"জীৱন মৃত্যু” II অসমীয়া চুটি ছবি II Jivan Mrityu II Assamese short film

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • নবযানী বৰুৱা শইকীয়াৰ চুটি গল্প 'কহয় মাধৱ দাসে মানুহে মানুহে আছে' ৰ আধাৰত আৰু শ্ৰী প্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে, নিউজট্ৰেক অসমৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চুটি ছবি "জীৱন মৃত্যু” আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল । আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
    Our other channel link
    / @iidrishtiarudarshan

ความคิดเห็น • 46

  • @TheUKRider-ls2pk
    @TheUKRider-ls2pk 2 ปีที่แล้ว +4

    Moja hoi se

  • @navajyotipatowary3897
    @navajyotipatowary3897 2 ปีที่แล้ว +3

    Dhunia hoise

  • @KrishnamoniTG
    @KrishnamoniTG 2 ปีที่แล้ว +2

    💞

  • @sumansut4779
    @sumansut4779 2 ปีที่แล้ว +3

    সুন্দৰ❤

  • @animabora4105
    @animabora4105 2 ปีที่แล้ว +1

    সকলোৰেই অতি সুন্দৰ অভিনয় , ভাল লাগিল ....

  • @gunin61
    @gunin61 2 ปีที่แล้ว +3

    বৰ সুন্দৰ হৈছে ।মদে যে এটি পৰিয়াল ধংস কৰিছে সুন্দৰকৈ দেখুৱাবলৈ সক্ষম হৈছে ।

  • @BTS_armyfam7581
    @BTS_armyfam7581 2 ปีที่แล้ว +1

    Xokulorer performance bhal hoise .......👍👍👍👍

  • @RitaDevi-th1js
    @RitaDevi-th1js 2 ปีที่แล้ว +2

    Xundor hoise

  • @uttamkrdas3385
    @uttamkrdas3385 2 ปีที่แล้ว +4

    বৰ ভাল হৈছে

  • @rivaboruah1245
    @rivaboruah1245 2 ปีที่แล้ว +2

    সুন্দৰ কাহিনী, ভাল লাগিল। সকলোৰে অভিনয় ভাল হৈছে।

  • @lochanbora9431
    @lochanbora9431 2 ปีที่แล้ว +2

    সকলোৰে অভিনয় সুন্দৰ হৈছে

  • @RJHMvideoblogs
    @RJHMvideoblogs 2 ปีที่แล้ว +3

    Fantastic....

  • @jimichetia6097
    @jimichetia6097 2 ปีที่แล้ว +3

    বৰ ভাল হৈছে, সুন্দৰ কাহিনী দাঙি ধৰিছে।

  • @minakhigogoi1922
    @minakhigogoi1922 2 ปีที่แล้ว +3

    ভাল লাগিল

  • @piyushmoran3214
    @piyushmoran3214 2 ปีที่แล้ว +2

    অতি সুন্দৰ হৈছে

  • @manashbhuyan8264
    @manashbhuyan8264 2 ปีที่แล้ว +3

    Val hoise

  • @rinamonigogoi9077
    @rinamonigogoi9077 2 ปีที่แล้ว +2

    ভাল লাগিল বাইদেউ

  • @rankrhajong4991
    @rankrhajong4991 2 ปีที่แล้ว +3

    অতি সুন্দৰকৈ গাঁৱলীয়া মদাৰুৰ প্ৰতিফলিত কৰিলে।

  • @rashmirekhasaikia6784
    @rashmirekhasaikia6784 2 ปีที่แล้ว +1

    Bhal lagil sai

  • @amritkumardasagm5020
    @amritkumardasagm5020 2 ปีที่แล้ว +2

    সকলোৰে অভিনয় ভাল হৈছে ।

  • @junalisaikia3805
    @junalisaikia3805 2 ปีที่แล้ว +3

    বৰ সুন্দৰ হৈছে ভাল লাগিল

  • @deepjyotighosh1860
    @deepjyotighosh1860 2 ปีที่แล้ว +3

    👌

  • @rajibsharma5277
    @rajibsharma5277 2 ปีที่แล้ว +1

    সুন্দৰ হৈছে

  • @bhanukalita6030
    @bhanukalita6030 ปีที่แล้ว +1

    লাহে লাহে চবি বোৰ বহুত ভাল হৈ আহিছে আৰু ভাল হওক আশীর্বাদ আছে

  • @kabitaborah5007
    @kabitaborah5007 2 ปีที่แล้ว +2

    Mojaaaaaaa ❤️

  • @nobajanibaruah345
    @nobajanibaruah345 2 ปีที่แล้ว +2

    গল্পৰ চিত্ৰ ৰূপ জীৱন্ত হৈ পৰিল। সুন্দৰ অভিনয়। নিখুঁত পৰিচালনা।

    • @Apsara_World_lifestyle
      @Apsara_World_lifestyle 2 ปีที่แล้ว

      গল্পই কথাকৈছে।মই ননী মাধৱ শৰ্মা।নিউজ ট্ৰেকত মোৰ কাহিনীৰে কইবাখনো চুটি ছবি হৈছে।সুবিধা পালে লগ হ'ম দিয়ক।

  • @parthadeepnath2524
    @parthadeepnath2524 2 ปีที่แล้ว +3

    ভাল লাগিল চাই......সকলোৰে অভিনয় বৰ ভাল হৈছে......কনমানি দুটাইও বৰ ধুনীয়া কৰিছে..

  • @জোনালীডেকা
    @জোনালীডেকা 2 ปีที่แล้ว +3

    ভাল লাগিল, সকলো কলা-কুশলীলৈ অভিনন্দন জনাইছোঁ।

  • @nasrinahmed4408
    @nasrinahmed4408 2 ปีที่แล้ว +1

    Very nice ..

  • @dhurjatibaishya1271
    @dhurjatibaishya1271 2 ปีที่แล้ว +2

    Jiban mirtu samajar bastab sabi ati sundar kai dekhya jaise.

  • @jatijibanbora2495
    @jatijibanbora2495 2 ปีที่แล้ว

    Enjoyed a good short movie🙏

  • @mousumisharma4914
    @mousumisharma4914 2 ปีที่แล้ว +1

    Val lagil

  • @hiraksarmah
    @hiraksarmah 2 ปีที่แล้ว +2

    Excellent👍

  • @mintunarayandas3038
    @mintunarayandas3038 2 ปีที่แล้ว +3

    Very nice performance and the story is about typical village life. Good direction.

  • @chinmoyjyotisarmah1217
    @chinmoyjyotisarmah1217 2 ปีที่แล้ว +3

    আগৰ কাহিনীতকৈও আৰু বেছি সুন্দৰ হৈছে, কনমানি দুটাৰ অভিনয়ৰ লগতে আৱাহ সংগীতে আৰু সোণত সুৱগা চৰায়ইছে।

  • @zubleesaikia8566
    @zubleesaikia8566 2 ปีที่แล้ว +2

    Nice

  • @bidyutchoudhury6471
    @bidyutchoudhury6471 2 ปีที่แล้ว +3

    So nice short film and your story performance is becoming better day by day

  • @shyamolidas9657
    @shyamolidas9657 2 ปีที่แล้ว +3

    Nice short film based on typical village life. Good performance by each and every artists. Keep it up.

  • @trisnakalita8836
    @trisnakalita8836 2 ปีที่แล้ว +4

    Dhunia hoise