বাসনা II BASANA II

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • সুহৃদ দৰ্শক আৰু আমাৰ শুভাকাংক্ষী সকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আমি নিউজট্ৰেকে একবছৰ অতিক্ৰম কৰিলোঁ !
    এটি বছৰত ৰাইজৰ আশীৰ্বাদত আমি অবিৰতভাৱে নিতৌ নতুন নতুন কাহিনীৰে চুটি ছবি বনাই ৰাইজৰ মনোৰঞ্জনৰ বাবে আমাৰ চেনেল যোগে প্ৰচাৰ কৰি আহিছোঁ !
    সিমিত সা-সৰঞ্জামৰে ছবিবোৰ বনাও! সঠিক নোহোৱাটো স্বাভাবিক !
    মাথোঁ এটি নাট্য ধাৰা অব্যাহত ৰখাৰ চেষ্টা কৰিছোঁ ৷
    সৃষ্টি হল অভিনেতা অভিনেত্ৰী! সৃষ্টি হল নাট্যকাৰ !
    অন্তত কেমেৰাৰ সন্মুখত কথা কোৱাৰ ভয় আতৰিল আমাৰ নবাগত সকলৰ! আমাৰ এইয়া আছিল প্ৰধান লক্ষ্য ৷
    #assamesemovies
    #assameseshortfilm
    #assameseshortmovie
    #assamesefilm

ความคิดเห็น • 21

  • @debabratasharma4539
    @debabratasharma4539 ปีที่แล้ว +1

    বাস্তৱসন্মত অতি উকৃষ্ট মানদণ্ডৰ উপভোগ্য চুটি ছবি ।

  • @rajibsharma5277
    @rajibsharma5277 ปีที่แล้ว +1

    সুন্দৰ কাহিনী, ভাল লাগিছে all the best

  • @vedicastrologyassam
    @vedicastrologyassam ปีที่แล้ว +1

    বাস্তৱ ছবি!ভাল লাগিল!

  • @mukulgoswami5119
    @mukulgoswami5119 ปีที่แล้ว +1

    বৰ্তমান সময়ৰ অতি ভয়াবহ ছবি প্ৰতিফলিত হৈছে। উঠি অহা চামক অধঃপাতে নিছে পিতৃমাতৃৰ অত্যাধিক মৰম আৰু সংস্কাৰ বিহীন ঘৰুৱা পৰিবেশ। মাকৰ জোখতকৈ বেছি মৰম সময়ত বিহ হয়গৈ।
    চিনেমা খনৰ এটা শক্তিশালী বাৰ্তা আছে।
    কিন্তু চিনেমা খনৰ শেষৰ অংশত পৰিচালক যেন অলপ অমনোযোগী হ'ল।
    যি নহওক এক সুন্দৰ ছবি।

  • @arunkumarsarmah6790
    @arunkumarsarmah6790 ปีที่แล้ว +1

    ভাল লাগিল৷সকলোৱে সুন্দৰ অভিনয় কৰিলে৷

  • @junalisaikia3805
    @junalisaikia3805 ปีที่แล้ว +1

    সুন্দৰ কাহিনী ভাল লাগিল

  • @lochanbora9431
    @lochanbora9431 ปีที่แล้ว +1

    সকলোৱে সুন্দৰ অভিনয় কৰিছে

  • @manashiborthakur5860
    @manashiborthakur5860 ปีที่แล้ว +1

    Xosakoie bor bhal lagil.....Awesome❤❤❤

  • @rasingingcompany2979
    @rasingingcompany2979 ปีที่แล้ว +1

    Bohut val hoise ...amar khomajot aibur hoi ase so jodi ai cinema sai manuhe olop buji pai ❤❤❤

  • @alakjyotiborthakur8175
    @alakjyotiborthakur8175 ปีที่แล้ว +1

    বঢ়িয়া , ভাল লাগিল

  • @gayatrikhound3719
    @gayatrikhound3719 ปีที่แล้ว +1

    বৰ সুন্দৰ ছবি। চকু পানী ওলাই গল

  • @prasantakumarborah4053
    @prasantakumarborah4053 ปีที่แล้ว +1

    ❤ ভাল হৈছে

  • @alishasaikia1523
    @alishasaikia1523 ปีที่แล้ว +1

    Each an everything is awesome 😍😍😍..... Each an everyone is yet to be excellent performance 😍😍😍😍😍😍 best wishes for the next 😍 lot's of love ☺️

  • @lilybardoloi8547
    @lilybardoloi8547 ปีที่แล้ว +1

    সুন্দৰ❤

  • @shyamolidas9657
    @shyamolidas9657 ปีที่แล้ว +1

    Very nice performance. All the characters have performed well. Keep it up.

  • @manashbhuyan8264
    @manashbhuyan8264 ปีที่แล้ว +1

    Bhut vl lgil sai

  • @chinmoyjyotisarmah1217
    @chinmoyjyotisarmah1217 ปีที่แล้ว +1

    Val hoise

  • @monsoonsaikia4679
    @monsoonsaikia4679 ปีที่แล้ว +1

    Borhia

  • @shravastidas4744
    @shravastidas4744 ปีที่แล้ว +1

    ❤❤

  • @rubulpatangia8158
    @rubulpatangia8158 ปีที่แล้ว +1

    Very nice

  • @rajkumarprasad1775
    @rajkumarprasad1775 ปีที่แล้ว +1

    Very nice