বাৰ্তালাপৰ মৰমে কন্দুৱালে নীলাক্ষি নেওগক...

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • বলীউডৰ সংগীত জগতত খোজ কণ্ঠশিল্পী গৰাকীৰ...
    নিজৰ গীতেৰে আনক কন্দুওৱা কন্ঠশিল্পীক কন্দুৱালে বাৰ্তালাপে...
    • Tum Na Aye #Multilingu...
    • TRENDING |Tera Hi Raho...
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #nilakshineog #nilakshi #baartalaap #chakrapaniparashar #bollywoodmusicindustry

ความคิดเห็น • 379

  • @Minivlogwithmaina
    @Minivlogwithmaina ปีที่แล้ว +63

    Nubujilu নাজানিলে গানটো শুনিলে আজিও চকুপানী ওলাই যায়😥😥😥 সঁচাই মন বোৰ চুই যায় এই গানবোৰে

    • @nilakhisonowal5032
      @nilakhisonowal5032 ปีที่แล้ว +2

      Bohut moromor nilakhi ❤❤🥰

    • @JrBhaskarmiLi
      @JrBhaskarmiLi หลายเดือนก่อน

      Same ajiu😢

    • @SuprakashBoruah
      @SuprakashBoruah 12 วันที่ผ่านมา

      ​@@nilakhisonowal5032❤

    • @SuprakashBoruah
      @SuprakashBoruah 12 วันที่ผ่านมา

      Nilakhi neog ba bor morom loga koi gaan2 gala

  • @bhabensonowal6823
    @bhabensonowal6823 10 หลายเดือนก่อน +4

    নীলাক্ষি তোমাৰ সৰলতা আৰু ৰিংকু কবিতা শুনি সছাই আবেগিক হলো চকু পানি ওলাই গল ৷

  • @babuljonak3828
    @babuljonak3828 ปีที่แล้ว +11

    তেওঁ গীতেৰে এবাৰ হহুৱাই এবাৰ কন্দুৱাই ।।।এইয়াই আমাৰ তিনিচুকীয়া ৰ গৌৰৱ নীলাক্ষী বা💖💖

  • @viveka.c1567
    @viveka.c1567 ปีที่แล้ว +26

    নীলাক্ষী বালৈ মোৰ হৃদয়ৰ নিজান কোণৰ পৰা বহুত বহুত মৰম যাছিলোঁ ।।।

  • @debojitahomrk6645
    @debojitahomrk6645 ปีที่แล้ว +8

    এই অনুষ্ঠানটোৱে আজি সচাকৈ বহুত আবেগিক কৰি তুলিলে । মোৰ মা'ই চাই খুব 😥😥😥😥 । নীলাক্ষী বাই ঘৰ ওচৰতে যদিও মুখা-মুখিকৈ লগ পোৱা নাই । এদিন নিশ্চয় দেখা কৰিম । ধন্যবাদ আমাৰ বাৰ্তালাপ❤️❤️❤️👍👍

  • @Dipikaray12362
    @Dipikaray12362 ปีที่แล้ว +8

    সঁচাকৈ বৰ বেয়া কৈ কান্দি দিলোঁ কাৰণ নিলাক্ষী বা মোৰ প্ৰিয় শিল্পী❣️ আপোনালৈ বহুত বহুত মৰম বা আপোনাৰ গীত বোৰ সীৰে সিৰে বৈ যায় গে

  • @deltapj695
    @deltapj695 ปีที่แล้ว +10

    সচাকে আজি নীলাক্ষি বা এই অনুষ্ঠানটি চাই বহুত আবেগিক হৈ পৰিছোঁ । ভাল লাগিল । বোকাখাতৰ পৰা বহুত বহুত মৰম থাকিল বা লগতে বাৰ্তালাপৰ পৰিয়ালটিলৈ ❤ এনে দৰে আৰু আগুৱাই যাওঁক তাকে কামনা কৰিছোঁ।

  • @trishnadevisaikia649
    @trishnadevisaikia649 ปีที่แล้ว +15

    চকু পানী ওলাই গ'ল😢।
    ভালে থাকক সদায় প্ৰিয় শিল্পী গৰাকী
    বহুত ভাল পাও নীলাক্ষী বা❤️

  • @sushibratagogoi6838
    @sushibratagogoi6838 ปีที่แล้ว +15

    সঁচাকৈ আজি বহুত আৱেগিক হৈ পৰিলো । চক্ৰপাণি দালৈ ধন্যবাদ ইমান সুন্দৰ এটা অনুষ্ঠানৰ জৰিয়তে প্ৰিয় শিল্পী গৰাকীৰ মনৰ বতৰা কঢ়িয়াই অনাৰ বাবে । বাৰ্তালাপৰ আকাশচুম্বী সফলতাৰ শুভেচ্ছাৰে...❤️❤️❤️ from Moran( Rajgarh).

  • @priyasaikia6143
    @priyasaikia6143 ปีที่แล้ว +13

    চকু পানী ওলিয়াই গ'ল পায় 😔😔
    🤭 বহুত ভাল লাগে নিলাক্ষী বাক , গান বোৰৰ কথা কিনো কম ভাষা নাই মোৰ ,, ইমান ভাল লাগে ❣️ গান বোৰৰ লগতে মাততো ,,

  • @amiyamoran6608
    @amiyamoran6608 ปีที่แล้ว +12

    বহুত ভাল লাগিল নীলাক্ষি
    বা। সাম্প্ৰতিক সময়ৰ মোৰ আটাইতকৈ প্ৰিয় কন্ঠশিল্পী গৰাকী। যদিও এই সময়ত কণ্ঠশিল্পী ৰ অভাৱ নাই মই কিন্তু সকলোৰে গীত নুশুনো। আপোনাৰ গীতৰ কিন্তু সেই ৰিংকু ৰ দৰেই অনুৰাগী। বাকী পৰিস্থিতিটোৱে সচাকৈয়ে আৱেগিক কৰি তুলিলে। মই ও মানে একেই সুখৰ সময়তো চকুপানী দুখৰ সময়তো চকুপানী। বহুত শুভেচ্ছা আৰু মৰম জনালোঁ বা ভৱিষ্যতৰ কামবোৰৰ বাবে।❤️❤️

  • @dipaligohain3788
    @dipaligohain3788 ปีที่แล้ว +4

    সচাকৈ বহুত ভাল লাগিল ।বাৰ্তালাপৰ অনুস্থানলৈ আন্তৰিক শুভেচ্ছা থাকিল । নিলাক্ষীলৈ বহুত মৰম থাকিল ।

  • @bitupon__boruah
    @bitupon__boruah ปีที่แล้ว +4

    নিলাক্ষী বা আপোনালৈ বহুত বেছি মৰম যাছিলোঁ ।আৰু যাতে ভাল ভাল গান আপোনাৰ পৰা শুনিবলৈ পাওঁ ।

  • @youtubecreators153
    @youtubecreators153 ปีที่แล้ว +5

    Love❤️ from Tinsukia, নীলাক্ষী বালৈ বহুতো মৰম আৰু লগতে বাৰ্তালাপৰ সমূহ পৰিয়াললৈকে বহুতো শুভেচ্ছা জ্ঞাপন কৰিছো

  • @bikashaxom5220
    @bikashaxom5220 ปีที่แล้ว +3

    লগ পোৱাৰ বহুত আশা আছে। এজন আপোন মানুহৰ দ্বাৰা আপোনাৰ কথা বহুত শুনিবলৈ পাইছোঁ। আজিৰ দিনত বহুত বেছি শ্ৰদ্ধা কৰিবলৈ লৈছে। দীৰ্ঘায়ু কামনা কৰিলো 🙏🙏🙏🙏💐💐💐

  • @nonichutia3034
    @nonichutia3034 ปีที่แล้ว +5

    তোমাৰ অনুভূতি দেখি আৰু ভাল পোৱাৰ যিতু অনুভব সঁচাকৈ,,,,, মোৰ চকুৰ পানি ওলাই গ'ল

  • @bhupengohain8714
    @bhupengohain8714 ปีที่แล้ว +2

    প্ৰিয় শিল্পী গৰাকীক বহুত বহুত মৰম দিলো💖💖💖

  • @kartick1957
    @kartick1957 ปีที่แล้ว +1

    সুন্দৰ অনুস্থানটিয়ে মোৰ মন চুই গ'ল। সকলোলৈকে মৰম- স্নেহ যাচিলো ও চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপলৈ আৰু এনে অনুস্থানলৈ বাট চাই ৰলো ।

  • @niranjangogoi5330
    @niranjangogoi5330 ปีที่แล้ว +1

    সচাঁই খুব ভাল লাগে আপোনাৰ গান নিলাক্ষী বা... চৰাইদেউ সোণাৰি পৰা মৰম যাচিলো।

  • @utpalentertainm...6808
    @utpalentertainm...6808 ปีที่แล้ว +10

    প্রিয় বা জনী❤️❤️। গানবোৰ শুনিলে শুনি থাকিব মন যায়।আপুনি সদায় ভালে থাকক,কুশলে থাকক ।

  • @kabita4546
    @kabita4546 ปีที่แล้ว +3

    বহুত ভাল লাগিল অনুষ্ঠানটি ❤️। নিলাক্ষী বা মোৰ বহুত প্ৰিয়।বহুত মৰম তোমালৈ ❤️❤️

  • @sushilkonwar7012
    @sushilkonwar7012 ปีที่แล้ว +3

    নিলাক্ষী বা প্ৰতিটো গানৰ সুমধুৰ কণ্ঠত গীতে প্ৰাণ পায় উঠে । তেওঁক তিনিচুকীয়া ঘৰত সাক্ষাত কৰিবৰ কাৰণে কেইবাদিনো চেষ্টা কৰিছিলো যদিও লগ পোৱা সৌভাগ্য নহল ।আজি বাৰ্তালাপ অনুস্থানৰ যোগেদি দেখা পায় ধন্যবাদ জনালো পৰাশৰ দা ক ।

  • @archanadas1562
    @archanadas1562 ปีที่แล้ว +1

    প্ৰিয় অনুষ্ঠানত প্ৰিয় মানুহ গৰাকীৰ গীত উফ ,,,,,সঁচাকৈ প্ৰেমত পৰোঁ আপোনাৰ মাতত 💞💞
    আৱেগিক হ'লো ৰিংকু "বা" ৰ কবিতা টো শুনি ❣️✨ সদায় ভালে ৰাখক ভগৱানে । 🥰🦋

  • @biswaxnokoribo2172
    @biswaxnokoribo2172 ปีที่แล้ว +5

    সহজ সৰল মনৰ এগৰাকী কণ্ঠশিল্পী সঁচাই ভাল লাগিল প্ৰগ্ৰেমটো চাই ❤️

  • @meghalideka9761
    @meghalideka9761 ปีที่แล้ว +4

    বাৰ্তালাপ এতিয়া মোৰ অতিকে আপোন❤️মোৰ পৰিয়াল❤️নীলাক্ষি বা❤️

  • @renuphukan4343
    @renuphukan4343 ปีที่แล้ว +1

    সচাকৈ বালৈ বহুত বহুত মৰম যাচিলো চাই খুবেই ভাল লাগিল এনেদৰে আগবাঢ়ি যোৱা ,,,,🙏🙏👌

  • @jilbora
    @jilbora ปีที่แล้ว +4

    নীলাক্ষি বা সদায়েই প্ৰিয় ❤️😘

  • @nangsikhamonigogoi9554
    @nangsikhamonigogoi9554 ปีที่แล้ว +11

    প্ৰিয় শিল্পী গৰাকী ❣️ দুবৰিতে, নুবুজিলো নাজানিলো উফ্ সদায় শুনো এইদুটা 🥺💚 বহুত বহুত মৰম নিলাক্ষি বা ☺ ধন্যবাদ বাৰ্তালাপ 🌸

  • @user-pt1dy7pq2k
    @user-pt1dy7pq2k 3 หลายเดือนก่อน

    My favourite singer ❤❤❤

  • @bituaxam7723
    @bituaxam7723 ปีที่แล้ว +4

    Mur priyo BAARTA LAAP 👌💞 Nilakhsi ba 🔥🔥🔥

  • @lunaskitchen6273
    @lunaskitchen6273 ปีที่แล้ว +54

    মোৰ প্ৰিয় শিল্পী গৰাকী বহুত বহুত মৰম আপোনালৈ❤️❤️❤️

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว +16

    My favourite female singer. Her singing and tune was very nice. God bless to him

  • @harendoley2957
    @harendoley2957 3 หลายเดือนก่อน

    সুন্দৰ, আবেগিক অনুষ্ঠান ❤ । From Sivasager Assam

  • @debajitsaikia8709
    @debajitsaikia8709 ปีที่แล้ว +3

    প্ৰিয় শিল্পী গৰাকী❤️❤️❤️

  • @soukonrkachari410
    @soukonrkachari410 ปีที่แล้ว +4

    My favourite singer nilakshi ba ❤️❤️

  • @pranabjyotibailungpjb2416
    @pranabjyotibailungpjb2416 ปีที่แล้ว +6

    সুবাসনা বাক১০০/১০০
    নিলক্ষী বাক ১০০/১০০ ভালপাওঁ।

  • @prakashborpatraofficial22
    @prakashborpatraofficial22 ปีที่แล้ว +1

    মোৰ প্ৰিয় কণ্ঠ শিল্পী বা তোমালৈ বহুত বহুত মৰম 🙏❤️❤️❤️❤️ love you নীলাক্ষী বা ❤️

  • @pallabisaikia7050
    @pallabisaikia7050 ปีที่แล้ว +6

    Nili baa all time favourite.....❤️

  • @mayashreechamuah5186
    @mayashreechamuah5186 ปีที่แล้ว

    "নিলাক্ষী বা"❤️😇
    কি যে আপোনাৰ অপুৰ্ব সুৰ মন্দাকিনি ধাৰা নিলাক্ষী বা ❤️‍🩹🥺 আপুনিতো চিনি নাপায় কিন্তু আপুনি হয়তো নাজানে আপোনি কিমান আপোন মোৰ মন আকাশৰ...
    কিমান নিদ্ৰাবিহীন ৰাতিৰ সহাৰি আপোনি...❤️ 🥺🫂
    আপোনোৰ কণ্ঠৰ যি মধুৰতা....কি ক'ম মানে ভাষাৰ অভাৱ বুজাব নোৱাৰো লিখিত ৰূপে.. 😶
    সৌম্যতাৰ শিখৰৰ এক উজ্জ্বল আভা আপোনি
    তীক্ষ্ম আপোনাৰ সুৰৰ মন্দাকিনি ধাৰা , তাতে আকৌ সেই মৌ বৰষা হাঁহিটি উফ বুজাব নোৱাৰো জানেনে আৰু ইমান সহজ সৰল❤️অফুৰন্তু মৰম আপোনালৈ, সাহস আৰু মনোবলেৰে কাম কৰি যাওঁক বা। কান্দিও ভাল লাগে আপোনাৰ কণ্ঠক অনূভৱ কৰি এক অনাবিল সুখ ✨❤️‍🩹
    ঘনে ঘনে মনলে আহা❤️
    শৰতে শৰতে ❤️
    ক'ৰেনো এজাক বলিয়া বতাহে
    আৰু নকওঁ আৰু
    সাংস্কৃতিক দিশটো খুব ভাল পাওঁ
    অভিনয় , সংগীত , নৃত্য, সাহিত্য ৰ্চচাৰ প্ৰেয়সী মই আপোনোৰ গীতসমুহত অভিনয় কৰি মই খুব ভাল পাওঁ নকওঁ আৰু বুজিছে কিমান ক'ম শেষ ক'ত কৰিম উপায়বিহীন
    গানটো শুনাৰ লগে লগে কি কি যে পৰিকল্পনা মনত আহে কেনেকৈ অভিনয় কৰিম আমোক তামোক বহুত🤗❤️
    আৰু চকুলোৰ মালাধাৰিতো আছেই❤️😢
    লগ পোৱাৰ আশাতোৰ কথা নকওঁ....😊😢
    Comment2 পঢ়ি আমনি লাগিব আপোনাৰ কৈ শেষ নহয় অৱশ্যে😊
    আচলে comment নহয় এয়া আপোনাৰ প্ৰতি থকা প্ৰবল শ্ৰদ্ধা , ভক্তি, অনূভৱৰ অনুভুতিৰ এটি ক্ষুদ্ৰ অংশহে মাথো "নিলাক্ষী বা"❤️
    নাজানো আপোনাৰ কাষ পায়গৈ নে নাপায়!!
    নাপালে একো নাই "মই আছো একে একে দৰেই পাবা" 😇🥺😌❤️‍🩹
    "নীলাক্ষী বা"❤️

    • @NilakshiNeog
      @NilakshiNeog ปีที่แล้ว

      এই মৰমৰ বাবে চিৰকৃতজ্ঞ মই🙏❤️

  • @user-bf1le1cb2w
    @user-bf1le1cb2w ปีที่แล้ว

    ধন্যবাদ পৰাশৰ দা বাক নিমন্ত্রণ কৰি আনা বাবে, তেওঁৰ গানবোৰে কেতিয়াবা জীয়াই তোলে জোনাক ৰাতি , বিশেষ কৈ পূর্ণিমাৰ ৰাতি বাৰ গান চোতালত ৰৈ শুনা অভ্যাসেই হৈ ৰৈছে একপ্রকাৰ, কি নো কম বা আপুনি ভালে থাকক সদায় 🤚❤😍🌼

  • @rumidas807
    @rumidas807 ปีที่แล้ว +1

    সুব মিঠা কন্ঠৰে নিগৰাইছে আপোনালৈ অলেখ শুভ কামনা পঠিয়ালো বা

  • @spHzrka7896
    @spHzrka7896 ปีที่แล้ว +4

    One of my best female singer....losts of love to Nilakshi

  • @khewaliborah544
    @khewaliborah544 8 หลายเดือนก่อน +2

    বা আপোনালে শুভেচ্ছা থাকিলে বহুত ভাল লাগে

  • @bhanitahaloi360
    @bhanitahaloi360 ปีที่แล้ว +6

    মোৰ প্ৰিয় বা জনী । বহুত ভাল তেওঁক 💖

  • @bhagyasreehazarika122
    @bhagyasreehazarika122 ปีที่แล้ว +2

    Moi regular dorhok bartalapr, tothapi maje maje kisuman episode r kothai ontor sui jai, Bartalap dirghjibi houk logote Chakradaar logote homuh satro-satriku obhinondon, apunalukk hokoluke sai sai hahi hahi kandi dilu

  • @bikashtamuli8233
    @bikashtamuli8233 8 วันที่ผ่านมา

    Bohut bohut hubesha thakil❤❤❤❤

  • @youcando8417
    @youcando8417 ปีที่แล้ว +4

    প্ৰিয় শিল্পীগৰাকী❣️

  • @MonNilim-xm7fq
    @MonNilim-xm7fq 3 หลายเดือนก่อน +1

    My favourite nilakshi 💞🥰🤗👌

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว +9

    Unbelievable singing and uncommon singer and nice performance. Go ahead way to your journey......... Always be positive and happiness.All the best wishes to you Nilakshi.

  • @chayanikamedhi1674
    @chayanikamedhi1674 ปีที่แล้ว +21

    প্ৰিয় কণ্ঠশিল্পী গৰাকী ❤️

  • @satyajitmoran9648
    @satyajitmoran9648 3 หลายเดือนก่อน

    সকলোকে মৰম আৰু সন্মান জনোৱা এগৰাকী p খোলা অন্তৰৰ শিল্পী

  • @sabitagogoi7761
    @sabitagogoi7761 3 หลายเดือนก่อน +1

    Bahut Val lage nilakhik

  • @manyqueen7727
    @manyqueen7727 ปีที่แล้ว

    বহুত বেছি ভাল লাগিল অনুষ্ঠানটো চাই, নীলাক্ষী বাক বহুত ভাল লাগে সঁচাকৈ।

  • @janmoni-moni604
    @janmoni-moni604 ปีที่แล้ว +3

    All time fvrt nilu ba😌❤️❤️❤️

  • @himanshubarman5913
    @himanshubarman5913 ปีที่แล้ว +7

    Multi Talented Baai🥰 What a Voice Of Her💓

  • @JyotsnaDihingia
    @JyotsnaDihingia 3 หลายเดือนก่อน

    Bohut bohut vl palu baa 2mk❤❤

  • @dibya209
    @dibya209 ปีที่แล้ว +8

    বহুত ভাল লাগে তেওঁৰ কন্ঠ ❤🎶👌

  • @ashimadas6689
    @ashimadas6689 ปีที่แล้ว

    Bahut val lagil ,,aru duti man geet gale val paluheten ,,thanks barttalap,,👌👌🙏🙏

  • @debahandique8522
    @debahandique8522 ปีที่แล้ว +2

    My favourite singer, love from Kashmir ❤️❤️❤️❤️

  • @amrit5849
    @amrit5849 ปีที่แล้ว +5

    ধেমাজি পৰা মৰম জাচিলো বা 💓💓 । বহুত ভাল লাগিল । চকু পানীৰে মৰম বোৰ উলিয়াই দিয়া হল । আৰু আগ বাহি যোৱা তাৰে আশা কৰিলোঁ।

  • @tileswaryein1295
    @tileswaryein1295 ปีที่แล้ว

    নীলাক্ষি বাৰ গীতে মোকো কন্দুৱালে। তথাপি কান্দোনৰ মাজত কিবা নতুনত্ব বিচাৰি পালো। এই বাবেই সঁচাকৈ বহূত সূখী অনুভৱ কৰিলো। নীলাক্ষী বাক ঈশ্বৰে আৰ্শীবাদ কৰক , ৰাইজে মৰম দিয়ক। শেষত আকৌ দেখা পোৱাৰ আশাৰে।
    ইতি--
    তিলেশ্বৰ য়েইন
    দিচাংমুখ---শিৱসাগৰ

  • @dipanjyotigogoi1730
    @dipanjyotigogoi1730 ปีที่แล้ว +1

    বহুত বহুত ভাল লাগিল আজি অনুষ্ঠানটি চাই।

  • @arsadjaman3739
    @arsadjaman3739 ปีที่แล้ว +1

    বহুত ভাল লাগিল ভিডিওটো চাই,সচাই বহুত আবেগিক হয়ছো,,শুভ কামনা থাকিল বা জনী লৈ❤❤❤❤

  • @ritupanbora3938
    @ritupanbora3938 ปีที่แล้ว +1

    Nilakshi baa r gaan mur bohut val lage ♥️♥️♥️♥️♥️

  • @GK-bj6fh
    @GK-bj6fh ปีที่แล้ว

    Nilakshi ba gaan bor xuni bahut bhal lage
    Tumi aaguwai jua aru bhagwane enekuai Shakti diyak

  • @rimpeephukonmaina399
    @rimpeephukonmaina399 ปีที่แล้ว

    Nilakshi ba apuni mur bohut priyo ❤

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini6780 ปีที่แล้ว

    নেলাক্ষী বা' কণ্ঠ বহুত ভাল পাওঁ।
    Love you

  • @bastabdas8344
    @bastabdas8344 6 หลายเดือนก่อน

    সঁচাকৈয়ে নিলাক্ষিৰ গানবোৰ ভাল লাগে চক্ৰ দা ধন্যবাদ

  • @travelwithtc5067
    @travelwithtc5067 ปีที่แล้ว +78

    Ata kotha kou beake nolobo... nilakshi bak hokoluye bht besi morom kore aru moiu bht val pao tewor hokolu gaan...kintu homane Nitupon daku mati Ani alp kotha jodi tewor logotu valke patil hoi tetiahole val lagil hoi...lastot he alp kotha patil tewor logot 2mnt only...Nitupon dai tu emn val val kaam kori ase ..tewor bikhoye alp janibo pora hole val lagil hoi...baki Beake nolobo...mur nijor anubhov khinihe kolu 🙏

  • @anujkumariburagohain9066
    @anujkumariburagohain9066 ปีที่แล้ว

    বহুত ভাল লাগিছে প্ৰগ্ৰেমটো চাই।নীলাক্ষীলৈ বহুত শোভকামনা থাকিল।

  • @ankurchamuachannel5191
    @ankurchamuachannel5191 3 หลายเดือนก่อน +1

    Bohut ❤❤Vl lagil dei

  • @chayanikasvlog3126
    @chayanikasvlog3126 ปีที่แล้ว +5

    Love you baa my all time favourite singer ❤️

  • @arpanakalita4963
    @arpanakalita4963 8 หลายเดือนก่อน

    nilakshi neog mur priyo singer hoi ❤ teor nubujilu najanilu gaan tu xuni hosakei bohut val lage ❤❤❤❤

  • @rnjcreation7453
    @rnjcreation7453 ปีที่แล้ว +2

    প্ৰিয় মানুহগৰাকী❤️❤️

  • @rashmibora2489
    @rashmibora2489 ปีที่แล้ว

    Emn vl lagil sow tu... My all tym favorite singer nilakshi ba

  • @munindrasaikia4024
    @munindrasaikia4024 ปีที่แล้ว

    ভাল লাগিল। নীলাক্ষি ক আৰু আগবাহি যাবলৈ অনুপেৰনা জনাইছো।

  • @aimonibordoloi5564
    @aimonibordoloi5564 ปีที่แล้ว +6

    My favourite female singer❤️

  • @bandanabaruah5219
    @bandanabaruah5219 5 หลายเดือนก่อน

    বা মোৰ ববহু প্ৰিয়❤😘

  • @deepannitakalita8171
    @deepannitakalita8171 ปีที่แล้ว +2

    Nc wall painting. Bartalap always fv.

  • @Nibarondaa
    @Nibarondaa ปีที่แล้ว +23

    চৰাইদেউ জিলাৰ সাপেখাতী পৰা মৰম যাচিলো । আগুৱাই যাওক আপোনা লোকৰ এই সফলতা।❤️

  • @karishmarajbongshi4513
    @karishmarajbongshi4513 ปีที่แล้ว

    ধন্যবাদ বাৰ্তালাপ নিলাক্ষি বাক যে মাতিলে ♥️♥️

  • @ekhyakupanging4228
    @ekhyakupanging4228 ปีที่แล้ว

    I love you বাৰ্তা লাপ 👍🙏আৰু ভাল পাওঁ নিলাকশী গান ❤️ you 🙏

  • @renuphukan4343
    @renuphukan4343 ปีที่แล้ว

    সচাকৈ বালৈ বহুত বহুত মৰম যাচিলো চাই বহুত ভাল লাগল 🙏🙏🙏

  • @koushikdas4943
    @koushikdas4943 ปีที่แล้ว

    প্ৰিয় কন্ঠশিল্পী গৰাকী 💙❤️ বাৰ গানবোৰ সচাকৈ মোৰ বাবে বহুত প্ৰিয় 💙❤️

  • @ranitabhuyain9114
    @ranitabhuyain9114 ปีที่แล้ว +3

    Vall lgail..love from Dhemaji

  • @sacreativeandcrazy953
    @sacreativeandcrazy953 3 หลายเดือนก่อน

    She is best and polite sunger

  • @hemoprovagohain1391
    @hemoprovagohain1391 ปีที่แล้ว +2

    বাৰ্তালাপৰ বহু অনুষ্ঠান চাইছোঁ কিন্তু এইটো যে ইমান বেছি ভাল লাগিল বুজাব নোৱাৰি ❤️❤️❤️

  • @nityagogoi5519
    @nityagogoi5519 ปีที่แล้ว

    নীলাক্ষি বাক বহুত বেছি ভাল পাওঁ আৰু লগত এ বাৰ্তালাপ❤️❤️আজি ভিডিঅ টো চাই আমাৰ ও চকু পানী উলাইছে lolts of love নীলাক্ষি বা

  • @Jharnaborahvlog
    @Jharnaborahvlog 6 หลายเดือนก่อน

    Love from Bokakhat

  • @assamguwahati5265
    @assamguwahati5265 ปีที่แล้ว +2

    Favorite singer ♥️

  • @biswajitkkp3701
    @biswajitkkp3701 ปีที่แล้ว

    Daily sai thku apunar ay bartalap love from chennai ♥️♥️

  • @pallabitalukdar4665
    @pallabitalukdar4665 ปีที่แล้ว

    প্ৰিয় কন্ঠশিল্পী নিলাক্ষী বা ❤️ অনুষ্ঠানটো চাই‌ চকুৰ পানী ওলাই গ'ল 😊

  • @sumkiborah195
    @sumkiborah195 ปีที่แล้ว +2

    Bor priyo o baa joni 😘

  • @mrtulsizglover721
    @mrtulsizglover721 ปีที่แล้ว +2

    My favorite female Assam singer Nilakshi baah 🥰

  • @deepshikhadeka744
    @deepshikhadeka744 ปีที่แล้ว

    Mur fvrt nilakshi baaa 💕💕💕💕💕💕💕💕

  • @MAINA33
    @MAINA33 ปีที่แล้ว +2

    Vl loga mnuh jni.. Love you baa🥰

  • @Bhaswati-es2ty
    @Bhaswati-es2ty 8 หลายเดือนก่อน

    Eman val lage baak hodai nijei katea credit noloi baki kisuman r nisina nilakshi baa love you somuch

  • @pradiptamuli5934
    @pradiptamuli5934 ปีที่แล้ว +1

    বহোত ধুনীয়া কবিতা লিখিছে দেই😊🙏

  • @lahoncreation7632
    @lahoncreation7632 ปีที่แล้ว

    অসমীয়া সংগীত জগতৰ গায়িকা সকলৰ ভিতৰত প্রিয় তাই। কিয় প্রিয় ? মই কোৱাৰ প্রয়োজন নাই বুলিয়েই ভাৱোঁ। কণ্ঠ নহয় , তাইৰ যি সহজ সৰল ব্যৱহাৰ একেবাৰে সাধাৰণ ঘৰুৱা কথা বতৰা এই খিনিয়ে তাইৰ প্রতি থকা ভালপোৱা খিনি আৰু অলপ বঢ়াই দিয়ে। তাইৰ কণ্ঠত মৰাণ বিহু , উফ্ সচাঁকৈ নোকোৱাকৈ নোৱাৰি। তাইৰ প্রতিটো গীত শুনিলে শুনি থাকিব মন যায়। অনাগত দিনত নেদেখা জনে কৃপা কৰক আৰু ৰাইজলৈ নতুন নতুন গীত আগবঢ়াই দিয়াত সহায় কৰক। শেষত , তাইৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।
    চৰাইদেউ ( সাপেখাতী )

  • @BIPULGOGOI
    @BIPULGOGOI 3 หลายเดือนก่อน

    Very very nice❤❤❤❤❤❤❤❤❤