আমি আত্মাৰ মতে কাম কৰোঁ নে আত্মাই আমাৰ মতে কাম কৰে??
ฝัง
- เผยแพร่เมื่อ 7 มี.ค. 2024
- আমি আত্মাৰ মতে কাম কৰোঁ নে আত্মাই আমাৰ মতে কাম কৰে??
Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@Baartalaap?si=yF...
👱♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
#chakrapaniparashar #education #book #podcasts
সঁচাকৈ বহুত ভাল লাগিল সকলো কথাই হৃদয়ঙ্গম কৰিলো নিশ্চয় নৱ প্ৰজন্ম উপকৃত হ’ব আগলৈ এনে বাৰ্তালাপ বিচাৰো বহুত বহুত ধন্যবাদ চক্ৰপাণি ডাঙৰীয়া লগতে লেখক জন আৰু আগবাঢ়ি যাওক শুভকামনা থাকিল ৷
বহুত ভাল লাগিল!ধন্যবাদ চক্ৰপাণি পৰাশৰ ডাঙৰীয়া !
পৰমপিতা পৰমাত্মাই তেখেতক শ্ৰেষ্ঠ সন্তান হিচাপে পৰিচিত কৰিবলৈ সক্ষম হৈছে । ওম্ শান্তি , বহুত বহুত ধন্যবাদ ।
আজি বাৰ্তালাপৰ সুন্দৰ আলোচনাই মোৰ লগতে আন বহুতকে উপকৃত কৰিলে। ধন্যবাদ
বহুত সুন্দৰ বাৰ্তালাপ,চক্ৰপানি ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ ।
মই ইমানেই আগ্ৰহী কাৰণ মই গীতাখন পঢ়ি আছো, তেওঁ কোৱা গোটেই কথা খিনি মই গীতাত পাইছো । তেওঁ কোৱা খিনি আকৌ শুনি থাকিম যেন লাগিছে, বহুত ধন্যবাদ পৰাশৰ।
অন্তৰ আত্ৰীয়ৰ পৰা আৰু এনে ধৰণৰ সুন্দৰ সুন্দৰ।কথাবোৰ শুনিবলৈ পাম বুলি আশা কৰিলোঁ
বহুত সুন্দৰ কথা খিনি, ভাল লাগিল কৃষ্ণ 🙇
Please share koribo 🎉
ইমান সুন্দৰ ভাল লগা আধ্যাত্মিক কথা খিনি জানিবলৈ পায় নথৈ আনন্দিত হলো। ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Please share koribo 🎉
বাৰ্তালাপ , অনুস্থানটি আজি সফল হোৱা যেন লাগিছে। ভাল লাগিল। আগলৈ শুভ কামনা থাকিল। 🎉🎉🎉🎉
Thanks both of you very wise conversation
Excellent I am very happy and proud.So many thanks.
অভিনন্দন জ্ঞাপন কৰিছোঁ দুয়োলৈকে।
অশেষ ধন্যবাদ।
Very nice bohut val kotha Krishna jai Shree ram jai honuma ❤️❤️🙏🙏
সচাই বহুত ভাল লাগিল।আগলৈও এনে বাৰ্তালাপ আশা কৰিলো।
Krishna. Krishna. Krishna. Oum. santi. Oum. santi. Oum. santi. 🙏🙏🙏🙏
সঁচাকৈ বহুত ভাল লাগিল❤
Chakrapani Porakhor dangoriyak Bohut Dhainybad jonalu
Please share koribo 🎉
বহুত বেছি ভাল লাগিল আজি অনুষ্ঠান তি ❤❤❤❤
দাদা,আপোনাৰ,ভিডিউ,কঠাখিনি,শূনি,বহোত,কঠা,শিকিবলৈ,পালো,আৰু,আগলৈ,এনেকোৱা,ভিডোও,দেখুৱাব,শেখতভগৱানৰ,,উচৰত,,পাথনা,জনাইছো,আপোনাৰ,,গোতেই,জিৱনতো,সুখি,হক,আৰুআগলৈ,যাতে,এনেকুৱাকঅ,ভাল,আদেশ,মুলক,কিতাপ,লিখিবলৈ,ভগৱানে,আমপোনাক,শক্তি,দীযকোএই,কামনা,থাকিল
বহুত ভাল লাগিল। ধন্যবাদ চক্ৰপাণি পৰাশৰ।
Many many thanks for the spiritual interview. 🙏
Please share koribo 🎉
Bhahut bhal lagil 🙏
❤❤❤❤❤ bohut bohut bohut val lagily huni kotha bur bohut janibologiya koth bur
Dhonyobaad. Video tu share koribo 🙏
খুবেই ভাল লাগিল সাক্ষাৎকাৰটি;বহুতো আধ্যাত্মিক জ্ঞান লাভ কৰিলোঁ। এনেধৰণৰ সাক্ষাৎকাৰ পুনৰ এইটো চেনেলত দেখিবলৈ শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ।
ভগৱান এটা শক্তি যাক কয় নিৰাকাৰ নিৰন্জন অনাদি অনন্ত যাৰ অদি অন্ত নাই এটি মাঠো জোতি বিন্দু । আত্মাও ঐটা বিন্দু, শক্তি আমাৰ শৰীৰ টো চলায় আছে ।যেনেকৈ ডাইভাৰ নহলে গাড়ী খন নছলে তনেকৈ আত্মা নহলে শৰীৰ টো নছলে মানে আত্মাৰূপি শক্তি
Katha khini eman val lagil kiba eta kabaloi vaxa nai aru aguwai juwa om santi
বহুত ভাল লাগিল। মই বিশ্বাস কৰো সততা।
Khub Hundor🙏🙏 Thank you ❤Om Shanti 🙏
Mainly cute lagise dujonoke😂❤
Nice session Thank you so much ❤❤❤
বত্তৰ্মান সময়ত প্ৰতি গৰাকী অভিভাবকে নিজৰ সন্তানক গীতা শাস্ত্ৰৰ জ্ঞান দিয়াটো বাধ্যতামূলক বুলি ভাবিলে, নৱপ্ৰজন্মৰ উদণ্ডতা কমিব বুলি মই ভাবো। ময়ো গীতা শাস্ত্ৰৰ অধ্যয়ন কৰিছো🙏🙏🙏
বৰ মজা লাগিল
ভাল লাগিল অনুষ্ঠানটি❤
সঁচাই ভাল লাগিছে ❤❤❤
Thank you so much , Bohut bhal lagil kotha bur janibo parilu
Chakra mur bhut maramar.Ashirbad thakil xadai aagbdri jawok aru xukhi hoi thakak.
আপোনাৰ,ধম মুলক,কিতাপবোৰঅ,অসমিযাত,অনুবাদ,কৰিবলৈ,চেছটা,কৰিব,তেতীযা,আসামিচ,মিডিযা,চাঅতূউ,আপোনাৰ,সকলো,কিতাপৰজজানিবলৈ,চেছটা,কৰীব,পাৰিব
Bhati tumak bhut Thak u. 100%xasa katha.
বহুত বহুত ভাল লাগিল vdoটো৷ইমান সুন্দৰ আধ্যাত্মিক কথা শুনিলে শুনি থাকিম যেন লাগে ৷বহুত ধন্যবাদ দাদা ৷
Now a days it's very hard to find such moral lessons.
Wish you all the best for all the coming days.
Please share
Thankyou. Bhal lagil. Krishna
Hoi
❤❤❤❤❤ next level
আধ্যাত্মিক দিশত মন্থনৰ আৰু প্ৰয়োজন আছে । যুৱকজন বিজ্ঞান ভিত্তিক চিন্তা চৰ্চাৰে এই দিশত আগ বাঢ়ক বহুত ভাল হ'ব । আশীৰ্বাদ থাকিল ।
bahut val lagil bartalap anusthantu
You are great.god bles you chakarda.thank you
Dhanyawad eman Dhunia bislexonR babe. Bhagwan R kotha kole xuniye thakibo mon Jai.
❤❤❤
ইমান যে সুন্দৰ কথা বিলাক কৈছে .... নতুন প্ৰজন্মই শুনিব লাগে ....বৰ ভাল লাগিল
সুন্দৰ অনুষ্ঠানৰ বাবে চক্ৰপাণি দেৱক বহুত বহুত ধন্যবাদ জনালো 🌹
বহুত ভাল লাগিল চক্ৰপাণি ৷
Dhonyobaad. Video tu share koribo 🙏
সঁচাকৈয়ে বহুত ভাল লাগিল বাৰ্তালাপ অনুস্থান টো ।পুনৰ এনকুৱা এটা বাৰ্তালাপ তেখেতৰ লগত আশা কৰিলো।🙏🙏
Don't spread such nonsensical content. This attitude interpretation has been destroying our epic scripts. For your information, the son of Dasarath, i.e., Ramchandra, and the Ram mentioned by Shankardev/Tusi Das are not the same. To understand those things please kindly do read book of conscious writer(including vedas, Upanishad, content of sankar and madhabdev)
বৰ সুন্দৰ কথা ভাল লাগিল
বৰ সুন্দৰ অনুষ্ঠান চক্ৰ । তোমাৰ অনুষ্ঠান চাই বহুত ভাল পাওঁ। এনে অনুষ্ঠান চাবলৈ বৰ আশাৰে ৰৈ থাকো ।তোমাক ভগৱানে সদায় কুশলে ৰাখক এয়ে প্ৰাৰ্থনা 🙏।
মহাদেৱে সকলো তেওঁৱে পৰমপিতা ত্ৰিজগতৰ পতি বিশ্বৰ গুৰি ধৰোঁতা তেওঁ ৱে ভগৱান
Amer alc siror lora . sai bor bhal lagi.God bless him
Please share koribo 🎉
Bhakti he to sakti hai ❤❤bhagwaan ase biswas krile bhagwaanu dekha pai biswas main ❤bhagobot gita amr jibon jiya boloi khikai Jay shree krishna🙏🙏🙏
ভাল লাগিল।
বহুত সুন্দৰ। বহুত ভাল লাগিল।হৰি হৰৰ যুদ্ধৰ কিতাপ ভাগি অসমীয়াত পালে ভাল পালোহেতেন।
বহুত ভাল লাগিল।
অজুন মানে অৰজন কৰিব পৰা শক্তি, অজুনৰ সেই শক্তি আছে
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏 ৰাধে ৰাধে ৰাধে ৰাধে
বহুত বহুত দন্য বাদ দাদা ভাল লাগিল
Dhonyobaad. Video tu share koribo 🙏
ইমান সুন্দৰ কথা শুনি থাকিবৰ মন যায় । আগলৈও এনেকুৱা অনুষ্ঠান আশা কৰিলোঁ ।
খুব ভাল লাগিল
Ai vdo tu pora bhut kotha hikilu...dada jone imn bhal k bujai dise thank you
কথাবোৰ শুনি বহুত ভাল লাগিল ৷
Please share koribo 🎉🎉🎉
বহুত ভাল লাগিল অনুস্থানতি❤
Thank you sakra da ❤❤
Hokolure hohai huwa koth bilak,vl lagil❤
thank for univers
আগলৈ এনেকুৱা ভক্তিমূলক কথা আকৌ শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ। বিশেষকৈ আমাৰ লʼৰা -ছোৱালীসকলৰ কাৰণে । ধন্যবাদ।🙏
Adhyatmic baartalap bhal lagil.
কথাখিনি খুব ভাল লাগিল ।
Val lagil 🙏
Ksakai bhut vl lgil ..emn dhunia ke katha bilk koise ❤.
Suni val lagil thanku
Moi apunar video bur bohut val pau,jorhatr pora
Ami sadharan manuhe Allah, bhagwan ba god k jodi sokure dekha a pao tetia hole amar aru Allah, bhagwan aru god r majot difference ki thakil.mritu r agote ami Allah, bhagwan aru god k dekha pua impossible.teu amak dekhi ase kintu ami teuk dekha napao
Thik kotha koise
Val kotha joi shree Ram
Bhut hundra barta ag bhale duyuloike antrik avinandan gyapon jnalu🙏
bhut vl lagil..
Bhout bhout bhal lagil
Val lagil
❤❤❤Hosai bahut Val lagil
ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি হৰি
ভাল কাম কৰিবলৈ অকলে নোৱাৰি। মানে? ভাল কাম কৰিবলৈ মই বেয়া মানুহৰো সংগ লব লাগিব- কথাটোত একমত কেতিয়াও নহও। সেয়ে এয়া আপোনাসৱৰ বাৰ্ত্তালাপ নাচাও বুলি ভাবিলো।
Bhut vl lagil tq dada
কৃষ্ণ কৃষ্ণ কৃষ্ণ ভাল লাগিল
Please share koribo 🎉
এখন ইতিহাসৰ কিতাপত পোৱা মতে শ্ৰী কৃষ্ণই অসমৰ সেই সময়ৰ কুণ্ডিল ৰাজ্যৰ ৰজা ভীষ্মকৰ জীয়াৰী ৰুক্মিনীক বিয়া কৰাইছিল। সেই অৰ্থত শ্ৰী কৃষ্ণ অসমৰ জোঁৱাই ।
Bahut VL lagil
Bor val lagil
Val lagil...
Apunar matkhar bor val lage moi hodai apunar notun video sau ❤❤
বহুত বহুত ধন্যবাদ videoটোৰ বাবে 🙏🙏🙏
বহুত ভাল লাগিল❤❤❤ ভগৱানে মঙ্গল কৰক
Bhal lagil
ধন্যবাদ দা দা আজি বহুত নজনা কথা জানিলো
Please share koribo 🎉
পৰাশৰ ডাঙৰীয়া বাৰ্তালাপ অনুষ্টান ত জ্যোতিৰ্বিদ সম্পৰ্কে,বাস্তূ আদি আলোচনা আমালৈ আগবঢ়ায় দিয়াৰ বাবে ধন্যবাদ জনালো।