এজন অসমীয়া খেতিয়ক ,বছৰি উপাৰ্জন কৰে ২০ লাখ টকা | rich farmer
ฝัง
- เผยแพร่เมื่อ 22 ต.ค. 2024
- এজন অসমীয়া খেতিয়ক ,বছৰি উপাৰ্জন কৰে ২০ লাখ টকা rich farmer
সৰিয়হৰ হালধীয়া সাগৰৰ মাজত লুকাই আছে এজন খেতিয়কৰ ঠিকনা ৷ তেওঁৰ চেষ্টাতে এটা সোৱণশিৰি নদীৰ বালিচৰ এতিয়া শইচেৰে হৈ পৰিছে উভৈনদী ৷
আজি আমি সাক্ষাৎ কৰিবলৈ আহিছো এনে এজন কৰ্মঠ খেতিয়কক যাৰ হাতৰ পৰশত সৰিয়হৰ পৰা গাজৰলৈকে নানা শাকপাচলিৰে উজ্জীৱিত হৈ আছে নৈ পৰীয়া ৬০ বিঘা মাটি ৷
লক্ষী গগৈ নামৰ এই খেতিয়কজনে সোৱণশিৰি নদীৰ পাৰৰ ফেচু চাপৰিত খেতি কৰি প্ৰতিবছৰে উপাৰ্জন কৰে ২০ লাখৰো অধিক টকা। প্ৰতিবছৰে সাত লাখ টকাৰ আলু ,পাঁচলাখ টকাৰ ৰঙলাও , ডেৰ লাখ টকাৰ সৰিয়হ আৰু সাতলাখৰো অধিক টকাৰ কবি ব’ক’লি বিলাহী গাজৰ মটৰ আদি বিক্ৰী কৰে ৷
অহৰহ তেওঁৰ লগত খেতি পথাৰত ব্যস্ত হৈ থাকে ১০ জনকৈ কৰ্মচাৰী ৷ লক্ষী গগৈয়ে উৎপাদন কৰা চুগাৰ ফ্ৰি আলু আৰু উন্নত প্ৰজাতিৰ ৰঙালাউ বিক্ৰী হয় দেশৰ বিভিন্ন প্ৰান্তত ৷খেতিয়কজনকে আদৰ্শ হিচাবে লৈ বহু লোকে এতিয়া শশ বিঘা চাপৰিৰ মাটিত আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷
আহকচোন সফল খেতিয়ক লক্ষী গগৈৰ মনৰ কথা জানো ৷
uparjan.in
Khub hundor,,,
Hundor hoise
এজন সহজ সৰল প্ৰতিষ্ঠিত খেতিয়কৰ লগত চিনাকি কৰাই দিয়াৰ বাবে উৰ্পাজনলৈ ধন্যবাদ থাকিল, গগৈ ডাঙৰীয়াৰ কৃষি কৰ্ম নতুন প্ৰজন্মৰ বাবে আৰ্দশ হওক ।
❤️❤️👍to 🙏🙏🙏🙏 you 👍 to 👍👍 yourself 🙄🙏you 🙏🙏👍👍🙏🙏🙏🙏🙏🙏🙏🙏🙏 you
Bohut bohut Thankyou
ভাল লাগিল চাই ।আগলৈ আগবাঢ়ি যাওক।
তেখেতৰ পৰা বহুত উৎসাহ পাইছো কাম কৰিবলৈ ৷ ধন্যবাদ আপোনালৈ
ধন্যবাদ
Nice 👏👍
Very good dada
কষ্ট কৰি দুটকা উপাৰ্জন কৰাৰ পিছত চৰকাৰে কৰ লবলৈ খাপপিটি থাকে , কিন্তু কৰ্ম কৰিবলৈ একো সুবিধা নিদিয়ে ।।
Best And Beautiful ❤️❤️❤️
good asal assamia
সুন্দৰ পদক্ষেপ , কৰ্ম সংস্কৃতি সমৰ্থন কৰা উচিত তেতিয়াহে দেশ আগবাঢ়িব । আপোনালৈ শুভেচ্ছা থাকিল ।
অভিনন্দন জনাইছো।এনেধৰণৰ বাৰ্তাই নিচ্ছয় আমাৰ যুৱসমাজৰ কৰ্মস্পৃহা বৃদ্ধি কৰিব
শেষত ভাল কথা এটা কৈছে দাদা জনে বহুত ভাল লাগিল। উৰ্পাজন জিণ্ডাবাদ।
Val lage apunar video bur sai. #Mdmaina
সুন্দৰ ককাইদেউ আমাৰ গাওঁৰ হয় 💚💚
Bhut val
Bingo..He is a good example to inspire and advise others. I request Assam government to support him with sufficient fund so that he can visit other districts and train other farmers.
If all will follow his path then Assam donot need to import Vegetables from other States.
অতি সুন্দৰ কাম কৰিলে আপুনি
শুভেচ্ছা থাকিল। আমিবোৰো উৎসাহিত হৈছো। চৰকাৰে সুবিধা বোৰ দিব লাগে।
Akamia manuhe anekuwa Kam kara dehi bahut vl lagise
🙏🙏🙏🔥🔥🔥
খেতি কৰি মানুহজনে যে টকাই উপাজন কৰিছে এনে নহয়, মানুহজন বৰ সুখীও
ধন্যবাদ
খুব ধুনীয়া ককাই 👌🙏
Real Hiro aeulukoke koi vogobane hustho rakhok
👍
Pranam Dada 🙏
best channel
সুন্দৰ video dada
Tihur pora like eta 👍
ধন্যবাদ
Great work
Real hero ❤
ধন্যবাদ
Excellent . My best wishes.
Kamdhenu diary farm.. Bihpuria (Lakhimpur)... Ebar jabosun... Val pabo..
Bohut Val lagil Jani kothabur
ধন্যবাদ
good
সুন্দৰ
গগৈদেউলৈ আন্তৰিক শুভকামনা থাকিল আৰু উপাৰ্জন চেনেল তোলৈ ধন্যবাদ থাকিল।
একে লগে 70 বিঘা মাটি হলে চাকৰি কিয় লাগে। 10 বিঘা হলেও যথেষ্ট। নদী পৰৰ বালি সহিয়া মাটি বেছি ভাল খেতিৰ বাবে
Pranam
Bohut bhal kam
শুভকামনা থাকিল আপোনালৈ।
লগতে আপোনি ইমানখিনি মাটি যে পাইছে বহুত ভাগ্যবান।
মই মুকালমুৱা ৰ লৰা। মই গোটেই কেইটা video চাইছো আপোনালোকৰ
Good
nice
সফল খেতিয়ক
এজন আদৰ্শবান কৃষক
Khundor.
এনেকুৱা সেউজ বিপ্লৱ আৰু লাগিব অসমত ।।
বৰ ভাল কাম কৰিছে উপাৰ্জন channel
Nice vedeo 👍
Thanks
Bohut val lagil good bless you
Thank you GOGOIdaa..,u r a idols 4 us...NEW PRODuction i always support
সুন্দৰ
শুভেচ্ছা জনালোঁ আপোনাক ককাইদেউ আগুৱাই যাওক আপুনি
Best farmer
Hundor dai apunar kamok holagisu aapuni aru aguwai jawok kokaideu 💖💖👌👌👍
Go ahead.
Salute Gogoi sir keep it up l proud as a Assamese
সুন্দৰ দদাইদেউ ।
❤❤
ইমান ভাল লাগিছে
আহিব
May God bless you and your family and friends 🙏🙏🙏🙏🙏🙏🙏
সুন্দৰ ককাইদেউ 👍👍
Hosai bohut val lagil... Anadore hokulu ulai ahile amer axom khonu bohut aguwai jabo
6.44 ....beleg kiba e bujisilu 😂😂😂
👌
You are gread khura apuni akbahi jayuk
Aitu kamot moiu lagisu..sakorit koi aibur kam bohut vl...sakori namot bohut dhuka khalu
🙏👍
গগৈ ডাঙৰীয়া, চিপ্চৰ বাবে ব্যবহাৰ কৰা আলুৰ জাতটো কি হয় ?
খেতি কৰি টকা কিমান লাভ হয় আমি ভালদৰে জানো। 😆😜😜
Ki bujaise lav nai nki khetit??
🙏🏽🙏🏽🙏🏽❤️❤️❤️✌✌✌
Amar axomiya potijonae xak sobji xeti korib lagae...balek kam korilaou
Garu ara bondho korilee,aru bohut khetiyoke kheti koribo
লক্ষি গগৈ মবাইল নমবৰ পামনে?
Mati ase kheti krise
ফেচু চাপৰি কত অাছে?
লখিমপূৰ জিলা ৰ ঘাৰমৰাৰ ওচৰত
ভাল কম´ উপাজ´ন নিদশ´ন
Shakti bhagavane are ujjal houk
Salute gogoi da . its not so easy..
কৰিলে কৰিলে সহজ হৈ পৰিব
@@lakhigogoi829 vl kam krixe 🙏
Elehua manuhe sakori bisare ' moi tu atia sakori bisora badei dilu' moi sarkaror toka nakhaw' sarkarok he moi dim...
Number pam neh
Nambar tu diya na mur nam robin borah
🙏🙏🙏🙏
Manuhjonor contact number tu parile dibosun
Nice 👍