Ojaantric || Assamese Podcast ft.

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ก.ค. 2024
  • Play on India's favourite Fantasy cricket platform "Gamezy"
    আপোনালোকে এইটো লিংকত গৈ এপটো ডাউনলোড কৰিব পাৰিব।
    Download using this Link:
    gamezy.page.link/MSRyTS8WnEuY...
    Play on Free and paid contest and stand a chance to win upto 5Crore.
    Thats not it play Rummy, Poker, Football and other easy games like Ludo, Carrom, Fruit Slice, 8-ball Pool etc and win big.
    #Gamezy
    #fantasycricketongamezy
    #GameNahiAppBadlo
    Our Second channel:
    Oasis Talukdar : • ONATAR || Assamese Pod...
    Udayan Duarah : • Hanayah's first day at...
    OJAANTRIC.....
    For business inquiries you can mail us at: oasismotionfilms@gmail.com
    Our contact number : 8133836648
  • บันเทิง

ความคิดเห็น • 1.6K

  • @lookeastrajibdowari
    @lookeastrajibdowari 2 ปีที่แล้ว +484

    এক চেকেণ্ডৰ বাবেও Skip নকৰাকৈ শেষৰলৈকে চালোঁ । হৃদয়ৰ পৰা ভাল পোৱা মানুহজন কুসুম ককাইদেউ 🥰

  • @rajkumarrahul8960
    @rajkumarrahul8960 2 ปีที่แล้ว +13

    এটা সময়ত অসমীয়া সংগীতৰ অধঃপতন বুলি কলে কুসুম কৈলাশৰ উদাহৰণ প্ৰথমে দিছিল আৰু এতিয়া সময় সলনি হল। কুসুম কৈলাশ দাই যিমান যি ফিউজনৰ কথা নকওঁক কিয়, তেওঁৰ কণ্ঠত আৰু শব্দত Ethnic taste এটা সদায় বিৰাজমান আৰু শ্ৰোতা বোৰে সেই টেষ্ট টো বুজি পোৱা হল লাহেকৈ। এতিয়া সমাদৰ বাহিল সকলো শ্ৰেণীৰ মানুহৰ মাজত।
    বাকী আপোনাৰ পৰা আৰু ভাল কাম আশা কৰিলোঁ..আপুনি আগুৱাই যাওঁক💐💐

  • @debajanidutta5586
    @debajanidutta5586 2 ปีที่แล้ว +81

    বহুত বহুত বহুত ভাল লাগিল।কুসুম আমাৰ বিদ্যালয়ৰ ছাত্ৰ আছিল আৰু আজি সফলতাৰ শীৰ্ষত উঠাৰ পিচতো কুসুমে নিজৰ ঠাইখন,নিজৰ বিদ্যালয়ৰ প্ৰতি যিখিনি হেঁপাহ,আন্তৰিকতা দেখুৱায়,সচাকৈয়ে ভাল লাগে,মন চুই যায়।এজন নিভাঁজ,শিপা পাহৰি নোযোৱা মানুহ হিচাপে চিৰদিন থাকা।আমাৰ শুভাশীষ,শুভকামনা সদায়েই আছে।

    • @user-qg9dt9zb1c
      @user-qg9dt9zb1c 9 หลายเดือนก่อน +1

      সঁচা মানুহ এইজন ।ভগৱানে কৃপা কৰক।

  • @sunuku8145
    @sunuku8145 2 ปีที่แล้ว +50

    কুসুম দাক প্ৰথম মই নিউজ লাইভৰ ভোগালী উৎসৱৰ অনুষ্ঠান এটাত দেখিছিলো ( চনতো পাহৰিলো কিন্তু অনুষ্ঠানতো আট ধৰিছিলে অনুপম চক্ৰবতি দাই আৰু অনুষ্ঠানতো মৰাণৰ ওচৰে পাজৰে হৈছিলে মই টিভিত হে চাইছিলো…… তেতিয়া কুসুম দা ইমান জনপ্ৰিয় নাছিলে অনুপম দাই ঘোষণা কৰোতে এইবুলি কৈছিলে - " এইবাৰ আপোনাৰ লোকৰ মাজত পৰিবেশন কৰিব এজন স্থানীয় গায়ক কুসুম কৈলাশে) আৰু তেতিয়া কুসুম দাই প্ৰথম "মাজনী মেঘে মাৰে গাজনী হ'বই লাগিব আনৰে ঘৰৰ বোৱাৰী গানতো গাইছিলে …… তেতিয়া অৱশ্যে কুসুম দাৰ নামতো মনত ৰৈ যোৱা নাছিলে মোৰ কিন্তু গানতো মনত ৰৈ গৈছিলে…… ।

  • @shonypator5936
    @shonypator5936 2 ปีที่แล้ว +49

    সংগ্ৰাম এ কিছু হাৰ মানিছে, কুসুম দাদাৰ আগত । Salute ...

  • @villageyoungstar2886
    @villageyoungstar2886 2 ปีที่แล้ว +93

    ১০০ শতাংশই নিশ্চিত যে, এই episode ৰ পৰা বহুতৰে চিন্তাধাৰা হলনি হ'ব।

  • @VickyKalitaOfficial
    @VickyKalitaOfficial 2 ปีที่แล้ว +223

    What a man, What a journey❤️

  • @pranameeborah3363
    @pranameeborah3363 2 ปีที่แล้ว +8

    আজিৰ পৰা ব্যক্তি হিচাপে কুসুম কৈলাশ দাৰ অনুৰাগী হলো। গান তেওঁৰ কণ্ঠত থাকক বা নাথাকক তেওঁ সদায় প্ৰিয় হৈ ৰব। ❤️

  • @techassam451
    @techassam451 2 ปีที่แล้ว +210

    কুসুম দাক এই বাবেই ভাল লাগে কাৰণ তেওঁৰ কথাবোৰ খুব নিভাঁজ ❣️মানুহে যিয়েই নকওক কিয়, প্ৰকৃতাৰ্থত যে মানুহজন ভাল সেয়া এই খণ্ডটোৰৰ পৰা খুব ভালদৰে বুজিব পাৰিলোঁ 😍 'মেঘে মাৰে বিজুলী', ''ৰ লাগি লাগি' কুসুম দাৰ পৰা এনেধৰণৰ গীত বহুত আশা কৰোঁ 🤗 সোনকালেই এনেকুৱা গান শুনিবলৈ পাম বুলি আশা কৰিলোঁ 🍃
    #long_live_ojaantric
    #love_from_golaghat

    • @majulianamika3530
      @majulianamika3530 2 ปีที่แล้ว +5

      এক দম সচাঁ কৈয়ছা💯

  • @pinku9553
    @pinku9553 2 ปีที่แล้ว +23

    তেওঁৰ উপস্থাপন শৈলী পাশ্চাত্য হব পাৰে কিন্তু কেঁচা মাটিৰ গুন্ধ থকা মানু্হ সেইবাবে তেওঁক ভাল লগে, অসমীয়া💚such a down to earth person

  • @bhabanabaruah7484
    @bhabanabaruah7484 2 ปีที่แล้ว +34

    One of the best episode of ojantric till date. কুসুম কৈলাশৰ পৰা বহু শিকিব পাৰি।

  • @devajits_world
    @devajits_world 2 ปีที่แล้ว +7

    কৈলাশ দাৰ অনুষ্ঠানটো চাই সঁচাই বহুত ভাল লাগিল, সেই স্কুলৰ দিনত দীঘল চুলিৰে আমাৰ আগে আগে খোজ কাঢ়ি গৈ থকা ককাইদেউ জনে আজি ইমানখিনি আগবঢ়া দেখি গৌৰৱ অনুভৱ কৰোঁ । আগবাঢ়ি যাওঁক ককাইদেউ লগতে অযান্ত্রিক ৰ যাত্ৰা অবিৰত হওক তাৰেই কামনা কৰিলোঁ ।

  • @jatinbosu6487
    @jatinbosu6487 2 ปีที่แล้ว +88

    Honestly বহুত ধুনীয়া কথা কৈছে দেই কুসুম দাই। অন্তৰ চুই গল তেওঁৰ journey তোৰ বিষয়ে শুনি। আজিৰ আমাৰ নৱ প্ৰজন্মই কথা খিনি শুনিলে জীৱনটোত বহুত খিনি inspire হব পাৰিব । আজি যেনেকৈ নৱ প্ৰজন্ম অলপতে হতাশাত ভোগে,কিন্তু কুসুম দা আচৰিত যি হাৰি হাৰি ও জীৱনত জিকিব খুজিছে আৰু পাৰিছে । যি কি নহওঁক এই episode তো সকলোৱে চাব লাগে । ভাল লাগিল। love from মৰাণ ❤️❤️❤️❤️❤️❤️

  • @nirmalikashyap1455
    @nirmalikashyap1455 2 ปีที่แล้ว +67

    বহুতো প্ৰিয় শিল্পীৰ ব্যক্তিগত বহুত কথা জানিলো , শিকিলো কেবল মাত্র 'Ojaantric' ৰ বাবে ..
    কুসুম কৈলাশ দা সচাকৈ মাটিৰ মানুহ, তেখেতৰ কোনো অহংকাৰ নাই, তেখেতে প্ৰকৃততে হাৰ মানি আকৌ নিজক উপস্হাপন কৰিছে সেয়ে অসমৰ অসমীয়াই তেওঁক মনত ৰাখিবলৈ বাধ্য .. শেষত বহুত বহুত মৰম দুয়োজনলৈ💕Thank you 'Ojaantric' , love frm Nalbari💕

  • @pabitragogoi8801
    @pabitragogoi8801 2 ปีที่แล้ว +13

    চাই থাকোতে কুসুম দা ক টকা দি সহায় কৰা মানুহ জন দিস্কো ভন্টি গানটোত সহায় কৰা মানুহ জনৰ নামটো শুনি ভাল লাগিল,,,,আৰু এই খণ্ডটো চাই moja লাগিল,,, ধ্যন্যবাদ অজন্ত্ৰিক,,,,

  • @bigupdate3513
    @bigupdate3513 2 ปีที่แล้ว +22

    Ojaantrict আজিয়েই 1ঘণ্টা জোৰা প্ৰথম এইটো ep. চালো মানে চাবলৈ বহুত মন গল আৰু বহুত ভাল লাগিল কুচুম দাক

  • @pujahatimuria57
    @pujahatimuria57 2 ปีที่แล้ว +456

    মৌচম দাৰ পাছতে আকৌ এজন নিভাঁজ মাটিৰ মানুহৰ অনুষ্ঠান চালো। খুবেই অনুপ্রাণিত হ'লো। ধন্যবাদ অযান্ত্রিক। কুসুম দাৰ গান বিলাক বেছিকৈ নুশুনো যদিও ব্যক্তি হিচাপে তেওঁক ভাল লাগিল।।

  • @aajenotunhomoi5664
    @aajenotunhomoi5664 2 ปีที่แล้ว +28

    কুসুম দা যে এজন ভাল মানুহ কথাটে গমপোৱা হয় আৰু এজন বহুত, বহুত ভাল মানুহ।কুসুম দালৈ হুভকামনা জাছিলো। দাদা কেইজনলৈ বহুত ধন্যবাদ

  • @momiborgohain8401
    @momiborgohain8401 2 ปีที่แล้ว +94

    মনত বহুত বহুত দুখ থাকিলেও মানুহৰ মুখত হাঁহি আনিব পৰা এটি অনুষ্ঠান। ভালপাওঁ অযান্ত্ৰিক ❤️❤️❤️❤️❤️

  • @LakhiDaVlogs
    @LakhiDaVlogs 2 ปีที่แล้ว +12

    গুতেইটো ইণ্টাৰ্ভিও চালোঁ। বহুত বহুত বহুতে ভাল লাগিল। গাঁওৰ নিভাজ মানুহ । Love from Lakhimpur ❤️❤️

  • @prantikdas5018
    @prantikdas5018 2 ปีที่แล้ว +59

    সহজ সৰল অসমীয়া খেতি কৰা ডেকা কুসুম দাদা love you ♥️

  • @asikurali2006
    @asikurali2006 2 ปีที่แล้ว +9

    কুসুম দাক ২০১৬ চনত তিনিচুকীয়া জিলা পুথিভঁৰালত অনুষ্ঠান এটাত লগ পাইছিলোঁ‌। ভাল লাগিল। সহজ সৰল মানুহ। ভাল লাগিল 😊🙏

  • @trishnaborgohain4969
    @trishnaborgohain4969 2 ปีที่แล้ว +31

    একেবাৰে মাটিৰ লগত জৰিত মানুহ.... .. মৰাণৰ লগতে মহমৰাকো উজ্বলাব' পৰা এটি তৰা ..... ❤️❤️❤️

  • @geet8974
    @geet8974 2 ปีที่แล้ว +17

    Akdum ai conversation tu ghorot pati thaka nisina lagil jen moi nijeo tat bohi huni asu... ইমান নিভাজ ইমান সহজ সৰল কথা খিনি আপোনাৰ দাদা।।☀️✨

  • @tikhortikhor8945
    @tikhortikhor8945 2 ปีที่แล้ว +24

    Aajir pora Kusum Kailash le respect bahut barhi gol. Thanks ojantric.

  • @lsd4889
    @lsd4889 2 ปีที่แล้ว +10

    বহুত কষ্ট কৰি আজিৰ এই অৱস্হা পাইছে ..জীৱনত তেওঁ বহুত সংঘৰ্ষ কৰিছে মানিব লাগিব. বহুত ভাল লাগিছে আজিৰ এই খণ্ডটো চাই

  • @RishavBaruah
    @RishavBaruah 2 ปีที่แล้ว +41

    Even though I can't relate to his music... But I totally respect his journey.... A good episode indeed...

  • @bidishabaruah1569
    @bidishabaruah1569 2 ปีที่แล้ว +14

    2020ত আমাৰ কলেজ লৈ আহিছিল । সহজ সৰল মানুহ ।। মনৰ ধনী তেওঁ।। সদায় এনেকুৱা এটা সৰল মনৰ অধিকাৰী হৈ জীয়াই থাকক ।। বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ❤️

  • @THRILLER07
    @THRILLER07 2 ปีที่แล้ว +32

    কুসুম কৈলাশ দাৰ অনুষ্ঠানটো চাই সঁচাই খুবেই অনুপ্ৰাণিত হ'লো৷❤️
    মানুহজন বহুত সহজ সৰল, কথাবোৰ ইমান সৰলকৈ ক'লে শুনি খুব ভাল লাগিল
    মানুহজনৰ গান বোৰ বহুত ভাল লাগে
    "মাজনী মেঘে মাৰে গাজনী......"❤️
    "বোৱা কটা জানা নে নাই....."❤️
    "মাজনী জ্বলা চাকিটিৰ জুই...."❤️
    "ৰ' লাগি লাগি......"❤️
    "ধনে সোনে...."❤️
    এই বিহু গান খিনি খুব ভাল লাগে।
    বাকি টু বিহুসুৰীয়া+Rap গোটেই খিনি গানেই ভাল লাগে সেইখিনি প্ৰায় সকলো মানুহেই শুনিছে।
    তেখেতৰ "মায়াবিনি" নামৰ গান এটা আছে গানটু ইমান বেছি মানুহে শুনা নাই কিন্তু গানটু শুনি বহুত ভাল লাগে।
    যোনে যোনে Comment টু পঢ়িছে গানটো শুনি চাওক।
    Ojantrik লৈ এটা অনুৰোধ তেখেতে Rap সংগীতৰ ওপৰত "ৰঙীন" নামৰ চিনেমা এখন কৰিছিল সেইখন TH-cam ত Upload কৰিবলৈ কওঁকচোন সেইখন কেতিয়া Release হ'ল গমেই নাপালোঁ চাবলৈ বহুত মন আছে।

  • @madhusmitadas1933
    @madhusmitadas1933 2 ปีที่แล้ว +45

    Kusum daar gaan Bilak emn utpotia...kothabur dekhun biporit akdm gohin...soft spoken hunile huni thakibo mon jua k kotha koi...lots of love and respect to kusum...and yes.. ojantric is always special,oasis da ,ud daa are very special... thank you for invited kusum da💕💕

  • @DuguExtra22
    @DuguExtra22 2 ปีที่แล้ว +18

    কুসুম দা ❤️ সঁচাকৈ ভাল লাগিল 🎶
    " পোন মানুহ চিধা কথা " কিন্তু আপোনাৰ । পুৰণি কাহিনীবোৰ খুবেই ভাল লাগিল 🥰
    আপোনাক গীতিকাৰ ৰূপে যিমান ভাল লগে সিমান খেতিয়ক বুলিও বহুত ভাল পাওঁ , আশা কৰোঁ আগন্তক দিনবোৰটো নতুন কল্পনাৰ নতুন সংগীত ও ছবি আগবঢ়াব 🎶। Love from Sonitpur (Chariduar)

  • @theankur34
    @theankur34 2 ปีที่แล้ว +17

    মাটিৰ মানুহ জন kussum দা❤️✨
    Love from চৰাইদেউ সোণাৰি।।

  • @sumisnakonwar7755
    @sumisnakonwar7755 2 ปีที่แล้ว +45

    সাংঘাটিক সাহসী মানুহ আপুনি কুসুম দা❤️❤️ বহুতেই শিকিব লগীয়া আছে আপোনাৰ জীবনৰ পৰা ।। আপোনাৰ জীৱন যুঁজৰ কাহিনী ৰ পৰা আমি বহুত শিকিব পাৰিছো।। বহুত আগুৱাই যাওক আপুনি।।বহুত বহুত মৰম ❤️❤️।। ধন্যবাদ ojantric ৰ পৰিয়াললৈ ইমান নজনা কথা আৰু বহুত শিকিব পৰিছো 😊😊।।

  • @abhijitsaikia6476
    @abhijitsaikia6476 2 ปีที่แล้ว +36

    Recommend all of you to use headphones while watching this episode so that you don't miss a single word from Kusum. He is a pure ground level raw talent. Absolutely stunning ✊ Keep Shining brother👊
    Moral of these conversation is that you don't know when your life take U turn'. 1st 200 run by Sachin Sir in ODI when he was out of form, Sehwag broke the same record when he completely forgot how to score runs and like that Rohit. So let the life play the match you just do your duty.

  • @kashmireesarmah4922
    @kashmireesarmah4922 2 ปีที่แล้ว +2

    এই সৰল মানুহজনৰ প্ৰগ্ৰাম চাব যাওঁতে সদায় তেওঁৰ সৰলতাক চাওঁ। সিদিনা যোৰহাটৰ বিষ্টোৰাম বৰুৱা হলত প্ৰগ্ৰাম কৰিব আহোঁতে চাই আছো কাষত বহি। আপুনি সদায় এনেকৈয়ে অসমীয়া সংস্কৃতিক সবল কৰক,আপোনাৰ চিন্তা অতুলনীয় কুসুম দা।

  • @nikenbhai
    @nikenbhai 2 ปีที่แล้ว +26

    🙏কুসুম দাদাক বহুত ভাল লাগে ❤। তেখেতক প্রথমৰ পৰাই জানো, তেখেতৰ জীবন কাহিনী অতি আমোদজনক.তেখেতৰ সুৰতো অতি নিভাজ.. আজিৰ অনুষ্ঠানটো বহুত ভাল লাগিল

  • @mukulgogoi2789
    @mukulgogoi2789 2 ปีที่แล้ว +8

    কুসুম দা সঁচাই এজন বহুত সৰল মনৰ মানুহ। মানুহ জনৰ এটা কথা কেতিয়াও নাপাহৰো। তেওঁ তেতিয়া প্ৰথম আমাৰ লালুক ত প্ৰগেম কৰিব আহিছিল। আৰু মোৰ ঘৰৰ ওচৰৰ ভাইটি জনে কুচুম দাক ফোন নম্বৰ খুজিছিল আৰু তেওঁ একো আপত্তি নকৰাকৈ ফোন নম্বৰ টো দিছিল। তেতিয়াই বুজি পাইছিলো তেওঁ কিমান সৰল মনৰ মানুহ। Love u kusum da♥️❤️

  • @bijitborpatra3670
    @bijitborpatra3670 2 ปีที่แล้ว +28

    Kussum Kailash মানুহজন সহজ সৰল বাবেই আমাৰ সকলোৰে প্রিয় । ❤️❤️

  • @polashprotimmusical2041
    @polashprotimmusical2041 2 ปีที่แล้ว +10

    বহুত বহুত ধন্যবাদ ইমান এটা ধুনীয়া অনুষ্ঠান আমাক উপহাৰ দিয়া বাবে । মোৰ লগতে আৰু বহুত লৰা ,ছোৱালী বাবে কুসুম দা প্ৰেৰণা মই ও কুসুম দাৰ লগত ফোন যুগে কথা বতৰা হৈ থাকে ।মই গান গাঁও অলপ চলপ লিখোঁ ।। কুসুম দা অসাধাৰণ হৈও একদম সাধাৰণ ভাবে থাকে ।। লগতে আপোনালোক দুজনকো বহুত বহুত মৰম ,ভালে থাকক ❤️❤️

    • @lakhyajitbharali8138
      @lakhyajitbharali8138 2 ปีที่แล้ว

      Bro muk number tu diba neki dadar please 🙏🙏🙏😭😭🥺🥺🥺moi tumar bhorit dhorisu

  • @abhijitgogoiap5233
    @abhijitgogoiap5233 2 ปีที่แล้ว +11

    ভাল মানে বহুত বেছিয়েই ভাল লাগিল..কৈলাস দাৰ কাষৰে গাওঁ জজলীৰ পাৰ একাজলী মৰম❤

  • @chinmoy415
    @chinmoy415 2 ปีที่แล้ว +81

    শিৱসাগৰ ৰ নামতিৰ পৰা হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মৰম জাচিছোঁ ❤️

    • @rahulbollavahom9554
      @rahulbollavahom9554 2 ปีที่แล้ว

      Bahh😃😃

    • @AnUnknownIndian
      @AnUnknownIndian 2 ปีที่แล้ว +1

      @Panchanan Mahanta যাচিছোঁ হে

    • @ANUJ_CHUTIA
      @ANUJ_CHUTIA 2 ปีที่แล้ว

      Namti kun gaon

    • @chinmoy415
      @chinmoy415 2 ปีที่แล้ว

      Namti dikshu high school r fale

    • @manashborgohain2290
      @manashborgohain2290 2 ปีที่แล้ว

      @Panchanan Mahanta hbo hei tut bhul dhori thakibo nalage. Kotha tu hun

  • @agustd8167
    @agustd8167 2 ปีที่แล้ว +11

    Papon Daa is in Assam ,,plz matok ebr teuk aru whole band k🔥👍🏿They are so talented✌🏾

  • @macronymous2245
    @macronymous2245 ปีที่แล้ว +4

    Manuh enekua open minded, free, bold and brave hobo laage. Josh u aase hosh u aase plus down to earth manuh.
    Naajanu singer hisabe kiman precious teu, but as a real human being Kusum Kailash is a gem.
    Please akou invite korok, asomiya manuh aaru new gen bohut inspired hobo, people like him can are indirect motivational speaker technically, unlike many professional motivators who try hard but cant motivate any.

  • @rajbongshi9843
    @rajbongshi9843 2 ปีที่แล้ว +10

    এদিন উজ্জ্বল ছাৰ , নীল দা, কুসুম দা,ৰিদিপ দা, ৰমেন দা , আকাশ নিবিড়, দিনেশ টাই আৰু কৃষ্ণ দাক লৈ দীঘলীয়া অনুষ্ঠান আয়োজন কৰিব লাগে

    • @The__9000__
      @The__9000__ ปีที่แล้ว +1

      ময়ো বিচাৰো আটাইকেইজন ককাদেউক 😊😌

  • @bikashsaikia777
    @bikashsaikia777 2 ปีที่แล้ว +15

    Don't judge a book by it's cover.
    Kussum da hence proved it.

  • @abinashhandique6745
    @abinashhandique6745 2 ปีที่แล้ว +28

    বহুত বেছি ভাল লাগিল অনুষ্ঠানটি চাই, এনে অনুপ্ৰেৰণামূলক কাহিনীয়ে নিশ্চয়কৈ অসমীয়া সংস্কৃতি জগতৰ নৱপ্ৰজন্মক উৎসাহিত কৰিব ধনাত্মক ভাবে আগুৱাই যাবলৈ। ধন্যবাদ অজান্ত্ৰিক ❤️👍 কুসুম দাৰ দৰে নিভাঁজ অসমীয়া সম্পদলৈ অলেখ শুভকামনা ❤️

  • @himangshu9116
    @himangshu9116 2 ปีที่แล้ว +13

    The Best Ojantric episode. Such a phenomenal journey. Got to admit that Kusum Koilash brought a new trend in Assamese Music just like Zubeen, Papon, Neel Akash & recently Shankuraj. When Kusum Koilash was invited to the Rongali festival 3/4 years back, many people trolled that decision. But You may like his songs or not like them, but he is here to stay & rise only higher. He is in vogue.

  • @promudkonch2033
    @promudkonch2033 2 ปีที่แล้ว +10

    কিমান যে ভাল লাগিল কব পৰা নাই আৰু অলপ দীঘলীয়া হোৱা হলে আৰু ভাল লাগিল হয়।। I love you কুসুম দা ❤️❤️❤️

  • @jayantamadhavdoley4890
    @jayantamadhavdoley4890 2 ปีที่แล้ว +8

    Kussum daa ৰ বহুত নজনা কথা জানিলো আৰু Kussum daa ক আগতে যিমান ভাল পাইছিলো এতিয়া তাতকৈ ভাল পোৱা বহু গুণ বাঢ়ি গল I always love you Kussum daa and u d daa and oasis daa thank you so much এনেকুৱা ভাল লগা এটা episode আগবঢ়োৱাৰ বাবে ojaantric জিন্দাবাদ ✊❣❣

  • @bhumijabarman3056
    @bhumijabarman3056 2 ปีที่แล้ว +8

    বহুত বেছি ভাল লাগিল...দাদাৰ গানবোৰ ভাল পাওঁ বহুত ..কিন্তু আজি দাদাৰ জীৱনৰ কাহিনীবোৰ, Struggle বোৰ শুনি যেন কিবা এটা সাহস পালোঁ মনত... সচাঁকে মানুহে ইচ্ছা কৰিলে সকলো কৰিব পাৰে..... ❤অযান্ত্ৰিক প্ৰায় চাওঁ...আজি আটাইতকৈ বেছি ভাল লাগিল....বিশেষকৈ দাদাৰ সহজ-সৰল কথাবোৰ শুনি......❤

  • @dhrubajyotigogoi939
    @dhrubajyotigogoi939 2 ปีที่แล้ว +10

    Love from your birth place ❤️
    Buragohainbari ✌️
    অযান্ত্ৰিকৰ যাদু এয়াই... আগত নোকোৱা কথাবোৰো ওলাই যায়.... UD daa OASIS daa 💗🔥

  • @pallavipborah
    @pallavipborah 2 ปีที่แล้ว +20

    This is the first episode that I have watched twice. His simplicity took my heart. Real people from my land. Birat bhal lagile. Best wishes❤️

  • @biswajitbhuyan642
    @biswajitbhuyan642 2 ปีที่แล้ว +9

    অযান্ত্ৰিক। আৰম্ভণিৰে পৰাই আপোন। এটাও খণ্ড এৰা নাই। চাইছো। সদায় চাম। আপোনালোক দুয়োজনকে আদি কৰি কেমেৰাৰ আঁৰত থকা সকলোলৈকে মৰম যাচিলো। অনাগত দিনবোৰত অযান্ত্ৰিক আৰু উজ্বলি উঠক। একাঁজলী শুভকামনা জনালো। আৰু এটা কথা কও, অযান্ত্ৰিক যেন সদায় অযান্ত্ৰিক হৈ থাকক কাৰণ, য'ত কৃত্ৰিমতা থাকে তাত মনৰ অসুখবোৰ বেছিকৈ হয়।

  • @anamikabaruah7753
    @anamikabaruah7753 2 ปีที่แล้ว +18

    আছুটীয়াকৈ ৰাখিছোঁ তোমাক সোন❤️ এই গানটোত udi দা সচাকৈ ধুনীয়া লাগে❤️💕।কুসুম কৈলাচ সঁচাকৈ মাটিৰ মানুহ❤️❤️

  • @maverickchester3470
    @maverickchester3470 2 ปีที่แล้ว +10

    He has much knowledge in music than anyone can imagine ,i myself didn't knew so much about him, ojaantric is really making a revolution in the the name of interview....move on guys...👏🏻👏🏻

  • @sujoybarg4674
    @sujoybarg4674 2 ปีที่แล้ว +13

    Perfect Example of Simple Living High Thinking . Kusum da love you and your vision. ❤

  • @rituponarajkhowa8050
    @rituponarajkhowa8050 2 ปีที่แล้ว +34

    One of the favorite show...Ojanntric...disco vontir pora sinaki kusum daa...kusum daak Ojanntric ot dakhi val lagil....Big Thanks to my Fvrt...UD da and Oasis da..❤❤❤💕💕💕✨✨✨😍😍😍

  • @nirmaliboruah5669
    @nirmaliboruah5669 2 ปีที่แล้ว +77

    Such a down to earth person respects grows itself for him thank you UD n Oasis.

  • @kapilsekhar7338
    @kapilsekhar7338 2 ปีที่แล้ว +12

    Bohut respect barhi gol kusum koilashar proti... Really genuine artist.. Thank uuu ojantric for such video.. Kusumar gaan bhal lage bohut

  • @bishnustatus711
    @bishnustatus711 2 ปีที่แล้ว +5

    মাটিৰ মানুহক সদাই ভাল লাগে । Kusum kailash দা আপোন আছিল আছে থাকিব ❤️
    Tq অযান্ত্ৰিক ।
    সুখী হলো আবেগ হলো 😌 🙏

  • @santanuchetia7796
    @santanuchetia7796 2 ปีที่แล้ว +10

    Kusum daar'r gaan june ji nokouk kibtu tekhetor jibur lyrics tenekuwa lyrics zubeen daa pst teuwe dse...
    Akdom daily hoi thka jibonor kotha gaanor rupot aagbohai diye hkrne feel factor tu aahe and i love his songs alot ❤️

  • @ushas_handicraft8417
    @ushas_handicraft8417 2 ปีที่แล้ว +14

    বহুত ভাল লাগিল আজিৰ অনুষ্ঠানটি । কুসুম দাৰ কথা আৰু শুনিবলৈ মন থাকিল ।❤️

  • @ansutija3405
    @ansutija3405 2 ปีที่แล้ว +13

    অযান্ত্রিক সদায় আপোন। আজিৰ অনুষ্ঠানটো চাই সচাঁই বহুত ভাল লাগিল। সচাঁ অৰ্থাৎ মাটিৰ মানুহ তেওঁ।
    পিছে UD দা আপোনাৰ এইটো প্ৰথম episode য'ত আপুনি বেছি কথা কোৱা নাই😜😜🤣 বাকি অযান্ত্রিক ৰOCK 😍 বজালী ৰ পৰা বহুত মৰম❤

  • @C.G.007
    @C.G.007 2 ปีที่แล้ว +20

    After this episode .....my respect has grown for this man ❣️

  • @travelsphere6154
    @travelsphere6154 2 ปีที่แล้ว +12

    অযান্ত্ৰিকে বহুতৰে নজনা কথাবোৰ জানিবলৈ দিয়ে সদায়....ভাল লাগে...শিকিব পাৰি...শুভকামনা অযান্ত্ৰিক...অবিৰত হওক সদায়

  • @debaxixhborah3223
    @debaxixhborah3223 2 ปีที่แล้ว +3

    এইজন ব্যক্তি বহুত সহজ সৰল। তেওঁৰ কথাই বহুতক জীৱনত আগুৱাই নিয়াত সহায় কৰিব

  • @mninjagaming7793
    @mninjagaming7793 2 ปีที่แล้ว +5

    কুসুম দাক মোৰ এই বাবেই ভাল লাগে, বহুত সৰলতা আছে মানুহজনৰ অন্তৰত।

  • @mrigankabarman425
    @mrigankabarman425 2 ปีที่แล้ว +14

    Only interview I loved the most by these guys ...... Kusum Da is the inspiration of many of young buds

  • @kakubhuyan3238
    @kakubhuyan3238 2 ปีที่แล้ว +45

    মোৰ ভাল লগা এটা অনুষ্ঠান অজান্ত্ৰিক। Love from biwsanath ❤️

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 2 ปีที่แล้ว +23

    Choku dekhi e laagise Kusum Da ekdom tired!!! Stay blessed Dada 💕💕💕💕 Ekdom dangor fan here.

  • @nijumonidas7020
    @nijumonidas7020 2 ปีที่แล้ว +34

    আজি episode টো‌ চাই সঁচাকৈ বহুত‌ ভাল লাগিল । এজন নিভাজ‌‌ , এজন সহজ- সৰল মানুহ ।‌‌ কোনো কৃত্ৰিমতা নাই তেওঁৰ ভাল লাগে । মই অযান্ত্ৰিকৰ নিয়মীয়া দৰ্শক like আৰু share সদায় কৰোঁ কিন্তু comment কৰিব লাজ লাগে তেওঁ আজি কৰিলোঁ দুটা কাৰণত প্ৰথমতো episode টো বহুত বেছি ভাল লাগিল আৰু দ্বিতীয়তে আজি কুসুম দায়ে উদয়ন দাৰ মুখৰ মাত বন্ধ ‌কৰি দিলে‌ কিন্তু😄😄 ।

  • @bigupdate3513
    @bigupdate3513 2 ปีที่แล้ว +5

    বহুত বহুত বহুত ভাল লাগিল কুচুম দা ।বহুত মৰম কুচুম দা আপুনি বহুত আগৱাঢ়ি যক ।Ojaantric show টোলে বহুত ধন্যবাদ

  • @barunkumarrajmedhi1038
    @barunkumarrajmedhi1038 2 ปีที่แล้ว +47

    সুন্দৰ ! Lyrics আধুনিক হলেও কুসুম কৈলাছ দাদাৰ গানবোৰত বিহু তথা খাটি অসমীয়াৰ গোন্ধ এটা থাকে সদায় ! UD দা আৰু Oasis দুয়োৰে উপস্থাপন ধুনীয়া ! Best Wishes to Team Ojaantric !

  • @padunyazozo1494
    @padunyazozo1494 2 ปีที่แล้ว +5

    এটা কথা সচাঁ যে সংগ্ৰামৰ পাছতহে সফলতা। অযান্ত্ৰিকক বহুত মৰম যাঁচিলো।

  • @varietyeverywhere6649
    @varietyeverywhere6649 2 ปีที่แล้ว +3

    One of the best episode...I lk songs lk bukka bukka ,maram lagi jai nd many more songs..He is an excellent composer

  • @manavsvlogs240
    @manavsvlogs240 2 ปีที่แล้ว +4

    Kusum daa jiboni khuni Bht val o lagil bht dukh o lagil. You are the best dada 💕🥰.. ek dom practically life apunr..... actually life tu practical a hbo lage tetya he jbnr ortho ki buji puwa jai...jimn khini nijok buji puwa jai thik khimn khini aanr jbntuku buji puwa jai... Anyway God bless you Dada 🙏..

  • @digantasaikia5933
    @digantasaikia5933 2 ปีที่แล้ว +7

    মাটিৰ মানুহ ❤ মৌচুম দা ৰ পিছত কুসুম দা।
    বহুত কষ্ট কৰিছে ভাল লাগিছে তেওঁলোকৰ জীৱনৰ কথা, জীৱনৰ সংগ্ৰামৰ কথা। আৰু এটা Episode লাগে।।
    অযান্ত্রিক চিৰযুগমীয়া হওঁক ❤

  • @mainaphukon4151
    @mainaphukon4151 2 ปีที่แล้ว +23

    দাদাৰ অতীতৰ সেই সংগ্ৰামৰ কথা আগতেই শুনিছো, আৰু সেই কথা বোৰ শুনিলে মোক কিবা এটা কৰিবলে উত্সাহ যোগাই..। তেওঁ গান সেই ২০১১ ৰ DISCO VONTI ৰ পৰাই শুনি আহিছো আৰু ভাল পাই আহিছো আৰু পাছলৈ ও নতুন সুৱাদৰ গান পায় যাম বুলি আশা কৰিম.।
    গোলাঘাটৰ পৰা মৰম দিলো... আৰু অযান্ত্ৰিকৰ দীৰ্ঘায়ু কামনা কৰিলো।
    আৰু এটাৰ কথা কওঁ এই chenel তোৰ ব্যতিক্ৰম অনুষ্ঠান ৰ বাবে আমাৰ পৰিয়ালৰ সকলো আপোনালোকৰ অনুৰাগী হয় দেই... ❤️

    • @mainaphukon4151
      @mainaphukon4151 2 ปีที่แล้ว +1

      লগতে আৰু এটা কথা কবলৈ থাকি গল...
      দাদাই যে নব্-প্ৰজন্মৰ পৰা যি বিলাক আশা কৰিছে সঁচাকৈ মন কৰিব লগীয়া।
      আৰু এটা কথা, তেওঁ যে সেই চিন্তা ধাৰা অসমীয়া ভাষা তথা সংস্কৃতিক বিশ্ব দৰবাৰত লৈ যোৱা যি হেঁপাহ এদিন সফল হব... আমি ও আছো লগত।
      জয় আই অসম ❤️

    • @Bonoriya93
      @Bonoriya93 2 ปีที่แล้ว +1

      Love From Golaghat
      #long_ojantric

  • @napresentshort3385
    @napresentshort3385 2 ปีที่แล้ว +3

    সেইদিনাৰ কথা কি ক'ম যিদিনা প্ৰথম তেওঁৰ লগত কথা পাতিছিলো বিশ্বাস কৰক সেইদিনা তেওঁৰ লগত ফোনত প্ৰথম কথা পাতিছো তেওঁৰ লগত যেন বহুত দিনৰে চিনাকি ১৫ মিনিট সময় কথা পাতিছে বহুত ভাল মানুহ কুসুম দা লাভ ইউ ফৰ এভাৰ ❤❤এটা বহুত ডাঙৰ আশা এদিন নীল ককাইটিক দেখা পাম অযান্ত্রিকৰ আড্ডাত......

  • @_kAsH_cration
    @_kAsH_cration 2 ปีที่แล้ว +7

    ভাল পোৱা singer জনৰ অনুষ্ঠান তো চাই বহুত ভাল লাগিল.....🥰🌹
    Love..💓 you Kussum koilas. ..💓💓💓

  • @priyagogoi9719
    @priyagogoi9719 2 ปีที่แล้ว +10

    আৰম্ভণিৰে পৰাই অযান্ত্ৰিক চাই আহিছোঁ কিন্তু আজি episode টো বহুত বেছি ভাল লাগিল । একেলগে দুবাৰ চালোঁ ঘূৰাই ঘূৰাই। চেপনৰ পৰা বহুত বহুত মৰম দিলোঁ মাটিৰ মানুহজনক লৈ অহাৰ বাবে

  • @travelerslakhiminath9325
    @travelerslakhiminath9325 2 ปีที่แล้ว +5

    Ai sow tur babe bahut excited hoi thku bhut besi Val lge xasai ,,, kusum dar Geet bur xuni Val lge, ocics da voice tu realy so sweet ,🥰🥰🥰🥰🥰🥰🥰🥰,,, n UD Dak Val lge, Love u ojaantic , from Udalguri

  • @channdrimaa
    @channdrimaa 2 ปีที่แล้ว +13

    ক্লা শব্দটো আহোমৰে হয় সেইকাৰনে উজনি অসমত প্ৰভাৱটো বেছি শুনিও ভাল লাগে বহুত ❤

    • @chowlengdonahom1105
      @chowlengdonahom1105 2 ปีที่แล้ว +1

      হয় 'ক্লা' শব্দটো আমাৰ আহোমৰে হয়। 'ক্লা' শব্দটো তাঈ আহোম ভাষাৰ হয়।

    • @ANUJ_CHUTIA
      @ANUJ_CHUTIA 2 ปีที่แล้ว +1

      Kelah 💗⚡

    • @channdrimaa
      @channdrimaa 2 ปีที่แล้ว

      @@ANUJ_CHUTIA 😇🤭

    • @ANUJ_CHUTIA
      @ANUJ_CHUTIA 2 ปีที่แล้ว

      @@channdrimaa insta ase nih 2mr

    • @channdrimaa
      @channdrimaa 2 ปีที่แล้ว

      @@ANUJ_CHUTIA নাই । ফেচবুক হে আছে ।
      নাঙ য়েচেংখাম ফুকন

  • @dilippanyang7527
    @dilippanyang7527 2 ปีที่แล้ว +4

    U D দাদাৰ আজি কথা কোৱাটো অলপ কম হ'ল নেকি😜 কিন্তু আজিৰ খণ্ডটো বহুত ভাল লাগিল। ধন্যবাদ ।। ###অযান্ত্ৰিক###

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 2 ปีที่แล้ว +12

    "Hum hai... Aapko lagta nehi par hum hai" Millions of fans exist for Kusum Kailash

  • @deepjyotikonwar3487
    @deepjyotikonwar3487 2 ปีที่แล้ว +37

    One of the best episode, It was interactive, entertaining, inspiring story , Raw star, real podcast 👏 🙌 👌.
    Oasis is so cute, humai jabo mic or bhitorot..."Mic" tu uu koi saage "Alop durot juwa, don't be so close to me😉"

  • @rahulbhuyan6936
    @rahulbhuyan6936 6 หลายเดือนก่อน

    মনৰ পৰা ভালপোৱা মানুহ এজনক আজি অযান্তিকে আমন্ত্ৰণ জনাইছে। খুব ভাল লাগিল অনুষ্ঠানটো । নিভাজ মাটিৰ মানুহ এজন কুষুম দা। সেয়ে তেখেতৰ গান বোৰ হৃদয়ৰ নিভাজ কোনলৈ সোমাই যায়। আপুনি এনেদৰেই সদাই নতুন নতুন সৃষ্টি কৰি যাওক। অসমৰ মানুহে সদাই মৰম দি যাব। আজি অনুষ্ঠানটোৰ পৰা বহুত নজনা কথা জনিলো। কুষুম দাক ওচৰৰ পৰা পোৱা নিচিনা অনুভৱ হৈছে। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অযান্তিকক। আৰু আগবাহী যাওক অযান্তিক।

  • @midupobondutta4440
    @midupobondutta4440 2 ปีที่แล้ว +2

    যাত্ৰা,অভিজ্ঞতা সফলতা আৰু এমুঠি কথা। খন্তেক জীৱনৰ আড্ডা। ভাল লগা মানুহ, ভাল লগা অনুষ্ঠান, ভাল লগা সময়।

  • @parthapratimsaikia1011
    @parthapratimsaikia1011 2 ปีที่แล้ว +48

    Best episode ever .....with the most fvrt inspiring person kussum da..

  • @manjitdas2046
    @manjitdas2046 2 ปีที่แล้ว +5

    Ojantric r protitu episode e ata notun positivie vibe dibo pare..ojantric mor priyo show..love from baksa(BTR)

  • @pallabitalukdar4665
    @pallabitalukdar4665 2 ปีที่แล้ว +6

    নিভাঁজ মাটিৰ মানুহ কুসুম দা...অযান্ত্ৰিকৰ অনুষ্ঠান চাই সচাঁকৈ বৰ সুখ অনুভৱ কৰোঁ 🥰 অযান্ত্ৰিক আৰু বহুত আগুৱাই যাওঁক.....

  • @bakkbakk_girl
    @bakkbakk_girl 2 ปีที่แล้ว +6

    Fearless, straightforward, self-made man ....bht vl lagile ktha bur huni ....aru ata episode lagibo

  • @juridevi8514
    @juridevi8514 2 ปีที่แล้ว +4

    আজিৰ এই অনুষ্ঠানটো চাই খুবেই ভাল লাগিল..কুসুম দাৰ কথাবোৰ বহুত ভাল লাগিল..

  • @vibgyor7741
    @vibgyor7741 2 ปีที่แล้ว +10

    আপোনালোকৰ এপিছডলৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকোঁ। ভিডিঅ বোৰ শুনি বা চায় অত্যন্ত সুখ, আনন্দ আৰু এক মনোসন্তুষ্টি লাভ কৰোঁ। love from Silapathar

  • @drstdhruba1837
    @drstdhruba1837 2 ปีที่แล้ว +6

    যান্ত্ৰিক সময়ত অযান্ত্ৰিকৰ নতুন খণ্ড লৈ বহুত আগ্ৰহেৰে ৰৈ থাকো, আৰু আগুৱাই যাওক বহুত বহুত শুভকামনা থাকিল

  • @munusunu6486
    @munusunu6486 2 ปีที่แล้ว +3

    মাটিৰ মানুহ❤️❤️ দেখাত বৰ ভাগৰুৱা যেন লাগি আছে তেওঁক।হয়য়ো বাৰু।আহিছে যে তথাপিও! ধন্যবাদ

  • @pankilkumar6074
    @pankilkumar6074 2 ปีที่แล้ว +5

    Talukdar the voice,,, grt job, coz tumar mat aaji ud,t k kom hua nai,,, moi bektigoto bhave bhabu , kk r uporot kora study ba tekhetor bisoye janar hepah aitu mukhyo karon, thank u ojantric, joy aai asom

  • @kgfacts8011
    @kgfacts8011 2 ปีที่แล้ว +9

    One of the best episode of Ojantric till now

  • @amritgogoi3991
    @amritgogoi3991 2 ปีที่แล้ว +1

    ককাই , খোজ বোৰ সদায় এনেকৈ মাটিতে ৰাখিৱি । মানুহে সততে মানুহ হিচাৱে লগ পাবলৈ ।। ভাল লাগিল অনুষ্ঠাণটি ।

  • @user-uj8ke8zx3s
    @user-uj8ke8zx3s 2 ปีที่แล้ว +2

    এজন নিভাঁজ মাটিৰ মানুহ , ভাল পাও তেওঁক, আৰু তেওঁৰ গীত সমূহক।❣️❣️