কেমেৰাৰ সন্মুখত ম’বাইলৰ কথোপকথন ভাইৰেল হোৱা আৰক্ষীৰ গাড়ীচালক অনিল ভূঞা Exclusive

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 727

  • @neelkanthdas7085
    @neelkanthdas7085 ปีที่แล้ว +68

    Media নহলে দুৰ্ঘটনা হোৱা বুলি ফাইল বন্ধ কৰি দিলে হৈ। CBI তদন্ত হব লাগে।

  • @papudsekh
    @papudsekh ปีที่แล้ว +217

    মানুহ জনে আচল কথা খিনি কবলৈ ভয় কৰিছে স্পষ্ট হৈ গৈছে তেওঁৰ কথাতে , তেওঁ বহু খিনি সত্য কথা জানে

    • @nagabaro3660
      @nagabaro3660 ปีที่แล้ว +4

      Correct✅☑

    • @dhunusaikia5650
      @dhunusaikia5650 ปีที่แล้ว +3

      Xosa

    • @rons-topic1067
      @rons-topic1067 ปีที่แล้ว +5

      Xosa.. minister high officials sob joritto asey. Manuh jon horu manuh huwar karoney bhoi khaisey aru kotha holaisey etiya

    • @thestranger5880
      @thestranger5880 ปีที่แล้ว +3

      Fact is ai oldie driver jone sakori juar voyot nd nijor life.r safety.r voyot kotha palti marixe olop..#bhagawat hopot khuai kobo dile aru clear hobo..jihetu aitu age.t piton khua or 3rd degree lua power nai aeur body.t..xo need to think bout this..nd everyone should raise your voices that we strongly want #cbiforjunmoni #justiceforjunmoni #fucknagaonpolice #fucklakhimpurpolice

    • @originaldwonloder2954
      @originaldwonloder2954 ปีที่แล้ว +1

      Yes

  • @NirmolRay1996
    @NirmolRay1996 ปีที่แล้ว +164

    এক বৃহৎ ৰহস্য আছে।ইয়াত100%পুলিচ অফিচাৰ জৰিত আছে।।।যদিহে নিকা স্বচ্ছ তদন্ত হয় তেন্তে উৰহীৰ ওৰ নিশ্চয় ওলাই পৰিব।।।।😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡আমি ইয়াৰ উচিত তদন্ত বিচাৰো।।যদিহে উচিত বিচাৰ নহয়,অসম পুলিচক ভয়াতুৰ,কাপুৰুষ লগতে অসম চৰকাৰক নিষ্ঠুৰ বু্লি ভাৱিম।।।

    • @sumitbasu3667
      @sumitbasu3667 ปีที่แล้ว +14

      পুলিচে চুৰ 😂😂

    • @anjalichiring5885
      @anjalichiring5885 ปีที่แล้ว +2

      @@sumitbasu3667f

    • @deepjyotiloying7362
      @deepjyotiloying7362 ปีที่แล้ว +2

      CID k dise case2 CBIk ni diya case2

    • @Gunakantaboruah-up5vc
      @Gunakantaboruah-up5vc ปีที่แล้ว

      এনেকৈয়ে দিন বিলাক পাৰ হব।ফলা ফল শূন্য হবলৈ গৈ আছে।

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 ปีที่แล้ว +81

    ভয়ে‌‌ ভয়ে কৈ আছে । এখেতেও চব জানে কিন্তু কব বিচৰা নাই। ই চব জানে ভালদৰে সুধা-পোছা কৰক।

    • @jadumonigogoi403
      @jadumonigogoi403 ปีที่แล้ว +1

      Incident occurred what time and date?

  • @kaustavgayan1677
    @kaustavgayan1677 ปีที่แล้ว +57

    মামাৰ কথাবোৰ সলনি হৈ গল,ভাগিন মৰিলেও মৰক এতিয়া,মামাই নিজৰ চাকৰিটো আৰু নিজৰ জীৱনটো বছালে কিন্তু, বাঁহ মামা বাঁহ,আপুনি কিন্তু🔥🔥 🔥

    • @dieselgamer100
      @dieselgamer100 ปีที่แล้ว +2

      Toi kene ke gom pale

    • @dipuofficial8037
      @dipuofficial8037 ปีที่แล้ว

      Election ahi ase

    • @bidyutdeka6088
      @bidyutdeka6088 ปีที่แล้ว +2

      ভাগিন:দেশত কৈ মোমাই ডাঙৰ নহয়
      মামা:চাকৰি আৰু নিজৰ জীৱনত কৈ ভাগিন ডাঙৰ নহয়

  • @_Anonymous_007_
    @_Anonymous_007_ ปีที่แล้ว +78

    এইটো সত্য যে এই গাড়ী চালকজনে তেওঁৰ ভাষ্য সলনি কৰিছে কিন্তু এওঁক দোষ দি কোনো লাভ নাই কাৰণ সকলোৰে নিজৰ জীৱনৰ প্ৰতি ভয় আছে আৰু তেঁৱেই একমাত্ৰ পুলিচ যিজনে ইমান পুলিচৰ ভিতৰত জোনমণিৰ ন্যায় বিছাৰি সত্যখিনি প্ৰকাশ কৰিছিল । কিন্তু এতিয়া প্ৰতিদিন টাইমে তেওঁৰ পৰিচয় প্ৰকাশ কৰি তেওঁৰ চাকৰি আৰু জীৱন দুয়োটালৈ শংকা কঢ়িয়াই আনিলে । এইখিনি কৰাৰ কোনো প্ৰয়োজন নাছিল কাৰণ এতিয়া তেওঁ সেই অডিঅ ক্লিপৰ কথাখিনি মিছা বা মনৰ কথা বুলিয়ে ক'ব আৰু পুলিছেওঁ ইয়াৰ সুযোগ লৈ সেইখিনি মিছা কথা বুলি দোষীক সাৰি যাব দিব 🙂 সাংবাদিকসকলে জনা উচিত খবৰ দিওঁতাৰ নাম গোপনে ৰখাটো তেওঁলোকৰ দায়িত্ব ।

    • @rons-topic1067
      @rons-topic1067 ปีที่แล้ว +7

      Hangbadik bilaku poisa lubhiya .. kukur type hoi.. hongbadhik buru mili asey. Manuh jonor identity Lukai rokha tu hosaye daityo hoi.. but heitu bhool kaam korisey hangbadik bur . Ei manuh jonor kiba holey hangbadik aru opolice daai baaki kunu daai nohobo

    • @thestranger5880
      @thestranger5880 ปีที่แล้ว +1

      Fact is ai oldie driver jone sakori juar voyot nd nijor life.r safety.r voyot kotha palti marixe olop..#bhagawat hopot khuai kobo dile aru clear hobo..jihetu aitu age.t piton khua or 3rd degree lua power nai aeur body.t..xo need to think bout this..nd everyone should raise your voices that we strongly want #cbiforjunmoni #justiceforjunmoni #fucknagaonpolice #fucklakhimpurpolice

    • @_Anonymous_007_
      @_Anonymous_007_ ปีที่แล้ว +2

      @@thestranger5880 Ki faltu mane .. Onlineot Aneke Justice bisoratkoi Xahoh ase jodi DGP , CMr agot protest kri dekhuaok na .. Police hoiu tew hsakhiniye koisil kin2 ai news channelbure besi kri dile 😐

    • @thestranger5880
      @thestranger5880 ปีที่แล้ว

      @@_Anonymous_007_ I'm goin',.are yo'?

    • @_Anonymous_007_
      @_Anonymous_007_ ปีที่แล้ว +2

      @@thestranger5880 No .. Bcz i also want to live peacefully like this oldman .. u can go 🙏

  • @sacindradeka8192
    @sacindradeka8192 ปีที่แล้ว +16

    হেৰা মামা! আৰু ভয় কিৰি লাভ নাই।আচল কথা কৈ অমৰ হৈ ৰওক।ভাগিনে সকলো ভাইৰেল কৰিলেই।

  • @ureshbora8416
    @ureshbora8416 ปีที่แล้ว +26

    ভয় নকৰিব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। সত্যৰ সদায় জয়।

  • @jahirulislam4311
    @jahirulislam4311 ปีที่แล้ว +90

    জোনমনিৰ ৰহস্য জনক দুৰ্ঘটনাটো CID দ্বাৰা নহয় CBI দ্বাৰা তদন্ত হব লাগে।

  • @nabinborgohain-vq2zt
    @nabinborgohain-vq2zt ปีที่แล้ว +31

    অনিল ভূঞাক গেপ্তাৰ কৰিলেই পুলিচৰ ভিতৰত কি হৈছিল ওলাই যাব । কাৰন তেওঁ এতিয়া ভয়ত মিছা মাতিছে ।

  • @jugalkishor4219
    @jugalkishor4219 ปีที่แล้ว +76

    অনিল ভুঞাই এতিয়া ভয়তে উল্টাপুল্টা কৈ আছে,
    বোকাখাটৰ প্ৰণব দাস আৰু এইজন গাৰীচালকক সম্পূৰ্ণ নিৰাপত্তা দিব লাগে৷
    এওলোক দুজনে প্ৰকৃত সত্য কৈছে৷
    Gp sing ৰ মধুৰ সম্পৰ্ক থকা বুলি কৈছিল নগাঁৱৰ sp লীনা দলেৰ লগত
    গতিকে তদন্ত মিছা হব
    cid অসম আৰক্ষীৰ হয় গতিকে তদন্ত cbi ক দিব লাগে

    • @Happychenal12345
      @Happychenal12345 7 หลายเดือนก่อน

      C..B. I. Serkaror durnam nakore.
      C.B.I mane bjp serkar. Eito eta serkari hotya

  • @keyaduttafilms1812
    @keyaduttafilms1812 ปีที่แล้ว +83

    মানুহ জনৰ নিজৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ কথা আছে। কি সৰু লৰা ছোৱালী ৰ নিচিনা পেনপেনাই একেটা কথা সুধি আছে? সেই কাৰণে মানুহে সৎ সাহস কৰিব নোৱাৰে।

    • @kisnadas373
      @kisnadas373 ปีที่แล้ว

      Kotha ase karone khudhese na

  • @paharideori4288
    @paharideori4288 ปีที่แล้ว +83

    তেওঁ আচলতে ভয় খাইছে এতিয়া...

  • @jugalkishor4219
    @jugalkishor4219 ปีที่แล้ว +31

    আচলতে সংবাদ মাধ্যমে মানুহজনৰ মুখখন দেখাব নালাগিছিল
    মানুহ জনৰ জীৱনলৈ ভাবুকি আহিল চাগে যিহেতু gp sing ৰ নাম লৈছে

  • @ashimkrdeka4764
    @ashimkrdeka4764 ปีที่แล้ว +25

    সিদিনা আচলতে কি কি হৈছিল জোনমনিৰ লগত এই মানুহজনে বহুতো কথা জানে চাগে আৰু সেয়া Call ৰেকৰ্ডিংত আছে, কিন্তু এতিয়া মানুজনে যে পাল্টি মাৰি দিব সেয়া খাটাং৷ কাৰন এই ঘটনাত পুলিচৰ ৰৌ-বৰালি জড়িত আছে ৷

  • @dichuchshiksankendra8436
    @dichuchshiksankendra8436 ปีที่แล้ว +10

    সকলোৱে লুকুৱাবলৈ চেষ্টা কৰিছে । অসমত সাহসী লোক হেৰাই গৈছে ।

  • @makhanchetiabblog4737
    @makhanchetiabblog4737 ปีที่แล้ว +27

    কথা বোৰ ওচৰ চাপিছে ,সোন কালে সছা কথা বোৰ ওলাই পৰিব বোলি আশা কৰিলোঁ 🙏

  • @skbhai3733
    @skbhai3733 ปีที่แล้ว +22

    নিজ ভালে জগত ভাল বুঢ়া জনৰ মতে so বুঢ়াক গ্ৰেপ্তাৰ কৰি CBI উচিত তদন্ত লওঁক

  • @atulbhumij4108
    @atulbhumij4108 ปีที่แล้ว +9

    এইখন অসমত যদি আৰক্ষীয়ে নিৰাপদ নহয় অন্য জনতা কেনেকৈ নিৰাপদ হব।

  • @MidulDutta-c4v
    @MidulDutta-c4v ปีที่แล้ว +6

    ককা আপোনি ভয়ই খাইছে । হচাকবলে🎉🎉❤

  • @kukulievlogs7638
    @kukulievlogs7638 ปีที่แล้ว +5

    ভাল চিন্তা কৰক সচা কথা ক'ব। এই বয়সত নহ'লে কিন্তু ভগৱান আপোনাৰ আত্মাক শান্তি নিদিব। প্ৰথমমে ইমান ভাল চিন্তা কৰি কথা বোৰ কলে এতিয়া কিয় মিছা মাতিছ,,,

  • @purnanandagogoi7264
    @purnanandagogoi7264 ปีที่แล้ว +8

    এনেকৈ তোমাৰ মনৰ ভাব খিনি প্ৰ কাশ কৰি যোৱা আৰু ৰাইজে শুনিযাওক আৰু তবলা বজাই যাওক। বলিয়া কৰবাৰ

  • @mainiburagohain8275
    @mainiburagohain8275 ปีที่แล้ว +12

    Nagaon town t lagi thoka CC Tv camara bur check koribo lge. Tawr gari khon kun kun fale goisile aibur sabo lge.Karon ata jibon hakh hoi gol. Atiya aru hosa Kotha bur lukuwai aku lav nai.

  • @modi5025
    @modi5025 ปีที่แล้ว +1

    Mi
    Nisha bhai sahab

  • @niharsingh4371
    @niharsingh4371 4 หลายเดือนก่อน +1

    ভূঞা দাদা আপোনাৰ মৰিবলৈ বেছি দিন নাই সচা কথা খিনিকৈ দিযক আপুনি কিয় মিছা কৈ আছে

  • @jitudas5096
    @jitudas5096 ปีที่แล้ว +4

    মানুহজনে ভয় কৰিছে বহোতো কথা জানে ইয়াত ওপৰৰ মাল কেইটামান ভালকৈ জড়িত হৈ আছে উচিত তদন্তু কৰিব লাগে 🙏🙏🙏

  • @jahirulislam4311
    @jahirulislam4311 ปีที่แล้ว +29

    মানুহজনে ভয়তে সূৰ সলনি কৰি আছে।

  • @CS-jy9ix
    @CS-jy9ix ปีที่แล้ว +5

    Mama Kattappa, akou ekbar hence proved hai gal 🤨

  • @Niku_Mix_Vlogs
    @Niku_Mix_Vlogs ปีที่แล้ว +48

    তিনিপাক ঘূৰি থকা কথাটো কি আছিল

  • @lakshmibasumatary8834
    @lakshmibasumatary8834 ปีที่แล้ว +27

    Ei reporter buror karone xosa kotha janileo kunu nokoi.Nijor zibonoru kotha thake.mukh khn kiyo dexai baru??

  • @tapandutta9939
    @tapandutta9939 ปีที่แล้ว +7

    বহুত ৰহস্য আছে " CBI বিছাৰ হোৱাটো ভাল হ'ব

  • @godzzzzone7297
    @godzzzzone7297 ปีที่แล้ว +9

    Everyone gonna take the u turn now....power of Assam police😂😂😂

  • @nirmalirajkumari7584
    @nirmalirajkumari7584 ปีที่แล้ว +7

    ককা সকলো কথা কৈ দিয়ক । নহলে আপুনি মিছলিয়া হব ।

  • @Jvyaaa
    @Jvyaaa ปีที่แล้ว

    কথাত এই বুঢ়াও জৰিত আছে যেন লাগিছে ....

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini6780 ปีที่แล้ว +9

    দুষিক ফাঁচি দিব লাগি অতি সোনকালে।
    কিয়নো SIগৰাকীক ৰেপ কৰি তৰপাই-তৰপাই মাৰিছিল সেই কাৰণে ফাঁচি হব লাগিব।

  • @arifhussain1936
    @arifhussain1936 ปีที่แล้ว +1

    এখেতক ভালদৰে জেৰা কৰিলে প্ৰকৃত সত্যটো উদ্ঘাটন কৰাটো সহজ হৈ পৰিব,,,এখেতে ভয়ত এতিয়া এনে মন্তব্য আগবঢ়ায়ছে,,,!!!

  • @rumibegum611
    @rumibegum611 ปีที่แล้ว

    এতিয়া মানুহ জনে মিছা কথা কয় আছে কথাতে গম পায়

  • @dipuchetia7605
    @dipuchetia7605 ปีที่แล้ว +2

    Good acting khura.. finally apunar uporotu pressure porise upor pora..

  • @CS-jy9ix
    @CS-jy9ix ปีที่แล้ว +14

    Burha tur upatat pressure ahi gaise, senior police officer involved ase 100% proved hai gal.

  • @nityamorang2665
    @nityamorang2665 ปีที่แล้ว +17

    কথাবিলাক সম্পূন সলনি হৈছৈ,,ভয় কৰিছে ছাগে,,,

  • @digantarajpegu826
    @digantarajpegu826 ปีที่แล้ว +12

    বুঢ়া জনে কথা বিলাক ভালকে জানে কিন্তু ভয়ত আচল কথা বিলাক কোৱা নাই , বেচেৰা লৰা ছোৱালী, নাতি পটি লৈ ভয় খাইছে ।

    • @dipaburagohain
      @dipaburagohain ปีที่แล้ว

      মিছা কথা কৈছে ৷

  • @JAJABORIPATHIK
    @JAJABORIPATHIK ปีที่แล้ว +8

    News channel bure bonori buror mukh khn blur Kori diye..kintu jar mukh khn blur koribo lage, teur blur nkore

  • @reemagogoi7865
    @reemagogoi7865 ปีที่แล้ว

    তেওঁ সলনি হৈ গ'ল

  • @Samarjyoti440
    @Samarjyoti440 ปีที่แล้ว +3

    এওঁ সকলো জানে চাকৰি যোৱাৰ ভয়ত কোৱা নাই।

  • @rupalibaishya3626
    @rupalibaishya3626 ปีที่แล้ว

    ভয় কৰিব নালাগে অ খুৰা সঁচা টো কৈ দিয়ক

  • @ankurok1969
    @ankurok1969 ปีที่แล้ว +1

    Monor bhav e hoise story tur conclusion 👌

  • @fightervlog7455
    @fightervlog7455 ปีที่แล้ว +4

    মানুজনে ১০০% খত্যো কথা খিনি জানে কিন্তু কোৱা নাই, ভয় খাইছে

  • @pushparabha1521
    @pushparabha1521 ปีที่แล้ว

    Anil bara All Right Koise Taie Niyai pawok buly midiyat Diba

  • @nibirparasar4115
    @nibirparasar4115 ปีที่แล้ว +79

    This case must be assigned to CBI without delay to restore public trust in Assam Police

  • @debojitdutta5652
    @debojitdutta5652 ปีที่แล้ว +33

    সত্যৰ সদায় জয় ।

  • @jyotimoydeka384
    @jyotimoydeka384 ปีที่แล้ว

    ড্ৰাইভাৰ সকলে বহুত কথায়ে গম পাই গাড়ীত বহি যোৱা সকলৰ কথা বতৰা বোৰ শুনি ।

  • @puspadas8761
    @puspadas8761 ปีที่แล้ว

    Hoi hoi, junmonik police bure hotya krise.

  • @manikchandradas7057
    @manikchandradas7057 ปีที่แล้ว +14

    কথাৰ মিল নাই দেখোন আগতে কোৱাখিনিৰ লগত।

  • @footballlover23248
    @footballlover23248 ปีที่แล้ว

    ই ভয় খায়ছে।চাকৰি যাব বুলি।

  • @puspendrakalitapuspendraka2771
    @puspendrakalitapuspendraka2771 ปีที่แล้ว +10

    তঁহতে News কৰাৰ নামত মানুহজনক মাৰিবি 😡

  • @hemkantaborah7434
    @hemkantaborah7434 ปีที่แล้ว +13

    এই ঘটনাত অসমৰ ডাঙৰ ডাঙৰ পুলিচ অফিচাৰ জৰিত আছে, তদন্তৰ দায়িত্ব চি বি আইক দিয়ক।

  • @footballlover23248
    @footballlover23248 ปีที่แล้ว +1

    দাদা, আপোনাৰ অৱসৰ ৰ সময় হ'ল আপুনি সচা কথা কৈ দিয়ক।

  • @jintudutta278
    @jintudutta278 ปีที่แล้ว +1

    Jai hind, UP CM jaise kam hona sahie

  • @RohitDas-eg4bz
    @RohitDas-eg4bz 21 วันที่ผ่านมา

    বুঢ়া বেছিদিন। জিয়াই নেথাকে। সঁচা কথা ক'লে। সৰ্গ। ‌গমি হ'ব

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml ปีที่แล้ว

    এই বুঢ়াই গোকাত মিছা কথা কৈছে। ইয়াক ভালকৈ টৰচাৰ কৰিলে সকলো ওলাই পৰিব। ই অসইভ সম্পন্ন ভূক্তভোগী। ইয়ো এজন হইতাকাৰী।

  • @jintuborah1519
    @jintuborah1519 ปีที่แล้ว +1

    য'ত আৰক্ষী নিৰাপত্তা নাই তাত ৰাইজৰ ক'ত নিৰাপত্তা থাকিব

  • @ronikumar-4850
    @ronikumar-4850 ปีที่แล้ว

    Khurai thike vabse,akdom right katha koyse,,,

  • @anantaswargiary5754
    @anantaswargiary5754 ปีที่แล้ว +3

    এওঁ কথাখিনি সম্পূৰ্ণভাৱে ভাবে জানে। কিন্তু তেওঁৰ পিছৰ কথা চিন্তা কৰিব কব বিচৰা নাই।

    • @loharikachari-aitakhuli2810
      @loharikachari-aitakhuli2810 ปีที่แล้ว

      আচলতে তেখেতৰ মুখত তেখেতৰ লগত থকা আৰখিয়েই টকাৰে সোপা দিলে
      নিচ্চই।

  • @tarulatamixedvlog8263
    @tarulatamixedvlog8263 ปีที่แล้ว

    Misa matise uncle. Apuni junmoni Rabha r atmak Santi pabo apuni xosa kole

  • @youngduwarah5137
    @youngduwarah5137 ปีที่แล้ว +1

    Good news

  • @mohansonowal7062
    @mohansonowal7062 ปีที่แล้ว +4

    Right

  • @mr.random462
    @mr.random462 ปีที่แล้ว

    মানুহ জনে এতিয়া ছাগে অলপ‌ মিছা কৈছে কাৰণ ‌কথাবোৰ অলপ ‌খেলি মেলি হৈছে

  • @Nirumoni4336
    @Nirumoni4336 ปีที่แล้ว

    SI জোনমনিৰ ৰাভাৰ ৰহস্যজনক হত্যা নেয় তদন্তো হবলাগে আমি ৰাইজে আষা বাদি
    অসম পুলিচ CID এ তদন্তো কৰি আছেউ যদি নেয় তদন্তো হব বুলি কুনো বৰষা নাইত্ত,,,CBIক কি'বৰষা কৰিব সকলোৱে একেখন নাওৰ যাত্ৰী নাওখনৰ মুখ্যনায়ক মাঝি জনে অপৰাধিৰ হৈতে জৰিতো'হৈ আছে যদি নাও খন ছটি দিক্ষহ'লৈ তদন্তো কৰিবলৈ লৈ'নেযায়। গতিকে আমি অসমৰ সকলো জনগোষ্ঠীৰ জনৌ গণে হজাক হব লাগিব। 😊
    জয় আই অসম

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว

    Grand salute to him. Nagaon police S.P. aru Adl. S.P. o Zorito ase neki.teolukok o CID nohoi CBI r dara inquiry korile hokolubur ulai poribo.

  • @pranabdas3536
    @pranabdas3536 ปีที่แล้ว

    এই বুঢ়া 1 নম্বৰ হৰামী আছে

  • @manoveeborpuzari8656
    @manoveeborpuzari8656 ปีที่แล้ว +4

    মানুহ জনে মিছা কথা কৈছে 😢😢😢😢😢

  • @bhugeswarigogoi4785
    @bhugeswarigogoi4785 ปีที่แล้ว

    এই জনে সম্পূৰ্ণ কথা বিলাক জানে ভালদৰে বিচাৰ কৰক

  • @sonamlama4696
    @sonamlama4696 ปีที่แล้ว +5

    Baapre voi karise dadai.kintu khosa katha jaane aami buju. Katha lukai aase.

  • @prem97073
    @prem97073 ปีที่แล้ว +4

    মামা ও মামা, একেবাৰে শুকুনি মামা, এই বুঢ়াক ভালকৈ জেৰা কৰিব লাগে সি সব গমপায় । সি ভয়তে কোৱানাই।

  • @bikashbora9998
    @bikashbora9998 ปีที่แล้ว

    বুঢ়া গললল

  • @dhritimankalita8992
    @dhritimankalita8992 ปีที่แล้ว +1

    Ako monr khatha kuwa ni koka apuni xasa khath a koisel,kin2 misa2 kio matile take ,anekuwa koribo napai,ki km aru xasa khatha kobo nukhujile kene koi nu উলিয়াব

  • @santanudas5145
    @santanudas5145 ปีที่แล้ว

    ইয়াৰ পৰা এটাই শিক্ষা পালো যে কেতিয়াও সচাঁ কব নালাগে, কলে নিজেই ফচি মৰিব লাগিব

  • @dipalihazarika2345
    @dipalihazarika2345 ปีที่แล้ว +2

    এয়া ৰক্ষক নে ভক্ষক, অসমৰ ৰাইজে কি দেখিছে আৰু শুনিছে, এই ছবিখনৰ আছিল সত্য বুজিব লৈ আৰু বাকী নাই , জোনমনীৰ আত্মাই শান্তি পাওক

  • @pabinsarma2989
    @pabinsarma2989 ปีที่แล้ว

    TQ soms

  • @RuponAdvice123
    @RuponAdvice123 ปีที่แล้ว +1

    সচা কথা কবলে কিয় ইমান ভয় কৰিছে। যদি কথা বোৰ জানে কৈ দিয়ক ইহত একোডাল কৰিব নোৱাৰে

  • @durlavborah1510
    @durlavborah1510 ปีที่แล้ว

    এওঁ এতিয়া আবোল তাবোল বকিছে।এওঁক CID য়ে ভালকৈ সোধা পোছা কৰিলে সকলো ওলাই যাব।

  • @nerutati-z8f
    @nerutati-z8f ปีที่แล้ว

    He all so her😊

  • @NorthEastLocation
    @NorthEastLocation ปีที่แล้ว

    ই ও আছে লগত

  • @munindrakalita793
    @munindrakalita793 ปีที่แล้ว

    Aapuni swarga. paboi. Bahut bhal kaam karile.

  • @amulyaroy1600
    @amulyaroy1600 ปีที่แล้ว

    Miss koise

  • @debamahanta3416
    @debamahanta3416 ปีที่แล้ว +28

    ওলোটা মাৰি দিলে সুদূৰ ভাই বুঢ়া

    • @ratulboro498
      @ratulboro498 ปีที่แล้ว +1

      Taru besari jibon ase ki kobo ki nokobo

    • @shawnmichael2754
      @shawnmichael2754 ปีที่แล้ว

      Maksudu burha kela...CID e ni koti maribo yak

  • @Assamese108
    @Assamese108 ปีที่แล้ว

    মনৰ ভাব

  • @juribarman3793
    @juribarman3793 ปีที่แล้ว

    জীৱন আৰু চাকৰি শংকা ত ভাষ্যই সলনি কৰি দিলে , প্ৰতিদিন টাইম এ এনেকে দেখুওৱাৰ কোনো প্ৰয়োজন নাছিল, ভয়তে মনৰ কথা বুলি হে কলে, Phone recording টো ultimately কোনো অস্তিত্ব নাথাকিল

  • @mridulsharma6739
    @mridulsharma6739 ปีที่แล้ว +2

    কিনিলে ঐ কিনিলে কিজানি??মনৰ কথাহে কৈছোঁ‌

  • @arupPhangcho-sr9xz
    @arupPhangcho-sr9xz ปีที่แล้ว

    Bhogobane roikha karile hol prubhu

  • @dhirajrabha1491
    @dhirajrabha1491 ปีที่แล้ว

    এই বুঢ়াটোক অলপ ভাল কৈ সুধিলে কথাবোৰ ওলাব

  • @mooncookingandvlogs837
    @mooncookingandvlogs837 ปีที่แล้ว

    বুঢ়াই সকলো জানে,, এতিয়া মিছা মাৰিবলৈ আহিছে,, ভালকৈ জেৰা কৰিলে সকলো ওলাই পৰিৱ।।

  • @kulsumakhanam6415
    @kulsumakhanam6415 ปีที่แล้ว +4

    ই বেটাই বহুত কথা জানে
    ইয়াক CID য়ে জেৰা কৰিব লাগে🙏

  • @atulbhumij4108
    @atulbhumij4108 ปีที่แล้ว

    সকলোবোৰ মিলি আছে যেন মই উপলব্ধ কৰো।

  • @Justin-ig9gx
    @Justin-ig9gx ปีที่แล้ว +1

    Audio clip xunisilu he manuh jnu uliai dile wah power of media. Vagine viral kori dile mamak 😢

  • @ranjitkrgogoi5190
    @ranjitkrgogoi5190 ปีที่แล้ว +26

    Requested higher police officials must provide full protection to this police person .

    • @kunjadeori6296
      @kunjadeori6296 ปีที่แล้ว

      😊

    • @rupaliphukon2785
      @rupaliphukon2785 ปีที่แล้ว

      Anil bhuiya kenekoi janisil 12 bojate marise rodere marise buliu koise,

    • @tezrai9962
      @tezrai9962 ปีที่แล้ว

      ​@@rupaliphukon2785qqqqq9m

  • @niranjanray8249
    @niranjanray8249 ปีที่แล้ว

    কিবা লুকাই ৰাখিছে যেন লাগে। অলপ মান water therepy দিলে পানীৰ দৰে সল- সলিয়াকৈ কব পাৰে। আগতে mobile conversation শুনাইছিল যেন পাও। সকলো জনা বুলি কৈছিল নেকি!!

  • @deepjyoti6954
    @deepjyoti6954 ปีที่แล้ว

    অসমৰ সংবাদিকৰ যে দম নাই নিজৰ দায়িত্ব নাজানে এইয়াই পমান, call recording তু direct দিব নালাগিছিল তাক তেওঁ নিজেই news কৰিব লাগিছিল

  • @PaitVideo2023
    @PaitVideo2023 ปีที่แล้ว

    Hi jane details Jane he karone kobo paribo se

  • @boruahakash8237
    @boruahakash8237 ปีที่แล้ว

    CBI