কিমান সঁচা বাস্তুশাস্ত্ৰ?vastu shastraৰ বৈজ্ঞানিক ভিত্তি আছেনে নাই?আপুনি কিয় বিশ্বাস কৰে Vastu tips

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 มิ.ย. 2024
  • vastu tips
    vastu shastra
    scientific reasons of vastu tips
    is vastu shastra fake
    is vastu tips fake
    vastu shastra for home
    vastumiracles
    vastu assam
    vastu chitra
    vastumiracles mantra
    vastu shastra
    bastu bichar for home
    vastu puja
    vastu shastra for home
    #evergreenhits
    assam job news today
    bastu
    supa supi
    vastu
    vastu assam
  • แนวปฏิบัติและการใช้ชีวิต

ความคิดเห็น • 96

  • @bontisarmah7541
    @bontisarmah7541 13 วันที่ผ่านมา +36

    আমাৰ ঘৰো দখিন মুখী হয় ২০ বছৰ ধৰি আছো ।উন্নতিহে হৈছে লাহে লাহে । এই বোৰ চাই থাকিলে মানুহ বলিয়াহে হব ।

  • @sanjibbora1789
    @sanjibbora1789 13 วันที่ผ่านมา +22

    একেবাৰেই সঁচা কথা ,এইবোৰ মানি একো লাভ নাই,কৰ্মই ধৰ্ম।তাকে যেনিবা ভাল কাম কৰিলে ভাল ফল পায় বেয়া কাম কৰিলে বেয়া ফল পায়।

  • @sanatankalita5214
    @sanatankalita5214 13 วันที่ผ่านมา +26

    ঈশ্বৰে ৰক্ষা কৰিলে কোনে কি কৰিৱ পাৰে ! সকলোৰে মূল প্ৰভু ঈশ্বৰ । প্ৰভু ঈশ্বৰৰ আশ্ৰয় পোৱা কামনা কৰিৱ লাগে । জয় প্ৰভু নাৰায়ন ।

    • @aneenepali
      @aneenepali 8 วันที่ผ่านมา

      😂🎉🎉🎉😢😂😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮

  • @AngelicChamber
    @AngelicChamber 4 วันที่ผ่านมา +10

    Najanake kunu kothai bhul information nidiba...vastur bikhoye amar Ved Shastrat bhalkoi ullekh ase...jodi tumi hindu hoi tetiahole vastu maniba... bhagwan ase karne vastu ase...

  • @rubigogoi5237
    @rubigogoi5237 13 ชั่วโมงที่ผ่านมา +2

    ভগৱানক বিশ্বাস কৰো বাবে, বাস্ত শাস্ত্ৰৰ নিয়ম- নীতি মানি চলো।

  • @sumisharma1022
    @sumisharma1022 9 วันที่ผ่านมา +13

    আমাৰ ওচৰৰ কেবা ঘৰো ভূল দিশত দুৱাৰ মুখ,পাকঘৰ ,পাইখানা ঘৰ ।কিন্ত সিহঁতৰ ঘৰ কেইখনৰ অৱস্থা ইমানেই ভাল ভাষাৰে বুজাব নোৱাৰিম ।

  • @bhargabsarma6711
    @bhargabsarma6711 5 วันที่ผ่านมา +4

    মানি চলিব পাৰিলে নিজৰ ভাল। বাস্তু হ'ল প্ৰাকৃতিক গুণৰ দ্বাৰা সংপৃক্ত হৈ নিজৰ ঘৰখন নিৰ্মাণ কৰা আৰু সুন্দৰভাৱে জীৱন যাপন কৰা শৈলি।

  • @hindu6777
    @hindu6777 13 วันที่ผ่านมา +51

    Vastu শাস্ত্ৰ হল আধুনিক যুগত কিছু লোকৰ বাবে পেট পোহাৰ ব্যৱসায়

    • @unique232
      @unique232  13 วันที่ผ่านมา +1

      বিশ্বাস অবিশ্বাস সম্পূৰ্ণ ব্যক্তিগত কথা

    • @pranambaruah7086
      @pranambaruah7086 13 วันที่ผ่านมา +1

      একে বাৰে শুদ্ধ

    • @DiptaSRy
      @DiptaSRy 10 วันที่ผ่านมา

      Toi kela aku najano karone aneke bokiso

    • @hitutpalboruah
      @hitutpalboruah 9 วันที่ผ่านมา +2

      10000%ri8

    • @ajoyrabha3294
      @ajoyrabha3294 4 วันที่ผ่านมา +1

      Nohole doctor bilakak puhi jiban par kurilei hol.... Jai shree ram

  • @Divarsh601
    @Divarsh601 2 วันที่ผ่านมา +2

    ভাল কাম কৰিলে ভাল ফল পাম বেয়া কামত বেয়া ফল পাম

  • @beautydutta8717
    @beautydutta8717 13 วันที่ผ่านมา +8

    মই ভুক্তভুগি , vastu দোষৰ ফলত এখন ঘৰ শেষ হৈ গল ,মই সম্পূৰ্ণ বিশ্বাস কৰিবলৈ লৈছো

  • @parthamoni1608
    @parthamoni1608 7 วันที่ผ่านมา +7

    বাস্তু শাস্ত্ৰ পঢ়ি / বাস্তুশাস্ত্ৰৰ দ্বাৰা বহু উপকৃত হৈছো। আৰু এটাৰ পিছত এটা সুফল পাই আছো ।

  • @jurinathkalita64
    @jurinathkalita64 5 วันที่ผ่านมา +2

    ঠিকেই কৈছে। যিয়ে মানে মানক নমনাক জোৰ কৰা দৰকাৰ নাই। বিশ্বাস টো নিজৰ কথা

  • @ramalachaudhury-it9sp
    @ramalachaudhury-it9sp 13 วันที่ผ่านมา +15

    Ami skalay akelage prithibit aso. Mor ghar to uttarmukhi un karo bar dakhinmukhi. Matilhini jano mor nijar. Prithibi khan to sakalare.

  • @mausumipatowary7147
    @mausumipatowary7147 18 ชั่วโมงที่ผ่านมา +1

    অলপো নকৰোঁ ৷ কিন্ত ভগৱান বিশ্বাসী মই ৷

  • @user-nm6uo3rd9v
    @user-nm6uo3rd9v 12 วันที่ผ่านมา +8

    বাসতুজ্ঞসকল নিজে সুখী নে বাৰু

  • @ilataye9579
    @ilataye9579 วันที่ผ่านมา +1

    আমি বাস্ত বিজ্ঞান সকলো সকলো বিশ্বাস কৰোঁ,কু কৰ্ম,কু বুদ্ধি আৰু মিছা ঠগ প্ৰৱঞ্চক সেইবোৰ ঘিণ কৰোঁ, নিজৰ মাক দেউতাকৰ আৰু পূৰ্ব পুৰুষ সকলৰ পূজ পিণ্ড দান ভালকৈ কৰক।

  • @deepalideka718
    @deepalideka718 13 วันที่ผ่านมา +6

    পৃথিৱী ঘূৰণীয়া।দিশ বুলি কথা নাই‌‌

  • @ruparajkhowa4985
    @ruparajkhowa4985 2 วันที่ผ่านมา +1

    দক্ষিণ দিশ বেয়া কেতিয়াও নহয়। কিন্তু কিছুমান নিৰ্দিষ্ট কৰি দিয়া ঠাই হে অশুভ কৈছে

  • @samudranathdeka4879
    @samudranathdeka4879 10 วันที่ผ่านมา +4

    কোনোবা কৌটিৰ ভিতৰত এজনৰ কিবা এটা হলে এইধৰনে কোৱাটো উচিত নহয় ! কোনো কোনোৱে নাস্তিক ও হব পাৰে সেইটো বাৰু নকওঁ । Income কৰিবলৈ কৰ্ম কৰিবই লাগিব । আৰু লোণ ললেটো পৰিশোধ কৰিবই লাগিব সেইটোও মনত ৰখা উচিত ! লগতে আজি প্ৰথম দেখিলোঁ আপোনাক।

  • @bontigogoi2622
    @bontigogoi2622 7 วันที่ผ่านมา +2

    Right messege

  • @animakapathak1790
    @animakapathak1790 11 วันที่ผ่านมา +2

    Thank u vai lagil sai

  • @kiransharmah
    @kiransharmah 4 วันที่ผ่านมา +3

    আপোনালৈ বহুত বহুত ধন্যবাদ ।

  • @sailendranathdas7345
    @sailendranathdas7345 16 ชั่วโมงที่ผ่านมา +1

    It is a science how to balance gravitational magnetic and universal laws of gravitation and to balance air water and fire mean heat element.You canot directly refused the importance of vastu.Because in basti there are some principle which is related to science

  • @leenamoongogoi3581
    @leenamoongogoi3581 2 วันที่ผ่านมา +1

    Mohadev ei hokolu

  • @editionboy8479
    @editionboy8479 9 วันที่ผ่านมา +4

    বাস্তূ +

  • @gitikadas6724
    @gitikadas6724 5 วันที่ผ่านมา +1

    Bhal lagil

  • @rajumonibaruah8389
    @rajumonibaruah8389 9 วันที่ผ่านมา +3

    কাম নাই ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক

  • @kamalthakiria5156
    @kamalthakiria5156 9 วันที่ผ่านมา +2

    Vastu is real best

  • @user-sd4mk2jk9q
    @user-sd4mk2jk9q 13 วันที่ผ่านมา +4

    Manile dhan namanile potan.🙏

  • @xmdi3687
    @xmdi3687 9 วันที่ผ่านมา +2

    সুন্দৰ পৰামৰ্শ

  • @Borah7877
    @Borah7877 8 วันที่ผ่านมา +2

    Bussiness policy

  • @mrinalidas1471
    @mrinalidas1471 9 วันที่ผ่านมา +2

    চাবলৈ গ'লে একো নহয়। আচলতে মানুহে পূবলৈ মুৰ কৰি পুজা কৰে কাৰনে পায়খানা টেংকী নবনায়। কোনো ধৰ্মত পশ্চিম ফালে মুৰ কৰি পুজা কৰে।সিহঁতৰ কাৰনে পশ্চিম ফালে দৰজা ভাল।কথাটো একেটাই।

  • @CHIRANJEETCHETIA1111
    @CHIRANJEETCHETIA1111 7 วันที่ผ่านมา +2

    VASTU ATA SCIENCE HOI PROKITIR SAKTIK IYAT BALENCE KORA HOI

  • @user-yd8kz2sw5g
    @user-yd8kz2sw5g 13 วันที่ผ่านมา +5

    Moi nkru. Kormoi dhorma.

  • @babulborah9448
    @babulborah9448 4 วันที่ผ่านมา +2

    Vastu srastro bish নকৰোঁ মানুহ ভয় খাই মাৰিব

  • @amardas8527
    @amardas8527 3 วันที่ผ่านมา +1

    Half knowledge is always dangerous…

  • @rajibbora1813
    @rajibbora1813 13 วันที่ผ่านมา +4

    মানসিক চাপ নলোৱা ভাল ❤

  • @RumiHukai
    @RumiHukai 10 วันที่ผ่านมา +2

    Bhul bastu bonaletu. Bhul hoboi kintu bastu khastro bhul nohoi

  • @bidyutgogoi1969
    @bidyutgogoi1969 11 วันที่ผ่านมา +5

    সম্পূৰ্ণ জ্ঞান নথকাকৈ শাস্ত্রভাগীৰ অপমান নকৰিবা, ময়মতম,নাৰদ পুৰান, বিশ্বকৰ্মা পুৰাণ আৰু ৰূকবেদ আৰু অৰ্থৱ বেদত বাস্তুৰ বিষয়ে বিতংকৈ আছে আৰু দক্ষিণ দিশৰ বিষয়ে যি কলে সেইয়া মই কোৱাতো আপোনাৰ দৰে মানুহক প্ৰয়োজন বোধ কৰা নাই।

  • @roiumbon5172
    @roiumbon5172 7 วันที่ผ่านมา +1

    শিৱ জানো বাস্তৱ ? তাতে শিৱৰ ঘামৰ পৰা কুৎচিতেই হউক বাসুন্দৰে হউক,ঘামৰ পৰা মানৱ জন্ম, তাকেই আমি হাৰে হিমজোৱে সত্য জ্ঞান কৰি লো, আমৰ লগত আমৰ উঠি অহা প্ৰজন্মই দুমোজাত নপৰিবনে !

  • @RumiHukai
    @RumiHukai 10 วันที่ผ่านมา +2

    Bitorko video nobonabo pleas

  • @jt7021
    @jt7021 13 วันที่ผ่านมา +2

    Aapuni science r student hoi jen paisu. Heiye anekoi koise. Vastu is real.❤

  • @sumisharma1022
    @sumisharma1022 9 วันที่ผ่านมา +7

    এই বিলাক মানিবলে গলে আমাৰ ঘৰ খন সম্পূৰ্ণ ভাঙি বনাব লাগিব ।

    • @golapidas8323
      @golapidas8323 2 วันที่ผ่านมา

      আপোনাৰ ঘৰখন এতিয়ালৈকে ভগৱানে ভালে ৰাখিছে নিশ্চয়।

    • @korobidas5121
      @korobidas5121 3 ชั่วโมงที่ผ่านมา

      ঠিকেই

  • @animakapathak1790
    @animakapathak1790 11 วันที่ผ่านมา +1

    Amaru daxinmukhi

  • @user-ym1dc3nc8l
    @user-ym1dc3nc8l 9 วันที่ผ่านมา +2

    Bor xundar koi Bornona korise. Bastu Sastror Namot Brihat Bepar Aarombha korise.

  • @SurenDutta-ck2jp
    @SurenDutta-ck2jp 13 วันที่ผ่านมา +5

    এটা বিষয়ৰ ওপৰত নজনাকৈ কিয় ভিদিঅ কৰিছা প্ৰথমে বাস্তুৰ জ্ঞান লৈ লোৱা

    • @unique232
      @unique232  13 วันที่ผ่านมา +1

      বিষয়টোৰ ওপৰত মোৰ ব্যক্তিগত কোনো মন্তব্য প্ৰকাশ কৰা নাই। এজন ব্যক্তিয়ে লিখা এটা প্ৰৱন্ধ আৰু "Times property"ৰ ৱেবছাইটত প্ৰকাশ কৰা তথ্যৰ ভিত্তিতহে ভিডিও প্ৰস্তুত কৰিছো।(udaypai.in/is-vastu-fact-or-fake/ )-
      কোনো ব্যক্তিৰ নিজস্ব চিন্তা চৰ্চা বা বিশ্বাস অবিশ্বাসক মই সন্দেহ কৰা নাই।

    • @khagenbhuyan6727
      @khagenbhuyan6727 10 วันที่ผ่านมา

      Mor jibon to ek matra Vogobanok biswash Kori kotalo, nijor MON thik thakilei hol,🙏🙏🙏

    • @lavitasarma862
      @lavitasarma862 9 วันที่ผ่านมา

      Mor o atjya anekuwa hoise. Ghr bonuwa hoi gol vul jegat ase kisumn bostu. Kholoni koribo o nuwaro.. Bastu vediobur saai sai depression he hoisu vabi vabi😢husbandor kimn gaali o khaisu. Bhogowanot bahire ako nai. Teor oporte vorokha korisu..

  • @subodhbhuyan9791
    @subodhbhuyan9791 10 วันที่ผ่านมา +1

    Bishakh

  • @user-up3ig9yp8f
    @user-up3ig9yp8f 13 วันที่ผ่านมา +4

    অলপ মানিবলৈ চেষ্টা কৰিব। ❤

    • @unique232
      @unique232  13 วันที่ผ่านมา +1

      আপোনাৰ মতামত জনোৱাৰ বাবে ধন্যবাদ। ইয়াত মোৰ কোনো ব্যক্তিগত মন্তব্য নাই। এজন লোকে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি লিখা এটা প্ৰৱন্ধ আৰু times property- এ প্ৰকাশ কৰা লেখাটোহে দাঙি ধৰিছো।
      (udaypai.in/is-vastu-fact-or-fake/)- পঢ়ি চাব।
      বিষয়টোৰ ওপৰত বহু প্ৰশ্ন বহুতৰে আছে, গতিকে মই Times property আৰু উপৰোক্ত লিংকৰ প্ৰৱন্ধটো তুলি ধৰিছো। মই বাস্তুৰ বিৰোধিতাও কৰা নাই, বা সমৰ্থনো কৰা নাই।

  • @rajkumarpatir2204
    @rajkumarpatir2204 13 วันที่ผ่านมา +1

    Road tu south t thakile ghorkhon r probesh duwar uttarot dibo lagibo nohoy janu.jot pisfalorpora hubidha nay.ghor khon north,east,west,south,jimuwai houk main door tar biporit hobo pare tate ki hoise manuhor comment kori jonabo.ami gaonr manuh bur basthu r koatha 99%najanu.ghor akhon lage veti chek kori bonai thaku.

  • @guningogoi1009
    @guningogoi1009 9 วันที่ผ่านมา +1

    Andhokumar.

  • @user-vq5xl7vx7t
    @user-vq5xl7vx7t 13 วันที่ผ่านมา +1

    Trust it

    • @unique232
      @unique232  13 วันที่ผ่านมา +1

      আপোনাৰ মতামত জনোৱাৰ বাবে ধন্যবাদ। ইয়াত মোৰ কোনো ব্যক্তিগত মন্তব্য নাই। এজন লোকে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি লিখা এটা প্ৰৱন্ধ আৰু times property- এ প্ৰকাশ কৰা লেখাটোহে দাঙি ধৰিছো।
      (udaypai.in/is-vastu-fact-or-fake/)- পঢ়ি চাব।
      বিষয়টোৰ ওপৰত বহু প্ৰশ্ন বহুতৰে আছে, গতিকে মই Times property আৰু উপৰোক্ত লিংকৰ প্ৰৱন্ধটো তুলি ধৰিছো। মই বাস্তুৰ বিৰোধিতাও কৰা নাই, বা সমৰ্থনো কৰা নাই।

  • @_R_B_K_777
    @_R_B_K_777 13 วันที่ผ่านมา +5

    মই বাস্ত বিশ্বাস কৰো

    • @unique232
      @unique232  13 วันที่ผ่านมา

      বিশ্বাস অবিশ্বাস সম্পূৰ্ণ ব্যতিগত কথা। সকলোৰে চিন্তা, যুক্তিক আমি শ্ৰদ্ধা কৰিব লাগে। সকলো বস্তুৰে ভাল- বেয়া দুয়োটা দিশেই থাকে।

  • @nilishaika5262
    @nilishaika5262 13 วันที่ผ่านมา +4

    Bastu. Ye. Dakhin...mukhi . Ghor. Ahuvo. Buli. Kunu. Din. Kuwa. Nai.

    • @unique232
      @unique232  13 วันที่ผ่านมา

      According to Vastu Sastra, any house or establishment with an entrance from the south is inauspicious and doom is guaranteed….”
      udaypai.in/is-vastu-fact-or-fake/
      According to this article, plz read

    • @bidyutgogoi1969
      @bidyutgogoi1969 11 วันที่ผ่านมา

      বুৰ্বক বোৰক বুজাই লাভ নাই

  • @satimansai3136
    @satimansai3136 13 วันที่ผ่านมา +1

    Thick koisey .

  • @reetaborthakur2255
    @reetaborthakur2255 8 วันที่ผ่านมา +1

    Bebohai

  • @ajnggi
    @ajnggi 13 วันที่ผ่านมา +2

    Gutai prithibit vastu mata ghor bonai vai.

  • @sailenmedhi2684
    @sailenmedhi2684 13 วันที่ผ่านมา +3

    এটো এটা বিশ্বাস ৰ বসটু

    • @unique232
      @unique232  13 วันที่ผ่านมา

      ঠিক কৈছে।

  • @jayantanath6998
    @jayantanath6998 9 วันที่ผ่านมา +1

    মইঅ এইবোৰ নামানো

  • @user-kq2sx2un3w
    @user-kq2sx2un3w 9 วันที่ผ่านมา +2

    আগতে যি ভুগিলো বাসতু কিতাপপঢ়ি পৰমান পালো আনৰ কথা নকও

    • @golapidas8323
      @golapidas8323 2 วันที่ผ่านมา

      আপুনি বাস্তুশাস্ত্ৰৰ কিতাপ কিনিছে নেকি বাৰু ?

  • @BobitaTalukdar-dj2tu
    @BobitaTalukdar-dj2tu 12 วันที่ผ่านมา +3

    Vastuvid sokole pagol bonai arib

  • @purbakantabarman431
    @purbakantabarman431 13 วันที่ผ่านมา +4

    বাস্তু শাস্ত্ৰৰ কোনো বৈজ্ঞানীক প্ৰমাণ নাই। ই সম্পূৰ্ণ ৰূপে ভাৱবাদ।মোৰ মতে ই এক অন্ধ বিশ্বাস হে, বাস্তৱতা একো নাই।

  • @user-ti2ht5le7j
    @user-ti2ht5le7j 10 วันที่ผ่านมา +1

    বেলেগ বেলেগ বাস্তুশাস্ত্ৰবিদৰ মতামত বেলেগ হোৱা দেখা যায়

  • @purnanandarajkhowa8712
    @purnanandarajkhowa8712 13 วันที่ผ่านมา +1

    মাথো সাধুৰ দৰে কাহিনী।এটোপাল ঘাম! তাৰ পাছত ৰাক্ষস আৰু এটিয়া আমাৰ ঘৰত,ব্যৱসায়ত! জানিব পাৰি ভাল লাগিল মানে বাছিলোঁ।

    • @unique232
      @unique232  13 วันที่ผ่านมา

      বিশ্বাস অবিশ্বাস সম্পূৰ্ণ ব্যক্তিগত কথা

  • @rajumonibaruah8389
    @rajumonibaruah8389 9 วันที่ผ่านมา +1

    দুৰ্বল মানুহৰ কাম

  • @gunajitsarma5579
    @gunajitsarma5579 10 วันที่ผ่านมา +3

    Aagote apuni alop nijei jani louk tar pisat video bonabo .karobat ki alop suni ba dekhi video bonuwa2 usit nohai .

  • @anantabasumatry7308
    @anantabasumatry7308 9 วันที่ผ่านมา +2

    যি সকলে বাস্ত শাস্ত্ৰ বিশ্বাস কৰে তেওঁলোক হৈছে মহা মূৰ্খ

  • @ajnggi
    @ajnggi 13 วันที่ผ่านมา +3

    Tur jonma howta j suwaisila bapara. Bapara morila suwabi putara . Ki aibur tana

  • @manojkumardutta8590
    @manojkumardutta8590 13 วันที่ผ่านมา +3

    Aibur akebare faka.g biswas kore teu bipod

    • @unique232
      @unique232  13 วันที่ผ่านมา

      বিশ্বাস-অবিশ্বাস সম্পূৰ্ণ ব্যক্তিগত কথা।

  • @dsaikia8980
    @dsaikia8980 12 วันที่ผ่านมา +1

    ফকৰ কথা

  • @user-vq5xl7vx7t
    @user-vq5xl7vx7t 13 วันที่ผ่านมา +1

    Tumi Kun hoi, aahila kakurra

    • @unique232
      @unique232  13 วันที่ผ่านมา

      আপোনাৰ মতামত জনোৱাৰ বাবে ধন্যবাদ। ইয়াত মোৰ কোনো ব্যক্তিগত মন্তব্য নাই। এজন লোকে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি লিখা এটা প্ৰৱন্ধ আৰু times property- এ প্ৰকাশ কৰা লেখাটোহে দাঙি ধৰিছো।
      (udaypai.in/is-vastu-fact-or-fake/)- পঢ়ি চাব।
      বিষয়টোৰ ওপৰত বহু প্ৰশ্ন বহুতৰে আছে, গতিকে মই Times property আৰু উপৰোক্ত লিংকৰ প্ৰৱন্ধটো তুলি ধৰিছো। মই বাস্তুৰ বিৰোধিতাও কৰা নাই, বা সমৰ্থনো কৰা নাই।

  • @sukumarsarma2350
    @sukumarsarma2350 9 วันที่ผ่านมา +1

    Bopai o ki bujala video tu re.study Kori video bonaba.view pabor babe video bonaisa thike ase.val knowledge lob lagibo.

  • @subodhbhuyan9791
    @subodhbhuyan9791 10 วันที่ผ่านมา +1

    Bishakh