Class 1 খোল বাদ্যৰ অংগ সমূহ।
ฝัง
- เผยแพร่เมื่อ 9 ก.พ. 2025
- খোল বাদ্যৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ বাবে আমি সামান্য প্ৰচেষ্টাৰে এই ভিদিঅ' টি প্ৰস্তুত কৰি উলিয়াইছো । আশা ৰাখিছোঁ,আমাৰ এই প্ৰচেষ্টাক আকোঁৱালি লৈ আমাৰ ভূল ক্ৰটিবোৰ আঙুলিয়াই আমাৰ সাংগীতিক যাত্ৰাৰ অংশীদাৰ হয় যেন ।
#অসম #চৰাইদেউ #শিৱসাগৰ #লোকনৃত্য #খোলবাদ্য #সত্ৰীয়ানৃত্য