গুৱাহাটীলৈ হাতত মাত্ৰ এখন বেডচিট লৈ ওলাই অহা মানুহজন | Dulal Talukdar

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 มี.ค. 2022
  • গুৱাহাটীলৈ হাতত মাত্ৰ এখন বেডচিট লৈ ওলাই অহা মানুহজন Dulal Talukdar
    এসাঁজ খাই এসাঁজ অনাহাৰে কটাব লগীয়া হোৱা এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল তেওঁ ৷পঢ়াত মেধাৱী হোৱাৰ পাছতো দৰিদ্ৰতাৰ বাবে হাতত কিতাপৰ পৰিবৰ্তে তুলি ল’ব লগা হৈছিল হালধি গুড়িৰ টোপোলা ৷
    বজাৰে বজাৰে হালধি গুড়ি বিক্ৰী কৰি এদিন ফুটপাঠত শুবলৈ হাতত বেদচিট এখন লৈ তেওঁ উপস্থিত হ’লহি গুৱাহাটীত ৷ দিনটো হালধি গুড়ি পেকেট বিক্ৰী কৰি ৰাতি তেওঁ কটায় পদপথত ৷
    এনে কঠোৰ পৰিশ্ৰমৰ মাজেৰেই তেওঁ এদিন সলনি কৰিলে নিজৰ জীৱন ৷ আৰু এতিয়া তেওঁ ২৫০ কোটি টকা সম্পত্তিৰ মালিক ৷
    বৰপেটাৰ দুলাল তালুকদাৰ নামৰ এজন ব্যক্তিৰ সংগ্ৰামৰ কাহিনী এয়া ৷ কষ্টৰ মাজেতো অধ্যয়নৰ জীবন এৰি নিদিয়া এই মানুহজনে স্নাতকোত্তৰ /Llb ডিগ্ৰী উপৰি লাভ কৰে phd সন্মান ৷ এতিয়া তেওঁ গুৱাহাটীৰ চাই আৰ এন এচ একাদিমী / পাঠশালাৰ শ্ৰীৰাম একাদেমীকে ধৰি বহু ব্যক্তিগতখণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ গৰাকী ৷
    আহকচোন দুলাল তালুকদাৰৰ মুখেৰেই জানো তেওঁৰ সংগ্ৰামৰ কাহিনী :
    uparjan.in

ความคิดเห็น • 201

  • @binoyhazarika6054
    @binoyhazarika6054 2 ปีที่แล้ว +30

    সঁচাকৈ কষ্টৰ ফল মিঠা হয় ৷ লগতে বিশ্বাস আৰু মনোবল বহুত প্ৰয়োজন হয় ৷ মহাশয় আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ৷

  • @jagadishdawar
    @jagadishdawar 2 ปีที่แล้ว +14

    পাঠশালাৰ বৰবাং গাঁওত মোৰ জন্ম,আপুনি পাঠশালাৰ এজন সুযোগ্য সন্তান আৰু তাকে লৈ আমি গৌৰৱান্বিত ,আপোনাক বহুত বহুত ধন্যবাদ জনোৱাৰ লগতে আৰু উন্নতিৰ পথত যাতে আগুৱাই যাব পাৰে তাৰবাবে ভগবানক প্ৰাৰ্থনা জনালোঁ ।

    • @kajimuddin9247
      @kajimuddin9247 2 ปีที่แล้ว

      Ajon val manuhe val ktha kbo pare 👍👍👍

    • @arunimadaslahkar5134
      @arunimadaslahkar5134 2 ปีที่แล้ว

      Lllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllll

  • @pobitraboruah9266
    @pobitraboruah9266 2 ปีที่แล้ว +39

    আজি কালি মানুহে নিজৰ কষ্টৰ কথা কবলৈ লাজ কৰে । কিন্তু আপোনাৰ এই মতামত পায় ভাল লাগিল । ভগৱানে আপোনাক কূশলে ৰাখক ।

    • @kusumprovaburagohain2950
      @kusumprovaburagohain2950 2 ปีที่แล้ว

      আপুনি মহান আদৰ্শ । ধন্য আপোনাৰ জীৱন ।

    • @rupkantapathori2852
      @rupkantapathori2852 2 ปีที่แล้ว

      অসমত লাজ নকৰি কিবা এটা কৰিলে মৰণ নাই

    • @gaganchutia6361
      @gaganchutia6361 2 ปีที่แล้ว

      আপোনাক নমস্কাৰ।

  • @labheswarmoran7494
    @labheswarmoran7494 ปีที่แล้ว

    সাক্ষাৎকাৰ তোক একান্ত মনেৰে শুনিলো চালো বহুত বহুত ভাল লাগিল আপোনি যেনেকৈ একাগ্ৰতাৰে হাতে কামে লাগি আজিৰ এই প্ৰয্যায়ত উপনিত হলহি আপোনি যেনেকৈ কষ্ট কৰিলে তেনেকৈ আপোনাক সৌভাগ্যই লগ দিলে লক্ষীয়ে লগ দিলে আজিৰ দিনৰ উঠি অহা প্ৰজন্মই আপোনাৰ এই আদৰ্শ খিনিৰ পৰা আগ বাঢ়িবলৈ প্ৰেৰণা পাব আগুৱাই যাওক শুভেচ্ছা থাকিল আপোনালৈ

  • @minudas7981
    @minudas7981 2 ปีที่แล้ว +1

    চাৰৰ কথা শুনি চকুপানী ৰাখিব নোৱাৰিলো। সচাঁই মহান লক্ষ্য উদ্দেশ্যক সৰোগত কৰি আজি ইমান ডাঙৰ মানুহ হোৱাৰ পিছতো কোনো অহংকাৰ নাৰাখি অতীতৰ দুখ ৰ দিনৰ কথাবোৰ সোঁৱৰণ কৰি প্ৰকাশ কৰাৰ বাবে বহুত ধন্যবাদ। আজিৰ দিনত এনে ধৰণৰ মানুহ অতি বিৰল।

  • @bimansaikia4305
    @bimansaikia4305 2 ปีที่แล้ว +4

    আপোনাক বহুত বহুত ধন্যবাদ। লগতে আপোনাৰ পদ যোগলত কৌটি কৌটি বাৰ সেৱা জনালো।

  • @nitunzaborah5902
    @nitunzaborah5902 2 ปีที่แล้ว +4

    শিৱসাগৰবাসীৰ পৰা আপোনালৈ salute চাৰ....🙏🙏🙏

  • @rupdhannath6894
    @rupdhannath6894 2 ปีที่แล้ว +6

    Bahut Val lagil,valuable video for today's generation

  • @khargeswardeka3827
    @khargeswardeka3827 2 ปีที่แล้ว +13

    * "Very Inspired " " May God shower such Inspiration to All "

  • @user-ld3ti8kt5m
    @user-ld3ti8kt5m 10 วันที่ผ่านมา

    সুন্দৰ ।

  • @SumanDas-sd3kh
    @SumanDas-sd3kh 2 ปีที่แล้ว +2

    জীৱন নহয়, এখন যেন কিতাপ হে

  • @prabhakardutta2347
    @prabhakardutta2347 2 ปีที่แล้ว +1

    ভাল লাগিল 🙏🙏🏻 চাৰ ।
    চকুপানী ওলাবলৈ বাকী

  • @aisengk
    @aisengk 2 ปีที่แล้ว +7

    Great inspirational true story ❤

  • @divishakayshap1842
    @divishakayshap1842 2 ปีที่แล้ว +1

    Bahut Bahut onuprenar udaharan. Koti koti naman Apunar dhogya ,xakti, budhik.🙏🙏🙏
    KARMA oi je Dharma praman hisape apuni. Ketiya ba apunak log pao tar kamana thakil Bhagawan r usorat.

  • @gogoida3857
    @gogoida3857 2 ปีที่แล้ว +2

    2:10
    Hatot kitap pua htn heitu hmyt
    sge aji 30,000 tokar sakori he krile htn
    250kuti tokar mailk nhl htn
    (Hoi ne nhoi?)

  • @pinkinath3416
    @pinkinath3416 2 ปีที่แล้ว +1

    Salute sir🙏

  • @moushumideka3778
    @moushumideka3778 2 ปีที่แล้ว +9

    A really really heart touching story 😘 such an inspirational story for youths 👍

    • @manikbarman9228
      @manikbarman9228 2 ปีที่แล้ว

      আজিৰ অসমত এনে ধৰণৰ সংগ্ৰামী সত্বাৰ আশা কৰিব পাৰোনে?
      বা: কি চমৎকাৰ! কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই। দৃঢ়তা, সততা, ধৈৰ্য, সাহস, বুদ্ধি, আত্মবিশ্বাস থাকিলে ভগবানেও সহায় কৰে। তালুকদাৰ ডাঙৰীয়াৰ পৰিশ্ৰমী জীৱন পঞ্জী জানিবলৈ পাই তবধ মানিলো। উপলব্ধি কৰিলো আমি জীৱনত একোৱেই নকৰিলো। নতুন চামে প্ৰেৰণাৰ উৎস হিচাপে অনুসৰণ কৰক তালুকদাৰ দেৱক।

  • @kapilbordoloi9067
    @kapilbordoloi9067 ปีที่แล้ว

    Xundor lagil video tu Sai

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 ปีที่แล้ว +5

    অসমীয়া মানুহ দুখীয়া নহয় । তাৰ উদাহৰণ দুলাল তালুকদাৰ । ইমান টকাৰ সম্পত্তিৰ গৰাকী । এনেকুৱা আৰু বহু অসমীয়া লোক আছে যাক আমি চিনি নাপাওঁ বা গম নাপাওঁ । এই "উপাৰ্জন" নামৰ চেনেলটোৰ জৰিয়তে আগলৈ দেখা পাম বুলি আশা কৰিলোঁ ।

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q 3 หลายเดือนก่อน

    Apunar jidani khunilu.live long brother.god be with you.

  • @jibonjyotidutta622
    @jibonjyotidutta622 2 ปีที่แล้ว +2

    ভাল লাগিল

  • @amaragarwala7474
    @amaragarwala7474 2 ปีที่แล้ว +2

    আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিল

  • @dadulkalita9915
    @dadulkalita9915 2 ปีที่แล้ว +6

    Very interesting subject sir..... I sellout your duty.....

  • @MrParash78
    @MrParash78 2 ปีที่แล้ว +3

    Very inspiring ... Thank you the whole team of Uparjon for bringing such inspiring true story in this plateform... You have done an excellent job... Keep up your good work and help the society with such good content videos.. 🙏

  • @user-yt1uj1fu7w
    @user-yt1uj1fu7w 7 หลายเดือนก่อน

    Kostor fol hdai mitha.... vogoban r uporot bishx rakhi kam korile nishoi heikarone aji teu ajon xofol Biokti hisape porisit Aji....God bless you.

  • @safiurrahman2905
    @safiurrahman2905 2 ปีที่แล้ว +3

    Salute u

  • @bijoydas5841
    @bijoydas5841 ปีที่แล้ว

    Really Talukder life A matter of great sorrow

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว

    🎉 Grand salute to him. 🎉 All the best wishes to you. Always be positive and happiness.❤❤❤. God bless you

  • @anukalpakalita6037
    @anukalpakalita6037 2 ปีที่แล้ว

    অতি প্ৰেৰণাদায়ক কাহিনী, ভাল লাগিল

  • @pradiprabha9636
    @pradiprabha9636 2 ปีที่แล้ว

    Tnq Sir
    Apunar interview suni aplot halu.
    Bahut bahut dhanya bad

  • @sanjibtravelingvlogs6482
    @sanjibtravelingvlogs6482 2 ปีที่แล้ว +4

    Good luck for your future

  • @pratimadevi3710
    @pratimadevi3710 2 ปีที่แล้ว

    Uparjonk bohut bohut dhoinabad disu .aagoloiu anekuwa val val kotha khunibo pam buli aakha korilu .

  • @bidyutsharmayoutubechannel4505
    @bidyutsharmayoutubechannel4505 2 ปีที่แล้ว +1

    bhut vall lagil
    thanks for upload

  • @karunakantasarmah2067
    @karunakantasarmah2067 2 ปีที่แล้ว

    Khotha bor suni. . Val ĺagil 0sesh dhaynabad God bless to you .

  • @jaansaikia9308
    @jaansaikia9308 ปีที่แล้ว

    Xosa kotha kobo je laj kora Ajir dinot...xei karone Bohut val lagise kiman kosto kori Dada Aji Ai khini paise Ajir lora suwalie Koribo ne aibur kam...
    xosake Aru Aguwai jaouk...

  • @porigogoi1227
    @porigogoi1227 2 ปีที่แล้ว +1

    ছাৰ বহুত বহুত শুভকামনা আৰু অভিনন্দন জনালো🙏🙏

  • @jintutalukdar2990
    @jintutalukdar2990 2 ปีที่แล้ว +2

    ভাল লাগিল ব্যবসায়ৰ জ্ঞান দিয়াৰ বাবে দাদা ।

  • @kaushiksarmaofficials2870
    @kaushiksarmaofficials2870 2 ปีที่แล้ว +7

    আপোনালোকে বহুত ভাল কাম কৰি আছে 💙

  • @debabrata9864
    @debabrata9864 2 ปีที่แล้ว +8

    He is a role model for every indigenous youth.

  • @ratneswartamuli4215
    @ratneswartamuli4215 2 ปีที่แล้ว +4

    বাণিজ্য বসতি লক্ষ্মী !! টবে ডাল মে কুছ কালা লকতা হাই !! অবেচ্য নহব পাৰে !! নহলে ভাল !! ভালৰ উদাহৰণ কম, বেৱাৰ উদাহৰণ বেছি !! গুৱাহাটী খন এখন full of gold mines !! Those who know well to extract, they made their life full of wealth n prosperity !!

  • @kamalakantanath9931
    @kamalakantanath9931 2 ปีที่แล้ว

    Bhahut kasta tiyag r parinam ae shundar jiban.dhanyabad.

  • @ranadityadoley6528
    @ranadityadoley6528 2 ปีที่แล้ว +1

    This is a channel worth watching....!! Keep it up

  • @saikiapranjitvloger9864
    @saikiapranjitvloger9864 2 ปีที่แล้ว

    Bhut Val lagile 🙏sir

  • @mallikabarpujari9295
    @mallikabarpujari9295 2 ปีที่แล้ว

    বৰ ভাল লাগিল ...

  • @henahajong4973
    @henahajong4973 2 ปีที่แล้ว +3

    Very very encouraging. Every youth should inspired. Nobody becomes great easily without difficult n trouble.

  • @shekharrajbongshi6929
    @shekharrajbongshi6929 2 ปีที่แล้ว

    Apune ajon bhgowan bolke no comments Direct Love 💕 Lovely

  • @satyajittalukdar9000
    @satyajittalukdar9000 2 ปีที่แล้ว

    Bohut val lagil Dada....

  • @Assamesetrend1234
    @Assamesetrend1234 2 ปีที่แล้ว

    Bahut val lagil khuni

  • @MDedits94
    @MDedits94 2 ปีที่แล้ว

    Bohut dukh lage. Sokur pani ulai dada. Ami o laj nkoru koboloi.

  • @utpalkalita3384
    @utpalkalita3384 2 ปีที่แล้ว +1

    Bahot vl lagil

  • @parikhitbarman1719
    @parikhitbarman1719 2 ปีที่แล้ว

    চেলুট আপোনাক খুৰা।

  • @K81fx
    @K81fx 2 ปีที่แล้ว

    Bohut val lagil 🙏🙏🙏

  • @aajenotunhomoi5664
    @aajenotunhomoi5664 2 ปีที่แล้ว

    ভাল লাগিল আপোনাৰ কথা বোৰ জানিব পাৰি
    মোৰো জীৱন টো এনেকৈ আৰম্ভ কৰিছো

  • @jyotiranisarmah7612
    @jyotiranisarmah7612 2 ปีที่แล้ว

    Bahut val lagil. Sasak atuloniya.

  • @jituborah6355
    @jituborah6355 2 ปีที่แล้ว

    Sir salute apunak .... Hadai vale thakok

  • @powerofeducation1779
    @powerofeducation1779 2 ปีที่แล้ว

    Great Sir 🙏🙏🙏...

  • @lilagurung5120
    @lilagurung5120 2 ปีที่แล้ว +1

    Good job uparjan Chanel.👌🏻👌🏻🙏👍👍

  • @nilimasaikia1685
    @nilimasaikia1685 2 ปีที่แล้ว

    Inspiring.

  • @parthacreation8636
    @parthacreation8636 2 ปีที่แล้ว

    Val lagil

  • @dilordmachaharivlogs274
    @dilordmachaharivlogs274 ปีที่แล้ว

    Sir upunk Val lagy...

  • @axegamingassam5741
    @axegamingassam5741 2 ปีที่แล้ว +1

    সমূহ উপাৰ্জনৰ ছাৰ সকল পাৰিলে আপোনালোকে আমাৰ ডিব্ৰুগড়ৰ লাহোৱাল কলেজৰ principal sir তথা owner ,তেখেতৰ পাৰিলে এটি হাখ্যাতকাৰ লবচোন। যিহেতু তেওঁ এই ব্যক্তিগত কলেজখন বহুত কষ্টৰে নিৰ্মাণ কৰা ।

  • @lifechangingrenatusnovajul2923
    @lifechangingrenatusnovajul2923 2 ปีที่แล้ว +1

    God bless you.

  • @decorationdaycare1543
    @decorationdaycare1543 2 ปีที่แล้ว

    Wow what a human being . great sacrifice

  • @jugalgarg3281
    @jugalgarg3281 2 ปีที่แล้ว +1

    You are the great,,,,,

  • @apurbadeka393
    @apurbadeka393 ปีที่แล้ว

    Very nice

  • @jaijawanagrifarm2416
    @jaijawanagrifarm2416 2 ปีที่แล้ว +2

    Great great....really it inspired me

  • @girindrasarma2407
    @girindrasarma2407 2 ปีที่แล้ว

    Inspiration

  • @nabachoudhury297
    @nabachoudhury297 2 ปีที่แล้ว

    Sir আপোনাক Salute জনাইছোঁ।
    উপাৰ্জনৰ দাদা আপুনি এটা Fb একাউণ্ট খুলিব.. ভাল লাগিব।

  • @jollygoswami9410
    @jollygoswami9410 2 ปีที่แล้ว

    Great ....

  • @thakuriacreations1952
    @thakuriacreations1952 2 ปีที่แล้ว +1

    ছাৰ আমাৰ বাবে অনুপ্ৰেৰণা হৈ থাকক। চেল্যুট আপোনাক।

  • @simadeka8797
    @simadeka8797 ปีที่แล้ว

    ছাৰ নমস্কাৰ আপোনাৰ প্ৰতিভা চিৰ দিন অমৰ হৈ ৰক।

  • @rajivgogoi2132
    @rajivgogoi2132 11 หลายเดือนก่อน

    This is called hardwork

  • @slayyok
    @slayyok 2 ปีที่แล้ว +1

    👌👌

  • @amushdaimari1720
    @amushdaimari1720 2 ปีที่แล้ว

    God Bless you

  • @neheruislam4032
    @neheruislam4032 2 ปีที่แล้ว

    Lovly sir

  • @zresthagaming8181
    @zresthagaming8181 2 ปีที่แล้ว

    Uparjon TH-cam channel tu kxm 🔥🔥🔥🔥 hoi....lagi thakokkk

  • @c.delectronic3345
    @c.delectronic3345 2 ปีที่แล้ว +1

    👍😍👍

  • @d_o_p_a
    @d_o_p_a 2 ปีที่แล้ว

    Very inspire story

  • @mamitulislam653
    @mamitulislam653 2 ปีที่แล้ว +1

    My idol person

  • @pareshkalita3672
    @pareshkalita3672 2 ปีที่แล้ว

    God bless you🌹🌹

  • @anuragduttabaruah8101
    @anuragduttabaruah8101 3 หลายเดือนก่อน

    ❤❤

  • @jitendrasaharia5602
    @jitendrasaharia5602 2 ปีที่แล้ว

    কেচা ৰাষ্ট্ৰাৰ পৰা ৰাষ্ট্ৰা,ৰাষ্ট্ৰাৰ পৰা পিটচ ৰাষ্ট্ৰা,পিটচ ৰাষ্ট্ৰাৰ পৰা NH, NH পৰা গৈ Airport পোৱাযেন লাগিছে আপোনাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনাৰ পিচত চাৰ। আপোনাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো। চহৰীয়া Ex CBSE worker as a ESM Clk.

  • @VloggerArchad
    @VloggerArchad 2 ปีที่แล้ว

    Moja

  • @binadevi4121
    @binadevi4121 2 ปีที่แล้ว

    Gd bless you,,

  • @dosmantachutia4402
    @dosmantachutia4402 2 ปีที่แล้ว

    ❤️

  • @bumonvlogs3222
    @bumonvlogs3222 2 ปีที่แล้ว

    Kothakhini iman dhuniakoi kole huni bhal lagil.

  • @bhargabacharja1778
    @bhargabacharja1778 2 ปีที่แล้ว +3

    Uparjan a very motivating channel. Want to know artist struggle overcome.

    • @uparjan1873
      @uparjan1873  2 ปีที่แล้ว +1

      sure we will try our best

    • @s.1169
      @s.1169 2 ปีที่แล้ว

      Relationship with business, family, work ethics, money,assets making,education,
      sevice and so.......are great PRANAM! We have got a lot from you MAN

  • @tridipdoley5902
    @tridipdoley5902 2 ปีที่แล้ว

    Salute Sir 🙏🏻🙏🏻🙏🏻❤❤❤✌✌✌ !

  • @bijoyhandique578
    @bijoyhandique578 ปีที่แล้ว

    Ontohin Preroner Utso Aapuni Dulal Talukder!

  • @rupombora9203
    @rupombora9203 2 ปีที่แล้ว +2

    লক্ষ্যৰ পৰা বিচলিত নহ’লে এদিন নিশ্চয় সফল হয়

  • @rmboroofficial9042
    @rmboroofficial9042 2 ปีที่แล้ว

    God bless you 🙏🏼🙏🙏🏼

  • @karbipo6326
    @karbipo6326 2 ปีที่แล้ว

    👍👍👍

  • @blesseddebajit2464
    @blesseddebajit2464 2 ปีที่แล้ว +2

    মই তিতকাৰ পৰাই হৈ , ভাল লাগিল নিজৰ ওচৰৰ মানুহ জনৰ কথা জানিব পাৰি

    • @rupam8912
      @rupam8912 2 ปีที่แล้ว

      আমাৰ দেউতাৰ লগত মাৰ্বক খেলিছিল এ

  • @junudevi4948
    @junudevi4948 2 ปีที่แล้ว

    Bahut val lagil sir

    • @joymatidevi315
      @joymatidevi315 2 ปีที่แล้ว

      বহুত ভাল লাগিল।মনৰ দৃঢ়তাৰ ওচৰত কামৰ কঠিনতায়ো হাৰ মানে।সচা কথা খিনি নি: স্ংকোচে প্ৰকাশ কৰা বাবে চাৰ আপোনাক বহুত ধন্যবাদ।,

  • @mixeymind
    @mixeymind 2 ปีที่แล้ว +1

    Bht kotha hikibo logia☺

  • @arupsaikiasaikia8153
    @arupsaikiasaikia8153 2 ปีที่แล้ว

    Good

  • @hiramani1298
    @hiramani1298 2 ปีที่แล้ว

    ❤❤❤❤❤❤❤❤

  • @kaliyug7805
    @kaliyug7805 2 ปีที่แล้ว

    Nice

  • @mantudds2395
    @mantudds2395 2 ปีที่แล้ว

    আপোনাৰ জীৱনী সু নি মনত উৎ সা পালো দাদা

  • @jayantachetia4488
    @jayantachetia4488 2 ปีที่แล้ว

    আপোনাৰ আদশ শলাগিব লগীয়া ভবিষ্যৎ প্রজন্ময় আপোনাক অনুকৰণ কৰা দৰকাৰ।