মই মোৰ দেউতাক লৈ গৌৰৱ কৰোঁ

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • DY বিহুৰাণী দ্বিতীয় খণ্ড
    #Gitimoni_Borgohain
    #DyBihurani
    #MBG_Channel

ความคิดเห็น • 540

  • @ACAssam
    @ACAssam 3 ปีที่แล้ว +61

    সুন্দৰ 👌🏻😍
    All Assam TH-camr Family

  • @EmonBhuyan-w2t
    @EmonBhuyan-w2t 4 หลายเดือนก่อน +4

    দেউতাই কি কৰে কওঁতে লাজ নকৰাকৈ গৌৰৱত কৈছে । বহুত মৰম লগা নাচনী জনি ❤❤❤❤ । বাকী হাঁহিব লগীয়া কি হল ❤

  • @kedardhakal6444
    @kedardhakal6444 3 ปีที่แล้ว +73

    নাচনী গৰাকী জনক উজ্জল ভৱিষ্যতৰ কামনা জনালোঁ ধন্যবাদ । মই কাঠমাণ্ডুৰ নেপালৰ পৰা।

  • @abhinash7796
    @abhinash7796 4 ปีที่แล้ว +25

    সুন্দৰ ভন্টী । সচাঁ কথাত আকৌ লাজ কৰিব লগীয়া নাই । তুমি সচাঁ কথা কৈছা ভাল লাগিল । বহুত ধুনীয়া নাচা তুমি

  • @ankurdeka6224
    @ankurdeka6224 3 ปีที่แล้ว +22

    হাঁহি দিয়া কেইটাৰ মুৰত একো নাই
    তুমি আগুৱাই যোৱা
    কথা কোৱাৰ কলাটো সচাই বৰ সুন্দৰ

  • @parthaborah2984
    @parthaborah2984 4 ปีที่แล้ว +50

    কথা কোৱাৰ এটা সুন্দৰ কলা আছে,তুমি তাৰ এটা উদাহৰণ।আগুৱাই যাওঁক

  • @deepjyotiroy7573
    @deepjyotiroy7573 3 ปีที่แล้ว +366

    গাহৰি কটা বুলি কওতে হাহি উঠা মানুহ কেইজনৰ বিবেকক মোৰ ফালৰ পৰা গৰিহণা দিছো। কাৰন ভন্টী জনীয়ে সচা কথা কৈছে আৰু হাহি উঠা মানুহকৈজন শুধিলে চাগে ফাটা লেবেল মাৰিলে হৈ। জুবলি বা আপোনালৈ মোৰ এটা অনুৰোধ ভৱিষ্যতে যেন আপুনি কোনে প্রতিযোগিকে নুশুধিব দেউতাকে কি কাম কৰে বুলি। কাৰন কাৰোবাৰ দেউতাকে হয়তো ঠেলা চলায়, কাৰোবাৰ ৰিক্সা চলায় বা কাৰোবাৰ হাজিৰা কৰে। আৰু এইবোৰ কথা প্রতিযোগি বিলাকে সমনীয়াৰ আগত কব লাজ কৰিব পাৰে গতিক এনেকুৱা প্রশ্নৰ শুধাৰ পৰা যেন আপুনি বিৰত থাকে। এয়া মাত্র মোৰ অনুৰোধ হে।

  • @defeancelife6053
    @defeancelife6053 4 ปีที่แล้ว +27

    সুন্দৰ ভন্টি বেলেগে তোমাক হাহিছে হাহিব দিয়া তোমাৰ ভবিষ্যত উজ্জল হওঁক তাৰে কামনা কৰিলো তুমি আগুৱাই যোৱা

  • @pompimoran2067
    @pompimoran2067 2 ปีที่แล้ว +15

    গীতিমনি বহুত মৰম তোমালৈ ❤️। কুশলে থাকা 😊😘😘

  • @assameseinstagramreelsvide3107
    @assameseinstagramreelsvide3107 3 ปีที่แล้ว +50

    তাইৰ দেউতাকে গাহৰি কাতে তাই কবলৈ লাজ কৰা নাই কিন্ত back stageত থকা ছোৱালী কেইজনী হাহিবলগীয়া কি হল

  • @babudutta5607
    @babudutta5607 2 ปีที่แล้ว +18

    গীতিমণি বৰগোহাঁই সচাই বৰ মৰম লগা

  • @astamjoyvloger2107
    @astamjoyvloger2107 2 ปีที่แล้ว +5

    ভন্টি তোমাক ইটো প্ৰগ্ৰাম ৰ পৰা চিনি পাইছোঁ বহুত ভাল হৈছে আগুৱাই যোৱা তুমি বহুত আশীৰ্বাদ থাকিল টোমালৈ

  • @ikramulislam3772
    @ikramulislam3772 2 ปีที่แล้ว +5

    বহুত ভাল লাগিছে video টো চাই আৰু আপুনি অনাগত দিনত আৰু আগুৱাই যাওঁক আৰু আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @hridoyjyotidas5526
    @hridoyjyotidas5526 2 ปีที่แล้ว +9

    তোমাৰ সৰলতা বোৰ ভাল লাগে ❤️🌼✨,
    আৰু অধিক আগুৱাই যোৱা 😊😊👍

  • @dibakarsvlog1804
    @dibakarsvlog1804 2 ปีที่แล้ว +31

    মোৰ মৰমৰ ভন্তী জনী💕💕💕💕

  • @kushalsaikia3561
    @kushalsaikia3561 2 ปีที่แล้ว +5

    সঁচা কথা কৈছে ভাল লাগে। নিজৰ দেউতাক সন্মান জনাই

  • @abinashsaikia7022
    @abinashsaikia7022 4 ปีที่แล้ว +21

    তোমাৰ বিহু নৃত্য উপভোগ কৰি সঁচাকৈয়ে বহুত ভাল লাগিলে , পৰৱৰ্তী সময়ত আকৌ dy bihurani ত দেখা পাম বুলি আশা কৰিলো..

  • @nipukalita489
    @nipukalita489 3 ปีที่แล้ว +12

    সচাই তোমাৰ উজ্জল ভবিচত কামনা কৰিচো,, তুমি গোলাপৰ কলি🌹🌹

  • @utpalchrabha4467
    @utpalchrabha4467 2 ปีที่แล้ว +5

    জিবোৰে হাহিচে সেইবোৰে কি কৰি আছে বৰ্তমান । ভনি তুমি আগৱাই যোৱা ।

  • @dineshmili8976
    @dineshmili8976 2 ปีที่แล้ว +5

    আগুৱাই যাওঁক
    All the best 👍

  • @simantaborgohain1459
    @simantaborgohain1459 2 ปีที่แล้ว +19

    আমাৰ আম্বানি জিয়েক কেইজনিক চোৱা .. হাঁহি 😂। তোমালৈ আশা থাকিল অনাগত ভৱিষ্যত মোৰ ঘৰৰ শিৱসাগৰ তে উচৰতে নিশ্চয় আগলৈও দেখা পাম❤️

  • @SaddamHussain-sf8pg
    @SaddamHussain-sf8pg 3 ปีที่แล้ว +15

    তোমাৰ পিছ ফালে বহি থকা কেইটা অনিল আম্বানি, মুকেশ আম্বানি,বিজয় মালিয়া, গৌতম আদানীৰ আপী নেকি?? ইয়াত হাঁহিবলগীয়া কি আছে 😡😡
    গাহৰি হে কাটে। চুৰি ডকাইটিতো নকৰে না!!
    সচাঁকৈ তুমি বহুত ভাল আৰু বহল মনৰ ভন্টি ।তুমি আগুৱাই যোৱা🧡🤝
    বিশেষকৈ জুবলি ডাঙৰীয়ানীলৈ এটি অনুৰোধ অনাগত দিনবোৰত যাতে অনেধৰণৰ উল্টা-পুল্টা প্ৰশ্ন নুশুধে। আপোনাৰ এনেধৰণৰ প্ৰশ্নই বহুতৰ বাবে কাল হিচাপে থিয় দিব। এগৰাকী প্ৰখ্যাত অভিনেত্ৰী হিচাপে আপুনি এইবোৰ দিশ বিবেচনা কৰিব।
    পাপাই কি কৰে এইটো আপোনাৰ বিচাৰ্য বিষয় নহয় দিয়কচোন। ধন্যবাদ

    • @mridulahazarika4270
      @mridulahazarika4270 2 ปีที่แล้ว

      আচলতে হাহিলেই insult kora নুবুজাই।ভন্টি জনিৰ কথা বোৰে আমোদ দিছে সকলোকে।তাইৰ মৰম লগা কথা বোৰত সকলোবোৰ আনন্দিত হৈছে।ঠেক মনৰ মানুহে বা নিগেটিভ চিন্তাৰ মানুহে তেনেদৰই ভাবি লয়। আৰু এটা কথা, তাইৰ মৰম লগা কথা বোৰ শুনি যদি হাঁহি নোলাই,তেনে হলে সেইজন চই তান হয়।

  • @deepsikhagogoi4987
    @deepsikhagogoi4987 4 ปีที่แล้ว +4

    খুব সুন্দৰ গীতিমনি....তোমাৰ মা দেউতাৰ বৃত্তিক লৈ কিবা ক'লেও কাণ নিদিবা....তুমি আমাৰ গৌৰৱ...তুমি তোমাৰ পৰিচয় যে নিজে গঢ় দিছা..সেইটো আটাইতকৈ ডাঙৰ কথা...তুমি আগুৱাই যোৱা

    • @GitimoniBorgohain
      @GitimoniBorgohain  4 ปีที่แล้ว +2

      ধন্যবাদ জনালো মোক ইমান মৰম দিয়া বাবে

  • @dhananjoykaman316
    @dhananjoykaman316 3 ปีที่แล้ว +3

    Nice Gitimoni.... Bohut hundor hoise.. Aguwai juwa

  • @jahnubaruah6067
    @jahnubaruah6067 2 ปีที่แล้ว +1

    Jibonot aru aguai jua Geetimoni. . Ji hahisil tumak teuluke atia nijok hahibo. . Ami hodai asu tumar logot.

  • @localvlogbd5759
    @localvlogbd5759 3 ปีที่แล้ว +55

    মাইনাৰ দেউতা গাহৰি কাটে । একো নহয় কৰ্ম কৰি খাব লাগিব।

  • @surajchetia5864
    @surajchetia5864 3 ปีที่แล้ว +6

    আজি চাইছোঁ তোমাক সঁচাকৈয়ে তুমি ইমান মৰমিয়াল তোমাৰ হাঁহিটো সঁচাকৈয়ে বহুত ভাল লাগে

  • @niharikagogoiofficial8236
    @niharikagogoiofficial8236 2 ปีที่แล้ว +3

    Morom loga❤.... g kjni a hahisl hykjni2 a atya laz paise nai gitimoni j atya dngr celebrity hol hokolure kiman val pai taik bht morom kore. ...

  • @pallabibaruah9638
    @pallabibaruah9638 3 ปีที่แล้ว +6

    Dhunia lagise gitimoni ba ❤️❤️❤️❤️

  • @dhunborahcreation
    @dhunborahcreation ปีที่แล้ว +2

    I love you gitimoni aru tume ag bahi juwa agoloiu moi akhebad korisu ❤

  • @asamasam5000
    @asamasam5000 3 ปีที่แล้ว +8

    অতি সুন্দৰকৈ বিহু নৃত্য কৰিছা গিতিমা তুমি আৰু আগোআই জুয়া

  • @gopaldutta4115
    @gopaldutta4115 3 ปีที่แล้ว +3

    nice gitimoni baa 2mk buht vl pau and 2mr nas bhut dhuniya💝💖🌹

  • @Bagialover
    @Bagialover 3 ปีที่แล้ว +4

    ❤️from sonari.... Debojani gogoi sapekhati baar logor .... Tumar vdo sai bhl lgil aguwai jua

  • @biswajitdowarah8005
    @biswajitdowarah8005 4 ปีที่แล้ว +2

    Tumi hodai aguai jua Gitimoni ....val lage tmr nas bur sai ....aru tmr kotha bur val lage ....

  • @hemontagogoi9810
    @hemontagogoi9810 3 ปีที่แล้ว +11

    হাঁহি থকা কেইটা আম্বানিৰ পুতেক জীয়েক

  • @rituparnagogoi9088
    @rituparnagogoi9088 3 ปีที่แล้ว +9

    Back stage ot hahi thoka kyjoni hey Laj lgibo lgisel.. Keep it up sis 😘

  • @digantarabha7028
    @digantarabha7028 2 ปีที่แล้ว +9

    ইমান মৰম লগা মাইনাজনী

  • @digitalassamn.d7750
    @digitalassamn.d7750 2 ปีที่แล้ว +7

    আপুনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো!

  • @djjdmix...4946
    @djjdmix...4946 3 ปีที่แล้ว +2

    Bhut Mrom Loga Tumi Moni Aru Aguwai Juwa Val Dore Dei,, Moi Njanu Hihihi Swli Jni...Tmr Til2 Ktha Koute Hahi2 Eman Mrom Lagise Nhoi... 😍😍😍😘😘😘🙌🙌🙌🙏🙏🙏

  • @malatibhuyan7929
    @malatibhuyan7929 2 ปีที่แล้ว +3

    Aioo eman Dhuniya lagisa 🥰

  • @jibongohain9308
    @jibongohain9308 3 ปีที่แล้ว +8

    Moja baa ❤️

  • @hiranyasaharia8930
    @hiranyasaharia8930 2 ปีที่แล้ว +6

    Excellent art of speaking of the dancer.

  • @shubankarnath4406
    @shubankarnath4406 2 ปีที่แล้ว +2

    My dear sister, l want , your life will be successful,..... thank to you.

  • @skvlogs6598
    @skvlogs6598 3 ปีที่แล้ว +1

    Hundor gitimoni. Tumar vobisot utjol kamona korilu aguwai jua Bor dhunia hoixe

  • @Sourabh_borah
    @Sourabh_borah ปีที่แล้ว +2

    অসমীয়া মানুহৰ মানসিকতা চিঃ চি।।গাহৰি খাম কিন্তু বিক্ৰী কৰা বুলি কলে হাঁহি,,,,

  • @atuldoley7479
    @atuldoley7479 2 ปีที่แล้ว +2

    Super eman morom lga bhonti Joni

  • @zubintazunak925
    @zubintazunak925 3 ปีที่แล้ว +5

    😍😍😍morom lga joni

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 2 ปีที่แล้ว +6

    গীতিমনি , এই vlogটো আগতে চাইছিলো , বৰ ভাল লাগে তোমাৰ কথাবোৰ , কিন্তু এইবাৰ (২০২২) ত তোমাক দেখা নেপালো , কিয় ?

  • @rupjyotidoley5832
    @rupjyotidoley5832 2 ปีที่แล้ว +3

    God bless you sister... I like you very much

  • @bhupatibarman8543
    @bhupatibarman8543 2 ปีที่แล้ว +2

    সুন্দৰ ৷আগলৈ আগুৱাই যোৱা ৷

  • @Pranabraycreation
    @Pranabraycreation 3 ปีที่แล้ว +2

    Dhuniya Bhoni 👍 Hosake Ami Maa Deutak Loi Gorav Koribo Lage . Ako Laj Koribo Nalage❤️ Love You Bhoni

  • @hemantaborah4857
    @hemantaborah4857 3 ปีที่แล้ว +4

    your comment and bihu danch verry nice.. i like you n suport u.

  • @SUBRATDUWARAH
    @SUBRATDUWARAH 3 ปีที่แล้ว +6

    ভন্টি ভাল লাগিল তোমাৰ কথা বোৰ

  • @নিজৰাডেকা
    @নিজৰাডেকা 2 ปีที่แล้ว +2

    My favourite 🥰 Giti moni ...

  • @riturajboruah3285
    @riturajboruah3285 3 ปีที่แล้ว +6

    "moi najanu" dhunia lagise mur kolija !

  • @pranjalofficial8795
    @pranjalofficial8795 2 ปีที่แล้ว +1

    Gitimoni vnti tmk bhut vl lge aguai jwa tmi😍😊

  • @rumibora4111
    @rumibora4111 2 ปีที่แล้ว +2

    Bohut dhuniya lage sai thakib mon jai❤❤❤

  • @rajeshray3767
    @rajeshray3767 3 ปีที่แล้ว +6

    Very sweet voice & very nice looking👌

  • @BarkhaTumung-dn7pu
    @BarkhaTumung-dn7pu 6 หลายเดือนก่อน +2

    Duniya lagisai

  • @ranjitbrahma8610
    @ranjitbrahma8610 3 ปีที่แล้ว +3

    ভনতি মজা দেই 👌👌👌👌👌👌👌👌

  • @dimpugohain7657
    @dimpugohain7657 4 ปีที่แล้ว +4

    Dhuniya lagise Dai

  • @swapanbora4191
    @swapanbora4191 4 ปีที่แล้ว +2

    Cute lgese 2mk.2mr kothabur xosai dhunia

  • @luckyhazarika.1418
    @luckyhazarika.1418 3 ปีที่แล้ว +7

    𝑭𝒊𝒓𝒔𝒕 𝒌𝒐𝒕𝒉𝒂 𝒑𝒂𝒑𝒂𝒊 𝒌𝒊 𝒌𝒐𝒓𝒂 𝒃𝒖𝒍𝒊 𝒉𝒖𝒅𝒉𝒊𝒃𝒐 𝒍𝒂 𝒌𝒖𝒏𝒖 𝒑𝒓𝒐𝒊𝒖𝒋𝒐𝒏 𝒏𝒂𝒊.. 𝑷𝒂𝒑𝒂𝒊 𝒋𝒊 𝒏𝒐𝒌𝒐𝒓𝒐𝒌 𝒍𝒂𝒈𝒊𝒍𝒂 𝒑𝒓𝒐𝒊𝒕𝒌 𝒍𝒐𝒓𝒂 .. 𝒔𝒖𝒘𝒂𝒍𝒊𝒓 𝒃𝒂𝒃𝒂 𝒑𝒂𝒑𝒂 𝑹𝒐𝒋𝒂 𝒉𝒐𝒊... 𝑩𝑻𝑾 𝒂𝒈𝒃𝒂𝒉𝒊 𝒋𝒖𝒘𝒂 𝒗𝒐𝒏𝒕𝒊.....

  • @hiimmanash6905
    @hiimmanash6905 3 ปีที่แล้ว +3

    Mur nijar khapt iman dhuniya kotha voice khur moi kunu vakhare bujai kobo nuarim, vagabane di pothaise, mak dewtake agor janamat bohut vaal kam korisil saage

  • @junalientertainment3105
    @junalientertainment3105 3 ปีที่แล้ว +3

    Bohut dhunia ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @rupalirabhavlog4063
    @rupalirabhavlog4063 2 ปีที่แล้ว +2

    ধুনীয়া লাগিচে

  • @HimantaSaikia-ot1rq
    @HimantaSaikia-ot1rq ปีที่แล้ว +1

    bohut moram loga de emn dhuniyake koise nahoi so cute

  • @user-nt4dd4gy4l
    @user-nt4dd4gy4l 3 ปีที่แล้ว +2

    ❤️❤️ sapekhati...tmi aguwai juwa..

  • @queenboruahmusical8545
    @queenboruahmusical8545 3 ปีที่แล้ว +6

    God bless you ♥️ sistr

  • @jurigohain6560
    @jurigohain6560 4 ปีที่แล้ว +3

    Moja kolija joni 💓💓💓🌹🌹🌹💯💯💯👌👌👌👌💋💋💋💋

  • @bansengahum4758
    @bansengahum4758 4 ปีที่แล้ว +14

    সাহসীকতাৰ প্ৰমাণ দিলা

  • @akashsaikia6966
    @akashsaikia6966 3 ปีที่แล้ว +1

    bht morom loga .ru kotha katya huni bht vl lagila

  • @monuronjongogoi8793
    @monuronjongogoi8793 2 ปีที่แล้ว +3

    অতি সুন্দৰ গিতিমনি।

  • @binudbori8825
    @binudbori8825 4 ปีที่แล้ว +4

    Dhunia vantijoni

  • @m3official209
    @m3official209 10 หลายเดือนก่อน +1

    Outstanding gitimoni

  • @liakatali5910
    @liakatali5910 5 หลายเดือนก่อน

    Gitimoni best of luck

  • @hirudas7527
    @hirudas7527 3 ปีที่แล้ว +3

    Majah lagise dei never give up 😍

  • @deepjyotientertainment1665
    @deepjyotientertainment1665 3 ปีที่แล้ว +2

    Val lagil gitimoni

  • @keshabduwari3338
    @keshabduwari3338 3 ปีที่แล้ว +4

    Beautiful baa ❤💓❤💓

  • @doyalborah9207
    @doyalborah9207 3 ปีที่แล้ว +2

    Gitimoni tumr deuta kha koi tay Jun gijoni suwaliy hahibsay haygijonik hun kalay jay
    Moray ta kay kamona korisu

  • @bhagyashreekalitavlog1043
    @bhagyashreekalitavlog1043 3 ปีที่แล้ว +6

    তুমি যাতে আগুৱাই যোৱা তাকে কামনা কৰিলো

  • @horiprashadgohain7312
    @horiprashadgohain7312 2 ปีที่แล้ว +1

    Love U Giti ba

  • @BarkhaTumung-dn7pu
    @BarkhaTumung-dn7pu 6 หลายเดือนก่อน +2

    Hahitu eman duniya lagai kiy tumar gitimoni

  • @RONTU684
    @RONTU684 3 ปีที่แล้ว +6

    তোমাক লৈ গৌৰৱ কৰোঁ।

  • @axomhimanku6865
    @axomhimanku6865 2 ปีที่แล้ว +2

    Hundor👍👍👍❤️

  • @shubankarnath4406
    @shubankarnath4406 2 ปีที่แล้ว +1

    Very fine of your speaking.

  • @pranjalsaikia9250
    @pranjalsaikia9250 3 ปีที่แล้ว +4

    Dhunia

  • @bmc5683
    @bmc5683 2 ปีที่แล้ว +1

    🥰🥰🥰🥰eman cute....

  • @mamoniboruahchutia5012
    @mamoniboruahchutia5012 3 ปีที่แล้ว +4

    Moi najanu .......❤️❤️❤️😍😍

  • @rivanjaligogoimojaarivanja1987
    @rivanjaligogoimojaarivanja1987 4 ปีที่แล้ว +3

    Tumak bhout vl lage gitimoni vonti

  • @Lalit_dutta_
    @Lalit_dutta_ 6 หลายเดือนก่อน +1

    Bor dhunia lagese

  • @prahaldgogoi8406
    @prahaldgogoi8406 4 ปีที่แล้ว +2

    Val lagesy nice tome aguai jua

  • @tikennath4229
    @tikennath4229 3 ปีที่แล้ว +1

    Bht bht dhuniya hyse emn morom lga tmi

  • @amitkrdeka98
    @amitkrdeka98 4 ปีที่แล้ว +10

    Sooo cute

  • @pradipsaharia3581
    @pradipsaharia3581 6 หลายเดือนก่อน +1

    বিহুৱতী গৰাকীক তুমি বুলি ক'লে লাগিল হয়

  • @niranjanpayengyoutubechann4749
    @niranjanpayengyoutubechann4749 4 ปีที่แล้ว +1

    Moyu gourov koru tumak aru tumar papak. Agoloi tenekyei agbari juwa tarei kamona koru.

  • @gangjema2841
    @gangjema2841 2 ปีที่แล้ว +3

    So cute ❤️👍😁

  • @MaynaGupta
    @MaynaGupta 6 หลายเดือนก่อน +1

    Tumi bor xundor nasa❤❤❤

  • @dhonmonithakuriya9166
    @dhonmonithakuriya9166 2 ปีที่แล้ว +3

    ❤❤❤❤❤❤❤❤❤owao

  • @kankanjitpatowary9544
    @kankanjitpatowary9544 3 ปีที่แล้ว +1

    Khub dhuniya 👏