Right Ma'am, প্ৰয়োজন হলে এনেকুৱা বিধায়কক গ্ৰেপ্তাৰক কৰক কাৰণ সিহঁতে ৫ বছৰৰ কাৰণে আহে, দুইনম্বৰী কৰি ক্ষমতা দেখুৱাই, কিন্তু কৰ্মচাৰী এজনে বহু বছৰ লৈ সমাজৰ লগত দায়বদ্ধ
M.L.A., M.P. all are need to be educated person. Before election there should be an entrance exam for their seats. According to me, the minimum education qualification should be a graduate passed to become an M.L.A , M.P. or C.M. so that they can do their duties more better for people and state or country. 🙏
Lots of respect to you madam. Apunar dore sot sahosh thoka aru nisthare kormo kora police bikhoya lage amak. Nohole police prashason'r uporot sadharan janagan'r astha herai goise. Besibhagei ghoshkhor. 100 taka eta pis pocket't humalei niyam kanun, nijor kortabyor proti aru desor proti luwa hopot hokolu pahori jai. Sadharan manuhok soru soru kothat posakor bhoi dekhuwai lute. Kintu montri amolar agot panidhola mekuritu hoi. Apunar dore police lage amak ji hokolure proi eke niyom dhori rokhar sahosikota rakhe. Once again lots of respect to you... 🙏🙏🙏
আৰক্ষী বিষয়া জোনমণি ৰাভাক বহুত বহুত আৰু বহুত ধন্যবাদ জনাইছোঁ। এনেকুৱা বিষয়াৰ হে প্ৰয়োজন।
mla r dr.check koribo lage.
MLA jonok basi jaboloi dibo nlge
@@tapandas5309 qq1ppppi
তোমাৰ সৎ সাহস দেখি ভাল লাগিল ।ৰাভা ভণ্টি তুমি আমাৰ গৌৰব ।
🤣🤣🤣🤣🤣🤣🤣
এনেকুৱা মূৰ্খ বিধায়কক উচিত শিক্ষা দিয়াৰ বাবে ধন্যবাদ ।
Koni guti singibo lagisil.
ঘণ্টাৰ বিধায়ক !!
গৌৰৱান্বীত #জোনালী_ৰাভা বাইদেউ ৷৷
😂😂😂😂
Baal
এয়াই জনজাতীয় সম্প্ৰদায়ৰ সাহক আপোনাক ধন্যবাদ বাইদেউ
Akdom Xosa katha dei
No brother,this politics
@Dhamakedar music 🎶🎵 badnam dia nai .prasansa karise
Thanks junmani
😂😂😂😂
ভাল লাগিল বাইদেউৰ সাহসীকতা
ঘোঁচ নিদিয়াকৈ যে চাকৰি পাইছিল সেই হে প্ৰমাণ
ধন্যবাদ জনালো বাইদেউক ।।
Dhurrrrrrrrrrr
সততা আৰু নিষ্ঠাৰে কৰ্ম পালন কৰক। নিশ্চিত ভাবে অসমবাসীৰ সহায় পাব। ধন্যবাদ বাইদেউ।
SI জোনমণি ৰাভা আপোনাক ধন্যবাদ।আপোনাৰ দৰে সকলো এ এনেদৰে কওক তেতিয়াহে তেওঁলোকে শিক্ষা পাব । নহলে জনসাধাৰণক তেওঁলোকে হেতালি খেলে আমি বোৰ মৰো তৰো তেওঁলোকে চিন্তা নকৰে।
সুন্দৰ খুৱেই ভাল উওৰ দিলে SI Junmoi Rabha Salute aaponak . লিগেলত থাকক কাকো ভয় কৰি চলিব নালাগে। 👍
বাইদেউ আপোনাক শতবাৰ প্ৰণাম 🙏🙏🙏। সততা শাহস দেখুৱাই আগবাঢ়ি যাওক।
MLA and MP(BJP) বোৰ বহুত দাদাগিৰ।জোনমণি ৰাভা বহুত বহুত ধন্যবাদ।সচা কথা সদাই জয় ভয় নকৰিবা তোমাৰ কাম তুমি কৰি যোৱা ।।ধন্যবাদ।।
চ
ৰকাৰী নিয়ম নীতি মানি কাম কৰিবলৈ আহ্বান। সাহসী পদক্ষেপৰ বাবে ধন্যবাদ।
আপোনালোকে কেৱল সাহসী আৰক্ষী বিষয়াগৰাকীৰ সপক্ষে বাতৰি প্ৰচাৰ কৰিলেই ন’হব ৷ তেওঁৰ এনে সাহসীকতাৰ বাবে যদি তেওঁক কিবা শাস্তিমূলক বদলিকৰন কৰে বা অন্য শাস্তি প্ৰদান কৰে তেন্তে আপোনালোকে তেতিয়াও এই সাহসী আৰক্ষীগৰাকীৰ পক্ষত থাকিব লাগিব ৷
Very good Assam Police, great work
Thank you John moni baideu
We are with you. Please don't fear.
অভিনন্দন আপোনাক ৷ ন্যায় আৰু সততাক সন্মান কৰা বাবে ধন্যবাদ বাইদেউ ৷
এগৰাকী সাহসী সবল আৰু ন্যায় প্ৰয়াণ মহিলা হৈ সাহসেৰে যুঁজি থাকিল ৷
বাই দেউ আপুনি ভাল কৰিছে আপোনাক চেলুট কৰিছোঁ
ধন্যবাদ। এনেকুৱা আৰক্ষী অধীক্ষক লাগে।
বহু বহু ধন্যবাদ বাইদেউ ৷ আপোনাৰ সাহসক মই চল্যুট জনাইছো। এনেকৈ যদি প্ৰতিজন আৰক্ষীয়ে কাম কৰে তেন্তে মানৱীয়তাই নিশ্চয় স্থান পাব ৷
🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣
সচাঁ কথা কবলে ভয় কৰিব নালাগে .. বাইদেউৰ নিচিনাই অসমখন আগুৱাই লৈ য়াব ॥ জই আই অসম ॥
Right Ma'am, প্ৰয়োজন হলে এনেকুৱা বিধায়কক গ্ৰেপ্তাৰক কৰক কাৰণ সিহঁতে ৫ বছৰৰ কাৰণে আহে, দুইনম্বৰী কৰি ক্ষমতা দেখুৱাই, কিন্তু কৰ্মচাৰী এজনে বহু বছৰ লৈ সমাজৰ লগত দায়বদ্ধ
Dhunagurit Jahaj solabo nuware Akora.
Next time pale koni guti singi diba.
Salute to my brave IC woman. We are always in need of such officers.
এ মেলে হল কি হলো আমাৰ এচাই বাইদেউ মোৰ চেলুট আপনি ভয় নকৰিবা এ মেলে কুনে বনাই চে তেউক ৰাইজএ আপোনাক কুনেউ বোনা নাই আপনি নিজে এচাই হৈছে এনেকুৱা ধমক কাম নাই মাই ৰাজু
🤣🤣🤣🤣🤣🤣🤣🤣🤣
এনে আৰক্ষী বিষয়া লাগে আমাক ,যিয়ে ভয় নকৰে জনসাধাৰণ হিতৰ কাৰণে কাম কৰে, চ্যালুট বাইদেউ
ধন্যবাদ জোনমনি ৰাভা👍🏽👍🏽👍🏽
ধন্যবাদ জনাইছো বাইদেউ।কত গল এতিয়া আমাৰ মূখ্যমন্ত্ৰী মহোঁদৈ ।
!!!!!!!!!
জোনমণি ৰাভা 🥰🥰❤️❤️❤️🌼
Rule is rule no compromise.salute meam junmoni rabah.
Salute বাইদেউ... আপোনাক । এনেকৈ কব লাগে
বহুত বহুত ধন্যবাদ জোনমণি ৰাভা ।
চাৰ আপোনাক ধন্যবাদ জনাইছো, মই এজন অৱসৰপ্ৰাপ্ত সৈনিক নিজৰ কৰ্তব্য পালন কৰক বহুত বহুত ধন্যবাদ জনাইছো 👍👍👍
অসম চৰকাৰৰ বিধায়কৰ আচৰন সেয়া!
Salute to the lady officer 🙏🏻
Good 👍 si mem....we r proud of you.....amr jatir nam rakhi goi thak .......
বাইদেউ আপুনি আগুৱাই যাওক 👍👍👍
মহীয়সীলৈ মোৰ সাদৰি প্ৰণিপাত জনালোঁ 🙏
🙏 Thank you for answering this. Congratulations 🌹👍 Keep it up. You will Shine. ❤️
Great we salute officer like our sister.. we are proud of you dear sister. keep it up
চাব্বাছ বাইদেউ 👍👍👍 আপোনাৰ দৰেই সাহসী হওক অসমৰ সকলো আৰক্ষী৷
Hats off to u. Aapunak madam buli koi salute koribo hosake mur aapotti nai. Nohole ajikali police to MLA aanguli murot e nase
Very good ৰাভা বাইদেউ.. ভাল শিক্ষা দিলে আপুনি
বলিষ্ঠ পদক্ষেপ লৈছে মেডাম নেৰিব। অতপালি বেছি হৈছে বিধায়ক জনৰ।
Junmoni rabha salute 👏👏best officers100%
বাইদেউ আপোনাক বুকুৰ মাজৰ পৰা ধন্যবাদ।
Junmani Rabha, আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ
Proud of Jonmoni Mam.....big Selute
Salute we need more daring officers like you
ধন্যবাদ জোনমনি বাইদেউ। আপুনি নিষ্ঠা আৰু সততাৰে কাম কৰি যাওঁক। আপোনাৰ এই পদক্ষেপক কোনেও হেঙাৰ হৈ ৰখিব নোৱাৰে। MLA,MP এইসকল দুই দিনিয়া বেঙেনাবাৰী।আজি আছে কাইলৈৰ পৰা নাই।
Selute jonaiso SI jonmoni ৰাভাক,আৰু ধিক্কাৰ দিছোঁ অসম চৰকাৰক
GO AHED MADAM , U R D MODEL OF NEW COMMING GENERATION. 🙏🙏🙏🙏🙏🙏🙏
ধন্যবাদ জনাইছো বাইদেউ আপোনাৰ নিচিনা মানুহে লাগে আমাৰ সমাজত 👌
This is called new generation Police.
Law first.Mojjaa salute
আৰক্ষী। বিষয়া জোনমণি ৰাভা জিন্দাবাদ ৷
Many many thanks to SI Junmoni Rabha. Go with your right.
ভয নকৰিব বাইদেউ এনেদৰে আগবাঢ়ি গৈ থাকক অসমবাসী লগত আছে আপোনাৰ নমস্কাৰ
M.L.A., M.P. all are need to be educated person. Before election there should be an entrance exam for their seats. According to me, the minimum education qualification should be a graduate passed to become an M.L.A , M.P. or C.M. so that they can do their duties more better for people and state or country. 🙏
I agree with you brother.
Yes
💯
অমিয় কুমাৰ ভূঞা হেনো ডক্টৰেট ডিগ্ৰীধাৰী !!!!!!!!!!!!!!!!
Enekua hbo Lge SI,, Salute Mam
Dear police Officer.. We are proud of you.
Mojaaaa Borhiyaaa
Salute to you ma'am.
Salute u sister proud of u
salute junmoni. এয়াই ৰাজনীতি। সততাৰ আঘাত।
বাইদেউ আপোনাৰ সাহস দেখি বহুত ভাল লাগিল।।।।। Jaii akhom police ♥️
Lots of respect to you madam. Apunar dore sot sahosh thoka aru nisthare kormo kora police bikhoya lage amak. Nohole police prashason'r uporot sadharan janagan'r astha herai goise. Besibhagei ghoshkhor. 100 taka eta pis pocket't humalei niyam kanun, nijor kortabyor proti aru desor proti luwa hopot hokolu pahori jai. Sadharan manuhok soru soru kothat posakor bhoi dekhuwai lute. Kintu montri amolar agot panidhola mekuritu hoi. Apunar dore police lage amak ji hokolure proi eke niyom dhori rokhar sahosikota rakhe. Once again lots of respect to you... 🙏🙏🙏
I Salute you Ma'am you are really a brave lady...
When you are right as per law ,and rules and regulations, nobody can ever dare to stop you and challange you..... 👍
সঠিক কথাই কৈছে জোনমণী ৰাভা ডাঙৰীয়ানীয়ে।
Aisi police lady Don ki jarurat h hm sab ko.love mam
Police hle enkwa hb lge.... great salute 🙏
Well done junmoni we salute u
Baideu apuni aagbarhe jaook....baa apunar kakhot hodai thioo dim apuni lage buli kole... 💚
জুনমনি বাইদেউ আপুনাক শতকোটি প্ৰনাম জনাইছো । ধন্যবাদ ।
ভাল কাম কৰিছে বাইদেউ গৰাকী কিন্তু চৰকাৰে কথা খিনি কি দৰে লৈ সেই2 লক্ষণীয় হব
বঢ়িয়া, ঠিক কথা কলে বাইদেউ ।
Right val krise Assam police Jindabad 💕
বহুত বহুত ধন্যবাদ SI বাইদেউ।
Welldone mam.. I salute you... Good job..
Salute junmoni rabha,hokolu si anekua huahole
Great salute to you maam
Well done maam great job 👍
Salute to SI Joonmoni Bhuyan
Apunak bohut bohut xonman jonaisu junmoni baidew 🙏
Bohut val lagil baido apuni xosa koi great 😊😊❤❤❤🙏🙏🙏
ধন্যবাদ আৰক্ষী বিষয়া জোনমনি ৰাভা বাইদেউ ।।
Gantanaot raijei roja....monti bidhayok bor hol raijor pratinidhi....eyat koi dangor ako nahai....anekwa officer Lage...salute apnk
Salute to u janmonni🙏🙏🙏
🥰🥰❤️❤️jonmoni rabha
Good job Assam police.. MLA ajn 5 years ha thakibo taku jonotai jikale he SI pora aru uporot jbo paribo
ধন্যবাদ জোন মনি ভূঞা আপোনাক চেলু্ত
বহুত ধুনীয়া মহিলা আপুনি,, ধন্যবাদ অসমৰ হৈ আপোনাক।,,ঐ ছাৰ আপুনি গাদী পাইছে বিনা কষ্টে ৰাইজৰ পৰা ভিক্ষা লৈ,,, কিন্তু সেই বাইদেউ গৰাকীয়ে কিমান কষ্ট কৰি পঢ়ি চাকৰি লৈছে,, ভালকৈ ভাবক কিমান আকাশ পাতাল পাৰ্থক্য।। জনসাধাৰণ ভোটে ৰজা হৈ এতিয়া আপোনাৰ নাকটো ক'ত থব বাৰু এগৰাকী মহিলাৰ কথাত।
Junmoni baidow aapunaloi bohut bohut 🙏🙏
অসম সাহশি আৰক্ষী আমাক লাগে মইও জোনমোনী ৰাভা মেমক চেলুৎ 💪🏾💪🏾💪🏾
Dhuniya junmoniba record korok hokoluye
Salute SI Jonmoni Rabha👍
Proud of u junmoni .... horute ake lgt poha aami ..bht hahokhi tai horure porai 💪💪💪
We proud of you Madam.....
Salute baideo....bhut val lgil
Super Hero' Assam police Jummon Bhuia. God bless you Mam
Salute Ma'am 😍
MLA for Five years...
But a service man for 60 years...
Junmoni ravak bht thankx... Apunar dore police thkile ami nirapod
Salute u sister. M with u.