ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
th-cam.com/video/j2IPuQ17Tts/w-d-xo.htmlsi=OlQj_6krCzQ2w3Eq
🙏🙏🙏📖
অশেষ ধন্যবাদ
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
আপোনাক অশেষ ধন্যবাদ।গুৰুজনাৰ আন এখন সত্ৰৰ বিষয়ে এই ভিদিওটো চাবচোন।th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
বৰ ভাল লাগিল 👃👃👃👏
আপোনাক আন্তৰিক ধন্যবাদ জনালো।
কৃষ্ণ কৃষ্ণ।
সেৱাহে জনালো।th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
,🙏🏻🙏🏻🙏🏻
❤❤❤
ভিডিঅ টো চাঁই ইমানেই ভাল লাগিল যে সেই অতীত চাৰন মনটো এক গৌৰব জাগি উঠে।।ধন্যবাদ আপোনালোকলৈ ।
আন্তৰিক ধন্যবাদ জনালো।লগতে গুৰুজনাৰ আন এখন সত্ৰৰ বিষয়ে তলৰ লিংকটো চাবচোন।ভাল পালে লিংকটো আনকো share কৰি দিব।th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
Krishna Krishna Ram
আপোনাক অশেষ ধন্যবাদ।গুৰুজনাৰ আন এখন সত্ৰৰ বিষয়ে এই ভিডিওটো চাবচোন।th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ 🙏🙏
গুৰুজনাৰ আন এখন সত্ৰ কুমাৰকুছি সত্ৰৰ বিষয়ে তলৰ লিংকটোত চাবচোন।th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
Paat bawohi Sai ahilu vaal lagil,padmadhar gogoi
আপোনাক সেৱা হে।কৃষ্ণ।th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ ঈশ্বৰে কৃপা কৰক ।
আপোনাক অশেষ ধন্যবাদ।আপোনাৰো মঙ্গল হওঁক।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
Krishna Krishna Ram Ram ❤❤❤❤
আপোনাক সেৱা হে।গুৰুজনাৰ কুমাৰকুছি সত্ৰ খনৰ বিষয়ে অলপ প্ৰচাৰ কৰিবচোন।th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
Val Lage
আপোনাক সেৱহে।গুৰুজনাৰ এইখন সত্ৰ এবাৰ চাবচোন।th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
কৃষ্ণ কৃষ্ণ কৃষ্ণ
অশেষ ধন্যবাদ।গুৰুজনাৰ আন এখন সত্ৰৰ বিষয়ে এই ভিডিওটো চাবচোন।th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
ভগৱান কৃপাত ইমান সুন্দৰ অনুষ্ঠান ভাগিৰ ঘৰত থাকিৰ চাবলৈ পালোঁ আমিৰ ধন্যবাদ থাকিল।
আপোনাক অশেষ ধন্যবাদ জনালো।গুৰুজনাৰ আন এখন সত্ৰৰ বিষয়ে এই video টো এবাৰ চাবচোন।পাৰিলে আনকো share কৰি দিব।th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
কৃষ্ণ কৃষ্ণ নেদেখা জনে কৃপা কৰক
অশেষ ধন্যবাদ আপোনাক।
❤কৃষ্ণ❤আমি অধমে যোৱা ।হৈছিল,বৰ ভাল লাগিল,অতি গাম ভিৰ্জ পূৰ্ণ পৰিবেশ,❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ❤
আপোনাক অশেষ ধন্যবাদ।আপোনাৰ মঙ্গল হওঁক।
Joy guru sankar joy guru madhab.om bhagabate basu devaya.🎉
আপোনাৰ মঙ্গল হওঁক।
Jai shree Krishna
আপোনাক সেৱা হে
Bor sundor video.
আপোনাক অশেষ ধন্যবাদ।
Bhal lagil kotha khini jani
Krishna 🙏🙏🙏🙏🙏
কৃষ্ণ
ৰাম কৃষ্ণ কৃষ্ণ, ভাল লাগিল বহু নজনা কথা জানিব পাৰিলো ।
আপোনাক সেৱা হে।
এই অনুষ্ঠানটো মূলত পাটবাউসী সত্ৰ নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিস্থাপিত হোৱা পাটবাউসী থান হে হয়। কিন্তু পাটবাউসী সত্ৰ মহাপুৰুষ দামোদৰ দেৱৰ সৃষ্টি হয়। এনেকুৱা ভুল তথ্য সমাজত প্ৰচাৰ কৰাটো যথেষ্ট দুখজনক।
আপুনি এই সত্ৰ খনলৈ গৈছে নে? যদি গৈছে মূল তোৰণ খনতে লিখা আছে শ্ৰী মন্ত শংকৰদেৱৰ পাটবাউসী সত্ৰ বুলি। ভিদিওটো চালেও দেখা পাব।যদি ভুল তথ্য বুলি ভাবিছে তেন্তে আপুনি সত্ৰ পৰিচালনা সমিতিক অৱগত কৰোৱা উচিত।
শঙ্কৰদেৱে জীৱন কালত এখনো সত্ৰ প্ৰতিষ্ঠা কৰা নাই। তেখেতে থানহে প্ৰতিষ্ঠা কৰিছিল। পাতবাউসী সত্ৰ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ দেৱেহে প্ৰতিষ্ঠা কৰিছিল। পাটবাউসীয়ে আদি সত্ৰ। ভকত জনে কোৱাৰ দৰে দেৱদামোদৰ দেৱ খাটি খোৱা ব্ৰাহ্মণ নাছিল। তেখেতে ৰামাৰায়ৰ পৰা এতোলা ৰূপ দি ভূমি কিনি লৈহে সত্ৰ স্থাপন কৰিছিল। প্ৰকৃত সত্যহে এনেদৰে প্ৰচাৰ কৰা উচিত। ভকত শৈলেন্দ্ৰ নাথ দাসৰ বক্তব্যত মিছা তথ্য সন্নিৱিষ্ট কৰা দেখা গৈছে।
@myvoicebyramenkalita মই পাটবাউসীৰ স্থায়ী বাসিন্দা হয়।
@@myvoicebyramenkalita আপুনি ব্যক্তিগত ভাবে তেওঁলোকক সোধক। অনুষ্ঠানটি থান হয় নে সত্ৰ হয়। যিহেতু পাটবাউসী সত্ৰ মহাপুৰুষ দামোদৰ দেৱৰ সৃষ্টি গতিকে সত্ৰ পৰিচালনা সমিতিয়ে এই ভিডিঅটোৰ ক্ষেত্ৰত আইনী ব্যৱস্থা লোৱা উচিত বুলি ভাবো।
পাবত গজা টিউবাৰ এইবোৰ নিজা অভিজ্ঞতা অলপো নাই মাথাত
গুৰুজনাই আৰু কোন কোন সত্র প্ৰতিষ্ঠা কৰিছিল জানিলে সুখি হ'ম প্ৰভূ
th-cam.com/video/j2IPuQ17Tts/w-d-xo.htmlতাত প্ৰতিষ্ঠা কৰা গুৰুজনাৰ আন এখন সত্ৰ ওপৰৰ লিংকটোত দিছো।বাপ আপুনি চোৱাৰ লগতে এই লিংকটো আনকো চোৱাৰ সুযোগ কৰি দিব।কৃষ্ণ
Shree shree manta gurujana abhi hane assame caste and culture big zroo.govt .should bee do something .Krishna .
Krishna,hope the government will listen to your call. Please watch this link about the Kumarkuchi Satrath-cam.com/video/j2IPuQ17Tts/w-d-xo.html
কোন চনৰ পৰা কোন চনলৈ জানিব পাৰিম নে?
প্ৰাপ্ত তথ্য মতে গুৰুজনাই ১৫৪১ চনত আহি চূণপোৰা নামৰ ঠাইত থিতাপি লৈ তাৰ পৰা পোনে পোনে আহি কেইদিন মানৰ বাবে কুমাৰকুছি সত্ৰত আছিল।তাৰপৰা কুমাৰকুছিৰ ওচৰৰে পাটবাউসীত সত্ৰ পাতি ১৮ বছৰ ছয়মাহ আছিল।আপোনাক ধন্যবাদ।
কৃষ্ণ প্ৰভু 🙏🙏🙏
@@bhanukalita9146 কৃষ্ণ
Bahot najona kotha janibo pai bahot bahot Dhanyawad
এই জন কোন টিউবা ৰ হয় এওঁ পাটবাউসী সত্ৰৰ ইতিসাক নাজানে ভুল কৈ প্ৰচাৰ কৰিছে আপুনি আইনৰ দ্বাৰস্থ হব বাবে সাজু হওঁক
কোন খিনি ভুল হৈছে কব নেকি ডাঙৰীয়া।
গোটেই খিনি কথাই ভুল হৈছে । পাটবাউসী সত্ৰৰ শুদ্ধ ইতিহাস খন জানিব মন আছে যদি আদি ধাম শ্ৰী শ্ৰী পাটবাউসী সত্ৰলৈ আহিব ।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.htmlsi=OlQj_6krCzQ2w3Eq
🙏🙏🙏📖
অশেষ ধন্যবাদ
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
আপোনাক অশেষ ধন্যবাদ।গুৰুজনাৰ আন এখন সত্ৰৰ বিষয়ে এই ভিদিওটো চাবচোন।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
বৰ ভাল লাগিল 👃👃👃👏
আপোনাক আন্তৰিক ধন্যবাদ জনালো।
কৃষ্ণ কৃষ্ণ।
সেৱাহে জনালো।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
,🙏🏻🙏🏻🙏🏻
❤❤❤
ভিডিঅ টো চাঁই ইমানেই ভাল লাগিল যে সেই অতীত চাৰন মনটো এক গৌৰব জাগি উঠে।।ধন্যবাদ আপোনালোকলৈ ।
আন্তৰিক ধন্যবাদ জনালো।লগতে গুৰুজনাৰ আন এখন সত্ৰৰ বিষয়ে তলৰ লিংকটো চাবচোন।ভাল পালে লিংকটো আনকো share কৰি দিব।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
Krishna Krishna Ram
আপোনাক অশেষ ধন্যবাদ।গুৰুজনাৰ আন এখন সত্ৰৰ বিষয়ে এই ভিডিওটো চাবচোন।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ 🙏🙏
গুৰুজনাৰ আন এখন সত্ৰ কুমাৰকুছি সত্ৰৰ বিষয়ে তলৰ লিংকটোত চাবচোন।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
Paat bawohi Sai ahilu vaal lagil,padmadhar gogoi
আপোনাক সেৱা হে।কৃষ্ণ।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ ঈশ্বৰে কৃপা কৰক ।
আপোনাক অশেষ ধন্যবাদ।আপোনাৰো মঙ্গল হওঁক।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
Krishna Krishna Ram Ram ❤❤❤❤
আপোনাক সেৱা হে।গুৰুজনাৰ কুমাৰকুছি সত্ৰ খনৰ বিষয়ে অলপ প্ৰচাৰ কৰিবচোন।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
Val Lage
আপোনাক সেৱহে।গুৰুজনাৰ এইখন সত্ৰ এবাৰ চাবচোন।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
কৃষ্ণ কৃষ্ণ কৃষ্ণ
অশেষ ধন্যবাদ।গুৰুজনাৰ আন এখন সত্ৰৰ বিষয়ে এই ভিডিওটো চাবচোন।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
ভগৱান কৃপাত ইমান সুন্দৰ অনুষ্ঠান ভাগিৰ ঘৰত থাকিৰ চাবলৈ পালোঁ আমিৰ ধন্যবাদ থাকিল।
আপোনাক অশেষ ধন্যবাদ জনালো।গুৰুজনাৰ আন এখন সত্ৰৰ বিষয়ে এই video টো এবাৰ চাবচোন।পাৰিলে আনকো share কৰি দিব।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
কৃষ্ণ কৃষ্ণ নেদেখা জনে কৃপা কৰক
অশেষ ধন্যবাদ আপোনাক।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
❤কৃষ্ণ❤আমি অধমে যোৱা ।হৈছিল,বৰ ভাল লাগিল,অতি গাম ভিৰ্জ পূৰ্ণ পৰিবেশ,❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ❤
আপোনাক অশেষ ধন্যবাদ।আপোনাৰ মঙ্গল হওঁক।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
Joy guru sankar joy guru madhab.om bhagabate basu devaya.🎉
আপোনাৰ মঙ্গল হওঁক।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
Jai shree Krishna
আপোনাক সেৱা হে
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
Bor sundor video.
আপোনাক অশেষ ধন্যবাদ।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
Bhal lagil kotha khini jani
অশেষ ধন্যবাদ
Krishna 🙏🙏🙏🙏🙏
কৃষ্ণ
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
ৰাম কৃষ্ণ কৃষ্ণ, ভাল লাগিল বহু নজনা কথা জানিব পাৰিলো ।
আপোনাক সেৱা হে।
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
এই অনুষ্ঠানটো মূলত পাটবাউসী সত্ৰ নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিস্থাপিত হোৱা পাটবাউসী থান হে হয়। কিন্তু পাটবাউসী সত্ৰ মহাপুৰুষ দামোদৰ দেৱৰ সৃষ্টি হয়। এনেকুৱা ভুল তথ্য সমাজত প্ৰচাৰ কৰাটো যথেষ্ট দুখজনক।
আপুনি এই সত্ৰ খনলৈ গৈছে নে? যদি গৈছে মূল তোৰণ খনতে লিখা আছে শ্ৰী মন্ত শংকৰদেৱৰ পাটবাউসী সত্ৰ বুলি। ভিদিওটো চালেও দেখা পাব।যদি ভুল তথ্য বুলি ভাবিছে তেন্তে আপুনি সত্ৰ পৰিচালনা সমিতিক অৱগত কৰোৱা উচিত।
শঙ্কৰদেৱে জীৱন কালত এখনো সত্ৰ প্ৰতিষ্ঠা কৰা নাই। তেখেতে থানহে প্ৰতিষ্ঠা কৰিছিল। পাতবাউসী সত্ৰ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ দেৱেহে প্ৰতিষ্ঠা কৰিছিল। পাটবাউসীয়ে আদি সত্ৰ। ভকত জনে কোৱাৰ দৰে দেৱদামোদৰ দেৱ খাটি খোৱা ব্ৰাহ্মণ নাছিল। তেখেতে ৰামাৰায়ৰ পৰা এতোলা ৰূপ দি ভূমি কিনি লৈহে সত্ৰ স্থাপন কৰিছিল। প্ৰকৃত সত্যহে এনেদৰে প্ৰচাৰ কৰা উচিত। ভকত শৈলেন্দ্ৰ নাথ দাসৰ বক্তব্যত মিছা তথ্য সন্নিৱিষ্ট কৰা দেখা গৈছে।
@myvoicebyramenkalita মই পাটবাউসীৰ স্থায়ী বাসিন্দা হয়।
@@myvoicebyramenkalita আপুনি ব্যক্তিগত ভাবে তেওঁলোকক সোধক। অনুষ্ঠানটি থান হয় নে সত্ৰ হয়। যিহেতু পাটবাউসী সত্ৰ মহাপুৰুষ দামোদৰ দেৱৰ সৃষ্টি গতিকে সত্ৰ পৰিচালনা সমিতিয়ে এই ভিডিঅটোৰ ক্ষেত্ৰত আইনী ব্যৱস্থা লোৱা উচিত বুলি ভাবো।
পাবত গজা টিউবাৰ এইবোৰ নিজা অভিজ্ঞতা অলপো নাই মাথাত
গুৰুজনাই আৰু কোন কোন সত্র প্ৰতিষ্ঠা কৰিছিল জানিলে সুখি হ'ম প্ৰভূ
th-cam.com/video/j2IPuQ17Tts/w-d-xo.html
তাত প্ৰতিষ্ঠা কৰা গুৰুজনাৰ আন এখন সত্ৰ ওপৰৰ লিংকটোত দিছো।বাপ আপুনি চোৱাৰ লগতে এই লিংকটো আনকো চোৱাৰ সুযোগ কৰি দিব।কৃষ্ণ
Shree shree manta gurujana abhi hane assame caste and culture big zroo.govt .should bee do something .Krishna .
Krishna,hope the government will listen to your call. Please watch this link about the Kumarkuchi Satra