ডাঙৰ খবৰ।বিজুলী কলিতাক ৰাইজৰ তুলাধুনা।এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই শিশুটিক/virel news

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ก.ค. 2024

ความคิดเห็น • 26

  • @user-dc6dd5he2x
    @user-dc6dd5he2x 9 วันที่ผ่านมา +8

    মীৰা বাইদেউ ক যদি ভোট দিলে হয় নিশ্চয় বাইদেৱে ইয়াৰ সঠিক বিচাৰ কৰিলে হয়, নতুবা পৰিয়াল বৰ্গৰ খা খৱৰ ল'লে হয় নিশ্চয়।

  • @user-uy8fy4pl1d
    @user-uy8fy4pl1d 9 วันที่ผ่านมา +5

    বিজুলী বাইদেউ ৰ নাম নলোৱাই ভাল কাৰণ তেওঁৰ মতে গুৱাহাটীত উন্নয়ন কৰিব লগা একো নাই যিটো কথা তেওঁ যোৱা নিৰ্বাচনৰ সময়ত সাংবাদিকৰ আগত কৈছিল!

  • @diliphazarika8581
    @diliphazarika8581 9 วันที่ผ่านมา +6

    মীৰা বৰঠাকুৰক ভোট নিদিয়াটো বেয়া কাম কৰিলে গুৱাহাটীৰ ভোটাৰে

    • @pratimasarma1737
      @pratimasarma1737 8 วันที่ผ่านมา

      মীৰা বাইদেউক হিতাধিকাৰীয়ে আৰু এচাম হিন্দী ভাষীয়ে ভোট নিদিলে। বিজুলীচাতি ত ভোল গ'ল।

    • @khargeswarbaruah8139
      @khargeswarbaruah8139 8 วันที่ผ่านมา

      @@pratimasarma1737 সময়ত সকলোৱে বুজি পাব।

  • @PradipDas-pq8ld
    @PradipDas-pq8ld 9 วันที่ผ่านมา +3

    এনে এগৰাকীকে ৰাইজে ভোট দি জিকোৱা মজাৰ দিছে।

  • @khagenborgohain5600
    @khagenborgohain5600 8 วันที่ผ่านมา +3

    বিজেপি জিন্দাবাদ কিয় নকয় কোনেও ? ?

  • @Grbora94953
    @Grbora94953 9 วันที่ผ่านมา +4

    নাম নিচান নোহোৱা এজনীক ভোট দিলে তেনেহ। যাঁহওক ভগৱান সহায় কৰক যাতে পিতৃ মাতৃয়ে কিশোৰ জন পুণৰ পাই।প্ৰশাসনে সকলো উদ্ধাৰৰ প্ৰচেষ্টা শীঘ্ৰেই লয় যেন।

    • @arifkhan702
      @arifkhan702 9 วันที่ผ่านมา +1

      Thank

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 8 วันที่ผ่านมา +1

    বিজুলী কলিতাক এতিয়া তুলা ধুনা দিলে কি হবআগেয়ে ভোট দি দিল্লীলৈ পঠিয়াইছা।

  • @nirmaligogoi959
    @nirmaligogoi959 8 วันที่ผ่านมา +1

    Hadai d ba bhal news but moi jorhatar pora sa u tumar news

  • @junuchamua1648
    @junuchamua1648 8 วันที่ผ่านมา

    যোৰহাটৰ ভোটাৰৰ পৰা গুৱাহাটীৰ ভোটাৰে শিক্ষা লোৱা ভাল

  • @rubitamuli3279
    @rubitamuli3279 8 วันที่ผ่านมา

    বিজুলী কলিতাক ৰাইজে গালি পাৰি লাভ নাই, ৰাইজে নিজেই উঠাইছে কাম নোহোৱা প্ৰাৰ্থী।

  • @rajennath5788
    @rajennath5788 8 วันที่ผ่านมา +2

    বিজেপিক ভুতদিলে আৰু 😂😂😂

  • @rameshdeka6603
    @rameshdeka6603 9 วันที่ผ่านมา +2

    B. J. Pr M P abastha anekuai

  • @hndekari8011
    @hndekari8011 9 วันที่ผ่านมา +1

    This is the example of *Sab ka sath sab ka bikash*.

  • @pranabgogoi6283
    @pranabgogoi6283 8 วันที่ผ่านมา +1

    Aru dibo bijulik bhut.

  • @puspadhardowarah1932
    @puspadhardowarah1932 8 วันที่ผ่านมา

    ভোট টোতো বিজুলিকে দিছিল!ভুল"ৰাইজৰ;নেতাৰ নহয়!

  • @happysvlogs2743
    @happysvlogs2743 9 วันที่ผ่านมา +1

    Ki nu kom ru ...

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf 8 วันที่ผ่านมา +1

    Mantree 3 jan man diyak guahati unnayan bivagot. ejan mantree hole alop kam hoi . meyaro 3 jan kari diyak . hei hisabot monyo hejar kotirr harot grand korok . asomar malikto aji kali rajniti kora hotei .

  • @user-yz7nm1zn7z
    @user-yz7nm1zn7z 8 วันที่ผ่านมา +1

    Bor. Duk lagise

  • @dineshnath2735
    @dineshnath2735 8 วันที่ผ่านมา

    ;নলাটো তৰুন গগৈয়ে বান্ধিছিল।

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p 8 วันที่ผ่านมา

    ২০১৯ ত লোকসভা নিৰ্বাচনত এজনী নিমাতী কইনা পঠাইছিলোঁ...
    ৫ বছৰত নিমাতী কইনাৰ ছাঁ তোকে দেখা নাপোলো... সাংসদ পুজি ক'ত খৰছ কৰিলে নাম গোন্ধেই নাই.. নাই কোনো চিনচাব....
    আৰু এইবাৰ এইজনীয়ে আৰম্ভণিতে যি খন নাটক আৰম্ভ কৰিছে... বুজা গৈছে এইবাৰো নিমাতী কইনাই গুৱাহাটী লোকসভা সমস্তিৰ ভাগ্যত লিখা আছে

  • @mamlahon7313
    @mamlahon7313 9 วันที่ผ่านมา

    😢😢😢😢😢😢

  • @rameshdeka6603
    @rameshdeka6603 9 วันที่ผ่านมา

    Asomar pulicar bea din ahise