Uncle (Daai)। Award Winning Short Film। Monuj Borkotoky । Ranjita Boruah। Drama

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • 'Daai' (Uncle) is a story of a 55 years old artist, who performs Bhaona(Folk Assamese Play), modern plays in his locality. He lives with his sister-in-law and niece. Everyone in the village is very fond of him and reaches out for help. It's a story about his selflessness, desires, acceptance, and his artistic self.
    Subscribe to our channels for a new #shortfilm every day - goo.gl/lPLIY
    Click Here to Watch New Releases - bit.ly/newrelea...
    Visit www.pocketfilms.in to know more about us and our activities including films, contests, updates, etc.
    Cast & Crew:
    Director: Monuj Borkotoky
    Producer: Bhupen Gogoi, Subanti Borkotoky
    Cinematographer/Dop: Chida Bora
    Editor: Prodip Paul
    Music: Bibhuti Gogoi
    Screenplay: Monuj Borkotoky
    Sound Design: Manas Protim Goswami
    Sound Mix: Hengul Medhi
    Marketing: Abhijit Laskar
    Casting: Monuj Borkotoky
    Di Colorist: Sujit Borah
    Actors:
    Daai: Devi Borkotoky
    Pokhi: Ranjita Boruah
    Podumi: Bina Patangia
    For Latest Updates Follow Us on Social Platforms
    Follow Us on ►►►►►►►
    FB - / pocketfilmsin
    Twitter - / pocketfilmsin
    #pocketfilms Network Channels ►►►►►►►
    Little Kids Channel - bit.ly/Littleki...
    Are you a filmmaker? Want to showcase your film/documentary and also generate income? Contact us at - info@pocketfilms.in

ความคิดเห็น • 1.6K

  • @ankitascorner2231
    @ankitascorner2231 3 ปีที่แล้ว +13

    দাইৰ দৰে মানুহ থাকিলে সমাজ এখন সমাজ হৈ থাকে! কলা সংস্কৃতিবোৰ ধৰি ৰাখিবলে প্ৰতিখন সমাজত একোজন "দাই"ৰ প্ৰয়োজন। ইমান সুন্দৰ এখন চুটি ছবি উপহাৰ দিয়া বাবে আমি চিৰকৃতজ্ঞ!

  • @upasanakalita7747
    @upasanakalita7747 3 ปีที่แล้ว +7

    অসমীয়া গাঁৱলীয়া জনসমাজৰ সহজ-সৰল মনটো সুন্দৰ ৰূপত পৰিস্ফূত হৈছে। আজিৰ এই যান্ত্ৰিকতাৰ পৃথিৱীখনত "দাই"ৰ দৰে মানুহৰ মহানুভৱতাই মানৱীয়তাক সময়ৰ চাকনৈয়াত বিলীন হৈ যাবলৈ দিয়া নাই। চলচ্চিত্ৰখনৰ মাজেৰে পুৰনি সেই অমৰ কবিতাবোৰ পুনৰ জীপাল হৈ উঠিছে।

  • @nilafagun5243
    @nilafagun5243 3 ปีที่แล้ว +159

    "তই সমাজৰ কাৰণে কিমান কৰিলি...সমাজে তোৰ কাৰণে কি কৰিলে".....এটা এটা মুহূৰ্ত মোৰ চিনাকি.....মই চিনিব পাৰিছোঁ এই ছবিখন....সুন্দৰ প্ৰচেষ্টা💙🌸🎭

    • @achyutdas6578
      @achyutdas6578 3 ปีที่แล้ว +1

      Toy samajor karone ......... Ki korile... Ai kothare sage amar sinaki DAi kaijonok aji vagoruwa kori tulise. Protijone bor apon..

  • @Harpalsaikia15
    @Harpalsaikia15 3 ปีที่แล้ว +199

    Awestruck

    • @SuperMonuj
      @SuperMonuj 3 ปีที่แล้ว +3

      Hi Harpal Thank you. please share the link . It will help us to reach a wider audience 🙏❤.

    • @totalgamingnax4393
      @totalgamingnax4393 3 ปีที่แล้ว +1

      Dada apuni mur sbtko vl lga youtubeer .🙂

    • @DREAM-zd7jp
      @DREAM-zd7jp 3 ปีที่แล้ว

      ♥️

    • @anshumanhandique2745
      @anshumanhandique2745 3 ปีที่แล้ว

      Love you bro

    • @igloballens
      @igloballens 3 ปีที่แล้ว +2

      You are cringe king , learn something from this film dude

  • @Lovemusic0133
    @Lovemusic0133 3 ปีที่แล้ว +73

    গাঁৱলীয়া জীৱনটোৰ প্ৰতিফলিত ৰূপ দাই'ৰ দৰে অনেক নিভাঁজ গাঁৱলীয়া লোক🌼সকলোবোৰ দিশৰ পৰা উন্নত মানদণ্ডৰ এখন মননশীল চুটি ছবি❤️

  • @paramnanda9052
    @paramnanda9052 3 ปีที่แล้ว +118

    Daai is a fabulous person,,every person like him was a real man of our society.

    • @geetartha3906
      @geetartha3906 3 ปีที่แล้ว

      Tothapiu j kaame kaaje nalage, laage mathu homajot rong hanibole... Hukhu diye, dukhu diye kotha khare... Kintu hotyo

  • @kabyasrimahanta384
    @kabyasrimahanta384 3 ปีที่แล้ว +16

    প্ৰত্যেক অসমীয়া সমাজৰ গাঁও এখনত "দাই"ৰ দৰে ব্যক্তি আছে। এজন প্ৰকৃত সংস্কৃতি ৰক্ষাৰ লগতে সমাজ ৰক্ষক❤
    বৰ শান্তি পালে অন্তৰখনে চুটি ছবি খন চাই ।
    আশা কৰিলো আগলৈ চাবলৈ পাম।
    Keep it up guys❤

  • @indrajitborah2174
    @indrajitborah2174 3 ปีที่แล้ว +43

    ক্ষন্তেক সময়তে ইমান আবেগিক কৰি দিলে ! সমাজ ৰক্ষক আৰু সমাজ শুধৰক এনে " দাই " মোৰ প্ৰিয় চৰিত্র 👍👍👍👍👍👌

  • @chandansarma688
    @chandansarma688 3 ปีที่แล้ว +8

    ছবিখনৰ এটা এটা শব্দ‌ই হৃদয় চুই যোৱা । নিভাঁজ গাঁৱলীয়া মূহুৰ্ত বোৰেৰে, ভূপেনদাৰ গীতৰ সঠিক উপস্থাপনেৰে সঁচাকৈ এখন মননশীল চুটি ছবি । 'দাই'ৰ চৰিত্ৰটিৰ অভিনয় অতি সাৱলীল হৈছে।

  • @nayanjyotisaharia7420
    @nayanjyotisaharia7420 3 ปีที่แล้ว +18

    Best...Assamese Short Film...I have Ever Watched....গাওঁৰ সেইখিনি মানুহৰ প্ৰকৃত ছবিখন দেখাই দিছে যি কেইজনে গাওঁ সভা মেল-মিটিং ভাওনা নামঘৰ এইবোৰতে নিজৰ জীৱনতো উৎসৰ্গা কৰি দিছে কিন্তু তেওঁলোকৰ প্ৰয়োজনত কোনেও আহি তেওঁৰ ওচৰত থিয় হোৱা নাই । এইটো একেবাৰে Real ঘটনা আমাৰ গাওঁতে তেনে মানুহ বহুত আছে ।।

  • @minakshiburagohain1960
    @minakshiburagohain1960 3 ปีที่แล้ว +11

    অসমীয়া গ্ৰাম্য সমাজৰ এখন সুন্দৰ প্ৰতিচ্ছবি "দাই" ৰ মাজেৰে দেখা গৈছে!! সকলোৰে অভিনয়ও নিভাজ.. Lots of love to "daai" ❤❤

  • @pranabjyotii
    @pranabjyotii 3 ปีที่แล้ว +17

    They are the people who don't think about themself,they live for society ❤️ their love for the work is unmatchable . Loveed the character " Daai".

  • @meme115
    @meme115 3 ปีที่แล้ว +19

    সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ "মদাৰৰে ফুল হেনো" গীততিৰ অৰ্থৰ গভীৰতাৰ প্ৰকাশ 🥰

  • @nabajyotiborah2358
    @nabajyotiborah2358 3 ปีที่แล้ว +9

    সমাজ সমাজ হৈ থাকে এই দাইৰ দৰে বাস্তৱ চৰিত্ৰবোৰৰ বাবে । বিষয়বস্তু চিত্ৰনাট্য আকৰ্ষণীয় আৰু মন চুই যোৱা । দাইৰ দৰে মানুহবোৰ , সঁচা মনৰ শিল্পীবোৰ ভালে থাকক ।

  • @jantikalita9159
    @jantikalita9159 3 ปีที่แล้ว +10

    প্ৰতিটো শব্দ ... প্ৰতিটো চৰিত্ৰ ইমান ধুনীয়াকৈ পৰিচয় কৰা হৈছে যে গোটেই চিত্ৰ খন এই মন চুই গল্। সঁচাকৈ এ অসমীয়া সংস্কৃতি বহুত ধুনীয়া ।
    জয় আই অসম । ❤️

  • @KennyDBFilms
    @KennyDBFilms 3 ปีที่แล้ว +3

    Splendid work by everyone! Simple and beautiful

    • @SuperMonuj
      @SuperMonuj 3 ปีที่แล้ว

      Thank you @kenny DB Films.. Means a lot

  • @arnabsaikia8131
    @arnabsaikia8131 3 ปีที่แล้ว +25

    "আলি টো কাটি দে চোন " the upper Assam accent ❣️❣️❣️

  • @cuties3542
    @cuties3542 3 ปีที่แล้ว +9

    ছবিখন সকলো দিশৰ পৰা পৰিপূৰ্ণ। দাইৰ দৰে বহু নামনজনা শিল্পী আমাৰ গাঁওবোৰতে আছে। এওঁলোকৰ প্ৰয়োজনীয়তা সমাজত সদায় থাকিব। ধন্যবাদ ইমান এখন ধুনীয়া ছবি উপহাৰ দিয়া বাবে। বিশেষকৈ গাৱত ডাঙৰ দীঘল হোৱা সকলে বেছিকৈ হৃদয়ংগম কৰিব পাৰিব।

  • @debajitborthakur4736
    @debajitborthakur4736 3 ปีที่แล้ว +10

    অপূৰ্ব ।
    অসমীয়াৰ চহা জীৱন যাপনৰ সম্পূৰ্ণ এক অতি সুন্দৰ বিশ্লেষণ দাঙি ধৰিছে।
    সঁচাই কি নাই, সকলোৱে চোন সামৰি পেলাইছে এই ১৯ মিনিটৰ ভিডিঅ'টিতে💜

  • @Phukansdiary
    @Phukansdiary 3 ปีที่แล้ว +4

    নিজৰ গাওঁখনৰ ছবি চকুৰ সন্মুখত ভাঁহি উঠিছে। প্ৰত্যেক খন গাওঁতে এনে এজন মানুহক দেখা পোৱা যায়। সচাঁকৈ বৰ সুন্দৰকৈ সজাই তুলিছে "দাই" চৰিত্ৰ টোক। প্ৰতিটো চৰিত্ৰই চুই গ'ল। ❤

  • @kalpajyotisaikia2659
    @kalpajyotisaikia2659 3 ปีที่แล้ว +25

    Outstanding....🔥
    দাই.....এজন শিল্পী, কেঁচা মাটিৰে গঢ়া এজন প্ৰকৃত মানুহ।
    এনেকুৱা এটা চেনেলত নিজৰ ভাষাৰ চিনেমা এখন চোৱাৰ কথাই সুকীয়া, তাতে ইমান সুন্দৰ অভিনয়। সচাই গৰ্বিত।

  • @aupamabhuyan2105
    @aupamabhuyan2105 3 ปีที่แล้ว +2

    মনোজ বৰকটকীৰ দাই এখন উৎকৃষ্ট মানৰ চুটি ছবি । দাই মানে আমাৰ দেৱী দা এজন প্ৰথম শ্ৰেণীৰ অভিনেতা । বাকী সকলোৰে অভিনয় অতি সুন্দৰ । আমি আৰু আশা কৰোঁ । দেৱী দালৈ নমস্কাৰ ; মনোজলৈ ধন্যবাদ আৰু বহুত মৰম ।

  • @navabora9489
    @navabora9489 3 ปีที่แล้ว +3

    সচাকৈ এনেকুৱা বহু অখ্যাত লোকৰ বাবে আমাৰ জীৱন জীপাল হৈ আছে অথছ আধুনিক সমাজে তেওঁলোকক লেখত লব নোখোজে!

  • @radhemalik6349
    @radhemalik6349 3 ปีที่แล้ว +26

    দাই সঁচা অৰ্থত এজন প্ৰকৃত শিল্পী। তেওঁ অভিনয়ে মোৰ স্বৰ্গীয় "ককা"ক‌ মনত পেলাই দিলে। আৰু বুজি পালোঁ ভূপেন মামাৰ সঁচা অৰ্থত সেই কালজয়ী গীতটি 💓

  • @noobiechannel7204
    @noobiechannel7204 3 ปีที่แล้ว +5

    We need people like Daai,, in todays world its hard to find someone this innocency.🥰this is assamese true innocemt face...

  • @dhanjitmedhi7101
    @dhanjitmedhi7101 3 ปีที่แล้ว +2

    এনেকুৱা এজন ব্যক্তি প্ৰত্যেক গাওঁতে থাকে প্ৰায়.. যিয়ে নিজৰ কাৰণে নহয় সমাজৰ কাৰণে থাকে... কিন্তু সমাজে একো নিদিয়ে তেওঁলোকক উভতাই..! ভাল লাগিল চাই

  • @thetuber4439
    @thetuber4439 3 ปีที่แล้ว +5

    Mr. Devi Borkotoky. A gem . Priceless. How realistic of a pastoral life is depicted. দেউতা লৈ মনত পৰি গল।

  • @mridulchetia4793
    @mridulchetia4793 3 ปีที่แล้ว +7

    আপোনালোকৰ এই পদক্ষেপ সচাকৈ সলাগনিয়। ইমান যে সুন্দৰকৈ উপস্থাপন কৰিছে চৰিত্ৰ কেইটি। বৰ ভাল লাগিল, আপোনাক আৰু আগোৱাই যাৱক তাৰেই কামনা কৰিলোঁ❤️

  • @assamesepoem2038
    @assamesepoem2038 3 ปีที่แล้ว +60

    ' দাইটিৰ' দৰে হাজাৰ চৰিত্ৰ গাওঁবোৰত লুকাই আছে সুন্দৰ উপস্থাপন লগতে সমাজৰ পৰম্পৰাগত অদৰকাৰী ৰীতি নীতিবোৰ নাইকিয়া হওঁ‌ক সোনকালে। শিল্পীবোৰ শিল্পী হিচাপে সমাজত স্থান পাওঁ‌ক ,নিকা হওঁ‌ক সমাজ গঢ়ি উঠক নতুন ইতিহাস । ভাল লাগিল।

  • @adityadas1583
    @adityadas1583 3 ปีที่แล้ว +14

    বুকু দাথি হাজাৰ বাৰ কম আমি যে অসমৰ অসমীয়া_❤️অতীতৰ গান,ভাওনা আদিৰ কথাৰ সানিধ্যত সঁচাকৈ মন টো একেবাৰে আবেগিক হৈ গল।🔥
    🙏জয় আই অসম🙏

  • @dhrupaddeka4239
    @dhrupaddeka4239 3 ปีที่แล้ว +20

    'দাইটি', এক সুমধুৰ অসমীয়া শব্দ। অতি সুন্দৰ আৰু সাৱলীল অভিনয়, এখন উপভোগ্য আৰু নিভাঁজ অসমীয়া চুটি ছবি 🙏🏻

  • @jollywoodofficial6754
    @jollywoodofficial6754 3 ปีที่แล้ว +8

    কি নু কম কবলে মোৰ ভাষা নাই ছবিখন ইমান সুন্দৰকৈ দেখুওৱা হৈছে ❤️❤️❤️❤️love u all আশা কৰোঁ আৰু পাছলৈ এনেকুৱা ছবি দেখিবলৈ পাম❤️😊

  • @kushalkalita4405
    @kushalkalita4405 3 ปีที่แล้ว +8

    আজিৰ এই কৃত্ৰিম অত্যাধুনিক সামাজিক মাধ্যমৰ মাজতে কিবা এটা নিভাঁজ মাটিৰ গোন্ধ থকা বস্তু অনুভৱ কৰিলোঁ। ধন্যবাদ। প্ৰত্যেক সমাজতে এনেকুৱা এজন দুজন দাই আছে আৰু তেওঁলোকে আজিও কাৰো কথাত গুৰুত্ব নিদি সমাজৰ বাবে নিজৰ কাম কৰি গৈছে ♥️

  • @bitupon8194
    @bitupon8194 3 ปีที่แล้ว +3

    ভাষা নাই, সুন্দৰ অভিনয়, চুটি চিনেমাখন চাই সঁচাই আপ্লুত হলো।আমি bangalore ত থাকোঁ,চিনেমাখন চাই নিজক অসমীয়া বুলি গৌৰাম্বিত যেন অনুভৱ কৰিলোঁ।ইমান সুন্দৰকৈ উপস্থাপন কৰিছে, দাই চৰিত্ৰটো বহুত বেছি ভাল লাগিল, তাৰোপৰি অভিনয় বুলি কবলৈ ভাষা নাই, বহুত বেছি ভাল হৈছে, এনেকৈ আগলৈ আৰু ভাল ভাল চিনেমা আমাক যাতে উপহাৰ দি যায় তাৰ আশাৰে বাট চাই ৰলো ধন্যবাদ সকলোকে🙏🙏🙏

  • @arpidas4028
    @arpidas4028 3 ปีที่แล้ว +38

    I forgot that this short film is uploaded in an Indian Short film TH-cam channel. This is really a proud moment for us. It's not just a story, it's the real scenario of village society...a very big congratulations to the whole team. Go ahead

    • @MixKeviiNaGa
      @MixKeviiNaGa 3 ปีที่แล้ว +1

      The beauty of nature n the beauty of Assamese people..really amazing ... We visit Ur state again ..from NE Nagaland kohima 👍

    • @drmanikchandraroy2057
      @drmanikchandraroy2057 2 ปีที่แล้ว

      Congratulations to whole team and director. Proud of you.

  • @moitreedas6496
    @moitreedas6496 3 ปีที่แล้ว +2

    আমাৰ সমাজত এনে লোক বহুত আছে।এক অনন্য প্ৰতিভূ।দাই চৰিত্ৰটোত সুবহু ৰূপত সকলো ফুটি উঠিছে।

  • @chimpikonwar1394
    @chimpikonwar1394 3 ปีที่แล้ว +9

    এনেকুৱা ছবিবোৰেই অসমীয়া ভাষা, কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব | খুবেই সুন্দৰ উপস্থাপন

  • @babitaborthakur7125
    @babitaborthakur7125 3 ปีที่แล้ว +9

    অতি সুন্দৰ, ভাল লাগিল ,এতিয়াও সদৰ্থক মানৱ দৰদী লোকেই সমাজ খন শৃংখলিত কৰি ৰাখিছে,কাহিনী,অভিনয়,সংগীত,সজ্জা সকলো কৰ্ম -কৰ্তালৈ আমাৰ শুভ কামনা জনালোঁ 💐💐💐

  • @jeetbaruah2964
    @jeetbaruah2964 3 ปีที่แล้ว +5

    আগৰ সেই গাওঁ এতিয়া আৰু গাওঁ হৈ থকা নাই , যান্ত্ৰিকতাই গ্ৰাস কৰি পেলোৱা একোখন গাওঁ বৰ্তমান । সুন্দৰ পদক্ষেপ পৰিচালক মহাশয় ধন্যবাদ ছবিখনৰ বাবে ।

  • @parishmitahazarikanipa9645
    @parishmitahazarikanipa9645 3 ปีที่แล้ว +2

    অন্তৰ চুই যোৱা এখন ছবি, বিশেষকৈ সাংস্কৃতিৰ লগত জড়িত সকলৰ লগত হৈ থাকে, ভুক্তভোগী!! কিন্তু সংস্কৃতিৰ লগত জড়িত হৈ যেন অনন্য সুখ পোৱা যায়, জড়িত জনেহে উপলব্ধি কৰিব পাৰে।

  • @runaligogoi3034
    @runaligogoi3034 3 ปีที่แล้ว +46

    আৱেগিক হৈ পৰিলো....চকুপানী ওলাই গ'ল কিয় নাজানো... খুব ভাল লাগিল....বৰহাটৰ ছোৱালী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ... গাওঁবোৰ সঁচাই বহুত ধুনীয়া💚💚

  • @Parthaamusic
    @Parthaamusic 3 ปีที่แล้ว +5

    ইমান সৰু সৰু কথা বোৰ লৈ ইমান ধুনীয়া উপস্থাপন সঁচাই খুব ভাল লগিল , খুব সুন্দৰ চিন্তা ধাৰা বহুত ভাল লাগিল ৫ বাৰ মান চালোঁ,প্ৰত্যেক বাৰেই চকু কেইটা চলচলীয়া হৈ উঠে, বহুত বৰম হুভকামনা ♥️

  • @himadridevi2719
    @himadridevi2719 3 ปีที่แล้ว +4

    দায় ৰ অভিনয় অতুলনীয়। বহুত ভাল লাগিল। তেওঁৰ সহনশীলতা, সৰলতা আৰু ভতিজিৰ প্ৰতি মৰম সচঁাই ভাল লাগিল

  • @rakeshbaruah5729
    @rakeshbaruah5729 3 ปีที่แล้ว +2

    বহু গুনেই অপৰৰ ছবি এইখন, সমাজক আগ বাঢ়ি নোযোৱা পৰম্পৰা এৰি সমাজক আগুৱাই নিবা পৰাটো হে মূল লক্ষ্য হ'ব লাগে, ছবি খনৰ কাহিনীভাগ অতি সুন্দৰ কৈ প্ৰৰ্দশন কৰিছে,, সচাকৈ ছবি খনে সকলোকে বিশেষ ভাৱে মনোনিবেশ কৰিছে, আৰু সকলোকে আবেগিক কৰি তুলিছে, 🤩🤩

  • @monujsaikia3737
    @monujsaikia3737 3 ปีที่แล้ว +25

    It's not only a pocket film... বহুত লোকক সাধাৰণ জীৱন জীয়াই থাকিবলৈ শিকাই গৈছে। Fantastic 👍👍👍

  • @agniban5102
    @agniban5102 3 ปีที่แล้ว +2

    সৰ্বশ্ৰেষ্ঠ মানৱৰ জীৱনৰ আঘাত প্ৰতিটো ঘাটে ঘাটে। জীৱন মানেই এই সংগ্ৰাম

  • @KnowledgeGainer23
    @KnowledgeGainer23 3 ปีที่แล้ว +10

    ইমান ধুনীয়া ছবি মই আজিলৈকে চোৱা নাই...গাঁৱৰ এখনৰ সুন্দৰ ছবি প্ৰতিফলিত হৈছে😍

  • @laimwnpixel8336
    @laimwnpixel8336 3 ปีที่แล้ว +2

    মনোজ দা বহুত বহুত ভাল হৈছে । দাই বহুত ধুনীয়া কৰিছে । সকলোৰে কাম ভাল হৈছে ।
    মই ( সূৰুয ডেকা )

  • @Nboynayanofficial
    @Nboynayanofficial 3 ปีที่แล้ว +9

    অতুলনীয় অৱদান আগবঢ়াইছে ছবি খনে নতুন প্ৰজন্মৰ বাবে । দাই ❣️

  • @jonalisaikia6489
    @jonalisaikia6489 3 ปีที่แล้ว +3

    Daai is one of the best short films India ever produced. A remarkable work that need to appreciate🙏.

  • @surjudoycreation3500
    @surjudoycreation3500 3 ปีที่แล้ว +17

    সচাঁ অৰ্থত এখন প্ৰকৃত অন্তৰ চুই যোৱা চুটি ছবি। গাঁওলীয়া প্ৰকৃত ছবি অংকিত কৰা হৈছে। ভাল লাগিল চাই । সকলোৰে সুদিন কামনা কৰিলো। 🙏

  • @drbonitaborah6752
    @drbonitaborah6752 3 ปีที่แล้ว +3

    The standard is like Satyajit Ray's muvie !!wont say much...this is third time m watching this..and cud not stop tears in the end..i am so proud of the makers !!i send to many non assamese friends they like it too!!

  • @lakhipriyadihingia7275
    @lakhipriyadihingia7275 3 ปีที่แล้ว +15

    অতি সাধাৰণ ভাৱে উপস্থাপন কৰা এটি এটি দৃশ্য ই মন চুই গ'ল। প্ৰকৃতাৰ্থত এখন ভাল ছবি ।❤️❤️

  • @chaoabhijitchetiapator4827
    @chaoabhijitchetiapator4827 3 ปีที่แล้ว +2

    দাইৰ চৰিত্ৰৰ আঁৰত কেইবাজনো চিনাকী মুখ দেখা পালো । বহু প্ৰতিভাৰে সমৃদ্ধ হৈয়ো সমাজৰ পৰা কোনো সহায় বা স্বীকৃতি নাপায় । অথচ গাঁৱৰ সকলো অনুষ্ঠানতে দেহে-কেহে খাটি দিয়ে । তেওঁলোক এক দুখৰ জীৱন যাপন কৰি অবিবাহিত হৈয়ে ইহলীলা সম্বৰন কৰে । সচাই খূব সুন্দৰ ভাৱে উপস্থাপন কৰিছে । সকলোৰে অভিনয় প্ৰশংসনীয় । আগলৈও আপোনালোকৰ পৰা এনে সুন্দৰ নাট পাম বুলি আশা থাকিল ।

  • @luckyahmed2972
    @luckyahmed2972 3 ปีที่แล้ว +6

    অতি সুন্দৰ ভাবে ফুটাই তুলিছে এখন গাৱৰ ছবি, লগতে সুন্দৰ অভিনয়, বৰ ভাল লাগিল, শুভেচ্ছা থাকিল।

  • @himanshugogoi5036
    @himanshugogoi5036 3 ปีที่แล้ว +3

    Modarora ful gantu Moi ajiha buji paisu ...❤️❤️❤️bohot bhal lagil❤️❤️❤️

  • @VildPG3232
    @VildPG3232 3 ปีที่แล้ว +3

    সচাকৈ বহুত ভাল লাগিল 🙏❤️❤️

  • @daviborkotoky5106
    @daviborkotoky5106 2 ปีที่แล้ว +3

    One year have completed. Thank you all for puring so much love to my character as well as the film. Much love and light to you all.
    Yours truely
    Devi Borkotoky

  • @bobygogoi9413
    @bobygogoi9413 3 ปีที่แล้ว +3

    অতি সুন্দৰ ভাৱে ফুটাই তুলিলে এখন গাঁৱৰ ছবি।দাই বৰ আপোন শব্দ।ভাল লাগিল চাই👌👌👍👍

  • @kamrupiangaming819
    @kamrupiangaming819 3 ปีที่แล้ว +2

    সাধাৰণতে নাচাওঁ চুটি ছবি। পিছে এইখনে হৃদয়স্পৰ্শ কৰিলে। OUTSTANDING 👌👌👌

  • @manjushahi3333
    @manjushahi3333 3 ปีที่แล้ว +24

    The simplified visual language makes #Daai (Uncle) a powerful international cinema. The content and It's presentation makes you spellbound . One can relate to it easily . Doesn't matter you understand the language or not. Don't miss this film guys.

  • @triptidutta2288
    @triptidutta2288 3 ปีที่แล้ว +3

    প্ৰথম চাইছোঁ অসমীয়া চুটি ছবি,,,সঁচায়ে অপূৰ্ব সকলোয়ে চাওক আমাৰ চুটি ছবি সমূহ সকলোৰে মাজত সমাদৰ লাভ কৰক।।।❤️❤️

  • @SuperMonuj
    @SuperMonuj 3 ปีที่แล้ว +142

    Thank you so much from our দাই (Uncle) Team to you all for appreciation and immense love towards our film. please do share the link and help us to reach a wider audience ❤🙏

    • @reemeebarman1764
      @reemeebarman1764 3 ปีที่แล้ว +4

      We have seen so many Dai , yet you brought him to life like no one else.

    • @anjumanitalukdar6247
      @anjumanitalukdar6247 3 ปีที่แล้ว +2

      such a beautiful movie....congratulations to whole team..

    • @MixKeviiNaGa
      @MixKeviiNaGa 3 ปีที่แล้ว +2

      Last part Relly like it... Love from Nagaland North east India 👍

    • @TheAkashPatra
      @TheAkashPatra 3 ปีที่แล้ว +3

      Huge congratulations to Whole team,
      much deserved love and attention💚
      (Devi)Daai has always been Daai for us..
      You both(Father-Son) should be very proud for this achievement 🙌

    • @mukundanath6486
      @mukundanath6486 3 ปีที่แล้ว +1

      মোৰ মূকাভিনয় কৰি কৰি এই অৱস্থাই

  • @lakshmidas7231
    @lakshmidas7231 3 ปีที่แล้ว +2

    বহুত ভাল লাগিল। সমাজৰ বাবে নিজকে উচৰ্গা কৰা লোকসকল তেনেকৈয়ে সুখী। কিন্তু কোনোৱাখিনিত যেন বৰ অকলশৰীয়া

  • @asikurali2006
    @asikurali2006 3 ปีที่แล้ว +17

    এখন প্ৰকৃত ছবি। অন্তৰ চুই গ'ল। 💚❤️

  • @tirthavb
    @tirthavb 3 ปีที่แล้ว +2

    I am speechless. Bor aabegik kori pelale sobi khone. Specially jetia Bhupen Hazarika'r gaan'r prokrito ortho buji paalu.
    "Aamar dore luk henu kaame kaaje nelaage. Laage maathu xomajote rong xaanibole"

  • @dipamonidas6759
    @dipamonidas6759 3 ปีที่แล้ว +4

    বহুত ভাল লাগিল চাই। দাই দৰে মানুহ সমাজত থকাতো অতি দৰকাৰ ।

  • @artexpress6653
    @artexpress6653 3 ปีที่แล้ว +1

    আমাৰ প্ৰায় প্ৰতিখন গাৱতে এনে এজন দাই আছে । নিজৰ পৰিৱৰ্তে আনৰ কথা আগতে ভাবে, সমাজৰ বাবে সকলোখিনি কৰে, কেৰোপ নকৰে । অথচ দাইও এজন মানুহ । তেজত সম্বন্ধ নাথাকিলেও দাই বুলি মাতিলেই আপোন হৈ পৰে । এই যে নামঘৰত, বিয়া, সকামত লাগি দিয়ে তেনেকৈয়ে সুখ লভে । সমাজৰ স্হিৰতা প্ৰকৃততে তেওঁলোকৰ হাততহে থাকে ।
    বৰ ভাল লাগিল চাই । এটা প্ৰাসংগিক বিষয়ৰ ইমান সুন্দৰ উপস্হাপন । আৰু পেক্ষাপটৰ কথা কিনো কম । ইমান সুন্দৰ । দাই❤

  • @bitupongogoi9718
    @bitupongogoi9718 3 ปีที่แล้ว +44

    সঁচা অৰ্থত এখন অতি ভাল ছবি। প্ৰকৃত অসমীয়া সমাজ জীৱনৰ এখন ছবি অংকিত হৈছে।

  • @goldenassam6752
    @goldenassam6752 3 ปีที่แล้ว +2

    বহুত ভাল হৈছে ছবিখন, প্ৰতিজন মানুহে সুন্দৰ অভিনয় কৰিছে, একেবাৰে নিখুঁত হৈছে ছবিখন, গাঁৱৰ প্ৰতিটো ছবি একেবাৰে উলাই পৰিছে।

  • @tridipranjansaikia711
    @tridipranjansaikia711 3 ปีที่แล้ว +5

    নিখুত অভিনয় অতুলনীয় উপস্থাপন । এয়াইযে আমাৰ নিভাঁজ থলুৱা সৰলমনা দাই।❣️❣️❣️❣️
    বহুত বহুত মৰম থাকিল যোৰহাটৰ পৰা 💌💌💌💌💌

  • @jugalkishorbordoloi8691
    @jugalkishorbordoloi8691 3 ปีที่แล้ว +1

    অতি সুন্দৰ ,,,হয় সমাজত বহু তেনেকুৱা মানুহ আছে তেওঁ লোকক অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ 🙏🙏🙏🙏

  • @dirtonmyshoes
    @dirtonmyshoes 3 ปีที่แล้ว +5

    The fact that none of the poetry or songs were subtitled but the last song! Gem.
    Looking for similar kind of movies. Any suggestions ?

  • @romulaschutia9080
    @romulaschutia9080 3 ปีที่แล้ว +2

    Nijor dai loi mont pori gol, horu kaal tu dai lgt a paar hoisila..... Sobot agbohai nisina.... Maa deuta jonmo disila dai kintu lalon palon korisila... Horu dai❤❤

  • @momindas119
    @momindas119 3 ปีที่แล้ว +7

    কেচাঁ মাটিৰ নিভাঁজ ছৱি....❤
    মনটোৱেই ভাল লাগি গ'ল 😊

  • @user-gv3og4xq3f
    @user-gv3og4xq3f 3 ปีที่แล้ว +2

    ধুনীয়া বহুত ধুনীয়া...দাই এটা অন্তৰ চুই যোৱা শব্দ❤

  • @dhrubaxaikia
    @dhrubaxaikia 3 ปีที่แล้ว +13

    A truly international standard short film, I request all the film lovers to share the link to spread the film. And I request to the maker Monuj Borkotoky and distributer Pocket Films to take this film to make it available on OTTs also (like hotstar) so that a wide range of audience can watch this beautiful film.

  • @TheAkashPatra
    @TheAkashPatra 3 ปีที่แล้ว +2

    15:30 Goosebumps,
    Amar Area r ataitkoi furtit thoka byokti ...
    Moromot hokolue e Devi dai buli matu...
    Ki gun gaw film khonor , eku vaxa nai, big congratulations to Monuj daa and team..

  • @MixKeviiNaGa
    @MixKeviiNaGa 3 ปีที่แล้ว +27

    I hv so many assamese friends here in Nagaland... N we always visit karbi, gahwati, diphu , Siliguri tezpur etc.. love from NE Nagaland kohima 👍👍😘

    • @User360iskon
      @User360iskon 3 ปีที่แล้ว +1

      I too have many naga frnds and I have fond memories of visiting Dimapur.

    • @MixKeviiNaGa
      @MixKeviiNaGa 3 ปีที่แล้ว +2

      @@User360iskon the beauty of nature n the beauty of short film...rely impressed...👍😳

    • @ABmusicland
      @ABmusicland 3 ปีที่แล้ว

      @@MixKeviiNaGa ❤️🙌

    • @techtrosguiders2121
      @techtrosguiders2121 3 ปีที่แล้ว

      Love you too

  • @parishmitakonwar9338
    @parishmitakonwar9338 3 ปีที่แล้ว +2

    নিভাঁজ গাৱঁলীয়াৰ গোন্ধ থকা এখন জীয়া ছবি 🌸🌸আৰু লাগে এনেকোৱা চুটি ছবিৰ উপহাৰ

  • @dollypathak7948
    @dollypathak7948 3 ปีที่แล้ว +4

    In 20 mins alone, passed down a strong message, loud and clear ❤️❤️

  • @edutainment5006
    @edutainment5006 3 ปีที่แล้ว +2

    ছবিখন চাই ভাল লাগিল। ধন্যবাদ ছবিখনত জৰিত সকলোলৈ। জয় আই অসম🌹🌹💕💕❤️❤️💓💓💖💗💖🙏🙏🙏

  • @biswajitscreation887
    @biswajitscreation887 3 ปีที่แล้ว +4

    সঁচাকৈ ভাল লাগিল।কি অভিনয় কি সংলাপ প্ৰক্ষেপণ।লোকেচনটো ভাল লাগিল।নিজকে নাহৰকটীয়াত থকাৰ নিচিনা লাগিল।দদাই-ভতিজাৰ সম্পৰ্ক,বৌৱেক-দেওৰেকৰ সম্পৰ্ক ;দায়িত্ববোধ উস্ কোনটো ক'ম।"তই খালিনেনাই?" - সেইটো বাৰু কম সংলাপনে!শুনাত সাধাৰণ কিন্তু কিমানযে কথা লুকাই আছে সংলাপটোত।আকৌ -"মই গুচি গ'লে কোনে চাব তাক!" এগৰাকী বৌৱেক মাতৃসম সেইটোও ওলাই পৰিছে।শুই শুই কবিতা আবৃত্তি;কুলাখনেৰে জৰা কাম কৰি থকা ; কিমানযে ক'ব লগা আছে।হাস্যৰসো দিছে- গোবৰ পেলোৱাৰ সময়ত ভাওনাৰ বচন মাতি থাকোঁতে ল'ৰা দুটা ভয়তে দৌৰ মাৰিলে।অভিনয় চমৎকাৰ -স্বীকাৰ কৰিবই লাগিব।কলা-কুশলীৰ নিৰ্বাচন ভাল হৈছে।এটা কথা কওঁ দেই -ভতিজাকে পথাৰত কাম কৰি থকা দদায়েকৰ ওচৰলৈ যাওঁতে সেই পানী জাৰটোৰ ঠাইত কেটলি এটাৰ অভাৱ অনুভৱ কৰিলোঁ।অসুবিধা হোৱা নাই কিন্তু কেটলি বা ঘটি এটা বেছি খাপ খালেহেঁতেন।বাকী শুভেচ্ছা থাকিল।সকলোৰে উত্তৰোত্তৰ কামনা কৰিলোঁ।ব'হাগী শুভকামনাৰে...

  • @bolingoswami6490
    @bolingoswami6490 3 ปีที่แล้ว +2

    শব্দ গ্ৰহণ অতি উত্তম আৰু মনোগ্ৰাহী।

  • @deebee2804
    @deebee2804 3 ปีที่แล้ว +3

    এটা অতি সহজ সৰল কাহিনী
    তথাপিও মনটো চুই গল
    সুন্দৰ উপস্থাপন ।

  • @pallavigogoi2014
    @pallavigogoi2014 3 ปีที่แล้ว +2

    Imman j Vaal lagil. Sobi khonor somuh poriyaloloi dhonyobad. Bohudinor murot nivaj axomiya ekhon sobi salu. Nikhut avinay, nikhut sanglap, nikhut bishoy....sokolu dishor porai ekhon sarbango sundor sobi.

  • @LegendFormula
    @LegendFormula 3 ปีที่แล้ว +5

    অসমীয়া হিচাবে আপোনালোকক এনে এখন মধুৰ চুটি ছবি আমালৈ আগবঢ়োৱাৰ বাবে অতিকৈ ধন্যবাদ জনালোঁ

  • @simantadas3676
    @simantadas3676 3 ปีที่แล้ว +2

    এয়াই আমাৰ অসমীয়া সংস্কৃতি। হৃদয় ছুই গ'ল।

  • @User360iskon
    @User360iskon 3 ปีที่แล้ว +5

    বৰ ভাল লাগিল চাই। এই চুটি ছবি খন যেন সকলোৱে আদিৰ লয়।

  • @adityaparasar3414
    @adityaparasar3414 3 ปีที่แล้ว +2

    সুন্দৰ জীৱন সুন্দৰ মন । সমাজত এনেকুৱা দাই হাজাৰ জন হওক । ♥️

  • @ruchiradutta6629
    @ruchiradutta6629 3 ปีที่แล้ว +9

    সুন্দৰ ছবি। বৰ ভাল লাগিল। ইয়াৰ লগত জৰিত সকলোটিলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালো।

  • @jatiyahewak3611
    @jatiyahewak3611 3 ปีที่แล้ว +2

    তই সমাজৰ কাৰণে ইমানখিনি কৰিলি, তোৰ কাৰণে সমাজে কি কৰিলে - উফ হৃদয় চুই গল

  • @krishnakamalkhaund5353
    @krishnakamalkhaund5353 3 ปีที่แล้ว +4

    বহুত দিনৰ মূৰত এখন অসমীয়া ভাল ছবি চালো। সকলো দিশৰ পৰাই উন্নত। ধন্যবাদ ‌এনে ছবি আগবঢ়োৱাৰ বাবে।

  • @achintadeka1414
    @achintadeka1414 3 ปีที่แล้ว +2

    Very beautiful story. . . গাওঁৰ নিকা পৰিৱেশলৈ মনটো উৰা মাৰি গল চুটি ছবি খন চাই চাই।

  • @jayantabaishya86
    @jayantabaishya86 3 ปีที่แล้ว +6

    Uff নিভাঁজ মাটিৰ গোন্ধ থকা এখন চুটি ছবি।👌😊

  • @dipaliboruahbhuyan6237
    @dipaliboruahbhuyan6237 3 ปีที่แล้ว +1

    কব নোৱাৰা ভাষাৰে ধুনীয়া.. আমাৰ গাওঁৰ সহজ সৰল ছবি, ভাল লাগিল।🙏❤️❤️

  • @bhaskarsaikia94
    @bhaskarsaikia94 3 ปีที่แล้ว +7

    সচাঁকৈয়ে বৰ ভাল লাগিল ৷ গাওঁলিয়া পটভূমিৰ মননশীল এখন সুন্দৰ চলচ্চিত্ৰ ৷সকলোৰে অভিনয় বহুত ধুনীয়া হৈছে ৷🙏❤️❤️

  • @kon149
    @kon149 3 ปีที่แล้ว +2

    অতি সুন্দৰ ছবি ।নিভাজ গাঁৱলীয়া প্ৰতিচ্ছবি ফুটি উঠিছে।

  • @tirthangkar.bhuyan4214
    @tirthangkar.bhuyan4214 3 ปีที่แล้ว +16

    যথেষ্ট ভাল লাগিল । এনেকুৱা অসমীয়া চুটি ছবি আৰু নিৰ্মাণ হওঁক ।
    অলপ হতাশা ত ভুগি থকা কাৰণে ইউটিউব টো খুলি লৈছিলোঁ। এইখন চাই মন কিবা এটা ভাল লগিল ।

  • @deebangshububu7845
    @deebangshububu7845 3 ปีที่แล้ว +2

    অতুলনীয় 😌অনুভৱৰ সাগৰত বৈ গৈছোঁ 💓ধন্য মই সকলোকে মোৰ ফালৰ পৰা salute