#Bhagwat_Path

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 ม.ค. 2025

ความคิดเห็น • 466

  • @pulakdeka8411
    @pulakdeka8411 3 ปีที่แล้ว +3

    কৃষ্ণ বাপ সেৱা ভাগী নিবেদিলো

  • @jonalihandique4729
    @jonalihandique4729 3 ปีที่แล้ว +5

    তাৰাসৱে ধন্য তাৰাসৱে পূজ্য
    তাৰাসে সুহৃদ জন ।
    কলিযুগে হৰি আনকো বোলাৱে
    আপোনো কৰে কীৰ্তন ।।
    হে' সত্ৰাধিকাৰ প্ৰভূ ঈশ্বৰ আপোনাৰ শ্ৰীচৰণত কোটি কোটি সেৱা নিবেদিলো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম

  • @himakshithakuriya6003
    @himakshithakuriya6003 3 ปีที่แล้ว +25

    মোৰ পৰম শ্ৰদ্ধাৰ বাপ ঈশ্বৰ আপোনাক শত সহস্ৰ প্ৰনাম‌ আৰু আপোনাৰ দীৰ্ঘ জীৱন কামনা কৰিলো লগতে কৃষ্ণ কথা কোৱাৰ বাবে ভগৱানে আপোনাক অধিক শক্তিশালী কৰি তোলাৰ কামনা কৰিলো কৃষ্ণ 🙏🙏🙏🙏

  • @ranjanarabha6619
    @ranjanarabha6619 3 ปีที่แล้ว +9

    কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ আপোনাৰ শ্ৰীচৰণত কৌতি কৌতি প্ৰণাম 👏👏👏👏কৃষ্ণ কৃষ্ণ

  • @rupasaikia7513
    @rupasaikia7513 3 ปีที่แล้ว +7

    হে প্ৰভু , ৰাতি শুৱলৈ যোৱাৰ আগতে নতুন পাঠ দিছে নেকি চাইহে বিছনা লৈ য়াও। আকৌ ৰাতি পুৱা শুৱাৰপৰা উঠিয়েই এবাৰ ম'বাইলটো চাইহে আন কাম হাতত
    ল‌ও।হয় প্ৰভু,বিষয়ৰ অধোগতি পাঠ আমি স্কুলত পাইছিলো, এতিয়াহে ভালকৈ বিষয়ীৰ অৱস্থা উপলব্ধি কৰিব পাৰিছো।🙏🏻🙏🏻🙏🏻

  • @nabajyotidas6117
    @nabajyotidas6117 2 ปีที่แล้ว +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏

  • @tirthanathpayeng697
    @tirthanathpayeng697 3 ปีที่แล้ว +3

    কৃষ্ণ প্ৰভূ সেৱা নিবেদন কৰিছোঁ ভগৱানৰ শ্ৰী চৰণত , আপোনাক যেন প্ৰভূ এনেদৰে কৃষ্ণ কথা কীৰ্তনকৰি আমাক শ্ৰৱণ কৰাই কৃষ্ণ কথা অমৃত পান কৰি জীৱন সাৰ্থক কৰাৰ সুবিধা প্ৰদান কৰক।কৃষ্ণ ৰাম কৃষ্ণ ৰাম জয় জয় ৰাম।

  • @crazy-girl-120
    @crazy-girl-120 3 ปีที่แล้ว +13

    কৃষ্ণ বাপ,,,ভক্তি ভৰা প্ৰণিপাত জনাইছোঁ।
    আপোনাৰ ভাগৱত পাঠ শ্ৰৱণ কৰি মনত পৰম সন্তোস পালো ,,,,""",কৃষ্ণ শঙ্কৰ""

  • @junumech653
    @junumech653 3 ปีที่แล้ว +11

    কৃষ্ণ বাপ ঈশ্বৰ প্ৰভূ আপোনাৰ চৰণ অধমৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ প্ৰভূ আমি অমিত পান কৰিছে প্ৰভূ কৃষ্ণ মই গুৰুজনাৰ সেৱা জনাইছো 🙏🙏🙏🙏🙏কৃষ্ণ ৰাম হৰি কৃষ্ণ প্ৰভূ

  • @premadharligira532
    @premadharligira532 3 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰী চৰনত এই দাসৰ পৰিয়ালবৰ্গই ভক্তি ভৰা সেৱা নিবেদিছো আৰু শ্ৰৱণ কৰি থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ।

  • @pradipsaikia9030
    @pradipsaikia9030 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ চৰণত কৌটি কৌটি প্ৰনাম জনালোঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @renukakalita2459
    @renukakalita2459 3 ปีที่แล้ว +18

    হেবাপজনাআপোনাৰপৰাএই
    ঈশ্বৰৰকথাশুনিশুনিমনসলনিহৈ
    গৈছে।
    কৃষ্ণকৃষ্ণ।

  • @pankajboruah3673
    @pankajboruah3673 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱা জনালো কৃষ্ণ কৃষ্ণ🙏

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 ปีที่แล้ว +4

    কৃষ্ণ প্রভু ঈশ্বৰ সেৱা ভাগ আপোনাৰ শ্রী চৰণত নিবেদিলো গ্রহণ কৰিব। ভাগৱতৰ অমৃতময় বাণী শ্রৱন কৰিবলৈ পায় সকলো মায়া মোহ নাইকিয়া হৈছে প্রভু কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @gangadevi4089
    @gangadevi4089 3 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ হে প্ৰভু ভাগৱত শ্ৰবনে মোক কৃতাৰ্থ কৰিলে ।বিশেষকৈ ক্ৰোধ আৰু লোভ বহু খিনিয়ে কমিছে ।প্ৰভু আপোনাৰ জয় হওক । কৃষ্ণ ।

  • @jonalirajbongshi3725
    @jonalirajbongshi3725 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ 🙏
    গুৰু পূৰ্ণিমা তিথিত আপোনাৰ চৰণলৈ বুলি অশেষ সেৱা আগবঢ়ায়ছো গ্ৰহণ কৰি কৃপা কৰিব। কৃষ্ণ 🙏 ধন্যবাদ
    কৃষ্ণ 🙏

  • @nareswarbarman6763
    @nareswarbarman6763 3 ปีที่แล้ว +3

    Ram ram ram........krishna.. ...bap ...pranam

  • @binadeka9674
    @binadeka9674 3 ปีที่แล้ว +1

    Krishna Krishna Bap.

  • @manashidas333
    @manashidas333 6 หลายเดือนก่อน +1

    Krishnan Krishna krishna

  • @ranudas4561
    @ranudas4561 3 ปีที่แล้ว +1

    প্ৰভু আপোনাৰ চৰণ শৰণ 🙏🙏🙏

  • @ranjudutta7109
    @ranjudutta7109 3 ปีที่แล้ว +2

    Krishno Krishno Krishno Hewa jonaisu

  • @sarumaibora6873
    @sarumaibora6873 3 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভূ।
    প্ৰভু ঈশ্বৰ আপোনাৰ চৰণত কোটি কোটি সেৱা নিবেদিলো।আপোনাৰ ৰসাল ভাগবত বাখ্যা শুনি হৃদয় গদ গদ হৈ যায়। ঈশ্চৰে আপোনাক তথা আপোনাৰ পৰিয়ালৰ সকলোকে যেন ভগবানে কুশলে মঙ্গলে ৰাখক। 🙏🙏🙏

  • @khirodagogoi625
    @khirodagogoi625 3 ปีที่แล้ว +9

    কৃষ্ণ প্ৰভূ ঈশ্বৰ পূৱাতে আপোনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ
    প্ৰণিপাত জনাইছো । আশীৰ্বাদ
    কৰিব ভাগৱত ৰ এই অমৃত ময়
    বাণী যাতে সদায় পাণ কৰিব
    পাৰো । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

    • @anjusaikia9306
      @anjusaikia9306 3 ปีที่แล้ว

      ভগবানে আপোনাক কুশলে ৰাখক

  • @pinkidas2282
    @pinkidas2282 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ভক্তি ভৰা সেৱা নিবেদিছোঁ 🙏🙏🙏

  • @prayashiartandcraft978
    @prayashiartandcraft978 3 ปีที่แล้ว +12

    প্ৰভু ঈশ্বৰ, অমৃতময় কথাবোৰ ইমান ৰসাল যে শুনিয়েই থাকিবৰ ইচ্ছা যায়।কৃষ্ণ কৃষ্ণ।

  • @basundharikakati2310
    @basundharikakati2310 3 ปีที่แล้ว +14

    কৃষ্ণ প্ৰভূ , ভক্তিভৰা সেৱা নিবেদন কৰিলো।

    • @krishnakakati3192
      @krishnakakati3192 3 ปีที่แล้ว

      হে বাপ জনা সেৱা গৰহণ কৰিব ।

  • @dipakborah1152
    @dipakborah1152 3 ปีที่แล้ว +1

    🙏🌺Ram❤Krishna🌺🙏Bap aji Guru prnima, Gurudebor Sri sornot kuti kuti prnam🙏🙏🙏ai adhomok akhirbad korejen Krishnor Bhokti dhara hodai mur hidoyat abirot vabe boi thake.❤🌺🙏🙏

  • @mridulasonowal7096
    @mridulasonowal7096 3 ปีที่แล้ว +5

    কৃষ্ণ🙏, সেৱা জনালোঁ বাপ। মায়াৰ ভয়ে প্রতিদিন খেদি ফুৰা যেন লাগে মোক। এই ভয়ৰ পৰা আপুনি সুন্দৰকৈ ভাগৱত ব্যাখ্যা কৰি মন মুক্ত কৰিলে প্রভু 🙏

  • @rimaborah6457
    @rimaborah6457 3 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ চৰনত শতকৌটি সেৱা জনালো৷

  • @ganeshkoch561
    @ganeshkoch561 3 ปีที่แล้ว +1

    Krishna'ram Ram Ram pronam jonalu apunak bap🙏🙏🙏

  • @cheniramnath2673
    @cheniramnath2673 3 ปีที่แล้ว +13

    কৃষ্ণ, আপোনাৰ মধুৰ বাণী তথা তাৎপৰ্যপূৰ্ণ ব্যাখ্যাৰে মন আনন্দিত হৈ উঠে , ঈশ্বৰে কৃপা কৰিব । কৃষ্ণ 🙏

  • @sewaligogoi3175
    @sewaligogoi3175 2 ปีที่แล้ว

    ইমান কোমল সুৰ, ইমান সূন্দৰ ভাষা, শুনি আমনি নালাগে বাপ
    কৃষ্ণ

  • @ankitamalakar3130
    @ankitamalakar3130 3 ปีที่แล้ว +9

    কৃষ্ণ কৃষ্ণ 🙏🌼🙏

  • @dipanjalibailung1180
    @dipanjalibailung1180 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা আগবঢ়ায় ছো। ভাল লাগিল ভাগৱত পাঠ শুনি বলৈ পায়।

  • @pectrumbeat4034
    @pectrumbeat4034 3 ปีที่แล้ว +1

    প্ৰভু জন সেৱা গ্ৰহণ কৰিব। দিনক দিনে যিমানেই ভাগৱতৰ ভিতৰত সোমাই গৈ আছোঁ সিমানেই এই অমৃত পান কৰাৰ ক্ষুধা ও বাঢ়ি গৈ আছে । এই কৃপা সদায় কৰিব প্ৰভু জন । কৃষ্ণ কৃষ্ণ 🙏🏻।

  • @dipalidutta6239
    @dipalidutta6239 3 ปีที่แล้ว +2

    কৃষ্ণ বাপজন আপোনাৰ অমৃতময় ভাগৱতৰ ৰস সদায়ে পান কৰিবলৈ আপোনাক ভগৱানে কুশলে ৰাখক ।

  • @rulennath7538
    @rulennath7538 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ, বাপ ঈশ্বৰ সেৱা ধৰিলো, কৃষ্ণ সুন্দৰ সুন্দৰ , বিষয়ৰ আশা ভঙ্গে ভক্তৰ হৰিষ , দেখয় বিষ‌য়ৰ সুখ বিষ্ঠাৰ সদিশ ।

  • @junadutta8438
    @junadutta8438 3 ปีที่แล้ว +2

    🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আমাৰ সেৱা ভাগি জনালোঁ গ্ৰহণ কৰিব🙏

  • @skskskksks167
    @skskskksks167 3 ปีที่แล้ว +2

    🙏🙏🙏বৰ সুন্দৰ কৈ বৰ্ণনা কৰিছে।মন প্ৰাণ একাত্ম হৈ প্ৰভুৰ শ্ৰীচৰণ সেৱা জনালো।🙏🙏🙏

  • @shyamaborah4819
    @shyamaborah4819 3 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু জনা ভক্তিভৰা সেৱা নিবেদিলো আপোনাৰ সেৱিকা বুলি গ্ৰহণ কৰিব ।কৃষ্ণ কৃষ্ণ।

  • @dulumonisaikiaborah6552
    @dulumonisaikiaborah6552 3 ปีที่แล้ว +3

    প্ৰভু ঈশ্বৰ আমাৰ সেৱা জনালোঁ।কৃষ্ণ কথাই হৃদয়ত বৰ আনন্দ দিয়ে। আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ মংগল কামনা কৰিলো। কৃষ্ণ 🙏

  • @prodipgogoi6265
    @prodipgogoi6265 3 ปีที่แล้ว

    কৃষ্ণ বাপজনা, ভাগৱতৰ ৰস পান কৰি ধন্য হলো

  • @duluprosadbordoloi2320
    @duluprosadbordoloi2320 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ।সেৱা নিবেদিছো প্ৰভূ।

  • @manoromaborah9024
    @manoromaborah9024 3 ปีที่แล้ว

    Krishna krishna krishan shrasta shawan bap🙏 ghagawntai aponak kushale rakhak krishna🙏🙏🙏

  • @nilimarabha6079
    @nilimarabha6079 3 ปีที่แล้ว +1

    Pronam bab Jan krishna krishna krishna

  • @tikenchandrakalita4928
    @tikenchandrakalita4928 3 ปีที่แล้ว

    Prabhu not a single morning spent without Prabhu katha may Prabhu keep u in good health so that iwe can listen Prabhu katha non stoped

  • @mallikaacharjya6281
    @mallikaacharjya6281 3 ปีที่แล้ว +13

    🙏কৃষ্ণ প্ৰভু সেৱা জনালোঁ

  • @amiyasaikia8822
    @amiyasaikia8822 2 ปีที่แล้ว

    প্রণাম প্রভূ ঈশ্বৰ🙏🙏🙏 আপোনাৰ মুখ নি:শ্চিত ভাগৱত বাণীয়ে আমাৰ হৃদয় পৱিত্র কৰি আছে 🙏🙏🙏সকলোৰে মংগল কামনা কৰিলোঁ....

  • @taniao5683
    @taniao5683 3 ปีที่แล้ว +1

    প্ৰভু আপোনাক শিৱসাগৰৰ পৰা প্ৰণাম জনালো

  • @kalpanasaikia4588
    @kalpanasaikia4588 3 ปีที่แล้ว +3

    মধু ময় ভাগৱত প্ৰতিষ্ঠা হওক পৃথিৱীৰ বুকুত।ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক 🙏🙏🙏🙏🙏🙏🙏

  • @mriduldehingia6544
    @mriduldehingia6544 3 ปีที่แล้ว +7

    Krishna Gurudev hewa jonaisu Apunaloi , Ram krishna.

  • @rekhamonideka9216
    @rekhamonideka9216 3 ปีที่แล้ว +15

    কৃষ্ণ সেৱা জনালো। ভাগৱতৰ শ্ৰৱণ এ মোক ভগৱান ৰ চৰণত আতম সমৰপণ কৰিবলৈ শিকায় জীৱনৰ মায়াৰ ভয়ৰ পৰা আতৰোৱা যেন অনুভৱ হয়।

  • @gitalineog930
    @gitalineog930 ปีที่แล้ว

    Krishna pranam Prabhu Krishna 🙏🙏🙏🙏

  • @nabajyotidas6117
    @nabajyotidas6117 2 ปีที่แล้ว +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @manjulanath2645
    @manjulanath2645 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ,, বাপজনা ,, চৰণে সেৱা জনালোঁ ।কৃষ্ণ,মাধৱ 🙏

  • @assmesvideo6000
    @assmesvideo6000 3 ปีที่แล้ว +15

    প্ৰণাম প্ৰভু বাপ সেৱাভাগ যেনে ভাবে কৰিবলৈ লাগিছিল নোৱাৰি লো অভাগিনিৱে। আপোনাৰ শ্ৰীমুখে দিয়া অমৃত আশীৰ্বাদ পালে সজ্বীব হও সাহস পাও মনুষ্যৰ দায়িত্ব পালন কৰিবলৈ প্ৰভূ ঈশ্বৰে আপোনাক দীঘ্য আয়ুষ কশলে ৰাখক কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @parikhitbhakat8673
    @parikhitbhakat8673 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বৰ সন্তোষ পালোঁ প্ৰভু সেৱা গ্ৰহণ কৰিব 🙏🙏

  • @rekhadas5058
    @rekhadas5058 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 👃👃👃

  • @kumudgayan1664
    @kumudgayan1664 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। তত্ত্ব জানিও জীৱ ই বিষয়ত ভোল নহৈ কৃষ্ণ ভক্তিত মজি থকা তো হে আচল ৰহস্য। সেয়ে প্ৰভুৱে সকলোকে অভিভূত কৰি তেওঁৰ চৰণত একান্ত ভক্তি ভাৱ জাগ্ৰত কৰক এয়েই প্ৰভুৰ চৰণত প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @lukudas1209
    @lukudas1209 3 ปีที่แล้ว +7

    ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম

    • @bontigogoi6984
      @bontigogoi6984 3 ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ হৰি ৰাম !!!

  • @hi_tech_informationandeduc8892
    @hi_tech_informationandeduc8892 3 ปีที่แล้ว +7

    কৃষ্ণ ; বাপজনলৈ সেৱা নিৱেদিলো কৃষ্ণ

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 3 ปีที่แล้ว

    Iman xumodhur aru bhav gadhur bhagawat path byakhya bhagi bare bare huni aasu, huni huni amoni nelage.Aia Baap Ishwar r param kripa ! Amer xahashra pranipat grahan kore jen Baap Ishwar,Krishna 🙏🙏🙏.

  • @shenindrasaikia4495
    @shenindrasaikia4495 3 ปีที่แล้ว +4

    Krishna Krishna bap.

  • @utshavbarman587
    @utshavbarman587 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏

  • @priyadoleypegu597
    @priyadoleypegu597 3 ปีที่แล้ว +21

    কৃষ্ণ প্রভূ ঈশ্বৰ সেৱাভাগি জনালো❤🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dipakkalita9267
    @dipakkalita9267 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏

  • @ajantamedhidas8946
    @ajantamedhidas8946 3 ปีที่แล้ว

    কৃষ্ণ প্ৰভু নাৰায়ন গোবিন্দ গোপাল মাধৱ মধুসূদন দয়াময় হৰি 🙏🙏

  • @mnath7444
    @mnath7444 3 ปีที่แล้ว +12

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ , সেৱা জনালোঁ ।🙏🙏🙏

    • @harudragneel7357
      @harudragneel7357 3 ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ প্ৰভু মোৰ ভক্তি ভৰা সেৱা নিবেদন কৰিলো ।

  • @reetabordoloi5258
    @reetabordoloi5258 3 ปีที่แล้ว +8

    কৃষ্ণ কৃষ্ণ প্রভু দয়াময় ,মোৰ শ্রদ্ধাৰ ভক্তিৰ সেৱা জনালো |🙏🙏🙏

  • @paragjyotirajkhowa5241
    @paragjyotirajkhowa5241 3 ปีที่แล้ว

    ৰাম কৃষ্ণ ,ৰাম কৃষ্ণ,ৰাম কৃষ্ণ,,,,,

  • @ajantamedhidas8946
    @ajantamedhidas8946 3 ปีที่แล้ว +1

    হৰি ৰাম কৃষ্ণ প্ৰভু নাৰায়ণ কৃপাসাগৰ কোটি কোটি প্ৰণাম।

  • @sabitriduttas9249
    @sabitriduttas9249 3 ปีที่แล้ว +2

    প্ৰনাম প্ৰভু কৃষ্ণ

  • @চন্দন-হ২ধ
    @চন্দন-হ২ধ 3 ปีที่แล้ว +7

    ঔঁ অজ্ঞান তিমিৰান্ধস্য জ্ঞানাজ্ঞন শলাকয়া।
    চক্ষুৰুন্মীলিতং যেন তস্মৈ শ্ৰী গুৰুৱে নমঃ।।
    🙏🙏🙏🙏

  • @joyadevi2447
    @joyadevi2447 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱাভাগি গ্ৰহন কৰিব

  • @bhogramnath6500
    @bhogramnath6500 3 ปีที่แล้ว +1

    সুন্দৰ ভাল লাগিছে। শুনি আনন্দিত হ'লোঁ । কৃষ্ণ ।

  • @monikahazarika6506
    @monikahazarika6506 3 ปีที่แล้ว

    Krishna, Prabhu iswar pronam jonalu . Krishna,,,,,,,,,

  • @ratuldeka3368
    @ratuldeka3368 3 ปีที่แล้ว

    Krishno krishno probhu gurujona tumar chorone pronaam

  • @deepanajlidas4523
    @deepanajlidas4523 3 ปีที่แล้ว +5

    Bap aponar xoronot xeuwa jonalo 🙏 🙏🙏

  • @animadevi4327
    @animadevi4327 3 ปีที่แล้ว

    Krishna Krishna prabhu bap 🙏🙏🙏

  • @dulalbori7034
    @dulalbori7034 3 ปีที่แล้ว +8

    কৃষ্ণ প্ৰভু সেবা জনালোঁ ।🙏

  • @tulikabarua2838
    @tulikabarua2838 3 ปีที่แล้ว +1

    প্ৰভু ..পাঠ ভাগে মনটো শান্ত কৰি তুলিলে, ভগৱন্তই আপোনাক কুশলে ৰাখক।🙏

  • @prodipkumarborah9946
    @prodipkumarborah9946 3 ปีที่แล้ว +1

    Ramkrishna pravu seuwahe

  • @prabantisaikia4353
    @prabantisaikia4353 3 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্ৰভূ

  • @parineetapari2645
    @parineetapari2645 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ,,প্ৰণাম প্ৰভু ঈশ্বৰ 🙏🙏🙏🙏🙏

  • @daisyrabha2343
    @daisyrabha2343 3 ปีที่แล้ว

    Krishna prabhu bhakti bhara sewa janaisu🙏🙏 Krishna

  • @pramiladeori6928
    @pramiladeori6928 3 ปีที่แล้ว

    Krishna Krishna bap pronam 🙏🙏🙏🙏

  • @songitasonowalborgohain6989
    @songitasonowalborgohain6989 3 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহন কৰিব ৷

  • @krishnatamang7248
    @krishnatamang7248 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সেৱাভাগ গ্ৰহণ কৰিব। অতি সুন্দৰ ৰসাল ব্যাখ্যা, কৃষ্ণ কথা অমৃতময় বাণী আপোনাৰ শ্ৰীমুখে শ্ৰৱণ কৰিব পায় আনন্দিত হৈছোঁ।ভগৱন্তই আপোনাক প্ৰমুখ্যে সবাৰো চৰণত সেৱা আগবঢ়ালোঁ। কৃষ্ণ।।
    🙏 জয় গুৰু শঙ্কৰ 🙏

  • @jeetakotoky876
    @jeetakotoky876 2 ปีที่แล้ว

    Joi shri krishna joi shri krishna joi shri krishna .

  • @pramudnath2228
    @pramudnath2228 3 ปีที่แล้ว +1

    কৃষ্ণ বাপ বৰ সুন্দৰ সুমধুৰ অমৃত পান কৰি দেহ মন সাতপৰি জায় ।

  • @nilimakatani3956
    @nilimakatani3956 3 ปีที่แล้ว +1

    বাপজন সেৱা আগবঢালো. কৃষ্ণ

  • @rajenchetia869
    @rajenchetia869 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্রভুজনা প্রণাম জনালো

  • @birinchikakati7680
    @birinchikakati7680 3 ปีที่แล้ว

    আপোনাৰ এই কৃষ্ণ কথাইআমাৰ পৰিয়ালৰ সকলোৰে মন আনন্দিত কৰিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @rajjudutta2497
    @rajjudutta2497 ปีที่แล้ว

    Krishno krishno krishno🙏🙏🙏

  • @sabitrimedhi6564
    @sabitrimedhi6564 3 ปีที่แล้ว +4

    কৃষ্ণ°হৰি°ৰাম°°সু-প্ৰভাতে কৃপাময় শ্ৰীআচাৰ্যদেৱৰ পদ্মমুখে শ্ৰুতিত মধুৰোত্তম কৃষ্ণামৃত আমাৰ অচেতন হৃদয়ত উপাসি প্ৰভূঈশ্বৰৰ শ্ৰীচৰণত সুহৃয়েৰে কৃতাঞ্জলী নিৱেদিলো দাসানুদাসীৰ সেৱা গ্ৰহন কৰি ধন্য কৰিব প্ৰভূ" জয় হৰি গোৱিন্দ ঃঃ

  • @gopalchandradas4871
    @gopalchandradas4871 3 ปีที่แล้ว +1

    Pranam prabhu

  • @priyakheebora25
    @priyakheebora25 2 ปีที่แล้ว +1

    Krishna 🙏

  • @MintuMedhi-o1w
    @MintuMedhi-o1w 2 หลายเดือนก่อน +1

    Ram. Krishna

  • @nirupamadeka3701
    @nirupamadeka3701 3 ปีที่แล้ว +2

    কৃষ্ণ বাপ ,আমাৰ ভক্তিভৰা সেৱা নিবেদিছো ৷

  • @putulchandradeka9338
    @putulchandradeka9338 3 ปีที่แล้ว +3

    🙏🙏 কৃষ্ণ কৃষ্ণ 🙏🙏