ৰেলৰ আলিত আনে আধা খাই পেলাই যোৱা ৰুটিৰে দূৰ কৰিছিল ভোক, এতিয়া প্ৰতিষ্ঠিত ব্যৱসায়ী Ahak Na
ฝัง
- เผยแพร่เมื่อ 16 ก.พ. 2022
- ৰেলৰ আলিত আনে আধা খাই পেলাই যোৱা ৰুটিৰে দূৰ কৰিছিল ভোক, এতিয়া প্ৰতিষ্ঠিত ব্যৱসায়ী Ahak Na
সীমাহীন দৰিদ্ৰতাৰে পাৰ হৈছে তেওঁৰ শৈশৱ ৷
মাতৃৰ অকাল মৃত্যুৰ পাছত আৰু দেউতাকে এৰি থৈ যোৱাৰ পাছত বাটে পথে ভিক্ষা মাগিছিল তেওঁ ৷ ৰেলৰ আলিত আনে আধা খাই পেলাই যোৱা ৰুটিৰে দূৰ কৰিছিল ভোক ৷
মাত্ৰ ৯বছৰ বয়সতে আনৰ হোটেলত কাম কৰা ল’ৰা হিচাপে কাম কৰিছিল ৷
সুদীৰ্ঘ ২২ বছৰৰ মূৰত তেওঁ মনত খেলালে যে তেওঁ নিজিই আৰম্ভ কৰিব এখন হোটেল ৷
আৰু এতিয়া নজাঁও চহৰৰ এখন জনপ্ৰিয় হোটেল “আহক না ”ৰ স্বত্বাধিকাৰী তেওঁ ৷ সমস্যাৰ পাহাৰ বগাই সফলতাৰ ৰ’দ কঢ়িয়াই অনা এই ব্যৱসায়ীগৰাকীৰ নাম তপন ৰয় ৷ ঘৰ নগাঁৱৰ ডিমৌগুৰিত ৷ নতুন বজাৰত থকা
“আহক না ” নগাঁও চহৰবাসীৰ এখন চিনাকী হোটেল ৷
এই হোটেলত তেওঁ সংস্হাপন দিছে ১৭ জনকৈ কৰ্মচাৰীক ৷
আকচোন ভিক্ষাৰী জীৱনক নতুন ৰূপত সজাই তুলি ব্যৱসায়ৰ দিশত আগুৱাই যোৱা তপন ৰয়ৰ লগত কথা পাতো ৷
uparjan.in
আপোনাৰ সংগ্ৰাম,আত্মবিশ্বাস,কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য সকলোৰে বাবে আদৰ্শ হওঁক। এনেকুৱা ধনাত্মক বাতৰি যোগানৰ বাবে "উপাৰ্জন"ক ধন্যবাদ জনালো ।
জীৱন মানেই সংগ্ৰাম আৰু সেই সংগ্ৰামৰ আৰতেই সফলতা থাকে। আপোনাৰ ভৱিষ্যত আৰু সফল হওক তাৰে কামনা কৰিলোঁ।।।
Right bondhu
আপোনাৰ জীৱন কাহিনী টো সচাঁকৈ বহুত দুখ লগা , তথাপিও আপুনি দুখৰ মাজেৰে নিজকে আগুৱাই লৈ গৈছে 🙏🏻আপুনি আমাৰ প্ৰেৰণাৰ উৎস হৈ ৰওঁক☺️ ভালে থাকক
সফল হওক আপোনাৰ জীৱনৰ প্ৰতিতো সপোন প্ৰতিতো আশা । লগতে উপাৰ্জনৰ প্ৰতিজন কৰ্ম কৰ্তালৈ ধন্যৱাদ জনালো ,আপোনালোকৰ সহায়ত এনেকোৱা বহুতো মানুহ দেখিলো, লগতে অলপ মানকে হলেও শিকিব পাৰিছো যে কষ্টৰ ফল সদায় মিঠা 🙏 নগাঁও ফালে গলে সোমাব লিগিব ।
ধন্যবাদ, ধৈয্য ফল সদায় মিঠা হয়, আপোনাৰ হোতেলৰ চাহ, চিঙৰা, জিলাপী, মিঠাই খাই বৰ সোৱাদ পাওঁ,
দুখৰ পিছতেই সুখ আহে দাদা৷
আল্লাই দোৱা কৰক🙏
প্ৰৱল ইচ্ছাশক্তি, আত্মবিশ্বাস তথা কঠোৰ পৰিশ্ৰমেই সফলতাৰ ছাবিকাঠি।
আপুনি আগুৱাই যাওঁক
দুখ নকৰিৱ ভাগৱানে আপোনাক ভালে ৰাখক । আপুনি আমাৰ প্ৰেৰণাৰ প্ৰতীক ।
আগুৱাই যাওক। যোৰহাটৰ পৰা শুভেচ্ছা জনাইছো।
ঈশ্বৰে তোমাৰ মঙ্গল কৰক।
ৰাম ৰাম 😭
আপোনাৰ উন্নতি হওক প্ৰভু 🙏🙏🙏🙏
ঈশ্বৰে মঙ্গল কৰক । আপোনাক ধন্যবাদ জনাইছো।
Baap re...nagaon golei khau...kintu tekhetor story tu Jana nasilu...bht tasty singora
মানৱ জীৱনত যিসকল ব্যাক্তিয়ে দুখ: কষ্ট কৰি দৰিদ্ৰতাৰ সীমা নেওচি সফলতাৰ শিষৰত উপনিত হয় সেই সকল ব্যাক্তি প্ৰকৃততে ৰিয়েল হিৰো হয়..........।
আপোনালোক সদায় আমাৰ প্ৰেৰণাৰ উৎস হৈ ৰওঁক 🙏🙏
তেঁওৰ সংগ্রামী জীবন আমাৰ বাবে প্রেৰণাৰ উৎস। ভাল লাগিল তেঁওৰ জীৱনৰ সঁচা কাহিনী শুনি। ভগৱানে তেঁওক কুশলে ৰাখক।
আহক না জিন্দাবাদ
যি সকল মানুহে সীমাহীন দুখ যান্ত্ৰনা ভুগি সফলতা পাই সেইসকল মানুহে দুখ কি বুজি পায়।আশাকৰো আপুনি আগুৱাই যাওক।
মানুহ জনৰ কথা খিনি শুনি বহুত ভাল লাগিলে, সহজ সৰল
আপোনাৰ দুখীয়াৰ জীৱন সুখৰ হওঁক ।
কলেজৰ পৰা আহি আবেলি ওলাই গৈ লগৰ বোৰৰ লগত "আঁহক না " ত বহি আগত গাখীৰ ৰ চাঁহ কাপ লৈ দিয়া আড্ডা বোৰৰ কথা মনত পৰি গৈছে ❤️
Contract nber to pam neki
Muru sem
Muru ..adp t pohuta jaw
Apunar kotha khuni sokur pani olai gol 😭😭😭🙏🙏🙏
Salute salute.....100 bar salute korisu....nijor bhorir uporot nije thio diar babe
আহক না ত গৈ গৈ কলেজীয়া জীৱনত বহুতো কচোৰি খালো ।ধন্যবাদ দাদা আৰু আগুৱাই যাওঁক ।
ঈশ্বৰে সদায় কুশলে ৰাখক । চাই বৰ দুখ লাগিল
দাদা আপোনাৰ জীৱন নিৰ্বাহ আৰু সুকলমে আগবাঢ়াই জাবলৈ ভগৱানক সেৱা জনায়ছো।🙏🪔।
আতম বিশ্বাস, ধইয, সৎকর্ম, সততাৰে যদিহে কৰমখেতৰত আগবাঢ়ে ভগবানে নিশ্চয় সহায় কৰিব। "প্রকৃত হৃদয় যাৰ ঈশ্বৰ সহায় তাৰ। "
সচাকৈ মানুহ জীৱনত পৰিবৰ্তন
আপুনি আৰু আগুৱাই যাওক তাৰে কামনা কৰিলোঁ 🙏🙏🙏🙏
Aikhon amar Nagaonr oti priyo AHOK NAA.. iyar jelepi ru singra 😍😍😍😍
নগাঁও গলে নিশ্চয়কৈ যাম আপোনাক লগ পাবলৈ। আপোনাৰ সফলতা কামনা কৰিছো।
Khura Jon boht vl hoi.....i like you.......jay hind 💜💓💗
একালৰ দুখ একালৰ সুখ এয়াই হ’ল ভাগ্যৰ চকৰী
আপুনি আগুৱাই যাওক ভগৱানে ভাল কৰিব🙏
এনেকুৱা মানুহৰ দূখ দেখি বহুত বেয়া লাগে ভগবানে তেখেতক আৰু উন্নতি কৰেযেন।
Aahok naa Jalepi nagaon famous...So much love.
Apunar kotha huni bohut dukh lagil 😭apuni jibonot agbahi jauk🙏🙏🙏
May God bless you and your family 👍👌
আগুৱাই যাওঁক.. এইয়া আপোনাৰ কষ্টৰ ফল
2 tokar sinhgora-kochuri pora khaisilu..soday bhal lage log pale dada k.Such a great inspiration for all the young generation 👏.
UPARJAN namor ai channel tu jen sirojeevon dirghojeevi hoiye roi...may this UPARJAN channel have a long life and brings a new trends in our Society......
Kosto koribo lage sob axomiyai and unnoti kribo lage. Eitu xuni jui lagise.🔥🔥
God bless you kokai 🙏🙏🙏
ধন্যবাদ দাদা ইমান ধুনীয়া বিষয়ৰ ওপৰত ভিদিওঁ বনোৱা বাবে❣️
আপোনালোকৰ ভিদিওঁ চাই ইমান সাহস আৰু উৎসাহ পাওঁ ভাষাৰে ক'ব নোৱাৰিম।
Apunar mohan ta r babe apuni emn kosto sikar kra pisotu apuni safal hl aji r mnh bura apunar ai guntu loi jate agbarhi ji tari kamona ra tq u da 🥰
বক্তিজনলৈ"অশেষ ধন্যবাদ।
Apunar ktha xuni bhut dukh lagil ..val lagi apuni sucess haise ..god bles u
Salute to this man 🙏👏...Ru agbari jaok❣️
কষ্ট কৰিব পৰা মানুহে জীৱনত বহুত বহুত বহুত বহুত বহুত বহুত বেছি সফল হয়।।।।। মাথো সময়,ধৈৰ্য,সাহস লাগে
God bless u sir
Dada long life.Thank god.
কষ্ট ফল মিঠা হয়৷ মানুহ জন সত হব লাগে মাথো ধজৈ লাগিব 🙏🏾🙏🏾🙏🏾🙏🏾
চিনাকি হোতেল খনৰ বিষয়ে জানি সুবেই ভাল লাগিল.....পঢ়ি থকা অৱস্থাত আমি নিয়মিয়া গ্ৰাহক আছিলো...
We proud of you.thanks
Hsai val lagil dada. #mdmaina
ভগবান আপোনাৰ সংগ্ৰাম শুনি বুকু খুন্দা মাৰি ধৰিছে।
Val lagil video tu...
Aponak salute dada.bor dukhor kahini jani dukh lagile.eta kotha janibo jar kunu nai vogoban teolokar babe xodai ase.
Dada Moi Nagaon or lora Apunar video sai thaku bohut vallage
Vale thakok ❤️❤️❤️
Bhal lagil bohut manuh jonok
Apuni amar babe adorxo
We don't need so called protesters.
We need this type of personality.
Vogobane apunak axirbad diok aru apuni aguai jaok.
Topon Roy bhaity, Bravo !
Xundor, aguwai jauk ❤️
Bht bht bht aguwai jaok dada..atia bht sklu vl hb..dada.
এনে ব্যক্তি আমাৰ উৎসাহ ৷ ’উপাৰ্জন’ ধন্যবাদ ৷
Khura apunar jibon vl hok ..moio bohut kostha paisu kin2 moi har namanu karon mor monot ata a akha moi adin vl manuh hom 🙏
Apunak Salute Dada🙏🙏🙏
Dada aponi aru bohut agbahi jauk .vogabane aponak sahai korise
May God bless you Big brother.....a big salute to you
হে আল্লাহ তুমি এই ব্যক্তিজনক সফল আৰু সুখী কৰা ।আমীন!
আৰু আগুৱাই যাওক ৷শুভকামনা জনালোঁ৷
❤️ from Nagaon
Great man..moio tenekuwai asilu ... Thatta korisil manuhe. Gurutta nedisil..bht bht bht dhorzya dhorisilu...
Bohut dhukh lagil khuni,,khodai khukhot thakok apuni
God bless you🙏
কষ্টৰ ফল মিঠা। আগবাঢ়ি যাওক। ভগৱানে আপোনাৰ মঙ্গল কৰক।
আপোনাক শতকৌতি প্ৰমাণ জাছিলো ।
Bht val lgle apunak.... aru aguai jauk
Dada apunar para sika paisu tq dada aru aguya ja
Val lagil আগুৱা যাওঁক তাৰে কামনা
Apuni aguwai jauk dada.
Val lagil 💕💕💕
Jilapi of Ahak-na restaurant is so tasty 👍
দাদা আপুনি আগুৱাই যাওক.ওদালগুৰি (বিটি.এডি)পৰা শুভেচছা জনালো.
Mor dristit mor deuta o ajon xofol beboxai. Xorure pora bhut kosto kori aikhini paise but bemarr babe teu kam bondho koribo loga hoise tothpi xongram kori kori vagori jowa nai. 😍🙏love u deuta
God bless you
You are great... 👍👍👍
খুবেই সুন্দৰ
jibon jindabad
Thank. You. Bhai-jaan 👌
God bless you more
Bhal lagile 👌👌👌
god bless you sir
সুন্দৰ ।
Salute sir apunk bhogbne aakhirbad dyk apunk
Congratulations🎉🎉
Val lagil vdo tu sai
I get realy inspire after watched this video.
Very motivated chennel
Tapan Roy prokrit manuh.tewordirghayu aru utjal kamona korilo.tewor atmobishas,dhoijya aru karmo spriha proshongshonio, god bless you.
Sundor sob samogri.
Nagaon gole AAHOK NAA t ngle kiba adhruwa Jen laage.
Juwakali goisu evening ❤️