চৰকাৰী স্কুলৰ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ভাৰতত চমক😮

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ก.พ. 2025

ความคิดเห็น • 181

  • @SusantaVlog76
    @SusantaVlog76  4 หลายเดือนก่อน +34

    সকলোকে ধন্যবাদ জনাইছোঁ।আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্যই আমাক বহুত অনুপ্ৰাণিত কৰিছে।❤ প্ৰতি মুহূৰ্ততে আপোনালোকৰ মৰম,আশীৰ্বাদ,পৰামৰ্শ আমি একান্তই কামনা কৰিছোঁ।ভুল বিলাক আঙুলিয়াই দিব।অজানিতে বহুত ভুল হয়।এটা ইতিবাচক বাৰ্তা সমাজৰ বাবে আগবঢ়াই দিয়াটোৱেই এই চেনেলৰ মূল লক্ষ্য❤🙏🙏🙏

    • @anjalihazarika5809
      @anjalihazarika5809 4 หลายเดือนก่อน +1

      nL
      b N V
      0বাB

    • @betharamnath1028
      @betharamnath1028 4 หลายเดือนก่อน +2

      Very good

    • @anjubharali3686
      @anjubharali3686 4 หลายเดือนก่อน +1

      বৰ সুন্দৰ কথোপকথন ভাল লাগিল কঙ্কনলৈ মৰম আৰু শুভেচ্ছা জনালো ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ভগৱানৰ ওচৰত ❤️

    • @ChitraaSonowal
      @ChitraaSonowal 4 หลายเดือนก่อน +1

      😮😮😮😮😮 to

    • @minasaikia8585
      @minasaikia8585 4 หลายเดือนก่อน +1

      Congratulations kangkan

  • @ritamonichiring3842
    @ritamonichiring3842 4 หลายเดือนก่อน +6

    বহুত ভাল লাগিল।আটাইৰে মঙ্গল কামনা কৰি ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ।

  • @SasthikaHazarika
    @SasthikaHazarika 6 หลายเดือนก่อน +22

    প্ৰথমতেই ছাত্ৰ জনলৈ আন্তৰিক অভিনন্দন জনালোঁ ❤️ অতি সৰলতাৰে তেওঁ ব্ক্তব্য আগবঢ়ালে। তেওঁৰ কথাখিনি নতুন প্ৰজন্মৰ বাবে আদৰ্শ, প্ৰেৰণা হৈ ৰ ওক।ভগৱানৰ বিশ্বাসৰ ওপৰত ইমান কম বয়সতে বৰ্তমানৰ লগত খাপ খুৱাই সুন্দৰ বিশ্লেষণ কৰিলে এজন বিজ্ঞানৰ ছাত্ৰ হৈও । জন্ম দাতা পিতৃ মাতৃলৈ নমস্কাৰ 🙏🏻 তেওঁ কথাখিনিত চকুপানী ও ৰৈ নাথাকিল। তোমাৰ ভৱিষ্যত সুন্দৰ হওঁক ❤️ শেষত এনেধৰণৰ খৱৰ বোৰ আমালৈ প্ৰেৰণ কৰি থকা মৰমৰ সুশান্ত শইকীয়ালৈ শলাগ জনালোঁ ❤️❤️

  • @gulukgogoi8679
    @gulukgogoi8679 4 หลายเดือนก่อน +4

    বৰ সবাংগ সুন্দৰ হৈছে সাক্ষাৎকাৰটি , অসমীয়া মাধ্যমৰ পঢ়াশালিয়ে এনেধৰনৰ ছাত্র গঢ় দিয়াটো অসমৰ বাবে বা অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ গৌৰৱৰ কাৰণ।

  • @prodipsaikia794
    @prodipsaikia794 4 หลายเดือนก่อน +3

    মৰমৰ কংকন ভাইটি তোমালৈ বহুত বহুত শুভেচ্ছা আৰু মৰম পথালো। চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ হৈ তুমি যি সুনাম অৰ্জন কৰিবলৈ সক্ষম হʼলা আমি গৌৰৱ অনুভৱ কৰিছো।
    তোমাৰ মা দেউতালৈও অভিনন্দন জনালোঁ। ভগৱানে
    মঙ্গল কৰক ।

  • @madhukantakhakhlari1476
    @madhukantakhakhlari1476 4 หลายเดือนก่อน +2

    ধন্যবাদ চাত্ৰজনে ইমান সুন্দৰ ভাবে কথাখিনি ইমান ধুনীয়াকৈ সাৱলীল ভাষাৰে বুজালে বৰ ভাল লাগিল। ছাত্ৰ জনৰ প্ৰতি আমাৰ আশীৰ্বাদ আছে তেখেত এজন ভাল বৈজ্ঞানিক হৈ আহক ভগবানৰ ওচৰত আশীৰ্বাদ কৰিছো।

  • @anuprobhabordoloi8229
    @anuprobhabordoloi8229 4 หลายเดือนก่อน +2

    কংক ন বেতা,ম ই ব হুত সুখী,ধ ন্য বাদ তোমাক কি দ ৰে জ নাও ভাষা নাই।আৰ্শীবাদ ক ৰিছো,আগুৱাই যোৱা। মোৰ স ন্তা ন কো ম ই অস মীয়া মাধ্য মতে পঢুৱাইছিলো,ম ই ও সুখী, মানুহ ,এজ ন সঁ‌চা মানুহ হৈছা,❤❤❤❤❤❤❤

  • @BijuBorah-yn4iw
    @BijuBorah-yn4iw 5 หลายเดือนก่อน +4

    চাত্ৰজনৰ সফলতাৰ বাবে বহুত বহুত বহুত আনন্দিত ,ভগবানৰ ওচৰত পাৰ্থনা আৰু আগ বাঢ়ি যাওক অসমৰ গৌৰৱ কঢ়িয়াই আনি অসমক আগুৱাই নিয়ক।

  • @rumibarman8007
    @rumibarman8007 4 หลายเดือนก่อน +3

    কংকন অভিনন্দন জনালো 🙏 আগবাঢ়ি যোৱা আশীৰ্বাদ থাকিল তোমালৈ ❤️❤️❤️

  • @limabhuyan1490
    @limabhuyan1490 4 หลายเดือนก่อน +2

    বৰ ভাল লাগিল কংকণ। অভিনন্দন তোমালৈ। তোমাৰ উজ্জল ভবিষ্যতে অসম খনক আৰু অধিক আগুৱাই নিয়াত সহায় হব ❤❤

  • @ArindomB1299
    @ArindomB1299 4 หลายเดือนก่อน +1

    এটি অতি সুন্দৰ অনুষ্ঠান , ছাত্ৰ জনৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।

  • @nanigogoi3183
    @nanigogoi3183 4 หลายเดือนก่อน +3

    অভিনন্দন কংকন

  • @bonditabaruahdutta745
    @bonditabaruahdutta745 5 หลายเดือนก่อน +6

    কংকন তোমালৈ বহুতো শুভকামনা থাকিল লগতে দুগুণ উৎসাহেৰে আগবাঢ়ি অহা সুশান্ত লৈ আন্তৰিক অভিনন্দন জনালো❤❤❤❤

  • @enalisonowal4860
    @enalisonowal4860 4 หลายเดือนก่อน +3

    👍ভাইতী তোমাৰ কথা খিনি মই প্ৰথমৰ পৰা শুনিছোঁ বহুত ভাল লাগিছে তোমি বহুত বহুত আগবাঢ়ি যোৱা বিদেশলৈ যাবৰ বাবে বহুত বহুত শুভকামনা যাচি লো

  • @IlaPhukon-kk7rl
    @IlaPhukon-kk7rl 4 หลายเดือนก่อน +1

    সুন্দৰ কথনভংগী ,সুন্দৰ সপোন। সুস্বাস্থ্যৰ অধিকাৰী হোৱা ঈশ্বৰে মংগল কৰক কংকণক এয়াই আমাৰ আন্তৰিক কামনা.....

  • @pusponath3398
    @pusponath3398 4 หลายเดือนก่อน +1

    কঙকনৰ লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ভৱিষ্যতে ধ্ৰৱ তৰা হৈ থাকা যেন। এইয়েই ভগৱানৰ ওচৰত প্ৰাৰ্থনা নিবেদন কৰা হ'ল।

  • @monmohandeka7324
    @monmohandeka7324 4 หลายเดือนก่อน +2

    বোকাৰ পদুম। বহু ভাল লাগিল। ছাত্র জনৰ ভবিষ্যৎ জীবন সুন্দৰ সফল আৰু উজ্জ্বল হওক প্রভুৰ চৰনত প্রাথনা জনালো।

  • @umanandaduwarah3324
    @umanandaduwarah3324 4 หลายเดือนก่อน +2

    Bahut vl lagil tumar kathabur agbahi juwa eman suka Lara namra vadra maram laga amaru akhirbad thakil

  • @pradipchetia339
    @pradipchetia339 4 หลายเดือนก่อน +2

    তোমাৰলৈ আন্তৰিক শুভকামনা জনালোঁ৷ভৱিষ্যতৰ উজ্জ্বল হওক তাৰে কামনা কৰিলোঁ৷

  • @montimaladevi8200
    @montimaladevi8200 4 หลายเดือนก่อน +1

    খুউব ভাল লাগিল সাক্ষাতকাৰটো৷৷কংকনৰ অমায়িকভাৱে দিয়া উত্তৰবিলাক প্ৰশংসনীয়৷

  • @AnjanaDas-h6u
    @AnjanaDas-h6u 4 หลายเดือนก่อน +2

    এনেকুৱা আদৰ্শবাদী ভিডিঅ' যিমান দীঘল হলেও চাম। আমাৰো ল'ৰাই দ্বাদশ শ্ৰেণীতে পঢ়ে। কিন্তু এই বিজ্ঞাপনটু দিয়াগম নাপালো। কঙ্কন তুমি যে পাইছা বহুত ভাল লাগিছে। আগুৱাই যোৱা আশীৰ্বাদ কৰিছু। বিজ্ঞানৰ ছাত্ৰ হৈও এজন সুন্দৰ অভিনেতা।❤❤❤

  • @এনেই
    @এনেই 6 หลายเดือนก่อน +4

    সচাই খুব ভাল লাগিল । আগুৱাই যোৱা ভাই। বহুত বহুত মৰম আৰু শুভেচ্ছাৰে।

  • @bhabitsaikia40
    @bhabitsaikia40 5 หลายเดือนก่อน +6

    কংকণ তোমাক ভগৱানে সহায় কৰিব। তুমি আগুৱাই যোৱা। তোমাৰ মই লাইভ চাই আছো।

  • @gungunrajkhowa3977
    @gungunrajkhowa3977 4 หลายเดือนก่อน +2

    ধন্যবাদ কঙ্কন ‌ আগবঢ়া তুমি ।

  • @BabulKalita-d6h
    @BabulKalita-d6h 4 หลายเดือนก่อน +2

    Congratulations Kongkon .Keep it up . Very good informative video ❤

  • @ElaBarua-rr3dr
    @ElaBarua-rr3dr 4 หลายเดือนก่อน +1

    Khub val lagil . Kankan .

  • @pallabiborah2683
    @pallabiborah2683 4 หลายเดือนก่อน +1

    সুন্দৰ । আকৌ এনেধৰনৰ পৰীক্ষা হʼলে জনাব চোন

  • @mousumbora6571
    @mousumbora6571 4 หลายเดือนก่อน +2

    Hundar ❤❤❤

  • @Charsita_parasar9780
    @Charsita_parasar9780 4 หลายเดือนก่อน +1

    Congratulations Baba.
    Tumar age r, moro dujon lora santan ase.
    Tumak aasirbad korisu aagowai jowa.

  • @GourabjyotiBharali
    @GourabjyotiBharali 5 หลายเดือนก่อน +2

    ❤অভিনন্দন দেহা🪔🔥 প্ৰজ্বলিত শিখাই চৌদিশে পোহৰাই তূলাৰ দৰে, তোমাৰ জ্ঞানৰ পোহৰে চৌদিশে পোহৰ হওক দেহা ❤
    শেষত;-দুজন মানুহ বহি পুৱাৰ পৰা চালো শুনিলো আৰু আনন্দৰ চকুলোও টুকিলো।সদাই ভূতা তৰা দৰে যেন জিলিকি থাকা তাৰে আশীৰ্বাদ কৰিলো

  • @rongilikachari3672
    @rongilikachari3672 4 หลายเดือนก่อน +1

    বহুত বহুত ধন্যবাদ জনালো ছাত্ৰজনলৈ।

  • @kiranbora6415
    @kiranbora6415 4 หลายเดือนก่อน +2

    প্ৰথমতেই মই কংকণক ❤বহুত বহুত মৰম যাচিলোঁআৰু আৰ্শীবাদ কৰিলোঁ। তোমাৰ ভৱিষ্যত উজ্জল হওক !❤

  • @mamitasaikia6194
    @mamitasaikia6194 4 หลายเดือนก่อน +1

    বহুত ধন্যবাদ ছাত্ৰ জনলৈ। বহুত ভাল লাগিল।

  • @PromilaGogoi-l1n
    @PromilaGogoi-l1n 4 หลายเดือนก่อน +1

    বৰ মজা লাগিল, কংকনৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো

  • @devapratimgoswami9060
    @devapratimgoswami9060 4 หลายเดือนก่อน +2

    বাবা তোমালৈ বহুত বহুত ধন্যবাদ

  • @BijuBordoloi-u6l
    @BijuBordoloi-u6l 4 หลายเดือนก่อน +1

    বহুত বহুতো ধন্যবাদ থাকিল। তোমাৰ লৈ।

  • @RumiBorah-zw4ep
    @RumiBorah-zw4ep 4 หลายเดือนก่อน +1

    Congratulation kankon.vogobane tumak aru agbarhi juwat hohai korok❤❤

  • @antudas501
    @antudas501 4 หลายเดือนก่อน +1

    Congratulations ! Very nice program

  • @bkapplicationvlog2543
    @bkapplicationvlog2543 4 หลายเดือนก่อน +2

    🎉thanks God bless you .

  • @AjitGogoi-fp1qh
    @AjitGogoi-fp1qh 5 หลายเดือนก่อน +2

    বহুত বহুত ধন্যবাদ ভাইটি

  • @juntihazarika2307
    @juntihazarika2307 4 หลายเดือนก่อน +1

    ভাষা নাই বাবু টো কি বুলি তোমাক আশীৰ্বাদ দিম । বহুত বহুত বহুত আগবাঢ়ি যোৱা তাৰেই কামনা কৰিলো।

  • @jyotishmanborah1750
    @jyotishmanborah1750 4 หลายเดือนก่อน +1

    বহুত ভাল লাগিল আগবাঢ়ি যোৱা

  • @jelinabegum807
    @jelinabegum807 4 หลายเดือนก่อน

    Bohut val lagise,bhaity tumaloi akhibad thakil,tumi agbahi jua,

  • @rirupon9251
    @rirupon9251 4 หลายเดือนก่อน +1

    God bléss you beta ।tumi aru আগবাঢ়ি যোৱা ।

  • @RupachangmaiGayan
    @RupachangmaiGayan 5 หลายเดือนก่อน +1

    আশিৱাদ কৰিছোঁ ভগৱানে তোমাক বহুদূৰ আগোৱাই নিয়ক

  • @bobiburagohain4986
    @bobiburagohain4986 5 หลายเดือนก่อน +4

    Congratulations beta, go ahed, god bless you

  • @mondeepdrawing3543
    @mondeepdrawing3543 5 หลายเดือนก่อน +3

    আৰু আগুৱাই যোৱাত ভগবানে সহায় কৰক।

  • @chitrasonowal2204
    @chitrasonowal2204 3 หลายเดือนก่อน +1

    Mur ma ghoror usorote lagi thoka ushapur gaor student ajon anedore akhomot nam jilikua babae bohut bohut dhoiniyoba. Anedore aru aguai jua tumi. Bogobanor akhirbad tumaloi hodai thakibo.

  • @mahendramohansaikia7720
    @mahendramohansaikia7720 4 หลายเดือนก่อน +1

    Congratulations.God bless you.l am proud with you.Dhanya su sontanor pitri matri.

  • @samudrahazarika110
    @samudrahazarika110 5 หลายเดือนก่อน +2

    কংকন, তোমাক বহুতো congratulations। তুমি অসমৰ গৌৰৱ।

  • @bijoyagogoi6248
    @bijoyagogoi6248 4 หลายเดือนก่อน +1

    ছাত্ৰ জনৰ সফলতাৰ বাবে ধন্যবাদ থাকিল। আগন্তুক দিনত আৰু অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি আশা ৰাখিলো ।

  • @PaponSumu-kl1oo
    @PaponSumu-kl1oo 4 หลายเดือนก่อน +2

    Beta aru aguai juwa

  • @rekhagogoi322
    @rekhagogoi322 4 หลายเดือนก่อน +1

    Val lagil Kankan videotu Sai asu moi ushapur r karane bahut gaurav anubhab karisu .

  • @animabhattagoswami5913
    @animabhattagoswami5913 4 หลายเดือนก่อน +1

    We are proud of you Kanoon May God bless you

  • @RupamoniKakati
    @RupamoniKakati 4 หลายเดือนก่อน +1

    বৰ মৰম লগা তেওৰ কথাবোৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো।

  • @GaganTalukdar-e7w
    @GaganTalukdar-e7w 4 หลายเดือนก่อน +1

    Go ahead through your's study must be success & progress in future life . I hope wish you best of luck God bless you. Realy your's parents also lucky men..

  • @mnfilmproductionassamese6105
    @mnfilmproductionassamese6105 5 หลายเดือนก่อน +2

    Very good.thankyou.

  • @123prodip-v8l
    @123prodip-v8l 4 หลายเดือนก่อน +1

    সুন্দৰ পদক্ষেপ

  • @punaramsaikia2132
    @punaramsaikia2132 4 หลายเดือนก่อน +1

    বৰ ভাল লাগিল ।আগবাঢ়ি যোৱা ।

  • @RupaGogoi-jr5ui
    @RupaGogoi-jr5ui 5 หลายเดือนก่อน +2

    অসমৰ গৌৰৱ ধন্যবাদ

  • @atul2025
    @atul2025 4 หลายเดือนก่อน +1

    Congratulations Kankan, my blessings is always with you. Go forward,work hard success will surely come.

  • @hemalatachetia3765
    @hemalatachetia3765 5 หลายเดือนก่อน +1

    চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ সফলতা কথা জনোৱা বাবে সুশান্ত ভাইটিক ও ধন্যবাদ জনালো ।

  • @nirmalarabha9882
    @nirmalarabha9882 4 หลายเดือนก่อน +1

    Mur suku pani ulaise.mother joni k Thank you.agoloi agbari jawk.

  • @RobisonPegu
    @RobisonPegu 4 หลายเดือนก่อน +1

    God may bless you, go forward.

  • @RekhaRaniDevi-d2h
    @RekhaRaniDevi-d2h 4 หลายเดือนก่อน +1

    Bahut Bahut Bahut val Lagisa Khasaka

  • @GopalMili-gc1gx
    @GopalMili-gc1gx 2 หลายเดือนก่อน +1

    Very Very Thanks 🙏

  • @Dibyajyotisaikia-r8u
    @Dibyajyotisaikia-r8u 4 หลายเดือนก่อน +1

    congratulations kankon আৰু আগবা সি যোৱা

  • @AnimaKakati-c2v
    @AnimaKakati-c2v 4 หลายเดือนก่อน +1

    বহুত ভাল লাগিছে, তুমাৰ ভাল হওক

  • @analata6540
    @analata6540 5 หลายเดือนก่อน +4

    Krishna Krishna Krishna Krishna aguwai juwa babu Krishna

  • @awalminajannat6192
    @awalminajannat6192 4 หลายเดือนก่อน +2

    Thank you. Tumar dore moro ajoni beti ase class 7 th pori ase
    .tair soponbor sem tumar dore tumar kotha bor mok bohut sohay korile ❤

  • @rupaliborthakur6006
    @rupaliborthakur6006 4 หลายเดือนก่อน +1

    Excellent 🙏🙏

  • @DipamoniGogoi-ng7ry
    @DipamoniGogoi-ng7ry 4 หลายเดือนก่อน +1

    কংকনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিনো। তুমি আগোৱাই যোৱা। ❤

  • @kaminineog9026
    @kaminineog9026 4 หลายเดือนก่อน +1

    ধন্যবাদ জনাইছো তোমাক

  • @MoonHandique-qe8km
    @MoonHandique-qe8km 4 หลายเดือนก่อน +2

    Congratulations kankon 🎉🎉

  • @hemalatachetia3765
    @hemalatachetia3765 5 หลายเดือนก่อน +2

    কংকণ বাবাটো ,,,তোমাক বহুত বহুত আৰ্শীবাদ দিছো বাবা ,,।চৰকাৰী বিদ্যালয়ক আজি কালি বহুতে মাহী আইৰ চকুৰে চাই,,,তেনেস্থলত তুমি এনেকুৱা ৰিজাল্ট কৰাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছো আগুৱাই যোৱা বাবাটো ।।
    পিতৃ মাতৃক ও ধন্যবাদ জ্ঞাপন কৰিলো ।।

  • @rijumonidutta3606
    @rijumonidutta3606 4 หลายเดือนก่อน +1

    Thank you kankon god bless you.

  • @hemkantaborah7434
    @hemkantaborah7434 5 หลายเดือนก่อน +1

    Smart boy. May God help you.

  • @nimnitamahanta7390
    @nimnitamahanta7390 4 หลายเดือนก่อน +1

    God bless you

  • @awalminajannat6192
    @awalminajannat6192 4 หลายเดือนก่อน +2

    thank you. Tumar dore moro ajoni beti ase class 7 th pori ase.tair. Soponbor sem tumar dore.tumar kothabor mok bohut sohay korile

  • @sabitakalita1104
    @sabitakalita1104 4 หลายเดือนก่อน +2

    Congratulations konkan.god bless you

  • @chidanandapegu4999
    @chidanandapegu4999 5 หลายเดือนก่อน +1

    Thanks susanta for presenting us such an ideal show

  • @mysticrose03
    @mysticrose03 4 หลายเดือนก่อน +1

    Congratulations kankan🎉🎉🎉

  • @MSonowal-yi4mt
    @MSonowal-yi4mt 5 หลายเดือนก่อน +3

    Thank

  • @thanukakati6235
    @thanukakati6235 4 หลายเดือนก่อน +1

    Sundar ans. Disa aru aguoi jua kankan

  • @lukumailekharu1022
    @lukumailekharu1022 4 หลายเดือนก่อน +1

    Congratulations kongkon. God bless u

  • @Pranjyotiartsandcrafts
    @Pranjyotiartsandcrafts 5 หลายเดือนก่อน +1

    ইমান ভাল লাগিল মোৰো চকু পানী ওলাই গৈছে এগৰাকী মাক হিচাবে।

  • @thebro2024
    @thebro2024 4 หลายเดือนก่อน +1

    Congratulations 👏 🎉 and God bless you 🙌 beta 🥰

  • @UshaRajkhowa
    @UshaRajkhowa 4 หลายเดือนก่อน +1

    God bless u

  • @huhuri2377
    @huhuri2377 6 หลายเดือนก่อน +2

    অভিনন্দন ❤️

  • @JatinLahon-ih3gf
    @JatinLahon-ih3gf 4 หลายเดือนก่อน +1

    God. Bless you

  • @debajyotigogoi6670
    @debajyotigogoi6670 3 หลายเดือนก่อน +1

    অভিনন্দন জনালো ।

  • @Prabhatgogoi-cb8sh
    @Prabhatgogoi-cb8sh 5 หลายเดือนก่อน +2

    God bless you.

  • @DevabrataGogoi
    @DevabrataGogoi 5 หลายเดือนก่อน +3

    Very Very nice

  • @HoreshBoruah
    @HoreshBoruah 5 หลายเดือนก่อน +1

    Congratulations God bless you🙏

  • @jayantahazarika2900
    @jayantahazarika2900 4 หลายเดือนก่อน

    Bor val lagil

  • @ritomnayan
    @ritomnayan 4 หลายเดือนก่อน +1

    Ashirbad thakil

  • @NNG-SINGER
    @NNG-SINGER 5 หลายเดือนก่อน +1

    সুন্দৰ❤❤❤❤❤❤❤❤❤

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 5 หลายเดือนก่อน +2

    তোমালৈ মোৰ আৰ্শীষ প্ৰেৰণ কৰিলো আৰু আগলৈ আগবাঢ়ি যোৱা এজন প্ৰকৃত মানুহৰ শৰীৰত উপবিষ্ট নিজকে কৰি আমাৰ নাম জিলিকাই তোলা।।

  • @ankitahazarika2539
    @ankitahazarika2539 4 หลายเดือนก่อน +2

    ❤❤❤

  • @PapuBora-u7f
    @PapuBora-u7f 4 หลายเดือนก่อน +1

    Khub
    Vallagile