ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
33:44 মোৰ এই খিনিটে এটা কথা সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া লৈ - বিজেপি ক ৱাছিং মেচিনৰ লগত তুলনা হে কৰা হয়.... প্রকিততে, বিজেপি এ কাকো ধুই চাফ কৰিব পৰা নাই.....😮😮😮😮 যি আগতে লেতেৰা আছিল এতিয়াও লেতেৰা হয়ে আছে, কিন্তু বিজেপি এ গেৰুৱা পিন্ধাই মানুহৰ আগত চাফা হল বুলি দাঙি ধৰিছে....🙂🙂🙂 আৰু কোনেও বিজেপিৰ নীতি আদৰ্শ ক মানি বিজেপি লৈ অহা নাই... অন্য দলৰ পৰা যি সকল আহিছে, তেওঁলোক বিজেপিত কিবা এটা পাম বুলি আহিছে...😮😮😮 অৰ্থাৎ সুবিধা বিচাৰি আহিছে...🙂🙂 কাৰণ কংগ্ৰেছত বেলি মাৰ যোৱাৰ দৰে হৈছে....গতিকে বহুতেই আসন্ন সূৰ্য অস্ত্ৰ দেখি, উভুটা লৰ দিছে...🙂🙂🙂 কাইলৈ বিজেপিৰ বেলি মাৰ গলে, এই সকল আকৌ অন্য দিশে উভূটা লৰ দিব - তাত কোনো সন্দেহ নাই.....🤔🤔🤔 বৰ্তমান বিজেপিৰ ভাল দিন চলিচে আৰু যি কিটা ভোট পালে কেৱল নৰেন্দ্ৰ মোদীৰ নামত পালে.... নৰেন্দ্ৰ মোদীয়ে টো সদাই বিজেপি ধৰি ৰাখিব নোৱাৰে, বৰ্তমান ৭৪ বছৰ হল.... নৰেন্দ্ৰ মোদীৰ পিছত বিজেপিৰ কাৰো ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰহণ যোগ্যতা নাই.... কোনোবা নিজৰ ৰাজ্যত জনপ্ৰিয় হব পাৰে কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰো গ্ৰহণ যোগ্যতা নাই....🙂🙂 গতিকে অহা ২০২৯ নিৰ্বাচনত বিজেপিৰ বেলি মাৰ যোৱাটো স্বাভাৱিক....🤔🤔🤔
সিদ্ধাৰ্থ ডাঙৰীয়াই কথাবোৰ ৰিপুন বৰা ডাঙৰীয়াৰ দৰে ভালকৈ উপস্থাপন কৰিব নাজানে ,বাক চাতুৰ্য বহুত বেছি বৰা ডাঙৰীয়াৰ ।মই চাৰিত্ৰিক বিশ্লেষণ কৰা নাই
এও কিন্ত লাজতে আছু কৰিছে আলফা কৰিছে কংগ্ৰেছ কৰিছে বিজেপি কৰিছে লাজতে ৰাতিপুৱা এটা কথা আবেলি এটাকথা কয়। ধূৰ ভূতৰ মুখত ৰাম নাম।
ৰিপূন বৰা দল ত্যাগ কৰি গৈছিল বংগললৈ কিন্তু ভট্টাচাৰ্য্য জত আছে ততে আছে। হয় নে নহয়। দুয়োজনৰ কথা নিমিলে।
Gentle talk shows last of the year 😮😮
সিদ্ধাৰ্থ ডাঙৰীয়া মাজে মাজে তেতিয়া হলে মামা লৈ নিজৰ চৰকাৰৰ কি কি কৈছিল সেই মনত পেলাক আপুনিটে বিজেপি শেষ কৰা বুলি কেইবাৰে সংবাদ মাধ্যমৰ কৈছিল
Very good and valuable statements given by Respected Siddhartha Bhattacharyye dangoria. We salute Hon'ble Bhattacharyye dangoria.
দুৰ্নীতি-ভ্ৰষ্টাচাৰত লিপ্ত ৰাজনৈতিক নেতাবিশেষক আই ডি, ই ডি, চিবিআই আদিয়ে গ্ৰেপ্তাৰ কৰে কিন্তু, সিবিলাক বিজেপি দলত যোগদান কৰিলে সকলো দুৰ্নীতি- ভ্ৰষ্টাচাৰ মাফ হৈ যায় । এইটো সকলোৱে জনা শুনা কথা । সেইহে, ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত সন্দেহ ওপজিছে । সংবিধান অবমাননাৰ ইও এক কাৰক বুলি ধাৰণা হয় ।।
True is true, one should not remark with one, without proper justice. Every one respect each other.
Best n logical explanation is given by Sri Ripon borah regarding emergency, 100% right kota
নিতু কংগ্ৰেছৰ সমৰ্থক ৰিপুণ চতুৰ দলবাগৰা ঠগবাজি সিদ্ধাৰ্থ নম্ৰ ভদ্ৰ সত্য বাদী ৷
সাংবাদিক জনে পক্ষপাতিত্ব কৰা য়েন লাগিল।
সিদ্ধাৰ্থৰ কথাটো হাঁহিব মন যায়।
নিতুমনি ডাঙৰীয়া আপোনালোকৰ সাংবাদিক পথাৰ খনত কিমান চোৰ ,,ডকাইত , blackmailer আছে জনাবছোন।
হিমন্ত এতিয়া হেমন্ত হ'ল! তেখেতে কি কয়-কি নকয় তেওঁ নিজে নাজানে ?
বিজেপিক ৱাচিং মেচিন বুলি কোৱা হয যদিও এই মেচিন টোৱে মলিবোৰ ঢাকিহে ৰাখে আতৰাই নিদিয়ে। এই ঢাকি থোৱা মলিবোৰ লৈ পিচত ব্লেকমেইল কৰি থাকে।
নিটোমনি কংগ্ৰেছৰ মানুহ
দল বাগৰা ৰিপুন বৰাৰ কথাবোৰ কংগেছ ক ক্ষতি কৰিব ।
এ ঠিক
Ripun sirr logat hitdarto tulana nahoi
Political decency is fast decaying...
Congresi channel
Nituda hodai side loi kotha koi.
সাংবাদিক জনক একচেটিয়া যেন সদায় অনুমান হয়।
BJP always zindabad.
Hera ripun tumio iman bhadra manuh nohoi diya bujila
Ripun u become nipun for trinomal party 😢
Nitu moni tumi kiba pala naki
নিতুমনি প্ৰতিদিনৰ সাংবাদিক নহয় তেও আছিল News Livant হিমন্তই গটা মাৰি পেলাই দিছিল তেওিয়াৰ পৰা |
HBS logot patta napoi ahun ako
Nitu u r Yes 4 Congress n No 4 Bjp😅
Politicians are nonsense.
Nitu u become nistur for Congress party 😅
B j p India end
Ticket lage.... ticket nopale apuni interview lob
Ripunuddoin and Pratidin-r Nitumonuddin-r maajot bhitorua bujhapora aase.
অ তই বিজেপিৰ হিমুউদ্দিনৰ ১৫০০ টকীয়া চোৱা-চেলেকা গোবৰ ভক্ত সেইকাৰণে তহঁতৰ এতিয়া সঁচা কথাত গাত লাগিছে বুজিছ ।
It is a needles opinion. Kindly come to the topics.
BJP zindabad
We don't want to listen to hear all of you. The anchor is also bloody.
নিতু তুমি ফাল্টু ৷
👍👍
Nitu apunio nijaswatahin sangbadik. malikok bhalori lagai batori banai.
Ripun Bora is running front one party to another for money ?Ripun Bora hopless keep quiet.
Actually not nonsense ,but politician are good actors and they are conversant and know how to creat 3 dimensions in political arena.
Sidha sidhi kowk ripun dol bagori ahile just
Ripun bora cam nai
তোৰ বিজেপিৰহে কাম নাই দে ।
Ripun dangariya apuni niti adarkha tu ketiyabai bad dile bengali rajnitit uti vahi ahile
Nitu u r illegal referee 😅😅😅
Dal bagara ripun tomar kam nai
নিতুমণি পক্ষপাতিত্ব কিয় কৰিছা । তুমি কিমান অভদ্ৰ এবাৰ নিজকে সুধাচোন।
Ripun apunio CM sir k beya koi gali pare
Faltu....
Nitumoni saikiai side loi ajikali😂...assam r সাংবাদিকৰ aito ধৰ্ম nhoii
it was nice debate.. .. But BJP loosen😢