ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
নাৰদৰ জন্ম ৰ কথা অলপ বেলেগকৈ শুনি ছিলো সেয়ে
ইমান দিনে নজনা কথা খিনি জানিব পাৰিলো ভাল লাগিল ।
কথাখিনি শুনি বৰ ভাল লাগিল। কৃষ্ণ কৃষ্ণ।
ধন্যবাদ জনালো।জয় শ্ৰীকৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🌻🌾🌷🪷 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী বিষ্ণু 🙏🌾🌻🌷 জয় শ্ৰী হৰি লক্ষ্মী নাৰায়ণৰ 🙏🌻🌾🌷 কৃষ্ণ মহাশয় এটা কথা জানিব বিচাৰো অনুগ্ৰহ জনাৱ 🙏 কৃষ্ণ কথাটো হ'ল আমি ঘৰত চাকি বন্তি প্ৰজ্বলন কৰা কেতিয়াবা কেতিয়াবা বন্তিত তেল থাকি যায়। সেই তেল কি কৰিব লাগে অনুগ্ৰহ জনাৱ 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 আপোনাৰ উপস্থাপন বহুত বহুত ভাল হৈছে 🙏🌻🌾🌷🪷
কৃষ্ণ কৃষ্ণ প্ৰভুজনা, আপুনি যি প্ৰশ্ন কৰিছে তাৰ যথাযথ উত্তৰ দিব পৰাকৈ পৰ্যাপ্ত জ্ঞান আমাৰ নাই। তথাপি আমাৰ সীমিত জ্ঞানেৰে এষাৰ বুলিছো, কিদৰে গ্ৰহণ কৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। কথা হ'ল, চাকি-বন্তি মানুহৰ ঘৰত দুই ধৰণে জ্বলোৱা হয়। তাৰে এবিধ চাকি ঘৰত সদায় জ্বলোৱা হয় আৰু আনবিধ কিবা উৎসৱ হ'লে জ্বলোৱা হয়। ঘৰত সদায় জ্বলোৱা চাকিগছিত যদি তেল থাকি যায় তেন্তে মানুহে তাতে আৰু অলপ তেল দি শলিতাডাল সলনি কৰি পুনৰ জ্বলায়। আৰু উৎসৱত জ্বলোৱা চাকিগছিত যদি তেল থাকি যায় তেন্তে আপুনি সেই তেল য'তে ততে নেপেলাই পানীত বিসৰ্জন দিয়া উচিত বুলি ভাবো। কোৱা হয় যে, পানীত ব্ৰহ্মই বাস কৰে, সেয়েহে মূৰ্ত্তিবোৰো পানীত বিসৰ্জন দিয়া হয়। কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏❤
জয় শ্ৰীকৃষ্ণ 🙏🙏
ভাল লাগিল ধন্যবাদ
বহুত ভাল লাগিল🙏🙏🙏
Sumitra Gogoi Bar val lagil kathabor suni aru sunibalo buli bat chai ralo Jai Shri Krishna
Naradr katha khini janib pari bahut val lagil
Jai shreekrishna. Bap bor val lagil
Tansy
Vl lagil
ধন্যবাদ জনালো 🙏🙏
জয় শ্ৰীৰাম 🙏🙏🙏
বৰসুনদৰ কথা ৷
Krishna ♥️
কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ
ভাল লাগিলMy favourite channel🙏🏻❣️🤩🤩🤗🤗😇😇জয় শ্ৰী কৃষ্ণৰ
বহুত বহুত ধন্যবাদ জনালো ।জয় শ্ৰীকৃষ্ণ 🙏🙏
Bht vl lagil
Narayan 🙏🏿🚶
Bohut val lagil 🙏🙏🙏
Narayan Krishna krishna joy sri Hari Vishnu narayan Krishna krishna hare krishna hare Ram narayan narayan narayan
Great
Mojja mojja
Dhanyabad
ধন্যবাদ। জয় শ্ৰীকৃষ্ণ 🙏🙏
জয় ৰাম কৃষ্ণ🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 ৰাম কৃষ্ণ হৰি নাৰায়ণ🙏🙏🙏🕉 নমোঃ ভাগৱতেই বাসুদেবাই🪔🪔🪔🙏🙏🙏 কৃষ্ণ🙏🙏🙏 ৰাম কৃষ্ণ🙏🙏🙏 ৰাম কৃষ্ণ🙏🙏🙏
Narayan Narayan 🙏🙏🙏
নাৰায়ণ🙏🙏
নাৰায়ণ নাৰায়ণ 🙏🙏
@@KakatiCreation valagil
Krisna krisna
নাৰায়ণ নাৰায়ণ
thankiyoun
Ram Ram Ram
নাৰায়ণ নাৰায়ণ 🙏🙏
Nice ♥️♥️♥️
শ্ৰী সাই বাবা স্বয়ং শ্ৰী গনেশ
কথা খিনি জানিব পাৰি বৰ ভাল লাগিল ।
Bohu kotha janeboo parilu
202318 January Wednesday 10:43 amBhaal laagil
val lagil
🎉🎉🎉🎉🎉🎉L
🙏🙏
এই কথাখিনি কোনটো যুগৰ কথা জনালে ভাল পাম ।
গ্ৰন্থত লিখা অনুসৰি কাহিনীটো সৃষ্টি পাতনিৰ কথা ।
Narad shivjir putra
হয়, আমি এই কথা অস্বীকাৰ কৰিব নোৱাৰো।
Soy.Vokto.Baro.Boishnob.Janibo.bisaru.Please.Please
ধন্যবাদ জনালো। আপোনাৰ ইচ্ছা অনুসৰি আমি সোনকালেই এই বিষয়ে কথা আগবঢ়াম। জয় শ্ৰীকৃষ্ণ 🙏🙏
নাৰদৰ জন্ম ৰহস্য জানিবলৈ পায় বৰ সনন্তোক পালো
বৰ সন্তোষ পালোঁ
Thanks .
নাৰধৰ আন, এটা নাম কি, জনাবচোন, ভাল পাম🙏🙏🙏
নাৰদৰ অন্য বিশেষ নাম নাই । কোনো কোনোৱে নাৰদক ব্ৰহ্মানন্দন, সৰস্বতীনন্দন বুলি কব বিচাৰে । জয় শ্ৰীকৃষ্ণ 🙏🙏
দেৱশ্ৰী,আন, এটা নাম,হয়নে, জনাবচোন,🙏🙏🙏❤️❤️❤️
llp0
099O
Val lagil
নাৰদৰ জন্ম ৰ কথা অলপ বেলেগকৈ শুনি ছিলো সেয়ে
ইমান দিনে নজনা কথা খিনি জানিব পাৰিলো ভাল লাগিল ।
কথাখিনি শুনি বৰ ভাল লাগিল। কৃষ্ণ কৃষ্ণ।
ধন্যবাদ জনালো।
জয় শ্ৰীকৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🌻🌾🌷🪷 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী বিষ্ণু 🙏🌾🌻🌷 জয় শ্ৰী হৰি লক্ষ্মী নাৰায়ণৰ 🙏🌻🌾🌷 কৃষ্ণ মহাশয় এটা কথা জানিব বিচাৰো অনুগ্ৰহ জনাৱ 🙏 কৃষ্ণ কথাটো হ'ল আমি ঘৰত চাকি বন্তি প্ৰজ্বলন কৰা কেতিয়াবা কেতিয়াবা বন্তিত তেল থাকি যায়। সেই তেল কি কৰিব লাগে অনুগ্ৰহ জনাৱ 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 আপোনাৰ উপস্থাপন বহুত বহুত ভাল হৈছে 🙏🌻🌾🌷🪷
কৃষ্ণ কৃষ্ণ প্ৰভুজনা, আপুনি যি প্ৰশ্ন কৰিছে তাৰ যথাযথ উত্তৰ দিব পৰাকৈ পৰ্যাপ্ত জ্ঞান আমাৰ নাই। তথাপি আমাৰ সীমিত জ্ঞানেৰে এষাৰ বুলিছো, কিদৰে গ্ৰহণ কৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব।
কথা হ'ল, চাকি-বন্তি মানুহৰ ঘৰত দুই ধৰণে জ্বলোৱা হয়। তাৰে এবিধ চাকি ঘৰত সদায় জ্বলোৱা হয় আৰু আনবিধ কিবা উৎসৱ হ'লে জ্বলোৱা হয়। ঘৰত সদায় জ্বলোৱা চাকিগছিত যদি তেল থাকি যায় তেন্তে মানুহে তাতে আৰু অলপ তেল দি শলিতাডাল সলনি কৰি পুনৰ জ্বলায়। আৰু উৎসৱত জ্বলোৱা চাকিগছিত যদি তেল থাকি যায় তেন্তে আপুনি সেই তেল য'তে ততে নেপেলাই পানীত বিসৰ্জন দিয়া উচিত বুলি ভাবো। কোৱা হয় যে, পানীত ব্ৰহ্মই বাস কৰে, সেয়েহে মূৰ্ত্তিবোৰো পানীত বিসৰ্জন দিয়া হয়।
কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏❤
জয় শ্ৰীকৃষ্ণ 🙏🙏
ভাল লাগিল
ধন্যবাদ
বহুত ভাল লাগিল🙏🙏🙏
ধন্যবাদ জনালো।
জয় শ্ৰীকৃষ্ণ 🙏🙏
Sumitra Gogoi
Bar val lagil kathabor suni aru sunibalo buli bat chai ralo Jai Shri Krishna
Naradr katha khini janib pari bahut val lagil
জয় শ্ৰীকৃষ্ণ 🙏🙏
Jai shreekrishna. Bap bor val lagil
Tansy
Vl lagil
ধন্যবাদ জনালো 🙏🙏
জয় শ্ৰীৰাম 🙏🙏🙏
জয় শ্ৰীকৃষ্ণ 🙏🙏
বৰসুনদৰ কথা ৷
Krishna ♥️
কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ
ভাল লাগিল
My favourite channel
🙏🏻❣️🤩🤩🤗🤗😇😇
জয় শ্ৰী কৃষ্ণৰ
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
Bht vl lagil
Narayan 🙏🏿🚶
Bohut val lagil 🙏🙏🙏
Narayan Krishna krishna joy sri Hari Vishnu narayan Krishna krishna hare krishna hare Ram narayan narayan narayan
Great
Mojja mojja
Dhanyabad
ধন্যবাদ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
জয় ৰাম কৃষ্ণ🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 ৰাম কৃষ্ণ হৰি নাৰায়ণ🙏🙏🙏🕉 নমোঃ ভাগৱতেই বাসুদেবাই🪔🪔🪔🙏🙏🙏 কৃষ্ণ🙏🙏🙏 ৰাম কৃষ্ণ🙏🙏🙏 ৰাম কৃষ্ণ🙏🙏🙏
Narayan Narayan 🙏🙏🙏
নাৰায়ণ🙏🙏
নাৰায়ণ নাৰায়ণ 🙏🙏
@@KakatiCreation valagil
Krisna krisna
নাৰায়ণ নাৰায়ণ
thankiyoun
Ram Ram Ram
নাৰায়ণ নাৰায়ণ 🙏🙏
Nice ♥️♥️♥️
শ্ৰী সাই বাবা স্বয়ং শ্ৰী গনেশ
কথা খিনি জানিব পাৰি বৰ ভাল লাগিল ।
Bohu kotha janeboo parilu
2023
18 January
Wednesday
10:43 am
Bhaal laagil
val lagil
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
🎉🎉🎉🎉🎉🎉
L
🙏🙏
এই কথাখিনি কোনটো যুগৰ কথা জনালে ভাল পাম ।
গ্ৰন্থত লিখা অনুসৰি কাহিনীটো সৃষ্টি পাতনিৰ কথা ।
Narad shivjir putra
হয়, আমি এই কথা অস্বীকাৰ কৰিব নোৱাৰো।
Soy.Vokto.Baro.Boishnob.Janibo.bisaru.Please.Please
ধন্যবাদ জনালো। আপোনাৰ ইচ্ছা অনুসৰি আমি সোনকালেই এই বিষয়ে কথা আগবঢ়াম। জয় শ্ৰীকৃষ্ণ 🙏🙏
নাৰদৰ জন্ম ৰহস্য জানিবলৈ পায় বৰ সনন্তোক পালো
বৰ সন্তোষ পালোঁ
Thanks .
ধন্যবাদ জনালো 🙏🙏
নাৰধৰ আন, এটা নাম কি, জনাবচোন, ভাল পাম🙏🙏🙏
নাৰদৰ অন্য বিশেষ নাম নাই । কোনো কোনোৱে নাৰদক ব্ৰহ্মানন্দন, সৰস্বতীনন্দন বুলি কব বিচাৰে ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
দেৱশ্ৰী,আন, এটা নাম,হয়নে, জনাবচোন,🙏🙏🙏❤️❤️❤️
llp0
099O
Val lagil
Val lagil
Val lagil
ধন্যবাদ জনালো 🙏🙏