Bishrut Saikia - Upohar (Official Music Video)

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 พ.ย. 2024

ความคิดเห็น • 4.3K

  • @BishrutSaikia
    @BishrutSaikia  3 ปีที่แล้ว +2521

    Thanking each and everyone here for appreciating our way of storytelling ❤️

  • @_Ankur_Saikia_02
    @_Ankur_Saikia_02 2 ปีที่แล้ว +1688

    ৰাতি বাৰ বাজি গল । মাতৃহাৰ হোৱা এটা ডেকা । গানটো শুনি মা জনীলৈ মনত পৰি গ'ল 🥺 তেওঁ মোক দিয়া এই ধুনীয়া পৃথিৱী খন মাত্ৰ উপহাৰ এটি ❤️
    শব্দবোৰ অন্তৰৰ গভীৰ কোণৰ পৰা নিগৰি অহা নিভাঁজ মৰম অনুভৱ 💖 ধন্যবাদ ককাইদেউ আপুনি দিয়া উপহাৰ এটি 🌼

  • @dibyajyotibarman1469
    @dibyajyotibarman1469 2 ปีที่แล้ว +176

    মাজে মাজে ভাৱ হয় ধুনীয়া অসমীয়া গান লিখা মানুহ বোৰৰ বংশ নাশ হল নেকি তেনেতে কৰবাৰ পৰা দুজনমানে এনেদৰেই সুৰত কৈ উঠে অসমীয়া অমিয়া মাতৰ যে অন্ত নাই ❤️

  • @Happy55793
    @Happy55793 2 ปีที่แล้ว +2892

    অযান্ত্রিক শেষ নকৰাকৈ গানটো শুনিবলৈ আহিলো❤ ইমান ধুনীয়া উপস্হাপন ।

    • @drishnaphukan187
      @drishnaphukan187 2 ปีที่แล้ว +19

      Moiu Akai ...

    • @mainaphukon4151
      @mainaphukon4151 2 ปีที่แล้ว +25

      একে হৈছে... আগতে শুনিছোঁ যদিও গান তো শেষলৈকে শুনা নাছিলো.। আজি এ তিনি বাৰ শুনিলো.।

    • @tikusonowal8325
      @tikusonowal8325 2 ปีที่แล้ว +4

      Same

    • @mrigakshisharma2706
      @mrigakshisharma2706 2 ปีที่แล้ว +4

      Same here

    • @mayurikonwar1990
      @mayurikonwar1990 2 ปีที่แล้ว +5

      Same here❤️

  • @bhaskardas6915
    @bhaskardas6915 ปีที่แล้ว +520

    Comment টো দি থৈছোঁ কোনোবাই কেতিয়াবা like কৰিলে শুনিব পাম আকৌ ❤️❤️

    • @Redson9
      @Redson9 ปีที่แล้ว +3

      Bro❤🫂🍃🌸🕊️

    • @KUKIL-12321
      @KUKIL-12321 ปีที่แล้ว

      👍

    • @factsarmy45
      @factsarmy45 10 หลายเดือนก่อน +1

      Huni lua ako😅 like kori disu

    • @DhajenChandraSingha
      @DhajenChandraSingha 8 หลายเดือนก่อน +1

      Aha xuna like korlu ❤😂

    • @ManendraKalita-ig4ds
      @ManendraKalita-ig4ds 7 หลายเดือนก่อน

      🤞🏻🤞🏻🤜🏻🤛🏻😌

  • @OasisMotionFilms
    @OasisMotionFilms 3 ปีที่แล้ว +940

    You are a gem brother. I repeat you are a 💎

    • @BishrutSaikia
      @BishrutSaikia  3 ปีที่แล้ว +82

      Means alot ❤️ Thank you

    • @ManoxKB
      @ManoxKB 3 ปีที่แล้ว +7

      Ohh...
      Exactly

    • @nipangogoi
      @nipangogoi 3 ปีที่แล้ว +12

      See you in Ojaantric 😊.

    • @ernestode-la-cruz6341
      @ernestode-la-cruz6341 2 ปีที่แล้ว +9

      @Oasis Motion Films please Make an episode with this guy 🙏🙏🙏
      Im begging you both 🙏🙏

    • @manabdutta7416
      @manabdutta7416 2 ปีที่แล้ว +3

      Right Oasis daa

  • @rahulnath4620
    @rahulnath4620 2 ปีที่แล้ว +391

    বুকুৰে মাজতে তুমি মন মোৰ
    দিঠকত তুমি বহু দূৰ।
    নিজৰাৰ দৰে তুমি আছা বৈ
    সিৰে সিৰে মোৰ ৰক্ত হৈ,
    একা বেকা জীৱন পথত
    সান্তনা তুমি মনৰ।
    ৰ’দালি আহে ডাৱৰ ফালি,
    বৰষাৰ শেষত সেয়া তুমি নেকি?
    তুমি মোৰ সেই কাহিনী,
    আনে ফুৰে যি বিচাৰি।
    দুচকু মেলি দুই ওঁঠৰে হাঁহিটি
    চাওঁ থমকি সকলো পাহৰি।
    স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ
    মানুহে ইয়াকেই প্ৰেম বোলে নেকি?
    কাষতে তোমাৰ ৰ’ম ছাঁয়া হৈ
    পৰিব নিদিওঁ ভাঙি।
    সময়ৰ পাতত ল’বা লিখি,
    মোৰ এই মৰম তোমাৰ বুলি
    তুমি যেন উপহাৰ এটি।
    সুবাসে তোমাৰ সাৱটি যায়
    অনুৰাগৰ দুবাহু জো্ৰাই।
    খোজতে তোমাৰ চুলি নাচি যায়
    নাচোনে আহি ৰিঙিয়াই।
    কাষে কাষে খোজ মিলাই
    হৃদয় নাচি, নাচি নাচি যায়।
    আজি যতে থাকোঁ জীয়াই
    মৰো তোমাতে সদায়।
    শীতল দুই ওঁঠৰ স্মৃতি সোঁৱৰাই
    পৰশৰ পিয়াসী হুমুনিয়াহে কৈ যায়,
    “পূৰ্ণতাৰে আৱৰাৰ দৰে তুমিও যে মোক
    কিমান ভাল পোৱা” ।।
    দুচকুতে দুচকু থলে
    লাজে চকু ঢাকি যায় ।
    কেতিয়াবা তোমাক কন্দুৱাও যদি
    ক্ষমা কৰি দিবা তুমি
    তুমি যেন উপহাৰ এটি।।

    • @thecreep1712
      @thecreep1712 2 ปีที่แล้ว +3

      @@boruah8832 description t sn দিয়েই dse Lyrics tu🙄ki bisaribo lga hoise aku

    • @boruah8832
      @boruah8832 2 ปีที่แล้ว +3

      @@thecreep1712 moi pasot dekhisu comment delete koribo pahorilu sorry

    • @thecreep1712
      @thecreep1712 2 ปีที่แล้ว +1

      @@boruah8832 ouu.. 🌝😄

    • @tahidurrahman-f21
      @tahidurrahman-f21 ปีที่แล้ว +1

    • @riatusaikia5816
      @riatusaikia5816 ปีที่แล้ว

      U

  • @ila-s6s
    @ila-s6s 2 ปีที่แล้ว +237

    "ৰ'দালি আহে ডাৱৰ ফালি
    বৰষাৰ শেষত সেয়া তুমি নেকি ?" --- ইম্মান ধুনীয়া অ' ! ❤️🌻

    • @sumitozah
      @sumitozah 2 ปีที่แล้ว +7

      Hosa koi bohut dhunia gan tu....

  • @topanofficial7797
    @topanofficial7797 2 ปีที่แล้ว +78

    ✨কেতিয়াবা তোমাক........😌
    ✨কন্দুৱাও যদি ক্ষমা কৰি দিবা..😌
    ✨তুমি তুমি যেন উপহাৰ এটি....😌🥀❤️

  • @bastobborah48
    @bastobborah48 2 ปีที่แล้ว +310

    উভতি গ'লোঁ অতীতলৈ... হোষ্টেললৈ যাঁওতে আৰু তাৰ পিছত কৰ্মক্ষেত্ৰলৈ যাঁওতেও মাৰ বিদায় বেলাৰ চকুপানীবোৰ সদায় মনত পৰে... আজি মা নাই কিন্তু স্মৃতিবোৰ আছে... অলেখ শুভকামনা বিশ্ৰুত... Love from যোৰহাট... অযান্ত্ৰিকৰ পৰা চাইছোঁহি...

  • @Harpalsaikia15
    @Harpalsaikia15 2 ปีที่แล้ว +529

    Best i have seen, i have heard and i will ever witness! Big fan ……..

    • @BishrutSaikia
      @BishrutSaikia  2 ปีที่แล้ว +43

      ধন্যবাদ 💗 ভোগালীৰ শুভেচ্ছা থাকিল ।

    • @mrinalidutta3631
      @mrinalidutta3631 2 ปีที่แล้ว

      @@BishrutSaikia ❤️

  • @kabyashreepathak4798
    @kabyashreepathak4798 2 ปีที่แล้ว +453

    Not gonna lie, 40 seconds into the video and my eyes welled up with tears. The song, the imagery, the vision and the authenticity of our Assamese culture is so beautifully depicted it’s beyond magic sigh

  • @sasbttrr
    @sasbttrr ปีที่แล้ว +167

    2:06 ♥️
    _"সময়ৰ পাতত ল'বা লিখি,_
    _মোৰ এই মৰম তোমাৰ বুলি_
    _... তুমি যেন উপহাৰ এটি"_

    • @ofcyoucan
      @ofcyoucan ปีที่แล้ว

      Hij 😅 JJ jj😅b😅j😅😅 JJ in😅😅 bu JJ😅😅 Jhbbjj IB ji bhi iiiijn k bb😅I no b😅😅i😅😅😅😅 Jhbbjj Jhbbjj Jhbbjj hi iji😅 jjj in jii😅😅😅😅😅😅😅

  • @alphonso23
    @alphonso23 2 ปีที่แล้ว +56

    কিবা এটা শান্তি বিছাৰি পোৱা যেন লাগে তোমাৰ কন্ঠত❤️

  • @manuranjandutta249
    @manuranjandutta249 2 ปีที่แล้ว +15

    "অযান্ত্রিক" চাই শেষ নোহোৱাকৈ গানটো শুনিবলৈ আহিলোঁ.....কি সুন্দৰ 👌

  • @chayasnigdhaborah6696
    @chayasnigdhaborah6696 2 ปีที่แล้ว +161

    অসমৰ সংগীত জগতলৈ এটি নতুন উপহাৰ, বিশ্ৰুত শইকীয়া 🍃🍂

  • @Chayonika-u3k
    @Chayonika-u3k 3 หลายเดือนก่อน +8

    my boyfriend sent this song to me on the occasion of Girlfriends Day. He says that it's a gift from his end to compensate for his absence. I bawled my eyes out. It is indeed an "Upohar"! I never imagined that something so tender could have the power to touch so hard. The mellowness of this song speaks for its melody. It's been a month since I met him and the words of this song make the distance seem a little closer to the feeling of home (him). Thank you for this Upohar, Bishrut!

  • @ankursaikia7651
    @ankursaikia7651 2 ปีที่แล้ว +29

    সৰুতে ঘৰৰ পৰা শিক্ষাৰ বাবে যি উলালোঁ আজিলৈকে ঘৰমুৱা হোৱা নাই কাৰণ দেউতা - মা কৰা কষ্টৰ মই যেন অতি উপহাৰ দিব পাৰোঁ।

  • @anuragborahofficial5572
    @anuragborahofficial5572 2 ปีที่แล้ว +18

    অযান্ত্ৰিক Pause কৰি আহিলো দেখিলো বহু অনুৰাগী অযান্ত্ৰিকৰপৰাই আহিছে। ধন্যবাদ @Bishrut Saikia ইমান ধুনীয়া গান আমাক উপহাৰ দিয়া বাবে যাৰ নামেই "উপহাৰ"।

  • @kopilbora9470
    @kopilbora9470 3 ปีที่แล้ว +163

    I am amazed...what a beautiful piece of art..... musically and visually ! Congratulations team !!!

  • @megha1386
    @megha1386 7 หลายเดือนก่อน +18

    I was madly in love with the guy from Assam and he was the one who introduced Assamese songs to me. Even though we are not together anymore I never really stopped listening to these songs. Reminiscing the moments that have I spent with him while listening to this song.

  • @angshumanbaishya2
    @angshumanbaishya2 2 ปีที่แล้ว +13

    ভাষা নোহোৱা কৰি দিছা ভাই । আজি প্ৰথম গান শুনিয়েই তোমাৰ ডাঙৰ ফেন হৈ পৰিলো । লগ পাম অতি সোনকালে । আকৌ ধুনীয়া ধুনীয়া কাম কৰি যোৱা ।

  • @akhimrajkhowa372
    @akhimrajkhowa372 2 ปีที่แล้ว +201

    অযান্ত্ৰিক pause কৰি আহিছো and I'm just getting speechless that ইমান দিন কিয় পোৱা নাছিলো এইটো গান ... Keep shining brother.. lots of love

  • @nilamnayanaborgohain2951
    @nilamnayanaborgohain2951 2 ปีที่แล้ว +24

    "তুমি যেন উপহাৰ এটি"♥️ .... তুমি সচাঁকৈ এটি উপহাৰ অ' 🥰

  • @storyteller8560
    @storyteller8560 ปีที่แล้ว +30

    তুমি যেন যান্ত্ৰিকতাৰ শেষৰ এজন শিল্পী❤

  • @tulikadevi1056
    @tulikadevi1056 2 ปีที่แล้ว +49

    ভাবিছিলো ময়ে আহিছোঁ নিকি অযান্ত্ৰিকৰ পৰা বাহিৰে বাহিৰে, কিন্তু নহয় । Anyway it's damn good ...just loving it..now in repeat mode. And yes your are beyond good Bishrut. Thanks Oasis and UD....I heard many songs from your references....and yes you guys are real promoter of good music.

  • @akhyaijyotimahanta3950
    @akhyaijyotimahanta3950 3 ปีที่แล้ว +26

    সুন্দৰ কণ্ঠ, সুন্দৰ সংগীত, সুন্দৰ চিন্তা, সুন্দৰ কেমেৰা আৰু সম্পাদনা । তিতাবৰৰ চিনাকি মানুহো দেখিছো । ভাল লাগিছে আমাৰ ঠাইৰ মানুহেও এনে মন চুই যোৱা কাম কৰিব পাৰে । সকলোলৈকে শুভেচ্ছা ।

  • @HAR_HAR_MAHADEV_OM_NAMAH_SIVAY
    @HAR_HAR_MAHADEV_OM_NAMAH_SIVAY 5 หลายเดือนก่อน +61

    "it's June 2024 let's see how many legends are listening to this masterpiece, still one of the most popular songs ever even after 3 year's!"

  • @DanielLeBaron1
    @DanielLeBaron1 3 ปีที่แล้ว +272

    Such a pleasant song, and great videography to match it! Thanks for putting the translation ❤️ from 🇺🇲

    • @dipankarsaikia2117
      @dipankarsaikia2117 2 ปีที่แล้ว +3

      What did u learn from the song

    • @StootiBDutta
      @StootiBDutta ปีที่แล้ว +4

      @@dipankarsaikia2117 are you conducting a literature exam what even is this question 😂

    • @rryangosling
      @rryangosling ปีที่แล้ว

      @@dipankarsaikia2117 what are you even asking 💀

    • @sasbttrr
      @sasbttrr ปีที่แล้ว

      ​@@dipankarsaikia2117 APSC dibo niki hetuUu hudhi Diya logote 🤣

  • @arpidas4028
    @arpidas4028 3 ปีที่แล้ว +6

    সংগীত টোৰ লগতে ভিডিঅ'টো ইমান সুন্দৰকৈ উপস্থাপন কৰিছে,আচৰিত হৈ পৰিলোঁ ।এইটো ২০২১ৰ ভিডিঅ' হয়নে এনে এক প্ৰশ্ন আহিল।কি সুন্দৰ পৰিৱেশ । তেতিয়াৰ সেই বিজু ফুকন, নিপন বৰুৱা দেৱৰ ডেকা বয়সৰ সেই পুৰণা চিনেমাবোৰৰ দৃশ্য চোৱাযেন লাগিল । সম্পূৰ্ণ ব্যতিক্ৰমী দৰে কিবা এটা যেন বহুত বিশেষ । খুব ভাল লাগিল । কি সুন্দৰ প্ৰেমৰ মিলন।প্ৰতিজনলৈ অভিনন্দন

  • @brilliant2986
    @brilliant2986 2 ปีที่แล้ว +15

    অযান্ত্রিকেই যেন এক উপহাৰ ।
    অযান্ত্রিক আৰু উপহাৰলৈ ❤❤❤

  • @Santanunath39
    @Santanunath39 ปีที่แล้ว +80

    I literally cry every time I watch this. It takes me back to the days without mobile phones and the internet. Recently, I lost my father, and I regret not spending more time with him. I wish he could watch this, he was truly an UPOHAR to me. Thank you so much bro for this song.

    • @bruh.712
      @bruh.712 ปีที่แล้ว +2

      I can feel you:)....God may bless you brother

    • @susmitaplagachu6810
      @susmitaplagachu6810 ปีที่แล้ว +1

      ♥️

    • @kammonidip
      @kammonidip วันที่ผ่านมา

      May god bless you brother 😊

  • @rohonjitborah7424
    @rohonjitborah7424 2 ปีที่แล้ว +165

    Heavy budget sai ei gantu bsri ahishu ....bhut Dhuniya...
    Kun kun asa ru heavy budget sai???

    • @satishkuli2448
      @satishkuli2448 2 ปีที่แล้ว +1

      Same here

    • @Pusu18
      @Pusu18 2 ปีที่แล้ว +1

      moi

    • @kironrabha95
      @kironrabha95 2 ปีที่แล้ว +1

      👋

    • @Science-Daily
      @Science-Daily 2 ปีที่แล้ว +1

      same pinch bruh

    • @palashparasar7432
      @palashparasar7432 2 ปีที่แล้ว +4

      Thank You to Heavy Budget.. nhole sage gom'e napalu hoi ei hundor gaan tu bikhoye ❤️

  • @zengoride....407
    @zengoride....407 2 ปีที่แล้ว +6

    ল'ৰালি কালৰ দিনবোৰ মনত পৰি গ'ল। বহুত বহুত ধন্যবাদ এই গানটো আমাক উপহাৰ দিয়াৰ বাবে।

  • @purnimadas78
    @purnimadas78 2 ปีที่แล้ว +7

    Ajantricr pora ahilo ....roi thakib noarilo...xsai vl lagil...👌🔥❤....Best of luck....👍👍

  • @praptipujari223
    @praptipujari223 ปีที่แล้ว +47

    It's reached 2million views finally. After a week Upohar will be 2 years old but it's never gonna be old. It's always gonna be in our playlist even after years. It will always be in our hearts. In today's generation, YOU GAVE US THE OLD ONE BACK. Tumi Upohar hoi Bishrut da 💘

  • @pujaborah1417
    @pujaborah1417 2 ปีที่แล้ว +71

    Evocative 🥺!!! বিশ্ৰুত তুমি বিশ্ববিশ্ৰুত হোৱা!! সদায় প্ৰিয় তুমি আৰু তোমাৰ কণ্ঠ ❤️,,,তোমাৰ এই ব্যতিক্ৰমী সৃষ্টি সচাই অনন্য...

    • @RaJSeKhAR925
      @RaJSeKhAR925 2 ปีที่แล้ว

      Whatttt!!! A Comment🙏🔥😍🎧🥀

  • @bidyutphukan3440
    @bidyutphukan3440 2 ปีที่แล้ว +29

    অযান্ত্ৰিকৰ পৰা আহিছোঁ বাহিৰে বাহিৰে ।। বহুত ধুনীয়া লাগিছে ❤️😘❤️

  • @bastabsaikia7271
    @bastabsaikia7271 หลายเดือนก่อน +70

    Mur naam tu Bastab aru moi Shruti namor swali ejoni k bohut bhal pau...kintu aji still 1yr 266 days hll amr majot modbhed hoi ase...naa tai bhal korise naa moi bhal korisu.... amr bohut dhuniya dhuniya muhuto ase ekeloge..... tumr naam tu e hodai muk tai naam tu monot pelai kosto hoi kintu ai kosto tu moi bohut bhal pau mon okhanti hoi kintu eitu bhal lage je mur kunu tez r homporko nothoka manuh ejonik moi eman bhal pbo paru..... Thanks for everything what you have done on this world....Bishrut daa aru amr title u sme

    • @Nabojitroymusic
      @Nabojitroymusic 28 วันที่ผ่านมา +3

      I can understand, Mur kahini u tumar dore. Stay happy brother ❤

    • @ravan4772
      @ravan4772 24 วันที่ผ่านมา +12

      Tair kotha vabi hat Mari xui thak bhai😢

    • @ZENiNxCRASHER
      @ZENiNxCRASHER 24 วันที่ผ่านมา

      🤣​@@ravan4772

    • @Saditya_07
      @Saditya_07 24 วันที่ผ่านมา +3

      Hat mari thakk bhaii 😢😢😢😢

    • @SavagemodeON973
      @SavagemodeON973 23 วันที่ผ่านมา +6

      Direct kio nukua " thogile buli" 😂😂 ako ejoni potabo try kora 😂😂 eman vabi eku bal dal nupua😂

  • @namratarava8104
    @namratarava8104 2 ปีที่แล้ว +35

    This music video screams "Home".. the visuals, the cinematography, the story, the song.. everything's reminding me of home, my village...it hits different when you're away from your home.. I couldn't help but shed a few tears while watching.. 🤧🤧🤧❤️❤️❤️❤️

  • @jharnagoswami5249
    @jharnagoswami5249 2 ปีที่แล้ว +58

    Listen this song 10 times a day. This is 2.04 AM. Just finished watching your episode in Ojantric. Just described everything I feel about this song. Coming here saw you are giving ❤️to the comments. This means from here it will reach directly to you. Bishrut Saikia, "Upohar" is like a positive manifestation for me. It feels like hope is roaming around. It has been and will remain my caller tune. Stay amazing dear "real artist"❤️💫🙏🏻

  • @barsharanisaikia7200
    @barsharanisaikia7200 3 ปีที่แล้ว +15

    আজি ১ মাহে শুনি আছোঁ।দিনটোত কমেও ২ বাৰ শুনি লওঁ।আবেলিটো উপহাৰ ৰ অবিহনে আধৰুৱা।ইমান সৰল ।💚 আশাৰে বাট চালোঁ আৰু এনেকুৱা উপহাৰ পাওঁ।কমেণ্ট কৰি নাপাওঁ TH-cam ত আজি এমাহ শুনাৰ পাছত ভাবিলৈ এটা Comment নকৰিলে ভুল হব।আকৌ এনে সৰল গান শুনিবলৈ পোৱাৰ আশাৰে অশেষ ধন্যবাদ মাজুলীৰ পৰা।

  • @princedikankalita112
    @princedikankalita112 2 ปีที่แล้ว +6

    Barixa botorot duporiya...... Khirikire boroxunor tupalbur sai kaanot earphon dal aru earphone't UPOHAR
    Thanks @Bishrut Saikia for this lovely upohar❤

  • @madhurjyaborkakoti2190
    @madhurjyaborkakoti2190 5 หลายเดือนก่อน +4

    TH-cam shows that this video is 3 years old. Let me tell you one thing about me. Three years back I was not aware of any artist named bisrut saikia to be honest. Cam to know about the song through the reels at insta. Yes I am guilty that I only came to know about this piece through insta reels. But let me tell you this that lesser did I know 3 years back that this song of bishrut saikia in particular would turn out to be a special piece of music in my life. I recently got married to my partner with whom I was in a relationship from last 10 years. Like everyone we also appointed a camera and cinematography team. They did a wonderful job with my wedding video and the bgm they chose was this song. So now whenever I listen to this song I dunn watch the vdo just listen to the words and the whole wedding comes right before my eyes. Thank you bishrut saikia for this wonderful song. Don't know what value others will hold with your song of this but lemme tell you one thing till we both remain in this planet we will treasure your beautiful art. Thank you❤

  • @arupkr.4138
    @arupkr.4138 2 ปีที่แล้ว +7

    যি দিনা ojantict আপোনাৰ এই গানটো কথা শুনিছিলো লগতে বিছাৰি শুনিলো । সঁচাই বহুত ধুনীয়া গান । এতিয়া আপোনাৰ উপহাৰ আৰু তাই মৰম সদায় লাগে এই দুয়োটা গান সদায় শুনো আমনি নালাগে প্ৰতিবাৰে নতুন মাদকতা পাওঁ

  • @Sam__The__Slayer
    @Sam__The__Slayer 3 ปีที่แล้ว +6

    Kisumaan gaan he antorkhon sui jabo pare, eitu gaan tar majot bohut uporot.
    Hats off to the team for this beautiful piece of music. Love it.

  • @priyakshisarma7024
    @priyakshisarma7024 2 ปีที่แล้ว +26

    ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে!! কি সুন্দৰ উপস্থাপন... আগন্তুক দিনলৈ অধিক আশাবাদী... এনেদৰেই জীৱনৰ গান গাই যাওক।
    Love and light ✨
    (PS - got to know about this song after going through the অযান্ত্ৰিক episode )

  • @ahmedmustafabarbhuiya225
    @ahmedmustafabarbhuiya225 ปีที่แล้ว +155

    She introduced me to this song, on this first day of 2023, I’m here wishing her a life full of joy and happiness, wherever she is, I wish her all the peace.

    • @Aa-tq9xt
      @Aa-tq9xt ปีที่แล้ว +3

      What happened to her brother?

    • @peaa666
      @peaa666 ปีที่แล้ว +2

      Just realized 4 months already gone in 2023

    • @ahmedmustafabarbhuiya225
      @ahmedmustafabarbhuiya225 ปีที่แล้ว +2

      @@peaa666 true.

    • @ahmedmustafabarbhuiya225
      @ahmedmustafabarbhuiya225 ปีที่แล้ว +2

      @@Aa-tq9xt she is fine. 😊

    • @EraserNinja
      @EraserNinja 11 หลายเดือนก่อน +1

      She introduced me to it too

  • @diptisaikia4276
    @diptisaikia4276 2 ปีที่แล้ว +16

    সচাঁকৈয়ে হৃদয় চুই গ'ল গীতটোৱে 😍 আৰু আগুৱাই যোৱা তুমি ভগৱানৰ ওচৰত তাৰে কামনা কৰিলোঁ 🙏🏻

  • @snehakalita7305
    @snehakalita7305 2 ปีที่แล้ว +9

    অযান্ত্ৰিক আধাতে এৰি আহিছোঁ ❤️ হৃদয় চুই যোৱাকৈ এটি গীত 🥺❤️

  • @jugantamahanta486
    @jugantamahanta486 3 ปีที่แล้ว +4

    ইমান ধুনীয়া ❤️❤️❤️❤️ ভাষা নাই মোৰ ইয়াক প্ৰসংশা কৰিবলৈ....😊😍

  • @sangma023
    @sangma023 ปีที่แล้ว +108

    My ex bf was assamese and he suggested this song to me since then I've always loved this song even though i didn't know the meaning but after we broke up i had no guts to listen to this song again but here i am after 4 months and idk how to describe this feeling.. this song feels like home and him, i feel sad but also calm. Few months back i was smiling to this song and now I'm crying to the same song. Time changes real quick

    • @namratagogoi2763
      @namratagogoi2763 ปีที่แล้ว

      Aww❤️

    • @pi.log10
      @pi.log10 ปีที่แล้ว +3

      You should go back to him, if possible, may be he's the right person.

    • @pi.log10
      @pi.log10 ปีที่แล้ว +2

      @@namratagogoi2763 Ahom?

    • @yellow0712
      @yellow0712 ปีที่แล้ว +2

      Grapnabe ..Khushi ongedongbo

    • @jayati2385
      @jayati2385 7 หลายเดือนก่อน

      I can understand the way you are feeling right now, but girl move on!

  • @HeliumOxygen
    @HeliumOxygen 2 ปีที่แล้ว +9

    Ebar huna pasot bare bare huni thakibo mon jai .. ktya soku Pani ulai jai agor ktha bhabi dhoriboe nwri.. what a song 💫 became my favourite Assamese song ... Keep it up..

  • @devarthamorang3559
    @devarthamorang3559 2 ปีที่แล้ว +30

    সঁচাকৈ গানটো বিচাৰি আছিলো। অযানত্ৰিকত ঐছিছে বিশ্ৰুতৰ কথা কোৱা ত শুনিবলৈ মন গ'ল আৰু পালোঁ এই মধুৰ কণ্ঠ আৰু মিতা স্মৃতিৰ গানটো। অতি শুৱলা আৰু অন্তৰ চুই যোৱা গীত। সকলোকে ধন্যবাদ জনালোঁ।

  • @prachirdutta7427
    @prachirdutta7427 2 ปีที่แล้ว +6

    The line " বুকুৰে মাজতে তুমি মন মোৰ, দিঠকত তুমি বহু দূৰ" hits really hard......

  • @Ibhumika1
    @Ibhumika1 ปีที่แล้ว +20

    এই গীতটো যিমানেই শুনো, মোৰ সন্তুষ্টি অনুভৱ নহয়.... এই গানটো মোৰ হৃদয়ৰ আটাইতকৈ ওচৰৰ💗
    মই তোমাৰ কণ্ঠৰ ওপৰত আকৰ্ষিত হৈছো💘

  • @simantac2353
    @simantac2353 2 ปีที่แล้ว +9

    One of my favourite song ..thank you Bishrut eman dhuniya gan ata upohar diya babe..

  • @awmultimedia
    @awmultimedia 2 ปีที่แล้ว +24

    *_"অম্লানস্মৃতি"💕 হিচাপে লৈ এটি গীত ৰচিলে আমাৰ হৃদয়ত এক নতুন ভাৱনাৰ প্ৰেম উজ্জ্বলি উঠিব আপোনাৰ পৰা গানটো শুনাৰ আশা আৰু শুভেচ্ছা থাকিল । 💝👍_*

  • @ManashiDas76
    @ManashiDas76 2 ปีที่แล้ว +11

    গানে জীয়াবলৈ শিকাই 🤗 সঁচাকৈ এইয়া আমাৰ বাবে উপহাৰ ❤️

  • @JENAA____shorts
    @JENAA____shorts 9 หลายเดือนก่อน +4

    মনৰ শান্তি বিচাৰি দিনটোত এবাৰ হ'লেও ,, এই গীতটো লৈ অহা এজনী মই ❤😢 সঁচাকৈ বহুত শান্তি পোৱা যায় আপোনাৰ কণ্ঠত ❤🥺

  • @bishalryankashyap6262
    @bishalryankashyap6262 3 ปีที่แล้ว +66

    This is the first time i have recommended a song to my parents. This vibe is special. Ei upohar tur babe dhonyobad. 💙

  • @ashadeepenterprises7707
    @ashadeepenterprises7707 2 ปีที่แล้ว +66

    অযান্ত্ৰীক চাই আছিলোঁ সেইয়া বাদ দি গানটো শুনিলোঁ বাঁহ কি গাইছে আৰু গান পাম বুলি subscribe কৰি ললোঁ বহুত শুভেচ্ছা love from মাজুলী😊

  • @viralworld6497
    @viralworld6497 2 ปีที่แล้ว +20

    তোমাক পালে বিশ্ৰুত শইকীয়াই দৰে ময়ো এষাৰি আওৰাম
    " কাষতে তোমাৰ ৰ’ম ছাঁয়া হৈ
    পৰিব নিদিওঁ ভাঙি।
    সময়ৰ পাতত ল’বা লিখি,
    মোৰ এই মৰম তোমাৰ বুলি
    তুমি যেন উপহাৰ এটি। ❤️

  • @BooksandAlchemists
    @BooksandAlchemists 2 หลายเดือนก่อน +2

    Why tf am I crying! Love from England mate. Thank you for the translation in the video. I am Assamese, but I was born and raised here, I am only learning the language. This is absolutely bonkers mate. You nailed it!

  • @ridipbezbaruah1369
    @ridipbezbaruah1369 2 ปีที่แล้ว +5

    এক চিৰসেউজ অনুভূতি 💐💚.
    বহুত সুন্দৰ উপস্থাপন....
    তোমাৰ এই উপহাৰ সংগীতটো সঁচাই আমাৰ বাবে এক উপহাৰ 💐....

  • @digantasarmah4779
    @digantasarmah4779 2 ปีที่แล้ว +4

    Ojantric t gantur bisoye gom palu... Search kori xunilu, bor bhal lagil.... Mon sui gol👌👌👌

  • @BsNikunjaRanjanborah
    @BsNikunjaRanjanborah 2 ปีที่แล้ว +5

    দিনটোৰ মূৰত অযান্ত্ৰিকৰ মাজত নিজকে জীয়াই আকৌ আপোনাৰ গানৰ মাজত জীপাল কৰিলোঁ। বহুত ধুনীয়া লাগিলে । মনটোত মৃদুকৈ এতিয়াও প্ৰশান্তি বিৰিঙি আছে। ভালে থাকক । বহুত বহুত মৰম আপোনালৈ 💗💗💗💗🌼

  • @biswayan.chakravorty
    @biswayan.chakravorty ปีที่แล้ว +32

    Pov : looking at the sun set and listening to bisrut daa's playlist is your therapy.....🥺❤️

  • @pallavichetia309
    @pallavichetia309 2 ปีที่แล้ว +11

    মাথোঁ অনুভৱ কৰিব পৰা এটা গান...... শান্তি ও সন্তুষ্টিৰ চকুলোৰে সেমেকা
    Have to admire your piece of art❤❤❤

  • @amlansaikia01
    @amlansaikia01 2 ปีที่แล้ว +7

    ইমান সুন্দৰ উপস্থাপন, সঁচাকৈ অতি উত্তম মানৰ 👍

  • @prachurjyaborah1649
    @prachurjyaborah1649 3 ปีที่แล้ว +5

    Anshumann gogoi❤️❤️❤️❤️❤️❤️...loved it bruh...and bishrut❤️

  • @sudiptaxykia
    @sudiptaxykia 2 ปีที่แล้ว +5

    uff lyrics, soku pani ulai jai🥺❤️ jiman hunila u amoni nologa gaan ata ⚡ tq bishrut daa eman dhuniya gaan ata upohar dia r babe💖

  • @mondeepgogoiflute7249
    @mondeepgogoiflute7249 2 ปีที่แล้ว +8

    অযান্ত্ৰিক চাই থকাৰ মাজতে শুনিবলৈ গুচি আহিলো❤️

  • @charubaruah8843
    @charubaruah8843 2 ปีที่แล้ว +4

    বিশ্ৰুত শইকীয়া ! হিয়াৰ তলি উদিয়াই আশিস যাচিছোঁ তোমাক --- সুখ-শান্তি আৰু সাফল্যই সাৱটি থাকক তোমাক ওৰে জীৱন ! ইমান গভীৰ অৰ্থৱহ কথা ! ইমান প্ৰাণময় ! কেনেকৈ সম্ভৱপৰ ইমান কম বয়সতে ইমান উচ্চ মানৰ শব্দ চয়ন ! আৰু সুৰৰ কি লালিত্য ! উস্ ! আমি প্ৰবীণসকলে বুকু ফিন্দাই কৈ যাম বিশ্ৰুত --- এয়া আমাৰ নতুন প্ৰজন্ম । এয়া আমাৰ ভৱিষ্যত , আমাৰ সম্পদ ।
    তোমাৰ মাৰাক এবাৰ লগ পাবলৈ অন্তৰ অধীৰ হৈ পৰিছে । নিশ্চয় পাম কেতিয়াবা । কুশলে থাকা ।

  • @tusharbaruah9043
    @tusharbaruah9043 2 ปีที่แล้ว +5

    হৃদয় চুই গৈছে দাদা❣️।।। আপুনি অসমীয়াক এটি বিশেষ উপহাৰ দিলে।।🙏

  • @xhhirssi5116
    @xhhirssi5116 3 หลายเดือนก่อน +3

    At 1:19 if you look at the roof of the house there's a pair of pigeons. Its almost as if they're a reflection of the couple. The cinematography in this is amazing

  • @nomadicbird1984
    @nomadicbird1984 2 ปีที่แล้ว +4

    যাযাবৰী জীৱনৰ অক্লান্ত পথত এখন্তেক সময়ৰ বাবে থমকি ৰবলৈ বাধ্য হলো ইমান সুন্দৰ এই গানটো শুনি। শব্দৰ ভাষাৰে হয়তো বুজাবলৈ অসুবিধা হব।

  • @igscanny295
    @igscanny295 2 ปีที่แล้ว +5

    Heavy budget Or video sai ahisu. Hosai
    Bohut duniya gaan ❤❤❤

  • @Berozgar.02
    @Berozgar.02 2 ปีที่แล้ว +5

    ইমান সুন্দৰ লিখনি ইমান সুন্দৰ সুৰ
    জয়ন্ত হাজৰিকা দেৱলৈ মনত পৰি গৈছে❤️

  • @thomasreddy2630
    @thomasreddy2630 ปีที่แล้ว +10

    I heard this song on my way back from an Assamese music festival..........i have to say , songs that make your eyes teary and remind you of the purity of love are just golden

  • @bhaskarborah2999
    @bhaskarborah2999 2 ปีที่แล้ว +17

    Bishrut Saikia Hats off to you.
    I feel so connected to this song.
    Superb music, song, cinematography as a whole it's a masterpiece.
    There are many good singers and composers,there will be many hit Assamese songs in the future.
    But this will be irreplaceable.
    You have created history ❤️

  • @_o1ong_
    @_o1ong_ 3 ปีที่แล้ว +22

    You know the feeling when you smile when no one else is around, the real deal. That's how the song made me feel reminiscing all the beautiful memories.........
    Also, 2:02 hits different. Amar lora gita dangor manuh hol dei

  • @lekhikabaishya133
    @lekhikabaishya133 ปีที่แล้ว +8

    কিমান বাৰ যে শুনিলো এই গীত টো তথাপি ও হেপা এ পলোৱা নাই ❤️🥺🙏

  • @jimidas7050
    @jimidas7050 ปีที่แล้ว +2

    এই উজাগৰী নিশা বিষন্ন হৃদয়ৰ লগৰী এই গীতটি❤️... ধন্যবাদ আপোনাক ইমান ধুনীয়া গীত উপহাৰ দিয়াৰ বাবে 🙏

  • @dbaruah3999
    @dbaruah3999 2 ปีที่แล้ว +14

    জীৱনৰ সংঘাত বহুত,সকলোৰে বেলেগ বেলেগ, U r lucky that u have a best option within u to celebrate your life...thank u to ur maa being so supportive for u both..many dont have that courage to do so...best wishes for u bro..After watching u on ojantrik today only i recognise u..and now i m a fan of yours❤️..

  • @assamnews24x7
    @assamnews24x7 ปีที่แล้ว +5

    জীবনৰ দৰে এটি নিৰ্ভেজাল গীত!! সুন্দৰ 👌

  • @SeujPallav
    @SeujPallav 3 ปีที่แล้ว +5

    সৰু সৰু আবেগবোৰ ইমান ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। বহুত ধুনীয়া 🙂

  • @Bhagyashreeeeee
    @Bhagyashreeeeee 5 หลายเดือนก่อน +3

    This line.... ❤
    Kaxote tumar rom saya hoiii... 😭🌷...... Amazing
    Love from majuli❤

  • @junukarajkhowa2934
    @junukarajkhowa2934 3 ปีที่แล้ว +8

    Bishrut da bohut morom jasilu ojanntric familyr pora❤❤❤❤❤

  • @annieborah
    @annieborah 2 ปีที่แล้ว +9

    Iman dhuniya gaan tu aji he bisaru palu. Hridoy sui gol. Wonderful lyrics, well sung, great composition. Kudos to the entire team :)

  • @Radheyshyam4n
    @Radheyshyam4n 2 ปีที่แล้ว +4

    মই মোৰ শৈশৱলৈ ঘুৰি গলো। আজিৰ এই যান্ত্ৰিক পৃথিৱী খনত এইবোৰ অনুভূতি পাবলৈ তান। khub dhunia concept ♥️ aguai jaok apunalok vogoban r osrt heitu a parthona🙏

  • @dhanshreekalita24
    @dhanshreekalita24 ปีที่แล้ว +6

    অযান্ত্ৰিক আধাতে এৰি উপহাৰ শুনিলো ♥️♥️

  • @IslandWarrior_majuli
    @IslandWarrior_majuli 3 ปีที่แล้ว +6

    Bohut Dhunia 💚 💯

  • @almassmehjabinrahman8101
    @almassmehjabinrahman8101 2 ปีที่แล้ว +32

    This man and his goddamn life!
    I can relate so much to some of the phases of his life and the complications in it, the effects that those complications brought which includes the chaotic mental zones and the disasterous depth of emotions! This similarity of life issues; relatibility to perspective of life and world; and reactions to its various aspects brings me to romanticize this person and his smile-that effortlessly conceals heavy, deep wounds! Throughout his interview at Ojaantric I along with each of my cardiac cells was in the midst of such a state that I just can't express in words. I was dwelling on my past life throughout the hour. It was kind of an odd nostalgia! This man is neither my celebrity crush nor any idol. Though I've heard each of his songs for over 5-6 times, I do not term myself his fan and haven't written all this non-sense to express my love for his songs. I simply consider myself as an admirer of his lyrics formerly who eventually found a travel-mate in the oddyssey of life within him and have written this lengthy para just to exaggerate about my state of joy in discovering such a charming and talented person with a relatable life story and also as a gesture of acknowledgement cum appreciation to his constant efforts and strength to sustain the traumas of his life and survive it till now! Grateful to God for this man exists and more for I know him lately!

  • @shitpostinghaha
    @shitpostinghaha 2 ปีที่แล้ว +19

    This song is so underrated.... It's such a gem. Everything is so fine.

  • @ashifchoudhury4408
    @ashifchoudhury4408 2 ปีที่แล้ว +13

    One day this song created history will become the Assamese most viewed song. Thank you guys to give us this 'upohar' .

  • @youtube_handle26
    @youtube_handle26 2 ปีที่แล้ว +4

    iman dhunia kio?
    mood Tu bhal kori diye enei 💙
    Really Quality Work. Congratulations to the team.

  • @mr.rajaaaa
    @mr.rajaaaa 2 ปีที่แล้ว +31

    ভাষা নাই বিশ্ৰুত ❤️ প্ৰথম শুনিয়ে তোমাৰ অনুৰাগী হৈ পৰিলোঁ।

  • @abm_binanda
    @abm_binanda 2 ปีที่แล้ว +5

    ভাষা হীন হৈ পৰিছো,সচাঁকৈ মন চুই গল❤।তাহানিৰ সেই সোণালী দিনবোৰ আকৌ যদি ঘূৰাই পোৱা হ'লে😞
    দাদা আমাক আৰু গান লাগে সোনকালে

  • @ArupRaj-l7b
    @ArupRaj-l7b 10 หลายเดือนก่อน +18

    2024 t kon kon khunisa legendary song tu🎉