শৰীৰৰ ছয় চক্ৰ ।। Horiror Soi Chakra Ki।। মাধুৰ্য্য বৰা ।। Madhurjya Borah

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 พ.ย. 2024

ความคิดเห็น • 19

  • @JayantaBorah-w6n
    @JayantaBorah-w6n ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ এনেকুৱা তত্ব গধুৰ বাখ্যা আগলৈ যাতে আৰু আগবহাই যায় ধন্যাৱাদ

  • @mintushankarofficial6333
    @mintushankarofficial6333 ปีที่แล้ว +3

    কৃষ্ণ প্ৰভু বৰ ভাল প্ৰভুএ কৃপা কৰক🙏🔱🙏

  • @SumiBaishya-g6q
    @SumiBaishya-g6q หลายเดือนก่อน +1

    Krishna❤ pronam probhu❤❤❤❤

  • @porikhataniarvlogsparilife7610
    @porikhataniarvlogsparilife7610 ปีที่แล้ว +2

    কৃষ্ণ মাযুধ্য শুনি বহুত ভাল লাগিল বিশেষকৈ জানিব পাৰি

  • @KomalThengalVlogs
    @KomalThengalVlogs 10 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @hiyashredeka8309
    @hiyashredeka8309 ปีที่แล้ว +2

    কৃষ্ণ...... 🙏কৃষ্ণ প্ৰভুই সকলোৰে মঙ্গল কৰক.................

  • @funshort8653
    @funshort8653 ปีที่แล้ว +2

    KRISHNO 🙏 VOKOT

  • @nobinassam8649
    @nobinassam8649 ปีที่แล้ว +2

    🙏🏾🙏🏾 অতি সুন্দৰ 🙏🏾

  • @preranaburagohain2063
    @preranaburagohain2063 ปีที่แล้ว +3

    কৃষ্ণ...🙏 সন্ধিয়াৰ সেৱা ভাগ গ্ৰহণ কৰিব।🙏🙏

  • @lohithandique8735
    @lohithandique8735 ปีที่แล้ว +1

    আতি বিতোপন-দৈৱকী নন্দন ❤

  • @rekhaneog1101
    @rekhaneog1101 ปีที่แล้ว +2

    এনে ধৰণৰ ভিডিঅ আগলৈ শুনি বলৈ পাম বুলি আশা কৰিলো ধন্যবাদ

  • @srimanta__
    @srimanta__ ปีที่แล้ว +1

    ❤❤🙏🙏

  • @jinudeka7969
    @jinudeka7969 2 หลายเดือนก่อน +1

    ক্বষ্ণ ক্বষ্ণ ‌বাপ।

  • @laksheswarkalita298
    @laksheswarkalita298 ปีที่แล้ว +2

    Banti gashi jalaote koya manta Bhagi dibosun prabhu Krishna

  • @deepjyotihatimuria5311
    @deepjyotihatimuria5311 ปีที่แล้ว +1

    🙏🙏কেইবাদিনৰ মুৰত দেখা পালো 🙏🙏

  • @tilokgogoi3471
    @tilokgogoi3471 ปีที่แล้ว +2

    KRISHNA .প্ৰণাম প্ৰভু ঈশ্বৰ,সেৱা গ্ৰহন কৰিব.মই আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰো ॥প্ৰথম কথাটো হ´ল এই অবিনশ্বৰ মানৱ আত্মানো কি ?ই ক´ৰ পৰা আহিল? Prithibit ইয়াৰ আগমনৰ উদ্দেশ্য কি ?২য় কথাটো হ´ল Prithibir পৰা ই ক´লৈ প্ৰত্যাগমন কৰিব? এই প্ৰত্যাগমনৰ বাবে কি কি পাথেয়ৰ দৰকাৰ?প্ৰত্যা গমনৰ পিছত ই কি অৱস্থাপ্ৰাপ্ত হ´ব?

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  ปีที่แล้ว +1

      আত্মা হৈছে পৰমাত্মাৰ অংশ , সেয়ে আত্মা ও চৈতন্য যিদৰে পৰমাত্মা ও অনাদি চিদাত্মা ও অনাদি , ইয়াৰ কোনো ভৌতিক সৃষ্টি নাই । ইয়াৰ মূল উৎস হৈছে পৰমাত্মা অৰ্থাৎ পৰমাত্মাই হৈছে জুই সদৃশ আৰু ফিৰিঙতি সদৃশ হৈছে আত্মা । শৰীৰৰ বদ্ধতাৰ পৰা মুক্তিয়েই ইয়াৰ আগমনৰ উদ্দেশ্য । কৰ্মবদ্ধ শৰীৰৰ সংস্কাৰ অনুসৰিয়েই ই অন্য জীৱ শৰীৰ অথবা উৰ্ধদৈহিক লোক আৰু মুক্তিত বৈকুণ্ঠে গমন কৰিব । প্ৰত্যাগমনৰ আটাইতকৈ উত্তম মাৰ্গ হৈছে পূৰ্ণ পুৰুষোত্তমৰ চৰণত পূৰ্ণ সমৰ্পণ । প্ৰত্যাগমনৰ পাছত কোনো অৱস্থা প্ৰাপ্ত নকৰাই ইয়াৰ লক্ষ্য ।

  • @RajmohanTalukdar
    @RajmohanTalukdar 4 หลายเดือนก่อน

    বাপ শৰীতত্বজ্ঞানবাক্ষাদিয়াৰবাবেআনন্দপাইছো ফোনন্ন্বৰটোদিয়েযেন