স্বাৰ্থপৰ II অসমীয়া চুটি ছবি II SWARTHAPAR II Assamese Short Movie

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 มิ.ย. 2022
  • অসমীয়া চুটি ছবি II স্বাৰ্থপৰ ।I SWARTHAPAR II Assamese short movie
    ননী মাধৱ শৰ্মাৰ কাহিনী আৰু প্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে , নিউজট্ৰেক অসমৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চুটি ছবি স্বাৰ্থপৰ আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল ।
    আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
    Our other channel link
    / @iidrishtiarudarshan
  • ภาพยนตร์และแอนิเมชัน

ความคิดเห็น • 91

  • @nitaipal4565
    @nitaipal4565 หลายเดือนก่อน +2

    সুন্দৰ হৈছে। সঁচা ঘটনা যেন লাগিল।

  • @DulalPhukan-cg3uq
    @DulalPhukan-cg3uq 2 หลายเดือนก่อน +2

    Hundor ovenoi

  • @nivanath147
    @nivanath147 2 ปีที่แล้ว +6

    অতি সুন্দৰ কাহিনী৷ সকলোৰে সুন্দৰ অভিনয়৷ ভাল লাগিল৷

  • @nilamaniborthakur3884
    @nilamaniborthakur3884 2 ปีที่แล้ว +3

    সুন্দৰ কাহিনী চাই খুব ভালো লাগিল দুখো লাগিল ।

  • @upendas9082
    @upendas9082 2 ปีที่แล้ว +8

    বলিষ্ঠ কাহিনী, সুন্দৰ পৰিচালনা আৰু প্ৰতিগৰাকী ভাৱৰীয়াই সুন্দৰ অভিনয়ৰে এখন হৃদয়ৰ্স্পশী ছুটি ছৱি ।
    বহুত ভাল লাগিল ডুডু ।👌👌

  • @sangitasarma571
    @sangitasarma571 2 ปีที่แล้ว +2

    ভাল লাগিলে সকলোৰে অভিনয় সুন্দৰ হৈছে

  • @rivaboruah1245
    @rivaboruah1245 2 ปีที่แล้ว +2

    হৃদয়স্পৰ্শী, এটা সুন্দৰ কাহিনী। খুব ভাল লাগিল।

  • @dipikadas5890
    @dipikadas5890 ปีที่แล้ว +2

    এনে কৈয়ে ধুনীয়া চুটি গল্পৰ ছবি নিৰ্মাণ কৰা বাবে মোৰ বহুত ভাল লাগিল

  • @aijoniborah85
    @aijoniborah85 2 ปีที่แล้ว +5

    নিউজট্ৰেক অসমৰ সকলো বিষয়ববীয়ালৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ 🙏

  • @jatendranathsaikia351
    @jatendranathsaikia351 ปีที่แล้ว +1

    ❤❤❤❤❤

  • @debabratasharma4539
    @debabratasharma4539 2 ปีที่แล้ว +1

    সৰ্বাংগ সুন্দৰ হৈছে । ভাল লাগিল ।

  • @nobajanibaruah345
    @nobajanibaruah345 2 ปีที่แล้ว +2

    ভাল লাগিল

  • @shyamkumarsaikia1185
    @shyamkumarsaikia1185 2 ปีที่แล้ว +2

    বৰ সুন্দৰ লাগিল

  • @ramekbalsingh5796
    @ramekbalsingh5796 2 ปีที่แล้ว +3

    Nice story......Dukh laga story

  • @dibyasingha5305
    @dibyasingha5305 2 ปีที่แล้ว +2

    সুন্দৰ

  • @surajitbailung8365
    @surajitbailung8365 10 หลายเดือนก่อน +6

    Very❤nice

  • @richitasharma5111
    @richitasharma5111 2 ปีที่แล้ว +2

    দেউতাক এনেকুৱা হ'ব লাগে । ভাল লাগিল ।

  • @animabora4105
    @animabora4105 2 ปีที่แล้ว +8

    বৰ ভাল লাগিল, হৃদয়স্পৰ্শী কাহিনী। সকলোৰেই অভিনয় অতি সুন্দৰ হৈছে 👌👌

  • @jatijibanbora2495
    @jatijibanbora2495 ปีที่แล้ว

    Nice one, want more

  • @amritkumardasagm5020
    @amritkumardasagm5020 2 ปีที่แล้ว +2

    ভাল হৈছে । সকলোৱে ভাল অভিনয় কৰিছে ।

  • @kulendramohandas3173
    @kulendramohandas3173 2 ปีที่แล้ว +5

    ,শক্তিশালী কাহিনী, বলিষ্ঠ অভিনয় আৰু সু পৰিচালনাই ঘটনা উপস্থাপন ত এক অনন্য মাত্ৰা প্ৰদান কৰিছে । অভিনন্দন জ্ঞাপন কৰিছো ।

    • @sanchitakakati9961
      @sanchitakakati9961 2 ปีที่แล้ว

      Dhunia story, bohut dhunia abhinoi korise sokolue, great 👍

  • @bipulmahanta8661
    @bipulmahanta8661 2 ปีที่แล้ว +1

    Oti xundar abhinay xokolure. Bor val lagil.

  • @lochanbora9431
    @lochanbora9431 2 ปีที่แล้ว +1

    সুন্দৰ অভিনয় সকলোৰে

  • @moushumiborahbarman4838
    @moushumiborahbarman4838 2 ปีที่แล้ว +1

    বঢ়িয়া হৈছে

  • @anitamedhi8358
    @anitamedhi8358 ปีที่แล้ว

    বাস্তৱ কাহিনী লগতে সৱৰে সুন্দৰ অভিনয়।

  • @vedicastrologyassam555
    @vedicastrologyassam555 2 ปีที่แล้ว +2

    অতি সুন্দৰ

    • @nivanath147
      @nivanath147 2 ปีที่แล้ว +1

      অতি সুন্দৰ৷ কাহিনী আৰু অভিনয় মনোৰম৷

  • @sidheswarrabha2584
    @sidheswarrabha2584 2 ปีที่แล้ว +8

    সকলোৰে অভিনয় বৰ সুন্দৰ হৈছে।সঙ্গীতৰ দিশতো বেয়া হোৱা নাই।মুঠৰ ওপৰত বাস্তৱ কাহিনী আৰু পৰিচালনাৰে এখনি সুন্দৰ চুটি কথা ছবি।

  • @ganeshborgohain2040
    @ganeshborgohain2040 4 หลายเดือนก่อน +1

    বৰ ভাল .লাগিল।

  • @himanibanikya8168
    @himanibanikya8168 ปีที่แล้ว +1

    ইমান ভাল হৈছে আপোনালোকে চিনেমা বনোৱাটো বিচেৰো মই আশীৰ্বাদ কৰিবহে পাৰো আপোনালোকৰ আগলৈ মংল কামনা কলিোল

  • @mousumisharma4914
    @mousumisharma4914 2 ปีที่แล้ว +1

    Val lagil sai

  • @nijarabharali9046
    @nijarabharali9046 2 ปีที่แล้ว +1

    Bohut Val lagil..

  • @santanubaruah2649
    @santanubaruah2649 2 ปีที่แล้ว +1

    খুব ভাল লাগিল। অভিনয় ভাল হৈছে। কাহিনী, চিত্ৰনাট্য সকলো ভাল লাগিল। মাত্ৰ যৱনিকা খৰ খেদা হ'ল যেন লাগিল।

  • @bidyutchoudhury6471
    @bidyutchoudhury6471 2 ปีที่แล้ว +1

    Bohot dhuniya bonaise

  • @sangitadevi6805
    @sangitadevi6805 2 ปีที่แล้ว +1

    Bhal lagil

  • @keshabupadhyaya7542
    @keshabupadhyaya7542 2 ปีที่แล้ว +1

    সমাজত ঘটি থকা কিছুমান ঘটনাৰ সুন্দৰ উপস্থাপন। ভাল লাগিল। আগলৈও কৰি যোৱাৰ কামনা কৰিলোঁ।

  • @jashwantbaruah5646
    @jashwantbaruah5646 2 ปีที่แล้ว +1

    Bohut besi bhal lagil...

  • @sanjibbora1789
    @sanjibbora1789 3 หลายเดือนก่อน +1

    বঢ়িয়া বোৱাৰী বোৰে সহুৰ সাহুৰেক ৰ পেঞ্চন ৰ ওপৰত বেছিকৈ মাথা মাৰে।

  • @saratdeka1108
    @saratdeka1108 2 ปีที่แล้ว

    সকলোৰে অভিনয় সুন্দৰ হৈছে । দেউতাই ঠিকে কৰিছে ।

  • @muktulhussain8315
    @muktulhussain8315 2 ปีที่แล้ว +1

    Bhal lagise de

  • @pranitapdproduction7923
    @pranitapdproduction7923 ปีที่แล้ว +1

    Xundor abhinoy 👌sukhada hospital Dekhun eikhn amr ghrr Kaxote boorhiaaa☺

    • @ntacinema
      @ntacinema  ปีที่แล้ว

      আমিও কাষৰে৷

  • @Jundas-u8y
    @Jundas-u8y ปีที่แล้ว +1

    Dhunia hoise aru agbahi joa.finishing tu Alp aru lagisil

  • @deepshikhadutta6107
    @deepshikhadutta6107 ปีที่แล้ว +1

    Hundar....

  • @runusaikiabordoloi1308
    @runusaikiabordoloi1308 2 ปีที่แล้ว +1

    বহুত ভাল লাগিছে দেই পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিব লাগে এনে কাহিনী থকা নাত বোৰক অভিনয় ভাল হৈছে ধন্যবাদ আগলৈ এনেকৈ আশা কৰিম চাম

    • @ntacinema
      @ntacinema  2 ปีที่แล้ว

      অশেষ ধন্যবাদ আপোনাক৷

  • @kabitaborah5007
    @kabitaborah5007 2 ปีที่แล้ว +1

    Mojaaaaaaa ❤️

  • @dipika...5094
    @dipika...5094 2 ปีที่แล้ว +1

    Mojaaaa

  • @tezpurcomedyking....5613
    @tezpurcomedyking....5613 2 ปีที่แล้ว +3

    superb

  • @arunsarmah2742
    @arunsarmah2742 2 ปีที่แล้ว +3

    বত্ত’মান সমাজৰ বাস্তৱ ছবি দাঙি ধৰিছে ৷সুন্দৰ হৈছে৷

  • @runimasaikia5904
    @runimasaikia5904 2 ปีที่แล้ว +1

    Thikei. Korise deutai.

  • @bhabitsaikia9905
    @bhabitsaikia9905 2 ปีที่แล้ว +1

    xundor

  • @chafikulislam6892
    @chafikulislam6892 2 ปีที่แล้ว +3

    so nice

  • @dipabaruah6825
    @dipabaruah6825 2 ปีที่แล้ว +1

    Very nice story

  • @kalloldas1804
    @kalloldas1804 2 ปีที่แล้ว +1

    Buarijonir acting bahut realistic

  • @sarojagarwal8558
    @sarojagarwal8558 2 ปีที่แล้ว +1

    Very Good Performance

  • @hiraksarmah
    @hiraksarmah 2 ปีที่แล้ว +1

    So good Story

  • @santanutalukdar8238
    @santanutalukdar8238 2 ปีที่แล้ว +1

    So amazing...

  • @mithun674
    @mithun674 2 ปีที่แล้ว +3

    হৃদয়স্পৰ্শী আৰু বাস্তৱ কাহিনী। আতি সুন্দৰ পৰিচালনা তথা অভিনয়ৰ বাবে এই চুটি ছবিৰ প্ৰতি গৰাকীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালো।

  • @jatendranathsaikia351
    @jatendranathsaikia351 2 ปีที่แล้ว +3

    Best story, perfect acting performance.

  • @dipkumarkalita8565
    @dipkumarkalita8565 2 ปีที่แล้ว +1

    Very nice ....

  • @mahfujrahman3428
    @mahfujrahman3428 2 ปีที่แล้ว +1

    সচৰাচৰ চলি থকা সত্য ঘটনা

  • @debojitkumarboradebobora4926
    @debojitkumarboradebobora4926 ปีที่แล้ว +1

    অভিনয় যদিও ৰিয়েল যেন অনুভৱ হ'ল।

  • @rahimali9943
    @rahimali9943 2 ปีที่แล้ว +1

    Nice

  • @user-mn5hv7kk5t
    @user-mn5hv7kk5t 2 ปีที่แล้ว +1

    Bow nice

  • @debashreegogoi3118
    @debashreegogoi3118 ปีที่แล้ว +1

    Agor mata pita ka putro mor Jaye to uskaa ek bidhoba bohu hi poti ki adorkho aur saas hohur ki pyar se ghor ko sombhaal to hai ye beti log Bhai ko nise dikhane ke liye mor mitte hai

  • @chinmoyjyotisarmah1217
    @chinmoyjyotisarmah1217 2 ปีที่แล้ว +2

    Khub xundor

  • @runimasaikia5904
    @runimasaikia5904 2 ปีที่แล้ว +1

    Atia onuhusonat. Vugise

  • @debashreegogoi3118
    @debashreegogoi3118 ปีที่แล้ว +1

    Sob bete aur bohu bura nhin hotain Aaj kol to beti maa pita kaa pention aur jaidaad ke liye tipman kortai hai

  • @dimbeswargogoi2667
    @dimbeswargogoi2667 ปีที่แล้ว +1

    A

  • @promilaronghangpi1382
    @promilaronghangpi1382 ปีที่แล้ว +1

    VT hu

  • @mukulgoswami5119
    @mukulgoswami5119 2 ปีที่แล้ว +1

    যি কোনো কাহিনীক সতেজ সবল সুস্থ ৰূপৰে
    এক চিনেমা বা সাৰ্থক চুটি ছবি কৰি দৰ্শকক দেখুৱাব পাৰে পৰিচালকৰ বিচক্ষণতাইহে।
    "স্বাৰ্থপৰ" নামৰ চুটি ছবি খনে তিনিটা দিশ উদঙাই দেখুৱালে।
    ১/বৰ্তমান সমাজৰ কিছু পৰিয়ালত থকা গুৰুজনৰ প্ৰতি অপমান আৰু অপমানৰ সুযোগ দিয়া নিজৰ সন্তান।
    ২/স্বাৰ্থপৰতা যি কোনো ক্ষেত্ৰত প্ৰকট হোৱা।
    ৩/ অজস্ৰ টকা থকা মুল চৰিত্ৰৰ বুকুত থকা গোড়ামি।
    …………
    ধুনীয়া ছবি। উৎকৃষ্ট পৰিচালনা।আৱহ সংগীত।
    লোকেচন।
    চৰিত্ৰ সমুহক আন্ধাৰ আৰু পোহৰ বুলি ধৰিব লাগিব।
    পুত্ৰবোৱাৰী আন্ধাৰ। জী জোৱাই ৰাইজ পোহৰ।
    বহুত ধন্যবাদ।
    ……
    হস্পিটেলৰ অভ্যন্তৰত আৰু পোহৰ লাগিছিল।
    ………
    ।মোৰ চকুত দেউতাকহে বেছি স্বাৰ্থ পৰ। সুনামৰ সন্ধানী!😊

  • @subamdey
    @subamdey ปีที่แล้ว +1

    Video sai comments debo.aru ki koribo.

  • @dipikadas5890
    @dipikadas5890 ปีที่แล้ว +1

    এইখন ছাথ্্ পৰ সমাজ জত নিয়ায়। নাই

  • @subamdey
    @subamdey ปีที่แล้ว +3

    Adin na adin kobat ka bar deota anoka hodai hoi thakay kunu bai kiba kori say janu

  • @Miduldutta
    @Miduldutta ปีที่แล้ว +1

    1947চনৰ ভিডিঅ' দৰে লাগিলে
    Fal2 camera লৈ বনাই নেকি ,
    Mobile full power দি চালেও
    ভাল দৰে মানুহ কেইটা ধৰিব নোৱাৰি ,

  • @drishtidevi7894
    @drishtidevi7894 2 ปีที่แล้ว +2

    A very progressive concept. Good work. keep it up ✨

  • @hiranyamedhi7752
    @hiranyamedhi7752 ปีที่แล้ว +1

    :-*অ

  • @biddutkamalborah3231
    @biddutkamalborah3231 2 ปีที่แล้ว +1

    Bortoman real ot hoi ase aibur.
    Lora t k suwali bohut val. Mur u agoni suwali ase moi taik loi gorvoito.

  • @YogaTherapyAssam
    @YogaTherapyAssam 2 ปีที่แล้ว +1

    ভাল লাগিল চাই । th-cam.com/video/02dSmMJqHew/w-d-xo.html

    • @Apsara_World_lifestyle
      @Apsara_World_lifestyle 2 ปีที่แล้ว +2

      সকলো বন্ধু-বান্ধবীলৈ প্ৰণিপাত জনালো--ননী মাধৱ শৰ্মা।

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 ปีที่แล้ว

      @@Apsara_World_lifestyle
      🙏🙏🙏

  • @Maina734
    @Maina734 2 ปีที่แล้ว +2

    সুন্দৰ

  • @dsdimpi7898
    @dsdimpi7898 2 ปีที่แล้ว +1

    bohut vl lagil xai .

  • @debajitborah2323
    @debajitborah2323 2 ปีที่แล้ว +1

    সুন্দৰ