ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
গুৰুজনাৰ কৃপা আপোনাৰ শিৰত বৰিষণৰ কামনা কৰিলো।সকলো একেই,এক পৰম শক্তি।গুৰুৱে এক কৰে,ভকতেহে ভাগ ভাগ কৰে।আপুনি সঁচাকৈ মহান।আপোনাৰ দৰে লোকৰ পৰাই সমাজত মানৱসেৱাই বিকাশ লাভ কৰিব। ৰাম কৃষ্ণ,ৰাম কৃষ্ণ।
এইয়াই অসমীয়া❤ গুৰু শংকৰ মাধৱ দুজনাৰ আদৰ্শ,যত সকলো জাতি এক হৈ থাকিব পাৰে,এক দেৱ এক সেৱ,এক বিনে নাই কেৱ ❤ কৃষ্ণ হৰি ৰাম নাৰায়ণ মাধৱ❤তেখেতৰ বক্তব্য অতি ভাল লাগিল ,ধন্যবাদ ,ভগৱন্তই কৃপা কৰক❤
🙏🏻🙏🏻🙏🏻 কৃষ্ণৰ চৰণত স্থান লাভ কৰি যেন আৰু আগবঢ়াই নিয়ে আপোনাৰ ভবিষ্যতৰ জীৱনত। আম্মাত ভগৱানে যেন বাস কৰিবলৈ লৈছে। আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হৈ হওক ।
ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো দীৰ্ঘায়ো হওঁক।
খুব সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
ধন্যবাদ জনাইছো আপোনাক
কৃষ্ণ🙏কৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় গুৰু শঙকৰ ওম নমো ভাগবতে বাসুদেবাই
সুন্দৰ হৈছে 👏👏👏❤❤
কৃষ্ণ হৈছে সাৰ্বজনীন ইশ্বৰ ই কোনো সাম্প্ৰদায়িক ইশ্বৰ নহয় কৃষ্ণ নাম সকলোৱেই লব পাৰে তেখেতলৈ শুভ কামনা জনালো।
Bahut Bahut Bhal Palo Aponar Kanthat Gurujonar Borgeet Suni KRI SHNA KRISHNA❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ👌👌👍👍
এজন প্ৰকৃত অসমীয়া । ভগৱানে আপোনাৰ মংগল কৰক ।
সুন্দৰ কৃষ্ণ কৃষ্ণ
কৃষ্ণ প্ৰভু কৃষ্ণ বিনেই নাই নাই নাই।সকলো ধৰ্ম দ্বাপৰ যূগত গল।কলিত কৃষ্ণ বিনেই বেলেগ ঈশ্বৰ নাই🙏🙏🙏🙏
এনে সুন্দর কন্ঠ সদায় থাকক তারে কামনা
বহুত ভাল লাগিছে, গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত চৰ্চ্চা কৰাৰ বাবে ।আগলৈও আগবাঢ়ি যাওক ।
ৰাম নাম সচাঁই মধুৰ। 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏
বহুত ভাল লাগিল। বৰ্তমান সময়ৰ সন্দাসাই।
Bahut bhal lagil. Krishna. God will bless you.
সুন্দৰ আদৰ্শ 🙏 কৃষ্ণ
আপোনাৰ বৰগীত গুণী ভাল লাগিল ধন্যবাদ
🙏কৃষ্ণ
কৃষ্ণ কৃষ্ণ সেৱা ধৰিলো খুবেই ভাল লাগিছে
আপুনি সচাকৈ মহানক্বষ্ণ ক্বষ্ণ বাপ সেৱা জনাইছো।
এই জ, প্রকৃত অসমীয়া। দীর্ঘ জীবি কামনা কৰিলো।
Anushthanto bhal lagil. God bless you.❤❤❤
ঈশ্বৰে কৃপা কৰক।
ভগৱানে কৃপা কৰিব।
কৃষ্ণ কৃষ্ণ, বৰ ভাল লাগিল,,,,,
Krishna 🙏 bap "joi guru sankardev"
ধন্যবাদ
অসম লাইভ চেনেলৰ যোগেদি আপোনাক ধন্যবাদ
আচৰিত হলো
Eiai prakit bhatitya bodhor parichoi.tekhetok bohut dhanyabad janaichu
Bhut dhuniya hoise
প্ৰণাম জনাইছোঁ।
Krishna probhu 🙏
আহমেদ ডাঙৰীয়া লৈ শত কোটি প্ৰণাম জনাইছো।
Bahut sundar ,,,val. Lagil ,🙏🙏🙏🙏🙏
🙏🙏 কৃষ্ণ কৃষ্ণ
Ajon prokrito sadhok.A singer in reality. Salute to him
নমস্কাৰ জনাইছোঁ । আপোনাৰ নিৰলস সংগীত (বৰগীত)চৰ্চা আৰু সাধনাই অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধন কৰাৰ উপৰিও ধৰ্মীয় বাধা নিষেধ আঁতৰাই সামাজিক সম্প্ৰীতি সুদৃঢ় কৰাত সহায়ক হ'ব। গুৰু দুজনাৰ সৃষ্টি আৰু আদৰ্শ ও বিস্তাৰিত হ'ব । জয় গুৰু শংকৰ !
Krishna Krishna bap 🎉
আগন্তুক দিনত ভগৱান সহায় হওঁক।
Pranam❤❤❤❤❤❤❤❤❤❤❤❤❤
Krishna Krishna namaste 🙏 ♥️ ❤️
কৃষ্ণ ! আদৰিছোঁ।
Bor bhal lagil,gurujonar apurbo sristi, kotha shure hokoluke akorkhon kore,
শতয়ু।আয়ুস। কামনাৰে। কৃষ্ণ। কৃষ্ণ
🙏🙏🙏
যি কম সঁচা কম---------------হয়টো আপোনাৰ বহু পূন্য থকাৰ বাবেই এনে এটা পৰিৱেশ পাইছে । ভাল সংস্কাৰৰ ব্যক্তি আপুনি । সমজ্ঞান প্ৰাপ্ত আপুনি । ভগৱানে কুশল কৰক ।
We r very happy
❤
If all Muslims of Assam çonvert into Ek-Sharan NaamĎharma they will be able to live peacefully.
🙏🙏🙏🙏🙏🙏
❤❤❤❤❤❤
নাৰায়ণ কৃষ্ণ
🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉প্ৰণাম জনাইছো🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
আপোনাক প্ৰণাম কৰিছো।
Creative thingking
Xundar xadhana .
Krishna Krishna Krishna Krishna. Bapjan sewahe J
এজন গুণ ৱান ব্যক্তি ।
তেখেতে হিন্দু শাস্ত অধ্যয়ন কৰে নিশ্চয়।
আহমেদ ডাঙৰীয়াক সেৱা জনাইছোঁ
ৰাজা সঙ্গীত শিক্ষক দেই
Gaboloi mati ani ene koribo napai iman xadhona kora byakti jonok apoman korise mane aamar Sankardev gurujonak apoman korise,bar beya lagil
🙏🙏
গুৰুজনাৰ কৃপা আপোনাৰ শিৰত বৰিষণৰ কামনা কৰিলো।সকলো একেই,এক পৰম শক্তি।গুৰুৱে এক কৰে,ভকতেহে ভাগ ভাগ কৰে।আপুনি সঁচাকৈ মহান।আপোনাৰ দৰে লোকৰ পৰাই সমাজত মানৱসেৱাই বিকাশ লাভ কৰিব। ৰাম কৃষ্ণ,ৰাম কৃষ্ণ।
এইয়াই অসমীয়া❤ গুৰু শংকৰ মাধৱ দুজনাৰ আদৰ্শ,যত সকলো জাতি এক হৈ থাকিব পাৰে,এক দেৱ এক সেৱ,এক বিনে নাই কেৱ ❤ কৃষ্ণ হৰি ৰাম নাৰায়ণ মাধৱ❤তেখেতৰ বক্তব্য অতি ভাল লাগিল ,ধন্যবাদ ,ভগৱন্তই কৃপা কৰক❤
🙏🏻🙏🏻🙏🏻 কৃষ্ণৰ চৰণত স্থান লাভ কৰি যেন আৰু আগবঢ়াই নিয়ে আপোনাৰ ভবিষ্যতৰ জীৱনত। আম্মাত ভগৱানে যেন বাস কৰিবলৈ লৈছে। আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হৈ হওক ।
ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো দীৰ্ঘায়ো হওঁক।
খুব সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
ধন্যবাদ জনাইছো আপোনাক
কৃষ্ণ🙏কৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় গুৰু শঙকৰ ওম নমো ভাগবতে বাসুদেবাই
সুন্দৰ হৈছে 👏👏👏❤❤
কৃষ্ণ হৈছে সাৰ্বজনীন ইশ্বৰ ই কোনো সাম্প্ৰদায়িক ইশ্বৰ নহয় কৃষ্ণ নাম সকলোৱেই লব পাৰে তেখেতলৈ শুভ কামনা জনালো।
Bahut Bahut Bhal Palo Aponar Kanthat Gurujonar Borgeet Suni KRI SHNA KRISHNA❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ👌👌👍👍
এজন প্ৰকৃত অসমীয়া । ভগৱানে আপোনাৰ মংগল কৰক ।
সুন্দৰ কৃষ্ণ কৃষ্ণ
কৃষ্ণ প্ৰভু কৃষ্ণ বিনেই নাই নাই নাই।সকলো ধৰ্ম দ্বাপৰ যূগত গল।কলিত কৃষ্ণ বিনেই বেলেগ ঈশ্বৰ নাই🙏🙏🙏🙏
এনে সুন্দর কন্ঠ সদায় থাকক তারে কামনা
বহুত ভাল লাগিছে, গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত চৰ্চ্চা কৰাৰ বাবে ।আগলৈও আগবাঢ়ি যাওক ।
ৰাম নাম সচাঁই মধুৰ। 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏
বহুত ভাল লাগিল। বৰ্তমান সময়ৰ সন্দাসাই।
Bahut bhal lagil. Krishna. God will bless you.
সুন্দৰ আদৰ্শ 🙏 কৃষ্ণ
আপোনাৰ বৰগীত গুণী ভাল লাগিল ধন্যবাদ
🙏কৃষ্ণ
কৃষ্ণ কৃষ্ণ সেৱা ধৰিলো খুবেই ভাল লাগিছে
আপুনি সচাকৈ মহান
ক্বষ্ণ ক্বষ্ণ বাপ সেৱা জনাইছো।
এই জ, প্রকৃত অসমীয়া। দীর্ঘ জীবি কামনা কৰিলো।
Anushthanto bhal lagil. God bless you.❤❤❤
ঈশ্বৰে কৃপা কৰক।
ভগৱানে কৃপা কৰিব।
কৃষ্ণ কৃষ্ণ, বৰ ভাল লাগিল,,,,,
Krishna 🙏 bap "joi guru sankardev"
ধন্যবাদ
অসম লাইভ চেনেলৰ যোগেদি আপোনাক ধন্যবাদ
আচৰিত হলো
Eiai prakit bhatitya bodhor parichoi.tekhetok bohut dhanyabad janaichu
Bhut dhuniya hoise
প্ৰণাম জনাইছোঁ।
Krishna probhu 🙏
আহমেদ ডাঙৰীয়া লৈ শত কোটি প্ৰণাম জনাইছো।
Bahut sundar ,,,val. Lagil ,🙏🙏🙏🙏🙏
🙏🙏 কৃষ্ণ কৃষ্ণ
Ajon prokrito sadhok.
A singer in reality. Salute to him
নমস্কাৰ জনাইছোঁ । আপোনাৰ নিৰলস সংগীত (বৰগীত)চৰ্চা আৰু সাধনাই অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধন কৰাৰ উপৰিও ধৰ্মীয় বাধা নিষেধ আঁতৰাই সামাজিক সম্প্ৰীতি সুদৃঢ় কৰাত সহায়ক হ'ব। গুৰু দুজনাৰ সৃষ্টি আৰু আদৰ্শ ও বিস্তাৰিত হ'ব । জয় গুৰু শংকৰ !
Krishna Krishna bap 🎉
আগন্তুক দিনত ভগৱান সহায় হওঁক।
Pranam❤❤❤❤❤❤❤❤❤❤❤❤❤
Krishna Krishna namaste 🙏 ♥️ ❤️
কৃষ্ণ ! আদৰিছোঁ।
Bor bhal lagil,gurujonar apurbo sristi, kotha shure hokoluke akorkhon kore,
শতয়ু।আয়ুস। কামনাৰে। কৃষ্ণ। কৃষ্ণ
🙏🙏🙏
যি কম সঁচা কম---------------
হয়টো আপোনাৰ বহু পূন্য থকাৰ বাবেই এনে এটা পৰিৱেশ পাইছে । ভাল সংস্কাৰৰ ব্যক্তি আপুনি । সমজ্ঞান প্ৰাপ্ত আপুনি । ভগৱানে কুশল কৰক ।
We r very happy
❤
If all Muslims of Assam çonvert into Ek-Sharan NaamĎharma they will be able to live peacefully.
🙏🙏🙏🙏🙏🙏
❤❤❤❤❤❤
নাৰায়ণ কৃষ্ণ
🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉প্ৰণাম জনাইছো🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
আপোনাক প্ৰণাম কৰিছো।
Creative thingking
Xundar xadhana .
Krishna Krishna Krishna Krishna. Bapjan sewahe
J