THE LAST CIGARETTE / Kamal Lochan |Swagata Bharali | Ashim Krishna Baruah|Aparna Dutta Choudhury.

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • Fairy Tales Production in Association with Jonaki Mon Creations present " THE LAST CIGARETTE". The story explains How one does not need any reason to Love, It says Love Does not Need any Langauge, Love itself is a language.
    Song Link : • MOUNO Song Of The Last...
    More songs : • Official Video " A Cup...
    #love #lovelanguage #thelastcigarette #kamallochan #swagatabharali #fairytalesproduction #fairytales #shortfilm #assameseshortfilm #assameseshortmovie #assamese #assameseshortflim #assam #assamese #cigarette #cigaretteseries
    Credits:
    Cast- Kamal Lochan, Swagata Bharali, Ashim Krishna Baruah, Aparna Dutta Choudhury.
    Story/screenplay/Dialogue - Atit Saikia.
    Cinematography - Chiranjit Ramchiary
    Editor/DI - Debabrot Phukan
    Music Direction - Jonaki Mon
    Background score - Jagadish Nath
    Location Sound - Sumir Dewri Damlong
    BGM Team - Tonmoy Bora, Rahul Deka, Kaustav Kalita.
    Sound Design - Sumir Dewri Damlong, Alokesh Saikia.
    Sound Mixing - Alokesh Saikia.
    Assistant Director - Debasish Hazarika
    Make Up - Kamal Talukdar, Bablu Raj
    Camera Assistant - Pankaj Boro, Gakul Uzir
    Location Sound assistant - Sashanka Das, Dimbeswar Boro
    Lyrics - Danish Ahmed
    Background Vocals - Bappa
    Produced By - Parishmita Hazarika
    Directed By - Swagata Bharali.

ความคิดเห็น • 544

  • @kauchikgoswami505
    @kauchikgoswami505 ปีที่แล้ว +82

    This story reminds me of Dipali Borthakur and Nilpaban Baruah's love story. He used to smoke a lot and he used to draw on each and every packet of cigarettes.

  • @FactbyRanjan
    @FactbyRanjan 4 หลายเดือนก่อน +23

    যদি জ্বলাই ওঠ পাহৰিব পাৰি বুকুৰ বিষাদ, তেন্তে আপত্তি কি চিগাৰেট খোৱাৰ❤❤

    • @madhusmitabaruah7585
      @madhusmitabaruah7585 2 หลายเดือนก่อน +3

      চিগাৰেট খালে অকল ওঁঠ নহয় হাওঁফাওঁ জ্বলে।

    • @silent9085
      @silent9085 2 หลายเดือนก่อน

      ​@@madhusmitabaruah7585😂

    • @AbhiGogoi-dc7lg
      @AbhiGogoi-dc7lg หลายเดือนก่อน

      ​@@madhusmitabaruah7585😊

  • @mrigankasutradhar4303
    @mrigankasutradhar4303 ปีที่แล้ว +19

    কিছুমান বস্তু youtube ত এনেই open কৰা যায় আৰু পিছত সেইটো চাই ইমানেই ভাল লাগে যে কবলৈ ভাষা নোহোৱা হয়। পিছত তেনেকুৱা বস্তু হাজাৰ বিচাৰি ফুৰিলেওঁ পোৱা নাযায়।
    The last cigarate ও তেনেকুৱাই এটা story❤️

  • @Lakhya_Prajil
    @Lakhya_Prajil ปีที่แล้ว +93

    “শেষ হোৱাৰ পিছতো
    যি ক'বলৈ থাকি যায়,
    যি দিবলৈ থাকি যায়,
    যি পাবলৈ থাকি যায়,
    সিয়ে প্ৰেম...”
    🌺💜🌺

    • @wasimazhar8672
      @wasimazhar8672 หลายเดือนก่อน

      Mur lgt hoisa be ....

    • @dibyajyotisarmah7337
      @dibyajyotisarmah7337 2 วันที่ผ่านมา

      প্রেম বাস্তৱ নহৈ ভাইটি

  • @bajrangidhruva5115
    @bajrangidhruva5115 ปีที่แล้ว +22

    যদি জ্বলাই ওঁঠ পাহৰিব পাৰি বুকুৰ বিষাদ, তেন্তে আপত্তি কি চিগাৰেট খোৱাৰ ❤️

  • @darshannagaria8059
    @darshannagaria8059 ปีที่แล้ว +58

    "তুমি মোৰ কাহিনী হব নালাগে, মোক তোমাৰ সাধুটোকে হব দিয়া । যাৰ জহৰ কবিতা নালাগে বাৰু শুনাব, মোক তোমাৰ মৌনতাকে পঢ়িব দিয়া" ❤

  • @barnalichakraborty6785
    @barnalichakraborty6785 ปีที่แล้ว +14

    অসীম, বহুত দিনৰ মূৰত তোমাক দেখা পালোঁ, তোমাৰ অভিনয় দেখি অভিভূত হলো। আৰু আগুৱাই যোৱা , অফুৰন্ত শুভ কামনাৰে তোমাৰ সহপাঠী কটন কলেজৰ বুৰঞ্জী বিভাগৰ, বৰ্ণালী বৰুৱা।

  • @kalpakajuborah6813
    @kalpakajuborah6813 ปีที่แล้ว +14

    কোঠাৰ এছুকে পৰি ৰোৱা শেষ চিগাৰেটৰ টুকুৰাটো আৰু কবলৈ ৰৈ যোৱা কথাবোৰ .. ওঁঠত লাগি থকালৈকে আপোনেই আছিল ।
    ❤️ The concept of this video ...

  • @dayswithpronami1027
    @dayswithpronami1027 8 หลายเดือนก่อน +6

    অতীত তুমি কি লিখি দিলা ❤উফ্ ❤সচাকৈ ভাললাগিল বুলি ক'ব পৰাকৈ ভাললগা।❤️😌

  • @bitupondutta5039
    @bitupondutta5039 ปีที่แล้ว +7

    বহুত ভাল লাগিল কাহিনীটো। আগলৈও যেন এনেকুৱা কাহিনী এনেকুৱা নিৰ্দেশনা দেখিবলৈ পাওঁ। প্ৰেমবোৰ যাতে সকলোৰে সফল হয় কাহিনীৰ দৰে।
    প্ৰেম জানো শেষ হয় কেতিয়াবা,
    ডায়েৰীৰ গোপন পৃষ্ঠাবোৰে,
    কৈ যায় বহুত নজনা বেথা,
    দেখিবা কলমৰ চিয়াহিয়ে,
    প্ৰাণ দিবলৈ চেষ্টা কৰা,
    এটা যুগমীয়া প্ৰেমৰ গাথা ।

  • @Great-shortss
    @Great-shortss ปีที่แล้ว +3

    আমি এনেকুৱা এখন কংক্ৰীটৰ ঠাইত আছো য'ত মানুহৰ প্ৰতি মৰম বোৰ ক্ৰমে হেৰাই গৈছে, কিবা ঘৃণা ,হিংসা আদিয়ে মনবোৰ ভৰাই তুলিছেহি । বিশ্বাস কৰোঁ বুলিও কৰিব নোৱাৰি কাকো। সৰল মনৰ চৰিত্ৰ কেইটা দেখি কিবা ভাল লাগি গল । য'ত মৰম, বিশ্বাস আদিৰ বাহিৰে negative emotionr ৰ স্থান নাই!❤

    • @parishmitahazarika9319
      @parishmitahazarika9319 11 หลายเดือนก่อน +1

      Thank you so much on behalf of the entire team ❤

  • @pankajbhuyan6308
    @pankajbhuyan6308 ปีที่แล้ว +4

    No one can bit Kamal lochan for acting performance...Kamal is unbelievable actor...god bless him...

  • @Hey_its_benz
    @Hey_its_benz ปีที่แล้ว +7

    Comments are so beautiful that it gives more sweetness to this shortfilm ✨

  • @Angshuman007
    @Angshuman007 ปีที่แล้ว +4

    সচাকৈ বহুত ভাল লাগিল কাহিনীটো ❤🥺
    সচাঁ ভালপোৱা হয়টো এনেকুৱাই ...... because love doesn't need any language , love it's self is the language ❤

  • @SkyLina007
    @SkyLina007 ปีที่แล้ว +5

    উফ অন্তৰ স্পৰ্শ কৰি গল। কাহিনীটো মই নিশ্চয় এবাৰ চিগাৰেট খোৱা প্ৰীয়জনক share কৰিব খুজিম।

  • @nabajitrajbongshi8563
    @nabajitrajbongshi8563 2 หลายเดือนก่อน +3

    Storyline and performances 👌👌
    Paad k o iman dhuniyakoi dekhua director 🙌😂

  • @K-J-S-VLOG
    @K-J-S-VLOG 20 วันที่ผ่านมา +1

    হৃদয় চুই যোৱা এটি কাহিনী❤❤❤❤

  • @darshanagowala4274
    @darshanagowala4274 26 วันที่ผ่านมา +1

    The way this story puts a smile to everyones heart... বহু লিখক দেখো আজিকালি কেৱল মানুহৰ যান্ত্ৰিক চৰিত্ৰ বোৰ হে বৰ্ণনা কৰি যায়। কেৱল প্ৰতাৰণা, মিছা আৰু প্ৰেমৰ অভিনয়ৰ হে কাহিনী।thank you for remind us we humans still have a heart in it pure form

  • @indiradowerah7689
    @indiradowerah7689 ปีที่แล้ว +2

    সকলোখিনি ইমান সুন্দৰ যে কেনেকৈ নো ভাষাৰে কম - যি শেষ হোৱাৰ পিছতো কবলৈ থাকি যায় পাবলৈ থাকি যায় সেয়ে প্ৰেম

  • @shashankagoswami3966
    @shashankagoswami3966 ปีที่แล้ว +12

    শান্তি দিয়ে এনে নিভাজ প্ৰেমে, এনেদৰে মৌনতাৰ আঁৰত থকা কথাবোৰ বুজি পোৱা মানুহ খুবেই কম ❤

  • @mrbairagi3666
    @mrbairagi3666 ปีที่แล้ว +19

    ভালপোৱাৰ সংজ্ঞা বিচৰাসকলে ইয়াত বিচাৰি পাব মৰম‌ কি , ভালপোৱা কি , তাৰ উত্তৰ 💜

    • @JrBhaskarmiLi
      @JrBhaskarmiLi ปีที่แล้ว +1

      হয় আপুনি ঠিকই কৈছা

  • @nicnagaon8629
    @nicnagaon8629 10 หลายเดือนก่อน +2

    অপূৰ্ব! সকলোলৈকে শুভকামনা ! এনে ধৰণৰ চিত্ৰকৰ্ম আৰু কৰি যাওঁক

  • @pritiduwarah1608
    @pritiduwarah1608 ปีที่แล้ว +3

    বহুত ভাল লাগিল চাই। অতিত শইকীয়া বহুত বহুত শুভেচ্ছা থাকিল। আৰু আগুৱাই যোৱা । সামৰণিটো বহুত ভাল লাগিল।

  • @bonzo.lifestyel2077
    @bonzo.lifestyel2077 ปีที่แล้ว +27

    Love does not need any language , love itself is the language 🥀💙✨

  • @KaranKashyap2010
    @KaranKashyap2010 10 หลายเดือนก่อน +3

    Love you অসীম কৃষ্ণ বৰুৱা ছাৰ

  • @abhihehe
    @abhihehe 5 หลายเดือนก่อน +2

    a masterpiece

  • @pranitakakati9658
    @pranitakakati9658 ปีที่แล้ว +3

    ভালপোৱাক অনুভৱ কৰিব পাৰিলে প্ৰেম হ'ব জীৱনত । এই কাহিনীটোত সেই ভালপোৱাৰ অনুভৱ কৰিব পাৰি! প্ৰেমৰ ভাললগা অনুভৱ খিনি ইমান কম সময়ত উপস্থাপন কৰিছে । বাস্তৱিক অভিনয়ে বুকু চুই গৈছে ।ভাল লাগিল❤️

    • @bitusaud
      @bitusaud 2 หลายเดือนก่อน

      Xosake

  • @Pradum_Tube
    @Pradum_Tube ปีที่แล้ว +7

    8:40
    যদি জ্বলাই ওঁঠ পাহৰিব পাৰি বুকুৰ বিষাদ,
    তেনেহলে আপত্তি কি চিগাৰেট খোৱাত ।

  • @wasimazhar8672
    @wasimazhar8672 หลายเดือนก่อน +3

    Wow wow ....Kandi disu moi

  • @Explore_TheReality
    @Explore_TheReality ปีที่แล้ว +2

    Amazing Kamal Luchon❤️‍🔥❤️‍🔥❤️‍🔥

  • @WoodpeckerEntertainment
    @WoodpeckerEntertainment ปีที่แล้ว +2

    Amazing performance & nice story..

  • @ckctube
    @ckctube 11 หลายเดือนก่อน +2

    Kamal Lochan is the BEST 👏🏼👏🏼👏🏼

  • @indranibora1835
    @indranibora1835 ปีที่แล้ว +3

    কাহিনীটি বৰ ধুনীয়া হৈছে .... অভিনয়ও সুন্দৰ♥️
    অতীত দা আগলৈও এনেধৰণৰ কাহিনী আমাক উপহাৰ দি যাব বুলি আশা কৰিলোঁ♥️☺️

  • @hrishikeshsarmah187
    @hrishikeshsarmah187 12 วันที่ผ่านมา +1

    Gaa r noom xiyori jua ekhon siti sobi ❤

  • @rb_entertainment
    @rb_entertainment ปีที่แล้ว +4

    প্ৰত্যেকৰে বাস্তৱিক অভিনয় আৰু কাহিনীয়ে মন চুই গল❤️

  • @queensaikia2297
    @queensaikia2297 ปีที่แล้ว +5

    বহুত বহুত মৰম আৰু আশীৰ্বাদ থাকিল আগুৱাই যোৱা আশীবাদ কৰিছো ভাল কামৰ ভাল ফল পাবা 😘😘❤

  • @greentreevlogs4135
    @greentreevlogs4135 ปีที่แล้ว +1

    Emn dhuniya🥺🥺🥺🥺🥺🥺❤❤❤❤❤❤🙏

  • @arzubegum1197
    @arzubegum1197 ปีที่แล้ว +1

    Last 5 lines touch my heart ❤

  • @hrishikeshtalukdar15
    @hrishikeshtalukdar15 ปีที่แล้ว +1

    ২১ মিনিট কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালো। সুন্দৰ ।

  • @kalyanimon1
    @kalyanimon1 ปีที่แล้ว

    Ki sundor abhinoy. Ashim Sir ok dekhi montu bhal lagi goise.

  • @bhargovsharma1766
    @bhargovsharma1766 11 หลายเดือนก่อน +2

    A part of life 😊

  • @dharanisaikia382
    @dharanisaikia382 ปีที่แล้ว +7

    পোনপ্ৰথমে বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকলৈ। 🙏🏻💛
    Atit দাদা বহুত ধুনীয়া লিখিছে। আপোনালৈ ও মৰম আৰু শুভেচ্ছা জনালোঁ। 💚💜❤️
    বহুত ধুনীয়া হৈছে। ভাল লাগিল চাই।
    "কবি মানুহটো, মুখ মেলিলে অন্তৰ দেখা পাই" উফফ বাকীবোৰ ডাইলগ আছেই ইমান ধুনীয়া। ❤️🥺

  • @user-gd8tj3vq8d
    @user-gd8tj3vq8d 4 หลายเดือนก่อน +2

    So beautiful story 🥰👍

  • @mayuribhattacharjee5170
    @mayuribhattacharjee5170 ปีที่แล้ว

    Premor swargiya anubhuti... Hundar prakash, jiwonot bhal puajonor karone kiba tyag kora hoi hei anubhuti u bor hundarkoi dekhuaise. Bhal lagil r u protijon silpi loike dhanyavaad jonalu

  • @probhatZoo
    @probhatZoo ปีที่แล้ว

    I speechles...very heart touching ,great work by all members

  • @gamehubas047
    @gamehubas047 ปีที่แล้ว +2

    Enai scroll korute puwa.. And i m very surprised........

  • @dharitrimahanta2599
    @dharitrimahanta2599 ปีที่แล้ว +2

    Why is this so underrated????
    Lot's of love ♥️

  • @prasantadeka3657
    @prasantadeka3657 ปีที่แล้ว +1

    Ultimate

  • @Flying_Bird
    @Flying_Bird ปีที่แล้ว

    কি কম ক'বলৈ একো ভাষায়েই বিচাৰি পোৱা নাই | খুবেই ভাল লাগিল । অন্তৰ চুই গ'ল

  • @bk8022
    @bk8022 ปีที่แล้ว +1

    An amazing story

  • @dhrubajyotiborah5891
    @dhrubajyotiborah5891 ปีที่แล้ว +1

    বৰ ধুনীয়া হৈছে বহুত কথা কৈ গৈছে কাহিনীটোও

  • @sarbajitbhattacharyya9255
    @sarbajitbhattacharyya9255 ปีที่แล้ว +1

    What a moving short film❤

  • @prodipneog5641
    @prodipneog5641 2 หลายเดือนก่อน +1

    ❤❤❤কি সুন্দৰ সৃষ্টি

  • @monjaay94
    @monjaay94 ปีที่แล้ว +1

    ❤❤❤ kamal da borhiya. Story tu dhuniya.

  • @user-ig1vv4vd1q
    @user-ig1vv4vd1q ปีที่แล้ว +1

    Awsm story'

  • @hsjskdododoanananama
    @hsjskdododoanananama ปีที่แล้ว +1

    Two life two love story but feeel same it's a 💕

  • @gopalbaruah3983
    @gopalbaruah3983 ปีที่แล้ว

    Bohut val lagil story to ❤️❤️❤️❤️

  • @biduytbikashsarmathakur1620
    @biduytbikashsarmathakur1620 ปีที่แล้ว +1

    Bohut dhuniya ❤❤❤❤

  • @monujsaikia6572
    @monujsaikia6572 ปีที่แล้ว

    এখন সৰ্বাঙ্গসুন্দৰ চুটি চলচিত্ৰ। ভাল লাগিল। শুভেচ্ছা থাকিল

  • @hrishikkumardas69
    @hrishikkumardas69 ปีที่แล้ว

    Eman dhunia axomiya sobi bur thakute ami belegor fale baat sai kionu thakibo lage ❤

  • @rajpritamgogoi9426
    @rajpritamgogoi9426 ปีที่แล้ว +1

    Hosa a kamal da moja bonaisai kin2 ❤️

  • @reempathak50
    @reempathak50 ปีที่แล้ว

    Amazing bahut bhal lagil Ashim ,Kamal lochan great 👏👏🌷

  • @jitulgogoi4809
    @jitulgogoi4809 ปีที่แล้ว

    Mon bhori gol.... bahu dinr murat salu

  • @abhizeetcreation3256
    @abhizeetcreation3256 ปีที่แล้ว

    Xosakoi Bahut dhuniya lagise story tu

  • @trivmusic
    @trivmusic ปีที่แล้ว +8

    The acting is so natural that I felt like all of this was happening right in front of my face and not on my phone. Beautiful.

  • @budhindragohain4592
    @budhindragohain4592 ปีที่แล้ว

    Wow...heart touching story...This video made me cry...

  • @arindom_only3980
    @arindom_only3980 ปีที่แล้ว +1

    Kahinitur dorei, jua sari maahe, hojotone thoi disilu, Watch Later Folderot.... the Last Cigarette.
    Awesome Script and Dialogues.
    Baaki abhinayok loi eye kom j. Bus stand tut protyoxyo dorkhi hoi jen moiu roi aasilu, protidine.
    Lots of Best Wishes to you all.

  • @mintugogoi9342
    @mintugogoi9342 ปีที่แล้ว

    Khub hundor hoise.. lovely

  • @jahnabidas3592
    @jahnabidas3592 ปีที่แล้ว +1

    ধুনীয়া হৈছে ৷ভাল লাগিল ?

  • @jayantamadhabsaikia7804
    @jayantamadhabsaikia7804 ปีที่แล้ว +1

    Ene dhoronr kahini buddies t koi bht uprt 🖤 bht vl lgl 🖤

  • @nashrinhaque1227
    @nashrinhaque1227 ปีที่แล้ว

    Boah....aikhen tu mojjah short film he.....this short film has shown....xosa orthor prem🤍

  • @My._aestheticism
    @My._aestheticism ปีที่แล้ว

    উঃ উঃ🥺 মনে বিচাৰি ফুৰাৰ দৰে কথাবোৰ যেতিয়া চকুৰ সন্মুখত ভাঁহি উঠিব খুজে তেতিয়া সেয়া The last Cigarette হৈ ভাঁহে💚

  • @dsvlogs8359
    @dsvlogs8359 ปีที่แล้ว

    Khub dhunia

  • @dikkie-p16
    @dikkie-p16 ปีที่แล้ว +2

    Atit saikia val lagil♥️🌼

  • @kritworld9838
    @kritworld9838 5 หลายเดือนก่อน +1

    Wow ❤

  • @kuladipsarma6847
    @kuladipsarma6847 ปีที่แล้ว

    নিশব্দ । কি ক'ম একো ভাবিএ পোৱা নাই । What a story হৃদয়ত স্থান লৈ ললে story টোয়ে

  • @dreamhiking1032
    @dreamhiking1032 ปีที่แล้ว +1

    বহুত ভাল লাগিল 🥺,সুন্দৰ প্ৰদৰ্শন।

  • @abhigyanshivam6586
    @abhigyanshivam6586 ปีที่แล้ว +2

    কাহিনী, দৃশ্যগ্ৰহণ, সংলাপ, অভিনয় বৰ সুন্দৰ হৈছে। সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ❤️ keep it up 🎉

  • @horipriyasaikia7239
    @horipriyasaikia7239 ปีที่แล้ว +1

    nice topic 👌

  • @nilakhimoliya5170
    @nilakhimoliya5170 ปีที่แล้ว

    Bohutu morom n huvessa thakil... ❤️ vl lagile Sai ❤️👏👏👏

  • @anantatasa7113
    @anantatasa7113 ปีที่แล้ว

    BHAAL LAGIL, ASHIMDA , KAMAL SUPERB ACTING .

  • @udayangohainbaruah3625
    @udayangohainbaruah3625 ปีที่แล้ว +2

    Atit Saikia daa you always 🔥🔥🔥

  • @dipshikhadas7398
    @dipshikhadas7398 ปีที่แล้ว +1

    Touched ♥️

  • @prarthanagogoii1695
    @prarthanagogoii1695 ปีที่แล้ว

    Khub dhunia kahini❤ Mon sui gol.

  • @ridewithbhaskar7619
    @ridewithbhaskar7619 ปีที่แล้ว +1

    The best love story I have ever seen as a short film. U guys are really awesome. Specially kamal lochan da u r juuuuuiiiiii. 🔥🔥🔥🔥🔥

  • @shikhamanitalukdar_channel
    @shikhamanitalukdar_channel ปีที่แล้ว +2

    Bht vl lgil . Kamal da ❤️

  • @madhurjyaboruah6428
    @madhurjyaboruah6428 ปีที่แล้ว

    Khub dhunia story tu dekhua hol hats off 👏 to you guys... Kamal big fan bro.....

  • @anamikadutta7766
    @anamikadutta7766 ปีที่แล้ว +2

    বহুত মৰম চেনাই🥰🥰আগুৱাই যোৱা তুমি🥰🥰🥰

  • @MontuPegu-xe6lj
    @MontuPegu-xe6lj 9 หลายเดือนก่อน +1

    Eman mjjjjaa acting🥹🥺 kamal da r❤

  • @sumanpegu709
    @sumanpegu709 ปีที่แล้ว +1

    Congratulations team ❤️ awesome video 📸💙♥️💜

  • @arpitahazarika5531
    @arpitahazarika5531 ปีที่แล้ว +1

    হৃদয় চুই গল।❤️❤️

  • @nabajyotiproduction6876
    @nabajyotiproduction6876 ปีที่แล้ว +1

    ইমান সুন্দৰ👌কাহিনী
    সংলাপবোৰ❤
    খুবেই ভাল লাগিল_____🌷💚

  • @annupm512
    @annupm512 ปีที่แล้ว

    Bor dhuniya... marvelous

  • @purbidas5636
    @purbidas5636 ปีที่แล้ว +1

    Kamal da always favourite ♥️

  • @officialpartner9464
    @officialpartner9464 ปีที่แล้ว

    চাই, সঁচাকৈ কিবা এটা ভাল লাগিল। ☹️🥹🌚

  • @silpidutta2024
    @silpidutta2024 ปีที่แล้ว

    Xokolu xundar…. Congratulations

  • @ridipbezbaruah1369
    @ridipbezbaruah1369 ปีที่แล้ว +3

    Being loved by someone you admire is priceless ❤️ ✨️

  • @darpandas6243
    @darpandas6243 ปีที่แล้ว +4

    Have been admiring Swagata Bharali as an actor since "Riyaaz", now shall admire her as a director too. 😍

  • @user-st3gk5rd8e
    @user-st3gk5rd8e ปีที่แล้ว

    Kamal lochan ❤️

  • @tribujaradhara7828
    @tribujaradhara7828 ปีที่แล้ว

    Atit da apuni jui he....