ভোট দিব কাক? কি ক’লে বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে?

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ต.ค. 2024

ความคิดเห็น • 281

  • @BinandaBorah-n6r
    @BinandaBorah-n6r 7 หลายเดือนก่อน +26

    প্ৰথমে মই উদিয়মান সাংবাদিক জনক ধন্যবাদ জনাম, সম্পাদকৰ লগতে বাকী ছাত্ৰ ছাত্ৰী কেইজনকো ধন্যবাদ জনালো । ধন্যবাদ তোমালোকৰ পদক্ষেপ আৰু মানসিকতা। তোমালোকৰ দৰে যুৱ প্ৰজন্মই গৌৰৱ গগৈ দৰে উদিয়মান স্বচ্ছ, নিকা আৰু তীক্ষ্ণতৰ নেতাৰ সৃষ্টি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব। ৰাজনীতিৰ পথাৰখন পৰিস্কাৰ হ'ব আৰু অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষই উজ্বলি উঠিব।
    ধন্যবাদ।

  • @DeepGogoi-q1j
    @DeepGogoi-q1j 7 หลายเดือนก่อน +14

    মানস তুমি সদায় এনেদৰে উচ্চ চিন্তাধাৰাৰ বাৰ্তা সমাজৰ হকে প্ৰেৰণ কৰি যাবা বুলি আশা ৰাখিলোঁ!❤ সৎ সাহসী আৰু শক্তিশালী কণ্ঠৰে অসমীয়া জাতি আৰু অসম খনৰ বাবে সদায় শুভচিন্তক হৈ থাকিবা । লগতে পঢ়া-শুনা ও সঠিক ভাৱে বৰ্তাই ৰাখিবা । May God bless you.✨ We want all of our educated new generation must follow right path.

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen2679 7 หลายเดือนก่อน +14

    Best step, সুন্দৰ চিন্তাধাৰা, best opinion , গণতন্ত্ৰৰ জয় হওক , thank all.

  • @PriYamHA
    @PriYamHA 7 หลายเดือนก่อน +62

    মানৱ তোমাক ধন্যবাদ।

  • @tmnoobbiswa2m718
    @tmnoobbiswa2m718 7 หลายเดือนก่อน +34

    বি বৰুৱা কলেজৰ সাধাৰন সম্পাদক জনৰ মনৰ কথাবোৰ চিৰন্তৰ সচা কথা । ধন্যবাদ থাকিল ।

  • @ritumonideka7749
    @ritumonideka7749 7 หลายเดือนก่อน +38

    সাধাৰণ সম্পাদক মহোদয় তোমাক ধন্যবাদ

  • @budheswarnath6516
    @budheswarnath6516 7 หลายเดือนก่อน +26

    সাঃ সম্পাদক জনৰ কথা খিনিত আমাৰ এক মত !!

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l 7 หลายเดือนก่อน +13

    বহুত ভাল কথা কৈছা তুমি ,সকলো নৱ প্রজন্মই ভৱিষ্যতৰ কথা চিন্তা কৰি ওলাই আহি ৰাইজক সজাগতা সৃষ্টি কৰিব লাগে তেতিয়াহে অসম তথা ভাৰতবৰ্ষৰ আগবাঢ়ি যাব।

  • @tonikpegu8887
    @tonikpegu8887 7 หลายเดือนก่อน +16

    মানসৰ চিন্তা ধাৰা আৰু কথাবোৰে মন চুই গৈছে

  • @user-ed5sw6hk4s
    @user-ed5sw6hk4s 7 หลายเดือนก่อน +16

    সুন্দৰ কথা কৈছে

  • @lmtajuddin7786
    @lmtajuddin7786 7 หลายเดือนก่อน +40

    গৌৰৱ গগৈ জিন্দাবাদ ❤❤❤❤

  • @Rafiqulhoque-y8p
    @Rafiqulhoque-y8p 7 หลายเดือนก่อน +8

    Thanks to all students of B Baruah college

  • @subratadey9156
    @subratadey9156 7 หลายเดือนก่อน +3

    মানসৰ স্পষ্ট কথা শুনি বৰ ভাল লাগিছে। তেখেতৰ ভবিষ্যত আগবাঢ়ি যোৱাৰ কামনাৰে।

  • @rofiqulislam1080
    @rofiqulislam1080 7 หลายเดือนก่อน +16

    মানসৰ মন্তব্যক মই এশ শতাংশই সমৰ্থন কৰোঁ আৰু তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ!!

  • @DipEntertainment-km8xh
    @DipEntertainment-km8xh 7 หลายเดือนก่อน +6

    সুন্দৰ মন্তব্য তোমাৰ। ধন্যবাদ তোমাক।❤

  • @Akash76192
    @Akash76192 7 หลายเดือนก่อน +45

    Gourav gogoi zindabad 🎉🎉🎉🎉❤❤

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI 7 หลายเดือนก่อน

      Gaurob Gogou murzabad, Gourab harib

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI 7 หลายเดือนก่อน

      Blair korha kousa

    • @mdmusics4521
      @mdmusics4521 7 หลายเดือนก่อน

      Pothame asomia hobdo keita huddho koi likhibo hiki lo oo aai tar pisot leksar dibi goru sob ​@@SAILENDRAPRASADGOSWAMI

    • @banichutia628
      @banichutia628 7 หลายเดือนก่อน

      Kam kariba asomiya aa val ka kabo najana, amar gao khonor nam jana na he

    • @JonaliChitrakarphukan-bw1bd
      @JonaliChitrakarphukan-bw1bd 7 หลายเดือนก่อน

      Gourav Gogoi jindabad

  • @bakulboruah2026
    @bakulboruah2026 7 หลายเดือนก่อน +37

    গৌৰৱ গগৈ জিন্দাবাদ।

  • @dhon3599
    @dhon3599 7 หลายเดือนก่อน +21

    Gaurob gogoi jindabad

  • @RanjanMahanta-c2f
    @RanjanMahanta-c2f 7 หลายเดือนก่อน +24

    মানসৰ ভবিষ্যত উজ্জল কামনা কৰিলোঁ, স্পষ্ট বাদি যুব নেতা 🎉🎉🎉

  • @jibonbaskey2617
    @jibonbaskey2617 7 หลายเดือนก่อน +9

    Thank you Manab.

  • @Rahul-e2x7z
    @Rahul-e2x7z 7 หลายเดือนก่อน +6

    মানৱ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @bharatisaikia1388
    @bharatisaikia1388 7 หลายเดือนก่อน +11

    একেবাৰে একো নজনা সকলেহে বি জে পি জিকাব । শিক্ষিত সমাজৰ পৰা ভূট নাপায় মানস ধন্যবাদ।

  • @PompiBorah-u5g
    @PompiBorah-u5g 7 หลายเดือนก่อน +31

    gogoi jindabad

  • @mohendradohutia
    @mohendradohutia 7 หลายเดือนก่อน +2

    নতুন চিন্তা ধাৰাৰে আগ বাঢ়ি যোৱা ছাত্ৰ সমাজলৈ ধন্যবাদ থাকিল।

  • @DataramSarma-u6q
    @DataramSarma-u6q 7 หลายเดือนก่อน +33

    গৌৰৱ গগৈ এজন যোগ্য সাংসদ।

  • @LegendIshan
    @LegendIshan 7 หลายเดือนก่อน +18

    সূন্দৰ সাংবাদিকতাৰ পৰিচয়, সাধাৰণ জনতা, মধ্যবিত্ত পৰিয়াল সকল, গাড়ী টমটম টেম্পু বাছৰ মালিক ডাইভাৰ সকলৰ মন্তব্য সমূহ এনেদৰেই প্ৰচাৰ কৰিব লাগে

  • @KalpanaTaye-s2c
    @KalpanaTaye-s2c 7 หลายเดือนก่อน +23

    Gourab gogoi zindabad

  • @bishnuprasaddeka8800
    @bishnuprasaddeka8800 7 หลายเดือนก่อน +15

    Vote for India.

  • @TulikaboraKkp
    @TulikaboraKkp 7 หลายเดือนก่อน +23

    মানৱ তোমাৰ চিন্তাধাৰা অতি দূৰদৰ্শী ৷

  • @sankaraxomemusic3923
    @sankaraxomemusic3923 7 หลายเดือนก่อน +17

    Gourav gogoi

  • @pabitranath4675
    @pabitranath4675 7 หลายเดือนก่อน +6

    বাস্তৱ ক্ষেত্ৰত আঁচনি বোৰও ঠিকমতে ফলপ্ৰসু হোৱা দেখা পোৱা নেযায়।
    ঋণ লৈ জনসাধাৰণৰ পৰোক্ষ ভাবে ক্ষতি কৰা পৰিলক্ষিত হয়।
    এক সময়ত বানপানী আমাৰ দেশৰ আমোলা,মন্ত্ৰী সকলৰ বাবে হেনো সোণৰ কণি পৰা হাঁহ কথাষাৰ কোনোবা এজন কেন্দ্ৰীয় মন্ত্ৰীযে কোৱা মনত পৰে।
    এতিয়া আঁচনি বোৰ।

  • @JanakiRoy-dc7up
    @JanakiRoy-dc7up 7 หลายเดือนก่อน +6

    Thanks mannos

  • @bhargabrabha4487
    @bhargabrabha4487 7 หลายเดือนก่อน +5

    Very good speech for nation.

  • @DataramSarma-u6q
    @DataramSarma-u6q 7 หลายเดือนก่อน +12

    Vote for gourav gogoi

  • @chitralekhagogoi3256
    @chitralekhagogoi3256 7 หลายเดือนก่อน +1

    বি বৰুৱা কলেজৰ সাধাৰণ সম্পাদক গৰাকীৰ মন্তব্য অতি তাৎপৰ্যপূৰ্ণ । ভোটাৰ ৰাইজে প্ৰলোভনৰ ৰাজনীতিক বহিস্কাৰ কৰি নিজৰ ভৱিষ্যত সুৰক্ষিত ৰখাত সহযোগ কৰক ।

  • @DimpolGogoi-bj9wj
    @DimpolGogoi-bj9wj 7 หลายเดือนก่อน +6

    Gorauv Gogoi Zindabad ❤️

  • @puspadhardeka5665
    @puspadhardeka5665 7 หลายเดือนก่อน +4

    Excellent 👍👍👍. Bhaitik thanks.

  • @zhksvlogs9778
    @zhksvlogs9778 7 หลายเดือนก่อน +30

    বিৰোধিয়ে মাত মাতিছে বহুত মাত মাতিছে কিন্তু বিৰোধিয়ে মাত মাতিলেই জেললৈ প্ৰেৰন কৰে। আজিৰ তাৰিখত আইন মোদীৰ হাতৰ মুঠি গতিকে এটা কথা বিৰোধিক দুখ দি লাভ নাই।

    • @banichutia628
      @banichutia628 7 หลายเดือนก่อน +2

      Congress ok vote da

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 7 หลายเดือนก่อน +6

    Gaurav gogoi zindabad

  • @deepsarkat6966
    @deepsarkat6966 7 หลายเดือนก่อน +12

    ৰাহুল গান্ধীক এবাৰ সুযোগ দিব লাগে ।

    • @gamerflight
      @gamerflight 7 หลายเดือนก่อน +1

      Ball koribo buli kolu moii ball koribo🤬

    • @dibakarnath4853
      @dibakarnath4853 7 หลายเดือนก่อน

      Kio😂😂😂

    • @BubulboroBoro-u3i
      @BubulboroBoro-u3i 7 หลายเดือนก่อน

      😂😂😂

    • @ruhitmardi3606
      @ruhitmardi3606 7 หลายเดือนก่อน +1

      Only bjp

  • @onlyshorts9647
    @onlyshorts9647 7 หลายเดือนก่อน +3

    Thanks manash

  • @nilutpalhazarika4391
    @nilutpalhazarika4391 7 หลายเดือนก่อน +3

    Val kotha. Koisa .

  • @Meriacraft
    @Meriacraft 7 หลายเดือนก่อน +6

    গৌৰৱ অসমৰ গৌৰৱ

  • @RihanAhmed-z6b
    @RihanAhmed-z6b 7 หลายเดือนก่อน +4

    Thanks manos

  • @DharmeswarBoruah-e6d
    @DharmeswarBoruah-e6d 7 หลายเดือนก่อน +2

    Dhuniya chinta manab dhanyabad.

  • @muhibarali8537
    @muhibarali8537 7 หลายเดือนก่อน +5

    Good

  • @JonaliChitrakarphukan-bw1bd
    @JonaliChitrakarphukan-bw1bd 7 หลายเดือนก่อน +6

    Gourav Gogoi jindabad

  • @satyajitkakati1454
    @satyajitkakati1454 7 หลายเดือนก่อน +5

    Gaurave gogoi zindabad ❤❤

  • @1nomajusiralawc
    @1nomajusiralawc 7 หลายเดือนก่อน +4

    Thank you

  • @aniladas1589
    @aniladas1589 7 หลายเดือนก่อน +2

    ভুৱা প্ৰতিশ্ৰুতি ৰ ৰাজনীতিক নহয়, কৰ্ম সংস্কৃতিৰ ৰাজনীতিক অগ্ৰাধিকাৰ দিয়ক। ৰাইজক অস্থিৰতাত ৰাখি ৰজা হোৱাৰ আনন্দ বা মাদকতা বৰ নিকৃষ্ট মনো বৃত্তি। ধন্যবাদ।😮

    • @aniladas1589
      @aniladas1589 7 หลายเดือนก่อน

      Thank you

  • @bhagyabatirabha9369
    @bhagyabatirabha9369 7 หลายเดือนก่อน +2

    Gotei kothakhini xanguri loi koise bohut Val kotha koisa bhaity

  • @AhiramBoro
    @AhiramBoro 7 หลายเดือนก่อน

    Manob tumar comment khini bohut bhal lagil khosakoi G Gogoi Notun projonmo r kotha cinta kore Aaru Raijor hoi matmate joi Aai Assam❤❤❤

  • @dhrubamn5506
    @dhrubamn5506 7 หลายเดือนก่อน +5

    Ebar sarkar change koratu bht jaruri

    • @srigunajitsharma8282
      @srigunajitsharma8282 7 หลายเดือนก่อน

      Sarkar koribole birodhir ako a nai dekhun

  • @bilashchandradoley2544
    @bilashchandradoley2544 7 หลายเดือนก่อน +4

    Student opinion jindabad

  • @amalsaikia6525
    @amalsaikia6525 7 หลายเดือนก่อน +3

    Really think they thanks

  • @BhavajitTakoe
    @BhavajitTakoe 7 หลายเดือนก่อน +1

  • @anilgogoi618
    @anilgogoi618 7 หลายเดือนก่อน +3

    ❤❤❤

  • @surenboruah3241
    @surenboruah3241 7 หลายเดือนก่อน +1

    সুন্দৰ, মীৰা বৰঠাকুৰ বাইদেউ zindabad

  • @Bbt570
    @Bbt570 7 หลายเดือนก่อน +4

    Gaurav Gogoi hbo lge 2024

  • @dhon3599
    @dhon3599 7 หลายเดือนก่อน +5

    G gogoi jinda

  • @MainulHoque-p7s
    @MainulHoque-p7s 7 หลายเดือนก่อน +5

    Gourav Gogoi jindabad 💕🌹
    Gourav Gogoi অসমৰ গৌৰৱ।❤

  • @nabadas8735
    @nabadas8735 7 หลายเดือนก่อน +5

    Very nice 👍 good GS nice speech❤

  • @lrehman2357
    @lrehman2357 7 หลายเดือนก่อน +3

    Yes

  • @debenhandique9958
    @debenhandique9958 7 หลายเดือนก่อน +1

    গতিকে এই বাৰ মীৰা বৰঠাকুৰ বাইদেউক গুৱাহাটী ৰাইজে জ‌য় কৰাওক।

  • @anantanath6453
    @anantanath6453 7 หลายเดือนก่อน +7

    BJP caa karone vote nidu

  • @binuphukan3880
    @binuphukan3880 7 หลายเดือนก่อน +4

    Manob Tumi right kotha koisa

  • @harichandradas2389
    @harichandradas2389 7 หลายเดือนก่อน +2

    আমিয়ে গুৱাহাটী খন লেতেৰা কৰোঁ । পানী বটলটো খাই বা চিপ পেকেট খাই পেলাইছোঁ নোলাত হৈ নে নহয়। শিখৰ খাই পিক মাৰি দিলোঁ বেৰত ।গুৱাহাটী আমি কৰি আছো লেতেৰা নোলাবৰত যাবৰ পেলাই নোলাবৰ block কৰিছো বৰষুণৰ পানী কেনেকৈ ওলাই যাব। বানপানী টো হব এ ।আগতে জনসাধাৰণ সচেতন হোৱা উচিত বুজিছে। আমি সচেতন হলে এনে এ গুৱাহাটী পৰিষ্কাৰ হব।

  • @gautambora4659
    @gautambora4659 7 หลายเดือนก่อน +5

    Nombor 1lora joene valkoth koise

  • @mrinmoyrva5210
    @mrinmoyrva5210 7 หลายเดือนก่อน +3

    2nd populated City Guwahati

  • @bontigogoi2622
    @bontigogoi2622 7 หลายเดือนก่อน +1

    Manab tumar protitu kothai hoitiya proman hoise .aru khub val lagil tumar kotha

  • @BimalaGogoi-q8j
    @BimalaGogoi-q8j 6 หลายเดือนก่อน

    ManoshTmak Bhut Bhut Dhanyawad Jnalu.

  • @MainulHoque-p7s
    @MainulHoque-p7s 7 หลายเดือนก่อน +2

    BJP বিদায় নিশ্চিত কেৱল সময়ৰ অপেক্ষা

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 6 หลายเดือนก่อน

    G s গৰাকীক চিন্তা ভাল লাগিল। শুভেচ্ছা জনালোঁ

  • @arupjyoti6084
    @arupjyoti6084 7 หลายเดือนก่อน

    মানস আপোনাৰ নিৰপেক্ষ উত্তৰ ভাল লাগিল ।

  • @MainulHoque-p7s
    @MainulHoque-p7s 7 หลายเดือนก่อน +2

    ভন্টিৰ হাত দুখন সন্মুখত ৰাখি কথা কলে ভাল আছিল।

  • @binudas8708
    @binudas8708 7 หลายเดือนก่อน

    তোমাৰ লগত একমত। আজিৰ অসমৰ অৱস্হালৈ চকুদিলে দেখিব যে এতিয়া মা্ত্ৰ সংসদ জনৰ কামৰ বাবে চিন্তা কৰিব লাগে।তেওঁৰ কামৰ উপৰতে নিৰ্ভৰশীল এখন ৰাজ্য। গতিকে সকলোৱে এই কথা চিন্তা কৰিব বুলি আশা কৰিলো।

  • @Gyanadadeka-x1b
    @Gyanadadeka-x1b 7 หลายเดือนก่อน +1

    মানবৰ কথাখিনি ভাল লাগিছে

  • @ahmedjia1312
    @ahmedjia1312 6 หลายเดือนก่อน +1

    প্ৰাগ নিউজ দাদালি কৰে BJP কাৰণ হেমিন্ত বেয়া পাব ।
    তেল মাৰে চৰকাৰ কাৰণে । বেয়া নাপাব দে ,,,,,SIR আপুনি কিন্তু ভাল REPOTING কৰিছে । কমাৰ্চ কলেজত ৰেপতিং ভাল লগা নাই। Sir অনুৰোধ কোনো দলক চাপত নকৰিব।

  • @himasharma6932
    @himasharma6932 7 หลายเดือนก่อน +2

    Best steap

  • @NikuGogoi-h6n
    @NikuGogoi-h6n 7 หลายเดือนก่อน

    অতি সুন্দৰ

  • @tanujakhatun9269
    @tanujakhatun9269 7 หลายเดือนก่อน

    সুন্দৰ ‌কথা

  • @binudas8708
    @binudas8708 6 หลายเดือนก่อน

    উপযুক্ত স্হানত উপযুক্ত সংসদক বহুৱালেহে দেশ আগলৈ নিব পাৰিব।আজি আৰু দলৰ কথা চিন্তাকৰাৰ সময় নহয়। সংসদ জনৰ কামেহে দেশ আৰু ৰাইজৰ উন্নতি কৰিব।

  • @PramanandaPegu
    @PramanandaPegu 7 หลายเดือนก่อน +1

    Thank to all students of B Baruah College Manab you may godbless

  • @surujdas4484
    @surujdas4484 7 หลายเดือนก่อน +1

    Gaurav gogoi jindabad

  • @momisarmah767
    @momisarmah767 7 หลายเดือนก่อน

    Exectly

  • @monjuladutta433
    @monjuladutta433 7 หลายเดือนก่อน

    Hundar katha

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 6 หลายเดือนก่อน

    Good step👌

  • @lalitabora4044
    @lalitabora4044 7 หลายเดือนก่อน +2

    মুঠ তে চৰকাৰখন সলনি হ'ব লাগে

  • @PilingaKaimix
    @PilingaKaimix 7 หลายเดือนก่อน

    Manob dar kotha khini Val lagil

  • @prankrishnavlogs9890
    @prankrishnavlogs9890 7 หลายเดือนก่อน +4

    Kejriwal jindabad

  • @bijuli628
    @bijuli628 7 หลายเดือนก่อน +1

    Akou ghuri ahibo Congressr val din Gourav Gogoi jindabaad

  • @rinkuborarinkubora1143
    @rinkuborarinkubora1143 7 หลายเดือนก่อน

    Akdom hosa kotha

  • @sanjoyyein6338
    @sanjoyyein6338 6 หลายเดือนก่อน

    i like this

  • @ranumonibaruah3182
    @ranumonibaruah3182 7 หลายเดือนก่อน

    Right

  • @AssameseVoicestory-im5ym
    @AssameseVoicestory-im5ym 7 หลายเดือนก่อน +1

    গৌৰব গগৈ one man army

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 6 หลายเดือนก่อน

    Thanks to students union 's for there comments .

  • @NirmolRay1996
    @NirmolRay1996 7 หลายเดือนก่อน +5

    মনত ৰাখক বিজেপি চৰকাৰেই হব।

  • @nironjonsaikia4886
    @nironjonsaikia4886 7 หลายเดือนก่อน

    তেওঁ লোকক সোধক এইখন চৰকাৰে এই প‌ইচা বোৰ ,যেনে ৰান্ধনী আৰু বহু আচনিৰ প‌ইচা কৰপৰা দিছে তাৰ কথা কোনেও নকলে ।

  • @binaynath1248
    @binaynath1248 7 หลายเดือนก่อน +2

    ❤Modi Ji zindabad ❤

  • @Teron1346
    @Teron1346 7 หลายเดือนก่อน +1

    guys Ami student bur atiya Buji ahilu, so kun kon val, kun beya Ami nije Buji loi vote di joijukto koribo lagibo, parti sai nohoi byetik sai dibo lage