Too much mixture lighting is not traditional style (Shyali) of Vauna. It lost the reality of the Assamiya Vauna. Please look into it by the Vauna. Management Committee. (From Khanapara ,Guwahati).
@@ChaoApuGogoi mur 24 years hol kintu moi anekua vauna axomot t ajileke dekha nai,,, ki vauna buli koi aibur,,, amr Jorhat,sivsagar,majuli,etc..vauna he asol vauna. Abr sai jabohi vauna ki hoi tetia buji pabo,,
nasibole he Val hoisile
Ravan na Durga na vogobanor birat rup❤😢
Vauna saba upper Assam t ahibo...
প্ৰৱেশৰ গীত-বাদ্যত দিহানামৰ সংমিশ্ৰণ। বাকী ঠিক।
ভাওনা নেকি?আমি আকৌ দিহা পৰিবেশন কৰিছিল বুলি হে ভাবিছিলো।
ধন্যবাদ ..আপুনি যি ভাৱে ভাবিব পাৰে।
Vau Vagor logot geet tu nimilil jen anuvab korilu.
দোহাৰ পাৰ্টিটোৱে কি কৰি আছো পাহৰি গ'ল নেকি?
Probekhkhon val lagil dei...🙏🏻🙏🏻🙏🏻
ধন্যবাদ
সুন্দৰ হৈছে ৷
আপোনাৰ এই অভিনয় বৰ সুন্দৰ ৷
ধন্যবাদ
Vauna nahaoi vheku vauna
@@debojitbora7908 kun o toi...aneke kbole kot xahox pali.. vauna uprt dekhisu bht gyan ase...sankardeve gutei daitto 2r uprt e ari d gl sge
Bohut hundor hoise❤
ধন্যবাদ 🙏
সুন্দৰ অভিনয়
ধন্যবাদ
সুন্দৰ অভিনয়❤ কিন্তু লাইটৰ মানুহ গিতাৰ কাৰণে চোৱাটো অসুবিধা হৈছে । হ'ল বুলি ইমান দিব নেলাগে লাইট গিতা।
Dress ultimate ❤❤
ধন্যবাদ
Dresss+Acting🔥🔥🔥🔥
sabo mon ase kin2 anekua vaona ekhon😘🥰
@@krishnasaikia9789 ধন্যবাদ...আহিব🙏
Omg moja lagise
ধন্যবাদ
Bro ..mojjaa ...😂😂😂
Thank you
দিহা নাম হে গাইছে দেখোন😂
অসুৰৰ ৰজা নেগেৰা নামত হে ওলাইছে 😅
😂😂😂😂
সঁচাকৈ একদম ফটুৱা লাগিছে ।।😅
😮😮
কৰবাত খেলিমেলি হৈছে
কোনখিনিত খেলিমেলি হৈছে অকনমান আঙুলিয়াই দিলে বৰ উপকৃত হম।
মজা।
ধন্যবাদ🙏
Lower Assam Vaona Sage.... I don't like 🥲.... Upper Assam Vaona Always 🔥🔥
kisu kheli melir anuvob korilu
❤
❤
dress moja...
ধন্যবাদ
Dj night
Moi kintu 14khn he plu hat ...bru thikei ase anekua vaona moiu saisu bru ...kintu ravanr probex khn gohin hole besi vl lage🙏
Nice
Thank you
এইচা পিটন দিব লাগে light ৰ মানুহ কেইটাক ।
Aku aaa mila nai dekhun 😢
কালিলৈ গহপুৰৰ (ৰংতলি ) কামদেৱাললে আহিব দিনত আমাৰ বৰ সবাহ আৰু ৰাতিলৈ ভাওনা আছে।
নাটভাগ কি নামটো?
সকলো ঠিকেই হৈছে।।। কিন্তু ভাওনা+দিহানাম= খিচিৰি 😅
আপুনি খিচিৰি শব্দটো ব্যৱহাৰ কৰি গুৰুজনাৰ অমৰ সৃষ্টিক অপমান কৰিছে।নাপায় বুজিছে আপুনি ঘদি সন্মান কৰিব নাজানে অসন্মান নকৰিব। আপোনাৰ ঘৰ কত মই নাজানো কিন্ত আমাৰ মধ্য অসমৰ ফালে এনেদৰেই ভাৱৰীয়াই প্ৰৱেশ কৰা সৰুৰে পৰাই দেখি আহিছো আৰু ইয়াত কোনো ধৰণৰ দিহানাম পতা নাই। প্ৰত্যেক ভাৱৰীয়া প্ৰৱেশ কৰোতে তেওঁৰ গুণ গৰিমাৰ লগতে ৰূপৰ বৰ্ণনা দি গীত পৰিবেশন কৰা হয় যাক "ধোৰা" বুলি কোৱা হয়।
আপুনি প্ৰৱেশ কৰি আকৌ কিয় উলাই দিলে ।
কাৰন মঞ্চ খনত আপুনি আছিল ৷
@@SanuDutta-bd9zf মই প্ৰৱেশ কৰি নিজৰ সিংহাসনত বহিছো..কাৰণ মোৰ প্ৰৱেশৰ পাছতেই আকৌ সৈন্যসকলৰ প্ৰৱেশ কৰিছিল। মোৰ লগত দুজন সৈন্য আছিল বাকীসকল সুকীয়াকৈ মোৰ পাছত প্ৰৱেশ কৰিছিল।
মুখা ভিনয় ভাল লাগিছে। কিন্তু প্ৰবেশ ৰ গীতৰ অকনমান,,,
diha nam naki baru
Majuli
ৰাৱনৰ 10 টা মাথা আছিল বুলিহে জানিছিলো আজিহে গম পালো হাত ও ইমানকৈ আছিল বুলি ।
th-cam.com/video/POY9s-XXDHc/w-d-xo.htmlsi=aCtfIsyHD-4J_yxL
Ki aibur
Doh muriya Rabonor hat dekhun nafu goja di gojile 😂😂 baki thikei ase ❤❤
ধন্যবাদ...আগলৈ গুৰুত্ব দিম।
@@ChaoApuGogoi Best of luck 👍 আগুৱাই যোৱা।
share nkra k nuarilu
ধন্যবাদ 🙏
Too much mixture lighting is not traditional style (Shyali) of Vauna. It lost the reality of the Assamiya Vauna. Please look into it by the Vauna. Management Committee. (From Khanapara ,Guwahati).
@ghanashyamborah1063 হয়। আপুনি ঠিকেই কৈছে অতিমাত্ৰা পোহৰৰ খেলি মেলিৰ বাবে ভাৱৰীয়া সকলৰ বাবেও সমস্যাৰ সৃষ্টি কৰিছিল। কথাষাৰ মই পাছত ৰাইজক অৱগত কৰিছিলো।অনাগত দিনত এনেবোৰ আসোঁৱাহ আতৰাই ৰাখিবলৈ নিশ্চয়কৈ চেষ্টা কৰা হব।আপোনাৰ পৰামৰ্শটিৰ বাবে অশেষ ধন্যবাদ জনাইছো🙏
@@ChaoApuGogoi Thanks a lot.God bless you.
মানিছোঁ দেই।।। ভাওনা+ দিহানাম= খিছিৰি🙏
কি ফকতীয়া দূহাৰ লগাইছে ।। অসুৰ ওলাইছে নে নেগেৰা বজাই হৰিনাম গাইছে একো বুজি পোৱা নাই।।
Ravan r 10 ta mur nasil 10 ta murur homan gyan asil
Oo Ramayanot apuniu nasil jnu
Natok vag ki hoi jonabo sun jodi ase pdf tu dibo sun
নাট ভাগৰ নাম "মেঘনাথ বধ"। pdf নাই হাতে লিখাহে আছে ।
Ayeee aibur ki ako 😇🥴,, axomiya vauna k dag logai hekh korise aru 🙃 modern bonai hekh dile oo,,
Dress ultimate ❤❤
ধন্যবাদ
Modern kot dekhile khul tal e baji ase eyat kunu guiter drumset bojua hua ni...o light amr fle alp bsi logai emn e....
@@ChaoApuGogoi mur 24 years hol kintu moi anekua vauna axomot t ajileke dekha nai,,, ki vauna buli koi aibur,,, amr Jorhat,sivsagar,majuli,etc..vauna he asol vauna. Abr sai jabohi vauna ki hoi tetia buji pabo,,
@@Toxicstranger495হয় মহাশয় । আপোনাৰ মন্তব্যৰ পৰাই বুজিব পৰা গৈছে যে আপুনি ২৪ বছৰ বয়সতেই সমগ্ৰ অসম ঘূৰি ভাওনাৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰি থৈছে। আপুনি কোৱাৰ দৰে আমাৰ ফালে নকল ভাওনা পাতে।কিবা যদি দায় লগাইছো সদৌ শেষত সেৱাহে 🙏
Qò11090