ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব ।আপোনাৰ কুশল মংগল কামনা কৰিলোঁ । আপোনাৰ শ্ৰী মুখে সদায় কৃষ্ণ কথা শুনিবলে পাওঁ যেন। ভগৱানে আপোনাক কৃপা কৰক ।🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ চৰণত ভক্তিভাৱেৰে শৰণ ললো 🙏
কৃষ্ণ প্রভু ঈশ্বৰ সেৱা ভাগ নিবেদিলো আপোনাৰ চৰণ কমলত এই দাসৰো দাসীকে কৃপা কৰে যেন কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏*********
কৃষ্ণ বাপ ভাগৱত পাঠ শোণি সুখী কৃষ্ণ। 🙏🏻🙏🏻🙏🏻
Krishna Prabhu pranamoho. What kind of udhab was friend who can bring tears to the eye of prabhu. Wah . Prabhu.!
কৃষ্ণ প্ৰভু বৈকুণ্ঠ কল্পতৰু এই শ্ৰীমদ ভাগৱত বাখ্যাৰ যোগেদি আপুনি সমাজৰ বাবে যি মহান নিদৰ্শন দাঙি দেখুৱালে সঁচাকৈ এই প্ৰচেষ্ঠা অতুলনীয়। বাপ ঈশ্বৰে আপোনাক দিৰ্ঘায়ু কৰক কৃষ্ণ 🙏🙏🙏
কৃষ্ণ সত্ৰাধিকাৰ বাপ ঈশ্বৰ কৃষ্ণ কৃষ্ণ 🙏🙏
পৰম মংগলময় কৃষ্ণ কথা শুনোৱাৰ বাবে অশেষ ধন্যবাদ। কৃষ্ণ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
আপোনাৰ এই মহান প্ৰচেষ্টাক বহুত বহুত ধন্যবাদ জনায় আপোনাৰ শাৰীৰিক মানসিক অটুট থাকে যেন । তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।
Krishna🙏Krishna🙏krishña🙏
krishna bap pranam hriday jur para rahasbya bani krishna krishna Ramkrishna bap
Krishna Krishna provu aponar soronot xotkoti pronam
Krishna Krishna Krishna prabhudev pronam and huprovat to you.
কৃষ্ণ বাপ আপোনাৰ এই মহান ভাগৱতৰ ৰস সদায়ে যেন হৃদয়ত শ্ৰবণ হয় তাৰ বাবে আপোনাৰ চৰনত প্ৰণিপাত জনালে ।কৃষ্ণ
কৃষ্ণ
Krishna Krishna Bap..
কৃষ্ণ কৃষ্ণ ।প্ৰভু ভগৱন্তই আপোনাক মংগল কৰক তাৰেকামনা কৰিলো ।
🙏Krishna Oum santi santi santi 🙏
Krishna pranam Prabhu Krishna Krishna,🙏🙏🙏
কৃষ্ণ সুপ্ৰভাত ।পুৱাতে ভগৱন্ত পুৰুষৰ শ্ৰীচৰনত আৰু আপুনাৰ দৰে প্ৰভুভগৱন্তৰ একান্ত ভক্তৰ চৰনত শতকোটি সেৱা নিবেদন কৰি আপোনাৰ অমৃতময় সুমধুৰ সুললিত কণ্ঠৰ ভাগৱত ব্যাখ্যা শুনিবলৈ আৰম্ভ কৰিছোঁ ...কৃষ্ণ....
Krishna Bap aponar xoronot xeuwa jonalo 🙏🙏🙏
কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালোঁ। আপোনাক ভগৱানে কুশলে ৰাখক কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ, বাপ সেৱাহে ,বহু আনন্দিত হৈছো ভাগৱত কথা শুনি ,কৃষ্ণ🙏🙏
কৃষ্ণ ! বাপ, উত্তম, হে মহান ! কৃষ্ণ প্ৰসাদ লাভ কৰি পৰম আহ্লাদিত হৈছো আৰু ভক্তি ৰস পান কৰিবলৈ অপেক্ষা কৰিলোঁ | কৃষ্ণ বাপ, সেৱা নিবেদিলোঁ |
কৃষ্ণ কৰুনাময়, তোমাৰ চৰণত ঠাই দিয়া । ।
প্ৰনাম প্ৰভু ভক্তি ভৰা সেৱা নিবেদিছো।ঈশ্বৰে আপোনাক কোশলে ৰাখক ।
Krishna pravujana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Kishno kishno joi guru sankar 🙏🙏
Krishna Krishna Krishna 🙏🙏🙏
ৰাম, কৃষ্ণ , নাৰায়ণ 🙏
Krishna2 koti2 Pranamm
কৃষ্ণ প্ৰণাম বাপ ঈশ্বৰ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম । মই মোৰ দোকানতে এই পাঠ শুনো দোষ হলে ক্ষমা কৰিব । কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ।
কৃষ্ণ, আপোনাক অনুসৰণ কৰি নতুনকৈ শ্ৰী শ্ৰী মদ্ভাগৱত পাঠ কৰিবলৈ, ঈশ্বৰৰ গুণ নাম কীৰ্তন কৰিবলৈ আৰম্ভ কৰিছোঁ। আশীৰ্বাদ কৰিব যাতে সদায়ে নাম গাই যাব পাৰোঁ 🙏🙏🙏
কৃষ্ণ, দয়াময় গোবিন্দ কৃষ্ণ।
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏
Krisna bap sawa janaisu
Bor bhal lagil, poroborti khondoloi odhire bat salu, Krishna Krishna Ram Ram, subha ratri
কৃষ্ণ প্ৰভূ শত কোটি প্ৰণাম জনালো আপোনাৰ চৰণত ।
কৃষ্ণ বাপ। বহুত সুন্দৰ ব্যাখ্যা। স শ্রদ্ধা সেৱাঁ জনালোঁ। শ্রৱণ কৰি আনন্দিত লাগিল। কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
বাপ কৃষ্ণ সেৱা জনালো ।ৰাম ৰাম।
Krishna Krishna bap pranam
Krishna Krishna ,provu Jon sotokouti pronam he. Krishna'
Krishna krishna ram ram
ৰাম কৃষ্ণ হৰি
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna Krishna 🙏🏿🙏🏿
প্ৰভু জন নমস্কাৰ, ভাগৱতৰ ওচৰত হৰণ ললে এজন ব্যক্তিয়ে মানু্হ শব্দৰ প্ৰকৃত অৰ্থ বুজি উঠিব পাৰে, এই কথা মই জানিব পাৰিলো । শুভ হওঁক, ধন্যবাদ।
Dhoino dhoino baapjon... Apunar husaistho kamina krilu.. Krishna🙏
Sacchidanandaropaya biswatutpotyadi hetwaiTapatrayabinashya sri krishna bayam nomoh. Prabhuloi bhaktibhora pranam
হে বাপ আপোনাৰ অমৃত বাণী শুনি নথৈ সুখী হলো।বহুত বহুত thanks🙏🙏
কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
হে বাপ আপোনাক শত কৌতি প্ৰনাম।
Krishna bap heya janalu
কৃষ্ণ 🙏🙏🙏🙏
Sewahe prabhu
কৃষ্ণ প্ৰভু
Krishna Krishna ❤❤❤
Krishna bap
Ati sunder path. Jai Guru Sankar
Krishna Krishna
Krishna Krishna .
ৰাম ৰাম ৰাম
🙏🙏 কৃষ্ণ কৃষ্ণ
কৃষ্ণ হে শ্ৰদ্ধাৰবাপ জয়জয়তে সেৱাএভাগি জনালোঁ।ঈশ্বৰকৃাাকপা ৰসৰ"ভাগৱতে"আমাক সকলোকে কৃপা কৰক।সেই ৰসে ঈশ্বৰপুৰুষে আপোনাৰো সুস্বাহ্যৰে পৰিপুৰ্ণ হোৱাৰ শুভ কামনাৰে পুনৰ কৃষ্ণনামে সেৱা ধৰিলো।(কৃষ্ণ কৃষ্ণ কৃষ্ণ)--লিলি হাজৰিকা অইল কলনি নাৰেঙ্গী গুৱাহাটি----১৩--৬--২০২০---
Yoga means spiritual connection between human being with our beloved almighty omniscient God shree krishna. Thank you. 🙏🙏🙏🙏. Bor bhal laagil.
Qaqaaqaqaqqwwqqqawaaqqqqaqaqqqaqqqaaqqqasqwqqqqqqqqqaqqqqqsqqqqqqaqqwqwqqqqawqqqqqqqqqqqaqqqqqqqqqqqqqqqqaqqqqqqqqqqqqqqaqqqqqqqqqqawqqqqqqqqqqqqqqqqaqqqqqawqqqqaqqqaqqqqqqqqqqqqaqqqqqqaqqqqaqqqqqqqqqqqqqqqaqqqqqqqqwqaqwqqqqqqqqqqq 🙏
আজিৰ পৰা প্ৰায় ত্ৰিশ বছৰ আগতে স্কুলত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত "কাকূতি " নামৰ বৰগীতটো আৰু ভট্টদেৱে ৰচনা কৰা "বিষয়ীৰ অধোগতি " নামৰ পাঠটো পঢ়িছিলোঁ ।তেতিয়াই পঢ়া পাঠৰ গূঢ়াৰ্থ এতিয়াহে আপোনাৰ ভাগৱতৰ অমৃতময় ব্যাখ্যাৰ পৰা উপলব্ধি কৰিব পাৰিছোঁ । প্ৰভু ঈশ্বৰ , আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।
প্ৰভু জনাক হেৱা জনালো।
Sewa laba krishna Krishna
Krishna
Krishna'ram 🙏🙏🙏🙏
Wow. What a nice explanation! No other book in d world is as great as sri mad bhagwat mahapurana. Prabhujik pranam
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
Krishna.
কৃষ্ণ ,বাপ অতি সুন্দৰ অতি মনোৰম বাপ কৃষ্ণ।
Jai shree krishna
ৰামকৃষ্ণ ৰামকৃষ্ণ .......
🙏🙏🙏Krishna 🙏🙏🙏
Ha provu eay aramit bani amak suni thanks 🙏🙏🙏
হে মহান নৰহৰি ,বৰ অমৃত পালো ।
বাস্তৱিক আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আপুনি ব্যাখ্যাসমূহ আগবঢ়াই যায় বাবে ই মনোগ্ৰাহী আৰু অধিক গ্ৰহণীয় হৈ পৰে মোৰ বাবে। আন্তৰিক ধন্যবাদ।
ধন্যবাদ জনালোঁ
Bohut bhal
Krishna krishna Ram
Ram Krishna
ৰাম ৰাম
কৃষ্ণ কৃষ্ণ বাপ
Krisna....
Namaskar grahan kariba bapjana,bahut hundar byakhya.Val lagil.
Krishna Baap Parnam
আপোনাক শত কোটি প়ণাম। 🙏🙏🙏
বাপ নমস্কাৰ আপোনাৰ ভাগৱত পাঠ সদায় শুনিমনত শান্তি লভো আপোনাক ভগৱানে কূশলে ৰাখক
Ram ❤️
Bap Ehsor aponr vagwat path khoni moi bhut khukhi hoisu. Khadai aaponr Bhagwat path xhnu moi.
আপোনাৰ সুন্দৰ পদক্ষেপৰ বাবে ধন্যবাদ জনালোঁ । নামঘোষাৰ পাঠ আৰু বাৰ্তা আগবঢ়ায় যাব পাৰে যদি কৰিবলৈ অনুৰোধ জনালোঁ । কৃষ্ণ ।
Thanks, pronam bapjon
কৃষ্ণ কৃষ্ণ বাপজন ।
Ram
🙏🙏🙏
কৃষ্ণ, সেৱা জানালো
কৃষ্ণ কৃষ্ণ
ক়্ষ্ণ ক়্ষ্ণ বাপজন সেৱা জনালোঁ....🙏🙏🙏
সদায় ৰাতিপুৱা আপোনাৰ এই অ মৃত বা নিয়ে অ পাৰ আনন্দ দিয়ে
কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব ।আপোনাৰ কুশল মংগল কামনা কৰিলোঁ । আপোনাৰ শ্ৰী মুখে সদায় কৃষ্ণ কথা শুনিবলে পাওঁ যেন। ভগৱানে আপোনাক কৃপা কৰক ।🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ চৰণত ভক্তিভাৱেৰে শৰণ ললো 🙏
কৃষ্ণ প্রভু ঈশ্বৰ সেৱা ভাগ নিবেদিলো আপোনাৰ চৰণ কমলত এই দাসৰো দাসীকে কৃপা কৰে যেন কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏*********
কৃষ্ণ বাপ ভাগৱত পাঠ শোণি সুখী কৃষ্ণ। 🙏🏻🙏🏻🙏🏻
Krishna Prabhu pranamoho. What kind of udhab was friend who can bring tears to the eye of prabhu. Wah . Prabhu.!
কৃষ্ণ প্ৰভু বৈকুণ্ঠ কল্পতৰু এই শ্ৰীমদ ভাগৱত বাখ্যাৰ যোগেদি আপুনি সমাজৰ বাবে যি মহান নিদৰ্শন দাঙি দেখুৱালে সঁচাকৈ এই প্ৰচেষ্ঠা অতুলনীয়। বাপ ঈশ্বৰে আপোনাক দিৰ্ঘায়ু কৰক কৃষ্ণ 🙏🙏🙏
কৃষ্ণ সত্ৰাধিকাৰ বাপ ঈশ্বৰ কৃষ্ণ কৃষ্ণ 🙏🙏
পৰম মংগলময় কৃষ্ণ কথা শুনোৱাৰ বাবে অশেষ ধন্যবাদ। কৃষ্ণ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
আপোনাৰ এই মহান প্ৰচেষ্টাক বহুত বহুত ধন্যবাদ জনায় আপোনাৰ শাৰীৰিক মানসিক অটুট থাকে যেন । তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।
Krishna🙏Krishna🙏krishña🙏
krishna bap pranam hriday jur para rahasbya bani krishna krishna Ramkrishna bap
Krishna Krishna provu aponar soronot xotkoti pronam
Krishna Krishna Krishna prabhudev pronam and huprovat to you.
কৃষ্ণ বাপ আপোনাৰ এই মহান ভাগৱতৰ ৰস সদায়ে যেন হৃদয়ত শ্ৰবণ হয় তাৰ বাবে আপোনাৰ চৰনত প্ৰণিপাত জনালে ।কৃষ্ণ
কৃষ্ণ
Krishna Krishna Bap..
কৃষ্ণ কৃষ্ণ ।প্ৰভু ভগৱন্তই আপোনাক মংগল কৰক তাৰেকামনা কৰিলো ।
🙏Krishna Oum santi santi santi 🙏
Krishna pranam Prabhu Krishna Krishna,🙏🙏🙏
কৃষ্ণ সুপ্ৰভাত ।পুৱাতে ভগৱন্ত পুৰুষৰ শ্ৰীচৰনত আৰু আপুনাৰ দৰে প্ৰভুভগৱন্তৰ একান্ত ভক্তৰ চৰনত শতকোটি সেৱা নিবেদন কৰি আপোনাৰ অমৃতময় সুমধুৰ সুললিত কণ্ঠৰ ভাগৱত ব্যাখ্যা শুনিবলৈ আৰম্ভ কৰিছোঁ ...কৃষ্ণ....
Krishna Bap aponar xoronot xeuwa jonalo 🙏🙏🙏
কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালোঁ। আপোনাক ভগৱানে কুশলে ৰাখক কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ, বাপ সেৱাহে ,বহু আনন্দিত হৈছো ভাগৱত কথা শুনি ,কৃষ্ণ🙏🙏
কৃষ্ণ ! বাপ,
উত্তম, হে মহান ! কৃষ্ণ প্ৰসাদ লাভ কৰি পৰম আহ্লাদিত হৈছো আৰু ভক্তি ৰস পান কৰিবলৈ অপেক্ষা কৰিলোঁ | কৃষ্ণ বাপ, সেৱা নিবেদিলোঁ |
কৃষ্ণ কৰুনাময়, তোমাৰ চৰণত ঠাই দিয়া । ।
প্ৰনাম প্ৰভু ভক্তি ভৰা সেৱা নিবেদিছো।ঈশ্বৰে আপোনাক কোশলে ৰাখক ।
Krishna pravujana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Kishno kishno joi guru sankar 🙏🙏
Krishna Krishna Krishna 🙏🙏🙏
ৰাম, কৃষ্ণ , নাৰায়ণ 🙏
Krishna2 koti2 Pranamm
কৃষ্ণ প্ৰণাম বাপ ঈশ্বৰ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম । মই মোৰ দোকানতে এই পাঠ শুনো দোষ হলে ক্ষমা কৰিব । কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ।
কৃষ্ণ, আপোনাক অনুসৰণ কৰি নতুনকৈ শ্ৰী শ্ৰী মদ্ভাগৱত পাঠ কৰিবলৈ, ঈশ্বৰৰ গুণ নাম কীৰ্তন কৰিবলৈ আৰম্ভ কৰিছোঁ। আশীৰ্বাদ কৰিব যাতে সদায়ে নাম গাই যাব পাৰোঁ 🙏🙏🙏
কৃষ্ণ, দয়াময় গোবিন্দ কৃষ্ণ।
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏
Krisna bap sawa janaisu
Bor bhal lagil, poroborti khondoloi odhire bat salu, Krishna Krishna Ram Ram, subha ratri
কৃষ্ণ প্ৰভূ শত কোটি প্ৰণাম জনালো আপোনাৰ চৰণত ।
কৃষ্ণ বাপ। বহুত সুন্দৰ ব্যাখ্যা। স শ্রদ্ধা সেৱাঁ জনালোঁ। শ্রৱণ কৰি আনন্দিত লাগিল। কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
বাপ কৃষ্ণ সেৱা জনালো ।ৰাম ৰাম।
Krishna Krishna bap pranam
Krishna Krishna ,provu Jon sotokouti pronam he. Krishna'
Krishna krishna ram ram
ৰাম কৃষ্ণ হৰি
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna Krishna 🙏🏿🙏🏿
প্ৰভু জন নমস্কাৰ, ভাগৱতৰ ওচৰত হৰণ ললে এজন ব্যক্তিয়ে মানু্হ শব্দৰ প্ৰকৃত অৰ্থ বুজি উঠিব পাৰে, এই কথা মই জানিব পাৰিলো । শুভ হওঁক, ধন্যবাদ।
Dhoino dhoino baapjon... Apunar husaistho kamina krilu.. Krishna🙏
Sacchidanandaropaya biswatutpotyadi hetwai
Tapatrayabinashya sri krishna bayam nomoh.
Prabhuloi bhaktibhora pranam