চৰকাৰী কূটা এডালো নালাগে, লিখি দিলে পঞ্চায়তত ! কিন্তু কিয়?

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 พ.ค. 2022
  • চৰকাৰী কূটা এডালো নালাগে
    লিখি দিলে পঞ্চায়তত
    কিন্তু কিয়?
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / axomlive24
    / @asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #axomlive24digital
    #assamlive24digital
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamesenews
    #latestnewsofassam
    #latestnews

ความคิดเห็น • 1.1K

  • @davidgamer1133
    @davidgamer1133 2 ปีที่แล้ว +344

    ইউটিউবাৰ ডিম্পু বৰুৱাইহে এই পৰিয়ালটোক‌ প্ৰথম বিচাৰি উলিয়াইছিল । সেয়েহে তেওঁলৈ শত শত ধন্যবাদ ।

    • @mridusmitagogoi5903
      @mridusmitagogoi5903 2 ปีที่แล้ว +5

      Nohoi taar agote news channel atai dekhaisile.moi channel naam tu pahorisu.

    • @JIRI138
      @JIRI138 2 ปีที่แล้ว +1

      ঠিক... নিউজ চেনেল এটাই আগতে দেখাইছিল

    • @davidgamer1133
      @davidgamer1133 2 ปีที่แล้ว +3

      হয় নেকি । তেতিয়া হ'লে সেই চেনেলটো ধন্যবাদৰ পাত্ৰ । জনোৱাৰ বাবে আপোনালোকক ধন্যবাদ ।

    • @jaansaikia9308
      @jaansaikia9308 2 ปีที่แล้ว +1

      Nahoi Broo Ayar Agoteo vedio paisu news cnl atar
      Atiya Dimpu juwa dekhi gol....Aru jabo...sai thakaaa

    • @Jintu555
      @Jintu555 2 ปีที่แล้ว

      Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil...
      Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu.
      Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..

  • @jyotirmoyraychaudhary122
    @jyotirmoyraychaudhary122 2 ปีที่แล้ว +943

    Aponaloke agote jabo lagesele. Dimpu vedio bonar pist goi ki hbo

  • @moinabora3452
    @moinabora3452 2 ปีที่แล้ว +161

    আপোনালোক আগত জাব লাগিছিলে।মন্ত্ৰী বিধায়কৰ আগত জাব পাৰে। আপোনালোকক ধন্যবাদ নিদো ধন্যবাদ দিম দিম্পো দাদাক।I love dimpu dada

    • @akhilsarma4070
      @akhilsarma4070 2 ปีที่แล้ว +1

      বানান ভুল

    • @abhijit9387
      @abhijit9387 2 ปีที่แล้ว +3

      banan vul hoise kintu kotha tu thik koisa

    • @chandramili1607
      @chandramili1607 2 ปีที่แล้ว

      Oy

    • @cjcreations9037
      @cjcreations9037 2 ปีที่แล้ว

      @@akhilsarma4070 thote banan r pisote lagi thak

    • @debajitzgVlog
      @debajitzgVlog 2 ปีที่แล้ว

      মন্ত্ৰী বিধায়ক কাৰো সাহাৰ্য়্য নলয় তেওঁ

  • @satyendradeka6343
    @satyendradeka6343 2 ปีที่แล้ว +210

    সহানুভুতি নিবিচৰা আত্ম সন্মান থকা মানুহ! চৰকাৰে কিবা সংস্থাপনৰ দিহা কৰক। ছোৱালীজনীৰ ভৱিয্যতৰ কথা চিন্তা কৰি! দিম্পু ধন্যবাদৰ পাত্ৰ পৰিয়ালটোৰ কথা অসমবাসীৰ লগতে ৰজা ঘৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে

  • @puronpayeng7151
    @puronpayeng7151 2 ปีที่แล้ว +246

    তেখেতৰ মন শান্তি , পৰিয়াল শান্তি আৰু যি আছে তাকে লৈ সুখী । সুন্দৰ ,অতি সুন্দৰ ।

    • @harichandraboro8527
      @harichandraboro8527 2 ปีที่แล้ว

      হয় ।

    • @assamesefilmfactory1452
      @assamesefilmfactory1452 2 ปีที่แล้ว +5

      But he Spoil his Daughter life . Jetia Teu edin mitru hbo ne tetia swli Joni ki kri khbo

    • @terimeri3487
      @terimeri3487 2 ปีที่แล้ว

      বাল সুখী

    • @puronpayeng7151
      @puronpayeng7151 2 ปีที่แล้ว

      শৰ্মা চাৰ এ নিজে কৈছে ছোৱালীজনীক কিয় নপঢ়ালো ; তাইৰ কিছু হাতৰ বিদ্যা আছে আৰু মহাত্মা গান্ধীৰ দৰে নিজেই কাপোৰ বই , নিজে চিলা ই পিন্ধিছে , তথাপিও তাইক স্কুল কলেজ লৈকে পঢ়া ব লাগিছিল , কাৰণ কিছু G.K / O.K পালেহেতেন , বীৰবল এ ঠিকেই কৈছিল ভগৱানে যি কৰিলে ভালেই কৰিলে ।

    • @assamesefilmfactory1452
      @assamesefilmfactory1452 2 ปีที่แล้ว

      @@puronpayeng7151 thts the matter bro . আজি কালি মহাত্মা গান্ধী দিন নাই আৰু। বৰ্তমান সময়ৰ লগত মিলিবলে Education tu bhut important... Maaa bapaek dhukua past Tai eitu kam kri kmn din khbo .

  • @seemashree7812
    @seemashree7812 2 ปีที่แล้ว +101

    এইবোৰ যোগ্য মানু্হ যে এখেত সকলে নাপাই ।। Grace mark লৈ competative exam পাছ কৰা বোৰেহে চাকৰি পায় । লাজেই লাগে।
    কিন্তু ছোৱালী জনীক অলপ শিক্ষা দিব লাগিছিল । অন্ততঃ তাইৰ নিজৰ কাৰণে

    • @khabriman18
      @khabriman18 2 ปีที่แล้ว +2

      Grace mark Matric ba High secondary exam t thke taku jar extra curricular activities thake xhihoti pai. Nojana k aku ulta fulta kotha nokobo sun. Aji kali grace mark gol. Xhuni e hahi uthise j competitive exam t grace mark

  • @Rizzxxxx_X_.j
    @Rizzxxxx_X_.j 2 ปีที่แล้ว +69

    Dimpu Da always legend 💓

  • @babulkalita7522
    @babulkalita7522 2 ปีที่แล้ว +11

    দিমপু এ এই বিষয়ে সকলোলৈ এটি সুন্দৰ উপস্থাপন কৰিলে ।

  • @vijayjulius668
    @vijayjulius668 2 ปีที่แล้ว +214

    Dimpu bhai is always super 👌

    • @Jintu555
      @Jintu555 2 ปีที่แล้ว +1

      Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil...
      Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu.
      Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..

  • @basisthaacharya6590
    @basisthaacharya6590 2 ปีที่แล้ว +27

    এক ভয়ংকৰ বৈষম্যৰ বলি হৈছে শৰ্মাৰ পৰিয়ালটো। এজন মেধা সম্পন্ন ব্যক্তি হোৱা স্বত্বেও তেখেতে সেই সময়ত আৰ্থিক দৈন্যতাৰ বাবে চাকৰিৰ দালালৰ ওচৰ চাপিব নোৱাৰি আজিও দৈন্যতাকেই বন্ধু বুলি সাবটি দিনবোৰ পাৰ কৰিছে। ইমান দেৰিকৈ হ'লেও কোনোবা জনৰ চকুৰ বান্ধোন খোল খাইছে যদিও তেখেতে প্ৰতিবাদ কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।

    • @kokobhai3811
      @kokobhai3811 2 ปีที่แล้ว +1

      Dimpu dai video nobonale kuneo gom napale hoi

    • @basisthaacharya6590
      @basisthaacharya6590 2 ปีที่แล้ว +1

      @@kokobhai3811 দুবছৰ মান আগতে কোনোবা এটা অসমীয়া নিউজ চেনেলত শৰ্মা ডাঙৰীয়াৰ ঘৰ খনৰ লগতে তেখেতৰ এই ক্ষোভৰ কথা প্ৰচাৰ কৰিছিল। সি যি নহ‌ওক এই প্ৰতিভা সম্পন্ন পৰিয়ালটিক চৰকাৰে অলপ হ'লেও সকাহ দিবলৈ যত্ন কৰক। তেখেতৰ ওচৰ চুবুৰীয়া সকলোৱে একেলগে তেখেতক বুজাই মেলি চৰকাৰী সাহাৰ্য্য গ্ৰহণ কৰিবলৈ অনুৰোধ কৰি চাওক।

  • @rahulrajahmed8358
    @rahulrajahmed8358 2 ปีที่แล้ว +4

    ঠিক কাম কৰিছে কাৰণ চৰকাৰে আমাক দি আছে যদি 2 টকা নি আছে আকৌ 10 টকা।

  • @ankursinghakp9068
    @ankursinghakp9068 2 ปีที่แล้ว +22

    সুখৰ মূল আধাৰ হল সন্তুষ্টি।

  • @air33-ias53
    @air33-ias53 2 ปีที่แล้ว +8

    চৰকাৰী অন্যায় ব্যবস্থা বোৰৰ কাৰণে পৰিয়াল টোৱে ইমান ভুগিব লগা হৈ আছে। কোনে নো কাৰ দুখ দেখিব। কোনে নো কাৰ দুখত কান্দিব? জীয়াই থকা জনে জানে সেই অনুভৱ কন। হায় জীৱন।

  • @prasannakalita5323
    @prasannakalita5323 2 ปีที่แล้ว +57

    পৰিয়াল টি লৈ চেলুত জনাইছোঁ,লগতে চৰকাৰ নামৰ ব্যৱস্থা টোক ধিক্কাৰ দিছোঁ।

  • @hariprasadrabha3708
    @hariprasadrabha3708 2 ปีที่แล้ว +1

    সচা কথা কৈছে কিন্তু ইমান পঢ়ি শুনি যদি চাকৰি নেপাই পঢ়ি কি লাভ। বহুত দুখ লাগিছে কথাষাৰ শুনি তোমালোকক ভগৱানে চুকু মেলি একদিন হলেও চাব তোমালোকে এনেকৈ চুলি যোৱা আৰু যি কৰে ভগৱানে কৰিব। জয় আই অসম 🇮🇳🇮🇳🇮🇳🇮🇳 🙏🙏🙏

  • @bhaskarjyotimahanta1597
    @bhaskarjyotimahanta1597 2 ปีที่แล้ว

    এই সকলোখিনি বাবে ডিম্পু ধন্যবাদৰ পাত্ৰ। সস্তীয়া জনপ্ৰিয়তাৰ পৰা ডিম্মু সদায় পৃথক। Dimpu always @dimpu boruah

  • @deepray8577
    @deepray8577 2 ปีที่แล้ว +17

    Dimpu Baruah always rock🔥💖

  • @durlavkrhazarika
    @durlavkrhazarika 2 ปีที่แล้ว +7

    Dimpu da is always legend , Love for Dimpu da ❤️

  • @pulinsharma8826
    @pulinsharma8826 2 ปีที่แล้ว +65

    পঞ্চায়ত বিলাকক চৰকাৰে ভালদৰে চকু নিদিয়াৰ ফলশ্ৰুতিত বহু মানুহৰ এইদৰে এতিয়া এনে এটা অৱস্থা

    • @tenniscricket1173
      @tenniscricket1173 2 ปีที่แล้ว

      পঞ্চায়ত ৰ হাতত আচলতে একো এই নাথাকে।পঞ্চায়ত নিজাববীয়াকৈ একো দিব নোৱৰে।ঘৰ পঞ্চায়ত দিম বুলি দিব নোৱাৰে যদি হে দিল্লীৰ পৰা selection হৈ নাহে।

    • @davidgogoi
      @davidgogoi 2 ปีที่แล้ว

      Ekuwe dibo nuware hihote

    • @tenniscricket1173
      @tenniscricket1173 2 ปีที่แล้ว

      @@davidgogoi সচা কথা।কিন্তু আমাৰ নিউজ চেনেল বোৰে কিবা এটা হলে ই direct পঞ্চয়তক কয়। Ai2 বুজাই যে নিউজ ৰেপৰ্টাৰ বোৰৰ জ্ঞানৰ অভাব।

    • @kankana8552
      @kankana8552 2 ปีที่แล้ว +1

      Teolok alop belg sintar manuh gvntr dox nohoi manuh jon belg , teor sintq dharai pahrile ako kam ni typ

  • @lukudas1209
    @lukudas1209 2 ปีที่แล้ว +42

    ধন্যবাদ অসমীয়া,,সততা বজাই ৰাখি প্ৰগতিশীল হৈ থাকক,,কংগ্ৰেছৰ দিনত শিক্ষামন্ত্ৰীৰ দায়িত্ব থকা জন ডিঙিত চিপ জৰী চিলাই লওক

    • @dimpicreation4856
      @dimpicreation4856 2 ปีที่แล้ว +5

      সেইজন আকৌ বর্তমানৰ মামা 🤭

    • @bhaskartamuli5603
      @bhaskartamuli5603 2 ปีที่แล้ว

      Manuh zon simple hoi Toka poisa loi muh maya nai eman horalata bhal nohoi azir zugat👍

    • @indianfacts5968
      @indianfacts5968 2 ปีที่แล้ว

      Hai jon hol mama 🤣

  • @pikusclass2008
    @pikusclass2008 2 ปีที่แล้ว +20

    I want 90% people of Assam has this mentality . Because self independent mentality help our next generation .

  • @thirdkz_xx5648
    @thirdkz_xx5648 2 ปีที่แล้ว +4

    চৰকাৰৰ সহায় অবিহনে জীয়াই থকাৰ সংকল্প এয়া। আজি পৰ্যন্ত সেইখন ঘৰে চৰকাৰী সাহায্য নোপোৱাটো দূৰ্ভাগ্যজনক। বৰ দুখ পালো।

  • @anitadeka3652
    @anitadeka3652 2 ปีที่แล้ว +59

    ইমান দিনে গমে পোৱা nasiline দিম্পো দা যোৱাৰ পাছত আহিছ নিউজ কৰি বলৈ 🙏🙏🙏🤦🤦🤦🙏🙏🙏🙏🙏🙏

    • @Jintu555
      @Jintu555 2 ปีที่แล้ว +2

      Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil...
      Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu.
      Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..

    • @kimxu_rip
      @kimxu_rip 2 ปีที่แล้ว

      @@Jintu555 🤣🥲

  • @pneog8534
    @pneog8534 2 ปีที่แล้ว +13

    He is a great man. Salute him.God bless his family.

  • @harikantahukai7589
    @harikantahukai7589 2 ปีที่แล้ว +28

    Dimpu da is always legend🤘🤘😏🤘

  • @rupjyotibora5839
    @rupjyotibora5839 2 ปีที่แล้ว +33

    Dimpu Vlog t apunalukor agote saisu...So ejon Bhal TH-camr r speed apunalukot koi boht boht besi..tar karon Digholiya aru boht ase

    • @tulikaray785
      @tulikaray785 2 ปีที่แล้ว +2

      Hy a চাৰকাৰে কি কৰি আছিল

  • @moonbora4638
    @moonbora4638 2 ปีที่แล้ว +1

    অতি সুন্দৰ ঠিক সিদ্ধান্ত লৈছে তেওঁ লোকে

  • @recordinglndia6216
    @recordinglndia6216 2 ปีที่แล้ว +1

    Dimpu dar video অত চালোৱে তথাপিও কৈছোঁ নিজৰ লগতে ছোৱালী জনীৰ জীৱন তো ধ্বংস কৰি পেলাইছে

  • @sandhyaborah9175
    @sandhyaborah9175 2 ปีที่แล้ว +18

    নিউজ টোৰ জৰিয়তে আপোনালোকে এবাৰ দিম্পু দাক ধন্যবাদ দিব লাগিছিল....বা তেওঁৰ নাম টো উল্লেখ কৰিব লাগিছিল যে তোমাৰ video ৰ যোগেদি এ অসমৰ ৰাইজে এই পৰিয়াল তোৰ কথা জানিবলৈ সক্ষম হৈছিল...(মই নিশ্চয় মিছা কোৱা নাই, আপোনালোকে দিম্পো দাৰ video চাই হে গৈছে)

  • @pradipborah2256
    @pradipborah2256 2 ปีที่แล้ว +36

    Very happily he is accepting his life. Tons of thanks to his wife and his daughter as they are in full tune of their guardian. He is unique. Salute to you Sir...

    • @ParagJyoti99
      @ParagJyoti99 2 ปีที่แล้ว +1

      দিম্পু বৰুৱাই video বনুৱাই দেখা পালে newse চেনেলে কেইটাই

    • @anubhadas3565
      @anubhadas3565 2 ปีที่แล้ว

      Real credit goes to his family for bearing with him

    • @khabriman18
      @khabriman18 2 ปีที่แล้ว +1

      No. He just destroyed the future of his daughter due to his ego and commitment

  • @pabitrabaruah9734
    @pabitrabaruah9734 2 ปีที่แล้ว +1

    এক মাত্র সুখি মানুহ তেওঁ

  • @MADHAB_Creation
    @MADHAB_Creation 2 ปีที่แล้ว +1

    ডিম্পু দা আপুনি মহান ❤️আপোনাৰ video sai এতিয়া media bure video bonai ase

  • @harichandraboro8527
    @harichandraboro8527 2 ปีที่แล้ว +5

    অতি সুন্দৰ পৰিয়াল।।

  • @viralchannel3093
    @viralchannel3093 2 ปีที่แล้ว +18

    This is called HONESTY💖

  • @bhaskarborah7873
    @bhaskarborah7873 2 ปีที่แล้ว

    আপোনালোকলৈ ধন্যবাদ দিম্পু দাদা ক অনুকৰণ কৰা বাবে।

  • @astrologernayanjyotisarma8497
    @astrologernayanjyotisarma8497 2 ปีที่แล้ว +1

    এজন আত্মনিৰ্ভৰশীল ব্যক্তি। সমাজৰ আদৰ্শ ব্যক্তি,,, তেখেতক প্ৰণাম জনাইছো।।

  • @pankajtamuli8970
    @pankajtamuli8970 2 ปีที่แล้ว +10

    আপোনাক হাজাৰ বাৰ সেলুত চাৰ , আপোনাক অসমীয়া বুলি আৰু মই নিজকে অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰিছো

  • @milonjyotibora568
    @milonjyotibora568 2 ปีที่แล้ว +7

    Dimpu 🔥❤️

  • @bipsmusic7947
    @bipsmusic7947 2 ปีที่แล้ว

    চেল্যুট দিছো তেওঁক..দিম্পুলৈ মৰম দিলো..

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music 2 ปีที่แล้ว +1

    CASTE SYSTEM উঠাব নোৱাৰা মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা ক'লে ভাল নেদেখি 🤮🤮🤮

  • @rajeshroy9432
    @rajeshroy9432 2 ปีที่แล้ว +10

    Dimpu tumi gread.

  • @anjuborah6479
    @anjuborah6479 2 ปีที่แล้ว +26

    Fatua Chanel,Dimpur vori selekibi ja.

  • @dipankargogoi4301
    @dipankargogoi4301 2 ปีที่แล้ว +1

    Dhonyobad dimpu daa k❤❣

  • @dilipgogoi3682
    @dilipgogoi3682 2 ปีที่แล้ว

    এই পৰিয়াল টো পকৃততে নিচলা জানো? চালাম জনালোঁ। তেখেত সকলেই অসমৰ সাভিমানী আৰু ধনী পৰিয়াল। ভগৱান তেওঁ লোকৰ সহায় হওক।

  • @kailasrabha907
    @kailasrabha907 2 ปีที่แล้ว +29

    Agote kot lukai asil? Okol neta mantrir pase pase ghuri asil. Atiya Dimpu dar vedio to Pai he har pale neki mediya bor

    • @rajazone666
      @rajazone666 2 ปีที่แล้ว

      Atu Jegat Poril😂😂

    • @kokobhai3811
      @kokobhai3811 2 ปีที่แล้ว

      Vai thik kotha koisa

    • @Jintu555
      @Jintu555 2 ปีที่แล้ว

      Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil...
      Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu.
      Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..

  • @indianmixture7520
    @indianmixture7520 2 ปีที่แล้ว +7

    Dimpu Da you are superstar.

  • @ridieepxnwl692
    @ridieepxnwl692 2 ปีที่แล้ว

    প্ৰথম দিম্পু দা গৈছিল তেখেতক হে ধন্যবাদ জনাইছোঁ

  • @shaktidey2804
    @shaktidey2804 2 ปีที่แล้ว +1

    Dimpu dar ata video t massage ot reporter govt aagh Bari aahil. Thank you dimpu da

  • @mihirkumar3159
    @mihirkumar3159 2 ปีที่แล้ว +41

    East and West DIMPU IS THE BEST..

    • @Jintu555
      @Jintu555 2 ปีที่แล้ว

      Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil...
      Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu.
      Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..

    • @kimxu_rip
      @kimxu_rip 2 ปีที่แล้ว

      @@Jintu555 toi soboke ai kotha tu k kobo ahiso?

  • @bikashdas7865
    @bikashdas7865 2 ปีที่แล้ว +12

    Dimpu Da r video sai kine goise apunaloke ...agote jabo lagisil

    • @Jintu555
      @Jintu555 2 ปีที่แล้ว

      Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil...
      Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu.
      Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..

    • @bikashdas7865
      @bikashdas7865 2 ปีที่แล้ว

      Ohh....I didnot know ...I thought this was the first to make video by Dimpu da

  • @parthakakoti2459
    @parthakakoti2459 2 ปีที่แล้ว

    এতিয়াও আত্ম সন্মান থকা মানুহ, আছে ,ইফালে বামুণ, simple living high thinking মাঠাত মাল থকা টো আচল ,বাকী মালটো ৰানদি,বিলাকৰ

  • @kashmirisonowal1574
    @kashmirisonowal1574 2 ปีที่แล้ว +2

    Dimpu da ❤️ apunar karne emnkhini homvob hoi uthil j ajir dino2 manuh anekoi jibon japon kri ase hei2 dekhi asorit holu ..sorkare jate ai poriltiloi hohai r hat agbohai tare kamona kori

  • @diptighosh1679
    @diptighosh1679 2 ปีที่แล้ว +6

    Why people are going for voting same people only time to time changing their colours by switching to different political parties .If we don't change ourselves nobody will do anything .It is the time to standup and rethink.I am from Assam.Assam is my Heart and Soul

  • @bidyut9588
    @bidyut9588 2 ปีที่แล้ว +12

    Dimpu dar vdo sai goise 😅😅agote besari nepai

  • @ganeshkoch561
    @ganeshkoch561 2 ปีที่แล้ว +2

    Good maina God bless you 🙏🙏🙏

  • @Hirak_JT
    @Hirak_JT 2 ปีที่แล้ว

    ১৪-১৫ বছৰ আগত যিখন চৰকাৰ আছিল, সেই চৰকাৰ খনে লুঙী আৰু জালিদাৰ তুপিৰ বাহিৰে একো চিনি নাপালে।
    কিন্তু আজিৰ এইখন চৰকাৰে দেশৰ সকলো মানুহক একেলগে লগত লৈ বিকাশৰ দিশে যোৱাৰ বাবে ঐক্যবদ্ধ। তেখেত এজন শিক্ষিত লোক, পৰিস্থিতি বুজি, নিজৰ লগতে নিজৰ পৰিয়ালৰ তথা ছোৱালী জনীৰ কথা ভাৱি এটা শুদ্ধ সিদ্ধান্ত লোৱা দৰকাৰ।

  • @sasankamoon7201
    @sasankamoon7201 2 ปีที่แล้ว +6

    যি কৰিছা বহুতে ভাল কৰিছা,, বাবা ই চাব,। ধৈৰ্য ধিৰিজা , পিছৰ খিনি বাবৰ কৃপাত ভাল হব

  • @pranabborpatragohain9111
    @pranabborpatragohain9111 2 ปีที่แล้ว +35

    dimpoo ye diok... video..ba .... journelist bilake..deok video. main kothatu hol.... government usarat hakaluye teur porialor babe kiba eta karibo babe government'k dabi kora. kotha himane. sarkare porialtuk saku meli saok. bikhekoi suali jani loi beya lagise. taitu bahut hapun ase...pohi huni dangor manuh huar. lord bless you all.

  • @panjalpratim
    @panjalpratim 2 ปีที่แล้ว

    ডিম্পু দা ৰ ভিডিও চাই আপোনালোকে গম পাইছে।

  • @PBMUSIC-kp1zr
    @PBMUSIC-kp1zr 2 ปีที่แล้ว

    আপুনি এজন সঁচাই মহামানৱ পুৰুষ।আপোনাক প্ৰণাম জনাইছোঁ....প্ৰণাম .....

  • @deltanmirchadeori694
    @deltanmirchadeori694 2 ปีที่แล้ว +15

    এইবোৰ হে মাষ্টৰৰ যোগ্য

  • @jetuki
    @jetuki 2 ปีที่แล้ว +5

    Eibilak xati oxomia manuh . ❤️

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a269 2 ปีที่แล้ว

    এইয়াই হৈছে জীয়াই থকাৰ মৌলিক অধিকাৰ আৰু এখন দেশৰ সাধাৰণ নাগৰিক।

  • @biplabbora65
    @biplabbora65 2 ปีที่แล้ว +2

    দাদা সাৰ পালে 😂
    দিম্পু দাদায়ে ভিদিঅ' আপলো'ড দিয়াৰ পাছত দেখি পালে যেন লাগিল 👍

  • @darshanandhereverythingbhu7996
    @darshanandhereverythingbhu7996 2 ปีที่แล้ว +6

    I LOVE YOU DADA, YOU & YOUR FAMILY IS THE GREAT 👏

  • @debompegu8847
    @debompegu8847 2 ปีที่แล้ว +6

    Apunalukor bohut deri hoi gol...
    Dimphu dai aji dekhai diyar babe aji sini pale..
    Apunaluke bekar news bilak dibole time thake.. Aibur dekha napi no...
    Apuni aji kiba dibo parisene..

    • @Jintu555
      @Jintu555 2 ปีที่แล้ว

      Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil...
      Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu.
      Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..

  • @trandanborahkhuachutia611
    @trandanborahkhuachutia611 2 ปีที่แล้ว

    লাজ লাগক পঞ্চায়ত প্ৰতিনিধিৰ । নিৰ্বাচনত জিকা মানেই মূৰত মাল থকাটো নিশ্চিত নকৰে । নিশ্চিত কৰে শ্ৰেষ্ঠত্ব দুদিনীয়া জীৱন পৰিক্ৰমাত আনৰ উপকাৰৰ বাবে দি যোৱা ত্যাগে ॥

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p 2 ปีที่แล้ว

    কিনো কম.... কবলৈ ভাষা নাই....
    তথাপিও কৈছো... ভগবানে আপোনালোকৰ পৰিয়ালটোৰ মংগল কৰক...
    হিয়াভৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো...

  • @ankurchamuachannel9512
    @ankurchamuachannel9512 2 ปีที่แล้ว +5

    Dimpu dai video bonai juwa pasot goisa apunaluk agotai jabo lage 🥰

    • @Jintu555
      @Jintu555 2 ปีที่แล้ว

      Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil...
      Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu.
      Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..

    • @swadhinmusic8209
      @swadhinmusic8209 2 ปีที่แล้ว

      @@Jintu555 bhai agote jabo pare news chanel kontu kiman jonor no jane ai kotha , jodi dimpu jowar pisot kisumane gom paise & coment tot ai bikhoy likhise tate tumi ...ai ake khar kotha ke kobo lage ne ... aketa message nu aru kiman copy koriba, amoni nelage na

    • @Jintu555
      @Jintu555 2 ปีที่แล้ว

      @@swadhinmusic8209 Hosa kotha kobo mor akdom amoni nalage...
      Bad dya he manuh e jana,kimn din mnt rkhibo, kisu din pisot sobei pahori jbo...

  • @nishthasteptowardslight7521
    @nishthasteptowardslight7521 2 ปีที่แล้ว +5

    General caste hole akue npai lagile morie jok. Kintu ST SC hole sakori pua pisotu sorkari hubidhae hubidha. Kotha bur vanibo hol

    • @nosimahmed8803
      @nosimahmed8803 2 ปีที่แล้ว

      Muru akon gor ni my u kasa goror taku gor ni sorkara da na gor

  • @mdnasiralbert9508
    @mdnasiralbert9508 2 ปีที่แล้ว

    প্ৰকৃত মানুহৰ পক্ষে মানুহ তাকৰ।

  • @riyankhan6022
    @riyankhan6022 2 ปีที่แล้ว

    Love you moja family love you dimpu da bonty jonik mur pora bohut morom jasilu hodai bhal thakiba from morigaon

  • @summancreation9257
    @summancreation9257 2 ปีที่แล้ว +5

    হোৱা অঞ্জাত নিমখ দি লাভ নাই

  • @lakhichutianew447
    @lakhichutianew447 2 ปีที่แล้ว +4

    Dimpu pra nkol Krisa 😀😀😀😀

  • @mamonirabha9357
    @mamonirabha9357 2 ปีที่แล้ว

    ইমান দিনে news chenel বোৰ কত আছিল নাজানো। কিন্তু দিম্পু দাই vedio টো প্ৰচাৰ কৰাৰ পিছত হে সেই মানুহ ঘৰৰ ওপৰত news প্ৰচাৰ কৰাৰ লাগি গল ্

  • @bikr2906
    @bikr2906 2 ปีที่แล้ว +2

    Great 👪 family

  • @Manoooojjjj
    @Manoooojjjj 2 ปีที่แล้ว +5

    Dimpu aa Video bnuwa pstt atiya News burr Dhapoli melibo 😂🤣

    • @THUNDERSTORM_Music
      @THUNDERSTORM_Music 2 ปีที่แล้ว

      2020 t Dimputkoi agot News channel atai telecast korisil .

  • @itsgogoi_9129
    @itsgogoi_9129 2 ปีที่แล้ว +5

    Beseri voni joniloi bea lagil 😭...ketiaba jodi jao heifale......nissoi toka keitaman di hohai korim poriyal tuk

  • @monjitdas9564
    @monjitdas9564 ปีที่แล้ว

    তেখেতৰ জীৱন সংগ্ৰাম দেখি। তেখেতলৈ প্ৰনাম কৰিছোঁ

  • @jorhatialora77
    @jorhatialora77 2 ปีที่แล้ว +1

    Val lagil ❤️❤️❤️

  • @jyotismanhazarika3524
    @jyotismanhazarika3524 2 ปีที่แล้ว +5

    Moi oin kothat bea puwa nii but swali jnik pohabo lagisil haituthae bea paisu ...hosakae manuh jonae monot bhut dukh paisae karon aji kali school bilakot teacher bilak agor dinor B.A pass jonor homanu hobo nuwarae ..moi likhi dibi parim 😒

  • @davittom7609
    @davittom7609 2 ปีที่แล้ว +5

    Credit goes to diimpu and his frd,, who tell dimpu. Sryy to say I forgot his name, his a TH-cam channel

    • @Jintu555
      @Jintu555 2 ปีที่แล้ว

      His name is Papu

    • @Jintu555
      @Jintu555 2 ปีที่แล้ว +1

      Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil...
      Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu.
      Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..

  • @zubeengargkaraokewithlyrics
    @zubeengargkaraokewithlyrics 2 ปีที่แล้ว

    বহুত দুখ লাগিল দেখি😌🥺

  • @tinkuborah9843
    @tinkuborah9843 2 ปีที่แล้ว +1

    Dimpu Da juwar pasot he apunaluk jaboloi dekhile agot jabo lagisel apunaluk

  • @arupaxom2852
    @arupaxom2852 2 ปีที่แล้ว +5

    বহুত দেৰিকৈ সাৰ পালে

  • @northeastcreator2846
    @northeastcreator2846 2 ปีที่แล้ว +4

    Dimpu da video bonua pisot house,😅

  • @barunbarman4965
    @barunbarman4965 2 ปีที่แล้ว

    তেখেতৰ সাহস মনবল আৰু বিবেকক সন্মান জনাই মই নিজকে শাৰিৰীক অক্ষম আৰু ভিক্ষাৰী যেন অনুভৱ
    কৰিছো এয়াই হৈছে আমাৰ দেশৰ নীতি এনেকুৱাই নেকিন সমাজ বেৱসতা

  • @ajoydeka1427
    @ajoydeka1427 2 ปีที่แล้ว

    যুগ্য জনে কেতিয়াও ছাকৰি নাপায় ,দুঃখ লাগে ।

  • @ayanrajbongshi4161
    @ayanrajbongshi4161 2 ปีที่แล้ว +4

    Dimpu dar video sai news kore 😂

  • @M.K.B3373
    @M.K.B3373 2 ปีที่แล้ว +3

    Aapunar baki kotha thikei kole kintu ata kotha bhal napalu..sarkari sakori pabole je porhibo lage heitu nohoi nijor giyan bridhi borhaboloi u porhibo lage manuhe

    • @jaansaikia9308
      @jaansaikia9308 2 ปีที่แล้ว

      yes Broo....moi nokoro sakori....dileow nokoro...Aru aji loike apply kori puwai nai😀😀😀Bt Bindas life soli...moi mur fmly...

  • @moinagaming9862
    @moinagaming9862 2 ปีที่แล้ว

    দিম্পু দাৰ তাত আগতে চালো❤️

  • @puspadharmoran4994
    @puspadharmoran4994 2 ปีที่แล้ว

    দেশ বা ৰাজ্য চলাব পৰা এজন উচ্চ শিক্ষিত জ্ঞানী মানুহ।অৰ্ধশিক্ষিত, অভদ্ৰ এচাম মানুহে ভদ্ৰ আৰু নম্ৰতা লোকজনক যুগ্যহৈও অযুগ্যৰদৰে ঠগ প্ৰৱঞ্চক কৰাৰ হেতুকে ;আজি নিজৰ ছোৱালীজনীকো শিক্ষাৰ পৰা আতঁৰত ৰাখিব লগীয়া হ'ল।আঁচলতে কোনে দায়ী তাৰ উত্তৰ কিন্তু বিচাৰ্য্যৰ বিষয়।

  • @pranjitdas5113
    @pranjitdas5113 2 ปีที่แล้ว +4

    Dimpu Daa main...🤘🤘🤘

  • @prabeenassam3087
    @prabeenassam3087 2 ปีที่แล้ว +3

    Mla MP আৰু cmৰ সকলো থাকিও লাগে লাগে বুলি মৰে আমাৰ মন্ত্রীৰ মূৰত কেৱল ধন । লাজ থাকিলে চৰকাৰী মতাবোৰে বৰ বৰ কথা কবলৈ এৰিব বুলি আশা ৰাখিছো। চৰকাৰী মতা go back

  • @rumanvlogs2981
    @rumanvlogs2981 ปีที่แล้ว

    Dimpu power🔥☝🏻love u Dimpu bhai ..

  • @mujakkiralam7059
    @mujakkiralam7059 2 ปีที่แล้ว

    আপোনালোকে আগত কত আছিলে দিম্পু দা video বনোৱাৰ পাছত আহিছে নিউজ বনাবলৈ আহিছে কিয় ? ধন্যবাদ দিম্পুদা👍

  • @itsgogoi_9129
    @itsgogoi_9129 2 ปีที่แล้ว +3

    Dimpu pora copy kora news..... 😂...ankua news channel ki lav..nije jodi aku koribo nuware

  • @sulochanaverghese1164
    @sulochanaverghese1164 2 ปีที่แล้ว +5

    Dimpu is faster in broadcasting some news than some Assamese Channels 😅

  • @dreamlight7645
    @dreamlight7645 2 ปีที่แล้ว

    Real life bravery true fighter to win life battles.... Self respect understanding people never break down. God bless them.

  • @khisiriassamese2442
    @khisiriassamese2442 2 ปีที่แล้ว

    মানসিক বিকাৰগ্ৰস্ত মানুহ নিজৰ পৰিয়ালতোক ধ্বংস কৰিছে।