Odhikar - Tanmoy Saikia & STANNiUM | OLONGKAAR (Official Release)

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ม.ค. 2025

ความคิดเห็น • 2.6K

  • @tanmoysaikia
    @tanmoysaikia  ปีที่แล้ว +5344

    তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ 🌹

    • @JoyaSaikia-g1k
      @JoyaSaikia-g1k ปีที่แล้ว +113

      ধন্যবাদ তনময় আৰু চুনু বহুত বহুত ভাল লাগিছে

    • @PalashStatus.Offcial8535
      @PalashStatus.Offcial8535 ปีที่แล้ว +38

      ভাল লাগিল সোনি❤❤❤❤❤❤❤❤❤

    • @tirthohajong
      @tirthohajong ปีที่แล้ว +14

      Tonmoy da Love from Meghalaya ❤❤❤❤

    • @GumaThapa-p7v
      @GumaThapa-p7v ปีที่แล้ว +11

      Bohut bohut bhal lagil tumar notun gaan. Anadorai amak notun notun gaan upohar di thakiba

    • @chayanikanath3176
      @chayanikanath3176 ปีที่แล้ว +5

      Awesome 💫👏

  • @utdeepkumar1210
    @utdeepkumar1210 ปีที่แล้ว +182

    প্ৰিয়জনক বা প্ৰিয়জনীক দেখি থকা সুভাগ্য সকলোৰ তাত নাথাকে । যিয়ে দেখা পাই তেওঁক শুভেচ্ছা জনোলো কিন্তু যিয়ে দেখা নাপাই তেওঁৰ কাৰণে মনত এইটোৱে কথা মনলৈ আহে:
    "মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা
    নিচিন্ত থকা মই চাই থাকিম তোমাক আকাশৰ পৰা"

  • @STANNiUM
    @STANNiUM ปีที่แล้ว +691

    Thanks for watching 💙🌹 . We've put our heart and soul into this one. Hope y'all love it💙🫂

    • @Ronak8134
      @Ronak8134 ปีที่แล้ว +2

      Much Love Bro💓

    • @Eusuf_Ruhan
      @Eusuf_Ruhan ปีที่แล้ว +2

      Great work bro! We just loved it ❤

    • @kuchnayasikhe610
      @kuchnayasikhe610 ปีที่แล้ว +1

      ❤❤❤

    • @Moi._Rajib
      @Moi._Rajib ปีที่แล้ว +3

      Bohuu Dhuniya Dada bohuu dhuniya work bohuu morom tumii duyu lee....😍🌿🌼

    • @sunuboruahstudio1215
      @sunuboruahstudio1215 ปีที่แล้ว +2

      big friend bro

  • @decodersharma
    @decodersharma 7 หลายเดือนก่อน +68

    মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা, নিচিন্ত থকা মই চাই থাকিম তোমাক আকাশৰ পৰা। 💌🌷

  • @Dhritiman-l1d
    @Dhritiman-l1d ปีที่แล้ว +118

    We are witnessing a huge transformation of Assamese music within a decade from " দীপৰ বিলতে জুকে ধৰোতে" to " অধিকাৰ"
    It is one of the best Musical era for the people of Assam especially for the youth to express themselves, their love in a beautiful way through a pure form of their own language ❤

  • @PRANDEEPMUSICAL
    @PRANDEEPMUSICAL ปีที่แล้ว +434

    বহুত ভাল লাগিল এইটো গীত ভাই, এনেকুৱা ভাল ভাল কামবোৰ কৰি আগুৱাই যোৱা সদায়েই । শুভেচ্ছা জ্ঞাপন কৰিলো❤❤

    • @tanmoysaikia
      @tanmoysaikia  ปีที่แล้ว +74

      আন্তৰিক ধন্যবাদ জনালো । আশীৰ্বাদ কৰিব ❤️

    • @Sam-oo3mm
      @Sam-oo3mm ปีที่แล้ว +5

      😊😊😊😊😊😊😊

    • @Nirmoli-y4t
      @Nirmoli-y4t 10 หลายเดือนก่อน +3

      ❤❤❤😮😮😮

    • @BhagyashreeGogoi-vg2jz
      @BhagyashreeGogoi-vg2jz 6 หลายเดือนก่อน +1

      Mm❤❤​@@tanmoysaikia

    • @Akashhazarika-xp4ck
      @Akashhazarika-xp4ck 2 หลายเดือนก่อน +2

      ❤❤❤

  • @jadumonigogoi3762
    @jadumonigogoi3762 ปีที่แล้ว +370

    "মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা
    নিচিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা"❤❤❤❤

  • @adityakalita5560
    @adityakalita5560 ปีที่แล้ว +221

    মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা।
    হৃদয়ৰ প্ৰতিটো কোণত শিহৰণ জগোৱা এটি গান। ❤

    • @arunkatripal8142
      @arunkatripal8142 6 หลายเดือนก่อน +1

      6677 1:26 to understand 😅ÿ6666⁶66⁶

  • @reactionbymadhuri
    @reactionbymadhuri 9 วันที่ผ่านมา +9

    Hosai mon tu chui jai... Kune kune 2025 ajir pratham din tut huni ase like kariba❤️

  • @rinkigogoi7455
    @rinkigogoi7455 ปีที่แล้ว +38

    মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা😢গান টোৰ যে প্ৰতিটো কথা নিজৰ লগত মিলি গৈছে।প্ৰিয় জন হেৰাই যোৱা দুখ কেৱল সেই সকলে হে অনুভৱ কৰিব পাৰে,যাৰ জীৱনত এনে এটা দিন পাৰ হৈছে😢😢

  • @rishmitakashyap533
    @rishmitakashyap533 ปีที่แล้ว +598

    যদিও এই গীতটি আজি প্ৰথম শুনিছোঁ, কিন্তু এনে অনুভৱ হল যেন এই গীতটি জনম জন্মাতৰ পৰা মোৰ হিয়াত গুঞ্জৰিত হৈ আছিল ।🌹✨

    • @RajRajkhowa-oz7yz
      @RajRajkhowa-oz7yz ปีที่แล้ว +1

      Same

    • @samudradas4784
      @samudradas4784 ปีที่แล้ว +2

      Seam to you

    • @haritrikropihkropi8011
      @haritrikropihkropi8011 ปีที่แล้ว +3

      Sob gan r khur akeii hole to lagiboi😂

    • @rishmitakashyap533
      @rishmitakashyap533 ปีที่แล้ว +1

      ​@@haritrikropihkropi8011শব্দই প্ৰকাশ কৰা প্ৰেমৰ দলিচা খনৰ হে কথা কৈছিলো।

    • @Vio-q5c
      @Vio-q5c ปีที่แล้ว

      @@haritrikropihkropi8011 chutiya haters can leave

  • @Vio-q5c
    @Vio-q5c ปีที่แล้ว +163

    অসম সংগীত জগতৰ নক্ষত্ৰ তুমি তন্ময়, কি ধুনীয়া কথা আৰু সুৰ। হৃদয় স্পৰ্শ কৰি গৈছে, স্মৃতি বোৰে আজি বৰকৈ আমনি কৰিব। মৰম লবা 💗 ভগৱানৰ আশীৰ্বাদ সদাই থাকিব

    • @DipankarBorah740
      @DipankarBorah740 ปีที่แล้ว +4

      ইমান সুন্দৰ Coment ❤❤

    • @Manash167
      @Manash167 ปีที่แล้ว

      😂

  • @Bediksa34
    @Bediksa34 ปีที่แล้ว +53

    অধিকাৰ থকা জনলৈ শেয়াৰ কৰিব পৰা এটা সুন্দৰ সংগীত🥰... ইমান ধুনীয়া শব্দৰ বাবে❤

    • @Manash167
      @Manash167 9 หลายเดือนก่อน

      Ji😂😢

  • @singhaboby8818
    @singhaboby8818 4 หลายเดือนก่อน +16

    তুমি অহা বাটেৰে গোলাপ ফুলে
    তাতে ৰ′দৰ পোহৰ হৈ মৰমে ৰ'দালি আনে
    তুমি অহা বাটেৰে গোলাপ ফুলে
    তাতে ৰ′দৰ পোহৰ হৈ মৰমে ৰ'দালি আনে
    যিমান চালেও তোমাক হেঁপাহ নপলায়
    কোনেও দিব নোৱাৰে মৰম মোৰ সমান
    তোমাৰ বাদে, দেহা
    নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ
    প্ৰেমৰ অধিকাৰ
    প্ৰেমৰ অধিকাৰ
    প্ৰেমৰ অধিকাৰ
    মৃত্যু যদি আছেই লিখা, কোনে ৰখাব- কোৱাঁ!
    নিশ্চিন্ত থাকাঁ, মই চাই থাকিম তোমাক আকাশৰ পৰা
    মৃত্যু যদি আছেই লিখা, কোনে ৰখাব- কোৱাঁ!
    নিশ্চিন্ত থাকাঁ, মই চাই থাকিম তোমাক আকাশৰ পৰা
    অজস্ৰ মৰমৰ বিকল্পনো কি? আমাৰ দুয়োৰ কাহিনী
    অপূৰ্ণ আৱেগৰ বেদনাৰ চিঠি ল'বানে তুমি বুটলি?
    তোমাৰ বাদে, দেহা
    নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ
    প্ৰেমৰ অধিকাৰ
    প্ৰেমৰ অধিকাৰ
    প্ৰেমৰ অধিকাৰ

  • @anuranangogoi9741
    @anuranangogoi9741 7 หลายเดือนก่อน +4

    মনপৰখা মোহিনী ❤
    কি যে ধুনীয়া মানুহজনী। এইবাৰ অন্তিম বাৰৰ বাবে প্ৰেমত পৰিছো তোমাৰ হৈতে। আন আৰু নালাগে, একো নালাগে, বিচাৰো যদি অকল টোমাকেই; আজি আৰু অনন্ত কাললৈ।

  • @Vaona__culture__assam
    @Vaona__culture__assam ปีที่แล้ว +168

    অধিকাৰ ❤ || তন্ময় দাৰ voice ufff 😙 ... অসমীয়া গান ... তন্ময় দাৰ এই গানটো কোনে ভাল পাইছা like এটা কৰি যোৱা ।

  • @abhilashabora9361
    @abhilashabora9361 ปีที่แล้ว +101

    মৃত্যু যদি আছে লিখা
    কোনে ৰখাব কোৱা
    নিচিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা
    অজস্ৰ মৰমৰ বিকল্প কি?
    আমাৰ দুয়োৰ কাহিনী
    অপূৰ্ণ আবেগৰ বেদনাৰ চিঠি লবাবে তুমি বুটলি?
    তোমাৰ বাদে দেহা
    নাই আন কাৰোৰ
    প্ৰেমৰ অধিকাৰ......প্ৰেমৰ অধিকাৰ........❤️🌍✨🥀
    সকলোবোৰ তন্ময় দাদা ..... সকলোবোৰ ....মোৰ মনৰ সকলো অনুভৱ এই বাক্য কেই শাৰীতে কৈ গলা ও☺️🌍.....আগবাঢ়ি যোৱা দাদা , এইয়া কেৱল আৰম্ভণি হয় আৰু ইমান সুন্দৰ হৈছে ....আৰু টো আছে......✨♥️🥀

    • @DigantaBez-mj6vi
      @DigantaBez-mj6vi 9 หลายเดือนก่อน

      অজস্ৰ মৰমৰ বিকল্প নো কি?
      আমাৰ দুয়োৰ কাহিনী,
      অপূৰ্ণ আবেগৰ বেদনাৰ চিঠি লবানে তুমি বুটলি?

    • @JayantaDas-e3d
      @JayantaDas-e3d 8 หลายเดือนก่อน

      Same

    • @ffrajfromaxom
      @ffrajfromaxom 8 หลายเดือนก่อน +1

      priya ❤

  • @mirnalswargiary8845
    @mirnalswargiary8845 ปีที่แล้ว +3552

    Kune Kune bhal pai baru tonmoy Dak. Like ata kori jwaaa

    • @Dipankarmedhi877
      @Dipankarmedhi877 ปีที่แล้ว +14

      ❤❤❤

    • @rishi__ta
      @rishi__ta ปีที่แล้ว +23

      Tanmoy dar voice tu jst wow....❤❤

    • @mridugogoi9584
      @mridugogoi9584 ปีที่แล้ว +13

      ❤ bro sirf like see nahi chala gaa comment vi Karo yarro

    • @rituparna97
      @rituparna97 ปีที่แล้ว +18

      Teur Gan ha val pau teuk val napau

    • @freakysky5460
      @freakysky5460 ปีที่แล้ว +14

      Oo bhai like option eyat nohoi uuporot ase😂..

  • @mainumithi224
    @mainumithi224 ปีที่แล้ว +10

    মৃত্যু যদি আছে লিখা......❤my favorite line

  • @SabitaDas1-v8p
    @SabitaDas1-v8p ปีที่แล้ว +66

    ধুনীয়া সুৰ ❤
    সুন্দৰ কণ্ঠ ❤️
    গানটি শুনিলে শুনি থাকিবৰ মন যাই❤
    শুনিও যে হেপাহ নপলাই ❤
    আৰু ভাল ভাল গান আহিব বুলি আশা ৰখিলোঁ তন্ময় দা❤

  • @NibeditaBorah-fw7pu
    @NibeditaBorah-fw7pu ปีที่แล้ว +32

    নজনাকৈয়ে গানটোৰ কেইটামান শব্দয়ে বুকুত শত সহস্ৰ মৰমৰ মিঠা লহৰ তুলিছে ❤ ভাল পোৱাবোৰেও যে মনত গোপনে খোজ পেলাইছে।
    I hope to get more songs like this in the future. Be well always❤

    • @tanmoysaikia
      @tanmoysaikia  ปีที่แล้ว +7

      অশেষ ধন্যবাদ ❤️

  • @rishmitakashyap533
    @rishmitakashyap533 ปีที่แล้ว +37

    প্ৰতিটো গীতেই এটি এটি উপহাৰ 🥺❤️....... বিলীন মই এই মৰমৰ উপহাৰটি পাই।। অজস্ৰ মৰমৰ বিকল্পনো কি? প্ৰেম ❤️😌.....

  • @AspirantAsam
    @AspirantAsam 24 วันที่ผ่านมา +1

    মৃত্যু যদি আছে লিখা আকাশৰ পৰা চাই ৰম তোমাক ❤

  • @Mousumsaikia1
    @Mousumsaikia1 3 หลายเดือนก่อน +2

    মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা
    ধুনীয়া ধুনীয়া❤

  • @songitagogoi6291
    @songitagogoi6291 ปีที่แล้ว +102

    মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা,, ,,......... নিশ্চিন্ত থাকা চাই থাকিম মই আকাশৰ পৰা 😣😣😫😫..... বুকুত বিন্ধিছে অ শাৰীকেইটাই 😞😞 মোৰ একমাত্র ভাইতি টৌক মই হেৰুৱালো 😌কোনোদিন উভতি নহাৰ বাটেৰে গুচি গল 🥺😤😩

  • @borshabora97
    @borshabora97 ปีที่แล้ว +58

    অত দিনৰ অপেক্ষাৰ আজি অন্ত পৰিব। বিশ্বাস আছেই তন্ময় দাদাৰ গান hit হব বুলি । "অধিকাৰ" ক আদৰিবলৈ অতি আগ্ৰহেৰে সাজু হৈ আছোঁ , সমূহ team member ৰলৈ শুভকামনা আৰু অলেখ মৰম থাকিল।💗

  • @Medsu_jxd
    @Medsu_jxd ปีที่แล้ว +70

    Tanmoy's voice is another level of peace 😌

  • @SimpiDas-v3w
    @SimpiDas-v3w 7 วันที่ผ่านมา +1

    আধৰুৱা সপোনৰ সমাহাৰ ঘটা এই গানটোত।।।। গুদু তুমালৈ হুব মনত পৰিছে আজি।।।।। 🥹🥹🥹।।।। ভগৱান অ আঁতৰাই যদি নিম বুলিয়েই ভাবিচিলা।।। তেন্তে এই পৃথিৱীত কিয় পঠাইছিলা অ 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭।।।।।। বহুত বেছি মনত পৰিছে অ।।।।।।

  • @pompimahanta75
    @pompimahanta75 ปีที่แล้ว +13

    Tanmoy da aji kali apunar gaan aibar nuxunile jiyai nathakim jen lage apuni xosake amazing hoi bhut manuhor jibon ...... Kun kun agree kre..

  • @bhagyashreekakati741
    @bhagyashreekakati741 ปีที่แล้ว +38

    সঁচাকৈ গীতটি শুনি সদাই মনৰ মাজত থকা কথাবোৰ চকুৰ আগত ভাহি আহিল ❤

    • @Emmm3569
      @Emmm3569 11 หลายเดือนก่อน

      Witch language??

  • @mayuri4390
    @mayuri4390 ปีที่แล้ว +62

    Unexpected BANGER!!! This is what we need 😭❤️ you made me cry Tanmoy. What a lyrics, what a compo, and what a music by Stannium. I don’t know about the views but this song is going to win hearts 💕 love you kiddos.

  • @bijubarman9773
    @bijubarman9773 7 หลายเดือนก่อน +1

    মৃত্যু যদি আছে লিখা কোনো ৰখাব কোৱা ❤❤❤
    নিচিন্ত থকা মই চাই থাকিম আকাশৰ পৰা .... ❤❤❤
    This line 🥺🥺🥺🥺🥺🥺

  • @GaneshBordoloi-q5o
    @GaneshBordoloi-q5o 8 หลายเดือนก่อน +28

    Tonmoy daak vallpuwa hokole like ata kore diya 😊❤commenttut

  • @imranabhuyan6383
    @imranabhuyan6383 ปีที่แล้ว +20

    সচা বৰ অনউভবই গীত এটা শুনিবলৈ পায় বৰ সুখী আৰু এই গীতটো মোৰ জীৱনৰ লগত সম্পৰ্কযুক্ত 😢

  • @kaushalkulkarni3720
    @kaushalkulkarni3720 ปีที่แล้ว +64

    Thanks a lot for the English subtitles bro. Do keep subtitles for your upcoming songs as well. Love from Maharashtra.

    • @tanmoysaikia
      @tanmoysaikia  ปีที่แล้ว +18

      Means a lot, love back from ASSAM! ❤️

  • @priyusaikiapriyusaikia2324
    @priyusaikiapriyusaikia2324 ปีที่แล้ว +9

    Hosakoi tanmoy da oww....
    Krishna hoi tmi amr xklure mon muhi pelala oww....
    Tmr gaan moi jetiyai xunu tmr konthor premot poru❤️💌.......
    Aiiii geet tir lgtu mur tnkuwai hoi se oww💗

  • @bijubarman9773
    @bijubarman9773 7 หลายเดือนก่อน +1

    মৃত্যু যদি আছে লিখা কোনো ৰখাব কোৱা ❤❤❤
    নিচিন্ত থকা মই চাই থাকিম তোমাক আকাশৰ পৰা .... ❤❤❤
    This line 🥺🥺🥺🥺🥺🥺

  • @Salma-ns7xc
    @Salma-ns7xc ปีที่แล้ว +9

    "যিমান চালেও তোমাক হেঁপাহ নপলাই কোনেও দিব নোৱাৰে মৰম মোৰ সমান "🤌❤️

  • @AmarjitBoro-vi8uj
    @AmarjitBoro-vi8uj ปีที่แล้ว +36

    King of Assamese music industry❤

  • @manalishadas2421
    @manalishadas2421 ปีที่แล้ว +38

    ইমানেই বেছি ধুনীয়া লাগিছে গীতটো😢 💖💖💖 শব্দৰে প্ৰকাশ কৰিব নোৱাৰো💖💖💖😍❤❤

  • @gogoidaEdit
    @gogoidaEdit ปีที่แล้ว +29

    অত দিনৰ অপেক্ষাৰ আজি অন্ত পৰিব। বিশ্বাস আছেই তন্ময় দাদাৰ গান hit হব বুলি । "অধিকাৰ" ক আদৰিবলৈ অতি আগ্ৰহেৰে সাজু হৈ আছোঁ , সমূহ team member ৰলৈ শুভকামনা আৰু অলেখ মৰম থাকিল।💗 Tanmoy Da ☺❤

    • @borshabora97
      @borshabora97 ปีที่แล้ว

      আমাৰ লিখনি সমূহৰ যথেষ্ট মিল আছে কিন্তু 😂

    • @Prester.
      @Prester. ปีที่แล้ว

      Is it copied ?

    • @borshabora97
      @borshabora97 ปีที่แล้ว

      @@Prester. I think so 🙂

    • @Prester.
      @Prester. ปีที่แล้ว

      @@borshabora97 😅😅😅 4👍

  • @JotinSonowal-ol7im
    @JotinSonowal-ol7im 3 หลายเดือนก่อน +6

    বহুত ভাল লাগিল গীতটো ❤😊🌹

  • @gyandeepdas5162
    @gyandeepdas5162 ปีที่แล้ว +54

    হৃদয় চুই গ'ল। ❤
    মৰুস্থলত যেন তৃষ্ণাতুৰ পথিকে উদকৰ সন্ধান পোৱাৰ অনুভৱ।🥰

    • @tanmoysaikia
      @tanmoysaikia  ปีที่แล้ว +6

      অশেষ ধন্যবাদ ❤️

  • @Julia_definitely
    @Julia_definitely ปีที่แล้ว +26

    When I came to listen to this song at first it had 9 views, Yesterday this song had 900k views, today when i came back to listen to this masterpiece once again for like 50th+ time it had 1 million, Tanmoy really deserves all the love he gets❤

    • @bornivlog
      @bornivlog ปีที่แล้ว

      th-cam.com/video/yMcdsmm_H9I/w-d-xo.htmlsi=0weWaEX6NbQnnoUR vlog tu sua sun vl paba tanmy da ase 😁😊❤

  • @rishmitakashyap533
    @rishmitakashyap533 ปีที่แล้ว +18

    প্ৰেম 😌❤️✨

  • @mepratigya2264
    @mepratigya2264 ปีที่แล้ว +23

    Please save our generation just like this 🥺❤️ please make this kind of songs more and moreeee😭❤️

  • @lakhyajitborah9142
    @lakhyajitborah9142 10 หลายเดือนก่อน +4

    এইতো গান শুনিলে কেতিয়াও ভাল পোৱা বোৰ কমি নাযায়.... এনেকুৱা অনুভৱ হয় যেন ভাল পোৱা ব্যক্তি জন লগতে আছে...❤️...

  • @poribaruah76
    @poribaruah76 ปีที่แล้ว +20

    Bohut val lgil gaan tuu xuni ❤️❤️❤️kune kune val pai tanmoy dada r gann like kri dia ❤️❤️

  • @dikshitabaruah4078
    @dikshitabaruah4078 ปีที่แล้ว +33

    তোমাৰ হোৱাৰ "অধিকাৰ" দিবানে?
    তুমিয়েই মোৰ সকলো। তুমি আনৰ হলেও মই সদায় তোমাৰ হৈ থাকিম।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
    তুমিয়েই মোৰ সকলো।
    তোমাতেই বিলীন সকলো।
    মোৰ প্রতিটো শব্দ কেৱল তুমি।
    ...........তুমিয়েই মোৰ প্রেমৰ "অধিকাৰ"❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bikrommirdha8538
    @bikrommirdha8538 ปีที่แล้ว +13

    *যিমান চালেও তোমাক হেঁপাহ নপলাই
    কোনেও দিব নোৱাৰে মৰম মোৰ সমান
    তোমাৰ বাদে দেহা
    নাই আন কাৰোৰ
    প্রেমৰ অধিকাৰ *...... ❣️ Love you janmoni🦚😥 bandori, mekuri, jokhini,radhika, kolija, mur jaan etc......🤡🥰❤🌍

  • @sushantawary3267
    @sushantawary3267 3 หลายเดือนก่อน

    "মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা
    নিচিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা"

  • @jatindasridervloges9020
    @jatindasridervloges9020 ปีที่แล้ว +223

    june june xdai gan2 abar holeu xuna like kra

    • @Maddysflow
      @Maddysflow 10 หลายเดือนก่อน +3

      Sua manuh besi nai jen paisu😂

    • @dharma_xnwl
      @dharma_xnwl 9 หลายเดือนก่อน +1

      😂

    • @R2D828
      @R2D828 6 หลายเดือนก่อน +2

      sudurvai

    • @baishalisharma2731
      @baishalisharma2731 5 หลายเดือนก่อน

      2 time ❌ Infinity time✔️

    • @MahanandaKonch
      @MahanandaKonch 3 หลายเดือนก่อน +1

      Bohut val lage gaantu ❤❤❤

  • @haripriya_01
    @haripriya_01 ปีที่แล้ว +6

    Fvrt singer tonmoy daa...🙂✨
    .
    .
    .
    Tumr Bde Deha Nii An Karur Premor Odhikarr..✨

  • @dadugogoi3559
    @dadugogoi3559 ปีที่แล้ว +23

    Tanmoy Dak kune kune val pai like ata kori diok

  • @kangkanabaishya1738
    @kangkanabaishya1738 3 หลายเดือนก่อน +2

    This song is just magical and your voice too❤❤ ontor suii jaii.
    Hazar bar xunileu mon novore.

  • @ReyanjyotiNath
    @ReyanjyotiNath 4 หลายเดือนก่อน +2

    Tumar bade deha nai aan karu
    Premor odhikar❤️❤️❤️😘😘 Parinita Bordoloi Devi❤️❤️😘😘😘

  • @himashreeboruah4467
    @himashreeboruah4467 ปีที่แล้ว +14

    তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ ❤💌🌹🥀

  • @Pinkiii111
    @Pinkiii111 ปีที่แล้ว +28

    All time fvt song ...........❤🥺

  • @shirumoniborah5059
    @shirumoniborah5059 ปีที่แล้ว +14

    Uff ❤
    Tanmoy Da Axomor Juboprojonmor Onyo ak Xokti
    LOVE FROM GOHPUR 💞

  • @Bipulkhanikar12
    @Bipulkhanikar12 14 วันที่ผ่านมา +1

    অজস্ৰ মৰমৰ কোনো বিকল্প নাই ❤ আৰু যদি বিকল্প থাকে সেইয়ে মৃত্যু বাহিৰে আন একো হব নোৱাৰে 😢

    • @SimpiDas-v3w
      @SimpiDas-v3w 9 วันที่ผ่านมา

      Hsa ktha dada

  • @rimjimgogoi4669
    @rimjimgogoi4669 5 หลายเดือนก่อน +2

    মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা,নিচিন্ত থকা মই চাই থাকিম তোমাক আকাশৰ পৰা ।😭❤

  • @UdishadasVideo-fq7cm
    @UdishadasVideo-fq7cm ปีที่แล้ว +13

    পৰ্বতে হাঁহে, বতাহ বলে, তনময় শইকীয়াৰ সুমধুৰ 🎶গীতে😄😄গীত প্ৰেমি ৰাইজৰ হৃদয় কপাই তোলে ☺️ বহুত বহুত সুভকামনা থাকিল💐💐💐

    • @tanmoysaikia
      @tanmoysaikia  ปีที่แล้ว +3

      আশীৰ্বাদ কৰি যাব 🙏🏽

  • @SarmisthaBora
    @SarmisthaBora ปีที่แล้ว +63

    Best song to sing for her when she is bounded by "অভিমান"❤️

  • @Girishpegu700
    @Girishpegu700 ปีที่แล้ว +9

    তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ ❤

  • @whiteninja956
    @whiteninja956 4 หลายเดือนก่อน +3

    প্ৰিয়জনৰ অভাৱখিনি অনুভৱ কৰিব পাৰিচো ভালকৈ।🥹

  • @Hitmanfav
    @Hitmanfav ปีที่แล้ว +22

    গানটি শুনি কিবা এটা ভাল লাগি গল । গানটোৱে যেন মনৰ অহংকাৰবোৰ দূৰ কৰি দিছে।😫💖

    • @tanmoysaikia
      @tanmoysaikia  ปีที่แล้ว +7

      ❤️❤️❤️

    • @FireSpark_Gaming
      @FireSpark_Gaming 11 หลายเดือนก่อน

      ​@@tanmoysaikiaTonmoy da big fan

  • @sofun728
    @sofun728 ปีที่แล้ว +6

    ইমান ধুনীয়া হৈছে ভাইটি....আৰু বহুত দুৰ আগুৱাই যোৱা ❤

  • @pranjitbhuyan5137
    @pranjitbhuyan5137 ปีที่แล้ว +4

    অসমবাসীক এনেকুৱা এটি গীত উপহাৰ দিয়াৰ বাবে ধন্যবাদ।।

  • @abinashborahborah8618
    @abinashborahborah8618 ปีที่แล้ว +15

    When I heard this song for my friend WhatsApp status I ignored but now I hear this song for her it's really hurts, when tanmoy Saikia said this line "tumar baba deha nai an Karu premor odhikar"

    • @xpainog1690
      @xpainog1690 ปีที่แล้ว

      loverboiiii❤😭

  • @dibyavlogs-topic3659
    @dibyavlogs-topic3659 ปีที่แล้ว +2

    অতি সুন্দৰ তন্ময় দা........যোৰহাটৰ পৰা অলেখ মৰম যাচিলো। ❤️❤️মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা সঁচাকৈ অতুলনীয়। 😍😍🫂🫂🌚💕💕

  • @Moi._Rajib
    @Moi._Rajib ปีที่แล้ว +42

    After waiting so long the special time is Arriving soon on 22rd August ( Odhikar ) Beautiful....😍🥀🎧 After this ( Mukoli mon ) will come. This is the phase in ASSAM of Tanmoy Saikia and Sannidhya Bhuyan...😌💫 I mean ( Vaiti and Kokaidew ) Their Bond is Soo Great I am 100 & 10% sure that both song will be a SuperHit this is not Odhikar vs Mukoli mon this is Odhikar and Mukoli mon Beautiful work Bohuu dhuniyaa bohuu Prioo hboo duyu geet tii....😊💫🌼

  • @bidyutbikashgogoi5722
    @bidyutbikashgogoi5722 ปีที่แล้ว +6

    "অজস্ৰ মৰমৰ বিকল্পনো কি?
    আমাৰ দুয়োৰ কাহিনী .."

  • @anitasahaanitasaha4389
    @anitasahaanitasaha4389 ปีที่แล้ว +47

    মোৰ প্ৰিয় জনৰ বহুত প্ৰিয় গীত হয় সেই বাবে মোৰও প্ৰিয় হৈ পৰিছে এতিয়া 🥰❤️

  • @Assameseteddyvines
    @Assameseteddyvines ปีที่แล้ว +4

    বহুত ভাল লাগিল❤। আকাশ চুৱা এদিন তাৰে কামনাৰে……………।

  • @JurunaDas
    @JurunaDas 3 หลายเดือนก่อน +1

    তুমি অহা বাটেৰে গোলাপ ফুলে🥀
    তাতে ৰদৰ পোহৰ হয় মৰমে ৰদালি মেলে❤️
    যিমান চালেও তোমাক হেঁপাহ নপলাই 🥺
    কোনেও দিব নোৱাৰে মৰম মোৰ সমান _________💚
    তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ❤️🧿👈
    মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা___
    নিছিন্ত থকা মই চাই থাকিম
    তোমাক আকাশৰ পৰা
    অজস্ৰ মৰমৰ বিকল্পনো কি
    আমাৰ দুয়োৰ কাহিনী
    অপূৰ্ণ আৱেগৰ বেদনাৰ চিঠি
    লবানে তুমি বুটলি
    তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ🥺🥲🥲🥲
    কি গান লিখিছাও তন্ময় দা❤️এটা এটা শব্দ হৃদয় চুই যায়🥺❤️❤️❤️
    মন গৈছে কাৰোবাক dedicated কৰি গানটো দিব কিন্তু নাই নোৱাৰোঁ🤌💔ভাগ্য খন বহুত বেয়া🥺🥺🥺

  • @gitanjalislife602
    @gitanjalislife602 ปีที่แล้ว +8

    Tmr gaant hdai million views..... ai2 a akha kru hdai tmi aguwai jwa.......❤❤💕💕

  • @runabora4883
    @runabora4883 ปีที่แล้ว +15

    দাদা গীতটো শুনি বহুত বহুত ভাল লাগিল ❤❤❤❤❤❤❤❤ দাদা তোমাৰ মাতটো বহুত মধুৰ 😘😍🔥💝 দাদা তুমি সদায় এনেদৰেই আগুৱাই গৈ থাকা ❣️❣️❣️❣️❣️❣️❣️❣️❣️

  • @BORUHA457
    @BORUHA457 ปีที่แล้ว +13

    Tonmoy da voice tu kune kune vl puwa like kra 😌🫂

  • @nishibora811
    @nishibora811 3 หลายเดือนก่อน +2

    Mrityu jodi likha ase.....ufff dis lines literally touch my ❤

  • @MonojRay-g5m
    @MonojRay-g5m 2 หลายเดือนก่อน +1

    ধুনীয়া লাগিছে ❤

  • @lakhinandanlahon
    @lakhinandanlahon ปีที่แล้ว +5

    Amazingly done ❤️❤️❤️

    • @tanmoysaikia
      @tanmoysaikia  ปีที่แล้ว

      Thank you so much kokai ❤️

  • @diyadey23
    @diyadey23 ปีที่แล้ว +12

    তোমাৰ প্ৰতিটো গীতেই শুনিছো আৰু প্ৰতিটো গীতেই ক্ষন্তেকতে মনত আনন্দ দি যায়।ইমান সুন্দৰ সুন্দৰ গীতবোৰ আমাক উপহাৰ দি থকাৰ বাবে ধন্যবাদ।প্ৰতিটো গীতৰ দৰে এই গীতটিও খুবেই সুন্দৰ ।এনেদৰে আগবাঢ়ি যোৱা🥰Love from hojai r lanka❤

  • @hirakjyotisarma3104
    @hirakjyotisarma3104 ปีที่แล้ว +12

    THE LOVEBOY HIT MACHINE STILL RULING OUR HEARTS❤❤❤❤ FANTASTIC LYRICS AND REFRESHING MUSIC!!!!!💗💗💗💗

  • @Pain237_
    @Pain237_ 8 วันที่ผ่านมา

    উফ্ কি অনুভৱ!❤
    অজস্ৰ মৰমৰ বিকল্পনো কি আমাৰ দুয়োৰ কাহিনী
    অপূৰ্ণ আবেগৰ বেদনাৰ চিঠি লবানে তুমি বুটলি ☺️😌

  • @MamoniKalita-hy4ek
    @MamoniKalita-hy4ek 11 หลายเดือนก่อน +2

    Tumi oha batere gulap fule❤🥀🥺💫...............tumar bade deha ni ankaru premor odhikar 🤞👀🤲🤗🥺

  • @ShyamalJyotiKhound
    @ShyamalJyotiKhound ปีที่แล้ว +4

    Beutiful music and lyrics ❤❤❤..big fan tonmoy daa❤❤

  • @debojitsaikia6568
    @debojitsaikia6568 ปีที่แล้ว +8

    বৰ সুন্দৰ 🎶দাদা ❤
    মৰম 💕থাকিল
    তোমালৈ আৰু টীম তোলৈ শুভেচ্ছা♥ থাকিল💌
    𝐋𝐨𝐯𝐞 𝐟𝐫𝐨𝐦 📍𝐣𝐨𝐫𝐡𝐚𝐭 𝐝𝐚𝐡𝐨𝐭𝐢𝐚💖📍

  • @cutevloggersd
    @cutevloggersd ปีที่แล้ว +23

    কেতিয়াবা তোমাক লগ পাব মন আছে বন্ধু 🥺.......❤️❤️........সদায় আগবাঢ়ি যোৱা........❤️❤️

  • @dhritimanchoudhary3221
    @dhritimanchoudhary3221 ปีที่แล้ว +6

    The more I listen to this song, the more I fall in love with it... Great work #Tanmay Saikia

  • @BiswanathB5
    @BiswanathB5 ปีที่แล้ว +2

    Yes my love jhumu I have the only right to love u ... Because no one can take care of u better than me ..That's why let me love u ...# Jhumu my love will never end for u ..life line of my life .... ❤️.

  • @SureshPhukon-ou2wc
    @SureshPhukon-ou2wc หลายเดือนก่อน +1

    যিমান চালেও তোমাক হেঁপাহ নপলাই❤❤❤❤

  • @AB.R3555
    @AB.R3555 ปีที่แล้ว +11

    Lyrics r killer guys keep growing keep rocking amezing voice .❤

  • @niloylahon2087
    @niloylahon2087 ปีที่แล้ว +5

    Thank god people are shifting from same old electronic culture to beautiful melodies and harmonics that can remain evergreen. Nice effort, good lyrics, and overall a nice song! 👍

  • @dr._.nabiee._.
    @dr._.nabiee._. 5 หลายเดือนก่อน +6

    The song is very soulful.....love this song ...love from odisha ❤

  • @pinkugogoi8012
    @pinkugogoi8012 9 หลายเดือนก่อน +1

    তোমাৰ বাবে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধীকাৰ

  • @BituponGogoi-u9s
    @BituponGogoi-u9s 8 หลายเดือนก่อน +1

    মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা৷নিচিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা৷৷ মজা

  • @Gouranga_Hazarika
    @Gouranga_Hazarika ปีที่แล้ว +46

    Tanmoy Saikia-The Rising star of Biswanath Chariali ✨

    • @akashborah8334
      @akashborah8334 ปีที่แล้ว +5

      Assam*

    • @jyotsnaneog2233
      @jyotsnaneog2233 ปีที่แล้ว +2

      @@akashborah8334 not Assam.. viswanath chariali*

    • @mrjdvines
      @mrjdvines ปีที่แล้ว +1

      ​@@jyotsnaneog2233Assam bro not biswanath 2aali

    • @Legendhere-ef
      @Legendhere-ef ปีที่แล้ว

      Biswanath charilir hoi

    • @shakilasalik4718
      @shakilasalik4718 ปีที่แล้ว

      Lokhim puror niko

  • @Birkhangdaimari27
    @Birkhangdaimari27 ปีที่แล้ว +3

    imy Mainao ;-)

  • @swatisharma-6369
    @swatisharma-6369 11 หลายเดือนก่อน +5

    গান টো ইমানে ভাল লাগে যে হিয়া চুইজাই ,❤ দিনটো বাৰে বাৰে হুনিলেও আমনি নালাগে .... আশা কৰোঁ তুমি আগুৱাই যোৱা আৰু তোমাৰ গান শুনিবলৈ পাওঁ......❤✌️

  • @DurjaDaheng-f3x
    @DurjaDaheng-f3x 2 หลายเดือนก่อน +1

    তুমি অহা বাটেৰে গুলাব ফুলে🌹
    তাতে ৰ'দৰ পোহৰ হয়,, মৰমে ৰ'দালি আনে😍,,
    যিমান চালেও তোমাক হেঁপা নপলাই🤗
    কোনেও দিব নোৱৰে মৰম মোৰ সমান
    তোমাৰ বাদে দেহা🙏
    নাই আন কৰোঁ
    প্ৰেমৰ অধিকাৰ!..
    মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা,,,😌
    নিচিন্ত থাকা তুমি,,,😊 মই চাই থাকিম তোমাক আকাশৰ পৰা,,,🙄