ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Krishna. Krishna. Provu. Xundor. Kotha. Xuni boloi. Palu. Val. Lagil. Kola. Aru. Ajior. Xomuh. Raijoloi. Xewahe. Ago. Bohalu. Krishna.
বৰ সুন্দৰ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿 শৰ্মা ককা 🙏🏿 আৰু মহন্ত বাপ আপোনাক আমি আমাৰ গৃহৰ পৰাই সেৱা আগবঢ়ালোঁ 🙏🏿 কৃষ্ণ 🙏🏿🙏🏿🙏🏿🙏🏿
এনেদৰে আমাৰ অসমৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত আলোচনা আৰু প্ৰচাৰ-প্ৰসাৰৰ সুপ্ৰচেষ্টা কৰা DD NE লৈ আমাৰ ফালৰ পৰা শলাগিছো আৰু ধন্যৱাদ জনাইছো ৷শঙ্কৰ মাধৱ অভেদ ঈশ্বৰ গুৰু..........l জয় গুৰু শঙ্কৰ , জয় গুৰু মাধৱ ৷
জয় জয় শংকৰ মাধৱ
Himan deka
বহুত বহুত ধন্যবাদ এনেকুৱা অৱস্থাৰ বাবে
গুৱাহাটী দূৰদৰ্শনক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে দুয়োজন বাপ শৰ্মা ডাঙৰীয়া আৰু মহন্ত ডাঙৰীয়াৰ দীৰ্ঘায়ূ কামনা কৰিলোঁ।
আলোচ্য বিষয়টো শুনি আপ্লুত হ'লো । দুয়োজনা আলোচক মহোদয়লৈ আন্তৰিক অভিনন্দন তথা সেৱা জনালোঁ ।
বহুত ভাল লাগিল।নামঘৰৰ বক্ষ,উদৰ আৰু নাভিৰ অন্তৰ্নিহিত অৰ্থ বুজি পালোঁ। তদুপৰি শিশু শ্ৰমিকৰ সমাধান যে তাহানিতেই ওলাইছিল....
কৃষ্ণ, কৃষ্ণ, কৃষ্ণ আপোনালোকৰ আলোচনাই ভবিষ্যত প্ৰজন্মক আৰু আমাকো বহুতো জৃ্।।
dhonyabad . Guru dujonar lagote apunalukkoku soshardha pronam jonalu . bohutu nojona kotha janilu . guru dujonar shristi raji totha adorsha aru kormorajir bishoyot.
🎉দুয়ো জনালোঁ বাপ লৈ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
Barpeta namghar satridhakerBassists Sharma Holi song all the best I like you ,I love you thanking.
Kouty kouty dandavat pranam o namaskar baap
বুঢ়া সত্ৰীয়া প্ৰভু ঈশ্বৰ আকৌ পুণৰ ধৰালৈ নামি আহি আগৰ আসন গ্ৰহণ কৰিবলৈ প্ৰাৰ্থনা কৰিলোঁ।
বহুত নজনা কথা শুনিবলৈ পালো দুয়োজন বাপলৈ আন্তুৰিক সেৱা জনালোঁ কৃষ্ণ শংকৰ মাধৱ
Bor sundor alochonaa
Kouty kouty dandavat pranam aru namaskar 🙏🏻
Shree krishnaya Namah 🙏🏻
🙏 Krishna Hori Ram Oum santi 🙏
কৃষ্ণ কৃষ্ণ। এনে আলোচনা হেজাৰ বাৰ শুনিলেই ও মন নভৰে।
অতি উত্তম প্ৰচাৰ
Hosakoi bukut Jen ajaak batah dhumuha he gol Jintu medhi from pathshala India Assam 🇮🇳
Krishna Krishna 👋👋👋👋❤❤❤💙💛💟
জয় কৃষ্ণগুৰু
Ati sunder paribeshan. Jai guru Sankar.
Jai guru Sankar Dev Madhab Dev 🙏🙏👍👍🙏❤️👍❤️🙏👍👍🙏❤️🙏👍👍❤️🙏
বর্তমান সময়ত আপোনাৰ নিচিনা পদাধিকাৰ বুঢ়াআতা ইমান উদাৰ ভাৱধারা মই আন কাকো দেখা নাই।।হিন্দু মুছলমানৰ মাজত হোৱআ ঘৃণা,আরু প্রতিশোধৰ দাবাগ্নি আপুনি নুমাব পারিব।।জয় গুরু শঙ্কৰদেৱ,জয় গুরুমাধবদেৱ।।জয় বৰপেটা কীর্তনঘৰ,জয় বৰদোৱআ নামঘৰ,জয় মধুপুৰসত্র,জয় পবিত্র স্হান মাজুলী নদীদ্বীপ।।
সঁচাকৈ
অতি সুন্দৰ লাগিল
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏 কৃষ্ণ কৃষ্ণ🙏
শঙ্কৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইত পৰ দুহান নামক কীৰ্ত্তন কৰিয়া কৃত্য কৃত্য হুৱে নৰ ....কৃষ্ণ
Boronya mohan biyakti dujonaloi hotakoti nomoskar🙏🙏🙏🙏🙏
Joi joi sankoro joi joi madhobo
কৃষ্ণ
নতুন প্ৰজন্মৰ বাবে অতি শিক্খনীয় আলোচনা । ধন্যবাদ ।ন
সুন্দৰ উপস্থাপন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ
Khub atmo santushti anubhabh korilu.
🙏🙏🙏
Hoi Bap Bind apunalukor kothat muru ak mot🙏🌺Krishna🌺🙏
ৰাম কৃষ্ণ হৰি
Go
Bhal lagil
Krishna ATI atum prosar
ভাল লাগিল
বহুত নজনা কথা জানিলোঁ৷ভাল লাগিল
Krishna♥️
কৃষ্ণ 🙏🙏
Shri shri Gurujona shriti mohimar Kotha janibo pari sirokritogo
Khub huni Bhal palm
গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা আৰু অধিক এনেধৰণৰ আলোচনা আশা কৰিছোঁ।এনেধৰণৰ অধ্যয়ন তথা আলোচনাৰ পৰা আমি সমৃদ্ধ আৰু উপকৃত হওঁ।
আগলৈ আপোনাৰ লোকৰপৰা আৰু এনে ধৰণৰ বাখ্য শুনিবলৈ পাম বুলি আশা কৰিলো...
, GC
Please Take care of Haridev
কোন হয় ?
ইমান দুজন বিৰল প্ৰতিভাধৰ ব্যক্তিৰ অমৰ সৃষ্টি ক আমি অসমীয়া য়ে বিশ্বৰ আগত চিনাকি কৰি দিব নোৱাৰিলোঁ ..! বিশ্ব বাদেই ভাৰত বৰ্ষৰ মানুহেই আজি গুৰু দুজনা ক চিনি নাপাই (কিছু সংখ্যক ক বাদ দি) ..! ইয়াত কৈ আমাৰ বাবে দুঃখৰ কথা কি আছে ..!
বহুত নজনা কথা জানিব পাৰিলো আপোনালোক সেবা কৰিছো কৃষ্ণ 🙏🏻🙏🏻🙏🏻
Ki pandit bulie kolo he hori satrar baapeo gurujonak aneke koi thei seikarone amar asamiya jaati talat goi ase
Voishnob dhormo South t arambho hoi shil..
I want to know Haridev
কোন আছিল সেইজন ?
Krishna. Krishna. Provu. Xundor. Kotha. Xuni boloi. Palu. Val. Lagil. Kola. Aru. Ajior. Xomuh. Raijoloi. Xewahe. Ago. Bohalu. Krishna.
বৰ সুন্দৰ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿 শৰ্মা ককা 🙏🏿 আৰু মহন্ত বাপ আপোনাক আমি আমাৰ গৃহৰ পৰাই সেৱা আগবঢ়ালোঁ 🙏🏿 কৃষ্ণ 🙏🏿🙏🏿🙏🏿🙏🏿
এনেদৰে আমাৰ অসমৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত আলোচনা আৰু প্ৰচাৰ-প্ৰসাৰৰ সুপ্ৰচেষ্টা কৰা DD NE লৈ আমাৰ ফালৰ পৰা শলাগিছো আৰু ধন্যৱাদ জনাইছো ৷শঙ্কৰ মাধৱ অভেদ ঈশ্বৰ গুৰু..........l জয় গুৰু শঙ্কৰ , জয় গুৰু মাধৱ ৷
জয় জয় শংকৰ মাধৱ
Himan deka
বহুত বহুত ধন্যবাদ এনেকুৱা অৱস্থাৰ বাবে
গুৱাহাটী দূৰদৰ্শনক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে দুয়োজন বাপ শৰ্মা ডাঙৰীয়া আৰু মহন্ত ডাঙৰীয়াৰ দীৰ্ঘায়ূ কামনা কৰিলোঁ।
আলোচ্য বিষয়টো শুনি আপ্লুত হ'লো । দুয়োজনা আলোচক মহোদয়লৈ আন্তৰিক অভিনন্দন তথা সেৱা জনালোঁ ।
বহুত ভাল লাগিল।নামঘৰৰ বক্ষ,উদৰ আৰু নাভিৰ অন্তৰ্নিহিত অৰ্থ বুজি পালোঁ। তদুপৰি শিশু শ্ৰমিকৰ সমাধান যে তাহানিতেই ওলাইছিল....
কৃষ্ণ, কৃষ্ণ, কৃষ্ণ আপোনালোকৰ আলোচনাই ভবিষ্যত প্ৰজন্মক আৰু আমাকো বহুতো জৃ্।
।
dhonyabad . Guru dujonar lagote apunalukkoku soshardha pronam jonalu . bohutu nojona kotha janilu . guru dujonar shristi raji totha adorsha aru kormorajir bishoyot.
🎉দুয়ো জনালোঁ বাপ লৈ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
Barpeta namghar satridhaker
Bassists Sharma
Holi song all the best I like you ,
I love you thanking.
Kouty kouty dandavat pranam o namaskar baap
বুঢ়া সত্ৰীয়া প্ৰভু ঈশ্বৰ আকৌ পুণৰ ধৰালৈ নামি আহি আগৰ আসন গ্ৰহণ কৰিবলৈ প্ৰাৰ্থনা কৰিলোঁ।
বহুত নজনা কথা শুনিবলৈ পালো দুয়োজন বাপলৈ আন্তুৰিক সেৱা জনালোঁ কৃষ্ণ শংকৰ মাধৱ
Bor sundor alochonaa
Kouty kouty dandavat pranam aru namaskar 🙏🏻
Shree krishnaya Namah 🙏🏻
🙏 Krishna Hori Ram Oum santi 🙏
কৃষ্ণ কৃষ্ণ। এনে আলোচনা হেজাৰ বাৰ শুনিলেই ও মন নভৰে।
অতি উত্তম প্ৰচাৰ
Hosakoi bukut Jen ajaak batah dhumuha he gol Jintu medhi from pathshala India Assam 🇮🇳
Krishna Krishna 👋👋👋👋❤❤❤💙💛💟
জয় কৃষ্ণগুৰু
Ati sunder paribeshan. Jai guru Sankar.
Jai guru Sankar Dev Madhab Dev 🙏🙏👍👍🙏❤️👍❤️🙏👍👍🙏❤️🙏👍👍❤️🙏
বর্তমান সময়ত আপোনাৰ নিচিনা
পদাধিকাৰ বুঢ়াআতা ইমান উদাৰ ভাৱ
ধারা মই আন কাকো দেখা নাই।।
হিন্দু মুছলমানৰ মাজত হোৱআ ঘৃণা,
আরু প্রতিশোধৰ দাবাগ্নি আপুনি নুমাব
পারিব।।জয় গুরু শঙ্কৰদেৱ,জয় গুরু
মাধবদেৱ।।জয় বৰপেটা কীর্তনঘৰ,
জয় বৰদোৱআ নামঘৰ,জয় মধুপুৰ
সত্র,জয় পবিত্র স্হান মাজুলী নদীদ্বীপ।।
সঁচাকৈ
অতি সুন্দৰ লাগিল
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏 কৃষ্ণ কৃষ্ণ🙏
শঙ্কৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইত পৰ দুহান নামক কীৰ্ত্তন কৰিয়া কৃত্য কৃত্য হুৱে নৰ ....কৃষ্ণ
Boronya mohan biyakti dujonaloi hotakoti nomoskar🙏🙏🙏🙏🙏
Joi joi sankoro joi joi madhobo
কৃষ্ণ
নতুন প্ৰজন্মৰ বাবে অতি শিক্খনীয় আলোচনা । ধন্যবাদ ।
ন
সুন্দৰ উপস্থাপন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ
Khub atmo santushti anubhabh korilu.
🙏🙏🙏
Hoi Bap Bind apunalukor kothat muru ak mot🙏🌺Krishna🌺🙏
ৰাম কৃষ্ণ হৰি
Go
Bhal lagil
Krishna ATI atum prosar
ভাল লাগিল
বহুত নজনা কথা জানিলোঁ৷ভাল লাগিল
Krishna♥️
কৃষ্ণ 🙏🙏
Shri shri Gurujona shriti mohimar
Kotha janibo pari sirokritogo