মহাদেৱ শিৱ কোন হয় ?।। Who is Lord Shiva।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ต.ค. 2024
  • মহাদেৱ শিৱ কোন হয় ?।। Who is lord Shiva।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
    #শিৱ #মহাদেব #ভগৱান #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha
    Your Queries:-
    শিৱৰ নাম
    শিৱ প্ৰাৰ্থনা
    Siva
    siva
    shiva
    lord shiva
    Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infringing, non-profit, education or personal use tips that balance in favour of fair use.
    Facebook: / madhurjya.borah.31521
    Instagram: ...
    Phone no: 6001380050
    Email: borahmadhurjya2001@gmail.com

ความคิดเห็น • 162

  • @tonmoyborah22
    @tonmoyborah22 2 หลายเดือนก่อน +13

    আপোনাৰ দৰে এজন ব্যক্তিৰ অত্যন্ত আবশ্যক আজিৰ দিনত... কাৰণ আমাৰ সমাজত এনেবোৰ কিছুমান ব্যক্তি আমি দেখা পাওঁ যি সকলে কেৱল ভগৱানৰ নামত মানুহক বিভ্ৰান্তিত পেলাই... কিছুমান মানু্হৰ মাজত বিতৰ্ক আৰম্ভ কৰোৱাই... ভগৱানৰ মাজতেই বিভেদৰ সৃষ্টি কৰোৱাই..
    সচাঁই আজি ভাললগিল আপোনাৰ কথাবোৰ শুনি...
    প্ৰকৃত ভক্ত আপোনাৰ দৰেই হোৱাৰ প্ৰয়োজন...
    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @manabrinkuvlog
      @manabrinkuvlog 2 หลายเดือนก่อน +2

      সঁচা কথা ।।।

  • @mrinalmedhi8346
    @mrinalmedhi8346 2 หลายเดือนก่อน +4

    মোৰ মনত খেলিমেলি এটা আছিল, আপোনাৰ শ্ৰী মুখে এই সুন্দৰ কথা খিনি শুনি জীৱন ধন্য হৈছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @KushalNath-c3h
    @KushalNath-c3h 2 หลายเดือนก่อน +2

    সুন্দৰ ব্যাখ্যা । ধৰ্মৰ নামত বিভেদৰ বীজ ৰোপণ কৰা এচাম ব্যক্তিৰ বিপৰীতে আপোনাৰ অমৃত ব্যাখ্যাই অসমীয়া সমাজ খনক সংগঠিত কৰিব । আপোনাৰ ব্যাখ্যা শুনি সমৃদ্ধ হ'লো ।

  • @boniabijit3132
    @boniabijit3132 2 หลายเดือนก่อน +4

    বহুত সুন্দৰ ব্যাখা বাপজন একদম সকলো মনৰ কথা কৈছে কিন্তূ আজিকালি অসমৰ দুই এজন ভাগৱত ব্যাখাকাৰে চোন শিৱ নাম ললেও পাপ হয় বুলিহে কয় ___তেওঁক ভগৱান বুলি নামানে বাদ দিছো বাৰু কিন্তূ হৰিৰ পৰম ভকত স্বয়ং হৰিৰ আৰাধ্য দেৱ মহাদেৱ তেনেজন মহাদেৱক নামানো বুলি কয় বহুত দুখ লাগে এই প্ৰাণজিত নামৰ বাপজন অল্প জ্ঞানি কোনেও নোসোণিব তেওঁৰ কথা তেওৰ বিপদ চমু চাপি আহিছে দক্ষক হৰিয়েও নবচালে তেওঁক ও নোৱাৰে ব চাব কোনেও । সত্য নাৰায়ণ সনাতন ধৰ্মক অপমান কৰি কোনো সাৰি যাব নোৱাৰে ❤❤
    ৰাম ৰাম 🚩🚩
    জয় মহাকাল 🔱 ❤

    • @AnantaRajkhua
      @AnantaRajkhua 2 หลายเดือนก่อน

      সঁচা কথা কৈছে

  • @narayanchetia7538
    @narayanchetia7538 หลายเดือนก่อน +1

    আপোনাৰ ব্যাখ্যা শুনি সন্তুষ্ট হ'লো❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤

  • @jayantasarmah253
    @jayantasarmah253 3 หลายเดือนก่อน +4

    সুন্দৰ আপুনি এজন সুন্দৰ মনৰ মানুহ আপুনি আগবাঢ়ি যাওক আপোনাৰ দিহা পৰামৰ্শ সদায় পাম বুলি আশা কৰিলো। কিছুমান আছে অকল‌ ব্ৰাহ্মণ মানুহ খিনিৰ ওপৰত লাগি থাকে।লাগি থকা সকল কেতিয়াও ভগৱানৰ ভক্ত হ'ব নোৱাৰে। ভগৱানে আপোনাক ভালে ৰাখক।

  • @leenadowarah3319
    @leenadowarah3319 2 หลายเดือนก่อน +3

    অপূৰ্ব-!! উচ্চস্তৰীয় চৈতন্য হ"ল শিৱ আৰু সেই চৈতন্যত আনন্দ থকাৰ বাবে হৈছে কৃষ্ণ-! ইমান সুন্দৰ সাৱলীল ব্যাখ্যাই মনৰ বহুত খু দুৱনি দূৰ কৰে । শিৱ ৰাম কৃষ্ণ একক ইৰু অভিন্ন । কিন্তু আচৰিত লাগে শিৱৰ নামত কিয় ইমান শিৱৰ নামত কিয় ইমান ববিকৃত পূজা কৰা হ'য়-? এইয়া অধৰ্ম নে শৈৱ আৰু বৈষ্ণৱৰ মাজত মতাভেদৰ বাবে এক বিকৃত প্ৰচেষ্টা ? ভৱিষ্যতলৈ আপোনিৰ%আৰু সাৰগৰ্ভ ব্যাখ্যা শুনাৰ আগ্ৰহ প্ৰকাশ কৰিলো। কৃষ্ণ-!!🙏

  • @PallopjuytiRabha
    @PallopjuytiRabha หลายเดือนก่อน +4

    আপোনাৰ কথা বোৰ মোৰ বোৰ ভাল লাগে, এনেকুৱা বহু বৈষ্ণৱ আছে যি সকলে কৃষ্ণৰ বাহিৰে কাকো চিনিও নাপায় কাকো বজিও নাপাই, কিন্তু আপুনি বহুত পৃথক, এনেকৈ আপুনি সকলোৰে মনৰ অজ্ঞান দুৰ কৰক, ভগৱান আপোনাক আৰু শক্তি দিয়ক তাৰে কামনা কৰিছো

    • @hazarikamunindra9839
      @hazarikamunindra9839 24 วันที่ผ่านมา

      Right 👍👍

    • @naliniadhikary6791
      @naliniadhikary6791 21 วันที่ผ่านมา

      আপোনাৰ শাস্ত্ৰ জ্ঞান আছে আমি বুজি পালোঁ।কিন্তু আপুনি যেনে ধৰণে কথা খিনি বুজাব গৈছে,তাত সাধাৰণ মানুহৰ ভ্ৰম হোৱাটো স্বাভাৱিক। বৈষ্ণৱ আৰু শৈৱক একাকাৰ কৰি দিলে। নামঘোষাত মিশ্ৰিত পূজাক ঘোঁৰাৰ শৃংগাৰৰ লগত তুলনা কৰিছে।

    • @uddhabnath1854
      @uddhabnath1854 8 ชั่วโมงที่ผ่านมา

      আপোনাৰ জ্ঞানক ধন্যবাদ জনাইছো।

  • @animadevi7925
    @animadevi7925 3 หลายเดือนก่อน +3

    বহুত ধন্যবাদ আপোনাৰ ভক্তি মাৰ্গৰ কথা শুনি আনন্দিত হলো।

  • @sanahigogoi381
    @sanahigogoi381 3 หลายเดือนก่อน +15

    তোমাৰ কথাবোৰ বৰ ভাল লাগে ভগৱানে তোমাক দীঘায়ু কৰক ভাইটি

  • @padumkakati2938
    @padumkakati2938 3 หลายเดือนก่อน +3

    সুন্দৰ উপস্থাপন ইমান সহজ আৰু সৰল কথাৰে ব্যাখ্যা আগবঢ়োহোৱা হৈছে ধন্যবাদ।

  • @karabidas2830
    @karabidas2830 หลายเดือนก่อน +1

    Dhany bad Madhujy dangoria deb

  • @MamoniGogoi-ll8ck
    @MamoniGogoi-ll8ck 2 หลายเดือนก่อน +5

    অতি সুন্দৰ ❤🙏

  • @PriyangshuBhagawati
    @PriyangshuBhagawati 12 วันที่ผ่านมา +1

    Hare Kṛṣṇa Prabhu , bhut val lagil kotha khini 😊💝

  • @nilomonibora6369
    @nilomonibora6369 2 หลายเดือนก่อน +3

    ভাল পৰামৰ্শ

  • @dipalihaloi9819
    @dipalihaloi9819 2 หลายเดือนก่อน +3

    Bahut val lage kathabor suni , Krishna Krishna

  • @sangitagogoi5126
    @sangitagogoi5126 หลายเดือนก่อน

    Vl lagil, Om Namah Shivay 🙏🙏🙏

  • @diptiborah1241
    @diptiborah1241 หลายเดือนก่อน

    ইমান সুন্দৰ ব্যাখ্যা । শুনি বৰ ভাল লাগিল । বহুতো ধন্যবাদ থাকিল।

  • @mousumidutta5695
    @mousumidutta5695 2 หลายเดือนก่อน +3

    ভাল লাগিল 🙏🙏🙏

  • @MinaMinaoarang
    @MinaMinaoarang หลายเดือนก่อน +1

    Om namah shivay pita maa 🙏🙏

  • @aratigogoi6350
    @aratigogoi6350 2 หลายเดือนก่อน +1

    অতি সুন্দৰ ব্যখ্যা । ধন্যবাদ থাকিল বাপ জনলৈ।কৃষ্ণ কৃষ্ণ ।🙏🙏

  • @MamaniKalita-v1v
    @MamaniKalita-v1v หลายเดือนก่อน +1

    ঔম নবঃ শিবাই

  • @LakhimiGohain
    @LakhimiGohain 3 หลายเดือนก่อน +3

    Bohut val lagil

  • @monisaikia9087
    @monisaikia9087 3 หลายเดือนก่อน +3

    Best explanation , thanku so much

  • @jibanjitdas8340
    @jibanjitdas8340 2 หลายเดือนก่อน +1

    Nice

  • @gyaniff3653
    @gyaniff3653 2 หลายเดือนก่อน +1

    বহুত ভাল লাগিল

  • @bharatikalita898
    @bharatikalita898 3 หลายเดือนก่อน +3

    Bahut val lagil ❤ krishna krishna

  • @dhrubakashyap5454
    @dhrubakashyap5454 2 หลายเดือนก่อน +2

    Tumar bhabdhara bor dhunia tumak isware Mangal korok aru aguaai jua

  • @probinasonowal1610
    @probinasonowal1610 2 หลายเดือนก่อน +2

    Bhal lagil huni .krishna

  • @KumudeBordoloi
    @KumudeBordoloi 2 หลายเดือนก่อน +2

    Bapjan, excellent explanation. Krishna Krishna Krishna Krishna
    God bless you
    .

  • @BhulaNath-w8b
    @BhulaNath-w8b 3 หลายเดือนก่อน +2

    Bahut val lagil

  • @satrapatipayeng1150
    @satrapatipayeng1150 2 หลายเดือนก่อน +2

    আপোনাৰ ব্যাখ্যা বহুত ভাল লাগিল প্ৰভু ঔঁঃম নমঃ শিৱায় নমঃ 🙏🙏🙏

  • @gautamdutta340
    @gautamdutta340 2 หลายเดือนก่อน +6

    সত্য যি শিৱ যি তেৱেঁই সুন্দৰ 🙏

  • @juribordoloi6688
    @juribordoloi6688 2 หลายเดือนก่อน +2

    Val lagil

  • @AnantaRajkhua
    @AnantaRajkhua 2 หลายเดือนก่อน +3

    ❤ হৰ হৰ মহাদেৱ ❤

  • @anujkumarbordoloi9524
    @anujkumarbordoloi9524 2 หลายเดือนก่อน +3

    ওম নাম শিৱায়

  • @digantadas6171
    @digantadas6171 2 หลายเดือนก่อน +5

    গোবিন্দে কৃপা কৰক ঔঁম শিৱায় বিষ্ণু ৰুপায় নমো নমঃ

  • @AshokBaruah-jp5nm
    @AshokBaruah-jp5nm 2 หลายเดือนก่อน +3

    Jai Siva bisnu bahu bhal lagise

  • @ripabhuyan2227
    @ripabhuyan2227 2 หลายเดือนก่อน +3

    সুন্দৰ উপ 31:25

  • @tukharikagogoitukharikagog5000
    @tukharikagogoitukharikagog5000 2 หลายเดือนก่อน +1

    Hor hor mohadev

  • @gaurabsarmamusic4804
    @gaurabsarmamusic4804 หลายเดือนก่อน +1

    Sunday ati sundar

  • @pankajhazarika4832
    @pankajhazarika4832 2 หลายเดือนก่อน +3

    সুন্দৰ

  • @bhabanikalita6075
    @bhabanikalita6075 3 หลายเดือนก่อน +2

    Bahut dhanyabad

  • @bijoybaruah9172
    @bijoybaruah9172 2 หลายเดือนก่อน +2

    মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে কিন্তু ভগৱানে মানুহৰ ৰূপ ধাৰণ কৰিব পাৰে । ভগৱানৰ ৰূপত নিশ্চিত আপোনিয়েই ।🙏🙏🙏

  • @kamalapatar1465
    @kamalapatar1465 2 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ 🙏
    হৰ হৰ মহাদেৱ 🪔🔔🕉️🙏

  • @preranaburagohain2063
    @preranaburagohain2063 3 หลายเดือนก่อน +3

    কৃষ্ণ 🙏🙏🌸

  • @opbroindianshorts7937
    @opbroindianshorts7937 3 หลายเดือนก่อน +9

    Val Lagil. Krisna krisna Vogobane Vale Rakhe jen

  • @jayadevigoswami5744
    @jayadevigoswami5744 2 หลายเดือนก่อน +2

    Right, siva, bishnu avinnaya

  • @suhaniborah2809
    @suhaniborah2809 2 หลายเดือนก่อน +3

    Krishna Krishna 🙏🙏

  • @manashpratimdeka3622
    @manashpratimdeka3622 2 หลายเดือนก่อน +1

    Tumar kathabur bahut bhal lagel

  • @rumidas2878
    @rumidas2878 2 หลายเดือนก่อน +1

    ঔম নমঃ শিৱায় 💕🙏💕🙏💕🙏💕

  • @uddhabnath1854
    @uddhabnath1854 8 ชั่วโมงที่ผ่านมา

    আপোনাৰ জ্ঞানক ধন্যবাদ জনাইছো।

  • @BiswajitHazarika-jt7xh
    @BiswajitHazarika-jt7xh 24 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ববা 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bubulahan1940
    @bubulahan1940 2 หลายเดือนก่อน +1

    Xuni bohut val lagil

  • @mintushankarofficial6333
    @mintushankarofficial6333 3 หลายเดือนก่อน +3

    কৃষ্ণ🙏

  • @Milijuliyoutubechannel9011
    @Milijuliyoutubechannel9011 2 หลายเดือนก่อน

    Bhut vl lagil apunr kotha bhur ....om Namah shivay 🙏

  • @urmideka2292
    @urmideka2292 3 หลายเดือนก่อน +1

    🙏🙏Krishna🙏🙏bor xundor kotha xunile xuni thakibor mon jai🙏🙏🙏🙏

  • @NabajyotiBordoloi-eu8qf
    @NabajyotiBordoloi-eu8qf 2 หลายเดือนก่อน +1

    Thanks very very

  • @pallabikagohain5720
    @pallabikagohain5720 2 หลายเดือนก่อน +2

    কৃষ্ণ বাপ জনা আপোনাৰ সুন্দৰ বাখ্যা শুনি বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ

  • @NiralaSaharia
    @NiralaSaharia 2 หลายเดือนก่อน +1

    Om namah shivaya 🙏

    • @IndraKantaLaskar-g1c
      @IndraKantaLaskar-g1c 22 วันที่ผ่านมา +1

      Best of the no.1 top most for assam as a great philosopher of Baisnob bhagoboti andsonaton dhormmo.there is borne lakh s rishi muni bhogonan Ram krisnoin Bharotborso. Nomoskar .

  • @kameswarbarman6116
    @kameswarbarman6116 2 หลายเดือนก่อน +3

    অতি সুন্দৰ আমি মিছাতে এইবিলাক ক লৈ ভেদ ভাব আনি ধৰ্মৰ নামত আচলতে অধৰ্ম কৰি থকা যেনহে লাগে

  • @pariboruah6694
    @pariboruah6694 2 หลายเดือนก่อน +2

    Krishnakraishnapranam❤❤❤❤❤❤❤❤❤❤❤

  • @lilydas2649
    @lilydas2649 3 หลายเดือนก่อน +3

    Krishna 🙏🙏🙏

  • @anitahazarika7591
    @anitahazarika7591 2 หลายเดือนก่อน +2

    Bahut najona kotha janilu..bhal lagise..

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 3 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @subrat2.079
    @subrat2.079 หลายเดือนก่อน +1

    🙏

  • @dipakdas5163
    @dipakdas5163 2 หลายเดือนก่อน +1

    Sundar

  • @lukuscreation5224
    @lukuscreation5224 21 วันที่ผ่านมา +1

    🙏🙏🙏🙏🙏

  • @jodumonibora409
    @jodumonibora409 2 หลายเดือนก่อน +2

    Welcome Bora dev lnstrasting vedio ❤❤❤🙏

  • @DebasriVlogs-th1kk
    @DebasriVlogs-th1kk 2 หลายเดือนก่อน +1

    Har har mohadev❤❤❤❤❤

  • @nirjurajgogoi319
    @nirjurajgogoi319 3 หลายเดือนก่อน +7

    ও হৰি দেহু দৰিশন শিৱ সনাতন
    তোম্হাৰ চৰণে ধৰোঁ । কৃষ্ণ।
    শিৱ হৈছে সৰ্বশ্ৰেষ্ঠ বৈষ্ণৱ ভকত ।

  • @mohendrabora6804
    @mohendrabora6804 23 วันที่ผ่านมา +1

    শাস্ত্ৰ অনুসৰি ভজনিয় দেৱ এজন সেয়া হৈছে কৃষ্ণ

  • @PankajsarmaSarma-n8x
    @PankajsarmaSarma-n8x 5 วันที่ผ่านมา +1

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pranabdeka9527
    @pranabdeka9527 2 หลายเดือนก่อน +1

    নজনা কথা শিকিলোঁ। ঔম নমঃ শিবাই।

  • @diduboro7867
    @diduboro7867 2 หลายเดือนก่อน +2

    Vogobanor kotha bur xuni xubei val lage😢😢😢🙏

  • @AnilSarmah-v4l
    @AnilSarmah-v4l 3 หลายเดือนก่อน +1

    Siva is great great great rupa gogoi

  • @tukharikagogoitukharikagog5000
    @tukharikagogoitukharikagog5000 2 หลายเดือนก่อน +1

    Om Nomura sivai

  • @SachiPrava-sl5qf
    @SachiPrava-sl5qf หลายเดือนก่อน

    Ajir video tu bohut vl lagil dev . Moio bohut confuse hoi asilo shiva aru brishnuk loi . Moi 2 jnake vabo

  • @priyamvillagevideos
    @priyamvillagevideos 3 หลายเดือนก่อน +2

    কৃষ্ণ

  • @minatidevi7122
    @minatidevi7122 2 หลายเดือนก่อน +2

    নমস্কাৰ মাধুৰ্য বৰা ডাঙৰীয়া, আপোনাৰ মা দেউতাই অতি উপযুক্ত নামেৰে সমৃদ্ধ কৰিছে, আপোনাৰ ভাগৱত বাখ্যা ইমানেই শুৱলা, সুৰুচিপূৰ্ণ কবলৈ ভাষা নাই, সচাকৈয়ে মহাদেৱৰ ওপৰত যি সুন্দৰ বিশ্লেষণ ইয়ে জনা নজনা সকলোকে চুই যাব নিশ্চয়, অন্ততঃ বিভেদ ভাব যদি কাৰোবাৰ আছে এইখিনি শুনাৰ পিছত অন্তৰাত্মাই সাৰ পাব,ইমান কম বয়সত ধৰ্মৰ গ্য়ান নিখুত ভাৱে বাখ্যা কৰিছে কেনেকৈ, আপোনাক নেদেখা জনে আৰু উন্নতি কৰক, কামনা কৰিছো

  • @krishnakakaty2624
    @krishnakakaty2624 2 หลายเดือนก่อน +3

    Krishna Krishna provu xundror. Hoise. Aru. Agoloi. Bohu. Axare. - - - - - - - - - - -- - -

  • @DiplaliBoruah
    @DiplaliBoruah 2 หลายเดือนก่อน +3

    Monugrahi upstapon.❤🎉🎉🎉

  • @tapanchoudhury2854
    @tapanchoudhury2854 2 หลายเดือนก่อน +1

    শিৱ পূজাৰ প্ৰসাদ শ ৰন লোৱা মানুহে খাব পৰিনে, কৃষ্ণ ৰাম হৰি বাপ সেৱা জনালোঁ

  • @lakhidevi7263
    @lakhidevi7263 2 หลายเดือนก่อน +2

    আপোণাৰ কথাবোৰ শুণি থাকিবৰ মনগৈছে আপোনালৈ আশীবাদ থাকিল

  • @moibabita4611
    @moibabita4611 2 หลายเดือนก่อน +1

    Bhut bhal palu asolote amar somajot ji sokolk ami nam- Kirton kriboloi agt bohib diu teuluk apunar dore jdi Niropokhoy hy arthat gutai bishot Vogoban ajone teu siv ji houk ba bishnu ji houk mont ved-vab Kunuye anib nalage. kinto ajir somajot take nkri vogobanr namot kisuman apopasar kri Sokolu ved- bav anise . Amar jogot guru shimanta Shangkor deve kinto veda-ved nuhuwa akon somajhe bisarisil . Teu jdiu boshanby asil teur nam kinto shangkor gotike ami eyar prai kisu buji luwa usit j vogoban siv ba vishinu beleg beleg nhy🙏

  • @Jmahanta644
    @Jmahanta644 3 หลายเดือนก่อน +2

    বিষ্ণু হওক বা শিৱই হওক ইষ্ট দেৱতা এজনেই হ'ব লাগে। সুন্দৰীয়েই হওক বা ফেদেলিয়েই হওক পত্নী এগৰাকীয়েই, ৰজাই হওক বা দৰিদ্ৰৰেই হওক বন্ধু এজনেই
    এই বাক্য টো ভতৃহৰিৰ নীতি শতকম শ্লোক এটিৰ অৰ্থ তুলি দিয়া হৈছে

    • @binadutta4649
      @binadutta4649 2 หลายเดือนก่อน

      হৰ হৰ মহাদেৱ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @monujda238
    @monujda238 3 หลายเดือนก่อน +6

    কৃষ্ণ কৃষ্ণ বাপ জন আপোনাৰ বাখ্যা বিলাক কৰিছে বাৰু কিন্তু প্ৰাণ জিত গগৈ বাপ জনাৰ ভাগত বাখ্যা বিলাক ভুল কৈ কৰে নে, যে আপোনাৰ লগত বিপৰীত দেখা পোৱা জাই, কৃষ্ণ কৃষ্ণ

    • @monujda238
      @monujda238 2 หลายเดือนก่อน

      Utir2 dile Val hoi provujona eman hundor Bhagavad bayaikhaya korise kin2 moi bisora prosno uttor2 nidile apuni,,

    • @monujda238
      @monujda238 2 หลายเดือนก่อน +1

      Apuni vul baikhya korise ne? Jodi apuni vul baikhya kora ni tente kiy voi korise pranjit Bap jonar kotha kboloi

    • @boniabijit3132
      @boniabijit3132 2 หลายเดือนก่อน

      ​@@monujda238vul ব্যাখা প্ৰাণজিত বাপজনাই কৰে

  • @DiplaliBoruah
    @DiplaliBoruah 2 หลายเดือนก่อน +3

    Monugrahi upstapon ❤

  • @ArpanaGoswami-fy2dv
    @ArpanaGoswami-fy2dv 2 หลายเดือนก่อน +2

    ❤❤❤❤❤
    👇👇

  • @AnantaRajkhua
    @AnantaRajkhua 2 หลายเดือนก่อน +3

    ❤ সঁচা কৈ আপোনাৰ কথা শুনি বহুত ভাল লাগিলে। ❤

    • @Niraladeka-fn5if
      @Niraladeka-fn5if 2 หลายเดือนก่อน

      তোমাক ভগৱানে.বহুত শক্তি.দিয়ক

  • @nilomonibora6369
    @nilomonibora6369 2 หลายเดือนก่อน +1

    গোসাঁইৰ গূহত শিৱলিঙ্গ ৰাখি পূজা কৰিব পাৰিনে, জনাবচোন।

  • @anujkumarbordoloi9524
    @anujkumarbordoloi9524 2 หลายเดือนก่อน +3

    মনৰ মূল ধাৰণাটো আজি বুজি‌লো

  • @susantaboruahe1146
    @susantaboruahe1146 2 หลายเดือนก่อน +2

    Vallagil kathabur janiba pari krisna

  • @Ishowarup
    @Ishowarup 2 หลายเดือนก่อน +3

    Janibo loga kotha

  • @HimashreeSaikia-im1ph
    @HimashreeSaikia-im1ph 2 หลายเดือนก่อน +1

    6:33 6:34 6:35 6:36 6:36 6:37 6:37 6:38 6:38

  • @RambhaDasRajkhuwa
    @RambhaDasRajkhuwa 2 หลายเดือนก่อน +3

    সঁচা অৰ্থত এজন সফল আত্মা হব পৰা শক্তিশালী ব্যাখ্যা।

  • @diduboro7867
    @diduboro7867 2 หลายเดือนก่อน +1

    Amar mahadev k prapti koriboloi kene koi pujibo lagibo plz okon man holeu jonabo plz🙏🙏🙏

    • @anamikatalukdar774
      @anamikatalukdar774 2 หลายเดือนก่อน

      Jenekoi amar Puja kore Mahadev ok tenekoi ketiau napai...luv, moh, khong, ahankar, irkha jodi eribo pare hompurna bhabe tetia pabo pare...detach yourself from worldly affairs....which I think is not possible while living in society....detach holehey heibur eribo paribo....

  • @ripabhuyan2227
    @ripabhuyan2227 2 หลายเดือนก่อน +2

    31:25

  • @monikaboradutta915
    @monikaboradutta915 2 หลายเดือนก่อน +1

    শিৱ হৈছে দেৱাদীদেৱ বা আদি দেৱ,পৰমেশ্বৰৰ,মহাভকত সেয়ে শিৱ সকলোৰে পূজ‍্য।পৰমেশ্বৰৰ উপাসক সকলোৱে শিৱৰ কৃপা লাভ কৰে।কৃষ্ণ কৃষ্ণ।

  • @NunuiGogoi
    @NunuiGogoi 2 หลายเดือนก่อน

    Shiva bhagawan nohoi bab dhan ,Shiva ajon baishnav he hoi , Bhagawan ajone hoi heija e juge juge prithivit abatar dharon kore