰ জয় জয় কৃপাময় দেৱ যদুপতি তোমাৰ চৰণে মাগো অমূল্য ভকতি।হে কৃপাময় আমি এই মহামোহ জনক কলিতা কৃতাৰ্থ কৰা বাবে তোমাৰ পদ যুগল সেৱাৰ যুগ্য নহয় ।এই ঘোৰ কলিত আপোনা সবক ভগৱান মান্যতা প্ৰদান কৰিছে শাস্ত্ৰয়। কলিত আপোনা সবক দৰ্শন পোৱাৰ বাবে ঈৰক ধন্য ধন্য হে ৰাজন
কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি ৰাম প্ৰভু মাধৱ পূৱাৰ প্ৰনাম জনালোঁ কৃষ্ণ কৃষ্ণ ৰাম প্ৰভু 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃঃঃ।
Krishna Krishna Krishna baap.Bahut dinor murot xunib pai bhal lagil.
কৃষ্ণ গুৰজনা👏👏👏প্ৰনিপাত জনালোঁ...কৃষ্ণ
হে প্ৰভূ আপোনাৰ চৰণত দণ্ডৱত প্ৰণাম জনালো ৷ আপোনাক ঈশ্বৰে কুশলেৰাখি আমাক কৃষ্ণ কথা শ্ননি থাকিবলৈ কৃপালাভ ৷ কৰক ৷
At 00z
Ponipat jonaiso
@@manoranjandeka9358 by
🙏🙏🙏🙏🙏
কৃষ্ণ বাপ সেৱা জনালো, সছায়ে বাপ ভাগৱত পাঠ শুনি অতিশয় আনন্দিত আৰু মনত বৰ শান্তি লভিছো
কৃষ্ণ কৃষ্ণ প্ৰভু বাপ কৃষ্ণ
হে বাপজনা আপোনাৰ পাঠ বহুদিন ধৰি শুনি আহিছো। ইমান মানসিক সন্তুষ্টি লভিছু। ৰাতি টোপনি নহা সময়ত মই আপোনাৰ অমৃতময় কৃষ্ণ কথা শুনি ঈশ্বৰক হৃদয়তে পোৱা যেন লাগে। ভগৱানে আপোনাক ঐশ্বৰিক শক্তি প্ৰদান
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সশ্ৰদ্ধ সেৱা গ্ৰহণ কৰিব ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালোঁ। আপোনাক ভগৱানে কুশলে ৰাখক কৃষ্ণ 🙏🙏
কৃষ্ণ হে প্ৰভু আপোনাৰ চৰনত সেৱা জনালো ।বহুত ভাল লাগিল ।
Krishna Krishna prabhu jona. Aamar hewa grahan koribo. Kukhole aase nishoy. Oti monurom byakha. Sraban kori dhoinya dhoinya.
Dandabad prabhu Eeswar Apunar srimukhe krishnaa katha Ami sobe suni thakiba parojen aru Apunako prabhu eesware sushsta sarile Rakhe jen bhagabant prabhu eeswarak prarathana korilo
কৃষ্ণ বাপ ভাগৱত পাঠ শুনি মনত শান্তি পালো
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ চৰণত শতকৌটি সেৱা জনালোঁ ৷ভগৱানে আপোনাক কুশলে ৰাখক৷আপোনাৰ মুখে কৃষ্ণকথা শুনি নথৈ আনন্দিত আৰু উপকৃত হলো৷
Joy Sree Krishna🙏🏻🙏🏻🙏🏻 Issore apunak tekhetor Gunanukritan koriboloi aru sakti diye jen....May God bless all of us🙏🏻🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ, সঁচায়ে বৰ ভাল লাগিল
ধন্য হলো বাপ ইশ্বৰ । কৃষ্ণ
Krishna Krishna Krishna prabhudev pronam to you.
ৰাম ৰাম ৰাম।
হে বাপ আপুনি যেন আমাক এনেকৈ ভাগৱত পাঠ কৰি সদায় শুনাই থাকিব পাৰে ।প্ৰভু ভগৱন্ত যেন আপোনাক সেই শক্তি প্ৰদান কৰে । তাকেই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলো ।
কৃষ্ণ বাপ সেৱাহে নিবেদিছু। ৰাম কৃষ্ণ হৰি নাৰায়ণ। 💖
Apunaloi bohut bohut dhanayabad jasilu aru pranam🙏🙏🙏 janalu.
কৃষ্ণ প্ৰভু, আপোনাৰ শ্ৰীমুখে ভাগৱত কথা শ্ৰৱন কৰি ধন্যহলো।প্ৰভু ভগৱন্তই আপোনাৰ সৰ্বতোদিশৰ মঙ্গল কৰক।
কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ সশ্রদ্ধ সেৱা ভাগ আপোনাৰ শ্রী চৰণত নিবেদিলো কৃপা কৰিব। আমাক কৃষ্ণ কথা শ্রৱন কৰাই থাকিবলৈ ভগবানে আপোনাক কোশলে ৰাখক সুস্বাস্থ্য অধিকাৰী হওঁক দীর্ঘায়ু কৰক তাৰ কামনাৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
Bap ati sunder sumadhur Bhagabat Katha sunibo pai thakim buli asha rakhisu. Aponar mangal kamona korisu. Krishna Krishna
কৃষ্ণ প্ৰভুজনা আপোনাৰ চৰণত সেৱা ধৰিছো
হে পৰম কৃপালু কৃষ্ণ গুৰু ভগৱন্তই যেন আপোনাৰ ওৰে জীৱন ভক্তসকৰ মাজত কৃষ্ণ গুণ গৰিমা ঐশ্চৰ্য্য মহিমা কীৰ্তন কৰিবলৈ কৃপা কৰক ৷ এয়াই আমাৰ ঈশ্বৰৰ চৰণত বিনম্ৰতাৰ নিবেদন ৷
কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ বাপজন । ঈশ্বৰে কৃপা কৰক ।
কৃষ্ণ কৃষ্ণ বাপ ভাগৱত শ্ৰৱণ কৰি নিজকে ধন্য মানিছো ৷ বহুদিন হ’ল আপোনাৰ শ্ৰীমুখত ভাগৱতৰ বাণী শ্ৰৱণ কৰিব নেেপায় কিবা অশান্তি পায় আছিলো ৷ ভগৱানে আপোনাক কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ ৷ কৃষ্ণ প্ৰভু দায় দোষ নধৰে যাতে এই অমৃত ময় বাণী শুনি থাকিব পাওঁ যাতে তাৰেই কামনা কৰিলো ৷ প্ৰভূ ঈশ্বৰ ধন্যবাদ
কৃষ্ণ কৃষ্ণ বাপজনা সেৱাভাগি নিবেদন কৰিছো । অতিসুন্দৰ অধ্যায় শ্ৰৱন কৰি কৃত্তকিত্ত্ব হৈছো কৃষ্ণ ।
কৃষ্ণ বাপ আজি বহুত দিনৰ বিৰতিৰ পাছত কৃষ্ণ কথা শুনি ভাল লাগিল।আপোনাক ঈশ্বৰে কুশলে ৰাখক।
হেপ্ৰভূ বাপ গোটাই মোৰ সহস্ৰ শতকোতি সেৱা কৃপাৰে গ্ৰ্হন কৰিব।ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাৰ সুষ্ট শৰীৰে কৃষ্ণ কথাৰে আমাজনক জ্ঞান দিবৰ বাবেই দীৰ্ঘ আয়ুষ লৈ থাকিবলৈ পুনৰ কৃষ্ণৰ চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়াই ছো কৃষ্ণ ৰাম কৃষ্ণ ৰাম
🙏🙏🙏🙏🙏 apunak koti koti pranam
কৃষ্ণ প্ৰভূ সেবা জনাইছো আজিহে ভাল লাগিছে প্ৰভূ 🙏🙏🙏🙏কৃষ্ণ ধন্যবাদ প্ৰভূ
🙏🌺Ram,Krishna🌺🙏Bap apunak bohut bohut shrdha vokti jonaisu,apunak logote apunar poriyalok Prvu Bhogobonta Krishnaye Kripar dristi hodai rakhok🙏🙏🙏
ৰাম❤️ কৃষ্ণ ❤️। ভগৱন্তই আপোনাক কুশলে ৰাখক । এইদৰে কৃষ্ণৰ কথা আমাক শুনাই থাকি উপকৃত কৰে যেন । ৰাম
কৃষ্ণ বাপ, আপোনাৰ ভাগৱতৰ ৰসাল বাখ্যা শ্ৰৱণ কৰি কৃতাৰ্থ হলো। আপোনাৰ শ্ৰীমুখে অমৃতময় কথা, শুনি থাকিবৰ মন যায়। ঈশ্বৰ পুৰুষৰ কথা আমাক শ্ৰৱণ কৰাবলৈ আপুনি যুগ যুগ ধৰি কুশলে থাকক।🙏🙏🙏
কৃষ্ণ, কৃপাময় কৃষ্ণই সবাকো কৃপা কৰক
প্ৰনাম প্ৰভু কৃষ্ণ কৃষ্ণ হৰি হৰি 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু সেবা ভাগি নিবেদিলো লগতে আপোনাৰ কুশল মংগল কামনা কৰিলো ।
Ram krishan bap. sewa janaisu.
প্ৰভু ঈশ্বৰ আপোনাৰ দীৰ্ঘ আয়ু হ'লে হে আমি সদায় কৃষ্ণ নাম ল'ব পাৰিম সেয়াই ভগৱান ওঢৰত সদাই কয় আহিছো
কৃষ্ণ বাপ শতকোটি প্ৰনাম আপোনাক।
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏 সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। শ্ৰৱণ কৰিব পাই ধন্য হলোঁ। কৃষ্ণ কথা শ্ৰৱণৰ দ্বাৰাই সমস্ত জীৱ জগতৰ মঙ্গল কামনা কৰি ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ বাপ ঈশ্বৰ শ্ৰদ্ধাৰে সেৱা নিবেদিলো জয় জয়তে।নিছিদ্ৰ ৰুপে গ্ৰহণ কৰিব।আপোনাৰ ভাগৱত ৰস সিন্ধুৰ শীতল জলত স্নান কৰি পৰমানন্দ লাভ কৰিলো প্ৰভু।কৃতাৰ্থ হলো ।কৃষ্ণৰ কৃপা হওক সুখে সন্তুষে থাকক নিৰন্তৰে অমৃত বিলাই যাওক ।কৃষ্ণ
Probhu mur pronam 🙏🙏🙏🙏🙏
Krishna Krishna Krishna 🙏🙏🙏 baap apunak sotokuti pronam jonaisu Krishna
কৃষ্ণ কৃষ্ণ 🙏 প্ৰভূ ভক্তি ভৰা প্ৰণাম গ্ৰহণ কৰিব 🙏🙏🙏🙏🙏
কৃষ্ণ বাপ 🙏 ভাগৱত পাঠ শুনি বৰ ভাল লাগিল বাপ ।সদায় যাতে আপোনাৰ এই ভাগবত পাঠ শুনিব পাওঁ কৃষ্ণ
Krishna Krishna Prabhu
কৃষ্ণ বাপ, আপোনাৰ চৰণত শতকৌটি প্ৰণাম ৷
কৃষ্ণ কৃষ্ণ বাপ সেৱা ধৰি ছো ঈশ্বৰৰ কথা সদাই যেন শুনিব পাৰো আশীৰ্বাদ কৰিব
কৃষ্ণ ৰাম ৰাম ৰাম ৰাম
Probhujon xewa jonalu.Krishna🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱা জনালো কৃষ্ণ🙏
তোমাৰ কৃপা আমাৰ বাবে সদাই থাকে যেন ।আনন্দময় ৰাম
আপোনাৰ অক্ষয় ভাণ্ডাৰৰ ধাৰণাটোৰ প্ৰতি অকুণঠ সমৰ্থন আগবঢ়ালো
কৃষ্ণ কৃষ্ণ বাপ প্রণাম কৃষ্ণ🙏
আপোনাৰ সুস্বাস্থ্য আমি অন্তঃকৰণেৰে কামনা কৰি ভগৱন্তৰ চৰণত প্ৰণিপাত জনাইছোঁ।এনে সুন্দৰ ভাগৱত ব্যাখ্যা শ্ৰবণ কৰি আমাৰ আজৰি সময়কণ সুন্দৰকৈ কটাব পাৰি নিজেই ধন্য হেছোঁ।🙏🙏
কৃষ্ণ বাপ, আমাৰ পৰিয়ালৰ শত কোটি প্ৰণাম গ্ৰহণ কৰিব.আপোনাৰ পাঠ লৈ সদায় আমি বাট চায় থাকোঁ প্ৰভু..…কৃপা কৰিব...🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
হে প্ৰভূ পাৱে পৰি হৰি কৰোহো কাকুতি প্ৰাণ ৰাখবি মোৰ।
কৃষ্ণ কৃষ্ণ প্ৰণাম 🙏🙏
কৃষ্ণ ,সুন্দৰ বাপ।আপোনালৈ নতুন বছৰৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Happy journey prabhu bap. 🙏🙏🙏
কৃষ্ণ প্ৰভু । প্ৰণাম জনালো । আপোনাৰ সুন্দৰ কণ্ঠৰে নিগৰি অহা কৃষ্ণামৃত শ্ৰৱন কৰি ধন্য হ'লো ।আমাক এইদৰে ভাগৱত ৰ অমৃত বচন শুনাবলৈ ভগৱানে আপোনাক সুস্বাস্থ্যৰে দীৰ্ঘায়ু কৰক ।
আপোনাৰ ভাগৱত কথা শ্ৰৱন কৰি ধন্য হলো প্ৰভু।
কৃষ্ণ , প্ৰণাম প্ৰভুজনা, কৃষ্ণ ।
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 happy bhogale Bihu 🙏 krishna 🙏❤️🙏
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏❤️🌹🙏
কৃষ্ণপ্ৰভু প্ৰণাম🙏🙏🙏🙏
হে প্ৰভূ বৃত্তি আমৰ নাপিত , আমাৰ সেৱা তলিত আৰু আমাৰ গৃহত সৰ্বদা আপোনাৰ শ্ৰী মুখে ভাগৱত বৰ্ণনা ও ব্যাখা পান কৰো ,আপোনাৰ মধুৰ বাণী পাণ কৰিবলৈ আমাৰ সকলো মন প্ৰাণ ভগৱানৰ ওচৰত অৰ্পন কৰি নিজৰ কৰ্মত ব্ৰতি হ ও। শেষত আপোনাৰ ওআমৰো সু স্বাস্থ্য কামনা কৰিলো ভগৱানৰ ওচৰত ।
Krishna Krishna Bap.
Krishna bap apunar saranat hewa nibedilu 🙏🙏🙏
Krishno eyaar porai hewa jonaisu 🙏🙏🙏
কৃষ্ণ প্ৰণাম প্ৰভূ প্ৰণাম আপোনাৰ তযু চৰণত। ঈশ্চৰে আপোনাক কুশলে মঙ্গলে ৰাখক আমাক কৃষ্ণ কথা ক'বলৈ। এয়ে আমাৰ ভগবানৰ চৰণত প্ৰাৰ্থনা। 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🕉🕉🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ , বাপ জনা ভগৱানে আপোনাক কুশলে ৰাখক আৰু আমাকো ভালে কুশলে থাকিবলৈ কৃপা কৰে যেন ।
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা ভাগ গ্ৰহণ কৰিব
কৃষ্ণ বাপ, ঈশ্বৰে আপোনাক কৃপা কৰক
Provu apnk sotokuti pronam apnr dara krishna kotha srobne monor sklu dus bedona jte dur kre sdai anondito hbo pru.. essore apnk kusole rakhok🙏🙏🙏🙏🙏
কৃষ্ণ প্ৰভু সেৱাহে। আমি মুঢ়মতিয়ে আপোনাতে বিচাৰি পাওঁ নেদেখা ঈশ্বৰক । প্ৰাথনা কৰিলোঁ ঈশ্বৰে আপোনাক কুশলে ৰাখি তেওঁৰ শ্ৰী মুখৰ বাণিৰে জীৱন যাত্ৰাৰ পথ বিচাৰি পাওঁ । কৃষ্ণ ।
আপোনাৰ দুখানীচৰণত শেৱা নিবেদিছো প্ৰভু
কৃষ্ণ কৃষ্ণ বাপ আপোনাক ঈশ্বৰে কুশলে ৰাখক ।কৃষ্ণ কথা যেন শুনি থাকিব পিৰো তাৰে কামনা কৰিলো ,।
🙏🏻🙏🏻🙏🏻 প্ৰনাম কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি ৰাম ।
Krishna prabhu🙏🙏🙏🙏🙏
কৃষ্ণ ৰাম কৃষ্ণ ৰাম, প্ৰভু ঈশ্বৰৰ কৃপাত আপোনি সদায় কৃষ্ণৰ নাম-কীৰ্তন কৰি থাকক আৰু আমি অভাজনে সদায় শ্ৰৱন কৰি থাকিব পাৰো,এয়াই মোৰ প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা ।
🕉️ পৰমপুৰুষ তোমাৰ মহীমা অপাৰ 🙏🙏🙏
কৃষ্ণ, কৃষ্ণ, কৃষ্ণ শতকোটি প্ৰনাম।
🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏
Krishna Krishna Ram Ram
আপোনাক ঈশ্বৰে কুশলেৰাখি আমাক কৃষ্ণ কথা শুনি থাকিবলৈ কৃপালাভ কৰক।🙏🙏🙏
কৃষ্ণ🙏 সশ্ৰদ্ধ প্ৰণিপাত জনালো বাপ🙏🙏🙏🙏
-কৃষ্ণ প্রভু
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ , সন্তোষিত হ'লো । কিবা মেন ভাল লাগিল গ'ল । শত - সহস্ৰ প্ৰণাম জনালোঁ ।
কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏🙏🙏🙏🙏

কৃষ্ণ
প্ৰভু প্ৰণাম
🙏🙏🙏🙏
হে প্ৰভূ বৃত্তি আমৰ নাপিত , আমাৰ সেৱা তলিত আৰু আমাৰ গৃহত সৰ্বদা আপোনাৰ শ্ৰী মুখে ভাগৱত বৰ্ণনা ও ব্যাখা পান কৰো ,আপোনাৰ মধুৰ বাণী পাণ কৰিবলৈ আমাৰ সকলো মন প্ৰাণ ভগৱানৰ ওচৰত অৰ্পন কৰি নিজৰ কৰ্মত ব্ৰতি হ ও। শেষত আপোনাৰ ওআমৰো সু স্বাস্থ্য কামনা কৰিলো ভগৱানৰ ওচৰত ।
Krishna Krishna Bap.
Krishna bap apunar saranat hewa nibedilu 🙏🙏🙏
Krishno eyaar porai hewa jonaisu 🙏🙏🙏
কৃষ্ণ
প্ৰণাম প্ৰভূ প্ৰণাম আপোনাৰ তযু চৰণত। ঈশ্চৰে আপোনাক কুশলে মঙ্গলে ৰাখক আমাক কৃষ্ণ কথা ক'বলৈ। এয়ে আমাৰ ভগবানৰ চৰণত প্ৰাৰ্থনা। 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🕉🕉🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ , বাপ জনা ভগৱানে আপোনাক কুশলে ৰাখক আৰু আমাকো ভালে কুশলে থাকিবলৈ কৃপা কৰে যেন ।
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা ভাগ গ্ৰহণ কৰিব
কৃষ্ণ বাপ, ঈশ্বৰে আপোনাক কৃপা কৰক
Provu apnk sotokuti pronam apnr dara krishna kotha srobne monor sklu dus bedona jte dur kre sdai anondito hbo pru.. essore apnk kusole rakhok🙏🙏🙏🙏🙏
কৃষ্ণ প্ৰভু সেৱাহে। আমি মুঢ়মতিয়ে আপোনাতে বিচাৰি পাওঁ নেদেখা ঈশ্বৰক । প্ৰাথনা কৰিলোঁ ঈশ্বৰে আপোনাক কুশলে ৰাখি তেওঁৰ শ্ৰী মুখৰ বাণিৰে জীৱন যাত্ৰাৰ পথ বিচাৰি পাওঁ । কৃষ্ণ ।
আপোনাৰ দুখানীচৰণত শেৱা নিবেদিছো প্ৰভু
কৃষ্ণ কৃষ্ণ বাপ আপোনাক ঈশ্বৰে কুশলে ৰাখক ।কৃষ্ণ কথা যেন শুনি থাকিব পিৰো তাৰে কামনা কৰিলো ,।
🙏🏻🙏🏻🙏🏻 প্ৰনাম কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি ৰাম ।
Krishna prabhu🙏🙏🙏🙏🙏
কৃষ্ণ ৰাম কৃষ্ণ ৰাম, প্ৰভু ঈশ্বৰৰ কৃপাত আপোনি সদায় কৃষ্ণৰ নাম-কীৰ্তন কৰি থাকক আৰু আমি অভাজনে সদায় শ্ৰৱন কৰি থাকিব পাৰো,এয়াই মোৰ প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা ।
🕉️ পৰমপুৰুষ তোমাৰ মহীমা
অপাৰ 🙏🙏🙏