পুনৰ ছবি জগতলৈ ঘূৰি আহিবনে মৃদুলা বৰুৱা?

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 ธ.ค. 2024

ความคิดเห็น • 76

  • @GirishchRay
    @GirishchRay 2 ปีที่แล้ว +7

    আজিকালি আমাৰ নিউজ চেনেল বোৰ বা ইউতোবাৰ বোৰে সাধাৰণতে পুৰণা অভিনেতা অভিনেত্ৰীসকলৰ সাক্ষাৎকাৰ লোৱা বহুত কম দেখা পোৱা যায় । আজি এই সাক্ষাৎকাৰটি লোৱা দেখি সচাই বিৰাট কিবা এটা ভাল লাগিছে ❤️❤️❤️❤️❤️

  • @bubulboruah2881
    @bubulboruah2881 2 ปีที่แล้ว +13

    অসমীয়া চলচ্চিত্ৰৰ নায়িকা হিচাপে মৃদুলা বাইদেউক বহুত ভাল লাগে। মাজে মাজে দেখা পালে ভাল পাম। ধন্যবাদ 💐💐💐

  • @dilipchandradas2292
    @dilipchandradas2292 2 ปีที่แล้ว +5

    মৃদুলা বৰুৱাৰ সাক্ষাৎকাৰটি চাবলৈ পাই খুবেই ভাল লাগিল। লগতে সাক্ষাৎকাৰ লওঁতা সাংবাদিকজনে ইমান ধুনীয়াকৈ কথাবোৰ উপস্থাপন কৰিছে তাৰ বাবে তেওঁক ধন্যবাদ জনালোঁ।

    • @rupkantapathori2852
      @rupkantapathori2852 2 ปีที่แล้ว +1

      মূদুলা বাইদেউৰ অভিনয় আজি তিনিকুৰি পাচ বছৰতো পাহৰি যাব পৰা নাই

    • @madhuritalukdar872
      @madhuritalukdar872 2 ปีที่แล้ว

      ନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନନଶନନଶନଶନନନଶନନଶନନଶଶଶଶଶଶଶଶଶଶଶଶଶଶନଶଶଶଶଶଶଶଠ40

    • @madhuritalukdar872
      @madhuritalukdar872 2 ปีที่แล้ว

      andì9 .

  • @diptidutta1058
    @diptidutta1058 2 ปีที่แล้ว +12

    মৃদুলা বাইদেউ মোৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰী। বাইদেউৰ সাক্ষাতকাৰটি চাই খুব ভাল লাগিল।

    • @RITU_07
      @RITU_07 2 ปีที่แล้ว

      Mridula

  • @manikhazarika9137
    @manikhazarika9137 6 หลายเดือนก่อน

    মৃদূলা বৰুৱা বাইদেউ আমাৰ অতি প্ৰিয় অভিনেত্ৰী, তেখেতৰ অভিনয়ৰ গাম্ভিয্যতাত মুগ্ধ হৈ গাঁৱৰ বয় বৃদ্ধা সকলেও সলাগিছিল।

  • @digantarabha7065
    @digantarabha7065 2 ปีที่แล้ว +4

    মৃদুলা বৰুৱা বাইদেউ ৰ সাক্ষাৎকাৰ ৰ জৰিয়তে দেখিবলৈ পাই বৰ ভাল লাগিল। ভবিষ্যতে আৰু লগ পোৱাৰ আশা কৰিলো। তেওঁৰ সু স্বাস্থ্য কামনা কৰিলোঁ।

  • @darsanasaharia3577
    @darsanasaharia3577 2 ปีที่แล้ว +4

    সঁচাকৈ বহুত ধুনীয়া লাগিছে চাই আৰু আমাৰ বহুত মৰমৰ অভিনেত্ৰী

  • @dolihazarika2605
    @dolihazarika2605 2 ปีที่แล้ว +2

    সাক্ষাৎকাৰটিয়ে বহুতো পুৰণি স্মৃতি সজীৱ কৰি তুলিলে... যিবোৰ সদায়ে ভাল লাগে। শ্ৰদ্ধাৰ মৃদুলা বাইদেউলৈ বহুত বহুত শুভেচ্ছা থাকিল আৰু সাক্ষাৎ গ্ৰহণকাৰীলৈও বহুত ধন্যবাদ আৰু শুভেচ্ছা থাকিল।

  • @sabitakalita6981
    @sabitakalita6981 2 ปีที่แล้ว +3

    প্রিয় অভিনেত্ৰী । পোহনীয়া চৰাইটি উৰিলে গীতটি মোৰ অতিকৈ ভাল লাগে সুন্দৰ অভিনয় ।

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว +15

    মৃদুলা বৰুৱা বাইদেউ এতিয়াও ইমান ধুনীয়া হৈ আছে❤

    • @tulsiboruah2567
      @tulsiboruah2567 2 ปีที่แล้ว

      APUNAR JIBON KAHINI GOM PALU VAL LAGIL SUNIL BAILUNG SAIKHOWA GHAT DHOLLA

    • @ilabora7943
      @ilabora7943 2 ปีที่แล้ว

      Mridula baidewr bishes sakhyatkar sai bohut val lagil. Bohut dhonyabad jonalu.

  • @minasaikia9189
    @minasaikia9189 2 ปีที่แล้ว +2

    মৃদুলা বাইদেউৰ জীৱনৰ কথা খিনি জানি বহুত ভাল লাগিল, নজনা কথা জানিলো।বাইদেউৰ অভিনয় খুব ভাল পাও।বাইদেউৰ উজ্বল ভৱিষ্যত কামনা কৰিছো।

  • @mamanihaloihaloi4332
    @mamanihaloihaloi4332 2 ปีที่แล้ว +2

    Mritula ba eman dhuniya dekho bohut govobir

  • @polisaikia7185
    @polisaikia7185 2 ปีที่แล้ว +5

    অতি উত্তম সাক্ষাৎকাৰ বাইদেউ অভিনয় চাই বহুত ভাল লাগে।আকৌ অভিনয় কৰিলে ভাল হয়।

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 2 ปีที่แล้ว +2

    Thanks NKtv for nice interview with adorable actress Mridula Baruah.

  • @user-tn4ji5nr8c
    @user-tn4ji5nr8c 2 ปีที่แล้ว +1

    The most loving caring kindhearted adorable elegant and humble ✨️ lady 💖 .....I have been watching in cinema since my childhood...nice to see her happy and healthy 🙏

  • @saharabegum5792
    @saharabegum5792 2 ปีที่แล้ว

    Apunar abhinoy mur bohut Val lage BAIDEW . Mur husband and Swalijoni / loratue mate ahok maa Mridulla Borua chinema dise. God bless you

  • @munindas4051
    @munindas4051 2 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ বাইদেউলৈ

  • @tarulatasaikia3029
    @tarulatasaikia3029 2 ปีที่แล้ว

    Mur priyo abhinetri Mridula baideo..❤️ khub bhal lagil ....🙏🙏

  • @kakudas3887
    @kakudas3887 2 ปีที่แล้ว +7

    মৃদূলা বা অভিনয়ত আহিব লাগে ৷

  • @devimedhi629
    @devimedhi629 2 ปีที่แล้ว +7

    পূৰবী শৰ্মা ৰ সাক্ষাৎকাৰ লব চোন

  • @sabitakalita7096
    @sabitakalita7096 2 ปีที่แล้ว +1

    বাইদেউক গৰাকীক বহুত দিনৰ পিছত দেখিছো বহুত ভাল লাগিছে।

  • @Grishopdeka0987
    @Grishopdeka0987 2 ปีที่แล้ว

    বাইদেউ মোৰো বহুত প্রিয়। বাইদেউৰ অভিনয় মাদকতা সুকীয়া। আকৌ চাব বিচাৰো বাইদেউৰ অভিনয়। এটা কথা মনৰ পৰা কব বিচাৰো বাইদেউক মোৰ নিজৰ মাৰ দৰে অনুভৱ হয়। পুৰণি আৰু ভাল ভাল অভিনেত্রী আছে কিন্তু বাইদেউৰ স্হানটো বেলেগতকৈ বেলেগ । মানে নিজৰ আপোন আপোন ভাৱটো হৃদয়ত অনুভৱ হয়। বাইদেউক মোৰ ফালৰ পৰা বহুত বহুত মৰম যাচিলো। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @MahananGogoi
    @MahananGogoi 2 ปีที่แล้ว +6

    Her voice reminds me of my childhood...what an actress she was..... Always loved watching her movies.. Thanks nk tv for the nice interview

  • @ujjaldutta9237
    @ujjaldutta9237 ปีที่แล้ว

    বাইদেউৰ অভিনয় মোৰ প্ৰিয ৷ অসমীয়া ছবি জগতৰ অদ্বিতীয় অভিনেত্ৰী বুলি ক’বই লাগিব ৷

  • @bulbulisarmah1530
    @bulbulisarmah1530 ปีที่แล้ว

    বা আপুনি বহুত ধুনীয়া আপোনাৰ সু স্বাস্থ্য কামনা কৰিলোঁ ❤❤❤❤

  • @kakumoniphukan2742
    @kakumoniphukan2742 2 ปีที่แล้ว +11

    Medula ba mur priyo abhinatri.bohut val lagil sai.

  • @devimedhi629
    @devimedhi629 2 ปีที่แล้ว +5

    মোৰ সপোনৰ অভিনেত্ৰী গৰাকী

  • @samikshyadutta538
    @samikshyadutta538 2 ปีที่แล้ว +3

    My favourite actress ❤️❤️❤️❤️

  • @monimalarajkhowa634
    @monimalarajkhowa634 2 ปีที่แล้ว +1

    We want Mridula barua again come to screen . We want she will do fablouch acting . We want she will do with acting great Actor Jorje Baker . N

  • @manuborah4135
    @manuborah4135 2 ปีที่แล้ว +1

    মোৰ প্ৰিয় অভিনেত্ৰী ।আপোনাক আকৌ বোলছবিত দেখা পাম বুলি আশা কৰিলোঁ ।

  • @suravispakghor4443
    @suravispakghor4443 2 ปีที่แล้ว +1

    মৃদুলা বৰুৱা বাইদেউ আপুনি মোৰ অতি মৰমৰ, আপোনাৰ চিনেমাবোৰ মৈ খুব চাইছিলো।

  • @matugogoi6654
    @matugogoi6654 2 ปีที่แล้ว +1

    Baideuk. Bohut. Val. Lage

  • @mayurigohain8385
    @mayurigohain8385 2 ปีที่แล้ว +4

    Enjoyed watching the beautiful program.

  • @malobikamahanta7453
    @malobikamahanta7453 2 ปีที่แล้ว

    Bhtdinor pasot Baidewk dekhi Bor bhal lagil ..sadai bhale thakok baidew 🙏🙏

  • @runusaikiabordoloi1308
    @runusaikiabordoloi1308 2 ปีที่แล้ว

    Mridula baidew xosai xdaiei val huya dekhi thaku Jen bohut bohut val pau bak /

  • @mousumidas8463
    @mousumidas8463 2 ปีที่แล้ว +3

    মোৰ মনত আজিলৈকে ইমান মোহময়ী অভিনেত্ৰী ক'তোৱেই বিচাৰি নাপালো ।

  • @anjudutta4109
    @anjudutta4109 2 ปีที่แล้ว

    মোৰ বৰ প্ৰীয় অভিনেত্ৰী ❤️ বহুত ভাল লাগিল বহু বছৰৰ পিছত সাক্ষাৎকাৰ টি দেখি বৰ ভাল লাগিল। ভালে ৰাখক তাৰে কামনা কৰোঁ।

  • @norengohain5704
    @norengohain5704 2 ปีที่แล้ว

    Baydeuk bohut vall lage

  • @devimedhi629
    @devimedhi629 2 ปีที่แล้ว +4

    বিদ্যা ৰাও বাইদেউ ৰ সাক্ষাৎকাৰ লব ছোন

  • @diya289
    @diya289 2 ปีที่แล้ว

    Mridula Boruah baideo mur priya abhinetri • Atiao iman dhunia hoi asse ----!

  • @monimalarajkhowa634
    @monimalarajkhowa634 2 ปีที่แล้ว

    বহুততততত ভাল।লাগিল ।

  • @pardipsakia7085
    @pardipsakia7085 2 หลายเดือนก่อน

    তেখেত ছবিজগতলৈ ঘূৰি অহাটো বিচাৰো। মই তেখেতক কব লগিয়া বহু কথাই আছে ছবিৰ ক্ষেত্ৰত।

  • @lalitgogoi229
    @lalitgogoi229 2 ปีที่แล้ว +1

    I pray to God, for long leave of Mridula Baruah.

  • @MMusic-oe7mv
    @MMusic-oe7mv 2 ปีที่แล้ว

    বহু ত ভাল লাগিল।

  • @jinurabha895
    @jinurabha895 2 ปีที่แล้ว

    Val lagil ba apunak dekhi.

  • @parisdutta6914
    @parisdutta6914 2 ปีที่แล้ว

    প্রিয় অভিনেত্ৰী

  • @heojychannelvlog6347
    @heojychannelvlog6347 2 ปีที่แล้ว

    Bor houndor 👌.

  • @nilisaikiasaikia1037
    @nilisaikiasaikia1037 2 ปีที่แล้ว

    Bohut hundar

  • @PranjalBorgohain
    @PranjalBorgohain 2 ปีที่แล้ว

    বৰমা❤️😍

  • @barnalikalita6561
    @barnalikalita6561 2 ปีที่แล้ว

    Aapunar sbhinoi sai bhut val lage

  • @dulalbarman3323
    @dulalbarman3323 2 ปีที่แล้ว

    Baidew bohut bohut val lage aapunak

  • @pranitanath4637
    @pranitanath4637 2 ปีที่แล้ว

    মোৰ প্ৰিয় বাইদেউ

  • @ritamonibhuyan1116
    @ritamonibhuyan1116 2 ปีที่แล้ว

    Baideu kenease?bohut dinor pasat apunak dekhilu .Monto bhal lagil.moi sasure pora apunar abhinoy sau.apuni abhinoy jagatkhan nerib dei.

  • @narenchutia7298
    @narenchutia7298 2 ปีที่แล้ว

    Tumr. Video. Nice

  • @tapanbaruah1006
    @tapanbaruah1006 2 ปีที่แล้ว

    Egoraki protisthito actress or logot sundor bartalap.

  • @medinitalukdar4873
    @medinitalukdar4873 2 ปีที่แล้ว

    Baideu punor chabi jogotoloi ghuri ahibo buli akhare bat sai rolu

  • @MT_Playz8599
    @MT_Playz8599 2 ปีที่แล้ว

    Moar priyo obhinetri mridula Baruah baideuk sabo lagisil. Kout Pam?

  • @mamonichetia3612
    @mamonichetia3612 2 ปีที่แล้ว

    v v good

  • @manashboruah1279
    @manashboruah1279 2 ปีที่แล้ว

    নাচিব নজনা

  • @allone2175
    @allone2175 2 ปีที่แล้ว

    Ami pahoribo nyara actress dukh Bilal besike nakabo

  • @ranjandeka5737
    @ranjandeka5737 2 ปีที่แล้ว

  • @runimasaikia5904
    @runimasaikia5904 2 ปีที่แล้ว

    Rajib gusamik moi janu khulake kotha patu

  • @diptibheruah4121
    @diptibheruah4121 2 ปีที่แล้ว

    Adarar bideu vale thakak

  • @kabitaborah9231
    @kabitaborah9231 2 ปีที่แล้ว