#Bhagwat_Path

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.พ. 2025

ความคิดเห็น • 277

  • @rinakutumpegu1427
    @rinakutumpegu1427 2 ปีที่แล้ว +1

    🙏🙏🙏 Krishna Krishna Krishna

  • @dipamoniborabora9209
    @dipamoniborabora9209 4 ปีที่แล้ว +2

    Krishna krishna hodai hantukhita hoi din bilak ahiba hit hoi thakiboloi bhagawantoi amak hokaluke kripa Kore jen.aye amar parthana.krishna krishna..................

  • @hemantidas9051
    @hemantidas9051 4 ปีที่แล้ว +11

    কৃষ্ণ হে কৃপাময় হৰি তোমাৰ শ্ৰবণ কৰিবলৈ দুগুণে আগ্ৰ হৈ পৰিছো প্ৰভূ ।কৃপা কৰিবা প্ৰভূ ।কৃষ্ণ কৃষ্ণ

  • @bhupendas1971
    @bhupendas1971 4 ปีที่แล้ว +3

    কৃষ্ণ বাপ !
    সশ্ৰদ্ধ প্ৰণিপাত নিবেদিলোঁ.....
    কৃষ্ণ বাপ, কৃষ্ণ ; গ্ৰহণ কৰিব প্ৰভূ |
    ভাগৱত ভাগ একান্ত মনে শ্ৰৱণ কৰিলোঁ প্ৰভূ | উত্তম বিশ্লেষণ কৰিলে বাপ | আমি ধন্য হৈছোঁ আৰু প্ৰেৰণা পাইছোঁ | প্ৰভূ আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথাৰে ভাগৱতক হাততে পোৱাহেন লাগিছে
    | কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ | কৃষ্ণ, কৃষ্ণ বাপ | শুভৰাত্ৰি |

  • @kanchanbori2994
    @kanchanbori2994 4 ปีที่แล้ว +12

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাখ্যা শুনি অকনো আমনি নেলাগে কৃষ্ণ জয় গুৰু শঙ্কৰ মাধৱ কৃষ্ণ

    • @bhadeswardas438
      @bhadeswardas438 4 ปีที่แล้ว

      দুজনা গুৰুই আপোনাক শক্তি দিয়ক ৷আপোনাৰ শ্ৰীমুখে ভগৱানৰ গুনানুকীৰ্তন শ্ৰৱণ কৰি পৰম সন্তোষ পালো ৷

  • @khirodagogoi625
    @khirodagogoi625 4 ปีที่แล้ว +11

    কৃষ্ণ প্ৰভূ । শতকৌতি প্ৰণাম
    জনালোঁ ।

  • @dipalidevi507
    @dipalidevi507 4 ปีที่แล้ว +5

    হে বাপ ঈশ্বৰ ।বৰ শান্তি লভিছো । ভাগৱতৰ ইমান গভীৰ তত্ত্ব শুনি আমি আনন্দিত হৈছোঁ । কৃষ্ণ প্ৰভু কৃষ্ণ।

  • @bantipator8687
    @bantipator8687 4 ปีที่แล้ว +9

    "জয়জয়তে সশ্ৰদ্ধ প্ৰণাম জনালো। আপোনাৰ শ্ৰীমুখে মুখৰিত হোৱা অমৃত বাণী শ্ৰৱণ কৰি ধন্যহৈছো ্গোবিন্দ জয়গুৰু শঙ্কৰ''।

  • @bontiborah5014
    @bontiborah5014 4 ปีที่แล้ว +9

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম।সবাৰো চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ প্ৰভু ।

  • @himakhidas7823
    @himakhidas7823 4 ปีที่แล้ว +12

    কৃষ্ণ বাপ আপোনাক প্রভুই কূশলে ৰাখক 🙏🙏🙏🙏🙏

  • @manjulanath2645
    @manjulanath2645 4 ปีที่แล้ว +8

    কৃষ্ণ কৃষ্ণ, বাপ সন্তোষ পালো ।বহুত আনন্দ দায়ক হৰি কথা ।প্ৰথম স্কন্ধৰ পৰা আৰু এই কৃষ্ণ কথা শুনি আছো ।🙏🙏🙏🙏

  • @entonideka5891
    @entonideka5891 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু বাপ আপুনাক প্ৰনাম জনাইচু কৃষ্ণ

  • @diptichetia2401
    @diptichetia2401 4 ปีที่แล้ว +2

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি।ৰামতে ৰমোহো অৱিৰাম ৰাম ৰাম।। কৃষ্ণ কৃষ্ণ ৰাম।

  • @dilipdutta462
    @dilipdutta462 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ। আপোনালৈ শতকোতি প্ৰনাম।

  • @krishnatamang7248
    @krishnatamang7248 4 ปีที่แล้ว +4

    কৃষ্ণ বাপ 🙏🙏 সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। কৃষ্ণ কথা অমৃত পাণ কৰি আনন্দিত হৈছোঁ। ভগৱন্তই আপোনাক ভালে কুশলে ৰাখে তাৰেই কামনা কৰিলোঁ।
    কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏

  • @manalishatalukdar2781
    @manalishatalukdar2781 4 ปีที่แล้ว +3

    Krisna krisna bap🙏🙏🙏🙏🙏

  • @ranjudutta2234
    @ranjudutta2234 4 ปีที่แล้ว +3

    Krishno Krishno Krishno

  • @pranatibaishya4614
    @pranatibaishya4614 4 ปีที่แล้ว +5

    ৰাম ৰাম ৰাম ৰাম ৰাম হৰি ৰাম ৰাম ৰাম ৰাম ৰাম

  • @gangadevi4089
    @gangadevi4089 4 ปีที่แล้ว +2

    জয় জয়তে প্ৰভুৰ চৰণত মোৰ ভক্তিভৰা সেৱা জনালোঁ আৰু সমস্ত ভক্ত বৃন্দলৈ শত সহস্ৰ প্ৰণিপাত জনালোঁ । হে প্ৰভু আপোনাৰ শ্ৰী মুখে অবিৰতভাৱে নিৰ্গত হৈ থকা ভাগৱতৰ অমৃত বানীয়ে আপ্লুত কৰিছে প্ৰভু। প্ৰভুৰ জয় হওক কৃষ্ণ।

  • @reenadutta5908
    @reenadutta5908 4 ปีที่แล้ว +5

    Krishna bap nomoskar 🙏 like from canada Krishna Krishna ashirwad koribo ..

  • @bharatborah4271
    @bharatborah4271 4 ปีที่แล้ว +1

    Krisno krisno Bap pronam jonaisu kusholeThakk krisno

  • @harekrishna5781
    @harekrishna5781 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ।
    কৃপাৰ সাগৰ দৈৱকী নন্দন
    পূৰায়ো মনৰ কাম।
    ভকতৰ সঙ্গ সদা নোগোচক
    মুখে তুৱাগুণ নাম।।

  • @dipaliray5259
    @dipaliray5259 4 ปีที่แล้ว +4

    🙏🙏Krishna🙏🙏

  • @manjulabora8219
    @manjulabora8219 3 ปีที่แล้ว

    🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ ভক্তি পূৰ্ণ শ্ৰদ্ধা নিবেদন কৰিলো 🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু পৰমপিতা পৰমেশ্বৰে বিশ্বব্যাপি কুশলে ৰাখক এয়ে প্ৰাৰ্থনা ।🙏🙏🙏🙏❤️❤️❤️❤️

  • @MonishaChutia-zf4og
    @MonishaChutia-zf4og ปีที่แล้ว

    ভগৱানে আৰু শক্তি দিয়ক প্ৰভু ঈশ্বৰ আপোনাক কৃষ্ণ কৃষ্ণ

  • @manjurajkonwar2807
    @manjurajkonwar2807 2 ปีที่แล้ว

    বহু ভাল পালোঁ প্ৰভু ঈশ্বৰ প্ৰণাম । আপোনাৰ ভাগৱত পাঠ বাখ্যা শুনি থাকিবলৈ পায় চকুত টুপনি নায় । এই মহা শী মদ্ভাগৱত ইমান সুন্দৰ সেয়া আপোনাৰ পদ্ম মুখে শুনি অতি আনন্দ লভিলো ।🙏🙏🙏🙏🙏🙏🙏। ভগৱানে আপোনাক কোশলে ৰাখক প্ৰণাম প্ৰভু ।

  • @lakhideka4186
    @lakhideka4186 4 ปีที่แล้ว +5

    Krishna krishna bap apunar saranat pranab

  • @PranitaMedhi-e8k
    @PranitaMedhi-e8k 7 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনালৈ সেৱা জনালোঁ 🙏

  • @anandatalukdar7182
    @anandatalukdar7182 4 ปีที่แล้ว +1

    Krishna krishna bap sewa jonalo.

  • @bibhagogoi7103
    @bibhagogoi7103 4 ปีที่แล้ว +3

    Krishna krishna 🙏🙏🙏🙏

  • @gitanjalipathak1375
    @gitanjalipathak1375 2 ปีที่แล้ว

    কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালোঁ। ভগৱানে আপোনাক কুশলে ৰাখক 🙏

  • @anuprovadas2311
    @anuprovadas2311 4 ปีที่แล้ว +1

    হে প্ৰভু গুৰু জনা আপোনাৰ পদৰ তলত সেৱা নিবেদিলো। গ্ৰহণ কৰিব প্ৰভু। আমি আপোনাৰ ভাগরত শয়ন কৰি আমাৰ জীৱন ধন্য হৈছে প্ৰভু। আপোনাক ভগৱান শ্ৰীকৃষ্ণই কৃপা কৰক প্ৰভু। কৃষ্ণ প্ৰভু ৰাম ৰাম।

  • @brajakumarsaikia5255
    @brajakumarsaikia5255 4 ปีที่แล้ว +2

    প্ৰণাম প্ৰভূ ঈশ্বৰ । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৰুনা ময়।

  • @smritirekhagogoiphatowali6480
    @smritirekhagogoiphatowali6480 4 ปีที่แล้ว

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম, পৰম কৃতাৰ্থ হলো কৃষ্ণ 🙏🙏

  • @KritanjaliDevi-m7g
    @KritanjaliDevi-m7g ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ। কৃষ্ণ কথা শুনি পৰম সন্তোষ লাভ কৰিলো। প্ৰভূ বাপ সেৱা গ্ৰহণ কৰিব। ।

  • @reetabordoloi5258
    @reetabordoloi5258 4 ปีที่แล้ว +8

    মহামতি প্রভু জন আন্তৰিক প্রণিপাত জনালো.

  • @champawatideka2509
    @champawatideka2509 4 ปีที่แล้ว +7

    কৃষ্ণ বাপ ময়ো শ্ৰৱণ কৰি আছো । সুন্দৰ লাগিছে কৃষ্ণ

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 ปีที่แล้ว +1

    কৃষ্ণ প্রভু ঈশ্বৰ শত কোটি প্রণাম যাচিছো আপোনাৰ শ্রী চৰণত কৃপা কৰিব । সকলো ভক্ত শ্রোতালৈ মোৰ আন্তৰিক সেৱা নিবেদিলো। শুভৰাএি কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @urmilagogoi336
    @urmilagogoi336 4 ปีที่แล้ว +3

    কৃষ্ণ প্ৰভূ শতকৌটি প্ৰণাম জনাইছো আপোনাক।

  • @renubordoloi6867
    @renubordoloi6867 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ----হে মহান বাপজনা ,শতকোটি প্ৰণাম জনাইছোঁ আপোনাৰ শ্ৰীচৰণত -----ধন্য আমাৰ জীৱন আপোনাৰ শ্ৰীমুখৰ কৃষ্ণ কথা শ্ৰৱণ কৰি----আপোনাক সুস্বাস্থ্যৰে ৰখাবৰ বাবে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ---জয় গুৰু শংকৰ---🙏🙏🙏🙏

  • @duludas3345
    @duludas3345 4 ปีที่แล้ว +2

    কৃষ্ণ প্রভু প্রণিপাত জনালো। কৃষ্ণ কৃষ্ণ🙏🙏

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 4 ปีที่แล้ว +1

    Krishna krishna baap 🙏
    Aji puwa bhagte bhagawat path-byakhya huni ati xantux lovilo. Xewa dhorilo baap! Krishna raam hori raam krishna krishna krishna !

  • @anujsonowal18
    @anujsonowal18 4 ปีที่แล้ว +1

    Krishna Krishna Bap .... Hundar... Hewahe 🙏🙏🙏🙏🙏

  • @prafullabora5386
    @prafullabora5386 4 ปีที่แล้ว +23

    কৃষ্ণ । পৰম সন্তোষে শ্ৰৱণ কৰিলো প্ৰভু জন । কৃষ্ণ কৃষ্ণ । হয় প্ৰভু জন ; ভগৱন্তৰ নাম গুণতও অস্তোষী লোক দেখা যায় । সকলোলৈ স-শ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিলোঁ । শুভৰাত্রি ।

  • @anjanabaruah3071
    @anjanabaruah3071 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ । ৰাম ৰাম।

  • @runumikakati4335
    @runumikakati4335 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ ,শতকোটি প্ৰণাম গ্ৰহনকৰিব ।মন প্ৰফুল্ল নহলে কাকো সন্তুষ্ট কৰিব নোৱাৰি বাপ ।কৃষ্ণ ।

  • @akhilburagohain381
    @akhilburagohain381 4 ปีที่แล้ว +4

    Krishna ram Krishna ram bap

  • @mridulasonowal7096
    @mridulasonowal7096 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ। পৰম সন্তোষে শ্রৱন কৰিলোঁ প্রভু।

  • @manjulabhuyan5676
    @manjulabhuyan5676 4 ปีที่แล้ว +4

    🙏🙏🙏krishno

  • @binandadas9675
    @binandadas9675 4 ปีที่แล้ว +2

    🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ হৰি প্ৰভু পুৱাৰ সেৱা গ্ৰহন কৰিব আপোনাক শতকৌটি কৌটি প্ৰনাম মাধৱ ।প্ৰভু আমি ভাগৱত কথা শুনি অতি আনন্দৰ লভিছোঁ৷ আপোনাৰ দিঘাও কামনা ঈশ্বৰৰ উচৰত সেৱা জনাইছো ।সংসাৰৰ মায়া মোহৰ পৰা ওলাই আহি আমাৰ সকলোকে ভাগৱত ৰস প্ৰন কৰিছে। কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি প্ৰভু 🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃঃঃ।

  • @PranjitSaikiaYT
    @PranjitSaikiaYT 4 ปีที่แล้ว +15

    কৃষ্ণ প্ৰভুজন ।

  • @dipanjalibailung1180
    @dipanjalibailung1180 4 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @lakshminath9351
    @lakshminath9351 4 ปีที่แล้ว +2

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Sashanka-y1n
    @Sashanka-y1n 4 ปีที่แล้ว +6

    Sewa Prabhu

  • @kritangkakakatiarts5577
    @kritangkakakatiarts5577 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম ।

  • @mrs.lanimaphukankakoty4287
    @mrs.lanimaphukankakoty4287 4 ปีที่แล้ว +1

    Krishna Narayan baap ishwar pranam jonalu,

  • @mahendraborah4575
    @mahendraborah4575 10 หลายเดือนก่อน

    কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏🙏🙏

  • @amlanjyotidutta6406
    @amlanjyotidutta6406 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ ৰাম হৰি 🙏🙏🚩

  • @lohitdas8326
    @lohitdas8326 4 ปีที่แล้ว +1

    হে কৃষ্ণ কৃপা ময় দয়া কৰা প্ৰভু ।

  • @dilipbaishya6955
    @dilipbaishya6955 4 ปีที่แล้ว +3

    Krishna utsah 🙏🙏🙏

  • @PaurabKhamon100million
    @PaurabKhamon100million 7 หลายเดือนก่อน

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dulalbori8510
    @dulalbori8510 4 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ প্ৰভু জন

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 3 ปีที่แล้ว

    🙏 Krishna Hori Ram Oum santi santi santi🙏🙏🙏🙏🙏

  • @mridusmitasaikia7123
    @mridusmitasaikia7123 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @parthaprotimbora7313
    @parthaprotimbora7313 4 ปีที่แล้ว +1

    Krishna Krishna bap...

  • @lakhinandanphukan1711
    @lakhinandanphukan1711 3 ปีที่แล้ว

    🙏ওঁম নমো ভগৱতে বাসুদেৱায় 🙏

  • @lalitgogoi1984
    @lalitgogoi1984 4 ปีที่แล้ว +10

    কৃষ্ণ 🙏

  • @dipalidas8073
    @dipalidas8073 4 ปีที่แล้ว +5

    কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম

  • @rulirazkumari9191
    @rulirazkumari9191 4 ปีที่แล้ว +1

    Krishna Bapp 🙏🙏kouti kouti hewa dhorisu Krishna 🙏🙏

  • @papukonwar4096
    @papukonwar4096 4 ปีที่แล้ว +2

    কৃষ্ণ প্ৰভূ ঈচ্ছৰ।

  • @ulupik5207
    @ulupik5207 4 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ। আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা শুনিলে হৃদয় বিগলিত হৈ পৰে। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। শুভৰাত্ৰি।

  • @ranunayak3161
    @ranunayak3161 4 ปีที่แล้ว +1

    KRISHNA BAP🙏🙏

  • @Anudhrita.boro9864
    @Anudhrita.boro9864 4 ปีที่แล้ว +4

    Krishna ram krishna ram ram ram.

  • @ronjitborah1997
    @ronjitborah1997 4 ปีที่แล้ว +1

    Sosa,sontusti nijor uporote nirbhor kore..aapunar modhur konthoi hiya sat Kori palai.sewa jonalu.

  • @purushottamupadhyaya6365
    @purushottamupadhyaya6365 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভু।কৃতাৰ্থ হলো

  • @tulumonihazarika4090
    @tulumonihazarika4090 4 ปีที่แล้ว +3

    Kishna kishna.🙏

  • @sabitriboruah4411
    @sabitriboruah4411 3 ปีที่แล้ว

    কৃষ্ণ, হে প্ৰভুজনা, ভাগৱত আসনৰ পৰা আৰ্শীবা কৰে যেন আমি ভগৱানৰ চৰনৰ তলত ঠাই পাওঁ ।কৃষ্ণ ।

  • @DipKumer-ld5sx
    @DipKumer-ld5sx 4 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রণাম প্রভূ

  • @dipakkalita9267
    @dipakkalita9267 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏

  • @pankajboruah3673
    @pankajboruah3673 4 ปีที่แล้ว +2

    কৃষ্ণ গুৰুজন সেৱা জনালো কৃষ্ণ🙏

  • @atulokalita4134
    @atulokalita4134 4 ปีที่แล้ว +1

    Baap aponar sumadhur Bhagabat bakhya sunibo pai thakim buli asha rakhiso. Krishna Krishna

  • @akpait3454
    @akpait3454 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ! পৰম আনন্দ লাভ কৰিলো !🙏🙏 ধন্যবাদ!

  • @nabajyotidas6117
    @nabajyotidas6117 2 ปีที่แล้ว +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @robingogoi5983
    @robingogoi5983 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপজনা সেৱা জনালোঁ।

  • @GitaTalukdar-b7o
    @GitaTalukdar-b7o หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dhaneswarnath984
    @dhaneswarnath984 4 ปีที่แล้ว +9

    বাপ আমি আপোনাৰ ভাগৱত পাঠ শুনি আছো বৰ ভাল লাগিল বাপ ভগৱানে কুশলে ৰাখক এয়ে কামনা

    • @sunmaiboruah8953
      @sunmaiboruah8953 4 ปีที่แล้ว

      Bap pora kalor bit krishnavokati ramnam shrabonkriton tajushreemukha shrabon kori krita krita helu krishna

  • @padmaramdeka1586
    @padmaramdeka1586 4 ปีที่แล้ว +2

    গুৰুদেৱ সেৱা নিবেদিছোঁ । কৃষ্ণ...

  • @basundharikakati2310
    @basundharikakati2310 4 ปีที่แล้ว +5

    Krishna Krishna .,......

  • @suprotimkalita4252
    @suprotimkalita4252 4 ปีที่แล้ว +2

    কৃষ্ণ বাপ আপোনাৰ শ্ৰীচৰণত শত কৌতি প্ৰণাম নিবেদন কৰিলো।

  • @binitamudoi8597
    @binitamudoi8597 4 ปีที่แล้ว +2

    ৰাম কৃষ্ণ 🙏🙏🙏

  • @prafullabora5386
    @prafullabora5386 4 ปีที่แล้ว +9

    কৃষ্ণ প্ৰভু জন......

  • @basantadas6095
    @basantadas6095 2 ปีที่แล้ว +1

    হে পৰম পিতা আপুনি দিয়াৰ সাগৰ

  • @manisankardasmanisankar1485
    @manisankardasmanisankar1485 4 ปีที่แล้ว +1

    কৃষ্ণ ৰাম কৃষ্ণ মাধৱ গুৰু বাপ

  • @lombitmoran4759
    @lombitmoran4759 4 ปีที่แล้ว +1

    কৃষ্ণ বাপ সেৱা জনালোঁ🙏🙏🙏

  • @jayantarabha8353
    @jayantarabha8353 3 ปีที่แล้ว

    কৃষ্ণ বাপজনা সেৱা ভাগি গহন কৰিব 🙏🙏🙏

  • @lakhiborah4897
    @lakhiborah4897 5 หลายเดือนก่อน

    পৰম ধন্য মানিছো আপোনাৰ শ্ৰীমুখে অমৃত পান কৰি | আপুনি সদায় কুশলে থাকক 🙏🙏🙏

  • @dibyajyotihneog5699
    @dibyajyotihneog5699 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @nilldas6322
    @nilldas6322 4 ปีที่แล้ว +4

    Apuni mohamoti provu sewa jonalu

  • @mahabahu6757
    @mahabahu6757 4 ปีที่แล้ว +3

    কৃষ্ণ বাপ ঈশ্বৰ ।

  • @sarujandas121
    @sarujandas121 4 ปีที่แล้ว +2

    Krishna Baap Parnam 🙏🙏🙏🙏🙏