কেনেকৈ কোটিপতি হ'ল বিতুপন দাস ? how to become rich?
ฝัง
- เผยแพร่เมื่อ 21 ต.ค. 2021
- কেনেকৈ কোটিপতি হ'ল বিতুপন দাস?
তিনি বছৰত ব্যাপক পৰিৱৰ্তন
ব্যৱসায়িক ভাৱে সফল হোৱাৰ কেইটামান টিপছ
Direct selling আৰু Online marketing কি?
চক্ৰপাণি পৰাশৰৰ সৈতে বাৰ্তালাপ
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
বুমনি দাদায়ে উল্লেখ কৰাৰ দৰে সৰুৰে পৰা আপোনাৰ জীৱনৰ ঘাত-প্ৰতিঘাতবোৰ দেখি আহিছোঁ আৰু সেই সমূহ অতিক্ৰম কৰি আপোনাৰ সফলতা দেখি আমি সকলো গৌৰাম্বিত অনুভৱ কৰোঁ ❤অতি সুন্দৰ 💐
শিৱসাগৰৰ পৰা মৰম জনালোঁ। ময়ো ছাৰৰ আদৰ্শৰে ব্যৱসায়ত আগবাঢ়ি গৈছোঁ। যুৱ প্ৰজন্মৰ মাজত Business টো লৈ যোৱাৰ বাবে অহৰহ চেষ্টা চলাই আছোঁ। মোৰ বয়স বৰ্তমান ২২ বছৰ।
আগবাঢ়ি যোৱা ভগৱানৰ আশীৰ্বাদ সদায় থাকিব ভালে থাকা অসমীয়াৰ গৌৰৱ
সমাজ ৰ আদৰ্শ মানুহ, বহু ধন্যবাদ
প্ৰবল আত্মবিশ্বাস থাকিলে যিকোনো অৱস্থাৰ পৰাই যে জীৱনৰ গতিপথ সলনি কৰিব পাৰি, তাৰেই বাস্তব উদাহৰণ- শূন্যৰ পৰা গৈ সফল হোৱা ব্যক্তি বিতোপন দাস । 'বাৰ্তালাপ' অনুস্থানটিৰ যোগেদি তেখেতৰ সংগ্ৰামী যাত্ৰাৰ আভাষ দিয়া বাবে চক্ৰপাণি পৰাশৰক ধন্যবাদ জনালো ॥
দেউতা তকৈ মহান ব্যক্তি সংসাৰত নাই। মোৰ জীৱনৰ বিশেষ ব্যক্তি কেৱল দেউতা। দেউতা❤️🙏😘
দেউতা😍🙏
🙏
@@arjumabegum1290
Dr hu ko ji. Ni
6 FM goIn
Good job.khub bhal lagil.
মানুহ জনৰ কথা বতৰা বোৰ শুনি বহুত ভাল লাগিল ।
Our mentor Bitopan das sir🙏🙏
বাৰ্তা লাপ এটি সুন্দৰ অনুষ্ঠান।বহুত কথা শিকিব পাৰি আৰু বিতুপান দাস দাৰ পৰা বহুত কথা শিকিছো
Nice programme
Make More Videos on Share Market Options Trading From Successful Trader of Assam , Which Give More Financial Knowledge.
Bahut val laghile bitupaan kotha khini xuni asholmote sesta a dangir manhu hoi Bitupaan da kosto korishile aru hai kosto Kori aji ajon corore booti manhu xole thanku chakro Moni parakhar da ♥️💪 bahut val laghile episode to sai bartalap. Agor apisode buro dhuniya laghishile Sai keep going 💪👍😊😊❤️
ভাল লাগিল। বিতুপন দা লৈ বহুত মৰম আৰু শুভেচ্ছা 💐
Our mentor Bitupan Das sir Great energetic dynamic leader
অতি সুন্দৰ।বৰ ভাল লাগিল কথাবোৰ শুনি।
Great news Bitupan sir.
সমাজৰ আদৰ্শ ব্যক্তি সচাঁ মানুহ ।সুন্দৰ বাৰ্তালাপ ।দুয়োজনকে যাচিছোঁ হিয়াভৰা আন্তৰিক অভিনন্দন শুভ কামনাৰে অশেষ ধন্যবাদ ।
You are the ideal person of Assam Direct Selling Industry.... Sir..
Andharor pisottt puhor ahee ❤❤❤❤love from amguri.val lagil
Excellent example of direct selling.
Absolutely right katha kaisa dada
চক্ৰ দা বহুত ভাল লাগিল
অশেষ ধন্যবাদ জ্ঞাপন জনাইছোঁ আপোনালোকলৈ
দাদা মই নিতু ই ওদালগুৰি জিলা ৰ টংলা ৰ পৰা আপোনাক আৰু আপোনাৰ আজিৰ অতিথি বিতুপন দাস ছাৰ লৈ শ্ৰদ্ধা নিবেদিছো।ময়ো Mi lifestyle ৰ এজন নতুন প্ৰজন্মৰ নতুন ব্যৱসায়ী।ভাল লাগিল ছাৰ ৰ জীৱনীৰ কথা শুনি।🙏🏼🙏🏼🙏🏼
বুজাই কব পাৰিব নেকি
Help kuriba sun moko moyo Tanglare hoi
@@dineshrabha3031 aponk lg pm knke.. contact number tu dia
চাৰক লগ পাইছোঁ কিছু কিছু চেমিনাৰত । ভাল লাগিল আপোনাৰ কথাবোৰ।
@@khaninmusical6674 mk contak kora
Sir aapunk selut jonaisu ...aapunr Dore aejon manuh aamar homajor karone aadrokh ...good luck sir ...ru success hoi aapuni aagoloi
Bohut utsha palu..
Thank you so much..
Aponar kotha bilak huni bhal lagil
দাদাৰ কথা শুনি বহুত ভাল লাগিল
সচাকৈয়ে খুব ভাল লাগিল ভিদিওটো 🙏
Very inspiring
Moi ata katha Janu,kastar phal mitha..kam kori jabo lage.. Success definitely hoboi👍🙏
বহুত ভাল লাগিল।
Bohut sundr anusthan
Val lagil bitupan da k dekhi. Love from Teok
Bitupan das Sir apunar bartalap xuni bahu upakrito holu ..bahut dhanyabad jonalu apunak
You are great Bitupon Sir.. ❤❤👍👍✌✌🤗🤗🙏🙏🙏🙏👏👏👏👏
Bitupan Sir🙏 u r Great
কৰ্মই ধৰ্ম ।
সুন্দৰ উপস্থাপন ।।
Love 💕 from Darjeeling ❤️❤️❤️
দাদা বহুত ভাল লাগিল আপোনাৰ কষ্টৰ ফল দেখি...বহুত বহুত শুভকামনা
Salute.
Welldone Bitu...Go ahed👍👍👍
কষ্টৰ ফল সঁচাকৈ মিঠা হয়। ৭বছৰ মানৰ আগত লগ পাওঁতে বহুত কষ্ট কৰিব পৰা এজন সাধাৰণ ব্যক্তি হিচাপে কথা হৈছিল। আজি তেখেতৰ এই সফলতাক সন্মান জনাইছোঁ 🙏 আশা কৰিছোঁ তেখেতৰ পৰা আন বহু জনে কৰ্মত কষ্ট কৰিবলৈ উৎসাহিত হওঁক 🙏🙏
BHOUT VALL LAGIL 💖
বিতু পন দালৈ বহুত বহুত ধন্যবাদ থাকিল পীড়া কটা যোৰহাট
ভাল লাগিল
Great bitupan sir 👍
বহুত ভাল লাগিল ভিডিঅ টো চাই
Hosakoi manuhor enekuwai hob lage dada.moi dhokuwakhona basudeb thanor pora koisu.bohut bohut thonybad
Amr guruji🥰🙏🙏
Awww bitupon sir... sivsagarian🙏🔥🔥
Bahut dhunia kotha apunar channel r pora hikibo parisu. Hofol manuhor pora hofol hobole prerona pabo pari .
ITC BITUPAN DAS SIR.. ITS A GREAT PERSONALITY SUCCESSFUL MAN.. DIRECT SELLING INDUSTRY MAKES LOTS OF SUCCESSFUL PEOPLE LIKE BITUPAN SIR..
MI LIFESTYLE MARKETING GLOBAL PVT.LTD. INDIA NO 1 DIRECT SELLING COMPANY MAKES HUGE NO OF SUCCESSFUL PEOPLE GLOBALLY LIKE BITUPAN SIR & MORE.. !!
#JAI MI LIFESTYLE 🙏
বহুত বহুত ভাল লাগিল sir আপোনাৰ এই অনুষ্ঠানৰ দ্বাৰা নৱ প্ৰজন্ম ক বহুত অনুপ্ৰেৰণা যোগাব sir,,বৰ্তমান মইও এই অনুষ্ঠানৰ লগত কাম কৰি আছোঁ।।sir🤷🤷🤷
Jjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjkjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjji8jijiijiiiii8iy
Bohut bhaal lagil 🙏🙏
Congratulations Das sir
Great selut Brother
Good moments sir 👍
Hardworking kora Manu e hosai hofol hoi👍
Val lagesa
ভাল লাগিল দাদা ।
Waiting for next Video
Bohut vl lagil...time uliyai saisu aitu video
Dada, Proud of You
এটা কথা শুনি বুজি পালো Amway সকলো direct selling industry ট সকলোতকৈ পুৰণি। 🙏
Mi lifestyle marketing pvt limited is going to be the number 1 mlm marketing in the world
👍👍
Bht motivated holu ktha gta huni
Something special encourage I got.....
Val lagil
Vl lagil interview tu sai
Great sir 🙏
Dear Bitupan.
Congretulation.
Video sai bohut val lagil birupan da happy man
🙏
বিতুপন দাদা ৰ সৈতে একেখন গাওঁৰ বুলি কৈ গৌৰৱ কৰোঁ।।
Joy mi lifestyle
Val lagil sir 🙏🙏🙏
Great
Congratulation.
সুন্দৰ
Bitupon Sir Well Come 🙏🙏🙏🙏👍👍👍👊👊
অতি সুন্দৰ । বহুত ভাল লাগিল । এনেকুৱা ভিডিঅ আকৌ কৰিব ডাইৰেক্ত চেলিংৰ ওপৰত । ধন্যবাদ ।
বৰ ধুনীয়া
Bohut bohut dhony bad thakil
Val lagil bht
Apuni dhoinoy bro 😍😍🙏🙏🙏
Bohu peronamulok video
Great Sirji ❣️... This is the Power of Network Marketing ✌️✊
Great work
2021century in india best bussines of network marketing
Thank u sir
val lagil 🙏🏻🙏🏻🙏🏻
🔥🔥
HearT is key 💜❤️ to tHE succsseD.....dada....
Hundor bitupon da
Dhainabad. Dada. Apunar. Kahini
Perfect person
Next Future-Digital Marketing And data analytics
Val lagise
Very nice sir.
Nice da
Dada bohut val lagise moiu dada logot kam koribo bisarisu kinkua company tut join kore jonabo buli akha korisu
Positive Life
Congrasulation sir