Ojaantric || Assamese Podcast ft Nayan Nilim || Ep.77

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ธ.ค. 2024

ความคิดเห็น • 1K

  • @OasisMotionFilms
    @OasisMotionFilms  2 ปีที่แล้ว +63

    Muuchstac Hair Care Combo:-
    Flipkart : bit.ly/U102220fkahshc
    Amazon : amzn.to/3DFXrgG
    Meesho : bit.ly/U102220msahshc
    Nykaa : bit.ly/U102220Nykaaahshc
    Muuchstac Herbal Shampoo with Inbuilt Conditioner :-
    Flipkart : bit.ly/U102223fkahs
    Amazon : amzn.to/3DFXBoi
    Muuchstac Cocoalo Hair Cream :-
    Flipkart : bit.ly/U102218fkhc
    Amazon : amzn.to/3fbX4RK
    Muuchstac Cocoalo Hair cream & Herbal shampoo (Amazon Dubai):- amzn.to/3DigPPy
    Muuchstac Cocoalo Hair cream (Amazon Dubai):- amzn.to/3sIyqv6
    Muuchstac Herbal shampoo with inbuilt conditioner (Amazon Dubai):- amzn.to/3U7Q0Ep
    Order on WhatsApp: bit.ly/U102220waahshc
    Website : bit.ly/U102220webahshc
    Call Muuchstac customer care (9892599660)
    Muuchstac Instagram: bit.ly/Muuchstac

    • @chinu1715
      @chinu1715 2 ปีที่แล้ว +1

      Fame 2t gutei keijon uluakoi korebo plz ru vl lgbo 🙏❤️🔥

    • @lifeofgoals4989
      @lifeofgoals4989 2 ปีที่แล้ว +2

      নয়ন নীলিম দা ultra modem ❤️

    • @azizulazzu
      @azizulazzu 2 ปีที่แล้ว

      This is faltu product moi nije use kori asu

    • @ankursarma5125
      @ankursarma5125 2 ปีที่แล้ว

      11111111111111111111q2

    • @somironswargiary7773
      @somironswargiary7773 2 ปีที่แล้ว

      Eman suti suti lagileeee aru lagisil❤😫

  • @bijitborpatra3670
    @bijitborpatra3670 2 ปีที่แล้ว +102

    4 নৱেম্বৰত সকলোৰে মৰমৰ "ডেমফুল" ৰ চিনেমা আহিব আৰু আমি নেজামানে চাবলৈ তেনেকুৱা হবই নোৱাৰে , মুঠতে সকলোৱে নিজৰ নিজৰ "বন্ধু" ৰ লগত গৈ "বন্ধু" চামগৈ নে কি কয় ৰাইজ । ❤️😎

  • @biswajitchangmai432
    @biswajitchangmai432 2 ปีที่แล้ว +74

    মোৰ ঘৰ শিৱসাগৰৰ নিমাইজানত ,আগতে স্কুল চুটি দিলেই দৌৰি আহি নয়ন দাই অভিনিত জোনবাই, জীৱনত প্ৰথম চিনেমা চুটিং চাই আমোদ লৈছিলো😍😍What sweet days those were😊😊

    • @ankurjyotisaikia4732
      @ankurjyotisaikia4732 ปีที่แล้ว +1

      🥰🥰🥰👍👍💥💥

    • @padmanath8386
      @padmanath8386 9 หลายเดือนก่อน

      88types of aa​@@ankurjyotisaikia4732

  • @bishwajyotibora5272
    @bishwajyotibora5272 2 ปีที่แล้ว +3

    এটা কথা চালো। অযান্ত্ৰিকৰ views আৰু subscribe কৰাৰ সংখ্যা দেখি অসমৰ মানুহবোৰক আচৰিত পাও। প্ৰায়েই দেখো যে কিবা বলিয়া মানুহৰ নিচিনাকৈ কিবা খোৱাৰ ভিডিওবোৰ চাই সময়বোৰ পাৰ কৰে কিন্তু এই অনুষ্ঠানৰ ভিডিও চাব নিবিচাৰে ।। খুব ভাল অনুষ্ঠান এইটো। সকলোৱে চাবচোন। অসমৰ কিমান মানুহ অসমৰ বাহিৰে ভিতৰে কিমান ভাল কাম কৰি আছে জানিব পাৰিব।

  • @ashonasarmah5685
    @ashonasarmah5685 2 ปีที่แล้ว +79

    "জোনবাই" ৰ পৰাই *নয়ন দা* এজন ভাল লগা অভিনেতা ☺️🤍 ভাল লাগিল আজি তেওঁক show টোত দেখি 😊👍🏻 *বন্ধু* ছবিখনৰ বাবে তেওঁলৈ আন্তৰিক শুভেচ্ছা থাকিল ☺️🌹
    Oasis da, Udayan da you both are so true, *Junbaai* was so special ☺️💚 *Junbaai* is love 🥺❤️ এতিয়াও TV ত দিলে চাওঁ 😌✨

  • @Madhurja_here
    @Madhurja_here 2 ปีที่แล้ว +36

    Damnfool jui. Very nostalgic. Lived my childhood again. Thank you Ojantric. Thank you Nayan da for coming. দেমফুল is still emotion.

  • @RRDShorts
    @RRDShorts 2 ปีที่แล้ว +198

    You were the only source of happiness and entertainment for 90's kids .. we love you Nayan da .. i still have ur autograph 🤞🤞

    • @rajeshrava8102
      @rajeshrava8102 2 ปีที่แล้ว +4

      নয়ণ নিলিম আমাৰ খুউৱ প্ৰিয় ৷ তেওঁৰ উত্তৰোত্তৰ কামনা কৰি বন্ধু ছবিৰ বিশাল সফলতা কামনা কৰিলোঁ।

    • @anantasaikia4319
      @anantasaikia4319 ปีที่แล้ว

      'ii'.ik

  • @manibankalitanath3648
    @manibankalitanath3648 2 ปีที่แล้ว +37

    নয়ন নিলীম এজন সুন্দৰ অভিনেতা ।
    সেই সময়ত জোনবাই ৰ গানবোৰ শুনিছিলোঁ আৰু আইনাৰ আগত নাচি নাচি নিজকে চাইছিলোঁ 😊
    খুবেই ভাল লাগিল আজি আৰু নিউ লুকটো একদম 👌👌
    ধন্যবাদ অযান্ত্ৰিক 🙏💐

  • @prasiddhakalita8687
    @prasiddhakalita8687 2 ปีที่แล้ว +20

    Literally lived my childhood through the the first half of this episode and living the adulthood through the second half. Nayan da with such an enthusiastic and broad minded mindset is honestly a gem to the Assamese Film industry. Best wishes from Goa

  • @mormecen
    @mormecen 2 ปีที่แล้ว +13

    It's very nice to meet Nayan Nilim in OJAANTRIC.
    His vision towards not only for Assamese Film, but also for life is - Just waw !!!
    নয়ন নীলিম চিন্তাধাৰাৰ গভীৰতা বৰ ভাল লাগিল।
    Thanks - UD and the Voice Talukdar 😉
    অযান্ত্ৰিক চাই চাই তোমালোক দুয়োকো বন্ধু যেনেই লগা হৈছেগৈ।
    বহুত বহুত বহুত মৰম - অযান্ত্ৰিকলৈ ।

  • @orongedoronge3651
    @orongedoronge3651 2 ปีที่แล้ว +18

    অযান্ত্ৰিক এটি সুন্দৰ অনুষ্ঠান ৷ প্ৰতিটো Video য়ে এক নতুনত্ব দি যায়। হাঁহিবোৰ সঃক্ৰামক , হাঁহিবোৰ বিয়পি থাকক সকলোৰে❤️

  • @prasantkasyap3922
    @prasantkasyap3922 2 ปีที่แล้ว +24

    He is one of pure hearted person.. He is evergreen all time favorite... Best wishes to your upcoming movie..🙂

  • @manmayuri2001
    @manmayuri2001 2 ปีที่แล้ว +13

    Ep tu nusua agot e comment dilu aji... finally 😌 my childhood celeb crush is here 😂❤️❤️ so happy and thankful to ojaantric 🤗 ajir otithi jon ok mota krne... 😭❤️ He is still so handsome

  • @jayashreekashyap8934
    @jayashreekashyap8934 2 ปีที่แล้ว +22

    আজিৰ খণ্ডটোৱে মন চুই গ'ল.. কথাবোৰে বহু যোগাত্মক বাৰ্তা বহন কৰিলে..💚💚💚

  • @ETERNAL987
    @ETERNAL987 2 ปีที่แล้ว +2

    অভিনেতা,গায়ক এইসকল লোকক আচলতে প্ৰায়সংখ্যক মানুহে চিনি পায়।কিন্তু তেওঁলোকৰ বাহিৰেও অসমত ভাল সাহিত্যিক,খেলুৱৈ,চিকিৎসক,শিক্ষক,কৃষক,সমাজকৰ্মী আদি লোক আছে ,যাক নেকি সকলোৱে চিনি পোৱাটো অতি জৰুৰী।পাৰিলে তেনে লোক সকলক আনিবলৈ চেষ্টা কৰিবচোন।অন্ততঃ ৰাইজে তেওঁলোকৰ পৰা বহুত কথা শিকিব পাৰিব।

  • @humiboro495
    @humiboro495 2 ปีที่แล้ว +7

    বহুত বছৰৰ পিছত নয়ন দাৰ হাহি দেখিছোঁ।So অযান্ত্ৰিক ধন্যবাদ।
    Ud দা Oasis da borhiya ❤❤

  • @janmoni-moni604
    @janmoni-moni604 2 ปีที่แล้ว +56

    অশেষ ধন্যবাদ oasis da আৰু ud da Nayan da ক মাতি অনাৰ বাবে শৈশৱলৈ গুচি গল মনটো জোনবাইৰ দিনবোৰলৈ 😇 জোনবাই আৰু ডেমম্ফুল সদায় প্ৰিয় লৰালি বুলি কলে জোনবাই , জানমণি ৰ গীতবোৰ মনলে আহে 😌 আকৌ এবাৰ ধন্যবাদ ojantric family আৰু oasis da আৰু ud da আপোনালোক ৰ মাত 2 মোৰ বহুতে প্ৰিয় নলবাৰীৰ লোহাৰকাঠা পৰা বহুত বহুত মৰম যাচিলো 💖💖

  • @paragdeka9298
    @paragdeka9298 2 ปีที่แล้ว +15

    I couldn't stop myself to express det Nayan da is in my heart by 'damful. I m feeling proud det he is improving day by day

  • @sarangajyotidutta8135
    @sarangajyotidutta8135 2 ปีที่แล้ว +4

    অযান্ত্ৰীক যদিও মোৰ বাবে পুৰণা কিন্ত ই বিশেষ হৈ পৰিল সেই বিশেষ জন মোৰ জীৱনলৈ অহাৰ পিছৰ পৰা । নটিফিকেচন পালেই তাই কৈয়েই আজি আমোক আহিছে ভাল লাগিব !এপিছদ বোৰ নিয়মীয়াকৈ চাবলৈ ললোঁ , ভাল লগা ব্যক্তি বোৰক ওচৰৰ পৰা জানিব পাইছোঁ , সঁচাকৈয়ে বহুত মোক শিকাইছে দিছে অযান্ত্ৰীকে । সদায় জীয়াই থাকক অযান্ত্ৰীক সকলোৰে হৃদয়ত এনেদৰেই ❣️

  • @priyankasaikia5302
    @priyankasaikia5302 2 ปีที่แล้ว +65

    ❤️🥰🥰🥰 জোনবাই is our emotions,,,,,, ইন্দ্ৰ আৰু ডেমফুল ক বহুতmiss কৰোঁ,,সেই অকৰা ডেমফুলটো ❤️❤️❤️❤️❤️ love you Nayan da ❤️😘

  • @papu1769
    @papu1769 2 ปีที่แล้ว +28

    Ojantrricৰ আটাইতকৈ ভাল লগা episode... lots of love....♥️

  • @bhumijabarman3056
    @bhumijabarman3056 2 ปีที่แล้ว +5

    বহুত বেছি ভাল পাওঁ চাই আপোনালোকৰ show2...❤❤আজি আৰু বহুত ভাল লগিল...নয়ন দাক দেখি...তেওঁৰ কথাবোৰ যে ইমান ভাল লাগে...খুব সহজ সৰল কথাবোৰ.. নয়ন দাক চালে সেই জোনবাই ৰ কথা মনলে আহে..লৰালি কালবোৰ মনত পৰি যায়... বহুত বেছি ভাল লাগিল আজিৰ এই অনুষ্ঠানটি চাই...❤❤Tq to Oasis nd. UD.দা...এটা অতি সুন্দৰ show ৰ বাবে❤টিহুৰ পৰা বহুত বহুত মৰম থাকিল💖

  • @smritientertainment43
    @smritientertainment43 2 ปีที่แล้ว +12

    Oashish dar excitement tu val lge mur❤️যিকোনো কথা শুনিবলৈ বা জানিবলৈ মনৰ পৰা আগ্ৰহী যেন লাগে।
    বাকী নয়ন দা(দেম্ফুল) বহুত লাগে তেওঁক।
    ধন্যবাদ অযান্ত্ৰিক।আপোনালোকৰ show r যোগেদি প্ৰিয় ব্যক্তিসকলৰ জীৱনৰ কথা জানিব পাৰো। ❤️

  • @poppyborah6253
    @poppyborah6253 2 ปีที่แล้ว +9

    সঁচাই বহুত বেছি ভাল লাগে আপোনালোকৰ অনুষ্ঠান চাই আজি খণ্ড টো আৰু বেছি ভাল লাগিল নয়ন দাদা সদায় আমাৰ প্ৰিয় । লগতে আপোনালোক দুইজনক।❤️❤️❤️( Love for tinsukia) ❤️

  • @ubabita
    @ubabita 2 ปีที่แล้ว +12

    Thanks Ajantric..never imagined Nayan Nilim( demful) has such insight...Talks so well .possesed so much knowledge !!!hats off!!Wishing him all the best 👍

  • @m.d.3246
    @m.d.3246 2 ปีที่แล้ว +11

    তোমালোকৰ এই অনুষ্ঠানটি খুব প্ৰিয়। কবলৈ গ'লে addiction যেন হৈ পৰিছে। TH-camত অসমীয়া ভাষাততো এনেকুৱা podcast নায়েই, আনকি হিন্দী বা ইংৰাজী ভাষাতো ইমানবোৰ জানিব লগীয়া কথা এনেকৈ ঘৰুৱা ভাৱে আলোচনা কৰা podcast দেখা নাই। কিন্তু এনে ধৰণৰ podcast যদি আৰু আছে, চাবৰ বৰ মন।
    Oasis, যদি comment টো পঢ়ি আছা তেনেহলে এই podcast টো আৰম্ভ কৰাৰ আগতে তুমি নিজে কোনবোৰ podcast follow কৰিছিলা জনাবাছোন। নথৈ আনন্দিত হ'ম।

    • @OasisMotionFilms
      @OasisMotionFilms  2 ปีที่แล้ว +2

      Impaulsive ,off the pill and misfits 🙂

  • @purnimaborah5346
    @purnimaborah5346 ปีที่แล้ว +2

    How down to earth he is ,so overwhelmed to see him and yes janmoni definitely a materpeice for 90's kids

  • @chumiborah8346
    @chumiborah8346 2 ปีที่แล้ว +10

    ভাল লাগিল চাই।মানুহজনৰ চিন্তাধাৰাবোৰ গঠনমূলক হোৱাৰ লগতে তেখেত দূৰদৰ্শী।অশেষ শুভকামনা থাকিল অনাগত দিনৰলৈ💐😊

  • @mintugogoi4135
    @mintugogoi4135 2 ปีที่แล้ว +20

    বৰ আশাৰে ৰৈ আছিলোঁ নয়ন দাক অজান্ত্ৰিকত দেখিবলৈ 🤗 অশেষ ধন্যবাদ জনাইছোঁ U.D দা ,Oasis দা আৰু সমূহ অজান্ত্ৰিক পৰিয়াললৈ♥️ ভালে থাকক সকলো, প্ৰিয় হৈ থাকক সদাই💞 অজন্ত্ৰিক চাই চাই ডাটা শেষ কৰি দিছোঁ দেই😁

  • @zourrdanmusic
    @zourrdanmusic 2 ปีที่แล้ว +8

    Thank you for fulfilling my request as I waiting for this artist, অসমৰ খুবেই এজন Talented actor , offcourse he is very methodical, dedicated and disciplined, তাতেই আমি দুইজন নাহৰকটী়াৰ যাক সকলোৱে ৰাজা দা বুলি মাতে..

  • @itzrupjyoti6222
    @itzrupjyoti6222 2 ปีที่แล้ว +1

    OJAANTRIC PRODUCT টো অদ্বিতীয় হৈ ৰব এনেদৰেই থাকক উপস্থাপন , কথনশৈলী আদিবোৰ। এদিন এজন ভাল cinematographer কো মাতি আনিব চোন , যোৰহাটৰ পৰা মৰম যাছিলোঁ।।

  • @Uwtaeyearsago
    @Uwtaeyearsago 2 ปีที่แล้ว +5

    Waiting for that ep in which U.D da will give the interview and tell his all stories. Will listen to it without skipping for sure!!

  • @priyarai2770
    @priyarai2770 2 ปีที่แล้ว +2

    শিশুকালৰ‌ পৰাই প্ৰিয় অভিনেতা (নয়ন নিলিম দাদা❤️🥺)CRUSh hoi goise ree Nayan Nilim Dada ❤️🥺

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว +19

    জোনবাই is emotions ❤ নয়ন দাৰ ব্যক্তিত্বটো বহুত ভাল লাগে মোৰ ❤❤ সৰুৰেপৰাই দাদাৰ অভিনয় চাই ডাঙৰ হৈছো আমি ❤ ভালে থাকক নয়ন দাদা সদায়ে ❤❤

  • @meghaliphukan1960
    @meghaliphukan1960 2 ปีที่แล้ว +13

    আজিৰ ep টোৰ বাবে অযান্ত্ৰিকক ধন্যবাদ... নয়ন দা "বন্ধু" চুপাৰহিট হব🤞❤️

  • @majonikalita2346
    @majonikalita2346 2 ปีที่แล้ว +4

    Ojantric bahut besi val lage ..mind2 fresh kori diye .. especially ud da aru oasis dar chemistry moza ..

  • @CocktailLife
    @CocktailLife 2 ปีที่แล้ว +1

    Namrup r kotha kunubai kole bhal lagi jai ...horu pora 2012 oloi Namrup ote asu...Brazananda da logot Narok u korisu...eman bhal lagil sob kotha...Keep growing Ojaantric✌️

  • @manasrimoumun8432
    @manasrimoumun8432 2 ปีที่แล้ว +3

    দিনটোৰ ব্যস্ততাৰ শেষত ‘অযান্ত্ৰিক’❤️...আপোনালোকৰ বাবেই মোৰ দৰে হয়তো আৰু বহু ভালে থাকিবলৈ শিকে,হাঁহিবলৈ শিকে...কুশলে থাকক আপোনালোকো🍃🍃

  • @jitumonimohan7497
    @jitumonimohan7497 2 ปีที่แล้ว

    নয়ন নীলিমৰ দাৰ . প্ৰতিটো কথাই গঠনমূলক । কবলৈ ভাষা নাই ভাল লাগিল চাই

  • @anannyasmuse
    @anannyasmuse 2 ปีที่แล้ว +4

    Fell in love with Nayan da again... He has such a positive aura...his positivity and vision attracts...

    • @mridulray3237
      @mridulray3237 ปีที่แล้ว

      Tomr Instagram or nam tu ki vonti

  • @Nabajyoti13
    @Nabajyoti13 2 ปีที่แล้ว +1

    tnx nayan da..asomia cinemar trilar asomia serial or majot add hisape dile osomia cinema sua manuh besi ulabo.nohole bohut cinema ahe jai manuhe gome napai..

  • @statusaxom685
    @statusaxom685 2 ปีที่แล้ว +16

    Thanks ud da and oasis da for this best 1hour 🙏❤️ Nayan Nilim da is such a humble man with an amazing personality😊 I have a request that please invite utpal das and Kapil Bora ..

  • @beanindian9387
    @beanindian9387 2 ปีที่แล้ว +5

    How mature he is 🔥🔥
    Lots of love and respect Nayan Da 🥰

  • @pratuldas8443
    @pratuldas8443 2 ปีที่แล้ว +3

    Uff... He is so mature. Every sentence is Damn practical TBH ❤️

  • @nimangshriboro7361
    @nimangshriboro7361 2 ปีที่แล้ว

    জোন বাইৰ পৰা আদি কৰি কোঁৱৰ পুৰৰ কোঁৱৰ লৈ নয়ন দা অতি প্ৰিয় অভিনেতা ।বহুত বহুত মৰম জনালোঁ।

  • @jinadasdeori5895
    @jinadasdeori5895 2 ปีที่แล้ว +12

    নয়ন দা সচাই দিনক দিনে সৰু হয় গৈছে 😘বাকি সকলো বহুত ভাল লাগিল শুভেচ্ছা জনালো ।

  • @dipumpbora7904
    @dipumpbora7904 2 ปีที่แล้ว +1

    ভাল কথা এটা কলা চিনেমা হলে অলপ ভাল হব লাগে ,
    সৰুৰ পৰাই সকলো অসমীয়া চিনেমা চাই আহিছোঁ ,বহুত চিনেমা চালো কিন্তু কিছুমান চিনেমা চাই আকৌ এবাৰ চাবলৈ মন নোযোৱা হৈছিল কিন্তু এতিয়া আকৌ চাই চাই অলপ ভাল লগা হৈছে 😊কাৰণ এতিয়া অলপ ভাল চিনেমা আহিছে

  • @p.k...chennal4192
    @p.k...chennal4192 2 ปีที่แล้ว +7

    অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথম ভাল লগা ব্যক্তি জন।।। ডেমফুল😍😍😍😍😍।। তাৰ পাছত বাকি সকল 😘

  • @durlovpathak2884
    @durlovpathak2884 2 ปีที่แล้ว +1

    জোনবাই মানে ডেমফুল, ডেমফুল মানে জোনবাই😍 । অনুঠান টু সদায় চাওঁ যেতিয়া আহে বেলেগ কাম কাটি কৰি অনুঠান টু উপভোগ কৰো । কিন্তু অলপ খং উঠে আপোনালোকৰ ওপৰত, কিয় নো ইমান দেৰি কৰে সোনকালে দিব চোন ..... নহলে আৰু নাচাও বুলিও কব নোৱাৰো মোৰ প্ৰিয় এটা অনুঠান ।

  • @himangshusaikia6726
    @himangshusaikia6726 2 ปีที่แล้ว +15

    Real hero Nayan da❤️❤️Thanks
    Ojantric❤️for bringing him to the show

  • @sukuramboro188
    @sukuramboro188 2 ปีที่แล้ว +2

    Dhanyawad Ojaantric tenekua val ata interview loi ahar babe, BONDHU loi 4 November babe SUBESYA Thakil Nayan da, Aru One of the My Favourite OASIS TALUKDER Apunaloi 💕 😘 Love You

  • @sushmitalakhi6536
    @sushmitalakhi6536 2 ปีที่แล้ว +8

    আপোনালোকে তৰুণ তন্ময় দাদাক অনা নাই ন .. তেওঁক এবাৰ মাতিবচোন

  • @gitarthigogoi1836
    @gitarthigogoi1836 2 ปีที่แล้ว +3

    ভাল লাগিল আজিৰ খণ্ডটো। "ইতিহাস হ'বলৈ ৰিস্ক ল'বই লাগিব" নয়ন দাৰ এই কথাষাৰ বৰ ভাল লাগিল ।

  • @lakhinathrabha1517
    @lakhinathrabha1517 2 ปีที่แล้ว +4

    আজিৰ EP চাই ভাল লাগিল আৰু যদি এটা বা দুটামান গীত গাবলৈ সুবিধা দিয়া হ'লে বহুত ভাল লাগিলেহৈ কাৰণ আমাৰ নয়ন দা ভাল অভিনয় বা সংলাপৰ বাহিৰেও ভাল গায়ক হয় আৰু ভাল কন্ঠদান কৰে।

  • @bijitborpatra3670
    @bijitborpatra3670 2 ปีที่แล้ว +34

    44.25 sec ত কোৱা সেই লৰাটো ময়েই আছিলোঁ নয়ন দাৰ মুখত সেইদিনা এইটো কথা শুনি মই নিজে কঁপি গৈছিলোঁ STUDIO ত । 🙏🙈❤️

  • @basabsarma2796
    @basabsarma2796 2 ปีที่แล้ว +3

    Bhai owasis keep going.... Tumk eneke Dekha pai bhal lage. From PBH to Ojantrik the real oasis is still the same 🔥🔥🔥

  • @purbalipurbali1229
    @purbalipurbali1229 2 ปีที่แล้ว

    Nayon nillim ajon nivaj akhomiaa manuh teo emun struggle kri agbahi goise ak atuloniaa teok utkha deok logote mur whish hodai ase THKIBOO dada ru ajontik anusthn tuu spthobadee vl lge dukee god bless u always

  • @kaverisaikia3695
    @kaverisaikia3695 2 ปีที่แล้ว

    Nayan nilim daa kothabur bhal lagile genuine lagile. Kothabur anekoi straightforward aru to the point kole bhal lage huniboloi......heartiest congratulations "Bondhu" will be hit and definitely gonna watch the movie.

  • @Sumbindassvolg1087
    @Sumbindassvolg1087 2 ปีที่แล้ว +2

    বহুত ভাল লাগে আপোনাৰ লোকৰ showtu চাই মই প্ৰায়ে চাওঁ , আগুৱাই যাঁওক ,নয়ন দা আপোনাৰ কথাবোৰ বহুত ভাল লাগে, লগতে দাদা দুজনক ভাল লাগে 💕💕💕💕❤️❤️❤️ লাভ ইউ অল

  • @ankursaikia7651
    @ankursaikia7651 2 ปีที่แล้ว +1

    দেমফুল সঁচাকৈ সহজ আৰু সময় লগত প্ৰায় মিলিব জনা মানুহজন । সদায়েই প্ৰিয় আৰু প্ৰিয় থাকিব মানুহ জন। বহুত কথাই শিকিলোঁ তেওঁৰ পৰা ।

  • @deepjyotikalita2146
    @deepjyotikalita2146 2 ปีที่แล้ว +12

    Thanks ojantric for give us this peace full , actually i really feel peace whenever watching ojantric👍

  • @madhusmitagogoi7380
    @madhusmitagogoi7380 2 ปีที่แล้ว

    Bohut bohut Val paisu,,, Nayan Nilim da bondhur sabola roi SAU

  • @priyanka-ls7ij
    @priyanka-ls7ij 2 ปีที่แล้ว +7

    Hii Ojaantric this is my first episode ever and loved this with nayanda. Apunaluke jidore present karise awesome ekdom nijor ghar at kotha patar dore lagise. Udayan da like you.

  • @Subrat_the_explorer
    @Subrat_the_explorer 2 ปีที่แล้ว +1

    সদায় তেওঁক অভিনয় জগত খনতে দেখি আহিছো । আৰু character হিচাপে হে দেখা পাওঁ । আজি তেওঁক অন্য ৰূপত দেখা পাই অৰ্থাৎ প্ৰকৃত ব্যক্তিত দেখা পাই সচাঁই ভাল লাগিল , তেওঁৰ personality ত মুগ্ধ হলো আৰু নয়ন দাৰ ৰ প্ৰতি এটা বেলেগ শ্ৰদ্ধা জাগি উঠিল । আশা কৰোঁ তেওঁ আগুৱাই যাওক আৰু ভাল কাম কৰি যাওক ভগৱানে তেওঁক শক্তি ৰ লগতে সাহস দিয়ক 🙏 really he deserves ❤️
    আৰু Ojaantric ক বহুত বহুত ধন্যবাদ আমাক এইকণ সুবিধা দিয়া বাবে ❤️

  • @NandiniRaybaruah
    @NandiniRaybaruah 2 ปีที่แล้ว +4

    I so love this podcast.... Its like you are sitting in our sitting room and we are having a casual adda.... Awesome.... This feels more real than koffee with karan and the kapil sharma show.... This is one of my fave episodes now... Honestly i did not know who nayan nilom was earlier... But i have a huge respect for him now as the way he speaks... My other faves are the ones featuring Joi Baruah. kenny Basumatary, lima Das and borokha rani.... Keep up the good work.... I wanna watch an episode feat. Bhaskar Hazarika please....

  • @hemangadutta6265
    @hemangadutta6265 ปีที่แล้ว

    ~এই যন্ত্ৰিকতাৰ পৃথিৱীত অজান্ত্ৰিকে আমাৰ মন প্ৰাণ জিপাল কৰি তুলিছে।

  • @Canicallj
    @Canicallj 2 ปีที่แล้ว +7

    Damful is not a name- this name is a emotion 🥰

  • @kalpanathakur5707
    @kalpanathakur5707 2 ปีที่แล้ว +3

    The best interview ever.... Thank u UD and Oasis.... Best wishes....

  • @bondorobasomia8584
    @bondorobasomia8584 2 ปีที่แล้ว +3

    বৰ ভাল লাগিল , ৷৷নয়ন নীলিম দাদাই শেষত চিনেমা সম্বন্ধে কোৱা কথাবোৰ ভাল লাগিল ৷৷দৌৰি দৌৰি যাম বন্ধু চিনেমাখন চাম ৷

  • @gurupriya4812
    @gurupriya4812 2 ปีที่แล้ว

    Bhal lagil Namrup or kotha huni.. Namrup or ojantric sua manuh moi asu deii... Big fan of this show and Love from Namrup 🥰

  • @jugalgogoi8593
    @jugalgogoi8593 2 ปีที่แล้ว +3

    আজি খণ্ডটো ইমানে ভাল লগা আছিল, চপজি বনাই চাওঁতে চাওঁতে নিমখ অলপ বেছি দি পালোঁ,। 😊😊 সঁচাই বহুত ভাল লাগিল চাই, 💞💞💞 অযান্ত্ৰিকৰ পৰিয়াল বৰ্গলৈ মই ডিব্ৰগড়ৰ টিংখংৰ পৰা অলেখ অযুত মৰম জনালোঁ 💞💞💞💞

  • @minotichetia9972
    @minotichetia9972 2 ปีที่แล้ว +1

    Ojaantrik বহুত প্ৰিয় অনুষ্ঠান।আজিৰ episode টো বহুতেই ভাল লাগিল।👍

  • @kingkimaina5719
    @kingkimaina5719 2 ปีที่แล้ว +2

    Perfect personality Nayan nilim da...love frm lakhimpur....&both of u ojantric dada dujon

  • @mamuhazarika7962
    @mamuhazarika7962 2 ปีที่แล้ว

    Nayan da kotha bur bohut positive, val lagil sai...

  • @rg8011
    @rg8011 2 ปีที่แล้ว +8

    thanks a lot to ojaantric for inviting Nayan nilim da ❤

  • @Uwtaeyearsago
    @Uwtaeyearsago 2 ปีที่แล้ว +1

    Please bring R.G Bucket (Rohit Gogoi) to this show. He's such an inspiring person to all in this young age. Hope to see him in this show Ojaantric...!

  • @jeutirekhahaloi7973
    @jeutirekhahaloi7973 2 ปีที่แล้ว +7

    Most magnetic episode for me this one..Beautiful episode ... Main element is Nayan da..

  • @Ankur66984
    @Ankur66984 2 ปีที่แล้ว +1

    One of my favourite stars🙂..... Very pure hearted person.... #damfool.

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 2 ปีที่แล้ว +5

    Arey arey , is episode ka hi to intezaar tha!!💗🛐

  • @anzansaikia6522
    @anzansaikia6522 2 ปีที่แล้ว +1

    Chinmoy Kaushik and Joy Nirvaan...The brother duo ..CJM studio ...They were eligible for the show I think ...নিমন্ত্ৰণ দিলে ভাল , ৰেগুলাৰ হিট দি আছে , শুনা নাই চাগৈ আপোনালোকে ।।

  • @mridulborah9860
    @mridulborah9860 2 ปีที่แล้ว +4

    Wow, such a straightforward person, so much to learn!

  • @dysisboruah5987
    @dysisboruah5987 2 ปีที่แล้ว

    Uffff....Nayan da r mukhot Balighat...tengapukhuri....ki feel❤

  • @dipjyotiboruah4827
    @dipjyotiboruah4827 2 ปีที่แล้ว +4

    Oasis da atu program perfect a hoi ❤️ 100% a val hoi kunu vul nadakhu .... Hodai sai asu ...aji 1st comment disu love from Sivasagar ❤️

  • @mintibhuyan7695
    @mintibhuyan7695 2 ปีที่แล้ว +1

    অসমীয়া চিনেমা আমি নিশ্বয় , কিন্তু এটা বিনম্ৰ অনুৰোধ নয়ন দা "bulufilm" খনৰ দৰে চিনেমা এখন বনাই আপোনাৰ প্ৰতি থকা ভাল ভাব খিনি বেয়া কৰি নেপেলাই যাতে , জীৱনত প্ৰথম বাৰ চিনেমা হলত চিনেমা চাব গৈ উঠি আহিছোঁ 😭

  • @shwetasaikia1666
    @shwetasaikia1666 2 ปีที่แล้ว +3

    Thank you Ojaantric for bringing Nayan da.❤️❤️

  • @paragburagohain1111
    @paragburagohain1111 2 ปีที่แล้ว

    প্ৰথমে নমস্কাৰ ,
    UD দা আৰু Oasis দা ,,
    মই প্ৰায় সকলো episodes চাইচো, বহুতেই ভাল লগা ।
    হাঁহি, ধেমালিৰে পৰিপূৰ্ণ এটা অতি সুন্দৰ অনুষ্ঠান। বহুত বহুত ধন্যবাদ আপোনালোকে ইমান ধুনীয়া এটা অনুষ্ঠান অসমৰ ৰাইজক উপহাৰ দিছে। লগতে বহুত শুভকামনা থাকিল ।
    UD দা মই আপোনাৰ বহুত ডাঙৰ অনুৰাগী। Dur cinema খন চাই মই কান্দি গৈছো। সঁচাকৈ বহুত ভাল লাগিল চাই ।
    মোৰ আপোনালোকলৈ এটা সৰু অনুৰোধ যে নীল দাক Ojaantric কত বিচাৰিছোঁ ।।।
    আশা কৰিছোঁ মোৰ comment টো পঢ়িব , ,,,, ,, ,,,,
    ধন্যবাদ ,
    Ojaantric
    মই পৰাগ ,
    Love From DHEMAJI. ...

  • @nishitadas6678
    @nishitadas6678 2 ปีที่แล้ว +14

    কি নো ক'ম,এই show2 কেতিয়াও miss নকৰো‌ notification পালেই চাও ।। আপোনালোকৰ প্ৰতিটো episode a চাইছো,
    বহুত ভাল পাও ♥️ আপোনালোকক আৰু
    আপোনালোকৰ এই show2 ,
    নয়ন দাৰ কথা নো কি কম ,,
    এও সদায় প্ৰিয় ব্যক্তি ♥️💝
    বন্ধু cinema খন চাবলৈ
    বহুত অপেক্ষা কৰি আছো ।।😌
    আমি কেইজনীমান বান্ধৱী
    একেলগে চাবলৈ যাম ।।
    ৪ তাৰিখে অপেক্ষা ৰ অন্ত পৰিব ☺️😊

  • @kishoredas9410
    @kishoredas9410 2 ปีที่แล้ว +2

    What I feel is that Nayan da u are so mature and adorable...I have a few suggestions to discuss if I will get a chance...overall very good discussion and all the best for new assignments.

  • @user-sarat
    @user-sarat 2 ปีที่แล้ว +12

    নয়ন দা আহিব বুলি অপেক্ষা ত আছিলোঁ,এই কেইদিন মানুহ জন বেচি চৰ্চাত আছে যে, বেলেগত যিমান সাক্ষাৎকাৰ চালেও প্ৰিয় মানুহ জন অযান্তিকত চাবলৈ নাপালে ভাল‌ নালাগে❤️Love from Lakhimpur

  • @tapanborah2939
    @tapanborah2939 2 ปีที่แล้ว

    আজিৰ কথাখিনি ইয়ে মন চুই গল ।ভাল লাগিল ।

  • @Dhemajirsampriti
    @Dhemajirsampriti 2 ปีที่แล้ว +19

    Demfull is love, demfull is emotion 😌❤️
    .
    Love this episode of Ojaantric 💞

  • @krishnahazarika6391
    @krishnahazarika6391 2 ปีที่แล้ว +1

    My one of the favourite actor ❤️.we always love you Nayan da 🤟.....U.D da ke oassis dai besike kotha hudile..val lagile Sai❤️❤️❤️

  • @ipsitaphukan4381
    @ipsitaphukan4381 2 ปีที่แล้ว +5

    Thank you for inviting him.. 💕
    Ojaantric... Lot's of love❤

  • @ranjanborahlife3273
    @ranjanborahlife3273 2 ปีที่แล้ว

    আজি কথা বোৰ বেছি যোগান্তমক ❤️ ভাল লাগিল চাই বহুত 🥰 আৰু এটা কথা আজি বেছি বগা বগা লাগিছে সকলোকে

  • @Deepjyoti_kakati
    @Deepjyoti_kakati 2 ปีที่แล้ว +11

    নয়ন দা পৰাই শিকিছিলো ডেমফুল শব্দটো যিটো এতিয়াও বহুতো চৰ্চিত ।। ভাল লাগে তেওঁৰ ব্যক্তিত্বটো তেখেতৰ অভিনয় তেখেতৰ কণ্ঠত গীত সকলোৱে আটকধুনীয়া মনোমোহা।।❤️❤️ বাকী অযান্ত্ৰিক সদায় প্ৰিয়❤️

  • @ParthaProtim121
    @ParthaProtim121 2 ปีที่แล้ว

    Oasis দা আপোনাৰ হাঁহিটো আৰু মাতটোৰ কাৰণে আমাৰ গোটেই ছোৱালী মখা পাগল হৈ থাকে😁😁 UD দাৰ কথাবোৰ ভাল লাগে...যিমানেই মন বেয়া হৈ নাথাকক Ojaantric চাই দিলেই মন ভাল হৈ যায় ♥️♥️ আৰু লগতে নয়ন নীলিম দাক মাতি অনাৰ বাবে বহুত বহুত ধন্যবাদ 🙏🙏

  • @munmixykia7623
    @munmixykia7623 2 ปีที่แล้ว +3

    Emn j attachment ata hoi jbo ai show tur lgt vobai nsilu.. 🥺.. best wishes for u guyzz 🥰..

  • @justinjustin1283
    @justinjustin1283 2 ปีที่แล้ว

    Nice program. Nayan Nilim dar kotha bilak val lagil. Very nice.

  • @angkuritaroy5468
    @angkuritaroy5468 2 ปีที่แล้ว +6

    Yes Bor Akhom......No lower No Middle No Upper .... Love from Bongaigaon, Tezpur, Nagaon, Tinsukia....😊 Gutei keita jegat thaku moi ....fix thai nai ..heikrne🤣

  • @ipgneutral
    @ipgneutral 2 ปีที่แล้ว +1

    My fvrt Assamese Actor Nayan Nilim