বাছৰ ষ্টিয়েৰিঙত বহি ৰূপমে কলে চালকৰ বহু অজানা কাহিনী

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • My News NE: ◆ বাছ চালকৰ কাহিনীয়ে গ্ৰন্থ মেলাত তুলিছে আলোড়ন
    ◆ ৰূপম দত্তৰ ‘Life Of A Driver, কেবিনৰ ইপাৰে’ গ্ৰন্থৰ চমক
    ◆ ৪ দিনত গ্ৰন্থখনৰ ৪ টা সংস্কৰণৰ বিক্ৰী শেষ
    ◆ আজি লিখক ৰূপম দত্ত নৈশ বাছ চালকৰ ৰূপত
    ◆ ৰূপম দত্তৰ মুখেৰে প্ৰকাশ পাইছে গাড়ী চালকৰ ৰোমাঞ্চ
    ◆বাছৰ ষ্টিয়েৰিঙত বহি ৰূপমে কলে চালকৰ বহু অজানা কাহিনী
    ◆ থকা খোৱা, শোৱা ক’ত কৰে নৈশ বাছৰ ড্ৰাইভাৰে ?
    ◆ অধিকাংশ চালক, হেণ্ডিমেনে কিয় কয় অশ্লীল মাত ?
    ◆ ড্ৰাইভাৰৰ ভিতৰত নৈশ বাছ চালকৰ স্থান সকলোতকৈ উচ্চ কিয়?
    ◆ বাছ চলাই থকা অৱস্থাত কোনে ঘোচা মাৰিলে ৰূপমক?
    ◆ বাছ যাত্ৰীৰ পৰা কি বিচাৰে Driver Cum Writer ৰূপম দত্তই?
    ◆ সৰু গাড়ী চলাওঁতে ৰূপমৰ গাড়ীত মানুহ উঠা নাছিল কিয়?
    ◆ বায়েক, ককায়েক থাকে বিদেশত, ৰূপম বিদেশলৈ যোৱা নাই কিয়?
    ◆ৰূপমৰ কাহিনী লৈ কোনে চিনেমা কৰিবলৈ সাজু হৈছে?
    ◆ কি কাহিনী লৈ ৰূপম দত্তই আৰম্ভ কৰিলে তেওঁৰ ২য় খন উপন্যাস
    ◆এনে বহু কাহিনীৰে আজিৰ ‘০’ to HerO ত পুনৰ ৰূপম দত্ত
    ◆ মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ সৈতে ‘O’ to HerO
    ---------------------------------------------------------------------------------------------------------------------------
    About Channel:
    The northeastern region comprising the eight states of Arunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim and Tripura has long been a paradox in today’s narrative of India. The region, connected by what is called the “chicken’s neck” with the rest of India, has been on the map but off the mind for most people outside. The region and its people have been subjected to various misconceptions and biases in the media and elsewhere. The so-called “mainstream” media’s coverage of the region has largely been confined to conflicts, rise of insurgent groups, economic neglect, lack of infrastructure and political instabilities. What remains conveniently ignored is that the region is a biodiversity hotspot, a cultural laboratory with 220 ethnic groups and equal number of dialects, a paradise for tourists, home to some of the most friendly and hospitable people in the country, and a vital bridge to the booming economy of Southeast Asia.
    This is precisely the gap that MyNews fills. Powered by a group of veteran journalists spread across the nook and corner of the Northeast, MyNews is a multilingual 24X7 news portal that covers news about the region under a positive light. We focus on issues pertaining to the people of the Northeast and those of the region living outside with a global outlook. MyNews gives you news you can use. Digital is the age and digital is the medium. MyNews brings news as it happens on your smartphone with the aim of meeting Generation Y’s appetite for multiple news updates across the day on digital platforms. Starting with English and Assamese, the portal will scale up to more regional languages on its news delivery platform in the days to come. MyNews is your window to the Northeast and keeps you connected to the region day in and day out.
    ---------------------------------------------------------------------------------------------------------------------------
    Subscribe to our TH-cam channel: tinyurl.com/yc...
    ---------------------------------------------------------------------------------------------------------------------------
    You can also visit our website at: mynewsne.com/
    ---------------------------------------------------------------------------------------------------------------------------
    Follow My News NE on our Social Media Handle:
    Like us on Facebook: / mynewsne
    Follow us on Twitter: / mynewsne1
    Follow us on Instagram: / mynewsne

ความคิดเห็น • 517

  • @DBRG4815
    @DBRG4815 3 ปีที่แล้ว +377

    মোৰ দেউতাই সাহসেৰে নৈশ বাছ চলাই আমাৰ পৰিয়ালটিক পুহ পাল দি আহিছে।।।।❤❤❤❤❤❤❤❤❤

  • @dipakborah124
    @dipakborah124 3 ปีที่แล้ว +74

    ৰূপম দা আপোনাৰ লগত এদিন কেবিনত উঠিম । লখিমপুৰ আহিলে জনাব। আপোনাৰ ইন্টাৰভিও তিনিবাৰ লৈকে চাইছোঁ।।। ৰূপম দা জুই

  • @beautykonwar427
    @beautykonwar427 3 ปีที่แล้ว +59

    আপোনাৰ গাঢ়িত গুৱাহাটী পৰা আহিছোঁ ৰূপম। এতিয়া মনত পৰিলে প্ৰায় ১৪/১৫/চনৰ কথা। আপোনাক ধন্যবাদ জনাইছো

  • @bikashjyotibora5993
    @bikashjyotibora5993 3 ปีที่แล้ว +34

    সকলো ব্যতিক্ৰম বস্তুৱেই আমোদজনক আৰু ৰোমাঞ্চকৰ হয় । বাছ চালকৰ জীৱন বিষয়বস্তুটো সাধাৰণতে কোনেও নভবা এটা লিখনৰ বিষয় । লিখক হিচাপে তেখেতলৈ অশেষ শুভকামনা ।

  • @NitasKitchen
    @NitasKitchen 3 ปีที่แล้ว +172

    মোৰ বাল্য বন্ধু ৰূপমক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ, তুমি আৰু আগুৱাই যোৱা , শুভকামনা থাকিল

    • @kandarparay3710
      @kandarparay3710 3 ปีที่แล้ว +9

      বাইদেউ আপুনি মোক ৰুপম দাদাৰ লগত চিনাকি কৰি দিব পাৰিব নেকি ।।।।
      মোৰ বহুত ইচ্ছা আছে ৰুপম দাদাক লগ কৰিব আৰু দাদাৰ লগত থাকি কাম শিকিব ।।।
      বাইদেউ আপোনাক অনুৰোধ কৰিছোঁ আপুনি মোক দাদাৰ লগত চিনাকি কৰি দিয়ে যেন ।।

    • @santanudeka9324
      @santanudeka9324 3 ปีที่แล้ว +3

      Bhal lagil

    • @santanudeka9324
      @santanudeka9324 3 ปีที่แล้ว +3

      Nita muk rupom da lagt Denali kore debo neaki

    • @santanudeka9324
      @santanudeka9324 3 ปีที่แล้ว +3

      Bahut bhal lagil

    • @humble_assam
      @humble_assam 3 ปีที่แล้ว +5

      Agte dekhn matibo xuja nasili toi, sini npuwar vaw loisili 🤬🤬🤬

  • @Pankoj1743
    @Pankoj1743 3 ปีที่แล้ว +92

    খুব সুন্দৰ লাগিল। মই traveling খুব ভাল পাওঁ। প্ৰণয় দা আপুনি night bus ত গৈ ৰাতিৰ সম্পূৰ্ণ এটা journey ৰ ভিডিঅ লাগে।মই জানো এনেধৰণৰ ভিডিঅ আপোনাৰ বাহিৰে বেলেগে দিব নোৱাৰে । কাক কাক লাগে like কৰা
    👇

  • @madhurjyaborahmaina6115
    @madhurjyaborahmaina6115 3 ปีที่แล้ว +8

    আজি প্ৰায় ১০ - ২২ বছৰ night super ত অহা যোৱা কৰি আছোঁ। নমা সময়ত দাদা যাব দেই thank you বুলি কওঁ, তেতিয়া সেই চালক জনে যিটো হাঁহি মাৰে মন ভৰি যায়। 😊

  • @riturajkashyap8069
    @riturajkashyap8069 3 ปีที่แล้ว +63

    অতি সুন্দৰ অনুষ্টান, বহুজন অনুপ্ৰানিত হৈছে এই অনুষ্টান চাই।

  • @prabindoley9602
    @prabindoley9602 3 ปีที่แล้ว +56

    আপুনি এজন প্ৰেৰণা।❤️

  • @mukulgogoi1453
    @mukulgogoi1453 3 ปีที่แล้ว +121

    ৰূপম দা কিতাপ খন হিন্দী অনুবাদ কৰিলে গোটে ভাৰততে জনপ্ৰিয় হব ।

  • @assamesetimes9147
    @assamesetimes9147 3 ปีที่แล้ว +41

    আজিৰ পৰা গাড়ীৰ পৰা নামিয়েই চালকক ধন্যবাদ দিমেই

    • @Truckingvlogsassam
      @Truckingvlogsassam 3 ปีที่แล้ว +3

      সুন্দৰ মনোভাৱ কাৰণ আমাৰ দৈনন্দিন জীৱনত ড্ৰাইভাৰ অামাৰ লগত জড়িত হৈ থাকিব

  • @bikramdas284
    @bikramdas284 3 ปีที่แล้ว +10

    I know driver's life well. Because I am also driver's son. My Father served as a driver for 35 years. In starting he had driven Night Super, Day Super and various line buses. After 20 years he had started to drive Truck and upto 15 years he drove Truck. At present, my younger brother has involved in this driving profession last several years. Therefore, I respect you and your profession.

  • @gitashridohutia4804
    @gitashridohutia4804 3 ปีที่แล้ว +3

    27 নবেম্বৰত যেতিয়া গুৱাহাটী গৈছিলো |28 নবেম্বৰত ISBT নামিছো..যি জনে আমাক ইমান ধুনীয়াকৈ আমাৰ গন্তব্যস্থান পোৱাছিল..নামোতে তেখেতক Thank you দি নামিছো |

  • @rakhisonowal104
    @rakhisonowal104 3 ปีที่แล้ว +60

    বহুত ভাল লাগিল।।মোৰ দেউতাও নৈশ বাছৰ গাড়ী চালক

  • @bhaskarsaikia4716
    @bhaskarsaikia4716 3 ปีที่แล้ว +15

    Rupam da apunar thought process k moi literally salute karisu...... Bcoz apuni proof kari dile j changes bring success... I hope apunar message amar axomar deka hokole khub bhalkoi bujibo aru bahiror State loi jua poisa khini akhomote roi jabo..... Moi DELHI t thaku aru gari solia khub bhal Pau so.... Dinot MNC company t sakori karu aru rati gari salau,,,gari solua feel tue beleg,,, thank u for being with us and PRANAY DA you're doing fabulous job heads up to you....... 👏👏👏👏👏

  • @sadhanadutta6625
    @sadhanadutta6625 3 ปีที่แล้ว +8

    Thank you Rupomda.......n thanks to all Driver.. .👌👌

  • @assameselifestylesmitasvlo2128
    @assameselifestylesmitasvlo2128 3 ปีที่แล้ว +2

    ক'ব ভাষা নাই.. বহুত ভাল লাগে এনেকুৱা প্ৰেৰণাদায়ক মানুহ সেয়ে বহুত বাৰ চাইছোঁ । আপোনাৰ নিৰোগী দীৰ্ঘায়ু কামনা কৰিছোঁ।😊☺️

  • @polyneog5130
    @polyneog5130 3 ปีที่แล้ว +11

    মনত আছে আপোনাৰ প্রথম তিনিচুকীয়া হাঁহ মাংখ কিমান যে আনো ৰঙা আৰু মই মানিমুনি ✌🙏👍👌

  • @ashitdas2413
    @ashitdas2413 3 ปีที่แล้ว +10

    Orginal hero rupom da..we proud of Assam...

  • @bhargabdeka3121
    @bhargabdeka3121 3 ปีที่แล้ว +2

    সচাই এক বিচিত্র অভিজ্ঞতা দেই আৰু ৰূপম দা ক মই কি কম ভাষা পোৱা নাই একো ।।
    এটা ৰাতিৰ যাত্ৰাৰ ভিডিও লাগে প্ৰণয় দা ☺️☺️☺️ প্ৰণয় দা ক ধন্যবাদ জনালোঁ দেই ।।

  • @biradattadas9216
    @biradattadas9216 3 ปีที่แล้ว +10

    Thank you very much to Rupam Dutta and Pranay Bordoloi with narration of life of a Driver.

  • @pinkukrdas2828
    @pinkukrdas2828 3 ปีที่แล้ว +23

    ৰূপম ডাঙৰীয়াক যোৱা ২জানুৱাৰীত চান্দমাৰীৰ গ্ৰন্থ মেলাত দেখিছিলো কিন্তু দুভাগ্য তেখেতক লগ কৰি একাষৰ শুভকামনা যাচিব নোৱাৰিলো

  • @dhrubajyotiassam1582
    @dhrubajyotiassam1582 3 ปีที่แล้ว +6

    Rupam Da... You are a inspiration to all....

  • @lovetotravel9893
    @lovetotravel9893 3 ปีที่แล้ว +14

    বহুত ভাল লাগিল চাই😍😍

  • @mukulgogoi1453
    @mukulgogoi1453 3 ปีที่แล้ว +16

    ৰূপম দা আগুৱাই যোৱা

  • @binoyhazarika6054
    @binoyhazarika6054 3 ปีที่แล้ว +5

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ, লগতে আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ৷

  • @bitupangogoi4615
    @bitupangogoi4615 3 ปีที่แล้ว +2

    ৰূপম দা আপোনাক লগ পোৱাটো মোৰ বহুতেই পলম হৈ গ'ল । ৫বছৰ মানৰ আগত আপোনাক লগ পোৱা হলে,, আপোনাৰ লগত কাম কৰিলো হেতেঁন ।মোৰো প্রেৰণা, Air bus , Day supper, Night supper চলাব'লৈ ইচ্ছা আছিল ।।ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু শ্রদধা জনালোঁ ।।।

  • @basanatakalita7241
    @basanatakalita7241 3 ปีที่แล้ว +7

    খুব সুন্দৰ অনুষ্ঠান,বহুত ভাল লাগিল৷

  • @dipshikhagogoi9427
    @dipshikhagogoi9427 3 ปีที่แล้ว +12

    👏👏👏👍 moy 3ta show sasu Rupam da hasakoya Val legesa,keba aamane nalaga, God bless you 🌈🌈

  • @rupalibora7767
    @rupalibora7767 3 ปีที่แล้ว +2

    বৰ অভিভূত হলো সাক্ষাৎ কাৰ টো চাই,বৰ ভাল লাগিল ,তেখেতৰ আৰু ভাল হওঁক তাৰে কামনাৰে

  • @nabajitgohain8137
    @nabajitgohain8137 3 ปีที่แล้ว +9

    ৰূপম দাদাৰ আৰু এনেকুৱা কথা আছে আৰু লাগে তেওঁৰ ভিডিও

  • @sanjeevanhazarika3462
    @sanjeevanhazarika3462 3 ปีที่แล้ว +2

    Ekdom Bindaas manuh....Life tu eneke enjoy kori thakibo lage...
    Bohut kotha hikuwai dise amar hokoluke.

  • @atikulislam6579
    @atikulislam6579 3 ปีที่แล้ว +7

    Salute to Driver /Writer Rupam dev o loi .

  • @nandinipuspanjalisaikia9026
    @nandinipuspanjalisaikia9026 3 ปีที่แล้ว +15

    Proud of you.

  • @abhijeethdr5920
    @abhijeethdr5920 3 ปีที่แล้ว +4

    Thank You 🙏 very much.... dada...nd driver dada s...all 🙏

  • @nilusvlog6552
    @nilusvlog6552 3 ปีที่แล้ว

    বহুত ভাল লাগিল কিতাপ খন পঢ়ি।। ৰূপম দাৰ চালক জীৱনৰ কাহিনী বোৰ সঁচাকৈয়ে ভাল লাগিল।। ৰূপম দা আৰু অংকিতা বৌক লগ পোৱাৰ প্ৰবল ইচ্ছা আছে।।।কিতাপখনৰ সোৱাদ লৈ "মানিমুনি প্লাছ" ৰও সোৱাদ লবলৈ মন গৈছে।।

  • @jatinmorang2916
    @jatinmorang2916 3 ปีที่แล้ว

    দাদাক ,অশেষ ধন্যবাদ আৰু বহুত শুভকামনা জনাইছো,আপুনি এটা কথা স্পষ্ট ভাৱে বুজাই দিলে যে-যি কোনো কাম সৰু ডাঙৰ বিচাৰ নকৰি অন্তৰৰপৰা মনে-প্ৰানে ভাল পাই কৰ্ম কৰি গলে জীৱনটো সুন্দৰ ভাৱে আগবাঢ়ি যাব পাৰি।সদৌ শেষত কও আপুনি সুন্দৰ সুন্দৰ লিখনি ৰাইজক উপহাৰ দি লিখক হিচাপে জীৱনটো আগবাঢ়ি যাওক আমাৰ সদায় শুভকামনা আছে আৰু থাকিব।

  • @Himangkhu
    @Himangkhu 3 ปีที่แล้ว +6

    বৰ ভাল লাগিল... তনুজ দা মানুহটো বৰ খোলা অ.... বৰ আপোন আপোন লাগিল কথাবোৰ শুনি। 👏😁 তেওঁলৈ বহু মৰম ও শুভেচ্ছা।। 💐।।

  • @tulumahazarika8638
    @tulumahazarika8638 3 ปีที่แล้ว +2

    বহুত সুন্দৰ অনুষ্ঠান দাদা , ৰূপম দত্ত ডাঙৰীয়ালৈ বহুত বহুত শুভ কামনা জনালো

  • @sagarjyotibaruah3728
    @sagarjyotibaruah3728 3 ปีที่แล้ว +6

    নিজৰ বৃত্তিটোক সকলোৱে শ্ৰদ্ধা কৰা উচিত।কামৰ সৰু-বৰ নাই। আপোনাৰ চিন্তাক নমস্কাৰ জনাইছোঁ।

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 3 ปีที่แล้ว +4

    বহুত ভাল লাগিল। মোৰ মানুহ জন এজন চালক হয়।

    • @Truckingvlogsassam
      @Truckingvlogsassam 3 ปีที่แล้ว

      মই এজন চালক লগতে বিভিন্ন ধৰণৰ video বনাও 😜😜

  • @purabichetia3799
    @purabichetia3799 3 ปีที่แล้ว +3

    Rupam da thank you thank you so much..God bless you🙏🙏🙏

  • @vartybora4401
    @vartybora4401 3 ปีที่แล้ว +3

    Jibon jibon bor Anupom!!!! Rare personality... He is just passionate to Driving.... 👍👍🙏

  • @paharidutta8509
    @paharidutta8509 3 ปีที่แล้ว +6

    Inspire me a lot.... ur hobby is really so good... Rupam da 👌👌 God bless you in every step of ur life 🙏🙏

  • @Tkdrakesh123
    @Tkdrakesh123 3 ปีที่แล้ว +5

    Rupam da mur falor pora apunk thanks. Dada apuni aru aguai jawk .❤️💐

  • @rarelybeast
    @rarelybeast 3 ปีที่แล้ว +11

    Waiting for another interview. On his love life and family. Parent's version please

  • @dhrubajittalukdar661
    @dhrubajittalukdar661 3 ปีที่แล้ว +5

    Val lagil Video tu sai, nijor profession k xadai vaal pabo lage, thanxs Rupam Daa

  • @bipulsarmah7276
    @bipulsarmah7276 3 ปีที่แล้ว +6

    Thank you .Rupom da 🙏🙏🙏🙏🙏🙏

  • @amalekhjyotigogoi7535
    @amalekhjyotigogoi7535 3 ปีที่แล้ว +1

    Ata dhanyabaad pranay dar babeu thakil.. Tnx Rupam daak hanmukhot uliyai anar babe...

  • @jishanexperiment6156
    @jishanexperiment6156 3 ปีที่แล้ว +5

    সচাঁ অৰ্থত বিপ্লৱী , অভিন্দন

  • @nazibulislam6876
    @nazibulislam6876 3 ปีที่แล้ว +3

    Congratulations Rupam da... Apunu aru aguwai jowa

  • @abinashdas8094
    @abinashdas8094 3 ปีที่แล้ว +1

    ইমান সহজ-সৰল মানুহজন ৷ আগুৱাই যাওঁক আপুনি ৷

  • @debajanibaruah330
    @debajanibaruah330 3 ปีที่แล้ว +1

    ৰূপমৰ অন্তৰ খোলা সচা কথাখিনিয়ে অন্তৰ চুই গল। শুভকামনা থাকিল।

  • @satyabittuuu6720
    @satyabittuuu6720 3 ปีที่แล้ว +10

    Punjabor 80% lora a Driver ... aamar eyat aaru driver hole xonmai jai buli vabe.... Rupam da 🙏🙏🙏

  • @priyankuchetiapator2756
    @priyankuchetiapator2756 3 ปีที่แล้ว +10

    moja manuh dei aijon.. val lagil 😊👍

  • @as-04rider74
    @as-04rider74 3 ปีที่แล้ว +2

    Rupom dada ,aapunak Thank you....💖💝💝💝

  • @salimchoudhury8896
    @salimchoudhury8896 3 ปีที่แล้ว +4

    Thanks for showing the video of one life of drivers

  • @abhijitgogoi3436
    @abhijitgogoi3436 3 ปีที่แล้ว +6

    Very interesting .god bless you rupom da

  • @phaniborah9858
    @phaniborah9858 2 ปีที่แล้ว

    বৰ ভাল লাগিল , মন চুই গ'ল ,লগ কৰিম তিনিচুকীয়াত |

  • @wahidurrahman5686
    @wahidurrahman5686 3 ปีที่แล้ว +3

    Khosai bor vl lgil rupom da apuni amak bohot ushah disa gari driver hisape

  • @tinagayary7097
    @tinagayary7097 3 ปีที่แล้ว +2

    Thank you Rupam da👍👍👍

  • @rupamdas7277
    @rupamdas7277 3 ปีที่แล้ว +4

    মানুহজন খুব খোলা মনৰ। 💙

  • @nirabphukan7122
    @nirabphukan7122 3 ปีที่แล้ว +3

    Mr.Rupom I am proud to your profession. God bless u . Thanks .Happy New year I am from Dibrugar.

  • @randipkalita4804
    @randipkalita4804 3 ปีที่แล้ว +1

    Driver is the best
    Life সহজ নহয়
    ৰূপম দা 💖

  • @mainabarman4477
    @mainabarman4477 3 ปีที่แล้ว +2

    ৰূপম দা ধন্যবাদ আপোনাক বহুত

  • @sarmaji92
    @sarmaji92 3 ปีที่แล้ว

    বহুত ভাল লাগিলে অনুষ্ঠানটো চাই সচাকে। ৰূপম দাৰ কথাবোৰ শূনি কাম কৰি যোৱাৰ এটা সাহস পালু। বহুত বহুত শুভকামনা থাকিল আপোনালৈ 🙏

  • @rubulnath3988
    @rubulnath3988 3 ปีที่แล้ว +7

    Kitap khon porhi val lagil dada,,,Aapuni aru aguai jauk Tare kamona korisu,,,

  • @nirupjyotidasdhunu.4105
    @nirupjyotidasdhunu.4105 3 ปีที่แล้ว +4

    বৰ ভাল লাগিল দেই ॥

  • @rupamkalita1693
    @rupamkalita1693 3 ปีที่แล้ว +2

    "Life of a driver". Masterpiece ❤️..

  • @basantabora1272
    @basantabora1272 3 ปีที่แล้ว +4

    Eijon manuhok driver buli koboi nuari,dadar jikhini gun ase hoitu bohut val manuhore nai,val lagil bohut👌👌👌👌👌

  • @antumonisaikiamusical8747
    @antumonisaikiamusical8747 3 ปีที่แล้ว +1

    বহুত ভাল লাগিল আপোনাৰ চিন্তাধাৰ বহুত উন্নত।

  • @sushilhazarika9659
    @sushilhazarika9659 3 ปีที่แล้ว +2

    Rupom da is the best driver.he is not also driver he is God of driver.

  • @priyankasharma5563
    @priyankasharma5563 3 ปีที่แล้ว +27

    Very intersting Rupam da.god bless you.

    • @bikramsonowa3334
      @bikramsonowa3334 3 ปีที่แล้ว

      Good morning

    • @renubegum3699
      @renubegum3699 3 ปีที่แล้ว +1

      Very good and very nice👍👍👍👌👌👌👌

    • @gourisankardevnath933
      @gourisankardevnath933 3 ปีที่แล้ว

      Rupam da phone numbartu dibanaki ? Mur phone no 9101820593.

  • @pushpanjaligogoi8282
    @pushpanjaligogoi8282 3 ปีที่แล้ว

    বহুত বহুত ভাল লাগিল অনুষ্ঠান টো চাই । কিতাপখন পঢ়িবলৈ বহুত মন গৈছে । পৰীক্ষা শেষ হোৱাৰ পাছত নিশ্চয় পঢ়িম 👍👍

  • @hujiatubinikram7775
    @hujiatubinikram7775 3 ปีที่แล้ว +2

    Very very amazing show..salute Rupam Dutta dada..👏👏👏👏👍👍👍👍

  • @pupuluborah9057
    @pupuluborah9057 3 ปีที่แล้ว +1

    Aajir dinot ajon vl loga manuh. Mon pran sui jai, God bless you.

  • @kanchanincommunication1384
    @kanchanincommunication1384 3 ปีที่แล้ว +2

    aya e real hero khati asomiya giri rupam da zindabad

  • @beautisivsagar2354
    @beautisivsagar2354 3 ปีที่แล้ว +2

    Thanks for your driver life

  • @gminformative8813
    @gminformative8813 3 ปีที่แล้ว +31

    দাদা, আপুনি বৰ ৰসাল।। আপুনি যিমানে কথা কয় আমনি অলপো নালাগে।।

  • @ranugogoi6776
    @ranugogoi6776 3 ปีที่แล้ว +1

    Videotu sai bohut bhal lagil moi videotu sai thaku

  • @jintumanikalita155
    @jintumanikalita155 3 ปีที่แล้ว +4

    Thank you dada.
    You are outstanding 🧡🧡🧡🧡

  • @Jyotirmoy012
    @Jyotirmoy012 3 ปีที่แล้ว +2

    #Thankyou#thankyoubusdriver

  • @ditimonirajbongshi3222
    @ditimonirajbongshi3222 3 ปีที่แล้ว

    Thanks dada bohut vall lagily apunar kothabur. Duliyajan jam apunar busot

  • @barunkalita6164
    @barunkalita6164 3 ปีที่แล้ว +1

    Khub vhl lgil rupom da apunr interview tu sai.Apunr life of a driver kitap khn nisoi podhim

  • @lekhonidasboruah8418
    @lekhonidasboruah8418 3 ปีที่แล้ว +2

    মই বাছত গ'লে মা চালকক ধন্যবাদ সদায় জনাও। এইটো মোৰ অভ্যাস।

  • @bikashkataky8961
    @bikashkataky8961 3 ปีที่แล้ว +4

    Life of drivers will improve further after completion of 4 lane highways construction.👍

    • @bikramdas284
      @bikramdas284 3 ปีที่แล้ว

      2, 3 years will take to complete the highway from Numaligarh to Dibrugarh.

  • @biswajitbharali8362
    @biswajitbharali8362 3 ปีที่แล้ว +5

    May God brings u more happiness👍

  • @sagargogoi94
    @sagargogoi94 3 ปีที่แล้ว +3

    Rupam da Rocks 🤘🤘🤘

  • @ghonakantagogoi2666
    @ghonakantagogoi2666 3 ปีที่แล้ว +1

    Hundor haikhyaatkar vaal lagil sir.. bordoloi sir. U r great

  • @user-zi7vw1db6f
    @user-zi7vw1db6f 3 ปีที่แล้ว +2

    Rupom da best.... Nd truck driver or interview louk sun

  • @frnexgaming8402
    @frnexgaming8402 3 ปีที่แล้ว +3

    Bohut vl lagil kitap khn❤️

  • @keshobdas4166
    @keshobdas4166 3 ปีที่แล้ว +18

    বহুত ধুনীয়া drive কৰে।

  • @binodraut3827
    @binodraut3827 3 ปีที่แล้ว +2

    Thanks

  • @pjuktv3670
    @pjuktv3670 3 ปีที่แล้ว +2

    ভাল লাগিল ।সুন্দৰ

  • @unitedbnkofjapa5968
    @unitedbnkofjapa5968 3 ปีที่แล้ว +1

    thnku 4 ropom da..

  • @smritibaruwa5223
    @smritibaruwa5223 3 ปีที่แล้ว

    Rupam da you r real HERO.......GOD bless u.....agni jugar phirigathi tumi.....natun axom ghorisa tumi👍🏻.....salute to you

  • @parismitabharali433
    @parismitabharali433 3 ปีที่แล้ว +2

    Thank you

  • @rajibpegu9599
    @rajibpegu9599 3 ปีที่แล้ว +4

    God bless you,salute

  • @phuleshwardeka9686
    @phuleshwardeka9686 3 ปีที่แล้ว +3

    বহু ধন্যবাদ আপনাক

  • @bhaskarsaikia4716
    @bhaskarsaikia4716 3 ปีที่แล้ว +9

    Love your proffession ....aeutkoi aru big example nai