@@ZGFANS-lg5un hole u imn Toka ase axomor raize uthaise tewlokok alp tu axomor duxiya manuh bilk k help koribo pare. jibilak r ghr tu u bhalke nai tenekuwa manuh bilk k ..kio xeixini koribo nuware niki ..ata video t nai buli kole 10-20 hazar uthe aru sponsership thakile ata sponsership t 80hajar-1lakh Aram se ahe alp tu help koribo pare ..
Apunar personality k salute korisu Homoy daa, moro anekua koi manuhk hohai krib mn jai ,kintu moi atia student aru mor nijr needy bstu khini pabole o bhut taaan hoi , adin nissoy hei din ahib ji mk alp holeo samorthoban kori tulib.. Bhut duroloi aguai jaok apuni.
Apumi dada eman val val project kore ase... Bohutt val kam buli kobolyy.. Worrd kaitaa akybary horu.. Bohutt morom apunaloi dada.. Hodai apuni val a thakok...
সঁচাই মানৱতাৰ একমাত্ৰ নিদৰ্শন কেৱল তোমাৰ দৰে এজন মহান ব্যক্তি।
বাইদেউ জনীলৈ বহুত ধন্যবাদ কনমানী জনীৰ পঢ়াৰ দ্বায়িত্ব লোৱাৰ বাবে ।
সোণৰ অসমৰ প্ৰজেক্টৰ লগতে ভাইটি তুমি হীৰা হৈ ৰোৱা। আৰু আগুৱাই যোৱা সোণ ছটিয়াই দিয়া। ভগৱানে তোমাক সদায় কুশলে ৰাখক।
তোমাক ঈশ্বৰে মানুহৰ ৰুপতহে পৃথিৱীলৈ পঠিয়াইচে আচলতে তুমি মানবৰূপি ঈশ্বৰ 🙏🙏🙏
100% সছা কথা
Right ❤😊
তুমি সঁচাই মহান বহুত কোটি পটি মানুহ দেখিছোঁ কিন্তু তোমাৰ দৰে সাহসী , উদাৰ আৰু আনৰ বাবে কাম কৰা মানুহ কটো দেখা নাই ভগৱানে তোমাক সদায় কীপা কৰক ❤❤
100% hosa kota
Axom ot bohut TH-camr ase kinto homoy da nisina val Kam nuneu kora nai like ata kora dya ❤❤❤
Bikash dimpu aiblk sipra nijor ghr business korat lagi ase blg manuh k ghanta help nokore
তেওঁলোক অকল TH-camr he belek aku nohoi🤮 homoy da ajon সৎ মানুহ আমি টকা দি সহায় কৰিব নোৱাৰিলেও সাহস দি যাবলৈ চেষ্টা কৰিম আপোনাক ❤️
@@ZGFANS-lg5un hole u imn Toka ase axomor raize uthaise tewlokok alp tu axomor duxiya manuh bilk k help koribo pare. jibilak r ghr tu u bhalke nai tenekuwa manuh bilk k ..kio xeixini koribo nuware niki ..ata video t nai buli kole 10-20 hazar uthe aru sponsership thakile ata sponsership t 80hajar-1lakh Aram se ahe alp tu help koribo pare ..
@@DEVAR270Sualir lgt selfie uthibo jaane xihote baki ako najane
@@Steveminecraft1.21 thik
অসমত আপোনাৰ দৰে মহান TH-camr মই দ্বিতীয়জন দেখা নাই😊
Ei gharkhonor address tu diba
Mr bitu asa de
Mr Bitu
@@jitubonia6556 Right
@@purnimarabha2571 Right
বাইদেউ গৰাকী লৈ বহুত বহুত আশীৰ্বাদ থাকিল
মোৰ ভিডিও চোৱাৰ লগতে অনুৰোধ ৰক্ষা কৰাৰ বাবে বহুত বহুত ধন্যবাদ সময় ।প্ৰথমবাৰ তোমাৰ সৈতে এনে এটা কামৰ সৈতে জড়িত হৈছোঁ । নিজকে সৌভাগ্যবান বুলি ভাবিম । ভগৱানে তোমাৰ মংগল কৰক 🙏
Apuni u agraki bohut vl baideu🙏
Apunar ontor khn bor vall baideu❤
❤❤❤
Nice baa❤❤
Val lagil 🎉 jiman pare halp korib lage
ভক্তি ভৰা ঽদয়ৰে আপোনাকক ধন্যবাদ জনালো ভগৱানে ভক্তি ভৰা ঽদয়ৰে আশীৰ্বাদ কৰক ভাল কাম কৰাত 🙏🙏🙏।
ভগৱানে তোমাক আৰু শক্তিশালী কৰি আগুৱাই যাবলৈ সাহস দিয়ক🙏🙏
সময় শতকোটি আশীৰ্বাদ। ঈশ্বৰে মঙ্গল কৰক সময়।তুমাৰ অৱদান অসীম। সদায় তুমাৰ লগত।
আপুনাক বহুত ধন্যবাদ । আপুনাক ভগবানে আৰু শক্তি দিয়ক।
মই তিনিচুকীয়া , ধলাৰ হয়
ঈশ্বৰে তোমাক মঙ্গল কৰক । সোণৰ অসমে,অসমক উজ্বলাই তোলক। জয় সোণৰ অসম ।।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
শিক্ষয়িত্ৰী গৰাকী লৈ বহুত বহুত আশীৰ্বাদ থাকিল
শতকোটি প্ৰণাম্ জনাইছোঁ । ভগৱানে আগুৱাই যাবলৈ শক্তি দিয়ক।
তোমাৰ কাম ছাই ভগবানৰ উচৰত পাথনা কৰিছো তুমি জেন সদাই ভালে থাকা আর এনে দৰে আগোই জোৱা
সুন্দৰ পদক্ষেপ ।সময় ৰ এই মহানুভৱতাক শ্ৰদ্ধা জনাইছো।
সময় দাই সময় সলনি কৰিব। আপোনাৰ অন্তৰখন বিশাল দাদা্ ।
You are really great, doing so much for the poor people . I salute you and your work. Keep it up.
কৃষ্ণ কৃষ্ণ তুমি মহান
দাদা আপুনি এজন মহান ব্যক্তি❤
Jai shree Ram Jai Hanuman 🙏💐 ভগৱান সহায় হওঁক
সময় ভাইটি তোমালৈ বহোত বহোত মৰম আৰু আশীৰ্বাদ থাকিল। তুমি আৰু আগোৱাই যোৱা ভগবানে তোমাক কুখলে ৰাখক।
তোমাৰ মানৱতা অতুলনীয়।কি কম ভাষা নাই ,সুখী হোৱা।
ভগৱানে তোমাক এই পৃথিৱীলৈ মানুহক সহায় কৰিবলৈ এ পঠিয়াইছে। সঁচাকৈয়ে তুমি মহান, তুমি মানুহ ৰূপী ভগৱান।। তোমাৰ তুলনা নাই।। তুমি দীৰ্ঘায়ু হোৱা আৰু অসহায় মানুহৰ কাৰণে কাম কৰি যোৱা। কাৰণ Homoy. মানুহৰ বাবে ❤❤❤❤
5:05 salute ma'am. Soku Pani olai gol. Bhogoban a apunr vl korok.❤❤❤❤
সদায় আছোঁ আপোনাৰ লগত ❤আগুৱাই যোৱা সদায় দাদা
কাৰোবাৰ ভুলৰ শাস্তি আনকোনোবাই পাব ল'গা হয়। যদি সেই ল'ৰা জনে নামাৰিলে হয় আজি চাগে ল'ৰা জন বা ল'ৰা জনৰ পৰিয়ালে ইমান শাস্তি ভুগিব নালাগিল হয়। ধন্যবাদ সময় দাদা আপুনি বহু দুৰ আগুৱাই যাওঁক আপুনি নৱ প্ৰজন্মৰ আদৰ্শ।বহুতৰ বাবে আপুনি জীয়াই থকাৰ প্ৰেৰণা আপোনাৰ বাবে লিখি শেষ কৰিব নোৱাৰিম দাদা,মাথো ভালে থাকক আপুনি।🙏🙏🙏
ভগবানে তোমাৰ মংগল কৰক ভাইটি❤❤
ভগৱানে তোমাক সদায় কুশলে ৰাখক ❤
ঈশ্বৰে তোমাৰ সু-স্বাস্থ্য ব্ৰতী ৰাখক। সদায় যাতে আগুৱাই যাব পাৰা।
বৰ সুন্দৰ পদক্ষেপ। ❤ভগৱন্তই আৰু আগবঢ়াই লৈ যাওক আপোনাক। ❤
Apunar personality k salute korisu Homoy daa, moro anekua koi manuhk hohai krib mn jai ,kintu moi atia student aru mor nijr needy bstu khini pabole o bhut taaan hoi , adin nissoy hei din ahib ji mk alp holeo samorthoban kori tulib.. Bhut duroloi aguai jaok apuni.
দাদা আপোনাক বহুত বহুত ধন্যবাদ ,সাধাৰণ মানুহৰ অনুৰোধত আপুনি এনেকৈ যি দুখীয়া মানুহবোৰক সহায় কৰিছে সেইয়া সঁচাই আমি সলাগ লব লগীয়া,আমাৰ এই সাধাৰণ মানুহৰ মৰম,ভাল পোৱা, আৰ্শীবাদ আপোনাৰ লগত সদাই থাকিব,আপোনাৰ কৰ্মত আপুনি অটুট থাকক,সফল হব এদিন,মনৰ আশাবোৰ পূৰ্ণ হওঁক তাৰে কামনা কৰিলোঁ।
মোৰ এটা সাধাৰণ অনুৰোধত আপুনি ধেমাজী,মৰিধল, সুবাহি অঞ্চলৰ এটা গাঁওৰ অঞ্চলত আহি যি সহায় হাত আবঢ়াইছে হেইয়া সঁচাই অতুলনীয়।
Tumi hosai mohan tumak log pabo mon Jai ooo aamar fale aahiba iyatu bohut aase Jak tumar bohut dorkar hoise homoi
শুভেচ্ছা থাকিল সময় ।আশীৰ্বাদ কৰিলো ভবিষ্যত আৰু আগবাঢ়ি যোৱা
কৰিবলে লোৱা সকলোতে তুমি জয়ী হোৱা
ভগৱানে আশীৰ্বাদ কৰক তোমাক সময় দা.....🙏🙏
সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ।❤️❤️🙏🙏
Dadar logote khei baidew joni loyu bht bht ___❤! Hats off to you! ❤
অভিনন্দন সময়, তোমাৰ ভাল হওঁক
তুমি ভালে থাকা। এনেদৰে ভাল কাম কৰি যাবলৈ❤
সমাজৰ আদৰ্শৱান এজন ভাল মনৰ প্ৰিয় ব্যক্তি আপুনি।আগুৱাই যাওক এনেকৈ সদাই । ভগৱানৰ আৰ্শীৱাদ সদাই আপোনাৰ লগত 👍👍👍😍
Homoy da apunak moi beleg koi hohai koribo nuaru ...jode keteaba durot gari solai jabo lage muk kono moi goi dem ❤
ভগৱানে আৰু আগুৱাই নিয়ক সময় দা ❤️❤️love from North Lakhimpur
সময় দা আপোনাৰ video চাই কান্দি গৈছোঁ।😢 ৰশ্মি বাকো thanks 🙏👍🏻 বহুত ভাল এটা কাম মোৰো এনেকুৱা কাম কৰি ভাল লাগে । আপোন ও সদায় সুস্থ হৈ থাকিব happy and smile কৰি থাকিব😊❤
Vaity tumak vogobane manuh rupot pothaisehe,kintu monob dorodi ajon vogoban, essorok parthona jonisu hodai tumak kukhole rakhok❤❤❤❤😂😂
Teacher gorakik bht blessing thanks ❤
আপোনাক ভগৱানে ভালে ৰাখক। এনেধৰনে মানুহক সহাই কৰিবলৈ দাদা।❤
Tumi bohut bhal kaam kori asa ..❤❤ vogoban tumak bhale kukhole rakhok
অসমলৈ মোৰ হিয়াভৰা মৰম আশীৰ্বাদ জনালোঁ । তোমাৰ নাম যেনেকুৱা তুমিও তেনেকৈ সময়ৰ লগত সংগতী ৰাখি মহান কামবোৰ কৰি যোৱাত ঈশ্বৰ সকলো সময়তে তোমাৰ লগত থাকক ।
Bohut youtuber a only khua pendha fura ai bura dakhai thka kintu dada apune g to km koresa hsai manebo logea.. Proud of you bro...
সময়! তোমালৈ বহুত বহুত শুভাশিষ আছে। ❤লক্ষ্যৰ পৰা বিচলিত নহবা।
বহুত বহুত ধন্যবাদৰ লগতে ভগৱানে আপোনাক ভাল কৰক🎉🎉🎉🎉🎉
সময় গগৈ
আপোনাৰ ভিডিঅ'বোৰ চাই থাকো। আচৰিত লাগে আজি কালি এনেকুৱা থাকেনে। ইমান সুন্দৰ কাম কৰি গৈ আছে। ভগৱানে আপোনাক বহুত শক্তি দিয়ক আৰু সু-স্বাস্থ্য ৰে ৰাখক
এইটো ভিদিঅ দিয়া ,সময় বাবাটো ,,তোমাক বহুত বহুত আৰ্শীবাদ দিছো ,,ভগৱানে তোমাক আগুৱাই যাবলৈ সহায় কৰিব। ।ছোৱালীজনীৰ দায়িত্ব লোৱা বাইদেউ গৰাকীক ধন্যবাদ জ্ঞাপন কৰিলো ।।এইয়াই মানৱতাৰ❤❤
এবাৰ ডিব্ৰুগড় নাজিম ছাৰ ওচৰত দেখাই চাব পাৰিলে হয় লৰা জন।ভাল হৈ যাব সম্পূৰ্ণকৈ মোৰ ঘৰৰ ওচৰতে মই ছাৰ লগত কথা পাতি দিব পাৰিম আৰু যিমান খিনি পাৰোঁ সহায় কৰিম মোৰ ফালৰ পৰা।
ককাইদেউ আপোনাক বহুত বহুত ধন্যবাদ ।
Im bhut happy daa apunar kam deki❤❤
Help this kind of people... God bless all and keep safe
বহুত বহুত বেছি ভাল লাগিল 👍 ধন্যবাদ সময়, ভগৱানে তোমাক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 🙏
Baidew joni bor val hohoj horol deii really☺️🙏
বহুত বহুত প্ৰণাম সময় দা❤
Baydi,aipuniloe,bohut,❤bohut,donobat,jonilu
Apunar nisina manuhok paboloi bohut থান এই পৃথিৱীত homoy দা❤❤❤ love from majuli
তোমালৈ বহুত শুভকামনা থাকিল ৷ ভৱিষ্যতৰ দিনবোৰত আৰু আগুৱাই যোৱা তাকে কামণা কৰিলো ৷
অভিনন্দন সময় সদায় ভালে থাকা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🙏
Homoy da aguai jua, May God Bless you ❤
বহুত ভাল ভাল কাম কৰিছে সময় দা,আগুৱাই যাওঁক আৰু শুভকামনা থাকিল
Homoy tumi dukhia manuh aru rugia manuhor babe bhogowan aru ji lora sualir porha xunaru dayitwa loisa bohut bhal kaam kori asa tumak iswore kuxole rakhok ❤❤❤❤👌🙏🏽🙏🏽
দাদা আপোনাৰ video চাই বহুত ভাল লাগে 🙂 স্বাৰ্থপৰ পৃথিৱীত নিস্বাৰ্থ ভাৱে সহায় কৰা blogger হিচাপে আপোনি মোৰ প্ৰীয় । আপুনি আগবাঢ়ি যাওক
ৱৱাও সময় বহুত বেছি ভাল লাগিল তুমি এই সন্মান পোৱাৰ বাবে ৷শুভেচ্ছা থাকিল তুমালৈ ৷
Human Welfare Society, Nazira..
Ei NGO tue lora jonor treatment t help koribo paribo..
Tq homoi da aaru baido gorakik ..je tair poha huna dayitro loise aaru tair ghor khon bonaboloi agbahi ahar babe dea
আপোনাৰ ভিদিয়বোৰ চাই বহুত ভাল লাগে। ভগৱানে আপোনাক সদায় ভালে কুশলে ৰাখোঁক। আৰু সদায় এনেকৈ দুখীয়াক সহায় কৰি আগুৱাই যাবলৈ সাহস দিয়ক।❤❤❤❤❤❤❤
Bohut val Kam Kari asa tumi....God bless u
Apunar video aji 1st time salu.. proud of you... Bhal kam kotiase apuni
Congratulations Homoy for your hardwork 👍👍👍👍
Many many thanks both of you
Bhut vl korisa vogobane khokti diyok 👍
Hohoi koribo mon jai ...dukh lage..bohut debo nuwarelu keba kom koi holeu debo mon jai...jode dada keba tenekuwa bibostha thakel hoi..nesoi kom koi holeu...
aapunar xahakh maanisu dada . bohut besi aaguai jaok .adin log pabole bohut man ase
সময়দা তোমাক ভগৱানে সদায় ভাল কৰক ভালে থাকা দাদা🙏❤️
Homoy dada apunar dore iman vl xokole iman vlkoi buji loua anekua aji r dint kuno nai apuni xodai vl thakok dada ❤️🙏love u ❤️
আপোনাৰ Video চাই সচাকৈয়ে মন পৰিবৰ্তন হৈ গল
Homoy dar dore manuh kom ase vle thaka homoy da vogoban a vale rakhok😊❤
Homoi da sadiyar proa morom jasilu logote vale thakok God bless you ❤❤❤❤❤
Apumi dada eman val val project kore ase... Bohutt val kam buli kobolyy.. Worrd kaitaa akybary horu.. Bohutt morom apunaloi dada.. Hodai apuni val a thakok...
Apanak vgbne vle rakhok ... Vl houk aponar ... Bht vl lgise dekhi ... Ankwabr kam kratu moro ak khopon he hoi rbo ... Kheiye karubak ankoi khohai kri anor dukh sakupanik buja mnuhbr dekhibo pale bht vl lge❤️ mnt bht khnti pwa jn lge❤️ lot's of Love 😊
আগবাঢ়ি যোৱা শুভেচ্ছা জনাইছোঁ ❤❤
Homoy daa ❤. Hunkle 1.milion subscribe kori dibo lage.. Emn dhuniya kam kori goise support koribo lage..
Thank you brother, God bless you...
bht vl lgle dada....moiu bht krbo bisaru kn2 moi mon2 aguai jbo Para nai....bht ktha vabi.....tq dada....
Bohut bohut vhal lagil dada
Aponak bohut bohut danya baed diso vogobana aponak kohla rakhok
Dada apunaloi buhot bohuot dhoyon no bad. aaponni vogoban.thanks,
Homoy da apunr nisina kam jodi 1M ,,2M ,. Thoka TH-camrs bure krile hoi aji amar axom khn bohut aguwai gol hoi manhuouk okol banpani holei j help kribo lge tenukua kotha nhoi ..belg bure okol gari loi bike loi flex kre kintu apuni bht bhl korise homoy da proud of you ..❤
I am subscribed your Chanel bhai from Army ...keep it up bhai... always
Sarkar oko Anurodh 🙏🙏🙏Anekua parivarak lifetime aarthik Sohayer Babe