ভাওনা || ম'হিৰাৱণ || Muhirawabon 🤩😱 || সকলোতকে ধুনীয়া প্ৰৱেশখন || vauna || Bhouna

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ก.ค. 2023
  • #ভাওনা #vauna
    ভাইৰেল প্ৰৱেশ।।মূহুিৰাৱণ।।ৰাইজৰ দৃষ্টিত আকৰ্ষিত সকলোতকে ধুনীয়া প্ৰৱেশ আগবহালো@bikash63148
    ভাইৰেল হৈ পৰা প্ৰবেশ খন ।। সৌদ অসম ভাওনা প্ৰতিযোগিতা স্থান পোৱা ভাওনা খনৰ এখন মন জয় কৰা ভাওনা প্ৰবেশ ৰ video এটা আগ বহালোঁ।
    আৰু এখন ধুনীয়া নাট ৰ ভাওনা চালে গম পাব🙏। সদৌ অসম ভাওনাৰ প্ৰতিযোগিতা ত স্থান পোৱা ভাওৰীয়া উৎপল দত্ত দাদা ৰ দুদান্ত অভিনয়। লিংক ( link ) 👇👇👇
    • ভাওনা || নৃসিংহ মুৰাৰি...
    ধন্যবাদ🙏🙏🙏
    ভাওনা সংস্কৃতি
    ভাওনা আৰম্ভণি গীত
    ভাওনা যুদ্ধ
    ভাওনা গীত
    ভাওনা প্ৰতিযোগিতা
    ভাওনা অসমীয়া
    ভাওনা প্ৰৱেশ অসুৰ
    ভাওনা সূত্ৰ
    ভাওনা দৈত্য প্ৰৱেশ
    #anupambitupan
    #bumoni
    #broklendboy
    #vauna
    #vaunavideo
    #assam
    #assamese
    #ভাওনা
    #vaunavideo
    #গুৰুজনাৰ সংস্কৃতি
    ‪@Bikash63148‬

ความคิดเห็น • 61

  • @PabanBora.-le2gl
    @PabanBora.-le2gl 9 หลายเดือนก่อน

    Bahut sundar abhinay. Bar dhunia pravesh korisa. Dhainyabad.

    • @Bikash63148
      @Bikash63148  9 หลายเดือนก่อน

      ধন্যবাদ 🤍🙏

  • @khirodsonowal6685
    @khirodsonowal6685 9 หลายเดือนก่อน +4

    প্ৰৱেশতো তালত খোজ পৰা নাই একণমান শিকিৱ চেষ্টা কৰক ❤ From Bokakhat

    • @jbentertainment7952
      @jbentertainment7952 2 หลายเดือนก่อน

      TH-cam ত upload দিলে তেনেকুৱা হয় কেতিয়াবা।

  • @pradunmyphukonpradunmyphuk6422
    @pradunmyphukonpradunmyphuk6422 11 หลายเดือนก่อน +1

    🙏🙏

    • @Bikash63148
      @Bikash63148  11 หลายเดือนก่อน

      Dhoinabad 🙏

  • @dipjyotidasdj1655
    @dipjyotidasdj1655 11 หลายเดือนก่อน

    majaa

    • @Bikash63148
      @Bikash63148  11 หลายเดือนก่อน

      Tnq brother ❤️

  • @himansubora222
    @himansubora222 11 หลายเดือนก่อน

    First dakhilu aikhn probekh ❤ val lgisa.. ❤

    • @Bikash63148
      @Bikash63148  11 หลายเดือนก่อน

      ধন্যবাদ😊🙏

  • @krishnasaikia9789
    @krishnasaikia9789 10 หลายเดือนก่อน

    🔥🔥🔥🔥🔥🔥 bulihe kolu logote duhar🙏🙏🙏🙏
    Anekua vawna TH-cam t he dekha pai asu...Protokhyo vabe sabole mon jai ...Kun jegar hoi baru

    • @Bikash63148
      @Bikash63148  10 หลายเดือนก่อน

      Dhoinabad 🙏...enekuwa vauna sabloi amr channel tu lgt jorita thakib...competition vauna hoi namoni falr

  • @smritadasvlogs
    @smritadasvlogs 11 หลายเดือนก่อน

    Moja prabesh.dada kot hoi

    • @Bikash63148
      @Bikash63148  11 หลายเดือนก่อน

      ধন্যবাদ দাদা 🙏❤️।নামনি অসমৰ হয়,কম্প্তিছন ভাওনাৰ।

  • @pgoswami5378
    @pgoswami5378 11 หลายเดือนก่อน +1

    অভিনয় নিখূট আৰু যথাযথ হোৱাই
    নহয় অতি মনোগ্ৰাহী হৈছে।ধন্যৱাদ।

    • @Bikash63148
      @Bikash63148  11 หลายเดือนก่อน

      হয়, সঁচাকৈ বহুত সুন্দৰ হৈছে।☺️আপোনাৰ মতামত পাই ভাল লাগিল ধন্যবাদ,লগতে আপোনাৰ লোকলৈ আৰু এনেকুৱা ভিডিও আগ বহাম 🙏❤️

  • @bokulgogoi8892
    @bokulgogoi8892 11 หลายเดือนก่อน

    Dhuniya, 💘, Great🎉

    • @Bikash63148
      @Bikash63148  11 หลายเดือนก่อน

      ধন্যবাদ☺️🙏

  • @CN__EDITz__BOY
    @CN__EDITz__BOY 9 หลายเดือนก่อน +1

    Nice ❤

    • @Bikash63148
      @Bikash63148  9 หลายเดือนก่อน

      ধন্যবাদ ❤️😊

  • @dibyajyotiduarah2234
    @dibyajyotiduarah2234 4 หลายเดือนก่อน +1

    Kun jegar hoi

    • @Bikash63148
      @Bikash63148  4 หลายเดือนก่อน

      বিশ্বনাথ চাৰিআলি ৰ হয়।

  • @banihazarikaentanglement8638
    @banihazarikaentanglement8638 11 หลายเดือนก่อน

    Enekuwa khuror vauna sabo mon ase 🥺

    • @Bikash63148
      @Bikash63148  11 หลายเดือนก่อน

      নিশ্চয় পাবা চাবলৈ, আমৰ channel ৰ লগত জৰিত্ৰ হৈ থাকিব অনাগত দিনবোৰত মই গোটেই ভাওনা খনে upload কৰিম 🙏☺️

    • @tjstie6iyieoywi
      @tjstie6iyieoywi 10 หลายเดือนก่อน

      বিশ্বনাথ যাব লাগিব , তাত এনেকুৱা হৈ । Vall lagee

    • @nilakshidevi4952
      @nilakshidevi4952 9 หลายเดือนก่อน

      এইয়া আমাৰ বিশ্বনাথৰে

  • @digantadutta4642
    @digantadutta4642 10 หลายเดือนก่อน

    Kor hoi mane moi bea vabot kua nai ako amr fale enkua nhoi mane heibabe he hudhisu

    • @Bikash63148
      @Bikash63148  10 หลายเดือนก่อน

      মামণি অসমৰ বিশ্বনাথ ৰ হয় । বহুত ধুনীয়া হয় বাৰু জনোৱাৰ বাবে ধন্যবাদ দাদা 🙏❤️ আগলৈ যোগাযোগ থাকিব ভাওনা আহি আছে আৰু ভাল video দিম বুলি আশা কৰিছোঁ।

  • @madhurjyagogoi6388
    @madhurjyagogoi6388 8 หลายเดือนก่อน

    Nice

    • @Bikash63148
      @Bikash63148  8 หลายเดือนก่อน

      Thank you 🙏

  • @xonskriti134
    @xonskriti134 9 หลายเดือนก่อน

    moi উজনি অসমৰ হয় মইও ভাওনা কৰো ভাল লাগিছে নামনি অসমৰ ভাওনা আমাৰ লগত বহুত বেলেগ চাব জাম এদিন ভাওনা তাত ভাল লাগিছে সুন্দৰ❤❤

    • @Bikash63148
      @Bikash63148  9 หลายเดือนก่อน +1

      হয়, দাদা আমিও ভাওনা কৰোঁ কিন্তু নামনি ফালে অলপ বেলেগ মই বহুত ভাল পাওঁ,আৰু জনোৱা ৰ বাবে অশেষ ধন্যবাদ দাদা ❤️🙏

  • @axomiya-sanskriti
    @axomiya-sanskriti 10 หลายเดือนก่อน +1

    Video2 mur channel t dibo parim neki

    • @Bikash63148
      @Bikash63148  10 หลายเดือนก่อน +1

      নিচিন্ত মনে দিব পাৰিব 👍

    • @axomiya-sanskriti
      @axomiya-sanskriti 10 หลายเดือนก่อน

      @@Bikash63148 thank you

  • @ditiboruah2157
    @ditiboruah2157 11 หลายเดือนก่อน +1

    Aikhon probekh ei hl ne...?

    • @Bikash63148
      @Bikash63148  11 หลายเดือนก่อน +1

      মোৰ দৃষ্টিত ভালে দেখিছোঁ আৰু মই বুলি নহয় বহুতে ভাল দেখিছে এতিয়া আপুনি বেয়া পাৱ পাৰে নেজনিম সকলোৰে choice একে নহ়য় বাৰু জনোৱাৰ বাবে ধন্যবাদ 🙏☺️

    • @MrinalBorah-ul1ip
      @MrinalBorah-ul1ip 10 หลายเดือนก่อน

      Ki vull pale ba apuni

  • @roonmonibora6206
    @roonmonibora6206 9 หลายเดือนก่อน +1

    ভাওনা সংস্কৃতিৰ বিকৃত ৰূপ নিদিব। গুৰু জনাৰ সংস্কৃতি আমাৰ অতি প্ৰিয়। তেওঁ সংস্কৃতি ধৰি ৰখা তো আমাৰ কৰ্তব্য

    • @Bikash63148
      @Bikash63148  9 หลายเดือนก่อน

      মই আপোনাৰ কথাত সম্মত কিন্তু নামনি ফালে ভাওনা প্ৰৱেশ এনেকুৱা প্ৰাই একে আৰু আমি আমৰ সংস্কৃতি ধৰি ৰখা ৰ দায়িত্ব আছে, বহুতে ভাল দেখিছে আৰু বহুতে অলপ বেয়াও পাইছে মই আপুনি জনোৱাৰ বাবে ধন্যবাদ জনাইছো 🙏।ভুল হলে আগলৈ শুধৰাই দিব বুলি আশা থাকিল।

    • @nilakshidevi4952
      @nilakshidevi4952 9 หลายเดือนก่อน

      নামনিৰ নহয় এইয়া আমাৰ মধ্য অসম বিশ্বনাথৰ হয় ।

  • @mintuborah2302
    @mintuborah2302 10 หลายเดือนก่อน

    Ki pobeh korise he

    • @Bikash63148
      @Bikash63148  10 หลายเดือนก่อน

      ভাওনা প্ৰৱেশ হয়।

  • @purnanath-oh9ts
    @purnanath-oh9ts 9 หลายเดือนก่อน +1

    প্ৰৱেশ হোৱা নাই এক তাল মিলা নাই

    • @Bikash63148
      @Bikash63148  9 หลายเดือนก่อน

      নেজানিম আৰু🤐

  • @ashwinidas9553
    @ashwinidas9553 9 หลายเดือนก่อน +1

    মোছন বেছি দেখাইছে ভাল লগা নাই ।

    • @Bikash63148
      @Bikash63148  9 หลายเดือนก่อน

      ভাওঁ লৈ কৰিব লগা হয়। উপাই নাই

  • @jayantaphukan3650
    @jayantaphukan3650 9 หลายเดือนก่อน

    Nat khnor namtu ki jonab

    • @Bikash63148
      @Bikash63148  9 หลายเดือนก่อน

      হনুমন্ত পাতল গম,মূহিৰাৱান বধ তেনেকুৱা কিবা এটা নাম আছিল অলপ পাহৰিছোঁ

  • @brojenkhargharia15
    @brojenkhargharia15 9 หลายเดือนก่อน

    Bace hoisa nake fotuya

    • @Bikash63148
      @Bikash63148  9 หลายเดือนก่อน

      অভিনয় হয় কৰবাত কম কৰবাত অলপ বেচি কৰিলে হে ভাল দেখাই।

  • @arupjyotibora4827
    @arupjyotibora4827 10 หลายเดือนก่อน

    ফালটো প্ৰবেশ।

    • @Bikash63148
      @Bikash63148  10 หลายเดือนก่อน

      জনোৱা ৰ বাবে ধন্যবদ 🙏

  • @Elumoni
    @Elumoni 9 หลายเดือนก่อน +1

    Vl loga nai,ki korise vori tu

    • @Bikash63148
      @Bikash63148  9 หลายเดือนก่อน

      এতিয়া দৰ্শকে জানিব ভালো হব পাৰে বেয়া ও হব পাৰে..। বিশেষ মই বেয়া দেশা নাই,অলপ নতুন চেষ্টা 🥺🥀

    • @sangitakalita-wv5pr
      @sangitakalita-wv5pr วันที่ผ่านมา

      mur favorite hoi dada moi bohut bhal pao mai ato sadai sao 😊😊😊❤❤

  • @mrmysterious6218
    @mrmysterious6218 10 หลายเดือนก่อน

    Ki ai2 hahahahha

    • @Bikash63148
      @Bikash63148  10 หลายเดือนก่อน

      ভাওনা প্ৰৱেশ হয়।

  • @NoOne-tg9tk
    @NoOne-tg9tk 9 หลายเดือนก่อน

    Leora kela ..efale Gar mari disw