নিতুমনি-অখিল গগৈয়ে ফালি পেলালে হিমন্ত বিশ্বক🤪

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ค. 2024
  • নিতুমনি-অখিল গগৈয়ে ফালি পেলালে হিমন্ত বিশ্বক🤪#time8news #news18assamnortheast

ความคิดเห็น • 145

  • @hndekari8011
    @hndekari8011 หลายเดือนก่อน +21

    এজনে কৈ থাকোঁতে আন এজনে মাজতে কৈ থাকিব নালাগে ৷ সেয়া তৰ্ক নহয় বৰঞ্চ, তৰ্কৰ নামত বিতৰ্কহে হয়গৈ ৷ বিজেপিৰ লোকৰ এনে অভব্য দস্তুৰ সদা বিদ্যমান ৷৷

  • @sibanathburagohain7573
    @sibanathburagohain7573 หลายเดือนก่อน +8

    অতি লজ্জাৰ বিষয় যি চৰকাৰে এটকাও কমিচন নোলোৱাকৈ ৰাইজক চলাইছিল । এতিয়া প্ৰতিটো বস্তুৰে শই শই টেস্ক লোৱা চৰকাৰখন বেছি দায়ী।

  • @user-zw1ro7cp4i
    @user-zw1ro7cp4i หลายเดือนก่อน +10

    Akhil gogoi❤❤❤

  • @abdulbaten2293
    @abdulbaten2293 หลายเดือนก่อน +5

    নামনি অসম চাই যোৱা।

  • @subhadutta5368
    @subhadutta5368 หลายเดือนก่อน +19

    অখিল গগৈ জিন্দাবাদ

  • @HorenGogoi-my8dk
    @HorenGogoi-my8dk หลายเดือนก่อน +8

    আমি বিজেপিৰ নেতা সকলৰ দালালিগিৰিহে শুনিবলৈ
    ইচ্ছা নকৰোঁ ।

  • @taradoi7957
    @taradoi7957 หลายเดือนก่อน +4

    বানপানী সমস্যা সমাধান নহলেও প্ৰধানমন্ত্ৰী অসমলৈ অহাতো তেওৰ দায়িত্ব কত্তব্য ।

  • @user-vu7wb7eh7s
    @user-vu7wb7eh7s หลายเดือนก่อน +4

    Akhile Gogoi you have given a good lesson.Thanks to you.

  • @MonumotiDeori-gp1pj
    @MonumotiDeori-gp1pj หลายเดือนก่อน +4

    Very good Akhil gogoi❤ ❤ ❤

  • @anjalighoshdastider3258
    @anjalighoshdastider3258 หลายเดือนก่อน +7

    Very good Akhil Gogoi.

  • @punyalatakonwar6599
    @punyalatakonwar6599 หลายเดือนก่อน +4

    সত্য কথা

  • @debakantasaikia1937
    @debakantasaikia1937 5 วันที่ผ่านมา +2

    বি জে পি ৰ সেই জনক বাহিৰ কৰি দিয়ক অ'

  • @taradoi7957
    @taradoi7957 หลายเดือนก่อน +4

    অখিল গগৈ ডাঙৰীয়া কামৰ মানুহ ।

  • @user-wc9qm7rt7h
    @user-wc9qm7rt7h หลายเดือนก่อน +2

    এই জন জিতু গোস্ৱামী এতা অপদাৰ্থ য়েন লাগিল । কাৰন কথাই কব নাজানে । অলপ জানি বুজি tak sow ত আহিব

  • @sunandaborah8177
    @sunandaborah8177 9 วันที่ผ่านมา +1

    অখিল গগৈ জিন্দা বাদ

  • @nirugogoi4576
    @nirugogoi4576 หลายเดือนก่อน +18

    অখিলৰ বক্তব্য অতুলনীয় ভাল মানুহে মন দি শুনিব ।বিজেপি কাম নাই

  • @utpalkonwar9490
    @utpalkonwar9490 หลายเดือนก่อน +4

    জী তু গোস্বামী বোলা মানুহটোক নিমন্ত্ৰণ নি দিবলৈ অনুৰোধ কৰিছো ।

  • @PoreshGogoi-fs6fw
    @PoreshGogoi-fs6fw หลายเดือนก่อน +4

    জিতু গোস্বামীক সংবাদ মেললৈ নমতাটো ভাল হব নেকী একো গম নাপাই সেইজনে।

  • @DimbanathDoley
    @DimbanathDoley หลายเดือนก่อน +5

    অখিলৰ যুক্তি পূৰ্ণ কথাত তুমি প্ৰতিবাদ কৰিছে কিয়।তুমি অসম বাসীৰ
    ৰাইজৰ ওপৰত নেকি ।তুমি বি জে পি ৰ উকালতি কৰিছা যে ।তুমি বি জে পি ৰ ঘোচ খোৱা বিষয় ববীয়া বা নেতা বা
    সাংবাদিক। সাৱধান তুমি অসমৰ উৰ্ধত নহয়।তোমাৰ মুখত সমুহ অসমবাসীয়ে
    তোমাৰ মুখত মুতি দিবলৈ সাজে

    • @anjugogoi6536
      @anjugogoi6536 หลายเดือนก่อน

      এটা কথা সছা যে ' চৰকাৰে বহু কৰিলে ' কিন্তু ৰাইজৰ হৈ একো বালৰো বাল নকৰিলে । মাজ কৰিব দেই ৰাইজ । কাৰন মহিলা সকলক আল বাল বহুত দিলে । কিন্তু অসমৰ বানপানীৰ সমষ্যাতো অতি দৰকাৰ । নহনে বাৰু ? ? ? ? খৰালি মহিলা ' ছোোৱালী ' ইস্কল ' দুখীয়া ' এই সকলক অলপ ভাল লগাই ' কিন্তু বানত থকা সকলক ৰ্পত্তা নিদিয়ে । যি সকলে সুবিধা পায় ' তেওলোখে সুবিধা লয় ' একেই অসমৰ ' একেই আমি ঘৰৰ বুলি পাহৰি যায় । গতিকে আমি বাহিৰৰ দেখৰ দৰে একতা হব নোৱাৰো ' কাৰন ' আমি অন্ধ । একতা নাই । নহলে এজনে ৰজা হ'ল হয় । ৬'০০ বছৰ 🙏🙏🙏

  • @user-ck5co5ex5q
    @user-ck5co5ex5q 4 วันที่ผ่านมา

    Akhil Gogoi , Excellent speech. !

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r หลายเดือนก่อน +22

    প্ৰথমতে শিষ্টাচাৰ শিক্ষা গ্ৰহণ কৰক তাৰ পিছত টক চৌত উপস্থিত হৈ কথা কোৱা আৰম্ভ কৰক

    • @anjugogoi6536
      @anjugogoi6536 หลายเดือนก่อน

      কাক ক'লে বাৰু আপোনি ?

  • @sabitrisvlog721
    @sabitrisvlog721 หลายเดือนก่อน +1

    খুব ধুনীয়া কথা কৈছে মহাশয়।

  • @gunadadas8529
    @gunadadas8529 หลายเดือนก่อน +10

    ভদ্ৰ তা নাজানে বিজেপি বিধায়কে

  • @dr.sanjibdeka7402
    @dr.sanjibdeka7402 หลายเดือนก่อน +5

    কথা কোৱাৰ ওপৰত কথা কোৱা জন কোন হয়!

    • @lakhyakumarchetia8602
      @lakhyakumarchetia8602 หลายเดือนก่อน

      সেইজন হৈছে বাংলাদেশী ৰক্ষক ৷

  • @kusumborah4851
    @kusumborah4851 9 วันที่ผ่านมา +1

    পাকিস্তানত পতা হেঁতেন ভাল আছিল উপনয়ন

  • @manjugohain6786
    @manjugohain6786 หลายเดือนก่อน +5

    সত্য কথা শুনিবলৈ তিতা গঢ়িবলৈ সত্য কথা কোৱাৰ বাবে ধন্যবাদ অখিল গগৈ ডাঙৰীয়া ।

  • @manjugohain6786
    @manjugohain6786 หลายเดือนก่อน +8

    অখিল গগৈ ডাঙৰীয়া জিন্দাবাদ ।

  • @tagarsut1458
    @tagarsut1458 หลายเดือนก่อน +3

    কথাৰ ওপৰত কথা কব নালাগে বুলি জনপ্ৰতিনিধিয়ে জানিব লাগে।

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf หลายเดือนก่อน +4

    Jitu Goswami bola eijanok aru studioloi nanibo. Eijon ejan faltu , 420 manuh .

  • @mnfilmproductionassamese6105
    @mnfilmproductionassamese6105 4 วันที่ผ่านมา

    অখিল গগৈয়ে বুজায় কৈছে জিতু ৱে বুজা নাই।

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf หลายเดือนก่อน +3

    Kathar oparot katha koajan 100 % AVADRA

  • @MadhusmitadewriMadhusmit-bf6ev
    @MadhusmitadewriMadhusmit-bf6ev หลายเดือนก่อน

    Akhil Gogoi jindabad

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 หลายเดือนก่อน +3

    কথাৰ ওপৰত কথা কোৱাটো ভদ্ৰ ব্যক্তিৰ পৰিচয় নহয় বুলি ভাবো

  • @tarunsaikia5277
    @tarunsaikia5277 9 วันที่ผ่านมา

    Arkhil Gogoi zindabad

  • @rupjyotiboruah3418
    @rupjyotiboruah3418 หลายเดือนก่อน +1

    অবদ্ৰামী বূজি পাব লাগিব ৷

  • @Manash.player.official
    @Manash.player.official 23 ชั่วโมงที่ผ่านมา

    ইমান মুছলিমক চাপত কৰিব নালাগে কাৰণ আপুনি কি বুজিব নামোনিৰ অসমৰ মানুহবোৰ কিমান কষ্টপাই আছে

  • @binasaikia6070
    @binasaikia6070 5 วันที่ผ่านมา

    বি জে পি ৰ বিধায়কৰ চিন্তা নাই ।মাএ তৰক কৰিব পাৰে ।

  • @user-yr2fd5re2n
    @user-yr2fd5re2n 9 วันที่ผ่านมา

    Akhil gogoi great

  • @BipulPegu-kb6pb
    @BipulPegu-kb6pb 3 วันที่ผ่านมา

    অখিল গগৈ জিনদাভাদ

  • @user-of4yf2pu7w
    @user-of4yf2pu7w หลายเดือนก่อน +1

    Akhil gogoi right 👍

  • @user-ym1lk2ks1f
    @user-ym1lk2ks1f วันที่ผ่านมา

    বানপানীৰ ৰচনা পৰীক্ষাত লিখিছিলোঁ

  • @skylark13
    @skylark13 หลายเดือนก่อน +7

    জিতুমণি গোস্বামীয়ে সততা জাননে? আনৰ কথাৰ মাজত কথা কব নেলাগে বুলি নাজানে নেকি?

    • @anjugogoi6536
      @anjugogoi6536 หลายเดือนก่อน

      তোমি ৰাইজক দেখাকৈ কৈ দিয়াা । তেহে ৰাইজে জানিব ।

  • @hareswarhandique2096
    @hareswarhandique2096 37 นาทีที่ผ่านมา

    বানপানীৰ সময়ত ঘুৰি ফুৰে। মাঘ ফাগুণ মাহত কিয মঠাৰী ভঙা ঠাইলৈ নাযায় কিয । পাহৰি যায় ।

  • @utpalkonwar9490
    @utpalkonwar9490 หลายเดือนก่อน +2

    এইটো কোন অসভ্য মাজত কথা কোৱা

  • @krishnabhatta636
    @krishnabhatta636 6 วันที่ผ่านมา

    গোস্বামী এগৰাকী চুপাৰ ফ্লপ।

  • @rinagohain2851
    @rinagohain2851 หลายเดือนก่อน +1

    এজনে কৈছে আৰু এজনে কিয় কৈ আছে ।কাৰণ কথা,,,,,

  • @user-fr6ur8hi4y
    @user-fr6ur8hi4y 10 วันที่ผ่านมา

    Akhil gogoi Real ❤❤❤

  • @kushalbaruah8438
    @kushalbaruah8438 หลายเดือนก่อน +2

    Misaliya BJP m.l.a...

  • @mnfilmproductionassamese6105
    @mnfilmproductionassamese6105 4 วันที่ผ่านมา

    জিতু গোস্বামীয়ে চালে বেৰেকোবাই কথা কৈছে।

  • @padumkakati2938
    @padumkakati2938 วันที่ผ่านมา

    আমাৰ টকা আমাক লাগে কিন্তু B F control ৰ bisays কৰ্মচাৰীৰ বাহিৰে কোন উন্নত হৈছে।

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe หลายเดือนก่อน

    Good

  • @amiyabaruah3534
    @amiyabaruah3534 หลายเดือนก่อน +3

    ৰাইজে আপোনালোকক দেশ সেবা কৰিবলৈ পথাইছে । ফুৰিবলৈ নহয ।

  • @binuphukan3880
    @binuphukan3880 หลายเดือนก่อน

    জিতু গোস্বামী য়ে ওপৰা ওপৰিকৈ কথা কয়।

  • @sibanathburagohain7573
    @sibanathburagohain7573 หลายเดือนก่อน +1

    তেতিয়া ইমান টেস্কো নাছিল

  • @satyenborgohain5683
    @satyenborgohain5683 หลายเดือนก่อน

    বিজেপিৰ বিধায়কজনে কেৱল শ্ৰুতলিপি গায় । টকা কিমান ইনভেষ্ট কৰিছে সেইটো আচল কথা নহয়। আচল কথা মঠাউৰি নিৰ্মাণ কৰাৰ পাছত মঠাউৰি ভাগি গ'লে এনেয়ে যে পানীত পৰে সেইটো জানেনে নাই আপুনি ?

  • @rofiqulislam1080
    @rofiqulislam1080 หลายเดือนก่อน +3

    কোনোবাই কৈ থাকোঁতে বিজেপিৰ নেতাই কথা কোৱাটো চূড়ান্ত অভদ্ৰামী নহয় জানো?!

  • @bijuchetia3935
    @bijuchetia3935 หลายเดือนก่อน +1

    এজনে কথা কওঁতে উপৰা উপৰি নকৰিব

  • @anupbarua9284
    @anupbarua9284 3 วันที่ผ่านมา

    এজন এজন কৈ মতামত ৰাখিব লাগে, BJP ৰ জনে কথা বোৰ শুনি লৈ তেখেতৰ মতামত উপস্থাপন কৰিব লাগে। তেখেতে ওপৰা ওপৰিকৈ কথা কলে একো বুজি পোৱা নাজায়।

  • @anjugogoi6536
    @anjugogoi6536 หลายเดือนก่อน

    জিতুমনি গোস্বামী দেউলৈ এটি অনুৰুধ ' হেৰ সত্য সদায় জয় ' যি সত্য ' দেই । তাত তোমালোকে ভূল কৰিলা বা কৰি আছা ' একো অসুবিধা নাই । কিন্তু চকুৰে দেখা বোৰক 'কিয় নু কৰা ? ? ? ?

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf หลายเดือนก่อน +2

    Raije vote diar babe futoni barhise jitu goswamir .

  • @junbora3558
    @junbora3558 หลายเดือนก่อน

    জিতু গোস্বামী বিধায়ক নেকি, তেওঁক একো বিধায়ক যেন লগা নাই। তেওঁ কথা ক'ব নাজানে, এজনে কথা কৈ থাকোঁতে কথাৰ ওপৰত কথা কয়। তেওঁ বহুত অভদ্ৰামি কৰিছে । তেওঁ এজনী চেউৰী ছাগলীৰ দৰে চিঞৰি আছে । বিধায়ক সকল নামত হ'লে নহ'ব, কামত আগবাঢ়ি যাব লাগিব।

  • @BirenBharali-v6v
    @BirenBharali-v6v 5 วันที่ผ่านมา

    Lagebo

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf หลายเดือนก่อน +1

    bare bare vangilehe bare bare khirabo paribo

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k หลายเดือนก่อน +1

    মথাউৰি দুই কাষে 10ফুট দ 1মিটাৰ বহল 16mm ৰদ জালি 6inches দূৰত 1 n2 3 চিমেণ্ট ধ্লাই 20।ফুট ওখ কৈ দুই কাষ ত বেৰ দিলে স্থায়ী হব।।নদী পাৰত খহনীয়া প্ৰতি ৰো ধ।box bouder nox ।

  • @TulendraSaikia-tj1hn
    @TulendraSaikia-tj1hn หลายเดือนก่อน

    সকলোকে কথা কোৱাৰ সুবিধা দিব লাগে। টেটু কমকে ফালিলে ভাল হয়।

  • @protimakotoky2320
    @protimakotoky2320 หลายเดือนก่อน

    Majaaaa dise sir

  • @pabitranath4675
    @pabitranath4675 หลายเดือนก่อน

    বিৰোধীয়ে সঁচা কথা কবলৈ গলে চিক্ৰয়ৰ বাখৰ কৰি অহা অভ্যাস বিজেপি ৰ সৰহ সংখ্যক নেতাৰে আছে।
    সমালোচনা কৰিলে যে আচল স্বৰূপ ওলাই পৰে সেই কাৰণে চিক্ৰয় বাখৰ কৰা নীতি।

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml หลายเดือนก่อน +3

    ধৰ্মৰ নামত এই চৰকাৰে বিলাসিতা জীবন যাপন কৰি আছে। এই চৰকাৰখন চৌয়্য বৃত্তি লৈ পৰিণত হৈছে। লংকা লৈ নোহোৱালৈকে ৰাম হৈয়ে থাকে, কিন্তু লংকা লৈ যোৱাৰ পাছত সকলোৱে ৰাৱণলৈ ৰূপান্তৰিত হয়।

  • @jagadishtalukdar1484
    @jagadishtalukdar1484 หลายเดือนก่อน +2

    BJP oxmiya hayne

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf หลายเดือนก่อน +1

    Ei dalalto kon ? Akhil gogoir mukhe mukhe kotha koa .

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf หลายเดือนก่อน +1

    Jitu ne ki eijon toka jadi asei prati mahe dhar loi kio ?

  • @user-ls9cl5nk5m
    @user-ls9cl5nk5m 7 วันที่ผ่านมา

    Akhil gogoi jonor kakhot ji jonk dekha pai asu ami studio t Topa jonok,,Eijon kin2 CM r vori Malis Kora Manuh,,

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8f หลายเดือนก่อน

    Nitumoni da ai jitu goswami bula tuk gotiai uliai diak

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js หลายเดือนก่อน

    নিতু মনি আৰু অখিল গগৈয়ে কেতিয়াও হেমন্ত চৰকাৰ ভাঙিব নোৱাৰে। কাৰণ তেওঁ লোক কোনোবা এজন দ্বাৰা সৃষ্ট, যি জন দ্বাৰা সৃষ্ট তেওঁলোক সেই জনৰ নৌকৰ সেই জনৰ বিনা নিৰ্দ্দেশেএকো একো কৰিব নোৱাৰে। তেখেতৰ নিৰ্দ্দেশ তেতিয়াই হয় যেতিয়া তেওঁৰ অতি মৰমৰ জাতি কোনোবা এজন নাইবা কোনোবা দলৰ দ্বাৰা নিৰ্যাতিত হয় তেতিয়া তেওঁ নিৰ্যাতন কাৰক ধ্বস কৰনৰ নিৰ্দ্দেশ দিয়ে।

  • @padumkakati2938
    @padumkakati2938 วันที่ผ่านมา

    কি বেল টো ফালিলে।

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf หลายเดือนก่อน +1

    Sare sari hazar toka mantree aru bidhayake thikadaror log lagi dingiloi gilibo

  • @user-ob7kv1cs5f
    @user-ob7kv1cs5f หลายเดือนก่อน

    ৰাজ্য খন ৰখা ৰ দযিও চকাৰৰ
    সম্পূৰ্ন ।আনদলক দোষদি লাভ নাই।

  • @jogenkalita4268
    @jogenkalita4268 หลายเดือนก่อน

    তই চেৰাবলীয়াই সংযত হৈ কথা কব নিশিকিলি কিয়? ইমান অভদ্ৰ কিয়?

  • @sahabuddinahmad8726
    @sahabuddinahmad8726 หลายเดือนก่อน

    Ajikali axomor mla sokole MLA,Montri hoi bides gujrat lagi diye.

  • @ArunHazarika-xi9ep
    @ArunHazarika-xi9ep หลายเดือนก่อน

    টকা আছে যদি কাৰ কি চিঙি আছ

  • @user-nd7vx3qe8p
    @user-nd7vx3qe8p หลายเดือนก่อน +2

    b.j,.p.murdabad

  • @abdulmannanahmed787
    @abdulmannanahmed787 หลายเดือนก่อน

    The ruling party representative is, it seems, muddying the water.

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s หลายเดือนก่อน +2

    থাইলেণ্ডৰ পৰা ভালে-কুশলে পালেহিনে?অনুষ্ঠানভাগী ভালে-কুশলে হ'লনে?

  • @ritushnadutta8959
    @ritushnadutta8959 7 วันที่ผ่านมา

    M p xakole biharothe Pani hoi buli koisile eyat ki hoisenu

  • @arupkumarnath2993
    @arupkumarnath2993 7 วันที่ผ่านมา

    Alop constuctive study kori aaibo lage

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my หลายเดือนก่อน

    Etia election huwa nai nohoi.

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8f หลายเดือนก่อน

    B j p r cuwa seleka khinir kam nai kathar kunu velu nai akhil da zindabad

  • @Tired524
    @Tired524 8 วันที่ผ่านมา

    Siyor bakhor bondho kori xombhranto bhabe alosona korok. Aami xomoi khorox kori xongbad sau, barta bujiboloi, kajiya xuni time waste korar proyojon nai.

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k หลายเดือนก่อน

    কৃষ্ণ এৰিলা তে ইটো ভূমণ্ডল অধৰ্ম্ম ই জুৰিলা ৰাজ।শ্ৰী ধৰ্ম ধৃতী স ত্য শৌচ নীতি কৃষ্ণৰ লগতে গইল।।মহন্তৰ মহা মিলিল বিষাদ দুৰ্জনে কৰ উল্লা স।। কান্দি থাওক কপিলী পৰীয়া মাজুলী বাসীয়ে নদী পৰীয়া।

  • @gobindagoswami5017
    @gobindagoswami5017 9 วันที่ผ่านมา

    Kathat opart katha abhafra.

  • @bharatkaman1074
    @bharatkaman1074 วันที่ผ่านมา

    Bjp Assam dangko korib

  • @SangSR-n5l
    @SangSR-n5l วันที่ผ่านมา

    Anan ajankoi kai kaba lage buli najanene ki ?

  • @padumibaruah2798
    @padumibaruah2798 หลายเดือนก่อน

    C M. Sir a. Buka. Sotiai. Val pai. Kam kori. Val. Napai

  • @prasenjitdas201
    @prasenjitdas201 2 วันที่ผ่านมา

    Mama r mti ki hb kjiranga t

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my หลายเดือนก่อน

    Commission kiman ahe.

  • @sabitrisvlog721
    @sabitrisvlog721 หลายเดือนก่อน

    ওপৰা উপৰিকৈ কথা কলে কাৰ কথা কোনে শুনিছে ?

  • @ChandraSarmah
    @ChandraSarmah หลายเดือนก่อน

    Akhilar Kam nai.

  • @romeshpatarromeshpatar3190
    @romeshpatarromeshpatar3190 2 วันที่ผ่านมา

    Akhile nikor kokai bhai buror logotehe phitoni caina pakistan logatlagib nuware .karon ai asot hokolure faitw aase

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8se หลายเดือนก่อน

    Okol ajon manuha kotha koi thokau val nohoi hosa misa melai

  • @hasimali9023
    @hasimali9023 หลายเดือนก่อน

    Nitumonidabjp oharpora banpani besihoyse