ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কণ্ঠশিল্পী জগতৰ সহজ সৰল মানুহ জন সছাই মৰম লগা ❤
গান লিখে কোনোবাই আৰু নাম হয় কাৰোবাৰ! ভাল লাগে দেৱজিৎ দাক।❤
Gan likhatu guli mar gan guwajan he favorite hoi
@@jintuborah1519 আপোনাৰ মতে কাক বেছিকৈ প্ৰাধান্য দিয়াতো উচিত ? নিজৰ মাথাটো খটোৱাই দিয়ে কষ্ট কৰি গান লিখে লগতে সুৰ কৰে তেওঁক নে অকল গান গোৱাজনক ?
@@jintuborah1519murkho duijonei main .. duitai lagibo
Wow নগাবাট ৰ ছোৱালী হিচাবে তোমাক বহুত বহুত শুভেচ্ছা আগবাঢ়ি যোৱা ।
কথাখিনি শুনি ভাল লাগিল।♥️সহজ সৰল মানুহ..একেবাৰে খাটি গাঁৱলীয়া ..❤️💕
আগতে ইমান ভাল গান লিখিছিল, জোনবাইৰ কথাকে ভাৱক, আজিৰ এই ট্ৰেণ্ড শব্দটোৱে সংগীত শেষ কৰি পেলাইছে,,
বহুত ধুনীয়া লাগিল ❤️ দাদা 👍 লখিমপুৰৰ পৰা ❤️🙏🏻
দেৱজিৎ বড়া দাদাক মই নিচেই কাষৰ পৰা কেইবাবাৰো লগ পাইছো। একেবাৰে সহজ-সৰল, অমায়িক প্ৰকৃতিৰ মানুহজন, তেওঁ বহুত কষ্ট কৰে, যিমানে খং উঠিলেও প্ৰকাশ নকৰে কাকো বেয়াকে নকয়, সকলোকে সন্মান কৰে। মই চৰাইদেউ সাপেখাতি, উজনিকুৰিৰ পৰা দাদালৈ অলেখ মৰম আৰু শুভকামনা যাঁচিলো।
শিৱসাগৰ গেলেকীৰ পৰা বহুত মৰম যাছিলোঁ দেৱজিত দা লৈ ❤️🤗
ভাল লাগে মানুহজনক সহজ সৰল মনৰ ❤️🌝
দেৱজিত বৰা সচাঁ অৰ্থত,এজন চহা প্ৰতিভাশালী শিল্পী
সঁচা মনৰ মানুহজন......❤❤❤
গা বহুত বেয়া হলেও চাই মনতো ভাল লাগিল॥ আৰু সদায়ে চাই যাম॥
আপোনাৰ প্ৰতিটো অনুষ্ঠান চাও বহুত ভাল লাগে।debajit দা ইমান ভাল গান লিখে কিন্তু তেওঁক মানুহে কম জানে গতিকে তেওঁক মানুহৰ মাজত চিনাকি হব লাগে।
Hoi... Bhabile bya lage .
বাৰ্তালাপ শ্ৰেণী কোঠাত নগাবাত অৰ্থাৎ বৰহোলা...আমাৰ ইয়াৰে ছোৱালী জনী দেখি খুবেই আনন্দিত সকলোলৈকে আগন্তুক ৰঙালী বিহু আৰু নতুন বছৰ শুভেচ্ছা জাচিলো
VIDEO তো চাই থকাৰ মাজতে দেৱজিৎ ডাৰ VIDEO তো চালোঁ। বহুত আৰু বহুতে ভাল লাগিল
My favourite, evergreen singer,. We're proud of him. God bless you to all
One of my favorite singer ❤️
ভাল লগা গায়কৰ ভিতৰত এইজন এজন
Bhal lagil debajit daar kotha khini....
মোৰ একমাত্র প্রিয় মানুহজন দেৱজিত ককাইদেউ । বৰ সহজ সৰল মানুহ জন দেই ।।।
Love you debojit daa 🥰🥰🙏
এই গানটো প্ৰথম আমাৰ শিৱসাগৰ গেলেকীৰ প্ৰমোদ মনোৰঞ্জন গগৈয়ে নিজে লিখি প্ৰথমেই গাইছিল বহুত বছৰ আগতে
যি হলো আগৰ লাইনৰ মাজত বহি থকা ছোৱালী জনী কিন্তু বেলেগকৈ চাই থাকে থৰ লাগি সচাকৈ এবাৰ চাব আকৌ আপুনি দাদা
Love u debojit . . . Zubeen daa r pasot u r my best singer. Bihu boliya debojit . . .❤
আপোনাক এজন শিল্পী হিচাপে বহুত ভাল পাওঁ । কাংগচিক লাগা ছোৱালী গানটো ক্ষেত্ৰত আপোনাক প্ৰমোদ মনোৰন্ঞ দায়ো বহুত সহায় কৰিছে কাৰণ আপোনি মুক্ত মনে কথাষাৰ মানিব বিচৰা নাই কিয় নাজানো কিন্তু বহুত বেয়া লাগিছে ।আপোনি নকলেওঁ কিছু লাইন প্ৰমোদাৰ হয় ।তেওঁৰ আগৰ গানৰ লগত বহু খিনি মিল আছে ।
দেৱজিৎ দা লাজ লাজ হাঁহি তো কিন্তু বৰ মজা দে।।।👌👌
One of the best artists.
গানটো শিৱসাগৰ গেলেকীৰ প্ৰমোদ মনোৰনজে লিখিছিল।।তেওঁৰ নামটো এবাৰ ল'ব লাগিছিল।।
Hosa
8:20 এইটো চোৱা click কৰি
মোৰ আটাইত কৈ প্ৰিয় আৰু অটি মৰমৰ দদাই দৌ। মোৰ এটি সপোন দাইদৌৰ লগত এটি গীট কৰিবলৈ।মই বহোত আশা কৰি আছো।মই শিৱসাগৰে লৰা।নম্বৰতো পোৱা হলে ভাল আছিল কিছু কথা পাটিবলগা আছিলে।
Debojit daa Love you ❤
Favorite singer ♥️
ভাল লগা মানুহজন ♥️
Eke bare muror baa joni dhunia lagise 😍🥰
বাইদেউ হতঁৰ - টি আৰ পি উঠক-- তাৰে কামনা কৰো --
Debajit da hodai jui❤️
Legend ❤️❤️ .bohu vl song sistir aror Manuhjon🔥🔥
Hoisa bohut bohut val lge debojit da k ❤
Bohut bohut morom😍😍😍😍
Love from Nagabat❤..amr yar Borhollar xualijonir ktha bur vl lgil dhuniakoi bujai dixe❤
Dada tar baa ejoni bhut val lage ❤
Dabajit da ar Assamese lyrics hiro.
My fvrt singer debojit bora next epsd deok hunkle
Legend and so talent mal dada a 🥰🥰🥰🥰
Debojit da hosai bor morom loga
Very nice
Next Videoত' REKIBULক লাগে । কিয়নো বহুত শিল্পীক চিনাকি কৰি দিছে ৰেকিবুলে ।চক্ৰ দা - Please Interview In Rekibul Hassan
Bohut bhal lagil 👌♥️❤️❤️❤️
Screen r left side t ulai thoka suali joni dhunia akoo😍
Mur val loga ejon dada Debojit da 👍👍👍
Bah amr suwali u bartalap paisege dei...nogabat jui💥
Abar b boys matak sn chakra da❤ khatron ka Khiladi b boys 😮
Legend ❤️
Love you Debojit da
Legend Debojit da 💥
Next neel akashh 💖🙏
Love from Sapekhati ❤️
Mjaaa
Kokaidew 😍
Really so nice❤
One day i wl try to go in ur show. .
Bhal lagi le
ভাই জান -- কতে গৈ আছিলা-- বিহু ধেমেলীয়া -- হঠাৎ তে দেখা পালো -- দেখা পায় জানানে -- বিহু বিহু লাগিছে গাত -- অ দিলে জান -- দিলে জান -- কি যাদু কৰুি -- খোৱালা মোক-- খিলি পান-- সেই দিনে -- ধৰি ঘটিছে মোৰ অৱসান -- তোমাক সোন -- দিলে জান -- নাপাহৰো চিৰকাল ।
I love nagaland ❤
Zubeen da lage❤❤❤
হাঁহিটো❤
মৌচম গগৈক লাগে
Mojja❤
Love from jorhat❤❤
Nogabat main 😌💗
Live from nagabat ❤️❤️❤️❤️
Me to
❤️❤️❤️❤️
Moja ❤
খুব সহজ সৰল মানুহ জন ❤
সহজ সৰল মনৰ ব্যক্তি জন ❤️
Moi asu borholla nogabat❤️🥰
Moja
Next Rekibul dak lage.. Tew hisap hin bhabe axomiya geet upohar dese
Fotua gaan bur he dise kio matibo ako. Debajit daar lgt olpu nimile rekibul
@@pritom777 hoi nkii.. Apuni tente xunai nai, tew r gaan keitamn example deso... Kajoli, rati ahe oi, lahe doi, kolia meghe, masore bhale paw.. Etc. Aibur jodi fotowa gaan moi gaan xunai bad dem
Love from Mariani Nagajanka ❤
Nice
Love from charaideo sonari💓💓💓
Next tonmoi saikia lagay❤
গাড়ীত গৈ থাকোঁতে দাদাক এদিন টেঙাপুখুৰী তিনিআলিত দেখা পাইছিলো ৷
❤🎉
Big fan🥰 debojeet da 🥰
Next episode Tanmoy Saikia pls
Shooting hoi goise kli oti xunkal ahi ase
Dada amiu nagabat re hoi ba jonik sini paisu❤❤
tanmay saikia কালাগে এবাৰ
Moiu goi asu bartalap
❤
Moiu Nagabator hoy,,,Naginijuri❤
Moi o nagabatr ...❤
চক্ৰ দাদা জিতুল সোনোৱালক মাতিব পাৰিলে।
আমাৰ গোলাঘাট হৈ তুমি বা
Romen danoh & Ridip rankitok lage
Next Episode zubeen garg dak lage
❤❤
Nagabator kot ghor ba 2mar moi nahatiyar
আপোনাৰ অনুষ্ঠান প্ৰায়েই মই চাওঁ বহুত ভাল লাগে । কিন্তু এটা কথা লক্ষ্য কৰিছোঁ আপুনি ছাত্ৰ-ছাত্ৰী সকলক তই বুলি সম্বোধন কৰাতো ভাল নালাগে ।🧐😡😡😡😡
Next episode achurjya barpatra. Please
কণ্ঠশিল্পী জগতৰ সহজ সৰল মানুহ জন সছাই মৰম লগা ❤
গান লিখে কোনোবাই আৰু নাম হয় কাৰোবাৰ! ভাল লাগে দেৱজিৎ দাক।❤
Gan likhatu guli mar gan guwajan he favorite hoi
@@jintuborah1519 আপোনাৰ মতে কাক বেছিকৈ প্ৰাধান্য দিয়াতো উচিত ? নিজৰ মাথাটো খটোৱাই দিয়ে কষ্ট কৰি গান লিখে লগতে সুৰ কৰে তেওঁক নে অকল গান গোৱাজনক ?
@@jintuborah1519murkho duijonei main .. duitai lagibo
Wow নগাবাট ৰ ছোৱালী হিচাবে তোমাক বহুত বহুত শুভেচ্ছা আগবাঢ়ি যোৱা ।
কথাখিনি শুনি ভাল লাগিল।♥️সহজ সৰল মানুহ..একেবাৰে খাটি গাঁৱলীয়া ..❤️💕
আগতে ইমান ভাল গান লিখিছিল, জোনবাইৰ কথাকে ভাৱক, আজিৰ এই ট্ৰেণ্ড শব্দটোৱে সংগীত শেষ কৰি পেলাইছে,,
বহুত ধুনীয়া লাগিল ❤️ দাদা 👍 লখিমপুৰৰ পৰা ❤️🙏🏻
দেৱজিৎ বড়া দাদাক মই নিচেই কাষৰ পৰা কেইবাবাৰো লগ পাইছো। একেবাৰে সহজ-সৰল, অমায়িক প্ৰকৃতিৰ মানুহজন, তেওঁ বহুত কষ্ট কৰে, যিমানে খং উঠিলেও প্ৰকাশ নকৰে কাকো বেয়াকে নকয়, সকলোকে সন্মান কৰে। মই চৰাইদেউ সাপেখাতি, উজনিকুৰিৰ পৰা দাদালৈ অলেখ মৰম আৰু শুভকামনা যাঁচিলো।
শিৱসাগৰ গেলেকীৰ পৰা বহুত মৰম যাছিলোঁ দেৱজিত দা লৈ ❤️🤗
ভাল লাগে মানুহজনক সহজ সৰল মনৰ ❤️🌝
দেৱজিত বৰা সচাঁ অৰ্থত,এজন চহা প্ৰতিভাশালী শিল্পী
সঁচা মনৰ মানুহজন......❤❤❤
গা বহুত বেয়া হলেও চাই মনতো ভাল লাগিল॥ আৰু সদায়ে চাই যাম॥
আপোনাৰ প্ৰতিটো অনুষ্ঠান চাও বহুত ভাল লাগে।debajit দা ইমান ভাল গান লিখে কিন্তু তেওঁক মানুহে কম জানে গতিকে তেওঁক মানুহৰ মাজত চিনাকি হব লাগে।
Hoi... Bhabile bya lage .
বাৰ্তালাপ শ্ৰেণী কোঠাত নগাবাত অৰ্থাৎ বৰহোলা...আমাৰ ইয়াৰে ছোৱালী জনী দেখি খুবেই আনন্দিত সকলোলৈকে আগন্তুক ৰঙালী বিহু আৰু নতুন বছৰ শুভেচ্ছা জাচিলো
VIDEO তো চাই থকাৰ মাজতে দেৱজিৎ ডাৰ VIDEO তো চালোঁ। বহুত আৰু বহুতে ভাল লাগিল
My favourite, evergreen singer,. We're proud of him. God bless you to all
One of my favorite singer ❤️
ভাল লগা গায়কৰ ভিতৰত এইজন এজন
Bhal lagil debajit daar kotha khini....
মোৰ একমাত্র প্রিয় মানুহজন দেৱজিত ককাইদেউ । বৰ সহজ সৰল মানুহ জন দেই ।।।
Love you debojit daa 🥰🥰🙏
এই গানটো প্ৰথম আমাৰ শিৱসাগৰ গেলেকীৰ প্ৰমোদ মনোৰঞ্জন গগৈয়ে নিজে লিখি প্ৰথমেই গাইছিল বহুত বছৰ আগতে
যি হলো আগৰ লাইনৰ মাজত বহি থকা ছোৱালী জনী কিন্তু বেলেগকৈ চাই থাকে থৰ লাগি সচাকৈ এবাৰ চাব আকৌ আপুনি দাদা
Love u debojit . . . Zubeen daa r pasot u r my best singer. Bihu boliya debojit . . .❤
আপোনাক এজন শিল্পী হিচাপে বহুত ভাল পাওঁ ।
কাংগচিক লাগা ছোৱালী গানটো ক্ষেত্ৰত আপোনাক প্ৰমোদ মনোৰন্ঞ দায়ো বহুত সহায় কৰিছে কাৰণ আপোনি মুক্ত মনে কথাষাৰ মানিব বিচৰা নাই কিয় নাজানো কিন্তু বহুত বেয়া লাগিছে ।
আপোনি নকলেওঁ কিছু লাইন প্ৰমোদাৰ হয় ।তেওঁৰ আগৰ গানৰ লগত বহু খিনি মিল আছে ।
দেৱজিৎ দা লাজ লাজ হাঁহি তো কিন্তু বৰ মজা দে।।।👌👌
One of the best artists.
গানটো শিৱসাগৰ গেলেকীৰ প্ৰমোদ মনোৰনজে লিখিছিল।।তেওঁৰ নামটো এবাৰ ল'ব লাগিছিল।।
Hosa
8:20 এইটো চোৱা click কৰি
মোৰ আটাইত কৈ প্ৰিয় আৰু অটি মৰমৰ দদাই দৌ। মোৰ এটি সপোন দাইদৌৰ লগত এটি গীট কৰিবলৈ।মই বহোত আশা কৰি আছো।মই শিৱসাগৰে লৰা।নম্বৰতো পোৱা হলে ভাল আছিল কিছু কথা পাটিবলগা আছিলে।
Debojit daa Love you ❤
Favorite singer ♥️
ভাল লগা মানুহজন ♥️
Eke bare muror baa joni dhunia lagise 😍🥰
বাইদেউ হতঁৰ - টি আৰ পি উঠক-- তাৰে কামনা কৰো --
Debajit da hodai jui❤️
Legend ❤️❤️ .bohu vl song sistir aror Manuhjon🔥🔥
Hoisa bohut bohut val lge debojit da k ❤
Bohut bohut morom😍😍😍😍
Love from Nagabat❤..amr yar Borhollar xualijonir ktha bur vl lgil dhuniakoi bujai dixe❤
Dada tar baa ejoni bhut val lage ❤
Dabajit da ar Assamese lyrics hiro.
My fvrt singer debojit bora next epsd deok hunkle
Legend and so talent mal dada a 🥰🥰🥰🥰
Debojit da hosai bor morom loga
Very nice
Next Videoত' REKIBULক লাগে । কিয়নো বহুত শিল্পীক চিনাকি কৰি দিছে ৰেকিবুলে ।
চক্ৰ দা - Please Interview In Rekibul Hassan