Morom Enekuai (From "Chupa Chupi") -

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 มิ.ย. 2024
  • Presenting Morom Enekuai (From "Chupa Chupi") Music Video by Bishrut Saikia, Shyamantika Kalita, Palash Surya Gogoi exclusively on Atlas Creation.
    ♫ Track Info ♫
    Singer: Bishrut Saikia, Shyamantika Kalita
    Album: Chupa Chupi
    Lyrics-Composition-Music: Palash Surya Gogoi
    Mixing-Mastering: Pinku Das
    Producer: Hrishikesh Patgiri
    [Social]
    Atlas Creation
    Facebook: / @atlas-creation-100064...
    Instagram: / atlas_creation
    © ℗ Atlas Creation. All Rights Reserved.
    NOTE: Any illegal reproduction or reupload of this content in any form will result in immediate action against the person concerned.
    Digitally Powered by Eikhon Axom Hoi Bhai Media
    Web: eahbmedia.in/
    ___________________________________
    Enjoy & stay connected with us!
  • เพลง

ความคิดเห็น • 740

  • @abhinavsarkar9639
    @abhinavsarkar9639 หลายเดือนก่อน +694

    ভিদিও টো চাই এনেকুৱা লাগিছে যেন আমাৰ কথাই কৈছে । সেই যে ৰাতি মাই চিঠি লিখি থকা দেখিব বুলি মাৰ টোপনি অহা লৈ অপেক্ষা কৰা, মাই টোপনি যোৱাৰ পাছত মনে মনে গৈ চিঠি লিখা, টিওচন চুটি হোৱালৈ তাইৰ বাবে দোকানত অপেক্ষা কৰা, দুয়ো একেলগে চাইকেলত অহা, সৰু এটা কিপেদ ফণ ত 9 টকীয়া মেচেজ পেক ভৰাই যেন গোটেই সংসাৰ ৰ সকলো কথা পতা । কি যে দিন আছিল সেইবিলাক।
    বহুত বেছি ধন্যবাদ বিশ্ৰুত দা আমাক এইয়া পুৰণি কথা মনত পেলাই দিবলৈ । ❤

    • @krishnamoninirmolia6844
      @krishnamoninirmolia6844 หลายเดือนก่อน +7

      সঁচাকৈয়ে দেই❤

    • @abhinavsarkar9639
      @abhinavsarkar9639 หลายเดือนก่อน +13

      সেই প্ৰেম যেন আজি লুপ্ত পথত

    • @bishwaprotimsaikia4983
      @bishwaprotimsaikia4983 หลายเดือนก่อน

      Ki hundor asil hei homoi bur....

    • @bastobboruaofficial5020
      @bastobboruaofficial5020 หลายเดือนก่อน +5

      Pranab bharali da k thank you.....eman eta dhunia kahini eta agborhabo goi ase❤

    • @abhinavsarkar9639
      @abhinavsarkar9639 หลายเดือนก่อน +2

      Hosakoi dey

  • @rupandas4171
    @rupandas4171 24 วันที่ผ่านมา +44

    ৰাতিপুৱা কুৱলিপৰত চাইকেল চলাই টিউশন লৈ যোৱা কথাবোৰ মনত পুনৰায় ভাহি উঠিল । ❤😊

  • @praptichoudhury3239
    @praptichoudhury3239 หลายเดือนก่อน +52

    অতীতলৈ ঘূৰি গলো ৰাতি সকলো শোৱাৰ পিছত আপোনজনলৈ মনে মনে চিঠি লিখা। টিউচনৰ পিছত লগ কৰা। বিশ্ৰুত দাক অশেষ ধন্যবাদ ইমান ধুনীয়া গান এটা আমাক উপহাৰ দিছে।

  • @duljitpatgiri7538
    @duljitpatgiri7538 หลายเดือนก่อน +117

    নিজে পঢ়ি অহা হাইস্কুলখনক দেখি ভাল লাগি গ'ল। "চৌখুটি হাইস্কুল" আমাৰ আৱেগ ❤️ তাতেই আকৌ বিশ্ৰুত শইকীয়াৰ গানৰ পৰশ 🌼

    • @dwoz3207
      @dwoz3207 หลายเดือนก่อน +3

      Kt ase

    • @duljitpatgiri7538
      @duljitpatgiri7538 หลายเดือนก่อน +2

      Near Pathsala, Bajali

  • @dibyajyotimech1398
    @dibyajyotimech1398 หลายเดือนก่อน +72

    Hailing from Majuli, studying in IISER Kolkata, this video is a total nostalgia. I am proudly sharing this with my non-Assamese friends, particularly Bengali & Odia buddies who would appreciate this more.
    Being asked about love here, I always expressed about the essence of simple love found only in villages. But I fail always to show them a visualization of what is the true experience. The visuals and the music in this video truly depicts most of it. Aaaah! The amount of simplicity village love bears within! When I speak of love, I speak of those pure and simple twinklings of emotions, raw and elegant. When I speak of luxury, I speak of those evenings cycling along the bank of Brahmaputra, past her home. Friends accompanying the flow of emotions with their usual pick up songs. Sitting in the shadow of the Banyan Tree, casting poems. The smell of mustard fields and the fragrance of rain-kissed soil.
    When I speak of love, I speak of those little luxuries. Thanks again for the beautiful song with even more beautiful visuals.

  • @paikkalita8273
    @paikkalita8273 8 วันที่ผ่านมา +3

    অতীত সদায় ধুনীয়া । কোনোবাৰ প্ৰেম সফল হৈছে আৰু কোনোবাৰ বিফল হৈছে কিন্তু স্মৃতি সদায় ধুনীয়া

  • @Anuragbora
    @Anuragbora หลายเดือนก่อน +76

    ৰাতি সকলোৱে শুৱাৰ পিছত লেমৰ পোহৰত লিখা চিঠিখন মনত পৰি গ'ল।সেই যে শেষত A+P আৰু ডাইলগবোৰ।সেই প্ৰেমৰ তৃপ্তি বহুত বেলেগ,স্বাৰ্থ নথকা এক সম্পৰ্ক।❤

    • @Infentry_soldier
      @Infentry_soldier หลายเดือนก่อน +1

      ❤😢😢😢 Buku khon godhur hoi gol

    • @bharatinath1272
      @bharatinath1272 หลายเดือนก่อน

      H.s poha dinbur monot pori gol..bohut Val lagil

    • @samiranchetia6708
      @samiranchetia6708 หลายเดือนก่อน +1

      Hosai hei dinbur jodi akou ghurai palu hoi. Vabilei val lagi jai...

  • @thehiddenvloger521
    @thehiddenvloger521 หลายเดือนก่อน +30

    নিজকে বিচাৰী পাইছো ‌বহুত‌ বছৰৰ ‌মূৰত,,, লিখিবলৈ বহুত ‌আছে কিন্তূ ভাষা ই বিচাৰী‌ পোৱা নাই চোন ।,‌ চকুত চকুপানী আজি লৰালি টো, শৈশৱটো ‌ওভতাই পোৱা হলে, ‌বৰকৈ মনত পৰিছে আজি, সময় টো থমকি‌ শৈশৱলৈ লৈ যোৱা হলে, ❤❤🎉

  • @Surabhikonwar6597
    @Surabhikonwar6597 หลายเดือนก่อน +53

    স্কুলৰ দিনবোৰলৈ মনত পৰি গ’ল । সঁচাই সেই অনুভৱৰ মাদকতাই সুকীয়া । হৃদয়ৰ কোনোবাখিনিত স্মৃতিবোৰ এতিয়াও সজীৱ হৈ আছে ❤ সেই অনুভৱখিনিক এতিয়া কি নাম দিম নাজানো , কিন্তু সেই মিঠা অনুভৱৰ সাক্ষী হৈ ৰ’ল এখন চিনিকী মুখ ❤ H + S
    মৰম এনেকুৱাই ❤❤❤

  • @inamulabdullah4462
    @inamulabdullah4462 หลายเดือนก่อน +23

    পৰিচালনা,অভিনয়,সংগীত,সুৰ আৰু নাটকীয় শৈলী অন্যতম....

  • @kashmitasarma7508
    @kashmitasarma7508 หลายเดือนก่อน +301

    Bishrut daa's "hmmmm" can literally fix everything 😭❤️

    • @Nipon_edits
      @Nipon_edits หลายเดือนก่อน +6

      Bishrut Saikia ✅

    • @secretboss5717
      @secretboss5717 หลายเดือนก่อน +13

      ​@@Nipon_editsdas likha ni daa's likhise mne Bishrut da r likhise🤝

  • @morommoromlagise936
    @morommoromlagise936 หลายเดือนก่อน +43

    মৰমৰ কোনো নিয়ম নাথাকে, অন্তৰৰ তাগিদাত যেতিয়া যেনেকৈয়ে হয় প্ৰেম তেনেকুৱাই.......যান্ত্ৰিক পৃথিৱীতো সঁচা ভালপোৱাবোৰ নিৰ্ভেজাল, পৱিত্ৰ, সৰগীয়....মৰম এনেকুৱাই❤

  • @mathshub9977
    @mathshub9977 หลายเดือนก่อน +23

    সমিধান এটি দিয়া , বিধানো তাৰে হোৱা ❤❤.....This line ufff ❤

  • @biduytbikashsarmathakur1620
    @biduytbikashsarmathakur1620 หลายเดือนก่อน +34

    পলাশ গগৈৰ কথা সুৰ সংগীত সদায় অনন্য। এইগীতটো তেখেতৰ অন্যতম প্ৰিয়গীত হৈ পৰিছে। বিশ্ৰুত শইকীয়াৰ ধুনীয়া কণ্ঠ❤

    • @AbhijitRaagOfficial
      @AbhijitRaagOfficial 22 วันที่ผ่านมา

      পলাশ গগৈ নহয়, পলাশ সূৰ্য গগৈ হয়।

  • @parulborgohain7960
    @parulborgohain7960 หลายเดือนก่อน +26

    পুৰণা কথা বোৰ মনত পৰি গৈছে 😪 ইমান সুন্দৰ কৈ উপস্থাপন কৰিছে , অতীতৰ কথা বোৰ মনত পৰি গৈছে গান টো শুনি চকুৰ পানী ওলাই গৈছে , বুজাব নোৱাৰি 😢 এইকন সুখ😢 বিশ্ৰুত দাৰ প্ৰতিটো গানেই সদায় বিশেষ ❤

  • @dipuborah1315
    @dipuborah1315 หลายเดือนก่อน +15

    Kio emn dhunia
    Kio emn alokhuwa
    Xosai bht besie hridoy sui juwa geet.

  • @jisurajapatra8673
    @jisurajapatra8673 27 วันที่ผ่านมา +6

    বহুত দিনৰ মূৰত উচ্চ মানদণ্ডৰ এটি মন পৰশা গীত শুনিলো, গীত টোৰ ৰচনা , সুৰ, আৰু গায়ক সকলোঁ সাৱলীল আৰু বিশেষ 💫♡

  • @theindianpanther1800
    @theindianpanther1800 26 วันที่ผ่านมา +12

    I do not understand this language but what a beautiful tune… love it so much.
    Love from Maharashtra.

  • @AnkiandAyan
    @AnkiandAyan หลายเดือนก่อน +7

    Uffff ki j song❤❤kbloi aku word nai....emn dhuniya

  • @DaisyKalita-gl5rh
    @DaisyKalita-gl5rh หลายเดือนก่อน +51

    Who recall their school days..?❤

  • @nikunza...4629
    @nikunza...4629 หลายเดือนก่อน +11

    আকৌ এবাৰ শৈশৱৰ স্মৃতিৰ কাষ চপোৱাৰ বাবে ♡

  • @jimidas7050
    @jimidas7050 หลายเดือนก่อน +21

    বিশবাৰ মান শুনিলো❤️, সঁচাই সঁচা প্ৰেমৰ যি অনুভূতি, তাৰ মাদকতাই সুকীয়া। এতিয়া বাৰু জী আছেনে এনে প্ৰেম? গীতটিৰ মাজেৰে নিঁভাজ অকৃত্ৰিম মৰমৰ প্ৰকাশ বৰ সুন্দৰকৈ ঘটিছে। আজিকালিৰ চুটি কাপোৰ পিন্ধি নাচি থকা ভিডিঅ'ৰ পৰিবৰ্তে ইমান ধুনীয়া অভিনয়ে এই গীতটিৰ সৌন্দৰ্য আৰু গভীৰ কৰি তুলিছে 💚। কণ্ঠৰ কথা কি ক'ম? একেবাৰে শীতল বতাহজাক হৈ বুকুৰ গভীৰলৈ শিপাইছে❤️🙏

  • @kandarpanath7423
    @kandarpanath7423 หลายเดือนก่อน +17

    বেহাৰবাৰী আউট পোষ্টৰ(মোহন আৰু কেকে থকা কেইদিন) পিছত দ্বিতীয়বাৰ অসমীয়া চিৰিয়েল ভাল পালো | কাহিনী সুন্দৰ অভিনয় সুন্দৰ হৈছে |

    • @fashionhub8257
      @fashionhub8257 26 วันที่ผ่านมา

      Eikhon serial nohoy series

  • @saurovkoch4695
    @saurovkoch4695 26 วันที่ผ่านมา +3

    উফ ! মনটো ভৰি গ'ল ❣️🌿

  • @dekachannel8385
    @dekachannel8385 หลายเดือนก่อน +9

    Bohut bhal lagil puroni kothabur manat pori gol

  • @ankurdutta3885
    @ankurdutta3885 หลายเดือนก่อน +13

    Just Wooow,,,,,
    গানটোৰ লগত visuals বোৰ ইমান ধুনীয়াকৈ মিলি গৈছে ❤️
    Voice of Shyamontika Kalita💞
    বিশ্ৰুত দাৰ কথাটো কবই নালাগে,,, মন প্ৰাণ চুই যাই ❤️❤️

  • @anupalmusic
    @anupalmusic 29 วันที่ผ่านมา +2

    Eman hohoj horol lyrics aru hru hru kthar details bur bor bhal lgise geet ti , dhunia music ❤baki bisrut saikia aru syamanitika kalitar konthoi geet ti pran pyse ....palash surya gogoik ai hundor lyrics tur babe akekh dhnyabad likhi jaok aguai jaok ❤❤

  • @JIBONjajabori7
    @JIBONjajabori7 หลายเดือนก่อน +9

    অতীত বিলাগ মনত পৰি গৈছে...😊

  • @angitashill5574
    @angitashill5574 หลายเดือนก่อน +3

    অতীত বোৰ মনত পৰি গ'ল❤

  • @Onlyviralreels-lw2ze
    @Onlyviralreels-lw2ze หลายเดือนก่อน +8

    Ufff.😢❤Mrm ki Anekuaiiii.🥰💗

  • @nvnita
    @nvnita 27 วันที่ผ่านมา +1

    ধুনীয়া 📌♡

  • @alokeshnath2249
    @alokeshnath2249 29 วันที่ผ่านมา +8

    উফ সকলো খিনি বিচাৰি পাই যায় গান টোত❤❤❤tune, lyrics, video ❤❤❤পুৰণি সকলোবোৰ আবেগ পুনৰ সজীৱ হৈ উঠিল চকুলো ৰাখিবই নোৱাৰিলোঁ, আৰু কিনো লিখিম বেছিকে লিখিলে মোৰো অৱস্থা পোষ্ট মাষ্টৰ জনৰ দৰেই হব

  • @minakshisfoodcourt4804
    @minakshisfoodcourt4804 28 วันที่ผ่านมา +2

    বহুত ধুনীয়া গান টো ।

  • @nabajyotiproduction6876
    @nabajyotiproduction6876 หลายเดือนก่อน +7

    বিশ্ৰুত ককাইৰ কিযে সুমধুৰ কন্ঠ … ❤ , পলাশ ককাইৰ কথা আৰু সুৰ❤

  • @LxMarchQueen
    @LxMarchQueen หลายเดือนก่อน +9

    Love from Guwahati ❤ gan tu bhut dhuniya hoise xunile xuni thakino mon jua ❤shyamantika patar mur nam ❤

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 หลายเดือนก่อน +5

    খুব সুন্দৰ উপস্থাপন শৈলী ।। মনত পৰি গল শৈশৱৰ দিনবোৰ ভাল লাগিল 🥰❤️

  • @Gourav_BoraH
    @Gourav_BoraH หลายเดือนก่อน +3

    Bohu purona kotha monot😢❤ pori gol aai series khon Sai.
    Bohut dhunia hoise❤❤❤

  • @rosemoniali5488
    @rosemoniali5488 หลายเดือนก่อน +4

    ঊফ আগৰ দিনবোৰ ❤❤❤❤❤❤❤❤❤

  • @ramentalukdar7624
    @ramentalukdar7624 20 วันที่ผ่านมา +1

    সুন্দৰ।

  • @riyadeka999
    @riyadeka999 23 วันที่ผ่านมา +3

    Shyamantika your voice is so beautiful ❤
    The song is amazing❤

  • @aruhiworld7148
    @aruhiworld7148 หลายเดือนก่อน +5

    নসটালজিক হৈ পৰিছো ❤❤

  • @rubiphukan3435
    @rubiphukan3435 หลายเดือนก่อน +5

    ইমানেই ভাল লাগিছে কবলৈ ভাষা নাই ❤❤❤❤❤❤

  • @manabendraboro3768
    @manabendraboro3768 หลายเดือนก่อน +9

    Proud to be a maina,, iman dhuniyakoi gaise,, amar thoka thaikhini ujolai tulise

  • @Radheshyam_1630
    @Radheshyam_1630 หลายเดือนก่อน +46

    বহুত কিবাকিবি মনত পৰি গ'ল ...
    কৈ দিয়া খিনি ,
    লুকোৱাই ৰখাখিনি ,
    কৈয়ো ক'ৰবাত থাকি যোৱা
    কিবাখিনি ...
    মনত পৰি গ'ল
    বহুতখিনি ।।।

  • @priyankasaikia6664
    @priyankasaikia6664 22 วันที่ผ่านมา +4

    কৌশিক দা is emotion 😭🧿

  • @akankhyamadhabdutta9855
    @akankhyamadhabdutta9855 หลายเดือนก่อน +10

    Bishrut saikia's voice 😭❤️

  • @gautomgogoi7912
    @gautomgogoi7912 หลายเดือนก่อน +2

    সেই হাইস্কুলিয়া দিনবোৰলৈ মনত পৰি গ'ল😌

  • @lakshmipriyadeka1587
    @lakshmipriyadeka1587 หลายเดือนก่อน +3

    Uff❤... মৰম এনেকুৱাই.. ❣️❣️

  • @nayanjyotidas7716
    @nayanjyotidas7716 หลายเดือนก่อน +5

    School clge or Katha monot pori gol..
    Logot ahh casting aru sobei nija nija roll aru acting eman duniya ke korise pura outstanding...... ❤❤aru agoloi Oh anekuwa val kahani sabo pm buli akha thakil.....
    Love from bongaigaon...

  • @munmiborpatragohain4710
    @munmiborpatragohain4710 หลายเดือนก่อน +2

    স্মৃতি ৰোমন্থন কৰা এটি গীত❤, আবেগিক হৈ পৰিলো, কিমান বাৰ যে শুনিছো, তথাপিও আমনি লগা নাই🥰

  • @maxina8222
    @maxina8222 หลายเดือนก่อน +3

    বাহহঃ ইমান ধুনীয়া গান ❤মৰম কি এনেকোৱাই ...

  • @jayantidevi2062
    @jayantidevi2062 28 วันที่ผ่านมา +3

    Bishrut da. Tumar ki mat maniso aru dei ❤❤❤

  • @prantikchakraborty5037
    @prantikchakraborty5037 หลายเดือนก่อน +28

    আমি west bengal দিয়ে শুনছি গানটা। গানটার screenplay আর দুজনার গলার কন্ঠ আহহহহা আমায় একদম শান্তমুক্ত করে দিল। ❤

  • @user-di3ms5ny7f
    @user-di3ms5ny7f หลายเดือนก่อน +2

    Nostalgic hoi golu pura........gotei keita episode salo bahut val lagile

  • @_ganesh_006
    @_ganesh_006 หลายเดือนก่อน +4

    bishrut saikia iconic song❤

  • @user-xh8bh9ym4h
    @user-xh8bh9ym4h 22 วันที่ผ่านมา +2

    Aiwwwww emn dhuniya 😭❤️‍🩹

  • @vargavvaunalover4101
    @vargavvaunalover4101 21 วันที่ผ่านมา +1

    ভাল পোৱা কৰা নাজাই ভাল পোৱা হৈ যায় ❤️🤍

  • @m.bcomputers5395
    @m.bcomputers5395 หลายเดือนก่อน +2

    নিজকে যেন আকৌ এবাৰ বিচাৰি পালো । সেই স্কুলীয়া দিনৰ কথাবোৰ .... লুকাই লুকাই তোমালৈ চোৱা .. সচাকৈ ...
    চিঠিৰ উত্তৰ পাবলৈ অপেক্ষাৰে ৰৈ থকা ...
    সময় বহুদুৰ অগুৱাই গল তথাপিৰ স্মৃতিবোত সজীৱ হৈ আছে আজিও বুকুৰ কোণত ।❤❤❤❤

  • @rekibuddinahmed4849
    @rekibuddinahmed4849 หลายเดือนก่อน +2

    Xosakoi bhut dhuniya lagise agor kotha bur bhut monot pori gol😊😊😊😊

  • @KamaliDas-d4p
    @KamaliDas-d4p หลายเดือนก่อน +4

    Aru ankuwa shurt flim sab krne akha thkil😍😍😍😍

  • @binitaray6525
    @binitaray6525 หลายเดือนก่อน +3

    Dhuniya lagil gan tu huni...❤morom Enekuai ❤

  • @TANMOY-DEORI-OFFICIAL
    @TANMOY-DEORI-OFFICIAL หลายเดือนก่อน +6

    Git ti huni ae mon tu bohut vl lagi gol❤❤ love you song❤

  • @bhargovgogoi696
    @bhargovgogoi696 หลายเดือนก่อน +5

    Gaan Tu bare bare huniu hepa poluya naiii😌 & iconic bishrut Daa r """"Hmm"""just woww🤩🤩

  • @karabiboro-le5dx
    @karabiboro-le5dx หลายเดือนก่อน +3

    Bishrut daa song uffff ki je kom xat pori jai 😌❤️

  • @Bhabeshdeka51
    @Bhabeshdeka51 หลายเดือนก่อน +4

    Episode keita sai bohut vll lagil aru sabo mon goi ase

  • @nikitamalakar8671
    @nikitamalakar8671 15 วันที่ผ่านมา

    বুজিলো, মৰম এনেকুৱাই ❤

  • @manjitarva73
    @manjitarva73 8 วันที่ผ่านมา

    পুৰণি দিনবোৰ মনত পৰি গল ❤

  • @purabidutta1759
    @purabidutta1759 หลายเดือนก่อน +3

    কিমান যে ভাল লগা। ❤🌷

  • @prantikapriyam2461
    @prantikapriyam2461 หลายเดือนก่อน +4

    বৰ সুন্দৰ গীত। শুভেচ্ছা থাকিল।
    -প্ৰান্তিকা প্ৰিয়ম।

  • @nitumonisarmah6317
    @nitumonisarmah6317 หลายเดือนก่อน +3

    Axomiya film r revolution ahisey back to back🎉

  • @hirishikesh5278
    @hirishikesh5278 หลายเดือนก่อน +1

    Bahut dhuniya hoise z❤️❤️❤️

  • @pranabbarman9138
    @pranabbarman9138 หลายเดือนก่อน +5

    Singer+director+acting combo pack❤

  • @krishnaakalita5178
    @krishnaakalita5178 หลายเดือนก่อน +4

    আমি স্কুললৈ যোৱা দিনবোৰৰ প্ৰেম ❤❤❤❤❤

  • @bidisha2077
    @bidisha2077 หลายเดือนก่อน +29

    অতীত আমাৰ ইমান ধুনীয়া নাছিল..চিঠি লিখাৰ সেই আমোদ যেন পোৱাৰ পৰা বঞ্চিত হৈ ৰৈছিলো.. তথাপিটো সেই HS পঢ়াৰ সময়ত থৰ লাগি পিছৰ বেঞ্চৰ পৰা চাই ৰোৱা লগৰ বোৰে কাৰ ফালে চাই থকা বুলি জোকোৱা ...চকুত চকু‌ পৰিলে লাজতে তলমুৱাকৈ হাঁহি দিয়া... সকলো যেন এতিয়া সযতনে ৰাখি থোৱা স্মৃতিৰ পাহাৰ...❤

    • @jimidas7050
      @jimidas7050 หลายเดือนก่อน +1

      😢❤️, হয়তো ক'ৰবাত একেই। এই যে চিঠি দিয়া, চিঠি পোৱা মৰম বোৰৰ পৰা বঞ্চিত হৈ বহুত কিবা এটা নোপোৱা যেন অনুভৱ হয়

  • @Infentry_soldier
    @Infentry_soldier หลายเดือนก่อน +4

    Otitok monot pelai ❤😢😢😢 Buku khon godhur hoi gol ♥️ Ki je hunali din asil

  • @rajashrinath2562
    @rajashrinath2562 หลายเดือนก่อน +1

    অপেক্ষাৰত❤❤

  • @oursimplelife9188
    @oursimplelife9188 14 วันที่ผ่านมา

    Uuufffff.... ki j hiya haat pora gaan.. ❤❤

  • @jugantaaxom6570
    @jugantaaxom6570 หลายเดือนก่อน +3

    হাত কাটি ফোট দিয়াটো ultimate...❤❤❤😊😊😊

  • @misskrishnapatir6772
    @misskrishnapatir6772 12 วันที่ผ่านมา

    @lekhan da ,@ Nisha baa apunar dutar voice ufff 😚😚🤗🤗 ❤ and ranju da aru chitra..baa so beautiful 😍💞🥰 aguwai niyok mising Film jogotkhon 🙌🙌❤️

  • @jagadishray7477
    @jagadishray7477 17 วันที่ผ่านมา +1

    উফফফ হাইস্কুলৰ দিনবোৰলৈ উভতি যোৱা যেন লাগিল।

  • @krishnamoninirmolia6844
    @krishnamoninirmolia6844 หลายเดือนก่อน +1

    Hmm🌼
    মৰম এনেকুৱাই❤🤧

  • @morommoromlagise936
    @morommoromlagise936 หลายเดือนก่อน +8

    এফুটা হাঁহিৰে হাঁহি সামৰিলে
    হিয়া মোৰ মৰহি যায়
    আজৰি পৰতে কথাবোৰ গাঁথিলো
    পাহৰোঁ তোমাকে পায়
    মৰম কি এনেকুৱাই × (২)
    সমিধান এটি দিয়া
    বিধানো তাৰে হোৱা
    নিশা আহাঁ বাৰে বাৰে
    টোপনি যাঁও কেতিয়া
    উমান পালোঁ এতিয়া
    তুমি কি বিচাৰিছা
    ইমানেই যদি‌ মৰম
    ৰঙাফোঁট এটিকে দিয়া
    মৰম এনেকুৱাই
    মৰম তেনেকুৱাই × (২)

    • @Bastab2939
      @Bastab2939 หลายเดือนก่อน

      Pinned koribo lagisil

  • @purabidas2593
    @purabidas2593 16 วันที่ผ่านมา

    Bohut bhal lagil❤❤❤❤❤❤❤

  • @ankurborah5143
    @ankurborah5143 หลายเดือนก่อน +1

    ইমান ধুনীয়া❤

  • @ankitakonwar2581
    @ankitakonwar2581 หลายเดือนก่อน +1

    বহুত কিবা কিবি মনত পৰি গ'ল !
    উফ কি সুন্দৰ 🥺❤🌷

  • @archinamehnaz
    @archinamehnaz หลายเดือนก่อน +3

    Every word was pleasing in your voice bishrut da❤

  • @user-zh7iv2yt2r
    @user-zh7iv2yt2r 19 วันที่ผ่านมา +1

    Tumat ru kunu nai world best singer ❤❤❤❤❤❤❤❤❤❤❤❤

  • @AnupDas-ns4xb
    @AnupDas-ns4xb 27 วันที่ผ่านมา

    Gaan2 khie dinnoloi ubhoti loi jaii❤❤

  • @bonanidutta3930
    @bonanidutta3930 25 วันที่ผ่านมา +2

    So beautiful song❤😊 🌎

  • @Alokjyoti459
    @Alokjyoti459 19 วันที่ผ่านมา +1

    Cute song and cute video
    God bless Assamese Music ❤

  • @SukanyaChetia-wy3jk
    @SukanyaChetia-wy3jk หลายเดือนก่อน +3

    Val lagil ❤❤

  • @chandannath5009
    @chandannath5009 หลายเดือนก่อน

    ufff...ki mojja gaam...Bishrut proved again

  • @pinkydeka9460
    @pinkydeka9460 หลายเดือนก่อน +1

    সুন্দৰ কন্ঠ দুয়োৰে।

  • @anantakarateofficial9126
    @anantakarateofficial9126 หลายเดือนก่อน +1

    অ'হ'... কাহিনী বিশেষ ❤🎉

  • @nationalpathsala3934
    @nationalpathsala3934 หลายเดือนก่อน +5

    ভাল লাগিল ভিডিঅ'টো

  • @hirakbhuyan9099
    @hirakbhuyan9099 หลายเดือนก่อน +1

    অপেক্ষাৰ অন্তত 😢❤

  • @user-no3ly9hg3l
    @user-no3ly9hg3l 23 วันที่ผ่านมา

    স্কুলৰ ঘটনা বিলাক মনত পৰি গ'ল। ধন্যবাদ পুৰণি দিন বিলাক ঘূৰাই পোৱা নিচিনা যেন লাগিলে।

  • @smitabhuyan2556
    @smitabhuyan2556 หลายเดือนก่อน +3

    Ufff কি সুন্দৰ কথা শুভেচ্ছা থাকিলে ❤

  • @surjycreation561
    @surjycreation561 หลายเดือนก่อน +1

    বিশ্ৰুত দা❤

  • @DikshitaDas_
    @DikshitaDas_ หลายเดือนก่อน +3

    Palash daa apuni keneke iman dhuniya likhe baru..