হাবুঙ হয় । ভাল হৈছে আমি সকলো বিলাক বিষদ ভাৱে সচা অৰ্থ ত বুজি সহমত দিব লাগিব । তুমি আগ বাঢ়ি যোৱা । আমাক নালাগে মিছা শব্দ বা বাক্য । তাৰ কাৰণে সকলোৱে কব লাগে সচা কথা । পৰিচয় দিবলৈ মোৰ ৰ কোনো ঐতিহাসিক সম্বল নাই কিন্তু যদি কোনো লোকে যানে কব লাগে । মই কাক ভাল পাওঁ সকলোৱে অনুভৱ হব । আমি নিমিতৰ মাত্ৰ । কিন্তু কোনোবা এজন অদৃশ্য শক্তি আছে সেই জন কোন বাৰু । সেই জন কিন্তু অসমতে আছে । আমি বিচাৰি উলিওৱাত কঠিন হ'ব । আমি তেওঁ ক চিনি পাবলৈ কঠিন হ'ব । জয় মানৱ দেহা জয় ।
Habung word tu amar mishing hokolor mote ata nirdist taibkinite pani tu joma hoi thoka mane nodir nisina bahiroloi boi jabo nuware .sariupale matire ba betire abori toka.Mishing hokolor logoteu word tur mil ase.
Sir moi অসমৰ দ্বিতীয় ৰাজধানী হবু্ং চাওঁ আহক বুলি Facebook t video upload korute ajone kole j হাবু্ং ত মাথোঁ খাজনা ল'বলৈ ৰজাই কেইদিনমানৰ বাবে জিৰণি ল'বলৈ আহিছিল বুলি আৰু মিছাকৈ প্ৰছাৰ নকৰিবা বিকৃত হ'ব ইতিহাস বুলি ক'লে আপোনালোকে ক'ব চোন please 🙏 kobo sun moi video tu delete kori dim ne nai
অসমত বসবাস কৰা সকলো টাই গোষ্ঠীয় লোক বৌদ্ধ ধৰ্মাৱলম্বী তথা চুকাফাই যি ঠাইৰ পৰা আহিছিল মানে মোংমাও দেশৰ লোক সকলেও বৌদ্ধ ধৰ্মাৱলম্বী। চুকাফাই কিয় হিন্দু?
Sukafa hindu nhoi ....Tai ahom hkl ketiau hindu nhoi ....Tai ahom r hmpurno porompora palon kora luk hkle hindu dhormo namane....Kisuman ahom a hindu dhrmo lole jdiu gutei ahom bure lua nai ....
#Chaolung_Sukaphaa'r #ORIGINAL_moidam 2r on field goi ata vlog'r akha rakhilu. ORIGINAL moidam2 manuhe sini napale #BILUPTA hobo; already #encroachment hoise moidam 2r
Gogoi ,আপুনি কেনেকৈ কব পাৰি যে সেই শব্দ মিচিং ৰ হয় বা নহয় । আমি মিচিং ৰ বুলি একেবাৰে নকও কিন্তু মিচিং ত মিল থকা শব্দ আছে যত আবুং/হাবুং মানে মিচিং ত নদী বা পুখুৰী। কিন্তু বেলেগ জাতিত এই শব্দ আছে নে নাই আমি নেজানো ।।।
th-cam.com/video/kp5Xg0udO-0/w-d-xo.htmlsi=FUqBTCs1HW6Mrt7c Ato video showk shob yta vlka kuwa axe Habung Name to kor pora knke ahise knke ki hol shob axe.
হাবুংৰ বহুত বহুত মহৎ আছে আপুনি মনৰ
কামনাৰ পুৰণ কৰিব হলে হাবুংৰ লৈ আহিব ।
হাবুলৈ যোৱাৰ ইচ্ছা মোৰো বহুত আছে।
muro jabor mon jai ...kt ghr hoi aoynar...mur je bohu dur hoi guwahati t hoi mur@@NortheastExplorerRH
Bohut bohut gentle ahom hokol... Dhonyabad chokrapani kokaideo.
হাবুং শব্দটো টাই ভাষাৰ পৰা অহা বুলিহে জানো ।
Very nice 🙏🙏🙏🙏🙏
Old man knowledge is awesome. 👍
Very informative ; keep going 🎉
Nice❤❤❤❤
Best luck .
Love and Blessings 💕
আমাৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ হাবুংলৈ,, ভাল লাগিছে
Bahut bhal lagil bhai, apuni dekhualey ammi koun ,moi tow najanewai
হাবুঙ হয় । ভাল হৈছে আমি সকলো বিলাক বিষদ ভাৱে সচা অৰ্থ ত বুজি সহমত দিব লাগিব । তুমি আগ বাঢ়ি যোৱা । আমাক নালাগে মিছা শব্দ বা বাক্য । তাৰ কাৰণে সকলোৱে কব লাগে সচা কথা । পৰিচয় দিবলৈ মোৰ ৰ কোনো ঐতিহাসিক সম্বল নাই কিন্তু যদি কোনো লোকে যানে কব লাগে । মই কাক ভাল পাওঁ সকলোৱে অনুভৱ হব । আমি নিমিতৰ মাত্ৰ । কিন্তু কোনোবা এজন অদৃশ্য শক্তি আছে সেই জন কোন বাৰু । সেই জন কিন্তু অসমতে আছে । আমি বিচাৰি উলিওৱাত কঠিন হ'ব । আমি তেওঁ ক চিনি পাবলৈ কঠিন হ'ব । জয় মানৱ দেহা জয় ।
হাবুং শদ্দ্বটি আহোম সকলৰ শদ্দ্ব কাৰণ ইয়াত মেডাম মেফি পূজা পাতল কৰিছিল আহোমৰ ৰজাই আছিল
ৰজা সকলৰ ইতিহাস আছে গতিকে কছাৰী সকলৰ নহয়
ভালকৈ বিশ্লেষণ কৰি বুজাই কব নোৱাৰিলা।
হাবুং আহোম শব্দ হবই নোৱাৰে ।
স্পস্ট ভাবে ই বদ' কছাৰী ভাষাহে।
কিয় ?
হা মানে মাটি আৰু বুং মানে পৰিপুৰ্ণ অৰ্থাৎ খালি মাটি, বহল বহল মাটিৰে ভৰপূৰ, হাবুং ।
আহোম সকলে কছাৰী ৰাজ্য আক্ৰমণ কৰিবলৈ আহোতে এজনীও আহোম মাইকী লগত লৈ অহা নাছিল আৰু আনৰ ৰাজ্য attack কৰিবলৈ গলে মাইকী মানুহ লগত লৈ যোৱা সম্ভৱ নহয় আৰু সেই কাৰণেই আহোম সকলে কছাৰী ছোৱালী আৰু বলপূৰ্বক হলেও কছাৰী মাইকীক বিয়া কৰাইছিল আৰু সেই কাৰণেই তেওঁলোকৰ ল'ৰাছোৱালি বড়ো-কছাৰীৰ দৰে আৰু সেইবাবেই বড়ো-কছাৰীৰ খোৱা খাদ্য আহোম সকলেও সেই same খোৱা খাদ্য খায় ।
গতিকে, বড়ো-কছাৰীৰ হাবুং শব্দ টু আহোমত অহাটু স্বাভাবিক।
@@shaktidevibrahma476 hompurno rupe bhul apunar kotha. Habung Ahomor second rajdhani.
@@shaktidevibrahma476teuluke bujai dise nohoi BTW Jodi kochari logot mile then we are related brothers
হাবুং বুলি আহোম ও এটা শব্দ ।। এই ঠাই শব্দটো কৰ পৰা আহিছে নাজানো ।। কিন্তু হবুং এটা আহোম শব্দ ও হয়।।
@@shaktidevibrahma476 O Bhai Tai Ahom hokolor Bhai buli kuwa hoi Thailandor manuh bilakok Amar Ahom hokolok Thailandor Manuhe bhal dore sini pai bujile. History nopohake jikunu Bhul Comment korile bhal nalage.
আৰে, এইটো আহোমৰ শব্দ।
Love from dhemaji
Val lagil
Joy habung monor echhaa poron kraa🙏🙏🙏
Good information
Hundar
JAY JAY SHRI SHRI HABUNG DEBOTA JI 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Jaai Aai Axom Jaai Zubeendaa 💕 💞
হাবুং শব্দ হৈছে হা মানে ওখ বুং মানে দ আৰু তাই ভাষা
Ha =mati, bung=bhora, Ukho ba bhorti hoa matir thai (Boro) t
@@sivarambasumatary6777we belong to same race bro
হাবুং টাই ভাযা শব্দ। এইজনে এইবোৰ আবুল তাবুল কথা কৈছে।
হাবুংঙ ত এখন বিশ্ববিদ্যালয়, আৰু, এটা সংগ্রহালয়, প্ৰয়োজন,,
Good good good nice
আপুনি কোৱামতে হা বুঙৰ অৰ্থটো সম্পূৰ্ণ শুদ্ধ হোৱা নাই, হা বুং মানে হ'ল বোকাময় ঠাই। জ্যেষ্ঠকেইজনে কথাখিনি ভালদৰে ক'লে, ভাল লাগিল। আৰু এটা কথা তাত কোনো অন্য জনগোষ্ঠীৰ মানুহে বাস কৰা নাছিলে মই জনাত আৰু যি দুই এবাৰ অইন জনগোষ্ঠীৰ মানুহ আহি দখল কৰিব বিচাৰিছিল তেওঁলোকৰ তেজ গ্ৰহনি হৈ তাৰে কিছুমানৰ মৃত্যু হৈছিল আৰু বাকি থকা দদুই এজন তাৰ পৰা ভয়তে পলাই গ'ল বুলি জানো!।।
Habung Aitu aahum r pora aahise
Bohut bohut vl lagil dada
HABUNG
The name is enough for us .We proud with the name HABUNG.The 2nd capital of great AHOM KING DOM.
হৰিচৰণ বড়ো ডাঙৰীয়ালৈ অশেষ অশেষ ধন্যবাদ থাকিল।আমিও আগতে আপোনাৰ দৰেই আছিলো।কংগ্ৰেছক ত্যাগ কৰি বিজেপিকে সমৰ্থন দিছিলো।কিন্তু দেখিলো তাতকৈ ইহে চৰা।সেয়ে আপোনাৰ"দৰেই আমাৰো একে অবস্থা।গতিকে আপোনাৰ" সতীৰ্থ সকলকো অনুৰোধ জনালো।
Nice
Very nice
Beautiful place
Habung etu Ahom hobdo hoi
হাবুং শব্দটো মিচিং সকলৰ আবুং শব্দৰ পৰা অহা যেন লাগিছে । মিচিং সকলে নদীক আবুং/হাবুং বুলি কোৱা হয় । হাবুং শব্দটো বেলেগ জাতিৰ লগত আছেনে নাই আমি নেজানো।।।
Dada apunk log pabolai bhut mn asai
Nice👍
Wow
Sir Habung Ahom hobdo..
Love from dhemaji ❣️
❤❤❤
🙏💙💫
Habung 😍🥰
হাবুং হ’ল পানীৰে তল যোৱা মাটি৷তাত খেতি বাতি কৰিবলৈ কস্ট হোৱা বাবে চাওলুং চুকাফাই কৈছিল“য়াত থাকিবলৈ বাৰু নহয়৷মাননীয় পুস্প গগৈ ডাঙৰীয়াৰ কথাখিনি শুদ্ধ
🥳
Habung Mising hokolor hobdo, habung mane dho tai
Ahom ST
🙏🙏🙏
Apuni Video Upload koribo ako.
❤️❤️
হা মানে ওখঠাই বুং মানে দ মাটি
হাবুং নামটো অলপ বেলেগ হয় আপোনি কোৱা তেওঁ নহয়
Najani Jode nokobo val nalagi
Hoi dada Ha mane mati boro bhakat aru bung Mane bhoripunna
সাংবাদিক পৰাশৰৰ লগত আলোচনাৰ সময়ত ছাৰ সকলক প্ৰসঙ্গ ক্ৰমে বাৰে পতি মোংমাও বুলি কোৱা শুনা গৈছে তাকে নকৈ চীন দেশ বুলি কলেই হয়। কাৰণ মোংমাও হৈছে চীন দেশৰ অন্তৰ্গত।
মন্দিৰ বুলি নকয় নেকি?
অলপ ভুলকৈ ক'লে নেকি...!
হাবুং টাই ভাষাৰ শব্দ। হা মানে ওখ বহল ঠাই আৰু বুং হৈছে দ ঠাই অৰ্থাৎ অলপ পানীৰে বুৰি থকা অঞ্চল।।
Habung sobda tu tai vasa hoi dada😅
হাবুং মানে মিচিং ভাষাত নদ নদীক কয়।হয়তো এনে শব্দই মিচিং ভাষাত নদীক হাবুং বুলি কোৱাৰ থল থাকিব পাৰে।
Ki ase tat
বৰো আৰু কছাৰী দুটা বেলেগ জনগোষ্ঠী ন হয়, কছাৰী সকলৰ ঘাই শিপা দা লেই হল বোৰো কছাৰী।
Ha-land, bung-full, many chutias converted into ahom,, chutia and boro is same
Nagalandet koshary Raja he asil
Habung word tu amar mishing hokolor mote ata nirdist taibkinite pani tu joma hoi thoka mane nodir nisina bahiroloi boi jabo nuware .sariupale matire ba betire abori toka.Mishing hokolor logoteu word tur mil ase.
হয় ,আবুং/হাবুং মানে নদী বা পুখুৰী সেইয়া মিচিং সকলৰ শব্দৰ পৰা অহা যেন অনুভৱ হয় ।।।
হৰিচৰণ বড়ো ডাঙৰীয়াক উষ্ম আদৰণি জনাইছো।আগতে আমিও কংগ্ৰেছ দুৰ্নীতি গ্ৰস্ত দল বুলি ভাবি নেওচা দি বিজেপিকেই সমৰ্থন দিছিলো।কিন্তুদেখিলো তাতকৈ ইহে এখোপ চৰা।সেয়ে বিজেপিক এৰি পুনৰ কংগ্ৰেছকে সমৰ্থন কৰিব লগা প্ৰয়োজন হৈ পৰিল।আপুনিও তেনে কাম কৰিলে বুলি জানি অত্যন্ত সুখী হৈছো।গতিকেআপোনাৰ লগতে আপোনাৰ লগৰীয়া সকলকো অনুৰোধ কৰিলো।
13/7/23 12:10am
Ahom ejoni biya patibo lagibo
Habung hoise ahom hobdo.....boro kachari vakha nhi
Habung really Tai hobdo
আহোমৰ ৰাজধানী হাবুং আৰু হাবুং মানে কি ?
হাবুংৰ আচল অৰ্থ হ'ল,
হা মানে মাটি আৰু বুং মানে পৰিপূৰ্ণ অৰ্থাৎ খালি মাটিৰে ভৰপুৰ আৰু এই শব্দ টৌ বদ' ভাষা মানে কছাৰী ভাষা ।
তাই শব্দ কেতিয়াও নহয় ।
বড়োৰ শব্দ আহোমত কিয় আহিল ?
আহোমত এই কাৰণেই আহিছে যে আহোম সকলে বড়োকছাৰী ৰাজ্য আক্ৰমন কৰিবলৈ আহোতে এজনীও আহোম মাইকী তেওঁলোকৰ লগত অনা নাছিল। সেই কাৰণেই আহোম সকলে বড়ো-কছাৰীৰ ছোৱালীক বিয়া কৰিছিল আৰু সেইবাবেই আহোম সকল দেখাত বড়ো-কছাৰীৰ সকলৰ দৰে, শামুখ খায় মদ খায়,কেকৰা খায় মানে খোৱা খাদ্য সব একেই ।
সেইবাবেই কছাৰীৰ ভাষা হাবুং আহোমত সোমাইছে ।
Ki kata Kai asa
Habungr ortho hoise doh thai
80% kothai apunar bhul.
Sir moi অসমৰ দ্বিতীয় ৰাজধানী হবু্ং চাওঁ আহক বুলি Facebook t video upload korute ajone kole j হাবু্ং ত মাথোঁ খাজনা ল'বলৈ ৰজাই কেইদিনমানৰ বাবে জিৰণি ল'বলৈ আহিছিল বুলি আৰু মিছাকৈ প্ৰছাৰ নকৰিবা বিকৃত হ'ব ইতিহাস বুলি ক'লে আপোনালোকে ক'ব চোন please 🙏 kobo sun moi video tu delete kori dim ne nai
Kio koribo ako. Eibur kisuman soku soroha khiolia manuhe koise. Ahom r porai je axom r nam tu hol eibur kotha hihotor hojya nhoi
অসমত বসবাস কৰা সকলো টাই গোষ্ঠীয় লোক বৌদ্ধ ধৰ্মাৱলম্বী তথা চুকাফাই যি ঠাইৰ পৰা আহিছিল মানে মোংমাও দেশৰ লোক সকলেও বৌদ্ধ ধৰ্মাৱলম্বী। চুকাফাই কিয় হিন্দু?
Sukafa hindu nhoi ....Tai ahom hkl ketiau hindu nhoi ....Tai ahom r hmpurno porompora palon kora luk hkle hindu dhormo namane....Kisuman ahom a hindu dhrmo lole jdiu gutei ahom bure lua nai ....
Habung hobdo2 hoise tai hobdo kosari hobodo nohoi
Ha maney mati arbung vori pora
#Chaolung_Sukaphaa'r #ORIGINAL_moidam 2r on field goi ata vlog'r akha rakhilu. ORIGINAL moidam2 manuhe sini napale #BILUPTA hobo; already #encroachment hoise moidam 2r
হাবুং শব্দটো মিচিং ভাষাৰ শব্দ, আবুং মানে নৈ, বিল,আবুং শব্দৰ পৰা আজি তাৰিখত হাবুং পৰিচিত | origin আবুং means নৈ বা বিল, মিচিং শব্দ |
Hobdor mil thakibo pare kintu mising origin hoboe nware.... You r wrong... Mising or pora ohar ba hobdo tu utpotti huar kotha nahe bujise nissoy
Oi murkho hobdo mil huatu ki dangor kotha dotopo donada eibur dhei bhakhat jiti mili jabo pare.
Gogoi ,আপুনি কেনেকৈ কব পাৰি যে সেই শব্দ মিচিং ৰ হয় বা নহয় । আমি মিচিং ৰ বুলি একেবাৰে নকও কিন্তু মিচিং ত মিল থকা শব্দ আছে যত আবুং/হাবুং মানে মিচিং ত নদী বা পুখুৰী। কিন্তু বেলেগ জাতিত এই শব্দ আছে নে নাই আমি নেজানো ।।।
Hunkale Goiasu
Kor pora nojonake video bonabo ahili
Apunak log puwar bohut akha
Parakh da Ami goisilo habungloi
th-cam.com/video/kp5Xg0udO-0/w-d-xo.htmlsi=FUqBTCs1HW6Mrt7c
Ato video showk shob yta vlka kuwa axe
Habung Name to kor pora knke ahise knke ki hol shob axe.
ঐ চক্র পানী আহোমক দাদা বুলি নকবি
ককাই দেউ বুলি কবি
Ekdom
Ha mane mati bung mane bhora , bhorpur mane okho mati .Boro shobdo .
Sidha sidhi bodok language hoi habaung
Brihut matir Thai
Wekipidya
Pet kita bahirole uliai uliai ki hobo he alop healthor khobor rakhok
Okol lali komuwat lagi thakile nohoi2 😂😂
Petal kla
ঘেন্তা কথা কব আহিছ , নাজানিলে কব নালাগে টাই ভাষাত হা মানে ওখ , বুং মানে দ
Ha mane mati - bung mane bhora (Boro hobdo hoi 100%
Bakha najna ahom amake khikhab khujisa 😅😅😅
হাবুংৰ বহুত বহুত মহৎ আছে আপুনি মনৰ
কামনাৰ পুৰণ কৰিব হলে হাবুংৰ লৈ আহিব ।
Ro2 borkoi logai apuni Russian nki
Nice
Very nice
Wow
❤❤❤❤