অতি চমৎকাৰ অভিনয় শকুনিৰ||বাস্তৱ মিন্টু গগৈ||Sokuni|Bhawna|Bastab mintu Gogoi|Vauna|
ฝัง
- เผยแพร่เมื่อ 12 พ.ย. 2023
- শকুনিৰ অভিনয়ত শিৱসাগৰৰ বাস্তৱ মিন্টু গগৈ🥰
নাট-"শকুনিৰ প্ৰতিশোধ"
শিল্পীদল-স্পন্দন শিল্পী সমাজ,ঘৰফলীয়া ,যোৰহাট
স্থান-সংকল্পিত মহা পালনাম, বৰ্ডিং খেলপথাৰ,শিৱসাগৰ।
#Bhawna#SumitSaikia_Official
#Vauna
#Vawna
#Bhauna
#Vabna
#SokuniBhawna
#SokunirProtikhud - เพลง
আধুনিক অসমীয়া ভাওনা পৰিবেশন শৈলী অতি মনোগ্ৰাহী হৈছে। বিশেষকৈ শকুনিৰ ভাওত অভিনয় কৰা গগৈদেৱৰ অভিনয় শলাগিৱ লগীয়া। মহাভাৰতৰ শকুনিৰ প্ৰতিশোধ অতি হৃদয়স্পৰ্শী। এই অভিনয় ফুটাই তোলা সহজ নহয় । এনেদৰে আগলৈকে মহাপুৰুষ জনাৰ আদৰ্শত খুট নলগাকৈ ভাওনা সংস্কৃতি পালন কৰি যোৱাতো বিচাৰিছো ।
অতি সুন্দৰ অভিনয়।
শকুনিৰ অভিনয় অতুলনীয় আৰু চমৎকাৰ হৈছে। মন পুলকিত হল।
ধন্যবাদ
Hosai vl lagil bor vl hoise
Bhut dhuniya bhut dhuniya
বহুত ভাল লাগিল শকুনিৰ অভিনয় চাই ।
ধন্যবাদ
Bohut bohut dhunia,,,,,,sai Sai boson mukhosto hoi goise,,,,,, outstanding,,,,,,
Asamar gaurav
সুন্দৰ অভিনয়। ভাল লাগিছে
Bhoyankar acting.
অতি সুন্দৰ অভিনয় কৰিছে শকুনিৰ মামা ❤
bohutu hubhakamona hokuni mama
Xundor,
ধন্যবাদ
বহুত সুন্দৰ🥰
সুন্দৰ অভিনয় ।
ধন্যবাদ
Hundor
এই ইকো টো কিয় ইমান বঢ়াই লয় ?? ইমান অশান্তি শুনিবলৈ। একেবাৰে ফকতিয়া লাগে।
সুন্দৰ
ধন্যবাদ
4 tarikhe kora vauna khon ketiya dibo
paba
Vawrija jon or nam ki hoi ghor kot
Bastab mintu gogoi-Sivsagar
Hundor
ধন্যবাদ