ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কৃষ্ণ কৃষ্ণ , জয় গুৰু শ্ৰীমন্ত শঙ্কৰ । শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ আৰু কেইটামান বৰ্ষৰ পিছতেই শতবৰ্ষ গৰকিব । সঙ্ঘই অসমৰ সমূহ খিলণ্জীয়া জাতি জনগোষ্ঠীকে একত্ৰিত কৰি মহাপুৰুষ গুৰুজনা প্ৰবৰ্তিত এক শৰণ হৰি নাম ধৰ্মক সমগ্ৰ অসম বা ভাৰতত আৰু বিশ্বলৈ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সাম্প্ৰতিক সময়ৰ এক উল্লেখযোগ্য আৰু ইতিবাচক দিশ ।
অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই অসম আৰু অসমীয়াৰ হকে এতিয়াও বহুখিনি কৰিব লগা আছে। কিছুমান সংকীৰ্নতা আৰু গোড়ামী পৰিহাৰ কৰি আগুৱাই যাওক।
সুন্দৰ উপস্হাপন
❤❤❤❤ সুন্দৰ প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে।।
জয় গুৰু শ্ৰীমন্ত শঙ্কৰ 🙏
কৃষ্ণ, বৰ সুন্দৰ বাৰ্তালাপৰ উপস্থাপন কৰা হৈছে। জয় গুৰু শঙ্কৰ ।
Krishna Krishna khub val lagil anusthan sai xewa jonisu 🙏🙏👍
পদাধিকাৰ বাপ গৰাকীলৈ সেৱা জনালোঁ। কৃষ্ণ।
জয় গুৰু শঙ্কৰ
কৃষ্ণ কৃষ্ণ 🙏
Krishna 🙏
Krishna krishna🙏🙏
কৃষ্ণ, জয় গুৰু শঙ্কৰ।
Krishna Krishna......
এক মাএ শংকৰ সংঘ অসমৰ সকলো জাতি জনজাতিক একতাৰ ডোলেৰে বান্দিব পাৰিছে।
Krishna he bap❤
কৃষ্ণ জয় গুৰু শঙ্কৰ।
🙏🙏
Aadhyatmik kotabadoloi atiyo bohut baki.Ram Krishna hori.
কৃষ্ণ বাপ। ভিতৰ চৰাত বহুত খেলিমেলি আছে ৰাজনীতি আছে কিন্তু ৰাইজৰ সহযোগত সকলো সম্ভৱ হৈ যায় বাবে আজিও জীয়াই আছে। আৰু অধিবেশন শেষ হোৱাৰ পিছত বহুতে বহুত বস্তু ঘৰলৈ লৈ যোৱা ও দেখা পাওঁ। কৃষ্ণ
কৃষ্ণ কৃষ্ণ
Interview tu sai srimanta sankar sanghar bohutu najana katha jamilu. Interview lua aru dia duyujanaloi antarar para vaktivara sradha janalu.
Kirshna guru ne joy guru sankar
Oxom xon aibur vag vag hoi axomiya jati to borbat krise.Kar ki ba kot amar oxomiya jati to Mila piti nhuwa hol nejnu.
Vuj vator kotha besi sinta kore... Aamr namghorot vauna patibole manuh naaye vuj hole hokolu aahe .. sankadev hongho namot ... Toka diyat ke nidiyae vall.... Bepaar hol sob...
Eku hikible ni Mur pi

Oxom xon aibur vag vag hoi axomiya jati to borbat krise.
Kar ki ba kot amar oxomiya jati to Mila piti nhuwa hol nejnu.